Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ভাল লাগিল বাইদেউ, আধালিটাৰ গাখীৰত কিমান চেনী দিছে
75 grm
অতি সুন্দৰ আৰু ইমান সহজ কৈ দেখাইছে তাৰ বাবে ধন্যবাদ জনালাে আপােনাক
ধন্যবাদ ❤
বাইদেউ আপুনি কথা ক’লে হে ভাল লাগে ৷আপোনাৰ সকলো ৰেচিপি ইমান সহজ আৰু স্বাস্থ্যসন্মত খুব ভাল লাগে ৷ অসমীয়া নিভাঁজ ৰেচিপি আৰু আপডেট দিব বুলি আশা থাকিল ৷সু- স্বাস্থ্যৰ গৰাকী হওঁক তাৰ কামনাৰে😍😘
ধন্যবাদ ❤সুন্দৰ মন্তৱ্যই সুখী কৰিলে
Taru Phukan val lagil
Pure milk tu hobo na nohobo?
Nice mam I really like your receipt thank u so much
বহুত ধন্যবাদ ও স্বাগতম 💟
Bor val lagil baidau
Moja hoise baidu
So easy i will try aunty
Apunar pora sai aji bonalu first time cook krisu bht vl lgil
Hoi neki 💞 thanks
Apuni best👍💯
বহুত মৰম দিলো
moi u apunar dore sai sai bonalu bht dhunia khabole
helpful video
baideu ata ktha xdhu...atah dbo nlgr n baideu plz kbo sn...bht vl hoise apunr
আধালিটাৰত ১৪টা মান হল । আপোনাক ধন্যবাদ।
মৰম দিলো…
Thank ...you
Dekhia khau khau lagi goise baideu
Nice 👌
Bohut vlke bonai dekhale...thanks baidaw
আন্তৰিকতাৰে ধন্যবাদ যাঁচিলো ❤
Moi pera bohut val pau
হয়…
Aapunar recipe bur sosai bohut sohoj.. Aagoloio ai dorei notun notun recipe Aamaloi peron krib.. Thank you... 🙏
Hiiii baaa mur channel tu subscribe kori diba dei ❤️
Apunar channel to sai bahut besi bhal lage mor.
♥️ধন্যবাদ
Bhut dhunia lagil baideu aponar Pora sikilo tq♥️♥️
Amazing mam... I will try this recipe soon.. look so delicious 😋😋😋😋
Nischoi 💕
Bor val lagil
beautiful
ভাল লাগিল পেৰা বনোৱা দেসি
Val lagel
Very much beautiful
কুশলে থাকা
moi bonaisilu val lagise...kintu mur olop besi hukan hoi gol
জোখটো অলপ বেচি হ'ল…তেনে হ'লে অলপ পানী ছটিয়াই দি মথি লৈ বনাবা
Very nice 👌 and very easy thank you i am your new friend
মৰম দিলো…কুশলে থাকা 💖 স্বাগতম জনালোঁ সদায়লৈ…
Val lagile. Jani... Baideo borfi bnoya dekhab
দুটামান বৰফি ৰেচিপি দিছো…চাবাছোন
ধন্যবাদ বাইদেউ 💕 ।বনাই চাম।
নিশ্চয়♥️ধন্যবাদ
তোমাৰ সকলো recipe আৰু শিকাই দিয়াৰ method বহুত ভাল ৷ কেতিয়াবা comment নকৰিলেও কিন্তু প্ৰতিটোৱেই শলাগিবলগীয়াকৈ ভাল লগা ৷
Beautiful
Baideu bonalu. Bohut vl hol aru vl lgil. tq so much baideu
Welcome ❣️
You are great 👌👌
Dhunia hoise.. 👌👌👌
khub xndar ...val lagil dhoinyabad baideu
মৰম দিলো
বহুত ভাল লাগিল বাইদেউ। আপোনাৰ পৰা শিকিলোঁ। ধন্যবাদ
bohut vl lagil baideu...ami nishoi try korim
মই আপোনাৰ ৰেচিপি চাই খুব ভাল পাও। সুন্দৰ কৈ কোৱা কথা বোৰে বস্তু বোৰ বনোৱা ত সহায় কৰে।
Bhut dhunia hoise baideu moiu bonaboloi try karim
Thank you so much aunty..
Bahut bhal hoiseAnekoi banai thakakI love this video Maiyu gharat Pera banai payshuSee you new video coming soon..........very nice video.................
সুন্দৰকৈ দেখুাৱালে বাইদেউ ৷
bor tempting lagise !!! thank you for sharing !!
Apunar video to sai val lagile....
ধন্যবাদ 💟
100% I will try
Nischoi... thanks a lot
Bohut dhunia hoyse. 😍dekhi khaboly mon goyse..apuni bonoa cake bonalu.bht dhunia hoyse mur cake2 khoboloy. Thank you iman dhunia dhunia bos2 bonai diar babe..bht xohog apuni bonua bos2 bilak. 🥰
বহুত ধুনীয়া হৈছে সখী 💞 ভাল লাগিল দেখি
ব-------ৰ ভাল লাগিল বাইদেউ। আপোনাৰ কথাবোৰ ব-------ৰ ভাল লাগে।স্থাস্হ্যসন্মত সকলোবোৰ ব্যঞ্জন ইমান সুন্দৰকৈ দেখুৱাই দিয়ে , ওচৰত থাকি শিকি থকাৰ দৰেই লাগে। আপোনাৰ পৰা খাদ্যবস্তুৰ লগতে ঘৰুৱা টিপচবোৰো বহুত শিকিব পাৰিছোঁ।আপোনালৈ বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ।💕❤️💓 আপুনি সকলোবোৰ বস্তু বৰ সহজ কৰি শিকায়। বহুত কেইটা ৰেচিপি মই বনাই খাইছোঁ। এইবাৰ পেৰা বনাই খাম😋😋
ধন্যবাদ থাকিল বাইদেউ।ইমান সুন্দৰকৈ বনাই দেখুৱাই দিয়াৰ বাবে🙏🙏🙏
Kio likotiya hol jonabo sun... Apunnar dorei bonaisilu
পাগটো অলপ বেচি হ'ল…
তেনেহ'ল অলপ পানী ছটিয়াই বা নাৰিকলৰ গুড়ি নাইবা ঘিঁ দি ল'বা
Bhal lagil.
ভাল লাগিল বাইদেউ আপোনাৰো ভাডেঅ মই কিন্তু কমেন্ট কৰা নহয় বাৰু আজি কৰিলোঁ , আপুনি বৰ সুন্দৰ কৈ কথাবোৰ কৈ বোজাই দিয়ে
আপোনাৰ এই ৰেচিপিটো চাই মই পেৰা বনাব শিকিলো । মোৰ ছবছৰীয়া ছোৱালীজনীয়ে খুব ভাল পালে। ধন্যবাদ ইমান ধুনীয়া ৰেচিপি এটা আগবঢ়োৱা বাবে।
Good
Bar dhuniake bujai apuni, pera khai mai bht val pao, kalakan banoa dekhabosn
বাৰু…তোমাৰ লগতে তোমাৰ পৰিয়ালটিলৈও ৰঙালী বিহুৰ ওলগ যাঁচিলো
@@TaruPhukan thanks, aponalai o suvakamana thakil
Sundar baidew
Bhut dhuniya pure milk mne gai gakhir di parim ne
Apunar recipe sai aji moio bonalu Baideu kintu mor apunar dore mihi nohol ..... Kio ba
অলপ পাগ বেচি হ'ল…তেনে হ'লে অলপ পানী বা গাখীৰ ছটিয়াই ফেটিলেই সুন্দৰ হৈ পৰিব
Dana dana hoi asile . thank u baideu .. .
Bht dhunia hoise. Moi bonaboloi try korim.
Dhuniya hoise baidew..apunar kosto tur fale sai comment korilu..
Bhut ktha k a
বাইদেউ ধন্যবাদ জনাইছো আপোনাক বৰ সহজ কৰি শিকাই দিছে। বনাবলৈ আজি চেস্টা কৰিছিলো খাবলৈ বৰ ধুনিয়া হল কিন্তু পাছবেলালৈ টান হৈ গল। কিয় হল বাৰু আৰু টান নহবৰ বাবে কি কৰিব লাগিব।
অলপ পাগ বেচি হ'ল…তেনে হ'লে অলপ ঘিঁ বা হোটেলত বনোৱাৰ দৰে পানী ছটিয়াই মথিবা…বৰ ভাল হয়…
মই মিঠাইৰ ভিতৰত পেৰা ভাল পাওঁ😋,,,ভাল লাগিল,মই প্ৰথম চাইছো আজি আপোনাৰ চেনেল। চেষ্টা কৰিম আপোনাৰ দৰে বনাবলৈ।
নিশ্চয় বনাবা…প্ৰকৃত পেৰা ৰেচিপি আগতে এনেদৰে বনাইছিল বাবে মানুহৰ মিঠাই খালেও ইমান বেমাৰ হোৱা নাছিল…আজিকালি ভেঁজাল হ'ল…হোটেলৰ পেৰা
হয় আপুনি ঠিকেই কৈছে আজিকালি চব ভেজাল হ 'ল আৰু
Baideo moi..try korisu kin2. Tan hoa nai sun
মই আজি বনাইছিলো পেৰা নহয় কিবা হে হল 😭গৈ ৬ লিটাৰ গাখীৰ লোকচান কৰিলো😢
Apunar keita peda hol please reply
ডাঙৰ সৰু কৰা ওপৰত নিৰ্ভৰ কৰে ,গাখীৰৰ ওপৰত নিৰ্ভৰ কৰে……মোৰ ২২ টা ওলাইছিল…কিয়…তাতে যদি শুকান নাৰিকলৰ গুড়ি দিয়া যথেষ্ট কেইটাই ওলায়
Nice auntie
বাইদেউ, আপুনি দিয়া প্ৰতিটো 'ৰেচিপি' ইমান সুন্দৰকৈ বুজাই দিয়ে ; সেয়ে বনাবলৈ সহজ হয় ...! আপোনাৰ কথাকেইষাৰ আপোন আপোন লগা হ'ল.... ! আগলৈও এনেদৰেই লগ পাই থাকিম আপোনাক.... শুভৰাত্ৰি....
Bohut bohut dhonyobad ❤️
Baideo video tu sai bahut val lagil ..jodio moi 1yrs pasat salo ...aibar bihut banabo try karim...
ময়ো এনেকৈ বনাও কিন্তু অলপ টান হয়
What language is it, it has much similarity with Bangla language, and it's alphabet also looks like Bangla
Very nice recipe
Mja
Bor dhunia lagil. . Apuni iman xohoj ke bujai koy bor bhal lage. Axirbad korisu enekoie agoleu dekhuai thakibo
Apunar sab recipe mur val lage. Bahut valke bujai diye apuni.
Great I try today🥰🥰🥰😍
Baideu.. Lgalg bnaute derie hoi grm karone.. Hukai gola nsto hoi goise ki krim baru.
Aunty aji mi u try krilo...bht khohojote hoi gol banua..apunar recipe sai bonabo jona hoi gelo mi
Bohut bhal lagil.. Apuni kothakhini koi golaehae bhal lage.. Buji paau🙏🙏
Val lagise video tu..try korim moi
Thanda hla hbo ne gorma gorma nuyarila
খুব ভাল লাগিল বাইদেউ 🙏 মই বনাবলৈ চেষ্টা কৰিম ধন্যবাদ।
বহুত বনালো এতিলৈকে। মোৰ কেতিয়াবা ইমান ভাল হয় কেতিয়াবা বেয়া হয়
Apunar vdo bur Sai bohut vl lage.... aru bohut khini apunar pora hikibo parisu...
Khub bhal lage apunar kotha aru recipe sai
Apuni mur priyo bostu tu bonabo xikale thank you
❣️
Baideu mothote kiba mix dibo lgibo nki
বৰ সুন্দৰকৈ দিলে বা।আপোনাৰ আগৰ পেৰা ৰেচিপিটো প্ৰথমে বনাই লওঁ।এইটোও চেষ্টা কৰিম নিশ্চয়।
bur dhoiniya
মা এ চাইছিল কিন্তু মই ও খিকি ললো🤓♥️🤘🤘
Xundor video .. Aaji bonam
Vl lagil vedio to sai....
Bohut bhal lagi baideu.try korim
Apunar expertness dekhi bahut bhal lagil.
ধন্যবাদ
আপোনাৰ video চাই ভাল লাগে । আপোনাৰ বনোৱা সকলো item ভাল লাগে😊
Val lagil video to apunar Dore dohijo hohokare bonaboloi sasta korim baidaw
Havy pera💋💋💋
বোকাখাতৰ পেৰা বহুত সোৱাদ লাগে।
Val lagise baideu..bnabo lagibo
আপোনাৰ প্রতিটো ভিডিঅ বা ৰেচিপিয়ে মই চাওঁ। বহুত ভাল লাগিল। আৰু নতুন নতুন ৰেচিপিৰ ভিডিঅ পাই থাকিম বুলি আশা কৰিলোঁ।
বহুত মৰম ও ধন্যবাদ 💗
ভাল লাগিল বাইদেউ, আধালিটাৰ গাখীৰত কিমান চেনী দিছে
75 grm
অতি সুন্দৰ আৰু ইমান সহজ কৈ দেখাইছে তাৰ বাবে ধন্যবাদ জনালাে আপােনাক
ধন্যবাদ ❤
বাইদেউ আপুনি কথা ক’লে হে ভাল লাগে ৷আপোনাৰ সকলো ৰেচিপি ইমান সহজ আৰু স্বাস্থ্যসন্মত খুব ভাল লাগে ৷ অসমীয়া নিভাঁজ ৰেচিপি আৰু আপডেট দিব বুলি আশা থাকিল ৷সু- স্বাস্থ্যৰ গৰাকী হওঁক তাৰ কামনাৰে😍😘
ধন্যবাদ ❤সুন্দৰ মন্তৱ্যই সুখী কৰিলে
Taru Phukan val lagil
Pure milk tu hobo na nohobo?
Nice mam I really like your receipt thank u so much
বহুত ধন্যবাদ ও স্বাগতম 💟
Bor val lagil baidau
ধন্যবাদ ❤
Moja hoise baidu
So easy i will try aunty
Apunar pora sai aji bonalu first time cook krisu bht vl lgil
Hoi neki 💞 thanks
Apuni best👍💯
বহুত মৰম দিলো
moi u apunar dore sai sai bonalu bht dhunia khabole
helpful video
baideu ata ktha xdhu...atah dbo nlgr n baideu plz kbo sn...bht vl hoise apunr
আধালিটাৰত ১৪টা মান হল । আপোনাক ধন্যবাদ।
মৰম দিলো…
Thank ...you
Dekhia khau khau lagi goise baideu
Nice 👌
Bohut vlke bonai dekhale...thanks baidaw
আন্তৰিকতাৰে ধন্যবাদ যাঁচিলো ❤
Moi pera bohut val pau
হয়…
Aapunar recipe bur sosai bohut sohoj.. Aagoloio ai dorei notun notun recipe Aamaloi peron krib.. Thank you... 🙏
Hiiii baaa mur channel tu subscribe kori diba dei ❤️
Apunar channel to sai bahut besi bhal lage mor.
♥️ধন্যবাদ
Bhut dhunia lagil baideu aponar Pora sikilo tq♥️♥️
Amazing mam... I will try this recipe soon.. look so delicious 😋😋😋😋
Nischoi 💕
Bor val lagil
beautiful
ভাল লাগিল পেৰা বনোৱা দেসি
Val lagel
Very much beautiful
কুশলে থাকা
moi bonaisilu val lagise...kintu mur olop besi hukan hoi gol
জোখটো অলপ বেচি হ'ল…তেনে হ'লে অলপ পানী ছটিয়াই দি মথি লৈ বনাবা
Very nice 👌 and very easy thank you i am your new friend
মৰম দিলো…কুশলে থাকা 💖 স্বাগতম জনালোঁ সদায়লৈ…
Val lagile. Jani... Baideo borfi bnoya dekhab
দুটামান বৰফি ৰেচিপি দিছো…চাবাছোন
ধন্যবাদ বাইদেউ 💕 ।বনাই চাম।
নিশ্চয়♥️ধন্যবাদ
তোমাৰ সকলো recipe আৰু শিকাই দিয়াৰ method বহুত ভাল ৷ কেতিয়াবা comment নকৰিলেও কিন্তু প্ৰতিটোৱেই শলাগিবলগীয়াকৈ ভাল লগা ৷
Beautiful
Baideu bonalu. Bohut vl hol aru vl lgil. tq so much baideu
Welcome ❣️
You are great 👌👌
ধন্যবাদ ❤
Dhunia hoise.. 👌👌👌
khub xndar ...val lagil dhoinyabad baideu
মৰম দিলো
বহুত ভাল লাগিল বাইদেউ। আপোনাৰ পৰা শিকিলোঁ। ধন্যবাদ
bohut vl lagil baideu...ami nishoi try korim
মই আপোনাৰ ৰেচিপি চাই খুব ভাল পাও। সুন্দৰ কৈ কোৱা কথা বোৰে বস্তু বোৰ বনোৱা ত সহায় কৰে।
Bhut dhunia hoise baideu moiu bonaboloi try karim
Thank you so much aunty..
Bahut bhal hoise
Anekoi banai thakak
I love this video
Maiyu gharat Pera banai payshu
See you new video coming soon
..........very nice video.................
সুন্দৰকৈ দেখুাৱালে বাইদেউ ৷
bor tempting lagise !!! thank you for sharing !!
♥️ধন্যবাদ
Apunar video to sai val lagile....
ধন্যবাদ 💟
100% I will try
Nischoi... thanks a lot
Bohut dhunia hoyse. 😍dekhi khaboly mon goyse..apuni bonoa cake bonalu.bht dhunia hoyse mur cake2 khoboloy. Thank you iman dhunia dhunia bos2 bonai diar babe..bht xohog apuni bonua bos2 bilak. 🥰
বহুত ধুনীয়া হৈছে সখী 💞 ভাল লাগিল দেখি
বহুত ধন্যবাদ ও স্বাগতম 💟
ব-------ৰ ভাল লাগিল বাইদেউ। আপোনাৰ কথাবোৰ ব-------ৰ ভাল লাগে।স্থাস্হ্যসন্মত সকলোবোৰ ব্যঞ্জন ইমান সুন্দৰকৈ দেখুৱাই দিয়ে , ওচৰত থাকি শিকি থকাৰ দৰেই লাগে। আপোনাৰ পৰা খাদ্যবস্তুৰ লগতে ঘৰুৱা টিপচবোৰো বহুত শিকিব পাৰিছোঁ।আপোনালৈ বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ।💕❤️💓 আপুনি সকলোবোৰ বস্তু বৰ সহজ কৰি শিকায়। বহুত কেইটা ৰেচিপি মই বনাই খাইছোঁ। এইবাৰ পেৰা বনাই খাম😋😋
ধন্যবাদ থাকিল বাইদেউ।ইমান সুন্দৰকৈ বনাই দেখুৱাই দিয়াৰ বাবে🙏🙏🙏
Kio likotiya hol jonabo sun... Apunnar dorei bonaisilu
পাগটো অলপ বেচি হ'ল…
তেনেহ'ল অলপ পানী ছটিয়াই বা নাৰিকলৰ গুড়ি নাইবা ঘিঁ দি ল'বা
Bhal lagil.
ভাল লাগিল বাইদেউ আপোনাৰো ভাডেঅ মই কিন্তু কমেন্ট কৰা নহয় বাৰু আজি কৰিলোঁ , আপুনি বৰ সুন্দৰ কৈ কথাবোৰ কৈ বোজাই দিয়ে
আপোনাৰ এই ৰেচিপিটো চাই মই পেৰা বনাব শিকিলো । মোৰ ছবছৰীয়া ছোৱালীজনীয়ে খুব ভাল পালে। ধন্যবাদ ইমান ধুনীয়া ৰেচিপি এটা আগবঢ়োৱা বাবে।
Good
Bar dhuniake bujai apuni, pera khai mai bht val pao, kalakan banoa dekhabosn
বাৰু…তোমাৰ লগতে তোমাৰ পৰিয়ালটিলৈও ৰঙালী বিহুৰ ওলগ যাঁচিলো
@@TaruPhukan thanks, aponalai o suvakamana thakil
Sundar baidew
Bhut dhuniya pure milk mne gai gakhir di parim ne
Apunar recipe sai aji moio bonalu Baideu kintu mor apunar dore mihi nohol ..... Kio ba
অলপ পাগ বেচি হ'ল…তেনে হ'লে অলপ পানী বা গাখীৰ ছটিয়াই ফেটিলেই সুন্দৰ হৈ পৰিব
Dana dana hoi asile . thank u baideu .. .
Bht dhunia hoise. Moi bonaboloi try korim.
Dhuniya hoise baidew..apunar kosto tur fale sai comment korilu..
Bhut ktha k a
বাইদেউ ধন্যবাদ জনাইছো আপোনাক বৰ সহজ কৰি শিকাই দিছে। বনাবলৈ আজি চেস্টা কৰিছিলো খাবলৈ বৰ ধুনিয়া হল কিন্তু পাছবেলালৈ টান হৈ গল। কিয় হল বাৰু আৰু টান নহবৰ বাবে কি কৰিব লাগিব।
অলপ পাগ বেচি হ'ল…তেনে হ'লে অলপ ঘিঁ বা হোটেলত বনোৱাৰ দৰে পানী ছটিয়াই মথিবা…বৰ ভাল হয়…
মই মিঠাইৰ ভিতৰত পেৰা ভাল পাওঁ😋,,,ভাল লাগিল,মই প্ৰথম চাইছো আজি আপোনাৰ চেনেল। চেষ্টা কৰিম আপোনাৰ দৰে বনাবলৈ।
নিশ্চয় বনাবা…প্ৰকৃত পেৰা ৰেচিপি আগতে এনেদৰে বনাইছিল বাবে মানুহৰ মিঠাই খালেও ইমান বেমাৰ হোৱা নাছিল…আজিকালি ভেঁজাল হ'ল…হোটেলৰ পেৰা
হয় আপুনি ঠিকেই কৈছে আজিকালি চব ভেজাল হ 'ল আৰু
Baideo moi..try korisu kin2. Tan hoa nai sun
মই আজি বনাইছিলো পেৰা নহয় কিবা হে হল 😭গৈ ৬ লিটাৰ গাখীৰ লোকচান কৰিলো😢
Apunar keita peda hol please reply
ডাঙৰ সৰু কৰা ওপৰত নিৰ্ভৰ কৰে ,গাখীৰৰ ওপৰত নিৰ্ভৰ কৰে……মোৰ ২২ টা ওলাইছিল…কিয়…তাতে যদি শুকান নাৰিকলৰ গুড়ি দিয়া যথেষ্ট কেইটাই ওলায়
Nice auntie
বাইদেউ, আপুনি দিয়া প্ৰতিটো 'ৰেচিপি' ইমান সুন্দৰকৈ বুজাই দিয়ে ; সেয়ে বনাবলৈ সহজ হয় ...! আপোনাৰ কথাকেইষাৰ আপোন আপোন লগা হ'ল.... ! আগলৈও এনেদৰেই লগ পাই থাকিম আপোনাক....
শুভৰাত্ৰি....