Hsa ktha kbo gole aia ketiao nhoi karon teok Kune marise kar planning t morise heya sbe jane...imn a planning j imn daor ata issue soli thakute sorkar e hthate hslc r result o d dile...ai khon sorkar r pora apuni ketiao akha nkribo j teor dukhiye hasti pabo...
মা তোমাৰ কথা ভাবিলে বেয়া লাগে।আপুনি ন্যায়
পোৱাৰ বাবে কামনা কৰিলো।
এগৰাকী মাতৃৰ চকুপানী অথলে নাযায়।ভগৱান আছে।
C B i লৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল উচিত তদন্ত কৰাৰ বাবে।
ইহঁতক শাস্তি নিদিলে আৰু বহুত জোনমণি ক মাৰিব।
ভগৱানে ন্যায় দিব।আপুনী অকলশৰীয়া নহয় খুড়ীমা।আপোনাৰ লগত ভগৱান আছে।সকলো ভগৱানৰে লীলা।
ভগৱান যে আছে প্ৰমাণ হব যদিহে হত্যাকাৰী শাস্তি পাই। 😢 খুড়ীদেউ আপুনি ধৰ্য ৰাখক।
সুখবৰ । মাতৃগৰাকীৰ মনোবাঞ্ছা পূৰণ হব লাগিব ।।
মাতৃগৰাকীক আদালতে সুবিধা প্রদান কৰক
সঁচাকৈ এই মাতৃ গৰাকীলৈ বৰ বেয়া লাগে।❤
ভগৱানে উচিত বিচাৰ কৰিব ।
বৰ্তমান চৰকাৰে যদি ইয়াৰ সুবিচাৰ নকৰে তেনেহলে গোটেই চৰকাৰ খনকে ভগবানে় ৰেহাই নিদিয়ে। পাপৰ প্রায় চিত্র নিশ্চয়ই হব।লীনা দলেক থাৰ্দ ডিগ্রী দিলেই সকলো ওলাই পৰিব।
🙏🙏🙏
You are right.and 100% right,I also think so.
মানুহৰ চকুত ধৰা নপৰিলে কি হ'ল ভগৱানৰ চকূত ধৰা পৰি আছে।
দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব।
দুখিৰ ফাঁচী হওঁক
সত্যৰ এদিন জয় হবই । ভগবানে অন্যাই কেতিয়াও সহ্য নকৰে । ন্যায় পাবই ।
জোনমনি ৰাভাৰ মাতৃ গৰাকী ক শক্তি দিয়ক প্ৰভু।
এইবাৰ যেন সঠিক বিচাৰ কৰা হয় , ভগৱানৰ ওচৰত তাৰেই কামনা কৰিলোঁ।
মা সাহস ৰাখিব , ভগৱান আছে ।
God bless you maa🙏🙏
পৃথিৱীত ভগৱান নিশ্বয় আছে । তেওঁ বিচাৰ কৰিব।
কেচটো উঠাই ভূল কৰিলে । এই বিলাক ৰাজনীতিৰ ছাল।
আপোনাৰ চকুপানী আথলে নাযায় মা। ভগৱান আছে।
ভগৱানে এদিন বিচাৰ কৰিব
আই গৰাকীয়ে সত্য কথা কৈছে । সত্য সদায় জয় । কূটনীতিৰ কৌশলৰ দ্বাৰা যি সকলে জোনমণিক সত্যা কৰিছিল ফাঁচি হোৱাতো বিছাৰো ।
Press the lord prabu jessu
Dukhiye hasti pauk tare kamona korisu.
Mama jindabad ❤❤❤❤
God. Bless. You. Ma.
বাইদেউ আপুনি চিন্তা নকৰিব ভগৱান আছে জোনমনি ন্যায় পাব
মা গৰাকিলৈ বহুত দুখ লাগে😢😢😢Ub পুলিচ বুত জহৰা হয়😢😢মই নিজে এজন পুলিচ but মৰ নিজৰে লাজ লাগে এইবোৰ😢😢ওকল টকা চিনি পায়😢but ফতুৱা টকায় মানুহৰ কামত নাহে😢ভগৱানে সকলোৰে বিচাৰ লয়😢😢দুই এদিন দেৰি হয় SI বিলাক বেছি জহৰা
xadhrn jntr ki hbo.???dangor dangor crime bilk dangor manuhei kore..duniya khn enekuwai..duxik ki punish diye dekh jaok
😂😂😂 homeguard দুটা বৰ্খাস্ত কৰি অসম বাসীৰ মুখত সোপা দিছে😂😂😂😂😂 ভগৱান আছে বৰমা... সময়ে সকলো কয়
সঁচাকৈয়ে বহুত বেয়া লাগে মাক জনীক এনেকৈ দেখি কিমান কষ্ট কৰি ছোৱালী জনীক ডাঙৰ দীঘল কৰি এজনী আৰক্ষী বিষয়া বনালে আৰু কি হ'ল আৰক্ষীয়ে মাৰি পেলালে সঁচাই আমাৰ অসম খনত আৰক্ষী বোৰ ধান্দাবাজী বেলেগ একো কব মন নাই আমাক ন্যায় লাগে কাৰণ এই বিষয়টোত বহুত আৰক্ষী বিষয়া জড়িত আছে ৰাইজে জানে ।মাকজনী দেখিলে বুকু খন কিবা লাগি যায়।
সত্যৰ সদায় জয় দুসিক ফাচী দিব লাগে
মা আপোনাৰ লগত ভগৱান আছে
Justice for Jonmoni
Ma god Bless u. 🙏🙏🙏
মাতৃ গৰাকীয়ে উচিত বিচাৰ পাওঁক যেন ভাল লাগিব
Home gaurd কেইজনক নিলম্বন কৰিলে নহব
Senior কেইজনক sushpend কৰি
শাস্তি দিব লাগে
জুনমণি ৰাভাৰ মাতৃ বেদনা কথা বিজেপি চৰকাৰৰ নেতা পালি নেতাই কি বুজিব ,নিজৰ জিক হেৰুৱাই কেনেকৈ আছে ,, নেতা মন্ত্ৰী পৰিয়ালত লগত হলে তেতিয়া বুজি পালে হেঁতেন ,,মই নাভাবো যে মাকে ন্যাই পাব ,এইবোৰ 2026 ৰ অংক ,ৰাইজে মনত ৰাখি থৈছে যে সেইকাৰণে অলপ কিবা কৰিব পাৰি নেকি চাইছে
Justice
God is good
মা আপোনাক 🙏 জনালো।ভগৱানে আপোনাক ধৈৰ্য আৰু সাহস দিয়ক।গোটেই অসমবাসী আপোনাৰ দুখৰ সমভাগী।ভগৱানৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিছো দোষীয়ে যাতে উপযুক্ত শাস্ত্ৰী পায়।
Right
হ’মগাৰ্ড দুজনকহে নিলম্বন কৰিছে৷বাকী কেইজনৰ তদন্তহে কৰিবলৈ নিৰ্দেশ দিছে৷ বাকী সকলকহে নিলম্বন কৰি উপযুক্ত শাস্তি দিব লাগিব৷
Very good
খবৰতো শুনি ভাল লাগিল। দোষীক উচিত শাস্তি দিব লাগে।সমগ্ৰ অসম বাসী সুখী হব।
Hsa ktha kbo gole aia ketiao nhoi karon teok Kune marise kar planning t morise heya sbe jane...imn a planning j imn daor ata issue soli thakute sorkar e hthate hslc r result o d dile...ai khon sorkar r pora apuni ketiao akha nkribo j teor dukhiye hasti pabo...
সত্য সদায় জয়
God bless you maa
ন্যায় লাগে। ইমান ভাল ছোৱালী। 😂😂😂😂sorkare ki kori ase..
দোষীক কঠোৰ পৰা কঠোৰতম শাস্তি দিয়ক
আপোনাৰ ওচৰত ভগৱান আছে।
We want justice for Junmoni Rahba
Jun Moni Rabhar hatyakariye sasti pale nothoi aañdita hom. CBI tadana kariloi aashes dhanyabad janalu
Justice for Junmoni Rabha
ভগৱান সদায় আছে ।মাথো আপুণি ভগৱানৰ লগত জৰিত থাকক ।সকলো কথা ভগৱানক কওক আপুণি নিয়াই পাবই মা ।
জোনমনিৰ মাতৃক শক্তি আৰু সাহস দিয়ক প্ৰভু ভগৱন্তই। মাতৃৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। চি বি আইৰ উপৰিও উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিব লাগে।
বহুত ভাল লাগিছে
Good newa
সত্যৰ জয় সদায় হয়, দেৰিকৈ হ'লেও মাতৃ গৰাকীয়ে ন্যায় পোৱা টো বিচাৰো।
Borya ! Sabbaas and Thank you sir !!!
Right.
Nice
হয় মা আমিও বিচাৰো দোষীয়ে উচিত শাস্তি পাওক
Thank
ফাঁচি দিয়ক
Bhagobane nyai dibo 🙏
এ মজাৰ খেল এইবাৰ জমিব
জোনমনী ৰাভা মাতৃয়ে ন্যায় পাওক। ন্যায় দিব লাগে। অপৰাধীক ফাচী দীব লাগে ।মৰা মানুহ দেখিচু কিন্তু এনেকুৱা মাৰ্দাৰ দেখা নাই। পৰীকলপ্লিট মাৰ্দাৰ ।ধন্যবাদ অসম বাসী ৰাইজ আৰু কি হয় আগন্তক দীনত জাটে এনেকুৱা আৰু নহয় ।
জুনমণিৰ মাতৃ বিচৰাধৰণে ন্যায় পাওক!ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏🙏🙏
We want justice for Junmoni Rabha as soon as possible
Yes👍😢
ভগৱানৰ আদালতত সঠিক বিচাৰ হব, মা আপুনি সুস্থ হৈ থাকক । ভগৱান সহায় হওঁক আপোনাৰ ।
Hoi dei ....vgban ase ase..... khoiyo tk kunu karonote lukuai thob nuare
Thanks maa
Always god sees the truth but wait. God may bless junmonis femaly.
Jonmani Rabha God bless her
ভগৱান আছে তুমি এদিন নিয়াই পাবা
Bohut dhukh lage o😢😢😢
ভগৱান নে সহায় কৰক❤❤😢😢
ভগৱান মাক সাহস দিবা,কুখলে ৰাখিবা প্ৰভু 🙏🙏🙏 দুখিয়ে উচিত শাস্তি পাওক
God bless you khuri eswor aseapni prathana kri thakok
বৰ্খাস্ত কৰা গৃহৰক্ষী দুজনেহে মাৰ্ডাৰ কৰিছিল নেকি। তেওঁ লোকক টকা দি ঘটনাটো কৰাই ছিল নেকি, সকলো বোৰ খৰচী মাৰি প্ৰকাশ কৰক, ৰাইজে শুনি সুখী হ'ব।
ভগৱানৰ ওপৰত ভৰষা।
😢😢😢😢😢ভগবান মাতৃ গৰাকী লৈ উচিত বিচাৰ কৰি দিয়ক😢
❤❤❤
হে ভগৱান চকুৰ মেলি ছুৱা আই মাতৃ গৰাকীক .জাতে নিয়াই দিয়ে .
জোনমনি সৰগত শান্তিৰে আছে তুমি অকনো দুঃখ নকৰিব মা আপোনি ও গলে জোনমনি আৰু আপোনাৰ লৰা স্বামীক সকলোকে লগ পাবগৈ মা চিন্তা নকৰিব
যুনমুনি মাক নেইয় পাব লাগে
Salute CBI team
Nice good news
Good news 👍
We believe indian justice ,may be late. But we are optimistic.
Good very very good
দোষীক ফাঁচী দিব লাগে আৰু বেলেগ কথা নাই জুন্মনিক যেনেকৈ মাৰিছে তেনেকৈ এই পিখাছ কিতাক কোবাই কোবাই খাছটি দীয়ক
We want to justice.
সত্য সদাই জয় মা
Maa hodai maa❤❤❤❤❤
BHT bht doinobad
CBI❤TaHINK
YOU❤C
B
I❤
মা আপুনি ভালে থাকক কাৰণ আপুনি যিমান কষ্ট পাইছে নিজৰ ছোৱালীক হেৰুৱাই তাতকৈ বহুত বেছি কষ্ট পাব হেই হৈতাকাৰি কেইটাই । আপুনি ভালে থাকক সকলো ভগবানৰ ওপৰত এৰি দিয়ক যাতে অসুৰ কেইটা পৰিয়ালৰ মানুহ বোৰে আপুনতকৈ দুগুণ বেছি কষ্ট পাই । সিহঁত হাৰি যাব নোৱাৰে কাৰণ।আপোনাৰ লগত সকলো আছে আপুনি এদিন নিয়াই পাব । সেই অসুৰ কেইটাক আমি সকলোৰে হাষ্ঠি পোৱাটো বিচাৰোঁ
মা , তোমাৰ চকুপানী অথলে নেযায় । ভগৱান তোমাক সহায় কৰিবই । মা , তোমাৰ চৰণ চুই সেয়া কৰিলো ।