Akou Pogola Hom By Neel Akash || Bihuwan || Ujjwal Aarong | Mrinmoy Mritwik | New Assamese Song 2025

Поделиться
HTML-код
  • Опубликовано: 22 дек 2024

Комментарии • 1,4 тыс.

  • @Jiiintu
    @Jiiintu Час назад +20

    Neel Akash's songs are always a vibe! The perfect mix of emotions and melodies that hit right in the feels every time.😊❤

  • @NitulDadhara
    @NitulDadhara 4 часа назад +179

    Bohut Dhuniya ❤

    • @udiptakonwary4077
      @udiptakonwary4077 3 часа назад +4

    • @momiyoutube2431
      @momiyoutube2431 3 часа назад +6

      dada apuni gaan kio dia nai 😢

    • @ShekarJyoti-sn2ix
      @ShekarJyoti-sn2ix 3 часа назад

      🤡🏳️‍🌈🍒🌈

    • @ghana13x
      @ghana13x 3 часа назад +3

      দাদা আপোনাৰ গান কেতিয়া আহিব

    • @PGVIL
      @PGVIL 3 часа назад +1

      Hosai dai ❤

  • @RcRanjan22
    @RcRanjan22 4 часа назад +151

    " বিহুৱান " আবেগ হয় আমাৰ 🥺❤️‍🩹 বছৰৰ শেষত এই এলবামটোৰ বাবে যেনেকুৱা এটা হেঁপাহ থাকে আন একো বস্তুৰ বাবে নাই ❤️❤️ নীল দা ভালে থাকক সদায় আপুনি ❤️❤️❤️ #আকৌ_পগলা_হ'ম 🔥

    • @ritupondihingia5169
      @ritupondihingia5169 3 часа назад +3

      Gan tut iman ta jur nai

    • @PulinBaruah-xg6bf
      @PulinBaruah-xg6bf 3 часа назад

      Mon moina u lage

    • @bituponduttavlog7287
      @bituponduttavlog7287 3 часа назад +1

      নীল দা plz এটা coment replay দিয়ক ,। আপোনাৰ লগতে , সংগীত ভাগীত জড়িত সকলোকে , ইংৰাজী নতুন বছৰৰ আন্তৰিক অভিনন্দন জনালো ।

    • @AmarDas-hb2jl
      @AmarDas-hb2jl 37 минут назад

      Right 👍👍👍

  • @Navasaikia-26
    @Navasaikia-26 Час назад +6

    মাঘ বিহুৰ আগতেই নীল দা নতুন গান এটা নাপালে কেনেকৈ হব । সঁচাকৈ বহুত সুন্দৰ ❤
    Thank You Neel Da🙌😍

  • @RahulDoley-st6jv
    @RahulDoley-st6jv 4 часа назад +38

    বিহুৱানত সদায়েই নতুনত্ব, বাকী আৰু কি ক'ম ভাষা নাই ইমানেই ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ শুভেচ্ছা থাকিল নীল দা গীতটি ৰ লগত জড়িত সকলোলৈকে।

  • @jpcreations9252
    @jpcreations9252 Час назад +2

    Akou pogola hom eibar Neel da r karone❤️Oo Neribba🥳
    Bihuwan hole Eku a nalage..❤️jorhat,Pulibor❤️

  • @BibekaBikash
    @BibekaBikash 4 часа назад +35

    Finally, আমাৰ মৰমৰ বিহুৱানে ১০ বছৰ অতিক্ৰম কৰিলে আৰু আগুৱাই যাওঁক। সুন্দৰ হৈছে নীল দাৰ ❤❤

  • @zgdebajitborah4317
    @zgdebajitborah4317 Час назад +3

    বহুত বেছি মৰম যাঁচিলো মৰমৰ ককাইদেউ।❤️👌
    বাদ বাকী "বিহুৱান" জুই বুলি কলো আৰু মৰমৰ নীল দাৰ লগতে জড়িত হৈই থকা সকলোলৈকে ভোগালী বিহু আৰু ইংৰাজীৰ নৱবৰ্ষৰ হিয়া -ভৰা শুভেচ্ছা যাঁচিলো।❤️❤️🙏🙏

  • @bhriguneelentertainment9038
    @bhriguneelentertainment9038 4 часа назад +36

    বিহুৱান আমাৰ তেজে তেজে সিৰে সিৰে বৈ আছে🥹❤️। বহু অপেক্ষাৰ অন্তত আজি গীতটি আমাৰ মাজত পালোঁ☺️😍। নীল দা সদায় প্ৰিয়❤️🫶😙 । গীতটিৰ লগত সাঙোৰ খাই থকা সকলো কেইজন ককাই লৈ ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ ধুনীয়া ধুনীয়া গীত আগবঢ়াই থাকিব 🙏❤️

  • @nipudas8584
    @nipudas8584 Час назад +6

    নতুন বৰ্ষ বুলিলে আপোনাৰ গীতেই প্ৰথমে পাও আপোনাৰ গীতেৰেই নতুন বৰ্ষ আৰম্ভণি কৰো। ধুনীয়া ❤️❤️

  • @Sibsagar-s1e
    @Sibsagar-s1e 4 часа назад +46

    Dhuniya Neel Daa❤

  • @kamalborah98
    @kamalborah98 Час назад +4

    আকৌ হিট মাৰিব। বিহুৱানৰ নিজস্বতা আৰু আপোনা শৈলীয়ে আপ্লুত কৰে। ভালে থাকক ❤

  • @PallabGogoi-cr3qh
    @PallabGogoi-cr3qh 4 часа назад +22

    বহুত আখাৰে বাট চাই আছিলো বিহুৱানৰ বাবে । গানটো শুনি বহুত ভাল লাগিলে । Neel Daa ভাল পোৱা সকলে 👍 এটা কৰি দিব ❤❤❤

  • @HanifRajkhowa04
    @HanifRajkhowa04 2 часа назад +5

    বিহুৱানত সদায়েই নতুনত্ব, বাকী ধুনীয়া হৈছে গানটো, বিহুৱান আমাৰ আবেগ শুভেচ্ছা থাকিল নীল দা গীতটি ৰ লগত জড়িত সকলোলৈকে।❤🎉

  • @giyan_short
    @giyan_short 4 часа назад +28

    নীল আকাশ ককাইদেউৰ প্ৰতিটো বিহুৱান এ হিট হয়।❤❤❤❤নতুন বছৰ বিহুৱানেৰে ৰমক জমক হৈ উঠিব❤️❤️

  • @hariprasadexplore810
    @hariprasadexplore810 4 часа назад +28

    চেনি,,চেনি,,চেনিমাই back. outstanding 👍💓😊 সোৱাদ পাইছো দেই,,,মজা

  • @MadhusmitaNath-n2g
    @MadhusmitaNath-n2g 4 часа назад +19

    আকৌ পগলা হম❤উফ বিহু ত একদম এইবাৰ বাজি থাকিব নীল দা , গানটো শুনি প্রিয় জনলৈ মনত পৰি গল❤

  • @raktimchiring
    @raktimchiring 2 часа назад +11

    বিহুৱান আমাৰ আবেগ ❤❤ আমাৰ বাবে এটি উপহাৰ 😊

  • @gokuldasmusical
    @gokuldasmusical 4 часа назад +21

    বিহুৱানক নোহোৱা হৈ যাব নিদিব দাদা, আগৰ দৰে হিট লাগে দাদা । Vedio লাগে এইটোত আপুনি অভিনয় কৰা ❤❤😊 আপুনি অভিনয় কৰিলে আগৰ বগী বগী, হোণ্ডাচিটিৰ দৰে হিট হব দুবছৰ মানৰ পৰা বিহুৱানত ইয়াৰ কমী অনুভৱ কৰিছো।

  • @chintukalita7194
    @chintukalita7194 Час назад +3

    বিহুৱান সদায় প্ৰিয়, প্ৰত্যেক বছৰে অপেক্ষা থাকে এই এটি গীতৰ ❤

  • @mintudowarah5991
    @mintudowarah5991 4 часа назад +27

    মৰম গোলাঘাটৰ পৰা♥️👐

  • @neelamlan7414
    @neelamlan7414 4 часа назад +15

    দহটা বছৰ গৰকা নীল দাৰ বিহুৱানখনলৈ বহুত বহুত মৰম থাকিল❤ । এই বিহুৱান যেন আৱেগ 💙

  • @JituDikuVlogs
    @JituDikuVlogs 4 часа назад +14

    এটা বছৰৰ অন্তত আকৌ আমাৰ মাজলৈ এটি সুন্দৰ গীত ।। এইবাৰ বিহু গৰম হবৈ লাগিব । ❤❤❤❤

  • @Frustratedmitu
    @Frustratedmitu 4 часа назад +12

    দুবছৰৰ পিছত এইবাৰ আকৌ হিট হ’ব বিহুৱান ❤️🔥

  • @dipakborah9516
    @dipakborah9516 4 часа назад +21

    প্ৰত্যেক বছৰে বিহুৱান শুনিবলৈ ৰৈ থাকোঁ ।।🎉🎉 নীল আকাশ দাক বহুত ভাল লাগে ।।।🎉🎉🎉 আৰু কুসুম কৈলাশ দাক ভাল লাগে ❤❤।।। যাৰ যাৰ ভাল লাগে এটা লাইক মাৰা ।।।

  • @arjunhazarikamusical
    @arjunhazarikamusical 4 часа назад +24

    বিহুৱান কেৱল এটা এলবাম নহয় আমাৰ বাবে আবেগ ❤ বৰ ভাল লাগিছে দাদা ❤

  • @MrPerfect-jf9it
    @MrPerfect-jf9it 4 часа назад +9

    Dil se Bihuwan Fan ❤... Anekoie hodai Bihuwan amar majot hojib hoi thakok❤🎉

  • @NilimGogoi-jn7qi
    @NilimGogoi-jn7qi 4 часа назад +7

    Neel dar bihuwan r song tu শুনিবলৈ ইমানেই অপেক্ষাত থাকোঁ....কি কম আৰু ভাষা নাই...আমনি এই নালাগে ❤😮....

  • @bijitborpatra3670
    @bijitborpatra3670 4 часа назад +45

    "বিহুৱান" আমাৰ "আবেগ" এইবাৰ কিন্তু আৰু বেছি মৰমিয়াল হৈছে সঁচাকৈ, লগতে সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে সকলোৰে ভাল হওঁক নতুন বছৰটি।❤️🫰🫰

  • @keshabchetia5806
    @keshabchetia5806 2 часа назад +3

    1st zubeen da❤❤❤❤
    2nd Neel da❤
    3rd papon da ❤

  • @thevloggerapurba
    @thevloggerapurba 4 часа назад +7

    Finnally Bohut Opekhyat Ahi Gol ❤️...Mozza Neel Da 😍❤️... Superb.... Bihuwan Mane Jui 🔥

  • @priyankabaruah6878
    @priyankabaruah6878 4 часа назад +9

    Waw Neel da বহুত হেঁপাহলৈ বহি থাকো ❤ সঁচাই বহুত ভাল লাগিল ভালে থাকক আপুনি সদায় ❤

  • @ankurkrmusical
    @ankurkrmusical 4 часа назад +10

    মৰমৰ নীল দা লৈ
    বহুত বেছি মৰম আৰু শুভ
    কামনা ❤❤❤
    অতি সুন্দৰ গীত।😊

  • @ManashPratimDigboiOfficial
    @ManashPratimDigboiOfficial 3 часа назад +17

    Bohut dhuniyaa dosty ❤️❤️❤️❤️

  • @foujideep3003
    @foujideep3003 4 часа назад +12

    Maagh Bihu t Falii Dim 🥳🤩NEEL DAA AAPUNI 💥💥💥

  • @bishwajitmahanta8016
    @bishwajitmahanta8016 2 часа назад +1

    প্ৰত্যেক বছৰেই অধীৰ আগ্ৰহেৰে বাট চাই থকা album টি❤

  • @aruprmusical8858
    @aruprmusical8858 4 часа назад +14

    বিহুৱান পৰিয়াললৈ আগতিয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল
    ৰাইজে গীতটো মৰম দিয়ক ❤
    বিহুৱান সদায় প্ৰিয় হৈ ৰৱ ❤️❤️❤️

  • @nibaran14k
    @nibaran14k Час назад +2

    💞বিহুৱান ৰ প্ৰতিটো গীতেই ধুনীয়া হয়💞
    ❤বিহুৱান ৰ সমূহ পৰিয়াললৈ❤
    💖মাঘ বিহুৰ শুভেচ্ছা থাকিল💖
    LOVE❤ FROM BAIHATA CHARIALI

  • @sauravsonowal9949
    @sauravsonowal9949 4 часа назад +12

    বিহুৱানে বিহু আনিলেই , বৰ ভাল লাগিল শুনি দেই

  • @bijubiju5768
    @bijubiju5768 2 часа назад +1

    Bat sai tohoka apunar bihuwan r gaan pai roboi pora huni buni amoni a loga nai ....moja neel daa🔥🔥🔥🔥🔥

  • @dipankardowari6907
    @dipankardowari6907 4 часа назад +9

    Finally...😊ako pgla hm hit neel daa hodai priyo bihuwan khn ❤❤😍🔥🔥

  • @NipujyotiSaikia1
    @NipujyotiSaikia1 4 часа назад +2

    ধুনীয়া ভাল লাগিছে গীতটো,,, বহুতো আশাৰে বাট চাই আছিলোঁ বিহুৱান এই বাৰ নহয় প্ৰতি বছৰে হিট।।❤

  • @Jintu_moran_
    @Jintu_moran_ 4 часа назад +9

    "বিহুৱান" আমাৰ আৱেগ ❤ বছৰটোৰ শেষৰ ফালে বহুত আশাৰে বাট চায় ৰৈ থাকোঁ 🥰 "আকৌ পগলা হম" সঁচাকৈ বহুত ভাল হৈছে গীত টি ❤ বাকী নীল দাৰ প্রতি মৰম বহুত বছৰৰ আগৰেই ❤

  • @chaoavilashgogoi2690
    @chaoavilashgogoi2690 3 часа назад +2

    এটা অন্যতম গীত অসম বাখিৰ বাবেই।।❤❤LOVE FROM TITABAR, JORHAT🤘

  • @niyorbikashgogoi2500
    @niyorbikashgogoi2500 4 часа назад +6

    বহুত অপেক্ষা অন্তত ককাইদেউ বিহুৱান গানটো পালোঁ ❤🥰 ধন্যবাদ ককাইদেউ 😗❤️

  • @sujitgogoi
    @sujitgogoi 3 часа назад +5

    Bihuwan is ❤
    Lots of love Neel da 💝

  • @kingkohli4856
    @kingkohli4856 4 часа назад +11

    ডেকা সকলৰ বাবে মাঘৰ বিহুত নাচিব কাৰণে নীল দাৰ আকৌ পগলা হম গানটো আহি গল ।
    Bihuwan Hit 🎯❤❤ Congratulations # 0:08 BIHUWAN10 years completed.

  • @apurbadaimariofficial
    @apurbadaimariofficial 4 часа назад +8

    Finally বহু অপেক্ষাত ❤... বিহুৱান 😍🔥.... Ultimate ❤️

  • @FT25k
    @FT25k 4 часа назад +15

    আমি মিচিং সমাজত মানো আপোনাৰ গান শুনি বহুত ভাল লাগে আৰু আগুৱাই যোৱা ❤

  • @Bikikumardas230
    @Bikikumardas230 3 часа назад +1

    Bihuwan ❤ আবেগ 🥺

  • @kochariloraytc8710
    @kochariloraytc8710 4 часа назад +7

    বহুত ভাল লাগিছে গানটো 😍🥰 milin views aheb dai Neel da

  • @gogoi__18
    @gogoi__18 4 часа назад +9

    ১ জানুৱাৰী, মাঘবিহুত "বিহুৱান" নহলে আধৰুৱা❤🥰

  • @dhirajphukon6793
    @dhirajphukon6793 4 часа назад +11

    মাঘৰ বিহুৰ বিশেষ “বিহুবান”❤❤

  • @axom_reels_1
    @axom_reels_1 59 минут назад

    বিহুৱান সদায় প্রিয়, প্রত্যেক বছৰে অপেক্ষা থাকে এই এটি গীতৰ❤💜

  • @krishnapegu9317
    @krishnapegu9317 4 часа назад +5

    অতি সুন্দৰ কণ্ঠ নীল দা। 🎉❤ আৰ শুনিয়ে থাকিবৰ মন যয়।❤

  • @Rakeshbarmanmusical
    @Rakeshbarmanmusical 3 часа назад +2

    বহুত ধুনীয়া হৈছে ককাইদেউ ❤❤
    নলবাৰীৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ❤❤

  • @ramencreation5057
    @ramencreation5057 4 часа назад +5

    নীল দাৰ বিহুৱান অবিহনে যেন ভোগালী বিহু আধৰুৱা হৈ ৰʼৱ
    এনেকৈয়ে প্ৰতি বছৰে বিহুৱান খন দি যাব দেই নীল দা♥️♥️

  • @bihuwan47
    @bihuwan47 4 часа назад +10

    এইবাৰ super hit ❤❤❤

  • @AashiqUrang-xe2hw
    @AashiqUrang-xe2hw 2 часа назад +2

    Aakou Hunibo Palu Bihuwanor GAAN Dhuniya Neel Da ❤❤❤ Aagotiya ke Happy new year Thakil Neel Da ❤❤❤❤❤

  • @ariyanofficial1236
    @ariyanofficial1236 4 часа назад +5

    Mojjjja ❤...neel daa🎉...... love from baksa Nayabasti ❤️

  • @Saikiajunmoni
    @Saikiajunmoni 4 часа назад +2

    Hundor❤ huni val lagil. Aie mahkeitatt bihu gan bur oxomiarbby bujabo nuara ate anubhob❤

  • @গোগামুখৰলৰা
    @গোগামুখৰলৰা 4 часа назад +6

    Neel da
    বহুত ধুনীয়া হৈছে সুন্দৰ❤

  • @MonKussum
    @MonKussum 2 часа назад +2

    Dhuniya... ১০ বাৰ শুনিলো দাদা...

  • @prasantaraja1081
    @prasantaraja1081 4 часа назад +5

    বিহুৱান এক সুকীয়া আমেজ বৰ ধুনীয়া হৈছে ❤❤❤

  • @BishaljyotiPhukan-m6s
    @BishaljyotiPhukan-m6s 3 часа назад +2

    Juii buli kolu aruh deiii🔥🔥mazi jolua dina aitua solibo mne aibar❤

  • @mrtulsizglover721
    @mrtulsizglover721 4 часа назад +6

    Neel daa Hit song album বিহুৱান" ❤ 2025 🥰

  • @akasharyanmusical4019
    @akasharyanmusical4019 3 часа назад +2

    যদি কথা দিয়া এইবেলি বহাগতে আপোন কৰি অনিম জনম জনমলে
    Uff This lines ❤❤

  • @sanugogoi753
    @sanugogoi753 4 часа назад +9

    হিলিলে আকৌ এইবাৰ বিহু❤❤❤❤

  • @dibakardhadumia4895
    @dibakardhadumia4895 3 часа назад +2

    Dibrugarh pora neel da bohut morom disu hokoluaa morom dibaa all friends❤❤❤❤❤❤❤ 🎉

  • @tamuli1234
    @tamuli1234 4 часа назад +8

    hyderabad ৰ পৰা সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাছিলোঁ তাতে নীল ককাইদেউ গানে গোটেই অসমৰ ৰাইজে সমিল মিলে ভেলাঘৰত নাচিব সাজু হওক

  • @DebojitBoruah-s3t
    @DebojitBoruah-s3t Час назад +2

    Neel Daa Hit❤️

  • @mp4song-c6m
    @mp4song-c6m 4 часа назад +8

    Aibar bihu fatib ❤
    Neel Dak bhal puwa hokole ata like di juwa

  • @hgrockstar4819
    @hgrockstar4819 3 часа назад +1

    2 bosor Pasot ,,, Agor Bihuan r feel tu paisu... ❤❤❤❤

  • @Niyorneelbora
    @Niyorneelbora 3 часа назад +4

    Neel daar বিহুৱান মানেই ভোগালী ❤

  • @swarfullabarman4556
    @swarfullabarman4556 3 часа назад +2

    Tumi mon fulonir bihuwan...proti bosore bihuwanor karone roi thaku.........bihuwan best dada

  • @ronvaii4187
    @ronvaii4187 4 часа назад +6

    একে একে দুই Neel Da আপুনি জুই

  • @mrinalsaikia6862
    @mrinalsaikia6862 3 часа назад +1

    Mozaaa lagil. Eeibar magh bihut hiittt🎉🎉😊

  • @JaanXonowalEL--
    @JaanXonowalEL-- 4 часа назад +5

    Moromor Bihuwan jasile Neel dai notun bosor upohar❤❤❤

  • @tapanjyotiofficial7501
    @tapanjyotiofficial7501 4 часа назад +2

    Neel da aibar bihuwan fatfati hit 2025 hoboi lagibo ne ki kua guys??❤

  • @HimakhiDuwara
    @HimakhiDuwara 4 часа назад +4

    বিহুৱানৰ অবিহনে নতুন বছৰ আৰু বিহু আধৰুৱা 🧿❤️ বিহুৱান আমাৰ আবেগ❤️

  • @r.g7419
    @r.g7419 2 часа назад +1

    ধুনীয়া neel da 👍 ১০ বছৰ বিহুৱান বাবে শুভেচ্ছা next মাঘ বিহুৰ আগৰ দিনা এ তা গান লাগিব ❤

  • @jengoboy
    @jengoboy 4 часа назад +7

    Kokai jui 🔥😍 #আকৌ পগলা #জীৱনজিন্দাবাদ

  • @dibya6170
    @dibya6170 2 часа назад

    বহুত ধুনিয়া ককাইদেউ ❤
    Love from GOHPUR ❤

  • @Madhabnibirmusical
    @Madhabnibirmusical 3 часа назад +3

    Bhut bhut dhuniya lagil
    Tatukoi atai val lagile bihuwan hobdo tu mention korile❤❤

  • @ANKURNATH07
    @ANKURNATH07 2 часа назад

    গীতটোৰ আৰম্ভণিতেই জুই 🔥 বাকী খিনি নকলেও হব❤

  • @Rajstob50
    @Rajstob50 3 часа назад +5

    বিহুৱান আমাৰ আবেগ , হেপাহ , সকলো ৰৈ থাকে সেই তাহানিৰ শকুন্তলাৰ দিনৰ পৰাই নৱবৰ্ষ আৰু মাঘৰ উৰুকাৰ পৰা ধৰি গোটেই বছৰটো । নীল দাৰ বাবে এটা লাইক❤️

  • @PulinBaruah-xg6bf
    @PulinBaruah-xg6bf Час назад +2

    Neel dada aji tuponi a nahibo sage mur 😊, bohut vl lagi ase gan tu xuni , bare bare xuni a asu ❤

  • @kamanko8192
    @kamanko8192 3 часа назад +5

    দুণীয়া লাগিছে বিহুৱান গান Neel da ❤🎉

  • @utpalgogoiyt9x
    @utpalgogoiyt9x 3 часа назад +2

    Dhuniya neel da 😍 ako pogola hom

  • @vlogerakhomvloger7070
    @vlogerakhomvloger7070 4 часа назад +5

    Aji bihuwan or opakha onto poril ❤❤🎉🎉🎉🔥🔥🔥

  • @dorothyshivam1466
    @dorothyshivam1466 3 часа назад +2

    Superb ❤🎉Bihuwan🌸... Bhal lagil 😊

  • @Gunupuwali
    @Gunupuwali 4 часа назад +4

    ধুনীয়া ❤❤❤ বিহুৱান সদায় নতুন হৈ জিলিকি থাকক

  • @poranassm
    @poranassm 3 часа назад +2

    Bohut dhunia❤❤❤

  • @BikashBorah-s4m
    @BikashBorah-s4m Час назад +6

    জুবিন দাই শেষৰজন ব্যক্তি যাৰ গানে হৃদয়ত জোৱাৰ তোলে । আৰু হাজাৰ গান আহক ..... জয় জুবিন দা ❤

    • @arundeka3550
      @arundeka3550 Час назад

      Zubeen Neel da nisina hb nuare Neel da zubeenr nisina hb nuare xuno jdi xonibi nuxuno jdi nii

  • @debojitofficialofassam5624
    @debojitofficialofassam5624 3 часа назад +1

    Aiber bihu jui hbo ..gaan tut 🥰🤟💥🔥

  • @RahulMiliVlogs121
    @RahulMiliVlogs121 4 часа назад +4

    Ati hundor voice Neel Akash Da ❤❤

  • @gunjangaming9067
    @gunjangaming9067 Час назад +1

    Hit aibar bihu t❤️

  • @Bkvocalmusic
    @Bkvocalmusic 4 часа назад +3

    জুবিন দা পিছতেই সকলোৰে মৰমৰ নীল দা ❤

  • @akeashnolboria9239
    @akeashnolboria9239 2 часа назад +1

    Neel da babe hokoluya like kori jua ❤

  • @JAYANTADHADUMIA-l4f
    @JAYANTADHADUMIA-l4f 4 часа назад +5

    Mojja mojja kokai