এইবাৰৰ ‘0’ to HerO ত এগৰাকী দুৰ্জেয় সাহসী মহিলা Driver ৰ কাহিনী

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • My News NE:
    এইবাৰৰ ‘0’ to HerO ত এগৰাকী দুৰ্জেয় সাহসী মহিলা Driver ৰ কাহিনী
    মহিলাগৰাকীৰ জীৱনকাহিনীয়ে আপোনাক কৰিব আশ্চৰ্যান্বিত,হ’ব অনুপ্ৰাণিত
    স্বামী অভিযন্তা, বোৱাৰী সম্ভ্ৰান্ত ঘৰৰ কিন্তু গাড়ী চলাইছিল জীৱিকাৰ বাবে
    অসুস্থ স্বামী, কণমাণি সন্তানক ঘৰত থৈ ভাড়া মাৰিছিল গাড়ীৰে
    পিছত তেওঁ গঢ়ি তুলিলে ‘পিৰামিড ট্ৰেভেলছ্‌’ শীৰ্ষক এক বৃহৎ কোম্পানী
    এইগৰাকী দুৰ্জেয় সাহসী, বিদুষী মহিলা ডঃ মন্দিৰা বৰুৱা
    মন্দিৰা বৰুৱাৰ ব্যতিক্ৰমী জীৱন কাহিনীক লৈ আজিৰ ‘0’ to HerO ত
    মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে ‘0’ to HerO
    ---------------------------------------------------------------------------------------------------------------------------
    About Channel:
    The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
    This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
    ---------------------------------------------------------------------------------------------------------------------------
    Subscribe to our RUclips channel: tinyurl.com/yc...
    ---------------------------------------------------------------------------------------------------------------------------
    You can also visit our website at: mynewsne.com/
    ---------------------------------------------------------------------------------------------------------------------------
    Follow My News NE on our Social Media Handle:
    Like us on Facebook: / mynewsne
    Follow us on Twitter: / mynewsne1
    Follow us on Instagram: / mynewsne

Комментарии • 434

  • @bimalbiswas4029
    @bimalbiswas4029 3 года назад +11

    ভাল লাগিল। খুব সাহসী আৰু ধৈৰ্য্য থকা জীৱন সংগ্ৰামত হাৰ নমনা বাইদেউ এজনীৰ জীৱনৰ কাহিনী শুনি।🙏

  • @bharatihazarika2079
    @bharatihazarika2079 3 года назад +7

    শ্ৰদ্ধাৰ , সাতসৰী মহিলা সকল।আপোনালোকে এইবাৰৰ o to hero ত এগৰাকী সাহসী মহিলা driver কাহিনীটো চাই বহুত ভাল পালে, গৌৰৱ অনুভৱ কৰিছে কাৰণ সেইগৰাকী আমাৰ সাতসৰী সভানেত্ৰী ড: মন্দিৰা বৰুৱা বাইদেউ।মোৰ কিন্তু কাহিনীটো চাই বৰ দুখ লাগিল।কিয়নো দুখ লাগিল শুনকচোন, বাইদেউ লগত মোৰ চিনাকি আজি 20 বছৰৰ ঘৰুৱা সম্পৰ্ক। মই লগ পাওঁতে এগৰাকী বৰ ধুনীয়া ভদ্ৰ মহিলা।মোক বহুত মৰম কৰে। তেওঁৰ ওচৰত থাকিলে মোৰ নিজকে সৰু ছোৱালী যেন লাগে।দাদায়ে মোক মৰম কৰিছিল। অৱশ্যে তেতিয়া দাদাৰ অসুখ হৈ আছিল। তেতিয়াই আমাৰ সাতসৰী জন্ম হৈছিল।মিটিং বোৰ ঘৰতে হৈছিল।সদায় ঘৰত মানুহৰ সমাগম। আমাৰ চন্দন নগৰৰ সকলো মহিলা ক বিয়া নাম, দিহানাম, বিহুৰৰ নাম,যোগাসন সকলোবোৰ তেওঁ সিকাইছিল। তেওঁৰ ইমান দুখ আছিল যদিও দুই এটাৰ বাদে মোক কোৱা নাছিল। তেওঁৰ এটা মহান গুণ তেওঁ দুখৰ কথাবোৰ হাহি হাহি কৈ যায়। মই যেতিয়া তেওঁ কাহিনীটো শুনিলো আচৰিত হলো ইমানবোৰ দুখৰ বোজা লৈ তেওঁ হতাশ নহ'ল ।আচলতে আমি নাৰীবোৰ তেনেকুৱাই হব লাগে। বাইদেউ আৰু বহুত আগুৱাই যাওক। শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @dhan__13
    @dhan__13 3 года назад +5

    মা বুলিলেই কৈছোঁ, সচাকৈ মা আপোনাক বহুত বহুত ধন্যবাদ

  • @dipikahazarika7245
    @dipikahazarika7245 3 года назад +9

    অনুস্থানতো বহুত ভাল লাগিল আৰু বাইদেউক বহুত ধন্যবাদ জনালো।

  • @monuranjanchetia8261
    @monuranjanchetia8261 3 года назад +24

    তেওঁ বহুত কৰিলে আমি জানিব পাৰিলো।এনেকুৱা লাগে তেওঁ আৰু বহুত কৰিব ।কাৰণ তেওঁ অসাধাৰণ হৈয়ো যেন একেবাৰে সাধাৰণ তেওঁৰ কথা বতৰা ।

  • @bobygogoi9413
    @bobygogoi9413 3 года назад +7

    বাইদেউ আপুনি ইমান সুন্দৰকৈ কথাখিনি ক'লে বৰ ভাল লাগিল আৰু আপোনাৰ সাহসীকতাক প্ৰণাম জনাইছো।

  • @kamalkalita3257
    @kamalkalita3257 3 года назад +13

    বাইদেউৰ লগত আমমী আছো।তেখেতক যেন ভগবানে আৰু আগবঢ়াই লৈ যাই তাকে কামনা কৰিছো

  • @inugogoi797
    @inugogoi797 3 года назад +25

    ডঃবৰুৱা বাইদেউৰ কথাখিনি জানি বহুত উৎসাহিত হলোঁ, তেখেতক ভগৱানে আৰু আগবাঢ়ি যাবলৈ সুবিধা দিয়ে যেন 🙏

  • @musicvideostatus5016
    @musicvideostatus5016 3 года назад +7

    বাইদেউ আপুনি নমস্য🙏🙏🙏🙏আপোনাক সতকোটি প্ৰনাম জনাইছো 🙏 ইমান ভাল লাগিল আপোনাৰ ব্যক্তিত্ব আপোনাৰ কথা বতৰা ।🙏🙏

  • @ratulborah9946
    @ratulborah9946 3 года назад +17

    বাইদেউ ৰ কথাবোৰ শুনি বৰ ভাল লাগিল। অসমীয়া নাৰীৰ গৌৰৱ , পথ প্ৰদৰ্শক। তেখেত চিৰ নমশ্য, তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।

  • @jyotigogoi3852
    @jyotigogoi3852 Год назад

    Come
    আপোনাৰ পৰা বহুত অনুপ্রাণিত হলো ধন্যবাদ বাইদেউ।

  • @rashmihazarika8717
    @rashmihazarika8717 3 года назад +3

    Emn dhuniakoi aapunr jibnr ktha khini kle.hsakoi..kbloi mur vakha nai.aapunr dhoijyo ru hahokh dekhi vl lagil.aapuni ru aaguwai jauk takei kamna krilu.ru mne bsara dre aapuni hadai hukhi hoi thakok baideu.bhuuut bhuuut dhnydb..

  • @rupjyotidutta7855
    @rupjyotidutta7855 3 года назад +18

    মন্দীৰা বাইদেউ আপোনাক অশেষ ধন্যবাদ জনাইছো শত কোটি প্ৰণাম জনাইছো ।আপোনি সছাকৈয়ে গভীৰ আন্ধাৰ ফালি পোহৰ বিলাই দিয়াৰ জুনৰ দৰে। আপোনা জীৱনৰ দীঘায়ু কামনা কৰিছো।

  • @paragjyotidevchoudhury4219
    @paragjyotidevchoudhury4219 3 года назад +11

    হেজাৰ জন পুৰুষতকৈ বহুত সাহসী আৰু শক্তিশালী। মিচিকিয়া হাহিৰ আৰৰ কাহিনী। 🙏 নিজৰ সন্তানক মাকে নিজে সৎকাৰ কৰিবলৈ নিয়াতো ওঁহ ভগৱান। 🙏

  • @rupdhannath6894
    @rupdhannath6894 2 года назад

    অনুষ্ঠান টো চাই বহুত ভাল লাগিল,বাইদেউ জনিৰ জীৱনৰ সংগ্ৰাম যে বহুতো মহিলাক উপকৃত কৰিব এওঁৰ দৰে সাহসেৰে আগুৱাই যাবলৈ,i salute her

  • @junmonisarmah5194
    @junmonisarmah5194 3 года назад +62

    এগৰাকী সাহসী নাৰীৰ এক জীপাল কাহিনী। খুব সুন্দৰ বাইদেউ আপোনাক শতকোটি প্ৰণাম।

    • @poragpratim9967
      @poragpratim9967 3 года назад +2

      জানিব পাৰি বহুত ভাল লাগিল।

    • @hemalatadas6199
      @hemalatadas6199 3 года назад +1

      A Successful Woman First Lady Driver Drives her Life in her Own Direction Nijor jevon Rothor Niemi Sarothi we are Proud of Her an Inspiration to All of Us.. Salute her

  • @utpaldas288
    @utpaldas288 3 года назад +13

    বাইদেউ আপোনাৰ শ্ৰম,ত্যাগ,সাহস আৰু সৰলতা সমগ্ৰ মানব জাতিৰ বাবে এক আদৰ্শ ।
    অনুস্থানটিৰ বাবে প্ৰণয় দা আপোনাক অশেষ ধন্যবাদ ।

  • @analata6540
    @analata6540 2 года назад

    ধন্যবাদ বাইদেউ মহিলা এনেকৈ সাহসী হ'ব লাগে বাইদেউ মোৰ ফালৰপৰা সলাই যাচিছোঁ

  • @goldenassam6752
    @goldenassam6752 3 года назад +2

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ❤️🙏

  • @debenkonwar8367
    @debenkonwar8367 3 года назад +7

    সময় গতিশীল ,সময়ৰ লগত খাপ খুৱাই নিজৰ জীৱনটো গঢ়াটোৱেই মানুহে জীৱনৰ সাৰ্থকতা লাভ কৰিব পাৰে ।তাৰে উদাহৰন আপুনি । Salute to you .

  • @rubiboruah3114
    @rubiboruah3114 3 года назад +21

    বাইদেউ আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে প্ৰতিজন জীৱনসংগ্ৰামী লোকক নিশ্চয় অদম্য সাহস আৰু প্ৰেৰণা যোগাব।

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 3 года назад +13

    এনে এগৰাকী সাহসী নাৰীৰ কথোপকথনে বহু তৰ অনুপ্ৰেৰণা ৰ উৎস হয় 🙏❤️

  • @nipensaikia3763
    @nipensaikia3763 3 года назад +2

    বহুত ভাল লগিছে।সৰল স্বভাৱ, আনন্দৰ উৎস।

  • @manuboruah2180
    @manuboruah2180 3 года назад

    সামাজিক কামবোৰ কৰিবলৈ অদম্য সাহস লাগে। বাইদেউ আপোনাৰ সাহস, মানুহৰ প্ৰতি থকা মৰম বোৰ সচাইঁ বহুত বহুত ভাল লাগিল।।। ভগৱানে সদায় আপোনাক সৎসাহস দি যাওক।

  • @sabitaboro7427
    @sabitaboro7427 3 года назад

    বাইদেউ মই আপোনাক কি বোলি ধন্যবাদ জনাও। আপুনি সকলোৰে বাবে আদৰ্শ হিচাপে থিয় দিছে। আপুনি অকল মহিলা সকলকে নহয় পুৰুষ সকলকো বহু সাহস যোগালে।আপোনালৈ বহু বহু 🙏🙏🙏

    • @mandirabaruah2948
      @mandirabaruah2948 3 года назад

      বহুত ধন্যবাদ। মৰম দিলো।

  • @manindrabarman7493
    @manindrabarman7493 2 года назад

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।

  • @dominichangmai7678
    @dominichangmai7678 3 года назад +5

    Val lagil baideo... Assamese swali, buari hokole Jen apunr adarsha loi..bahut family problems Komi jabo... Homaj khan Nika hbo...

  • @barashachangmai7623
    @barashachangmai7623 3 года назад +9

    She is truly an incredible woman,so inoccent I wish her more joy & happiness.

  • @shibalaxmikonwar997
    @shibalaxmikonwar997 3 года назад +29

    কিবা একাষাৰ কবলৈ ও কি কম এনেকুৱা লাগিছে... আপোনাৰো ধৈয্য আৰু সাহস ক মানিছো 🙏🙏

  • @hemalatadevi6210
    @hemalatadevi6210 3 года назад +6

    আপোনাক শতকোটি প্ৰণাম জনাইছোঁ বাইদেউ। 🙏🙏

  • @abdulmannaf3772
    @abdulmannaf3772 3 года назад +11

    Realy she is the sister of our community .me salute her.

  • @bandanaboruahduarah7305
    @bandanaboruahduarah7305 3 года назад +2

    Khub bhal lagil madira baidew video sai.. amar society bohut kenekua mahila ase dukhot vugi thoka a video sai labhoban hbo 👌👌

  • @saraladeka.2758
    @saraladeka.2758 3 года назад +2

    Bohut bhal lagil apunar kotha bore xuni great.salute for you

  • @tilottamaduttabaruah8696
    @tilottamaduttabaruah8696 3 года назад +1

    ০ .to.hero ৰ ড° মন্দিৰা বৰুৱা" সাক্ষ্যাৎকাৰটি শুনি অসম্ভৱ ভাল লাগিল;অসমত এনে এগৰাকী সাহসীআৰু কষ্ট সহিষ্ণু মহিলা আছে তাক দেৱজিত শৰ্মাৰ My.Ne.Ce.ৰ দ্বাৰা জানিব পাৰি নথৈ সুখী হৈছোঁ আৰু তেখেতৰ সাতসৰী " অনুস্থানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ লগতে তেখেত বিশ্বৰ দৰবাৰত খ্যাতনামা মহিলা স্বৰুপে পৰিগনিত হয় তাৰ যথাযথ কামনা কৰিলোঁ।

    • @mandirabaruah2948
      @mandirabaruah2948 3 года назад

      বহুত ধন্যবাদ আপোনালৈ।🙏

  • @pradipborah649
    @pradipborah649 3 года назад +5

    বাইদেউ আপুনি সচাকৈয়ে মহিযষী ৷আপোনাক শতকোটি প্ৰনাম জনাইছো ৷

  • @dipaksaikia5100
    @dipaksaikia5100 2 года назад

    ভাল লাগিল ।
    বাইদেউ লৈ শ্ৰদ্ধাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

  • @jagadishgoswami1727
    @jagadishgoswami1727 3 года назад +6

    Salute Madame. You are a great woman.

  • @prostutigogoi5202
    @prostutigogoi5202 3 года назад +9

    সচাকৈয়ে আপুনি এগৰাকী আদৰ্শনীয় নাৰী ৷ আপোনাৰ নীতিসমুহ আহৰন কৰিলে প্ৰত্যেক মহিলাই উপকৃত হব বুলি মই ভাবিছো ৷ ধন্যবাদ ৷

  • @rashmigoswami7332
    @rashmigoswami7332 3 года назад +4

    বাইদেউ আপোনাক শতকোটি প্ৰণাম

  • @ananya-qe4ff
    @ananya-qe4ff 3 года назад

    মই আজি হে চালো, ইমান ভাল লাগিল , অভিভূত হৈ গলো। আৰু বহুত জানিবৰ মন গৈছে শ্ৰীমতী মন্দিৰা বৰুৱা ৰ বিষয়ে। তেওঁ লৈ প্ৰণাম।

  • @para9689
    @para9689 3 года назад +2

    Great...women....baideo apunr xokolo kothakhini xuni val lagil...aru xahokhpalu.....

  • @Pankoj1743
    @Pankoj1743 3 года назад +6

    খুব সুন্দৰ হৈছে ।
    এনেকুৱা অনুষ্ঠান আৰু লাগে

  • @momihazarika413
    @momihazarika413 3 года назад +3

    Bht dhoinybad apunak 🙏🙏

  • @pubalideka8991
    @pubalideka8991 3 года назад +38

    কবলৈ ভাষা নাই...আপোনাক শতকোটি প্ৰনাম মা🙏🙏🙏

    • @runjungogoi7744
      @runjungogoi7744 3 года назад +1

      আপুনি প্ৰতি গৰাকী নাৰীক সাহস দিছে ।আপোনাক ধন্যবাদ ।

    • @hemalatadas6199
      @hemalatadas6199 3 года назад +1

      AMAR ASOMOR ANYA GARAKI MULA.GABHORU Assamiya Mohiler Sahosor Pratibhu Weare Proud of her .🙏🙏Nijor Jivon Rothor nijei Sarothi Salute to her

  • @rangbirang6692
    @rangbirang6692 3 года назад +2

    You are really a great woman... Salute you maam.... 🙏 Bohut val lagil sai interview Tu.. Baideu apunak vogobane kukhole rakhok hodai....

  • @binodchiring8284
    @binodchiring8284 3 года назад +2

    বাইদেওৰ কথাবোৰ খুউৱ ভাল লাগিল ।।

  • @indiraskitchenandvlogs6570
    @indiraskitchenandvlogs6570 2 года назад

    খুব ভাল লাগিলে। আপোনাৰ পৰা বহুতো অনুপ্ৰেৰণা পাব পাৰি

  • @ankurjutyhazarika6042
    @ankurjutyhazarika6042 3 года назад +11

    বাইদেউ আপোনাক শতকোতি প্ৰণাম

  • @asadurrahmanpeg4020
    @asadurrahmanpeg4020 3 года назад +7

    I'm really appreciate.

  • @akidulislam.3946
    @akidulislam.3946 3 года назад +13

    কবলৈ ভাষা নাই। বাইদেউ আপোনাক প্ৰনাম, আপোনাৰ দৰে মহিলা মই বহুত কম দেখিছোঁ।

  • @suprabharaychoudhury1857
    @suprabharaychoudhury1857 3 года назад +4

    সঁচাকৈ আপুনি বহুত সাহসী ।আপুনি আৰু আগুৱাই যাওক।🙏🙏

  • @dimpibhuyan3266
    @dimpibhuyan3266 3 года назад +1

    Bohut hahokh palu aapunar kotha huni..aokhekh dhoinyobaad Baideu

  • @ladydon8686
    @ladydon8686 3 года назад +5

    নাৰী শক্তি জিন্দাবাদ 👏🙏✊✊✊

  • @Krishna_priya
    @Krishna_priya 3 года назад +3

    খুব ভাল লাগিল বাইদেউ, আপুনি বহুত মহিলা পথ প্ৰদৰ্শক🙏🙏🙏🙏

  • @prabhatsingha1420
    @prabhatsingha1420 2 года назад +6

    Millions of millions 🙏🙏🙏 you are amazing , bold n dynamic sister,wife mother etc. Many woman in this earth are struggling like you but couldn't comeout from their problems. Your patience, strongwill, knowledge are make You a path-riser to every woman 👍👍👍

  • @pulinranjandeka5546
    @pulinranjandeka5546 3 года назад +4

    Bahut bhal lagil Pranoy da. Baidew loi bahu khubha kamana thakil. Waiting for next interview @ zero to hero.

  • @mridulgogoi1779
    @mridulgogoi1779 3 года назад +3

    অতি সুন্দৰ লাগিল।

  • @moziburahmed4373
    @moziburahmed4373 3 года назад +3

    Encurregious woman,Salute to you

  • @bumonvlogs3222
    @bumonvlogs3222 2 года назад

    অসমীয়া সাহসী মহিলাৰ নিদৰ্শন। ভাল লাগিল বাইদেউ আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনি।

  • @rajibpegu9599
    @rajibpegu9599 3 года назад +7

    I salute you, God bless you

  • @jayantineog3469
    @jayantineog3469 3 года назад +2

    বাইদেউ আপোনাৰ সাহসীকতাই বহুতো যু্ৱক য়োৱতীক অনুপ্ৰাণিত কৰিব

  • @kamalagogoi2428
    @kamalagogoi2428 2 года назад

    আপোনাৰ কথাখিনি বহুত ভাল লাগিল। সচাকৈয়ে আপোনি আমাৰ বাবে প্ৰেৰণা।

  • @pompimd8725
    @pompimd8725 3 года назад +1

    বহুত ভাল লাগিল কথাখিনি জানি।।। ভালে থাকক বাইদেউ🙏🙏

  • @bharatikhanikar4812
    @bharatikhanikar4812 3 года назад +3

    Congruations dear Mandira keep it up God bless you you had sacrifice a lots I am proud of you

  • @tarafdaryoutube1824
    @tarafdaryoutube1824 3 года назад +5

    Baido Apuni Oti Nomro Aru Apunar Bohut Dhojjo Ase.... Apuni Aru Aguai Jaok❤️

    • @mandirabaruah2948
      @mandirabaruah2948 3 года назад +3

      Bahut dhanybaad 🙏ontorere

    • @tarafdaryoutube1824
      @tarafdaryoutube1824 3 года назад +1

      @@mandirabaruah2948 Baido Moi Apunar Fan Hoi Goisu..

    • @tarafdaryoutube1824
      @tarafdaryoutube1824 3 года назад +1

      @@mandirabaruah2948 Baido Kiba Kam Thakile Mok Dibo Moi O Bekar Lora Baido🙏

    • @tarafdaryoutube1824
      @tarafdaryoutube1824 3 года назад +1

      @@mandirabaruah2948 ❤️❤️ May allah keep you happy and your heart Complete every wish and your life is long

  • @rupamonigogoi8787
    @rupamonigogoi8787 3 года назад +2

    thank you so much madam . God bless you and your Family

  • @mrinalidevi5425
    @mrinalidevi5425 3 года назад +1

    Bhut val lagel apuner kothabur xuni baidau...eman khini apunar xahokh dhoijo...xosakoi apunaloi xoto kute pronam🙏🙏🙏🙏...

  • @david20070428
    @david20070428 3 года назад +1

    সাংঘাটিক ধৰণে প্ৰ্ভাৱিত হ'লো এই স্থিতপ্ৰ্জ্ঞা মহিয়সীৰ দ্ৱাৰা!

    • @mandirabaruah2948
      @mandirabaruah2948 3 года назад

      বহুত বহুত ধন্যবাদ 🙏ভালে থাকক।

  • @zenithkashyap1302
    @zenithkashyap1302 3 года назад +8

    আপুনি দেবি মা ৰ অন্য এক ৰূপ ।সেৱা জনাই ছো।

  • @nityanandasarma6568
    @nityanandasarma6568 3 года назад +16

    লাখ লাখ মানুহৰ প্ৰেৰণাৰ উৎস আপুনি । আপোনাক প্ৰণাম বাইদেউ ।

  • @pratibimba959
    @pratibimba959 2 года назад

    আপোনাক শতকৌটি প্ৰণাম জনাইছো বাইদেউ । গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ প্ৰতি সাধাৰণ মানুহৰ আকৰ্ষণ বঢ়োৱাৰ আপোনাৰ প্ৰচেষ্টাক শলাগ লৈছো ,, তাৰ বাবে ভগৱন্তৰ অভয় চৰণত আমিও প্ৰাৰ্থনা জনাইছো,,কৃষ্ণ 🙏

  • @junmonigogoi7280
    @junmonigogoi7280 3 года назад +2

    Bht vl lgil sai...hahokh paisu baidau

  • @prakashkalita9195
    @prakashkalita9195 2 года назад

    Thank you Baideo...👏👏👏

  • @ranjumonibora1898
    @ranjumonibora1898 3 года назад +8

    বাইদেউ আপুনি সচাকৈয়ে এগৰাকী আদশৰ্নীয় ব্যক্তি। আপোনাক সেৱা জনাইছো।

  • @ajoydutta6156
    @ajoydutta6156 3 года назад +3

    "0 to HerO" is a very good initiative indeed
    Thanks to Sri Pronoy Bardaloi.👍🙏👍

  • @ranjitthakuria7440
    @ranjitthakuria7440 3 года назад +2

    বাইদেউক শত কোতি প্ৰণাম জনাইছো ৷

  • @kitudevi4879
    @kitudevi4879 3 года назад +1

    কেনেকুৱা ধৈৰ্য্য বহুত ভাল লাগিল

  • @RanjitKumar-ud3kj
    @RanjitKumar-ud3kj 3 года назад +2

    Really baideo apuni bahut sahosi tiruta .aji kali samaj t anekuwa manuh ase je naki utsah dibo lage kintu down dibo bisare praye .really you are actual fighter heroine . Everybody follow baideo.life t bahut up down ahe kintu him mat haribo nalage .

  • @devajanichutia1380
    @devajanichutia1380 3 года назад +1

    ধন্যবাদ বাইদেউ।

  • @paharidutta8509
    @paharidutta8509 3 года назад +6

    I salute you baa 🙏🙏 God bless you for go ahead 🙏🙏🙏👍

  • @mrigakshitamuli6863
    @mrigakshitamuli6863 3 года назад +5

    অনুষ্ঠানটি বৰ সুন্দৰ লাগিল ।বাইদেউৰ সুসাষ্ঠ্য কামনা কৰিলোঁ । নিজৰ লগতে আৰু দহগৰাকী নাৰীক আগবঢ়াই নিবলৈ ভগৱন্তই যেন তেখেতক আৰু শক্তি দিয়ক

  • @birsonengleng7890
    @birsonengleng7890 3 года назад +2

    Dr.Mondira Baideo kahini huni bohut val lagil aru hosake Manuhe nuwara Kam ekuwe nai buli ekmatra apuni tar udahoran Dangi dekhale tar babe Baideo loi bohut bohut hajar hajar Lakh lakh aru kouti kouti Dhoinyabat Thanks jonalu.

  • @abdultahir2486
    @abdultahir2486 3 года назад +6

    God bless you mardam, keep it up

  • @sweetycollection9647
    @sweetycollection9647 3 года назад +2

    bohut hahokh paisu apunar kotha ye 🙏🙏🙏🙏

  • @binoygogoi1228
    @binoygogoi1228 3 года назад +32

    আপোনি এগৰাকী প্ৰকৃত নাৰী ।

  • @bhukhanjyotigogoi7482
    @bhukhanjyotigogoi7482 3 года назад +8

    Actually she is Miss Universe. 🙏

  • @ekramhussainmir3903
    @ekramhussainmir3903 3 года назад +6

    Find no words to appreciate your courage, dedication..Mandira go ahead

  • @rekhadoimari8252
    @rekhadoimari8252 3 года назад +2

    Hosakoi baideo koboloi vakha nai apuner hahokh hosakoi, bohut val lagise baideo.

  • @nibeditadeka829
    @nibeditadeka829 3 года назад +8

    She inspired me to do more hard work...not to give up

  • @arundhatideka3950
    @arundhatideka3950 3 года назад

    Khub bhal lagil . Tekhetok salute jonaisu.

  • @bobyborah28
    @bobyborah28 3 года назад +2

    Selute baideu . Apunaku dhoinyabad pronayda .

  • @goldenassam6752
    @goldenassam6752 3 года назад +8

    কোনে কোনে গোটেই ভিডিঅ'টো চালা ❤️👍🙏

  • @rosheswarkakati9475
    @rosheswarkakati9475 3 года назад

    ধন্যবাদ বাইদেউ আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে জানিব বিছাৰো

  • @alisha358
    @alisha358 3 года назад

    Baideo dhonyobaad 🙏 apunak dekhi amiyu khahokh palu. 🙏🏻🙏🏿

  • @RHaz-vo6hv
    @RHaz-vo6hv 3 года назад +4

    Dhanya apunar jiwan🙏

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 3 года назад +6

    Bhagori nagal aeya WILLPOWER. Best of tha Best baideo. Ghy

  • @JSBMCreativeAngel
    @JSBMCreativeAngel 3 года назад +1

    Thank you so muchh sis... Proud of you.. Salute

  • @lipikapatowarykalita1129
    @lipikapatowarykalita1129 3 года назад

    আপোনাক প্ৰণাম বাইদেউ,মোৰো মন যায় স্বাবলম্বী হ'ব খোজো আপুনি সহায় কৰিব নে

    • @mandirabaruah2948
      @mandirabaruah2948 3 года назад

      নিশ্বয় কৰিম।যোগাযোগ কৰিব চোন দেই।ধন্যবাদ।

  • @bhabenchetia1749
    @bhabenchetia1749 3 года назад +3

    Homajot hubidhabadi manuh thakei. Dukh nokoribo. God bless you maa. Aag barhi jaok.

  • @munmeedeka8089
    @munmeedeka8089 2 года назад

    Inspiring guide hoi apuni