'যাত্রা'ৰ 'ৰেন্‌ মৌ'ত আইচেংফাৰ স'তে অসমৰ গৌৰব আৰু সৌৰভ জুবিন গাৰ্গ | EP05 feat. Zubeen Garg

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 1,5 тыс.

  • @aichengfaboruah
    @aichengfaboruah  Год назад +219

    আমাৰ 'যাত্রা' চেনেলটিক আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে উপচাই দিয়াৰ বাবে প্রতিগৰাকী শ্ৰদ্ধাৰ 'যাত্রা'ৰ সহযাত্রীলৈ অন্তৰৰ পৰা আমি 'ৰেন্ মৌ'বাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ প্রতিটো মন্তব্যৰ প্রতি সঁহাৰি জনাব পৰা নাই যদিও ব্যক্তিগতভাবে প্রতিটো মন্তব্যই আমি পঢ়িছোঁ আৰু প্রতিটো পৰামৰ্শক আদৰেৰে গ্রহণ কৰিছোঁ... আমি/ মই অজানিতে কৰা ভুলবোৰৰ বাবে ক্ষমাপ্রার্থী...অনাগত দিনত প্রয়াস কৰিম অধিক সুন্দৰ ৰূপত 'যাত্রা'ক সজাই তুলিবলৈ... আপোনাসৱৰ কুশল কামনা কৰিছোঁ... লগতে জুবিন ককাইদেউলৈ হিয়াজুৰি মৰম আৰু শ্রদ্ধা নিগৰালোঁ... আপুনি আহিল, আমি ধন্য হলোঁ...সুখী হ'লোঁ ... সদায় ধুনীয়া হৈ থাকক ... শেষত কওঁ, আপুনি আৰু আপোনাৰ গান আমাৰ বাবে বহু অপেক্ষিত এজাক বৰষুণৰ দৰেই...!♥️♥️🙏🙏
    We are incredibly grateful to all of you viewers for the fantastic response in such a short span. Your valuable comments motivate us to improve our content further. Keep the love and support coming! 🙌🎉 Thanks once again. Stay tuned, Jaatra, with Aichengfa.

  • @KalesharMishong
    @KalesharMishong 6 месяцев назад +7

    aichengfa aru jubinor kothupkoton huni bohut bhal lagil.dhonnyabd.

  • @pragyasaikia5261
    @pragyasaikia5261 7 месяцев назад +15

    🙏🙏👌👌 অতিকৈ প্ৰিয় অতিকৈ শ্ৰদ্ধাৰ শিল্পীজনৰ অনন্য অনুষ্ঠান উপহাৰ দিলে। দুয়োলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ।

  • @rajibbora-hq3wg
    @rajibbora-hq3wg 7 месяцев назад +18

    জুবিন দাক একেবাৰে ওচৰত পোৱা যেন লাগিল , বহুত ভাল লাগিলে, Jaatra👍👍

  • @মইঅসমীয়া-ম৪স

    (কবিতাৰ শিৰোনাম)
    "তুমি মহান জুবিন দা"
    ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া
    'জু' আখৰেৰে হৃদয়ত জুৰ‌ পেলাই যোৱা,
    'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।
    'ন' আখৰেৰে নতুন আশা জগাই তোলা,
    তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।
    তোমাৰ কণ্ঠত আছে অসীম যাদু,
    ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।
    গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে
    তুমি এজন সমাজসেৱক,
    হেজাৰ-হেজাৰ সুৰেৰে
    তুমি হোৱা মহান গায়ক ।
    টোপনি নাহিলেও আহি যায় টোপনি,
    কেৱল তোমাৰ গীত শুনি।
    জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,
    চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।

    • @lalitabora912
      @lalitabora912 Год назад +1

      xonmaniy and xon maniya sir and baideyu nomoste nomoste nomoste WITH DR and Xonmaniy zubeen gargwith MY kobita : CHILDOR Mukhot kumol hahi kumol kumol kumol kumol hahi kumol hahi with LWNU WITH LOWNU with Lownu

    • @focusassamne8321
      @focusassamne8321 10 месяцев назад +2

      বৰ ভাল লাগিল দেই

    • @monjitboloks5017
      @monjitboloks5017 10 месяцев назад +1

    • @dimpalkhatoniar7806
      @dimpalkhatoniar7806 10 месяцев назад +1

      জয় জুবিন দা।।

    • @nirusaikia7631
      @nirusaikia7631 9 месяцев назад +1

      জুবিন গাৰ্গ ❤

  • @swarnabhajani6884
    @swarnabhajani6884 Год назад +69

    জুবিন গাৰ্গে কেতিয়াও ইমান শান্তভাৱে জীৱনৰ কথাবোৰ কৈ যোৱা শুনা নাই । এয়া ব্যতিক্ৰম । তেওঁ‌ৰ শেষৰ মন্তব্যটি সুন্দৰ, প্ৰেৰণাদায়ক।

  • @bhaskarkalita8002
    @bhaskarkalita8002 Год назад +110

    এই মানুহজনক যদি হেৰুৱাই অসমত বা পৃথিৱীত আৰু দ্বিতীয় এনেকুৱা মানুহ জন্ম নহব ❤️ কিবা মন আবেগিক আৰু উৎফুল্লিত হৈ গৈছে।

  • @RP-ix5fj
    @RP-ix5fj 7 месяцев назад +32

    গীতৰ অৰ্থ নুবুজাকৈয়ে যাৰ সংগীত শুনি শুনি পাৰ কৰিলোঁ জীৱনৰ মধুৰ সময়বোৰ !

  • @moonkumardas6611
    @moonkumardas6611 8 месяцев назад +23

    জুবিন দা মানেই মাথো সুৰ আৰু সমলয়। তেখেতৰ কথাবোৰেই একো একোটা সংগীত।
    যাত্ৰা বহূ দূৰ আগুৱাব। Host গৰাকীৰ প্ৰশ্নবোৰ অতি সুন্দৰ লগতে তেখেতৰ প্ৰশ্নৰ উপস্থাপন আৰু আবেগিক মনৰে বৈ অহা ভংগীবোৰ অসমৰ ভিতৰতে অদ্বিতীয়।
    যাত্ৰাই মাইলৰখুটি চুব। বহূত শুভকামনাৰে। 🎉🎉

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Год назад +31

    জুবিন গাৰ্গ আমাত কৈ সৰু যদিও সন্মান সহকাৰে এটা অনুৰোধ জনাবলৈ পালে ভাল পাম, মনত আক্ষেপ ব্যক্ত নকৰে যেন, মদ নেখালে ভাল হয়, এই বিষয়ে জুবিন লৈ বহুতো বাৰ লিখিত অনুৰোধ জনাই আহিছো।। ভবিষ্যতে জুবিন সুন্দৰতাৰে নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় সম্ভাৰে ওলাই অহাৰ কামনা কৰো।।❤❤।। সুপ্ৰভাত বন্ধু।।

  • @jayantabora687
    @jayantabora687 5 месяцев назад +32

    এনেকুৱা এটা platform ত জুবিনদাক প্ৰথন দেখিছো। অশেষ ধন্যবাদ ‘যাত্ৰা’লৈ।

  • @dipgogoiall.2435
    @dipgogoiall.2435 7 месяцев назад +16

    আমাৰ শিৱসাগৰৰ ছোৱালী জনী বৰ মৰম লগা।ঠিক আমাৰ দৰেই সকলোবোৰ অমায়িক।সুন্দৰ

  • @pknjoy6066
    @pknjoy6066 8 месяцев назад +7

    Joy ❤ Zubeen da ❤❤

  • @dilipborah2849
    @dilipborah2849 Год назад +121

    বাৰ্তালাপ লৈ ইমান দিনে আনিব নোৱাৰিলে কিন্তু যাত্ৰাই জুবিন দাক আনিব পাৰিলে ভাল লাগিল জয় জুবিন দা ❤

  • @neon4355
    @neon4355 7 месяцев назад +6

    Zubeen daar logote .. host kora gorakiku bohut bohut dhanyabad jonalu bohut hundor koi prokakh korisa kotha bur val lagil ❤❤

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu6059 7 месяцев назад +4

    Incompareable legand singer on earth great Zubeen Garg conversation with beautiful Aaichengfa "Jaatra" ♥

  • @deepjyotisarmah8934
    @deepjyotisarmah8934 6 месяцев назад +5

    Zubeen dar interview jotei dekha pao nusuwakoi thakibo nuwaru I love you dada

  • @bhagyajyotigogoi9336
    @bhagyajyotigogoi9336 9 месяцев назад +30

    জুবিন দাই ইমান শান্ত হৈ কথা কৈছে উফ❤❤❤❤❤

  • @Nabinphukan-s4b
    @Nabinphukan-s4b 7 месяцев назад +4

    Joi zubeen daa

  • @travelwithsid96
    @travelwithsid96 7 месяцев назад +5

    Without skip kori salu gutei khini. Bor bhal lagil❤️

  • @AbdulRohan-n2v
    @AbdulRohan-n2v 21 день назад +2

    1year agot a sai silu ako aji sai vhal lgile love you ZUBEEN DA❤❤

  • @Frustratedmitu
    @Frustratedmitu Год назад +97

    তেওঁ শৈশৱৰ পৰাই প্ৰিয় আছিল, তেওঁ এতিয়াও প্ৰিয় আৰু তেওঁ আগলৈও প্ৰিয় হৈ থাকিব । কাৰণ তেওঁ জুবিন গাৰ্গ ❤️

  • @PrajenDewri-du9nt
    @PrajenDewri-du9nt 6 месяцев назад +17

    জুবিন দা মৰমৰ ......দীঘায়ু কামনা কৰিছো ❤❤❤🙏

  • @tekintoke5895
    @tekintoke5895 Год назад +31

    এটা নাম হেজাৰটা আৱেগ (জুবিনদা) )
    জীয়াই থকাৰ আৱেগ জীয়াই থকাৰ প্ৰেৰণা জীয়াই থকাৰ ঔষধ তেওঁ জুবিন দা তেওঁক কিমান ভাল পাও এইষাৰ কথা বুজাব গ'লে শব্দৰ যেন অভাৱ হ'ব তেও অনন্য, তেওঁ ভগৱান তেওঁক যিকলে বুজি পায় বহুত ভালকে বুজি পায় আৰু যিসকলে বুজি পোৱা নাই গোটেই জীৱন বুজি নেপায়... তেওঁ অসাধাৰণ হৈও সাধাৰণভাৱে জীৱন-যাপন কৰি ভাল পাই তেওঁ স্পষ্টবাদী চিধা কথা কয় সেইকাৰণেই হয়তো তেওঁক বহুতেই বেয়া পাই.. বহুতে তেওঁৰ মনটোক বুজিও নেপায়.. তেওঁৰ মনটো এটি সৰু শিশুৰ নিচিনা যেতিয়া যি মন যায় তাকে কৈ দিয়ে..
    কিন্তু যি কয় সচা কয় বেছি নিলিখো ইয়াত আৰু নোকোলাবগৈ দাদা আপোনাৰো তো এখনেই হিদয় আছে আৰু নো কিমানক বিলাই থাকিব হা আমাৰো তো এখনেই হিদয় আছে, শেষত আপোনাৰ শৰীৰটো যাতে সদায় সুষ্ট হৈ থাকে তাৰেই কামনা কৰিলো শেষত এটাই কম joi Zubeen da ❤🙏
    Love you jattra family ❤😊📌

  • @KalesharMishong
    @KalesharMishong 6 месяцев назад +3

    yatrar aichengfar logot jubinor kothu kothon huni birat bhal logar logote duyu jonore dirghayu kamona nokori nuwarilu. Dhonnyabad thakil.

  • @Dhrubaoxom
    @Dhrubaoxom Год назад +28

    Legend 🛐
    " Roi Roi Binale " চিনেমা খনৰ বাবে আশাৰে বাটচাই আছোঁ ❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 9 месяцев назад +8

    জুবিন দাৰ প্ৰতিটো গীতে প্ৰতিটো গীতৰ সুৰে অন্তৰত সাঁচ বহুৱায় যায়, বহুত আবেগিক কৰি তুলে,এনে লাগে তেওঁ গীতৰ মাজত সোমাই গৈছে লগতে যেন ময়ো সোমাই যাওঁ।ভাল পাওঁ তেওঁক বহুত ,দুখ লাগে তেওঁক কোনোবাই আঘাত দিলে। মৰমৰ দাদাজনক যেন ভগৱানে সদায় কুশলে ৰাখে,,,,❤️❤️❤️❤️🙏🙏🙏🙏🙏

  • @BimalPatar-ev3rw
    @BimalPatar-ev3rw 6 месяцев назад +4

    Heartthrob zubeen da

  • @dhongogoi4807
    @dhongogoi4807 8 месяцев назад +6

    I Love you zubeen da ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @dulia_010
    @dulia_010 7 месяцев назад +12

    When Zubeen Daaa singing, Autotune cry in corner🥹🙌

  • @ankurchakravarty5207
    @ankurchakravarty5207 7 месяцев назад +5

    কিবা এটা বহুত ভাল লাগি গল..বঢ়িয়া...জুবিন গাৰ্গ..অসমৰ ভোটা তৰা.

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 8 месяцев назад +8

    Zubeen Da____ mod khabole eri diyok 🙏 Apunak hodai healthy hoi thoka tu bisaru. Sending love and prayers on your way. Hodaai vaale thakok.

  • @bastabdas8344
    @bastabdas8344 7 месяцев назад +3

    বহুত বহুত ধন্যবাদ ভাল লাগিল

  • @dimpalkhatoniar7806
    @dimpalkhatoniar7806 10 месяцев назад +7

    জুবিন দাৰ গান শুনি টোপনি যাওঁ, পঢ়াত বিবেকে কাম নকৰিলে জুবিন দাৰ গান শুনিলে ভাল লাগি যায়। আপুনি মোৰ আদৰ্শ, অনুপ্ৰেৰণা, সাহস আৰু মোৰ বাবে আত্মবিশ্বাসৰ এটা প্ৰতীক। আপুনি ভালে থাকক, সুস্থ থাকক, দীৰ্ঘায়ু হওঁক। নেদেখাজনৰ ওচৰত তাৰে কামনা 🙏🙏🙏✨✨
    জয় জুবিন দা 💕💕💖💖❣️❣️♥️♥️

  • @Kangkan1230
    @Kangkan1230 5 дней назад +1

    বিভিন্নজনৰ বাবে তেওঁ গায়ক, বিভিন্নজনৰ বাবে তেওঁ ভগৱান, কিন্তু মোৰ বাবে জুবিন গাৰ্গ জীয়াই থকাৰ উৎসাহ আৰু আনন্দ।❤

  • @rizwanrehman7162
    @rizwanrehman7162 Год назад +50

    অনুষ্ঠানটো বৰ সুন্দৰ হৈছে, বহু দিনৰ পিছত শুদ্ধ অসমীয়া মাত শুনিবলৈ পালো। আল্লাহয়ে অনুষ্ঠানটো আৰু আপোনাক দীৰ্ঘায়ু কৰক তাৰ কামনা কৰিলো।

  • @pronobkumardas2556
    @pronobkumardas2556 7 месяцев назад +5

    Joi Zubin da joi ❤❤I love you❤❤

  • @hariprasadexplore810
    @hariprasadexplore810 Год назад +24

    মানস ৰবিন দাক লাগে।শিৱসাগৰ পৰা কলো। H.p.d Duarah.

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 Год назад +12

    জুবিন দাৰ বিষয়ে শব্দৰ সাগৰেৰে কৈ শেষ কৰিব নোৱাৰি.... কওঁ বুলিও একো নকওঁ তেওঁৰ বিষয়ে......আইচেংফা...তুমি বৰ সুন্দৰকৈ সজাইছা সাক্ষাৎকাৰটি....আগুৱাই যোৱা ❤️

  • @bijitdutta2966
    @bijitdutta2966 Год назад +10

    Zubin da Apuni evergreen asile bortomanu hoi ru hodai hoie thakibo. Respect you always.

  • @mandirabordoloi5708
    @mandirabordoloi5708 4 месяца назад +8

    জুবিন গাৰ্গ সুযোগ সু সম্পন্ন গুনগাহীসমৃদধ সাধনাদায়কপৰভাৱশালি সকলো মানুহৰ হিয়াৰ হৃদয় ৰ বুকুৰ মৰমৰ জুবিন গাৰ্গ আমি কিমান যে ভাল পাও বুজাব বৰ্ননা দিব নোৱাৰি স দায়ে আশীৰ্বাদ কৰি থাকো ভগৱানে কুশলে ৰাখক দীঘায়ু হক

  • @susantagogoi7317
    @susantagogoi7317 8 месяцев назад +13

    Borhat আমাৰ ঠাই ভাল লাগিল আপোনালোকৰ মুখত আমাৰ থাই খনৰ নামটো শুনি ❤ form borhat

  • @abinashdeka6046
    @abinashdeka6046 Год назад +8

    Zubeen da .... aponar karne kalija lagileo hemahi nkro ❤❤❤❤❤❤❤

  • @navarunvlog
    @navarunvlog 11 месяцев назад +31

    জুবিন গাৰ্গৰ ভিতৰৰ অনুভৱ আৰু অভিজ্ঞতাক আপুনি পদ্ধতিগতভাৱে প্ৰশ্নৰ দ্বাৰা উলিয়াই আনিব পাৰিছে। অশেষ ধন্যবাদ।। ❤

  • @pujasaikia5117
    @pujasaikia5117 7 месяцев назад +3

    Khub bhal lagil jatra tate zubeen daaa ❤️❤️❤️❤️👍 kintu kotha eta janibo mon gol zubeen daa kuntu brand khai o janibo mon jai

  • @DEBRAJGolaghat2
    @DEBRAJGolaghat2 9 месяцев назад +20

    মানুহ জনক ভাবি ভাবি পাৰ নাপাওঁ। এসাগৰ আবেগৰ, মৰমৰ মানুহজন। ঈশ্বৰে সদায় যেন কুশলে ৰাখে। ❤

  • @MrSharma22
    @MrSharma22 4 месяца назад +6

    নিশ্চয় এজন মহান শিল্পীৰ interview লওঁতে বা প্ৰশ্ন কৰোঁতে আইচেংফা আপোনাৰ মাতটো কঁপি উঠিছে, এইটো স্বাভাৱিক.... বহুতেই ভাল লাগিল আমাৰ সকলোৰেই প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপোনাৰ অনুষ্ঠানটি ধন্যবাদ 🙏

  • @sunmonikonch2839
    @sunmonikonch2839 2 месяца назад +1

    Zubin da manai Hapun.......Hopun janu kuna nedakha so moi Navabu Zubin da Thai kunubai Labo paribo.Jai Zubin da.
    Love from Hyderabad Hi-tech City.

  • @BiplabDas-rx7fl
    @BiplabDas-rx7fl Год назад +12

    Eman dhuniya voice ooo vogoban pagol hoi jam moi❣️❣️❣️❣️❣️❣️

  • @JintuSaikia-y3t
    @JintuSaikia-y3t 8 месяцев назад +11

    খুটাত বগাই যোৱাটো গুৱাহাটীত নিজ চকুৰে দেখা পাইছিলো। ছাউণ্ড চিষ্টেম বন্ধ কৰি দি প্ৰগ্ৰেম বন্ধ কৰি দিছিল। ইমান দিনৰ পাছত আজিহে গম পালোঁ। অনুষ্ঠান চাই বহুত ভাল লাগিল।

  • @sagarnilim7240
    @sagarnilim7240 Год назад +11

    Ei manuhjon xodai love ❤️❤️... জুবিন দা আমাৰ সম্পদ

  • @Bidbeast
    @Bidbeast 5 месяцев назад +10

    আকৌ এবাৰ লিখিলোঁ ।সকলো সম্পৰ্ক বিৰল কিন্তু ভাতৃৰ মৰম জীৱন সুন্দৰ কৰা আন এক গৌৰৱ ।ভাতৃ এজন আন এজন ভাতৃৰ সমল জুবিন গাৰ্গে কোৱাৰ দৰে । কুখলে থাকক সকলো।

  • @chandrajit123-h7l
    @chandrajit123-h7l 7 месяцев назад +8

    Jai zubeen da ❤❤❤❤

  • @exploreeewithmeee
    @exploreeewithmeee 7 месяцев назад +27

    We love Zubeen Daa.... No 4G no 5G only ZG ❤

  • @ZG_Riyan
    @ZG_Riyan Год назад +49

    সুন্দৰ অনুষ্ঠান ভাল লাগিল। বিশেষ কৈ জুবিন দাই গোৱা গানটো 🥰🎶
    ❤জয় জুবিন দা ❤

  • @baloram3256
    @baloram3256 7 месяцев назад +5

    Jaatra aji prothom bar salu 👍👌🙏👉👉👉 bohut special hoi

  • @অশোককুমাৰগগৈ
    @অশোককুমাৰগগৈ 9 месяцев назад +12

    অনুষ্ঠানটি চাই বৰ ভাল পালো।
    খগেন ককাইদেউলৈ আন্তৰিক নমস্কাৰ জনালো। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
    আইচেংফা আইদেউ, তোমাৰ উপস্থাপন ভাল হৈছে।

  • @dipukalita9722
    @dipukalita9722 Год назад +7

    প্ৰথমবাৰ ৰ বাবে জুবিন দাৰ দীঘলীয়া সাক্ষাৎকাৰ এটা চালো বৰ ভাল লাগিল সুন্দৰ উপস্হাপন যাত্রা আৰু আগুৱাই যাওঁক

  • @GitumoniDeka-ix9th
    @GitumoniDeka-ix9th 5 месяцев назад +11

    Lv u ❤ God bless you... অকলশৰীয়া অনুভৱ হলে Zubeen দাৰ গান শুনো বেছি আৰু একো নকওঁ ❤❤

  • @deliciousrecipecooking7085
    @deliciousrecipecooking7085 7 месяцев назад +3

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল ❤❤❤

  • @bitupanborah154
    @bitupanborah154 8 месяцев назад +8

    Ai2 song t zubeen da r agor voice tu ahi goise❤❤❤ufsss heart touching

  • @sauravkalita96
    @sauravkalita96 Год назад +9

    Actually anchor jonor logot kotha.... aji Zubeen dai bindas koi ase .... Aichengfa baa r anchoring r karone... Really amazing ❤

  • @heutimarak9137
    @heutimarak9137 5 месяцев назад +7

    অহা জনমত আকৌ মিউজিচিয়েন 'হব লাগিব দেই জুবিনদা।

  • @popydutta9959
    @popydutta9959 11 месяцев назад +8

    বৰ ভাল লগা বাৰ্তালাপ।ভালপাও জুবিন দাক।স্বাস্থ্যৰ যতন লওক।আইচেংফা বাৰ যাত্ৰাই অসীমলৈ যাত্ৰা কৰক।❤❤

  • @mamonidevi617
    @mamonidevi617 9 месяцев назад +4

    Birat xundor anusthan bhal lagil

  • @AnupZg-io2pc
    @AnupZg-io2pc 5 месяцев назад +4

    Ganei hunim ne Kothai .. Magical Voice God gifted Artist.. King of Assamese music industry.. king of Assam .. Super Hero of Assam..

  • @ankurhaloi6923
    @ankurhaloi6923 Год назад +6

    জুবিন দা আপুনি সদায় ভালে থাকক❤🎉🙏

  • @sidheswarbailung5073
    @sidheswarbailung5073 Год назад +9

    জুবিন গাৰ্গ সৈতে সাক্ষাৎকাৰ চাই বৰ মনোমুগ্ধকৰ আছিল।

  • @chintukumariti851
    @chintukumariti851 Год назад +18

    ইমান মৰমিয়াল বাইদেউ জনী ❤কথা বোৰ ইমান শুৱলা আৰু পৰিপক্ক , জুবিন দা ৰ কথাবোৰ নতুনকৈ জানিব পাই বহুত ভাল লাগিল। Thank you ❤

  • @bijayahaloi4328
    @bijayahaloi4328 10 месяцев назад +8

    জয় জুবিন দা আপোনাৰ গানৰ অভিহনে আমি আধৰুৱা ❤ আপুনি আমাৰ ভগৱান❤🥰😌

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn Год назад +64

    rati ghum nohaloi ke moi zubeen dar interview tu sai bohut vl lagil aru fast time RUclips channelot gan Goya dekhilu anekoi kinu likhim zubeen dar koth bhakhare ba kothare bujab noyaru joi zubeen da i❤you ba

  • @purnanathborah2729
    @purnanathborah2729 7 месяцев назад +3

    বৰ ভাল পালোঁ ৷

  • @letsgotofly07
    @letsgotofly07 Год назад +9

    সঁচাই বহুত ভাল লাগিল....... জুবিন নহয়...জীৱন.....যি সুৰেৰে মানুহক জীৱন দিব পাৰে...যাৰ সুৰে শেষ হৈ যাব ধৰা এটা জীৱনক.....এটা নতুন জীৱন জীয়াবলৈ পেৰনা দিয়ে।।।❤
    বাকী বা তোমাৰ বিষয়ে ইমান নাজানো, তোমাৰ নাম টো কিবা এটা বহুত ভাল লাগিল, "আইচেংফা❤" বাকী "ৰেন্ মৌ" শব্দটো কিবা এটা ভাল লাগিছে।।। বাকী আৰু এনেদৰে কাৰি জোৱা চাই যাম।।।

  • @grindrabasumatary3091
    @grindrabasumatary3091 8 дней назад +1

    Ba..
    Apunar voice Tu bohut mitha 🥳
    Apuni gua gaan ru khunibo bisarim 🎉 apuni ru successful hok, best wishes thakil🎉🎉

  • @manpritpritam6613
    @manpritpritam6613 Год назад +8

    য'ত ভগৱানক বিচাৰি পোৱা যায় তাত ভক্তৰ সমাবেশ ঘটিবই, ই ধূৰুপ । ❤💚

  • @PaporiDuarah-o5q
    @PaporiDuarah-o5q 2 месяца назад +4

    আইচেংফা তুমি আনতকৈ বেলেগ ধৰণে ভাল লগাকৈ কথাবোৰ পাতা শুনি ভাল লাগে

  • @HNath-nn9ry
    @HNath-nn9ry Год назад +30

    জীৱনৰ 34 বছৰ বয়সত প্ৰথমবাৰ এক ছেকেণ্ড স্কিপ নকৰাকৈ সম্পূৰ্ণ ইন্টাৰভিউ চাইছো।।

  • @jurisaikia8099
    @jurisaikia8099 3 месяца назад +2

    Aiyo koliza2..Dada jen hodai ekey age hoi thakok kunudin je burha nhouk,ru hodai dhuniya dhuniya gaan gai jauk enekuwa lge ... love you zubeen Da .n God bless you 🙏🥰❤❤❤

  • @PDVlogs77
    @PDVlogs77 Год назад +31

    জুবিন দাৰ গান বিলাক শুনিলে আবেগিক হোৱা যায়❣️.... love you zubeen daa❤

  • @ujjwalgogoi4620
    @ujjwalgogoi4620 8 месяцев назад +3

    বহুত ভাল লাগিল❤

  • @nishancreation3614
    @nishancreation3614 Год назад +80

    মই নিজে বহুত আগতে অনুভৱ কৰিছো জুবিন দাৰ নিজৰ গান কেতিয়া ও বেয়া নহয় অন্তত হেজাৰ বাৰ শুনাৰ ক্ষমতা, ইচ্ছা, অনুৰাধা থাকে অনুৰাগী হিচাপে মই অনুভৱ কৰোঁ ❤❤❤

  • @bastobkalita6328
    @bastobkalita6328 Год назад +25

    সাংঘাটিক show এটা হ'ল দেই।সেই কাৰণে ভাল লাগে মানুহ জনক।

  • @sumimedhi3943
    @sumimedhi3943 Год назад +11

    Zubeen da...apunak bahhuttt bhal pau.last tumi aru moi gaan tu...uff...heart touching.please dada mod nakhabo besikoi.bhale thakok hodai

  • @ranamahela2377
    @ranamahela2377 Год назад +5

    Tumar show to aji first salo.omar kothakota saily khu o b dhunia .God bless you.

  • @mrinmoycreation3208
    @mrinmoycreation3208 8 месяцев назад +5

    Mod khai thakuta aikaita gan hune dela harai jau korobat 😔 love you Zubin da ❤️‍🩹😘😘🥀

  • @pran9275
    @pran9275 6 месяцев назад +4

    ধন্যবাদ বা, এইজন জুবিন গাৰ্গক দেখা পাবলৈ দিয়া সঁচাকৈ সৌভাগ্যবান।

  • @debajyotiboruah9752
    @debajyotiboruah9752 Год назад +27

    আহ ইমান ধুনীয়াকৈ আত ধৰিছে ,আইছেংফা বা মন জুৰ পৰি যোৱা অনুষ্ঠান এটা দিলে , অশেষ ধন্যবাদ আপোনাক❤❤

  • @tappuu648
    @tappuu648 5 месяцев назад +3

    Xosakoi bohut lgile video tu Sai
    Joy zubeen daaa ❤️

  • @sumitapanyang4338
    @sumitapanyang4338 6 месяцев назад +6

    Jubeenda, apuni hosakoie aditiya,so natural,love you a lot❤

  • @AkashDas-c6l
    @AkashDas-c6l 5 месяцев назад +3

    Joy zubeen da 🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹🌹

  • @ZeetZambu
    @ZeetZambu 8 месяцев назад +10

    প্ৰথম বাৰ চালো ইমান সুন্দৰ এটি অনুষ্ঠান ❤❤❤

  • @dipjyotichabukdhara8076
    @dipjyotichabukdhara8076 6 дней назад +1

    love u jubeen da

  • @Pranjaldas2433
    @Pranjaldas2433 Год назад +35

    জুবিন মানেʼই জীয়াই থকাৰ উশাহ আৰু নিশাহ ....I love you Zubeen daaa ❤️❤️❤️

  • @Hrishi2231
    @Hrishi2231 5 месяцев назад +3

    The 1st interview episode that i have completely enjoyed ...love you জুবিন দা ❤...and thank you ৰেন্ মৌ 😊

  • @Mon..musicworld
    @Mon..musicworld Год назад +9

    1.22.49 ......সময় খিনি কেনেকৈ গল গমেই নাপালোঁ... বা জনীৰ কথা খিনি বহুত ভাল লাগিছে আৰু জুবিন মানেটো জুবিন এ ,,,,ভাষা নাই ❤❤❤

  • @mikluhazarika5280
    @mikluhazarika5280 4 месяца назад +3

    Different iaar....bhal lage ❤❤

  • @nituldas444
    @nituldas444 Год назад +6

    Xorur pora a zubeen dar gaan xuni dangr holu aji loike xuni asu agoloi nomora loike xuni thakim ...aru hoday priyo priyo hoi a thakibo gotei jibon love u zubeen da ❤😍

  • @Arnablg
    @Arnablg 8 месяцев назад +3

    Birat bhal lagil, goldi da Sai... Mur jjbonor eata dagor heppa je zubeen Dak ea baar log pobo..... Lots of love & respect from Tripura......

  • @chandonchutiachandan-km3co
    @chandonchutiachandan-km3co Год назад +11

    জুবিন দাই ছোৱালী জনি কোৱালটি দেখি একেবৰটে আহিছে ভাল লাগিল।

  • @pollymahanta7508
    @pollymahanta7508 5 месяцев назад +3

    খুব ভাল লাগিল