ডাঙৰ খবৰ।চিকিৎসকে পদত্যাক কৰা কাৰণ শুনি চক হ'ব আপুনি।/virel news

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024

Комментарии • 340

  • @khagendrajitthakuria2249
    @khagendrajitthakuria2249 2 месяца назад +21

    অতি নিৰ্মম সত্য বিশ্লেষণ অসমৰ চিকিৎসা বিভাগত ঘটি থকা কৰ্ম কাণ্ড।

  • @ajitsarma8237
    @ajitsarma8237 Месяц назад +1

    বিৰু বাৰি, বি বৰুৱা হচপিতালত গৈ চাব কেনেকৈ চলিছে । কিমান কষ্টকৰ । এজন ডাক্তৰ চৌধৰী উপাধি ধাৰি এজনে আকৌ গামোচা খনৰ ওপৰতে বহি থাকে 😥 কি দুখৰ কথা । তাত কি হৈ আছে এবাৰ গৈ চাব বুলি আশা কৰিলো 🙏 মই চাৰি জন ৰোগীক লৈ গৈছিলো আৰু বহুত দেখিলোঁ কি আচৰিত কান্দ চলি আছে ।

  • @RakeshDoley-hj1lm
    @RakeshDoley-hj1lm 2 месяца назад +7

    এক দম সঁচা কথা । সকলো ৰোগীৰ আৰু অভিভাৱকৰ সন্তোষ জনক নহয়। এচাম চিকিৎসক আৰু কৰ্মচাৰী ৰ আচৰণ বোৰে ৰাইজক কষ্ট দিছে।

  • @manjubarman1855
    @manjubarman1855 2 месяца назад +34

    ১২টা অভিযোগ ১০০%সঁচা।চিকিৎসক, নাৰ্চৰ কথা কবই নালাগে,মুখৰ মাতেই দিবলৈ টান পায়।

  • @khagenborgohain5600
    @khagenborgohain5600 2 месяца назад +23

    চৰকাৰে সকলো দিয়াতো মিছা , এইয়াই সত্য । ।

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 2 месяца назад +14

    আপুনি এশ শতাংশ সছা কথা কৈছে মহাশয় আপুনি যি কৈছে তাতকৈ বেছি অ, সুবিধা আছে আপোনাক ধন্যবাদ এই খিনি সাহসেৰে প্ৰকাশ কৰিছে অকল যোৰহাট মাজূলিত নহয় গোটেই অসমতে এই অৱস্থা ।

  • @nobirhussainlike3946
    @nobirhussainlike3946 2 месяца назад +1

    সঁচা কথা কবলৈ গলে সত্য কথা দাঙি ধৰিছে।

  • @JagatChetia-qq3qj
    @JagatChetia-qq3qj 2 месяца назад +9

    চৰকাৰৰ চাকৰি কৰি দৰমহা। লবলৈ হে ভাল।ভাল সেৱা কৰিবলৈ কোনো কৰ্মচাৰিয়ে মন নকৰে।

  • @BhairabSaikia-nn5bh
    @BhairabSaikia-nn5bh 2 месяца назад +18

    চৰকাৰী হাস্পাতাল মানে দৰবৰ দিঘলীয়া লিষ্ট ।বেমাৰৰ লগত দৰব নিমিলে।

    • @shriatiramrabha9388
      @shriatiramrabha9388 2 месяца назад +1

      দৰৱৰ লিষ্ট যিমান দীঘল হয় সিমানে টকাৰ জলোৱা খনো মতা হয়। আপুনি নিশ্চয় জনে।

  • @BikashRoy-td4pf
    @BikashRoy-td4pf 2 месяца назад +11

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয় খনত ৰোগীৰ অভিভাৱকে কিবা সুধিলে সঠিক উত্তৰ ডাক্তৰ আৰু নাচৰ পৰা পোৱা নাযায়। কেৱল তেজৰ পৰীক্ষা আৰু ঔষধৰ এখন দীঘলীয়া তালিকা। কোনজন ডাক্তৰৰ তত্বাৱধানত ‌চিকি‌ৎসা চলে গম পোৱা নাযায়। মোৰ ব্যক্তিগত অভিজ্ঞতা

    • @simadas80
      @simadas80 2 месяца назад

      লক্ষীমপুৰ নাচ ডাকটৰ সকলে কেচুরা জন্ম হোৱা পাছত কনদোলা ব্যৱহাৰ কৰি মোৰ নাতি জনী হাতটো বেয়া কৰি পেলালে ফলত ডিবুগৰলৈ পঠাই দিয়া হয়

  • @moshmibarman7661
    @moshmibarman7661 2 месяца назад +2

    বৰ্তমান গাৰ নোম শিয়ৰি উঠা তিনিটা ভয়াবহ কাৰণ হল পুলিচ ডক্টৰ আৰু চৰকাৰ ।।।

  • @sabitachetia5508
    @sabitachetia5508 2 месяца назад +3

    একদম সচা কথা কৈছে

  • @movimovi9654
    @movimovi9654 2 месяца назад +1

    Cent percent true and correct.. Thanks for courageously reporting this issue..

  • @ajaiborbora5341
    @ajaiborbora5341 2 месяца назад +8

    গছ পুলি ৰোৱাৰ নামত ২৭ কোটি টকা শৰাধ কৰিলে। অথচ চিকিৎসালয়ৰ সামান্য মেচিন কেইটা সক্ষম ৰাখিব নোৱাৰে।

    • @PutulkalitaPutulkalita-r5p
      @PutulkalitaPutulkalita-r5p 2 месяца назад

      Himanta এজন দিন ডকাইত হয়। তাতনো ৰাইজৰ কি মঙ্গল হৱ ।একো নহয়। ধ্বংসহে হৱ

  • @kamalpadun2969
    @kamalpadun2969 2 месяца назад +4

    এ য়া ই অসমৰ উ ন ন তি হাঁহি উঠে মো ৰ❤

  • @bhupenkumar8191
    @bhupenkumar8191 2 месяца назад +64

    Medical services Mane rugi service. Sarkare fatadhul bajaboi.Kintu sab nesel sarkarat medical college banabor babe manuh asei .Sarkare fatadhul bojab.Kintu manuh medical k loi khushi nahai . Hopeless department hopeless work.

    • @pksharma-fh6yg
      @pksharma-fh6yg 2 месяца назад +5

      Padatyak nohoihe padatyag :blul nokoriba

    • @hitramdeka
      @hitramdeka 2 месяца назад +3

      Blul nohoihe bhul

    • @prabinkrgogoiprabinkrgogoi3304
      @prabinkrgogoiprabinkrgogoi3304 2 месяца назад

      Hospital Management is one of the basic factor for smooth functioning . Besides, Govt should construct hospital building not for show or claim , but it should be well equipped with man power, machineries etc. before opening. Further, it is ridiculous to note that sonography / CT scan machines in private hospitals always remain active whilst it is not so in govt hospitals. Accountability may bring changes at least.

    • @ChabilLahkar
      @ChabilLahkar 2 месяца назад

      ​@@pksharma-fh6yg very good anuu
      😭

    • @ReetaTalukdar
      @ReetaTalukdar Месяц назад

      Amm

  • @Arbicff
    @Arbicff 2 месяца назад +7

    মানুহ মাৰি টকা ঘটা অসমৰ ডক্তৰ

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 месяца назад +14

    আজিকালি চৰকাৰী চিকিৎসালয়ত সেৱা শব্দতো উঠাই গতা শব্দটো বহুৱাই দিয়াতোয়েই উত্তম হ'ব।।

    • @manujkrhazarika102
      @manujkrhazarika102 2 месяца назад +1

      সেৱাৰ ঠাইত টেটুচেঁপা শব্দটি ব্যবহৃত সব লাগে ।

  • @pabitranath4675
    @pabitranath4675 2 месяца назад +2

    অসমৰ চৰকাৰী চিকিৎসালয়ৰ বিষয়ে যিখিনি সুনিলো বহুত কম। বহুত বাকী থাকিল । গোটেই ৰাতি শুনিলেও শেষ নহব যেন লাগে।

  • @BhimkantaDoley-zw3rk
    @BhimkantaDoley-zw3rk 2 месяца назад +5

    আজিৰ অসমীয়াই নিজকে নিচিনিলে অসম ৰসাতলে যাব।কাৰন এই জন নায়কৰ অভিনয়তে আমাৰ অসমখন বহু বছৰ ধৰি লুট পাট কৰাৰ উদাহৰণ আছে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 месяца назад +7

    বিজেপি অপশাসনৰ বাবেই এনে কাণ্ড ঘটিছে।আকৌ এবাৰ বিজেপি চৰকাৰ!!!!!

    • @DebajitBorah-yf8dq
      @DebajitBorah-yf8dq 2 месяца назад

      ১৯১০ ত ম ই এবাৰ ডেলিভাৰী এগৰাকীক ভৰ্তি কৰোতে ডাক্তৰ বীলাকে বেজী দী থাকে মাজে মাজে আৰু সময় নাই হোৱা ক ই কিন্তু মানুহ জনি মিএ প্ৰাই হয় তেতিয়া ওচৰতে থকা এগৰাকী য়ে কলে ডাক্তৰ ক কিবা এতা দী দিয়ক ম ই ডক্টৰ ক সুধিলু ম ই কি দীব লাগিব তেতীয় মুক২৪০০ থকা বিচাৰীলে আৰু তেতীয়াসে মোৰ পত্নী ক চিজাইন কক্ষত নিয়া হ'ল এয়া কঙগেচ চৰকাৰৰ দীনৰ কথা

  • @rameswardeka5539
    @rameswardeka5539 2 месяца назад +3

    মাতৃভাষা বিভাগৰ শিক্ষানূষ্ঠানৰ মৃত্যুৰ পাছত এচাম অন্যান্ন বিভাগৰ এচাম অতি সংস্কাৰহীন তথাকঠিত অসংস্কাৰিত শিক্ষিত লোকে কেতিয়াও সাধাৰণ নাগৰিকৰ সেৱা কৰিব নোৱাৰে-----

  • @dineshrabha2401
    @dineshrabha2401 2 месяца назад +3

    একেবাৰে সচা কথা । আন্তঃগাঠনি সুনিশ্চিত কৰিব নোৱাৰিলে ৰুগীয়ে কষ্ট ভোগ কৰাৰ বাদে অন্য উপায় নাই কাৰন এই চৰকাৰ মিছা কথাৰ ফুলজাৰি মাৰাত মাষ্টাৰ । আৰু ডাক্তৰ সকলেও সচা কথাত ৰোগীৰ পৰা দূৰত থকাটো কিয় পৰিলক্ষিত হয় ?

  • @parthakonwar4256
    @parthakonwar4256 2 месяца назад +2

    চৰকাৰি চিকিৎসালয় বোৰ ধ্বংস কৰাৰ মূল অভিযুক্ত হল স্বাহ্য ম ন্ত্ৰী। মন্ত্ৰীয়ে হস্পিতেল খুলিছে।মন্ত্ৰী হোৱাৰ পাচত দুহাতে ধন ঘটিবলৈ লাগি যায়।সমাজৰ উন্নতিৰ কথা পাহৰি যায়।ৰাইজৰ হাতত ধৰা পৰিলে তদন্ত ঘোষণা কৰে।অবশেষত ফুটুকাৰ ফেন।নিলাজ মন্ত্ৰী ।এনে দুৰাচাৰ মন্ত্ৰীবোৰে দালালৰ সহায়ত মন্ত্ৰীৰ চকীখখন লয়!অসমৰ সকলো প্ৰইভেট চিকিৎসালয় বন্ধ্ৰ কৰি দি চৰকাৰী চিকিৎসালয়বোৰ শক্তিশালী কৰিলে ৰাইজৰ সমস্যা নাথাকিব।

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f 2 месяца назад +1

    চৰকাৰী চিকিৎসালয়ত চিকিৎসকসকলে ভিজিত ল'ব নোৱাৰে্ কিন্তু সেইজন চিকিৎসকে বয়কতিগত চেম্বাৰ খুলি প্ৰতি গৰাকী ৰোগীৰ পৰা পাঁচ শ টকাকৈ ল'ব পাৰে

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq 2 месяца назад +3

    মানুহৰ মনত সেৱাৰ মনোভাৱ থাকিব লাগিব।আচাৰ ব্যবহাৰ ,কথা বতৰা, আদিয়ে ৰোগীৰ কাৰণে এক অসুস্থ পৰিবেশ হে তৈয়াৰ কৰে।চিকিৎসা বহু দূৰত।

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y 2 месяца назад +2

    মন্ত্ৰী বিধায়ক সকল ৰাইজ ৰ কল্যাণ ৰবাবে মন্ত্ৰী বিধায়ক হোৱা নাই নহয় তেওঁ লোকৰ নিজৰ উন্নয়নৰ বাবে হে হৈছে। ৰাইজৰ নাজল নাথল অবস্থা শুনি লেও গাত কথা লগাই নলয়। ডাক্তৰ নাৰ্চ যি সকল ক নিয়োগ কৰিছে সকলো অবশ্য নহয় এওঁলোক নৈতিক ভাবে কিমান সুস্থ ভাবিলে আচৰিত হবলগীয়া হয়

  • @FatimaAktara
    @FatimaAktara 2 месяца назад

    Your openion is 100% right

  • @BROJENBORUAH-m3y
    @BROJENBORUAH-m3y 2 месяца назад

    100% Right

  • @kalpanadas1724
    @kalpanadas1724 2 месяца назад +3

    বাহিরে ৰংচং ভিতৰত কোৱা ভাটুৰী | বিল্ডিং দেখিলেই ৰোগী ভাল হব বুলি ভাবে নেকি?

  • @TILOKBAISHYA
    @TILOKBAISHYA 2 месяца назад

    Very good News

  • @BasedAli-gf6jk
    @BasedAli-gf6jk 2 месяца назад

    Very important news

  • @jatindas7461
    @jatindas7461 2 месяца назад

    Very good speech

  • @purnadaimari253
    @purnadaimari253 2 месяца назад

    Thankyou very much, you are right sir.

  • @SumantakumarDas-u7q
    @SumantakumarDas-u7q 2 месяца назад

    Thank you Anupam da for exposing the real picture of Government Hospitals in Assam . We have a bitter experience in this regard.

  • @স্মৃতিহাজৰিকাগগৈ

    আমি পঢোৱাই থকা ডাক্তৰ কহে ৰোগীক চোৱাচিতা কৰা দেখিছো আৰু তেওলোকৰ অমানৱীয়তাৰ বাবে মোৰ ভাইটিৰ মৃত্যু মুখত পৰিলে মই দেথিলো তেওলোকে পানী2 বুলিলেও খাব নিদিলে ২,৩ ঘণ্টা ৰ পাছত ভাইটিয়ে মৃত্যুক সাৱটিলে । আপোনালোকলৈ এটাই অনুৰোধ পঢ়ি থকা ডাকতৰে যাতে চাব নোৱাৰে তাৰ পতি জনসাধাৰণে লক্ষ্য ৰাখিব লাগে।

  • @alhazuddin7378
    @alhazuddin7378 2 месяца назад

    Very good speech Thank you

  • @JogenTudu-lo7tg
    @JogenTudu-lo7tg 2 месяца назад

    Ey kotha rayir dhonobad thanks.

  • @nobinjorden8354
    @nobinjorden8354 2 месяца назад +1

    চৰকাৰী চিকিৎসকৰ চৰকাৰী হস্পিতালত এটা ৰূপ আৰু তেওঁৰ প্ৰাইভেট ক্লিনিকত এটা ৰূপ ,আকাশ পাতাল পাৰ্থক্য

  • @UNIVERSALENTERTAINMENT-bx3nq
    @UNIVERSALENTERTAINMENT-bx3nq 2 месяца назад

    ভয়ানক অৱস্হা ! নিজ চকুৰে দেখিছো চৰকাৰী চিকিৎসালয়ৰ এই অৱস্থান ………!………

  • @kirttanaramdas9381
    @kirttanaramdas9381 2 месяца назад

    অসমৰ মাননীয় মন্ত্ৰী বিধায়ক সকলৰ সাধাৰণ ভাৱে ভৰিত দুখ পালে অসমৰ বাহিৰৰ চিকিৎসালয়ত গৈ চিকিৎসা কৰাটোৱেই আমাৰ অসমৰ চৰকাৰী চিকিৎসালয় সমূহৰ ফোপোলা স্বৰূপ নিজে নিজেই উদঙাইছে।

  • @PuspaBorah-p7n
    @PuspaBorah-p7n 2 месяца назад +2

    ঠিকেই কৈছে ৷

  • @LakrishnaChetia
    @LakrishnaChetia 2 месяца назад +7

    Thik kotha koise

  • @PabitraBora-pn8dm
    @PabitraBora-pn8dm 2 месяца назад

    Goodnews

  • @RijumoniAli
    @RijumoniAli 2 месяца назад

    All right hosa kotha.i am from Dhakuakhana no 1 khelimeli hoi eat

  • @lankeswardas1596
    @lankeswardas1596 2 месяца назад

    Good news

  • @rigensaikia7682
    @rigensaikia7682 2 месяца назад

    চিকিৎসক সকলো মানুহ, গাওঁ অঞ্চলত তেখেত সকলৰ চিকিউৰিটিৰ সমস্যাটোৰ ওপৰত মনোনিবেশ কৰক । সাধাৰণ জনতাই তেওঁলোকৰ ৰোগী জন চিকিৎসকক দেখুৱাবলৈ যাওঁতে অন্তত এইটো মনত ৰাখা দৰকাৰ যে সেই বিশেষ চিকিৎসক জন কিমান সময় ধৰি আগতে আহা ৰোগীক চিকিৎসা কৰি আছে , তেওঁ বাৰু ভাগৰুৱা নেকি। মই কি কৱ বিচাৰিছোঁ বুজি পাইছে চাগৈ

  • @bibhadas5650
    @bibhadas5650 2 месяца назад +2

    Ajir 99% doctor tokar lobhot thake.

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 2 месяца назад +15

    ১০০% সছা অভিযোগ মই পাইছো , সকলো কৰমচাৰী অভদ্ৰ

  • @bijaykumardas272
    @bijaykumardas272 2 месяца назад +2

    বাক্সাৰ শালবাৰীৰ পৰা,বৰপেটা মেডিকেলত ডক্টৰে3/4 টা টেষ্ট লিখিছে , যেতিয়াটেষ্ট কৰিব যাও তেতিয়া লেবৰতৰিৰ কৰ্মীৰ উত্তয আজি নহব কালি আহক , যেতিয়া মই চুপাৰভাইজাৰক কও , তেতিয়া মোক বিচাৰি বিচাৰি পৰীখ্যা বিলাক কৰি দি লে এইবিলাক কি। হয়

  • @DilipKumarBordoloi-qn7ip
    @DilipKumarBordoloi-qn7ip 2 месяца назад

    মুখ্যমন্ত্ৰী জন ১০বছৰ *একেলেথাৰিয়ে স্বাস্থ্য মন্ত্ৰী আছিল।*কৰ্ম সংস্কৃতি গঢ়িব নোৱাৰিলে।
    *প্ৰত্যেক জন চিকিৎসক বজৰুৱা।
    *ৰোগীৰ প্ৰতি দুৰ্ব্যৱহাৰ নিয়মীয়া ব্যৱস্থা।
    *দালাল বোৰ বহুত সক্ৰিয়। আৰু বহুত।

  • @prasannagogoi9335
    @prasannagogoi9335 2 месяца назад

    আপোনালোকৰ কথা এশ শতাংশই শুদ্ধ৷

  • @HelalAhmed-y7q
    @HelalAhmed-y7q 2 месяца назад +1

    ❤❤ very good information ❤❤.

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 2 месяца назад +4

    এইবোৰ‌ই হৈ আছে নেকি?‌ তেতিয়াহলে চৰকাৰ খনে ইমান উন্নয়নৰ ফটা ঢোল কোবাই যে ?

  • @suhaelakhtar7815
    @suhaelakhtar7815 2 месяца назад

    Doctor আৰু nurse য়ে ৰুগীক কেনেকৈ behaviour কৰিব লাগে তাৰবাবে বিশেষ compalsary course এটা থাকিব লাগে , অন্অথা তেওলোকৰ কুকুৰলেখিয়া behaveৰ কাৰনে ৰুগী বেছি ৰুগীয়া হোৱা দেখা যায়

  • @minabaro7831
    @minabaro7831 2 месяца назад +1

    10000% right ..I went to mangaldoi civil hospital taking my pregnant wife but seeing the campus and medical hall I came back without consulting any doctor..I was vomiting due to too much dirty situation

  • @haragobindaboruah8419
    @haragobindaboruah8419 2 месяца назад

    Right... Khosha kotha Kaise...kunuedharar kotha dr or nurse precntr kotha nukhune...

  • @GCNath-ed7im
    @GCNath-ed7im 2 месяца назад +2

    একদম সঁচা কথা কৈছে দাদা,01,04,2024 তাৰিখে মোৰ বা ও হাতখন বাথৰুমত পৰি হাড় এডাল ফাটিলে এস্কৰে কৰিব লগাত পাঁচশ টকা ভৰি বাহিৰত কৰিব লগা হল,প্লাষ্টাৰ কৰিলে যেনেকে তিনিদিন পিচত প্লাষ্টাৰ টো ধিলা হৈ ঘুৰি ফুৰিব ধৰিলে প্লাষ্টাৰ ঘুৰিলে হাড় যোৰা হবনে বাৰু,এ ই হব উন্নয়ন

    • @kailyandas1245
      @kailyandas1245 2 месяца назад +2

      তেজপুৰ মেডিকেল কলেজটো দুৰ অৱস্থা বহুত বেয়া । তাটো চকু দিয়ক ।কমচাৰী নাচ বিলাকৰ বেৱহাৰ বোৰ বেয়া । লেটিং বাথৰুম অৱস্থা বেয়া । ৰোগী জাব নোৱাৰী ।

  • @NazrulIslam-bo5qx
    @NazrulIslam-bo5qx 2 месяца назад +2

    সম্পূর্ণ সঁচা কথা। এই প্রচাৰত কিবা পৰিবৰ্তন হব যানো।

  • @SkullGamesYT904
    @SkullGamesYT904 2 месяца назад

    হয় একেবাৰেই সত্য
    একমত 👍

  • @hemantamahanta5578
    @hemantamahanta5578 2 месяца назад

    মাজুলী বুলিয়ে নহয় অসমৰ কোনো চিকিৎসালয়ত একো ঔষধ বেজী বা ভাল চিকিৎসকসা একো নাই ।

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs 2 месяца назад

    অসমত কিনো ভাল আছে না চিকিৎসা ব্যৱস্থা,না শিক্ষা ব্যৱস্থা।

  • @debenhandique9958
    @debenhandique9958 2 месяца назад

    বিগত ১০বছৰত এই বিজেপি চৰকাৰ খনে চিকিৎসা বিভাগটো বাদেও সকলো চৰকাৰী সংস্থা বিলাক ধংশ কৰিলে।

  • @BakkumBhai
    @BakkumBhai 2 месяца назад

    Ba shok. right🎉

  • @kingcobragaming7689
    @kingcobragaming7689 2 месяца назад +4

    আমাক ভাল চিকিৎসা দিয়াটো চৰকাৰৰ কৰ্তব্য কাৰণ এইবোৰ আমাৰ টএকচৰ পেচা।

  • @BikashRoy-td4pf
    @BikashRoy-td4pf 2 месяца назад +1

    নগাঁও চহৰৰ নিদান চিকিৎসালয় খনত এৰাতি আই চি ইউত ৰাখি যোৱা মে' মাহত প্ৰায় 28000টকা দিব লগিয়া হৈছিল। এইবোৰ ক নাকি লগাব লাগে

  • @BajongRongpi
    @BajongRongpi 2 месяца назад

    This is true happening in every big govt. Hospital in Assam, Govt should be transformed for dev.of public health.

    • @BajongRongpi
      @BajongRongpi 2 месяца назад

      Yes, a civil hospital is necessary in every dist. H/Q of Assam as earlier precedents.

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 2 месяца назад +2

    Dibrugarh AMC ake obostha. Dibrugarh AMC Dr hokol beleg hospital loi jai akol Paisa ghotibo karone.

  • @JyotiBuraguhain
    @JyotiBuraguhain 2 месяца назад

    চৰকাৰী চিকিৎসালয়ত ঔষধ পোৱা নাযায় দিঘলীয়া লিচ দিয়ে,বাহিৰতহে কিনিব লগা হয়।

  • @pareshnath4649
    @pareshnath4649 2 месяца назад +10

    বেয়া কথাটো কোৱাতকৈ অসমৰ খুৱ ভাল চৰকাৰী চিকিৎসালয় বা চিভিল হস্পিতাল আছে সেইটো কওঁক৷

  • @bhogendrapagag245
    @bhogendrapagag245 2 месяца назад

    100% correct.

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 месяца назад +2

    আপোনাৰ কথা শুনাৰ পাছত আৰু ডাক্তৰে ৰিজাইন দিব ।
    তাৰ পাছত হস্পিটেল বিলাক ব্যক্তিগতকৰন কৰাই ভাল হব। কেষবে খাই থৈ গল।

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs 2 месяца назад

    শেষ হ'ল, সকলো শেষ। সাধাৰণ ৰাইজ উপায়হীন।
    আমিনো আৰু কি কৰিব পাৰি? সকলো শেষ।😢😢😢

  • @anjumonigogoi7041
    @anjumonigogoi7041 2 месяца назад

    সচা কথা আটাইকেইটাই অভিযোগ সত্য । এই কেইটা অভিজ্ঞতাৰ আছে আমাৰ।

  • @anukulrabha5766
    @anukulrabha5766 2 месяца назад

    তথাপি হিমন্তই কিমান ফটা ঢোল বজায় ।

  • @birenchoudhury9430
    @birenchoudhury9430 2 месяца назад

    অভিজ্ঞ ডাক্তৰৰ অভাৱ চিকিৎসালয় বোৰত অনুপম

  • @gayatridevi6960
    @gayatridevi6960 2 месяца назад

    সকলোতে চিণ্ডিকেট । গতিকে। চিকিৎসা তো চিণ্ডিকেট চলিছে যেন লাগে। মই নিজে ভুক্তভোগী । বৰপেটা মেডিকেল কলেজ খনত m r i মেচিন উদ্ধোধন কৰাৰ পোন্ধৰ দিন মান পিছতে গৈছিলো এম আৰ আই কৰিবলৈ। কিন্তু তাত ডাক্তৰৰ কথা শুনি আচৰিত হৈছিলো।ডাক্তৰে কলে মেচিন আছে কিন্তু চলোৱা আৰু ৰিপোৰ্ট দিয়া মানুহ নাই। এয়ে হল চৰকাৰী চিকিৎসা লয়।

  • @AhimanNayak
    @AhimanNayak 2 месяца назад

    চৰকাৰী হস্পিতালত ৰোগীৰ কোঠাত এচি কিয় যোগান ধৰা নহয়, যিহেতু আমাৰ টকাৰে হস্পিতাল নিৰ্মাণ কৰা হয় 😂

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 месяца назад

    Right👍

  • @BhudinGogoi
    @BhudinGogoi 2 месяца назад +1

    Very fruitful discussion

  • @NandeswarSaikia-d7t
    @NandeswarSaikia-d7t 2 месяца назад

    সকলোতে Administration বেয়া।চৰকাৰে চকুমুদি থাকে আৰু লগতে অনুষ্ঠানটোৰ মুৰব্বী সকলেও নিজৰ 'ধান্দাত' লাগি কলেজ খন বা হস্পিটেলৰ উন্নয়নৰ কথা পাহৰি যায়।আজি দহ পোন্ধৰ বছৰ মানৰ পৰা মেডিকেলত পঢ়িলে দুটা কথা শিকে এক ডাক্টৰী বিদ্যা আৰু দুই অমানবীয় হোৱাৰ শিক্ষা।

  • @ff2616gaansayudur
    @ff2616gaansayudur 2 месяца назад

    Right speach

  • @chayasardar5737
    @chayasardar5737 2 месяца назад +1

    Bohut val aluchona

  • @MakhaniBuragohain
    @MakhaniBuragohain 2 месяца назад

    চৰাইদেউ জিলাৰ সাপেখাতি মডেল চিকিৎসালয়ত ৰুগী চাবলৈ ডাক্তৰ সংখ্যা কম, সময়মতে, ডাক্তৰ নাপায়, লগতে প্ৰয়োজনীয় পৰীক্ষা গাৰত কোনো লোকৰ নিযুক্তি নাই, কিন্তু ৰুগী যঠেষ্ট গ্ৰাম্য অঞ্চল হয়।

  • @AnilKumarDutta-u3m
    @AnilKumarDutta-u3m 2 месяца назад +1

    আমাৰ ডাক্তৰ বোৰ তেজ পিয়া

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we 2 месяца назад +4

    আজি অলপ দিনৰ ভিতৰত দিবোগয়লে গৈছিল৷ কিন্তু দেখি অবাক হলো কবলে বিয়া লগা

  • @mohanpanging8351
    @mohanpanging8351 2 месяца назад

    💯 right

  • @allaluddin1741
    @allaluddin1741 2 месяца назад

    এইবিলাক সত্য কথা

  • @parmananda2808
    @parmananda2808 2 месяца назад +5

    অসমৰ সকলো সাংবিধিক সকলে অসমৰ স্বাস্থ্য-মন্ৰীক প্ৰশ্ন কৰিব লাগে আৰু এইদৰে নিউজ আৰু ইউটিউবৰ দ্বাৰা আমাৰ দৰে জনতাক জনাব লাগে ’ এয়াই সাংবাদিকৰ পৰম ধৰ্ম হব লাগে

  • @KrishnaBhuyan-qk3bd
    @KrishnaBhuyan-qk3bd 2 месяца назад +2

    It is authentic picture of todays all medical college s of Assam.Assam Govt.is always telling lies.

  • @ga7-
    @ga7- 2 месяца назад

    Hosa kotha dada. Anupom sar aapunar kotha bohut val loga. Lakhimpur tu phupula

  • @nijaradeka680
    @nijaradeka680 2 месяца назад

    Right

  • @manjugohain6786
    @manjugohain6786 2 месяца назад

    দুখৰ কৰা অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ খাদ্য বিভাগটো অতি পয়ালগা । যেতিয়া চকু বিভাগত চিকিৎসাধীন হৈ আছিলো তেতিয়া ৰোগীক দিয়া খাদ্য দেখি মোৰ চকু কপালত উঠিল । কাৰণ আজিৰ তোলনাত আজি কিছুবছৰৰ আগলৈকে বহুত উন্নত আছিল । তেতিয়া মেডিকেলৰ খানা সকলোৱে খাব পাৰিছিল । কিন্তু আজি বৰ্ত্তমান মেডিকেলৎ খাজনা গাহৰি আৰু তাত থকা এন্দুৰ,চিকাৰ আৰু দালহলীয়া আদিৰ খান্না হয় । তাৰ কাম কৰা চুই পাৰে নিজৰ গাহৰি থানা লৈ যায় ।অতি সাহ্যকৰ কথা তাত আৰি থোৱা খাদ্য তালিকাত সপ্তাহত এদিনো নিৰামিষ নাই । সুন্দৰ ভাল খাদ্য । কিন্তু বাস্তৱত তাৰ বিপৰীত । সেই সকলো বিলাক লক্ষ্য কৰি তেতিয়া এটা আৰ্টিকল অগ্ৰদূত কাকতত "অসম মেডিকেল কলেজৰ খাদ্য বিভাগৰ বিসংগতি " নামাকৰণে প্ৰকাশ পাইছিল । কিন্তু কি হ'ব সকলো অৰন্যৰোদন ।

  • @mainulhaque1998
    @mainulhaque1998 2 месяца назад +2

    Gelamal r dare nurching home khular lichance sarkare dishe atia CM siror fata dhul bajoi thakibo auru bashi din nai.

  • @dhananjaydas1764
    @dhananjaydas1764 2 месяца назад

    আমাৰ সৰু সুৰা জিলাৰ চিকিৎসালয়ৰ বা নতুন মেডিকেল কলেজ বোৰৰ কথা কি কম । গুৱাহাটী ত অবস্থিত এইমছৰ দৰে চিকিৎসালয়তে বিশেসগ্য চিকিৎসক নাই ।কেৱল ৰাজনৈতিক কাৰনত এইমছখন খুলি থৈছে ।আন্তগাঠনী এতিয়াও হৈ উঠা নাই।এয়া অসমৰ দুৰ্ভাগ্য নহয় নে ?

  • @padumkakati2938
    @padumkakati2938 2 месяца назад

    তাৰ বাবেই ৰাম নামৰ উল্লেখ। কৰ্কট ৰোগৰ বলি হৈ আছোঁ।

  • @himangshuranjannath8193
    @himangshuranjannath8193 2 месяца назад

    চৰকাৰী শিক্ষক আৰু চিকিৎসকৰ অৱস্থা তাৰ মানে একে

  • @rumibarman8007
    @rumibarman8007 2 месяца назад

    অভদ্ৰ নাৰ্ছ বিলাকে নিজকে ডাক্তৰ বুলি ভাবে সিহঁতৰ ব্যৱহাৰ ভগৱান কোনোবাই ফুটি কৰিবলৈ নাযায় বহুত দুখত হে যায়।

  • @pradipborah526
    @pradipborah526 2 месяца назад +1

    Right speaking

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 2 месяца назад

    এয়াই অসমৰ উন্নয়ন । 5 no ত অসম ।