পেছাত তেওঁ নৈশ বাছ চালক কিন্তু এতিয়া হ’লগৈ লেখক

Поделиться
HTML-код
  • Опубликовано: 19 ноя 2024

Комментарии • 480

  • @DigantaKrBaro
    @DigantaKrBaro 3 года назад +143

    কামৰ যে কোনো ডাঙৰ সৰু নাই সেইটো কথাই তেওঁ সুন্দৰ কৈ নিদৰ্শন দাঙি ধৰিলে । Salute you Sir 🙏🙏🙏🙏

  • @bordoloibrothers3292
    @bordoloibrothers3292 3 года назад +155

    মোৰ দেউতা এজন ASTC চালক আছিল কিন্তু তেওঁ কোনো কাৰণতে মদ ভাং কানি একো নাখাই। Driver জনৰ সন্মান কৰা উচিত সকলো একো
    নহয়।

  • @digench.nathnath2052
    @digench.nathnath2052 3 года назад +82

    দাদা আপোনাক কি বুলি কম ভাষা নাই দাদা আমাৰ দাইভাৰ ভাই সকলৰ মনৰ অনুভৱ খিনি প্ৰকাশ কৰিছে ধ্যনবাদ দাদা

  • @dimpipriya3755
    @dimpipriya3755 3 года назад +43

    ৰোপম দা কথাবোৰ শুনি বহুত ভাল লাগিল। অমায়িক হয়।
    আগবাঢ়ি যাওক সদায়।

    • @rnarzy1719
      @rnarzy1719 3 года назад

      Third class Assam ese jati

  • @uddipannath4557
    @uddipannath4557 3 года назад +32

    জীয়া কাহিনীটি শুনিবলৈ পায় ধন্য মানিছো। মন চুই যোৱা এটি কাহিনী। সঁচাই বৰ প্ৰেৰনাদায়ক চৰিত্ৰ ৰূপম দত্ত। অসমীয়া নতুন প্রজন্মৰ বাবে তেওঁ প্ৰেৰণা। তেওঁ আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Julushreegogoi4645
    @Julushreegogoi4645 3 года назад +49

    ৰূপমদাৰ ব্যতিক্ৰমী জীৱনশৈলীয়ে বহু অনুপ্ৰাণিত কৰিলে। ধন্যবাদ দাদা

  • @beautykonwar427
    @beautykonwar427 3 года назад +5

    ৰূপম আমাৰ ডিমৌ এখন সাহিত্য শাখা আছে ২৬/১২/২০২০এখনি ঘৰুৱা বৈঠক অনুষ্ঠিত হৈছিল তাতে আপোনাৰ ব্যক্তিগত অনুভৱৰ গ্ৰন্থ খনি কথা ব্যক্ত কৰিলো আৰু আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় । আপোনাৰ গ্ৰন্থ ভাগী পঢ়িবলৈ আশা থাকিল ভবিষতে উজ্জ্বল হওক, বহুত বহুত ধন্যবাদ থাকিল।

  • @explorewithpartha
    @explorewithpartha 3 года назад +17

    সচায় বহুত ভাল লাগিল........ অনুপ্ৰাণিত কৰা কাহিনী... বহু ব্যতিক্রমী ব্যক্তিত্ব

  • @jamunaray7869
    @jamunaray7869 3 года назад +1

    সুন্দৰ জীৱন কাহিনী
    কামৰ কোনো সৰু বৰ নাই
    ৰূপম দা আপোনাৰ লিখা আৰু পঢ়িবলৈ পাম বুলি বহুত বহুত আশাৰে

  • @biswajitgogoi7686
    @biswajitgogoi7686 3 года назад +30

    প্ৰণয় দা...এনেকোৱা অনুষ্ঠান আৰু লাগে আমাক

  • @pranitadutta6422
    @pranitadutta6422 3 года назад +41

    জীৱনক মূল্যায়ন কৰি লিখা পুথিখন
    পঢ়িবলৈ আগ্ৰহেৰে বাট চালোঁ।

  • @sangeetasaikia8687
    @sangeetasaikia8687 3 года назад +6

    প্ৰণয়দা, খুবেই ভাল লগা অনুষ্ঠান আছিল । আপোনাক সেইদিনাৰ উন্মোচনী অনুষ্ঠানত লগ পাই একো কথা পতা নহল যদিও দেখা পাই ভাল লাগিল । এই ইণ্টাৰভিউটোৱে গোটেই অসম তোলপাৰ লগাই দিলে । আপোনাৰ লগতে ৰূপম দত্ত লৈও আন্তৰিক অভিনন্দন জনালোঁ ।

  • @ruchonsonowal9297
    @ruchonsonowal9297 3 года назад +3

    Bohut bhal lagil dadar kam ru kam korar hepah.. Kamor j kunu horu dangor kotha nai tarei ek udahoron .. Dadar kormo jibonir kothabur huni moi bhabu hokolue onupranit hoise ru hobo👍👍

  • @pbtablaclass956
    @pbtablaclass956 3 года назад +33

    আপোনাক সচাকৈয়ে বহুত বহুত ধন্যবাদ ৷ এনে অনুষ্ঠানে সমাজৰ বাবে আদৰ্শ হৈ ৰ’ব । আজিৰ সমাজত এনে আদৰ্শবান ব্যক্তিৰ বহুত প্ৰয়োজন আছে।

  • @sgdworld4581
    @sgdworld4581 3 года назад +18

    অতি প্ৰেৰণাদায়ক সাক্ষাতকাৰ।
    বৰ ভাল লাগিল।

  • @vhularanjan1948
    @vhularanjan1948 3 года назад +15

    ভাল লাগিল দাদা আপোনাৰ অভিজ্ঞতা কাহিনী শুনি ,,আগুৱাই যাওঁক

  • @swapnadas954
    @swapnadas954 3 года назад +2

    Salute... আপুনি নবপজন্মৰ বাবে এক অনুপ্রেৰণা। আপুনি আগবাঢ়ি যাওক, দীর্ঘায়ু হওক। 🙏🙏

  • @samiransharma1780
    @samiransharma1780 3 года назад +2

    ৰূপম দা আপোনাৰ কাহিনী বোৰ ফেচবুক ত পঢ়িছো।সঁচাকৈ বহুত ধুনীয়া অভিজ্ঞতা বর্ণনা কৰিছে।আগলৈও এনেকুৱা ধুনীয়া কাহিনী বোৰ লিখিব বুলি আশা ৰাখিলো।

  • @prakritirvlogs1463
    @prakritirvlogs1463 3 года назад +7

    বহুত মজা লাগিল৷দত্তদেৱৰ অকৃত্ৰিম কথা-বাৰ্তাত বিমুগ্ধ আৰু আপ্লুত হলো ৷

  • @manashpratimnath8247
    @manashpratimnath8247 3 года назад +5

    ঠিক কথা কৈছে দাদা আপুনি । ভাল লাগিল আপোনাৰ সকলো কথাই । ডাইভাৰৰ মূল্য ডাইভাৰ এজনে বুজি পায় ।। ডাইভাৰ জন অসমীয়া হ'লেও হিন্দীত কথা কব । আৰু পুলিচে কুকুৰৰ পোৱালী বুলি ব্যৱহাৰ কৰে । তাতে কিছুমান মানুহে দম দিব । ব্যৱহাৰৰ কোনো মা বাপ নাথাকে । মই নিজেই এজন ডাইভাৰ হয় । বহুত অভিজ্ঞতা হৈছে । অসমৰ সকলো ঠাইতে যাওঁ আৰু কেতিয়াও ব্যৱহাৰ কোন ঠাইৰ মানুহৰ ভাল ব্যৱহাৰ নকৰে । কেতিয়াবা বহুত খং উঠি যায় ।।।।

  • @jeevanravalekang9202
    @jeevanravalekang9202 3 года назад +1

    My Inspiration.... Proud of U Dada. Aagote aapunar Kotha jona hole aaru Aag barhibo parilu hole sage Jibonot. Best of Luck for Your Future 👍👍👍👍🙏

  • @ratnakantahazarika1659
    @ratnakantahazarika1659 3 года назад +5

    I am proud of this active energetic and courageous self confident Assamese young man. Thanks to him

  • @ridip5904
    @ridip5904 3 года назад +14

    Eman xundor interview....val lagil rupam dangoriyar kotha xomuh xuni....moiu vabi asilu driver buror uport kiba ata likha kotha...jiye nhouk...xokolu manuhe xonman puwar jugyo.....

  • @rahulgogoi6119
    @rahulgogoi6119 3 года назад +1

    সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ আৰু কি কম।। ভাষা নাই।। সকলোৰে বাবে উপকাৰী নিজৰ জীৱনৰ বাবে।।

  • @saratranjansarmah65
    @saratranjansarmah65 3 года назад +3

    ৰূপম দত্তৰ সাক্ষাৎকাৰতো বেচ আকৰ্ষণীয় আৰু ই নিশ্চয় বহুতকে কৰ্মৰ প্ৰতি প্ৰেৰণা যোগাব । আমাৰ আন্তৰিক শুভেচ্ছা থাকিল

  • @ankurjyoti6673
    @ankurjyoti6673 3 года назад +20

    প্ৰায় গুৱাহাটী যোৱা হয় ৰাতি.
    Bus অত উঠো 9.30 pm অত
    1am মানত জখলাবন্ধা ত নামো খাব লে
    পুনৰ Bus অত উঠো আৰু টৌপনি যাও.
    Morning যেতিয়া চকু মেল খাই দেখো খানাপাৰা পাই গলো.
    এটা আশা লৈ যাও আৰু মোৰ লগত বহুত যাই.
    আৰু অমাক Safe and Sound 🔊 লৈ যাই.
    So thank you for all the drivers of These Buses. May god bless all of you 😊
    Give respect and take respect.
    #enjoy #Nighttravelling #daytravelling #busride #respect

  • @lakshyadharuzir8188
    @lakshyadharuzir8188 3 года назад +5

    Rupon Da u r great human being..many people don't care about driver...1st time feeling nice atleast some one shows respect to driver...God bless you

  • @mintuyoungs6025
    @mintuyoungs6025 3 года назад +5

    ৰূপম দালৈ ধন্যবাদ জনাইছো আপোনাৰ কৃতকাৰ্য্যতা দেখি । আপোনি লিখা কিতাপ খন কত পোৱা যাব ।

    • @pranjitbayan9122
      @pranjitbayan9122 3 года назад

      ruclips.net/video/QyrvK_Bw20g/видео.html

  • @smitabaishya8122
    @smitabaishya8122 3 года назад +9

    Ur real Hero A big salute to you 🙏👏

  • @bitupanbaruah6335
    @bitupanbaruah6335 3 года назад +2

    আপোনাৰ কথাবোৰ শুনি মুখৰ ভাষা হেৰাই গৈছে,,,, যুৱ প্ৰজন্মৰ বাবে আপুনি আদৰ্শ হওঁক,,,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 😍😍

  • @himantagogoi6646
    @himantagogoi6646 3 года назад +1

    আপোনাক এনেই কিবা এটা ভাল লাগে খুড়া,ইমান সহজ সৰল মন,ইমান অমায়িক সচাই ভাল লাগে❤️❤️ আপোনাৰ নিচিনাকৈ আপোনাৰ ছোৱালী (আনুশা)ও প্ৰায় একেই। আপোনালৈ বহুত বহুত শুভেচ্ছাঁ থাকিল 🙏🙏

  • @dipenkumargohain5351
    @dipenkumargohain5351 3 года назад +2

    প্ৰথমে মই পঢ়ি ভাল পোৱা হিমালয়ৰ শিখৰে কন্দৰে পুঠি খনৰ লিখক প্রনয় বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলো এনে এটা অনুষ্ঠান কৰাৰ বাবে আনহাতে ৰূপম দত্তৰ কাহিনীৰ জবাব নাই। তেখেতৰ এই সত্য কথা আৰু ৰচিত পুঠি খনৰ জৰিয়তে ড্ৰাইভাৰ সমাজৰ প্ৰতি থকা জনসাধাৰণৰ দৃষ্টি আৰু কিছু নীতি নিয়ম নমনা ড্ৰাইভাৰৰ
    মন সলনি কৰিব ই নিশ্চিত।

  • @dhantaid6527
    @dhantaid6527 3 года назад +4

    হৃদয় চুই গল কাহিনীবোৰ.... ❤❤

  • @hemprasadgogoi5081
    @hemprasadgogoi5081 3 года назад +10

    Really Amazing. Thanks to both of you for revealing this human core life movement on Earth. Want more.

  • @banisaikia3208
    @banisaikia3208 3 года назад +2

    ধন্যবাদ ।আজিৰ যুৱকে এখেতৰ আদৰ্শ লব লাগে ।

  • @goplaycriticalops
    @goplaycriticalops 3 года назад +4

    This man is really great. Hat's off to this "Educated Driver". 👍

  • @mishingome4110
    @mishingome4110 3 года назад +17

    Inspired story 🙏real hero

  • @rajusarkar352
    @rajusarkar352 3 года назад +11

    You are a very interasting person and your life.god bless you.

  • @hiranyadeka6353
    @hiranyadeka6353 3 года назад +7

    দাদা আপোনাৰ কাহিনীবোৰ শুনি বহুত ভাল লাগিল

  • @ruplekhasaikia9591
    @ruplekhasaikia9591 3 года назад +1

    বহুত ধন্যবাদ ৷কিতাপ খন পঢ়িছো ৷

  • @dipankarsaikia4435
    @dipankarsaikia4435 3 года назад +2

    এটি ব্যতিক্ৰমী অনুষ্ঠান উপহাৰ দিয়াৰ বাবে My news ক অশেষ ধন্যবাদ

  • @rekhasaikia7336
    @rekhasaikia7336 3 года назад +7

    You are the real hero 👍👍👍👍👍👍👍

  • @lakhimisaikia2655
    @lakhimisaikia2655 3 года назад +2

    Realy inspirotioal life story...Rupom Dutta salute...

  • @sumeswariphukanofficial7217
    @sumeswariphukanofficial7217 3 года назад +5

    You are a successfull person not only as a driver but also a writer

  • @satyabittuu9784
    @satyabittuu9784 2 года назад +1

    Aaji aru sai asu

  • @bitupongogoi9718
    @bitupongogoi9718 3 года назад +1

    সচাকৈয়ে আপোনাৰ জীৱনশৈলী অতি অনুকৰনীয়। প্ৰতিজন অসমিয়া ডেকাই আপোনাৰ পৰা শিক্ষা লোৱা উচিত।

  • @tapandutta7449
    @tapandutta7449 3 года назад +8

    Inspiring news,,, congrats 👍 Mr Dutta

  • @manashiborah1009
    @manashiborah1009 3 года назад +9

    তেওঁক অসমীয়া যুৱক সকলে আদৰ্শ হিচাপে লোৱা উচিত বিশেষকৈ যিসকল যুৱকে পঢ়া শুনা কৰা বুলি ভাবি নিজকে যিকোনো কাম কৰিবলৈ নিবিচাৰে । কাৰণ তেওঁলোকে নিজকে বহুত বেছি জনা বুজাই । কামৰ সৰু বৰ নাই কাম কামেই আৰু গতিকে সকলোৱে তেওঁক আদৰ্শ হিচাপে লৈ কাম কৰি যোৱা ।

  • @nabadas8214
    @nabadas8214 3 года назад +25

    এনেকুৱা কাহিনী শুনি থাকিব মন যায়

  • @NK-it1ve
    @NK-it1ve 3 года назад +3

    Pranay bardoloi is one of my favourite person and this programme is just outstanding.the real hero journalist .

  • @dborah2370
    @dborah2370 3 года назад +3

    Bohut inspiration hobo pora news.protitu channelor newsbur bohut bar salu

  • @bimansaikia4305
    @bimansaikia4305 3 года назад

    মুখয়হে ড্ৰাইভাৰ বুলি হে জ্ঞান কৰে ।জ্ঞানী মানুহে কেতিয়াও ডাইভাৰক হেয় জ্ঞান নকৰে। মানুহে মানুহকতো দুৰৰে কথা অন্য জীৱকো কেতিয়াও হে জ্ঞান কৰিব নাপায়।মানুহৰ মানৱতা হে মানুহৰ পৰিচয় পাৱ পাৰি। আপোনাৰ মানৱতা বহু ওপৰত সেই বাবে আপোনাক কোটি বাৰ ধন্যবাদ জনাইছোঁ।

  • @chandramallikadeuri4151
    @chandramallikadeuri4151 3 года назад +2

    Superb show... Loved to hear Rupam Dutta. Will buy the book soon. Can't wait any longer.

  • @harunahmed7176
    @harunahmed7176 3 года назад +9

    Iman dhunia aadorxoban lorajon.... Hazar sallute tumaloi... 🌹🌹🌹

  • @monikangkanadeka193
    @monikangkanadeka193 3 года назад +2

    বহুত ভাল লাগিলে এওঁৰ আদৰ্শ বোৰ এই বোৰেই আচলতে প্ৰকৃত ব্যক্তি । তেওঁ ইমান ভাল ঘৰৰ লৰা হৈয়ো ড্ৰাইভাৰ কৰিছিল । কিছুমান নে ইমান লেভেল দিয়ে দুখীয়া ঘৰৰ হৈয়ো কি কম ।

  • @sangitaborah5519
    @sangitaborah5519 3 года назад +1

    Congratulations... Rupam da ur real hero 💗🙏🏻

  • @dipankarchangmai5487
    @dipankarchangmai5487 3 года назад +8

    This story says the real meaning of real life..

  • @alokkakoty7816
    @alokkakoty7816 3 года назад +2

    Bahut Bhal Lagil! Enekua anusthan aru sabole Pam buli asha thakil!

  • @saikiavlogs6277
    @saikiavlogs6277 3 года назад +3

    ৰূপম দা আৰু আগুৱাই যাওক আপুনি ,তাৰে কামনাৰে

  • @bipulsarmah7276
    @bipulsarmah7276 3 года назад +7

    Val lagil. Rupom Da 🙏🙏🙏🙏

  • @nikudas6110
    @nikudas6110 3 года назад +3

    Oti xundor..best of luck Rupam daa..

  • @arjunchetry1337
    @arjunchetry1337 3 года назад

    Bohut Val kitap ....hundar likhoni...aguwai jawak...u r great.

  • @rajibpegu9599
    @rajibpegu9599 3 года назад +4

    Salute Rupam da, God bless you

  • @umeshbaruah9215
    @umeshbaruah9215 3 года назад +2

    Very good xasha Katha kaiche bahut Val lagil

  • @bps5878
    @bps5878 3 года назад +1

    Bohut val lagil dei ❤️

  • @nipadeka1739
    @nipadeka1739 Год назад

    Sir aponak mor bhut besi val lage.aponar praibor program sao🥰🥰🥰🥰.dada jnk val lagil.kothabor bhut xikiblogia val loga.🙏🙏

  • @spananigogoichetia6171
    @spananigogoichetia6171 3 года назад +5

    বৰ ভাল লাগিল..... বিচিত্ৰ জীৱন

  • @Pankoj1743
    @Pankoj1743 3 года назад +3

    জীৱনটোত আগবাঢ়ি যাওক। তাৰে কামনাৰে ।

  • @altabhussain6194
    @altabhussain6194 3 года назад +7

    Rupam Da has much experience. I will meet him one day.

  • @rupamkalita2274
    @rupamkalita2274 3 года назад +4

    দাদা আপোনি সছাই Interesting । বহুত ভাল লাগিল।

  • @manashbhagawati3085
    @manashbhagawati3085 3 года назад +4

    Simple living and high thinking

  • @pinkukrdas2828
    @pinkukrdas2828 3 года назад +8

    বহুত ভাল লাগিল তেখেতৰ চিন্তা ধাৰা খিনি সচাঁকৈ একাগ্ৰতা থাকিলে জীৱনত বহু কিবা কৰিব পাৰি ধন্যবাদ ৰূপম ডাঙৰীয়া

  • @deborajray1985
    @deborajray1985 3 года назад

    Bohut val lagil kahini tu huni..kiba ata oviggota ahol❤️❤️❤️❤️

  • @johnmundri3692
    @johnmundri3692 3 года назад

    Bohut perona palu Thank you ❤️🌿🌾🌿🌿🌾🌹🌾🌾🌹🌾🌾🌾🌿

  • @pikubharali3804
    @pikubharali3804 3 года назад +1

    Xosai Val lagil aguai jua

  • @ankurraj1393
    @ankurraj1393 3 года назад +14

    ভাল লাগিল দেই ৰূপম ককাইদেউ আৰু প্ৰণয় দা

  • @_sajid1274
    @_sajid1274 3 года назад +3

    i love night super journey
    মই West Bengal Howrah ৰ পৰা Assam Sibsagar লৈকে আহিছো নাইত বাছত
    মই বহুত ভাল পাও Night super journey

  • @bulibordoloi2145
    @bulibordoloi2145 3 года назад +9

    রূপম দত্তর কাহিনী সচায়ে ভাল লাগিল। আগলৈ গৈ থাকা

  • @sureshgogoi808
    @sureshgogoi808 3 года назад +4

    হৃদয় চুই গল কাহিনীবোৰ

  • @bobyborah28
    @bobyborah28 3 года назад +12

    আচৰিত জীৱন ।খুব উৎসাহিত হ'লো ।

  • @princexhubhamchakraborty7762
    @princexhubhamchakraborty7762 3 года назад +15

    Congratulations Rupam da...U r the real hero❤️

  • @nimakshideka2598
    @nimakshideka2598 3 года назад +3

    আপুনি আদৰ্শ হৈ ৰওক নৱ প্ৰজন্মৰ বাবে,, তাৰে কামনা কৰিলোঁ🙏🙏

  • @nirupamdeka240
    @nirupamdeka240 3 года назад +9

    বহুত ভাল লাগিল । বৰ্তমান সমাজত আপোনাৰ নিচিনা মানুহৰ প্ৰয়োজন আছে ।

  • @binapanipawe2069
    @binapanipawe2069 3 года назад +4

    আপোনাৰ, আদৰ্শ দেখি মই সচাঁই আপ্লুত হৈছো👍

  • @aruprajkhowa4280
    @aruprajkhowa4280 3 года назад +3

    ভাল লাগিল আপোনাৰ কথাবোৰ

  • @sarifuddin7021
    @sarifuddin7021 3 года назад

    Val lagila dada apunar kahinitu Jani aru apuni aguai jawk apunar pora akow anakua val kitap akow Pam buli axa rakhilu .Pronam Rupam da.

  • @rupsikhadas8665
    @rupsikhadas8665 3 года назад +1

    apunar ncna ajon biyaktir pra hikibo bht asa ..apur kth bur anuperana juagai amk.. salute u sir

  • @sortstatussong4254
    @sortstatussong4254 3 года назад +18

    Hosai bohut vl lagil, ajir pora driver poti sinta dhara bohut holoni hol

  • @nikhilkrmohan4157
    @nikhilkrmohan4157 3 года назад +2

    Bôhut hundar Vl lagil

  • @kamrulkhan3462
    @kamrulkhan3462 3 года назад +14

    rati bus driver hokolor kosto deki morom lage...ami tupuni maru teolke gari cholai jai....best wishes for his book.

  • @barsharay3016
    @barsharay3016 3 года назад +9

    Ki mje mje tnekua k kre newstut,val nlage, continue kri dbo lge.

  • @parikshitkonwar9847
    @parikshitkonwar9847 3 года назад +6

    Mozzaa...Rupom da r jiobon kahini....anykwa hbo lgy Manuhor Life..🔥🔥🔥🔥🔥🔥😍😍😍

  • @sabitadutta1520
    @sabitadutta1520 3 года назад +6

    ভাল লাগিল ৰুপম

  • @tulonjyotigohain6557
    @tulonjyotigohain6557 3 года назад +2

    Hosai bohut val lagesa Amer apunar khotha bur huni dada

  • @gunindas9326
    @gunindas9326 3 года назад +6

    আপুনি আন দহ জনৰ বাবে অনুপ্ৰেৰণা হব পাৰে আপোনাৰ দুটা খণ্ড চালোঁ মোৰ কিন্তু আপোনাৰ কথা বিলাক ভাল লগিছে ।

  • @sankarpurlakhimpur8436
    @sankarpurlakhimpur8436 3 года назад

    A Assamese real hero. Congresulation

  • @pabitranath5415
    @pabitranath5415 3 года назад +1

    Bohut bhal lagil.....dhaniyabad rupam da.....kabaloi bhasa nai aru.

  • @dr.jubarajkalita2027
    @dr.jubarajkalita2027 3 года назад +1

    Khub bhal lagil.. Apunak log pabo lagibo

  • @basanti9025
    @basanti9025 3 года назад +3

    Bohut val lagil Dada

  • @basantabora1272
    @basantabora1272 3 года назад +3

    Bohut val lagil kothakhini huni