Salute to you for your stand and your work. আৰু আমি সকলোৱে জানো কোন সেই ভ্ৰষ্টাচাৰি নেতা যাৰ গাত কংগ্ৰেছৰো আদৰ্শ নাই আৰু বিজেপিৰো আদৰ্শ নাই, কেৱল চিনে নিজৰ স্বাৰ্থ।
Pratidin news channel ata Congress r channel hy ...bjp ye axom t kiman development kri ase dekha nai pratidin channel le ....kiman dukhiya gharr lorai sakari paise ...ami bjp k vote dimei .....mama jindabad ........mama love you ❤❤❤❤❤❤
People of Assam have seen the active role Praditin group in the upserge of militancy during 1990s. People of Assam are intelligent enough and they don't need your advice.A number of times people have rejected the perception that had tried by you to peddle.
In Short what he says, BJP = Congress in Assam...🙂🙂🙂 Back to square 1...🤔🤔🤨😐😐 Nothing has changed.... and that's the biggest problem for BJP...🙂🙂😅 Reap what you sow...!!! 😄😄
Bjp loi otisto hoise hadharon raaij........niraakhar sarkar bjp......congress aahi aase aakou ❤❤❤❤❤❤❤❤Bharat aaru axomor nisina jegaat congress sarkar is the best karon congress hokoluke loi Sola sarkaar........
Baruah mohodoy,aponar boktabyo sampurna rajonoitik jen palo,kono ata rajonoitik dal r pokhye kowa jen lagil.Aponar channel to ata bisesh rajonoitik dol r pokhye jen lage,kintu ai a anusit.
এটা কথাই মই বুজিলো বিশেষকৈ তথাকথিত অসমীয়া নেতাই ৰাজনীতিৰ চলেৰে নিজৰ টকা পইচা আৰু সম্পত্তি বৃদ্ধিতহে মনোনিৱেশ কৰিছে ,অসম আৰু অসমীয়া জাতিটোৰ কাৰণে একো নকৰে ।
অতি প্ৰয়োজনীয়, গুৰুত্বপূৰ্ণ মন্তব্য । প্ৰতিদিন গোষ্ঠী হক , নতুন অসম গঢ়াৰ প্ৰতিনিধি । শুভেচ্ছা যাছিলো ।
অতি নিৰাশাৰ মাজত অতি গুৰুত্বপূৰ্ণ বক্তব্য দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনালো,২০১৪ অৰ পৰা ভাৰতৰ গোটেই সংবাদজগত godi media বুলি গণ্য হৈছে বৰ দুখ লগা কথা
Kam Nai
সচা কথা আৰু সাহসী বাৰ্তা ৷
অৰুণোদয়ৰ ১২৫০ টকা কিছু সংখ্যক লোকৰ বাবে ড্ৰাগছৰ নিচিনাই হৈছে। কাৰণ ড্ৰাগছৰ নিচিনাকৈ তাৰ বাবেই আশা পালি থাকে।
1250 টকা লৈ ৰাজনীতিকৰ নেগুৰত ধৰি ঘূৰি ফুৰে তেওঁলোকক এদিন লেই লেই চেই চেই কৰিব । যিসকলে কৃষি কাৰ্য্য কৰি আৰু মজুৰি কৰি অথবা সৰু সুৰা ব্যৱসায় কৰি চলি আছে তেওঁ লোকে 1250 টকাৰ আশাত নিজকে ধোদত পৰিণত কৰি এদিন অকামিলা হৈ পৰিব ।
Tumi nubujiba.
Dhani manuh babe
1250 r value dukhiyar babe ki
১২৫০ দিয়াতকৈ চিলাই মেচিন বা দিয়াচলাই উদ্যোগ , ধূপ ৰ, আছাৰ,যাম,জেলি ৰ উদ্যোগ,ছাগলী, হাঁহ কুকুৰা পালন আদিৰ দৰেই জীৱনটো চলাই নিব পৰাকৈ প্ৰশিক্ষণ দি উপযুক্ত কৰি তুলিলে বেছি ভাল।একেলগে ৫০ হাজাৰ দি উন্নতি পৰীক্ষা কৰক।@@NikhilRoy-he7jz
@NikhilRoy-he7jz নিঠৰুৱাৰ বাবে ভোকৰ ভাত সঠিক কথা। কিছুমান লোকৰ বাবেহে ড্ৰাগছ।
সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। গতিকে সংবাদ মাধ্যমে জনতাৰ পক্ষে থিয় দিবই । কিছুমান ব্যক্তিয়ে দুৰ্নীতি কৰি টকা ঘটি টিভি চেনেল/বাতৰি কাকত চলাই দুৰ্নীতিত অভ্যস্ত সকলৰ গুণগান নকৰিলে উপায় নাই। কিন্তু জয়ন্ত বৰুৱাৰ পৰিয়ালে অসমীয়া ভাষা আৰু সংস্কৃতিৰ হিতৰ কাৰণে যুগমীয়া অবদান দিছে আৰু ভবিষ্যতেও দি যাব বুলি জাতিয়ে আশা কৰে । সকলো লোক অন্ধ ভক্ত নহয় । প্ৰতিদিন পৰিয়ালে কোনো চৰকাৰৰ আঙুলিৰ ঠাৰত নানাচিব বুলি আমাৰ বিশ্বাস অটুট আছে ।
Absolutely right
সুন্দৰ মন্তব্য
Right kotha koise 🎉🎉
Absolutely right 👍
Right
💯 percent correct salute 🫡🫡
কেৱল মহানগৰেই নহয় গ্ৰাম্য সমাজৰ অৱস্থাও তথৈবচ।দেৰীকৈ হ'লেও আপোনালোকে যে বুজিলে সেয়াই আশা।
Apuni xosa kotha koise.
Right 👍
জনসাধাৰণৰ ঠিকা তহতক কোনে দিলে।
GOOD❤
right kotha
কেতুমণিয়েও কিতাপ লিখে নে?
আপোনাক ফলো কৰিলে নেকি নে সঁচা কথা কোৱা কাৰণে হজম হোৱা নাই।
@@dilipdeka3355 আগতে নিজৰ ঘৈনীয়েকক সন্মান কৰিবলৈ শিকক কেতুমনিয়ে। পাছত ৰাইজক কথা ক'ব।
TRUTH..manuh ketia j buji pabo..
Great 👍
Very nice 👍
BJP ক ভোট নিদি কংগ্ৰেছক দিম আপোনাৰ মতে। কংগ্ৰেছে কি কৰিছিল সকলোয়ে জানে।😂😂😂
সেই কেইটা কংগ্ৰেছীয়েই এতিয়া BJP চলাই আছে😂
1250😂😂😂😂
ভোট দিবলৈ কেৱল কংগ্ৰেছ আৰু বিজেপিয়েহে আছে নেকি.... 🤔🤔🤔 অখিল উলাই আহিছে, লোৰিন উলাই আহিছে.... 🤔🤔🤔 ২০২৬ ত হয়টো আঞ্চলিক দল....🙂🙂🙂 দেখা যাওক 🙂🙂🙂🤔🤔
সন্মানীয় বৰুৱা ডাঙৰীয়া, আপোনাৰ সম্পূৰ্ণ কথাখিনিৰ লগত একমত হব নোৱাৰিলো। অৰুণোদয়ে কোনো গ্রাম্য অৰ্থনীতি দুৰ্বল কৰা নাই। মই এজন গাৱৰ কৃষক ৰ সন্তান। আমাৰ গাৱৰ পথাৰখন আগতে যেনেকৈ দেখি ছিলো বৰ্তমানেও একে দেখিছো। কোনো মানুহে খেতি বাদ দিয়া নাই। বৰং এতিয়া মাকৈ, সৰিয়হ আদি খেতিবোৰ বেছিকৈ কৰাহে দেখা যায়। গাৱলৈ আহি এইবোৰ বিশ্লেষণ কৰক।
Best news channel in Assam is protidin time ❤
প্ৰতিদিনে যিমান কংগ্ৰেছৰ পক্ষত ললেও বিজেপি ক ভোট দিম
BJP zindabad
একদম সঁচা কথা। যোগ্য ভোগ্য বসুন্ধৰা ❤।
It's Very Truth 🙏👌👍
ক্ষমতা আহিলে ৰামেই ৰাবন আৰু ক্ষমতা হেৰালে ৰত্নাকৰো বাল্মিকী হয়। কিন্তু বলী কোন? বেলি নে বতাহ? টকা নে আশা?
বিজেপিৰ ভোটেৰে ৰাজ্যসভাৰ mp হ'ব খোজা জনৰ পেটৰ ভাত হিমন্তই কাঢি কুকুৰক দিয়া কথাতো পাহৰিব পৰা নাই!
এইবোৰ হ'ল ধেকুৰা কুকুৰ!
সংবাদ মাধ্যম বা চছিয়েল মিডিয়াত বিজপিৰ বিৰুদ্ধে 90% বাতৰি প্ৰচাৰ বা বিভিন্ন অভিযোগ দেখা শুনা পাইছো।
কিন্ত প্ৰকৃততে অসমৰ জনগন বিজেপি বিৰোধী হয়নে???ইয়াৰ উত্তৰ একাষাৰে দিব পাৰি ----নহয়।
কাৰণ গ্ৰাম্যাঞ্চলত বিজেপিৰ উন্নয়ণ গাওলীয়া লোকে দেখা পাইছে।।কাৰণ অসমত জনগনৰ ওচৰত বিকল্প ৰাজনৈতিক দল নাই।।বিজেপিক আতৰাই যদি বেলেগ দল বিচাৰি চোৱা যায়,তেন্তে জনগনে দেখা নাপায় বা বিজেপিতকৈ বেলেগ দলক বহু দূৰ্বল বুলিয়েই জানে।।গতিকে নগৰত কি উন্নয়ণ সেইটো গাওৰ ৰাইজে নাচায়।কেৱল নিজ গাওত কি উন্নয়ণ হৈছে বা আগৰ কংগ্ৰেছতকৈ আজি কিমান কি পৰিৱৰ্তন হৈছে সেইটোহে তুলনা কৰি চায়।সেইহিচাপত চালে 2026 ত পুনৰ বিজেপিৰ জয় নিশ্চিত।
Salute to you for your stand and your work.
আৰু আমি সকলোৱে জানো কোন সেই ভ্ৰষ্টাচাৰি নেতা যাৰ গাত কংগ্ৰেছৰো আদৰ্শ নাই আৰু বিজেপিৰো আদৰ্শ নাই, কেৱল চিনে নিজৰ স্বাৰ্থ।
Good talk... sir sklo manuhe jona usit...
ইমান মানুহে চাকৰি পালে, আগতে এনেদৰে নিকা নিযুক্তি হৈচিলনে ?
Hosa kotha..Asomiya manuhe kheti kora bad dile…Gaon gole etia ghr burot garu dekha napai..Sob besi ses
ন্যায়াধীশ যেতিয়া একপক্ষীয় হব পাৰে, সংবাদ মাধ্যম কোন।
ভোট কাক দিম নিদিম আমাৰ ব্যক্তিগত কথা।BJP দিনত বহুত পৰিবৰ্তন হৈছে।
1250😂😂😂😂
Nhy 35,000
All good but...flyover upredi...bike bur najai ne ki baru...??
Good
প্ৰতিদিন নিউজে অসমখন বাংলাদেশৰ লগত মিলাবলৈ বিচাৰিছে৷ ভাৰতীয় জাতীয় কংগ্ৰেছে পাকিস্তানৰ লগত হাত মিলাবলৈ বিচাৰিছে৷
ভাল লাগিল কথাখিনি শুনি
Fly over a di apuni nejabo nhle, ru khunok apunar kothat janokhadharon nsole kokay
Very well said. Salute you Sir.
আপোনাৰ কথা কোনো অসমীয়াই নামানে। আপুনি কি পন্থী বুজিবলৈ বাকি নাই।
বিজেপি জিন্দাবাদ
Cong vot diyok ba Cejriwalok vot diyok
Amazing words by him
আপুনি টিকটটো পালেই লুটিবাগৰ মাৰিব ৷ আপুনি টো টিকটৰ কাৰনে বহুত দিন যুজি আছে কিন্তু পোৱা নাই ৷ হিমন্ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজনাথ সিংক লৈ আপোনাৰ ঘৰত কিয় গৈছিল ? আপুনি সাংসদৰ টিকটৰ আশাত আছে ৷ টিকট টো পালেই আপুনি বিজেপীৰ গুণ গায় থাকিব ৷
Pratidin news channel ata Congress r channel hy ...bjp ye axom t kiman development kri ase dekha nai pratidin channel le ....kiman dukhiya gharr lorai sakari paise ...ami bjp k vote dimei
.....mama jindabad ........mama love you ❤❤❤❤❤❤
Hoi niki....tmr mama j emn loan loi solai ase ....kiba koba niki....mama e loan loi baginik kapor di ase 😂
Juta jur ok e seleki ndiye kio
Right person
সাজি পাৰি কলেই তোমাৰ কথাবোৰ আমি সমৰ্থন নকৰোঁ। তুমি নিজে কিমান ধোৱা তুলসীৰ পাত। হকে বিহকে ৰুল্লিং পাৰ্টীক গুৱাল গালি পাৰি থকাটোৱেই সাংবাদিকতা নহয়। ই হৈছে এটা ব্যৱসায়ীকতা। ইয়াৰ ফলত তোমাৰ পেপাৰৰ বিক্ৰী বাঢ়িছে। দৈনিক অসম, The Assam Tribune, The Sentinel, नव भारत टाइम्स এইবোৰ হৈছে নিৰপেক্ষ কাকত। আমি কোনো ধৰণৰ অত্যুক্তিক সমৰ্থন নকৰোঁ। ই সমাজৰ বহু ক্ষতি কৰে ।
People of Assam have seen the active role Praditin group in the upserge of militancy during 1990s.
People of Assam are intelligent enough and they don't need your advice.A number of times people have rejected the perception that had tried by you to peddle.
এইখন চৰকাৰে মহিলা সকলক অৰুণোদয় ৰ নামত ১২৫০ টকা দি ভোট বিচাৰিছে ৷১২৫০ টকাত আজিৰ দিনত হাতৰ মুঠিতেই বজাৰ কৰি আনিব পাৰে ৷টকাৰ লোভ দি অসমৰ ৰাইজক কৰ্মবিমুখ কৰিছে ৷অসমৰ মানুহৰ ঘৰত এতিয়া ঢেকীশাল জুহাল তাঁতশাল নাইকীয়া কৰাৰ মূল মানুহ হ’ল বিজেপি চৰকাৰ খন ৷ঘৰত অমুকটো নাই তমুকটো নাই বুলি কলে আজি কেই তাৰিখ তাৰ হিচাপ লয় ৷এই বিজেপি চৰকাৰ অহাৰ আগতে অসমৰ মানুহৰ ইমান অভাৱ নাছিল কাৰণ সেই সময়ত মানুহ সকলে খেতি পথাৰত মনোনিবেশ দিছিল কেনেকৈ আনত কৈ দু ডৰা মাটি বেছিকৈ ৰুব পাৰোঁ ৷আজি কালি চৰকাৰী চাউল পাই খেতি কৰিবলৈ মন নকৰা হ’ল ৷চৰকাৰী চাউল আৰু গোটক দিয়া টকাই ভৱিষ্যত প্ৰজন্মক কোঙা কৰিব ৷সময় থাকোঁতেই ৰাইজ সজাগ আৰু সৰ্তক হওক ৷এবাৰ সোণৰ অসম খনৰ কথা চিন্তা কৰক ৷ সাংবাদিক সকলে নিজৰ প্ৰচাৰ মাধ্যম শুদ্ধ ৰূপত প্ৰকাশ কৰক যাতে আনৰ গৰিহণাৰ পাত্ৰ নহয় ৷
কথাখিনি মুকলিকৈ কোৱাৰ বাবে বৰুৱা ডাঙৰীয়াক ধন্যবাদ যাচিলোঁ ৷
Who is listen to whom? Now everyone running after free Asonees.
সুন্দৰ কথা
Mama good
❤
very nice
নিজৰ সংসাৰ ধৰিৰাখিব নোৱাৰালোকৰ কথা বা লিখনিয়ে কি নীতিশিক্ষা দিব বাৰু ?
মোডি ও ঘৈনীয়েকক ৰাখিব নোৱাৰিলে। কিন্তু দেশৰ প্ৰধান মন্ত্ৰী
কংগ্ৰেছৰ চৰকাৰতকৈ এতিয়া অসমত ভ্ৰষ্টাচাৰ ১০০ গুন বেচি হৈছে
Everything is right, but MP ticket tu napale karone he koise, don’t worry sir, eibar 2026 t apunak mama e ticket dibo jen lage..
কোনো কম নহয় । টকাৰ পিছত পৰি দেশৰ কথা পাঢ়ে।
Bjp bahera jugya political party bortoman xomoyat axa buli moi nbhabu... Bortoman xomoyat apunaluke book published koribo lgisill.. Vote kak dm...
Good comment
1250 taka 1din khaboloi nahay. Buji powa nai manuhe.
Congress-----Bjp= mama
আচলতে বতৰি কাকত বা TV channel বোৰ যদি ৰাইজৰ পক্ষত থাকে তেন্তে সি চৰকাৰ বা দলৰ (যি দলৰে নহওক )বিৰুদ্ধে থয় দিয়া যেন লাগিবই । ইয়াৰ অৰ্থ হ’ল কোনো ৰাজনৈতিক দলৰ চৰকাৰেই ৰাইজৰ পক্ষ নলয় । মথো ভোট বেংক অটুত থকাৰ বাবে সিন্ধান্তবোৰ লয় বা দলৰ বাবেহে চৰকাৰ চলায় ।
আটাইতকৈ ভাল উদাহৰণ - অসম চুক্তি ৰূপায়ন নকৰাকৈ ৪০ বছৰ পাৰ হওঁ হওঁ । হাত দিলেই ভোট ( বহিৰাগতৰ )হেৰুৱাৰ ভয় ।
গণ্ডগোলটো তাতেই। তোমালোকে ধৰিব নোৱাৰিলা, কিন্তু বুদ্ধিজীৱীসকলে ধৰিব পাৰিছিল যে জিকাবলৈ যোৱা বিজেপি খিনি কোন আছিল। তেওঁলোকতো দুৰ্নীতিগ্ৰস্থ কংগ্ৰেছ আৰু এজিপিৰ মানুহখিনিয়েই নহয় জানো?
0:17 সঙবাদ মাধ্যম সমুহে চৰকাৰৰ বেয়া খিনি সমালোচনা কৰাৰ লগতে কিছু অন্যলোকসকলে কৰা বেয়া খিনিৰো সমালোচনা কৰা ভাল।
Very good speech by JAYANTA BARUAH
বালৰ জয়ন্ত বৰুৱা।
কোন কংগ্ৰেছ কোন বিজেপি... মানুহ খিনিছোন একেই... মাত্ৰ দল সলাইছে... আৰু একো হোৱা নাই।।।😂😂😂
In Short what he says, BJP = Congress in Assam...🙂🙂🙂 Back to square 1...🤔🤔🤨😐😐 Nothing has changed.... and that's the biggest problem for BJP...🙂🙂😅 Reap what you sow...!!! 😄😄
অন্ধ ভক্ত সকলে বুজিবলৈ
পাৰিব লাগিব।
2040 চনলৈকে দেশক নৰেন্দ্ৰ ম'ডি, অসমক হিমন্ত বিশ্ব শৰ্ম্মা লাগে ।
☝☝☝
basidin nathagibo powerot.
ঢামা ধৰা কেইটাক লাগে
Tur bus khon
@@ratuldas7134গান্ধী পৰিয়ালৰ পোকৰ চেলেকা 😂😂😂
"BJP" Hotaow Desh Bosaow ⚔️
Flyover banua Tu bea kam neki
চুৰ ৰ মুখত ৰাম নাম ।l আপোনাৰ গণিত কিবা খেলি মেলি হল নেকি কিবা অংক নিমিল চাগে আপুনি যিমান দিমান কৰিছিল নাপালে চাগে
মোৰ মতে তহত নিউজ মাফিয়া।
Apuni thik koise...
Thike kaise apuni
" বিজেপিক কিয় ভোট নিদিব " ॥
কিয় নিদিম অ' ? 2040 চনলৈ কেন্দ্ৰত আৰু অসমত এইকেইজন থকাতোৱেই বিচাৰো । দিমেই ; দিয়েই থাকিম ॥
2000চনৰ পৰাই থকাহেতেন !!
Geopolitics বুজি পাইহে কথাষাৰ ক'লোঁ দেই । ভাৰতবৰ্ষখন অনাগত শতিকাবোৰলৈও "ভাৰতবৰ্ষ"হৈ ৰ'বলৈকে এইকেইজন মানুহ ১৫-২০বছৰমান লাগে ॥
বাই-দা-ৱে..
শিৰোণাম ভাল দিছে ; বিক্ৰি ভাল হ'ৱ... কিজানি ॥
Birodh karib lage babe birodh kariche moi apunar lagat ekmat nohoy
Change the govt in 2026
Assam government means wine govt
BJP জিন্দাবাদ
Old wine in New Bottle.
Congress r samsa r channel hoi aitu
Apuni ai khetrot gyan nidiyatu bhal... sangbadik politicians hole subha napai.... raije jam bhal pai take vote dibo.... khitu minor swadhinota...
বিক্ৰী হৈছিল বুলি আওপকীয়াকৈ স্বীকাৰ কৰিছে।
Tume frist congress join kori luwa
Who is telling about corruption he is corrupted.
Party jiyei nohouk, kintu bartaman paristiti bahut bea. Janatar abasta bahut bea.
Himu mama go back 😂
মামা ❤❤❤
Assam t Agr govt koi BJP bohut val Kam kori ase
Kunubai kitap likhileii..raije vut nidia
একদম সঁচা কথা। যোগ্য ভোগ্য বসুন্ধৰা ❤।
😂😂😂😂😂 Drama
Bahira lokor babe jati xongkot
Congrasok vote diyok asom basouk
😂😂😂😂😂😂
Bjp go back
Bjp loi otisto hoise hadharon raaij........niraakhar sarkar bjp......congress aahi aase aakou ❤❤❤❤❤❤❤❤Bharat aaru axomor nisina jegaat congress sarkar is the best karon congress hokoluke loi Sola sarkaar........
সপোন দেখা ভাল😂😂😂
@apurbabhuyan8121 Dhonyobaad 🙏😊......khaali Congress jikile nijor sartho pura koriboloi congressor bhorit poribo naahiba aaru himaanei kamona korisu 🙏
Who is blebaring??
Baruah mohodoy,aponar boktabyo sampurna rajonoitik jen palo,kono ata rajonoitik dal r pokhye kowa jen lagil.Aponar channel to ata bisesh rajonoitik dol r pokhye jen lage,kintu ai a anusit.