স্বাভিমানী পিতৃয়ে হৰ্ষিতাক পিন্ধিবলৈ নিদিয়ে বজাৰৰ পৰা কিনা কাপোৰ

Поделиться
HTML-код
  • Опубликовано: 31 дек 2024

Комментарии • 707

  • @ajitsaikia1913
    @ajitsaikia1913 2 года назад

    ধন্যবাদ এনে নিউজ প্ৰকাশ কৰাৰ বাবে, তেওঁৰ ওচৰলৈ গৈ আছো।

  • @BobiPhukan
    @BobiPhukan Год назад

    সঁচা বৰ দুখ লগা কথা দেই

  • @RashmiKonwar
    @RashmiKonwar 2 года назад

    বৰ মৰম লগা ছোৱালী । আনুষ্ঠানিক শিক্ষা প্ৰয়োজন আছিল তাইৰ

  • @himangshubora9210
    @himangshubora9210 2 года назад

    Bhal lagise day 365 manuhor Morom bujise

  • @jiturajmusical5775
    @jiturajmusical5775 2 года назад

    পলিয়াৰ টোৰ প্ৰতি দুখ লাগিছে । কিন্তু ইমানেই যদি শিক্ষিত আছিললি তই ভাল কৈ পৃথিৱী খনক চিনিব নোৱাৰিলি।এটা চাকৰিৰ কাৰণে গোটেই ঘৰ খন শেষ কৰিলি ।নিজৰ জীয়ৰী জনিক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিলি। এইবোৰ শিক্ষিত মানুহৰ কাম নহৈ মূৰ্খ বিলাকে কৰে

  • @sonjibmohan1282
    @sonjibmohan1282 2 года назад

    Harshtia loi bohut bohut dhayanabad

  • @bijittiktokassam3650
    @bijittiktokassam3650 2 года назад

    সৰখিতা আদৰখ ওচ্চাখ ভাল ভগৱানে মঙ্গল কৰক পৰিয়সতিক

  • @interviewknowledge701
    @interviewknowledge701 2 года назад +4

    তেখেতৰ দৰে আনুষ্ঠানিক শিক্ষাগত অৰ্হতা থকা বহু মেধা সম্পন্ন ব্যক্তি চৰকাৰী চাকৰি পৰা বঞ্চিত হৈছে কিন্তু সেইসকল ব্যক্তিয়ে চাকৰি নোপোৱা বাবে তেওঁ দৰে নিজ ব্যক্তিগত স্বভিমান? আকোগোজ ভাৱে ধৰি নাৰাখি অন্য বিকল্প সংস্হাপন বাট মোকলাই সমাজৰ লগত খাপ খোৱাকৈ নিজৰ পৰিয়াল সুন্দৰ ভাৱে পোহ-পাল দি আছে । দুখ লাগিছে পিতৃ মদগৰ্বী স্বভাৱব বাবে আজি এই ছোৱালীজনীয়ে আধুনিক বিশ্বত মুক্ত মনেৰে উৰিব নোৱাৰি পিঞ্জিৰাবদ্ধ হৈ আছে ।

  • @hbnvlogs1704
    @hbnvlogs1704 2 года назад

    আগতেই গম পালোঁ দিম্পু দাই কৈছে,আপোনালপকে এতিয়া হে গম পালে নেকি

  • @nabajyotideka2314
    @nabajyotideka2314 2 года назад

    বাপেকে ছোৱালী জনীৰ জীৱন ধংশ কৰিলে ।এতিয়া যোগ সলনি হৈছে শৰ্মা দা

  • @peacelover9483
    @peacelover9483 2 года назад

    নিজৰ প্ৰতিশোধ ‌পূৰাৱ‌‌ গৈ ছোৱালী জনীৰ জীৱন তো ধ্বংস কৰিলে... শিক্ষাৰ মাপকাঠি কেৱল এটা চাকৰি নেকি...

  • @dipankar9476
    @dipankar9476 2 года назад +1

    মানুহজনে চাৰ্টিফিকেটৰ নম্বৰবোৰ হে পালে,বাকী একো জ্ঞান নহল। শিক্ষাৰ পৰা ছোৱালীজনী বঞ্চিত কৰি কি পাইছে? আৰু বজাৰৰ কাপোৰ পিন্ধিবলৈ নিদিয়ে, তাই পিন্ধি থকা গামোচাৰ চোলাটো বজাৰৰ পৰা কিনি অনা গামোচাৰ পৰা বনুৱা যেন লাগিছে। নিজৰ মূৰ্খামিৰ দুখ ছোৱালীজনীক দিছে।

  • @ritamonitalukdar1021
    @ritamonitalukdar1021 Год назад

    Thank you dimpu da

  • @jogoboromon9743
    @jogoboromon9743 2 года назад

    👌🙋

  • @anup_axom_info
    @anup_axom_info 2 года назад

    শিক্ষাৰ উদ্দেশ্য কেৱল মাত্ৰ এটা চৰকাৰী চাকৰি হে নেকি? আমাৰ জীৱনটো কি এটা চৰকাৰী দৰ্মহাতে সীমাবদ্ধ নেকি? আমি কি নিজৰ চেষ্টাত একো কৰিব নোৱাৰোঁ নেকি?

  • @bishnu2.0797
    @bishnu2.0797 2 года назад

    ইমান জ্ঞান থকা হৈ এক মাত্ৰ ছোৱালী জনিক পঢ়া আধৰুৱা নকৰিলে হৈ..ভালে হৈছে চাকৰি পোৱা নাই,চাকৰি নকৰিলে আন একো কৰিব নোৱাৰে নেকি?
    নিজৰ লগতে পৰিয়াল টোকো পিছলৈ টানি নিছে

  • @ranjitadoimary7529
    @ranjitadoimary7529 2 года назад

    Video sai mur soku pani hori poril 😭😭😭🙏🙏🙏🙏🙏

  • @rangmalaray8214
    @rangmalaray8214 2 года назад

    দেউতাক হিচাপে ছোৱালী জনিৰ ভবিষ্যতৰ চিন্তা কৰাটো আবস্ব্যক আছিল । নিজে এই জীৱনত বিৰক্ত পালেও সন্তানৰ চিন্তা কৰাটো দৰকাৰ আছিল

  • @hemantahazarika9715
    @hemantahazarika9715 2 года назад

    কোনখিনি ঠাইত আছে তেওঁলোকৰ পৰিয়ালটো, এবাৰ লগ পোৱাৰ হেঁপাহ জাগি উঠিছে মোৰ বুকুত, কোনোবাই সঠিক ঠিকনাটো জনাব পাৰিব নেকি,

  • @bhaskarkalita2777
    @bhaskarkalita2777 2 года назад

    এইবিলাক সকলো কংগ্ৰেছৰ দিনৰ অভিশাপ!
    কাৰণ কংগ্ৰেছৰ দিনত যিয়ে টকা দিব পাৰিছিল তাৰ চাকৰি হৈছিল!

  • @letssingwithbanajyoshna7549
    @letssingwithbanajyoshna7549 2 года назад

    🙏🙏

  • @reelsvideo3479
    @reelsvideo3479 2 года назад

    🙏🙏🙏🙏

  • @purnajyotiborah1544
    @purnajyotiborah1544 2 года назад

    দেউতাকৰ আক্ৰোশ মাক জীয়েকে ভুগিছে।

  • @teethlessanaconda9700
    @teethlessanaconda9700 2 года назад

    এতিয়া হে খবৰ পালে নেকি বেছি একো নক‌ও এটাই কথা ক‌ও অসমৰ সাংবাদিক বিলাকে ডিম্পুৰ শিকক

  • @mitaliborah6125
    @mitaliborah6125 2 года назад

    মোৰ বোধেৰে জীৱনৰ শিক্ষাত ৩০ নম্বৰো অৰ্জন কৰিব নোৱাৰিলে তেখেতে।আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য কেৱল চৰকাৰি চাকৰিয়েই নেকি? চৰকাৰি চাকৰি নকৰা ব্যক্তিয়েও সুন্দৰকৈ পৰিয়াল চলাই আছে।

  • @narayanchroy7044
    @narayanchroy7044 2 года назад

    Hare Krishna god bless you

  • @dipannitachoudhury8110
    @dipannitachoudhury8110 2 года назад +136

    চাকৰিয়ে জীৱনৰ লক্ষ্য নহয়, কিমান কাম আছে কৰিবলৈ, দেউতাকে কৰা ভুলৰ বাবে ছোৱালী জনীৰ জীবন অন্ধকাৰা।ছোৱালীজনীৰ সেমেকি উঠা চকুজুৰি দেখিলে বেয়া লাগে।।

    • @summancreation9257
      @summancreation9257 2 года назад +1

      Right

    • @saurabhbaishya3363
      @saurabhbaishya3363 2 года назад +2

      Right

    • @nitaboro4186
      @nitaboro4186 2 года назад

      deutakor karone suwali jonir future dhngkho hol tairu Tu itsa jy sake porhibo tair itsabur deutakor karone khek hoi jabo
      Khura jon jedbur aribo lage aru hoi juwa kothabur dhori suwali jonik andhar pothot theli nidibo🙏porialor vitort suwali joni loi he bohut dukh lage dekhi

    • @nayanmonikalita6015
      @nayanmonikalita6015 2 года назад

      Mur monor kotha koise apuni.

    • @Danirojasfc6
      @Danirojasfc6 Год назад

      Absolutely

  • @monjitgogoi7127
    @monjitgogoi7127 2 года назад +1

    😌😌

  • @ajitbharali46
    @ajitbharali46 Год назад

    Nice

  • @manabkonwar423
    @manabkonwar423 Год назад

    চৰকাৰী ঢাকৰিয়ে জীৱন নিৰ্বাহ নহয় বহুতো কাম আছে ছোৱালী জনী পঢ়াৱ লাগিছিল

  • @-NayanjyotiBordoloi
    @-NayanjyotiBordoloi 2 года назад

    তেতিয়াৰ দিনত চব টকা পইছাৰ খেল।যোনে পইছা দিব পাৰে সি পাই যায় চাকৰি। মেধাৰ কোনো গুৰুত্ব নাই।১৯৮০ চনৰ সেই কংগ্ৰেছ অগপ চৰকাৰ বোৰ নিৰলজ্জ , ঘোচখোৰ

  • @dalimbarman27
    @dalimbarman27 2 года назад

    সাংবাদিক ভন্তিতোকৈ যে বেছি জানে ছোৱালীজনী এটা শব্দতে প্ৰমান পালো

  • @rangbirang6692
    @rangbirang6692 2 года назад

    Suali jonik pohar pa banchito nokoribo... Tair honmukhot eta ujjal bhobitsot ase...

  • @pkalita5227
    @pkalita5227 2 года назад

    কথা কলে বেয়া হব ।।xekhete জীৱন বৰ্বাদ কৰিছে কৰক কিন্তু ছোৱালী জেনীৰ আৰু মানুহ যোনিৰ জীৱন বর্বাদ কৰা তেখেতৰ অধিকাৰ নাই 😡😡😡😡

  • @axomoracademy
    @axomoracademy 2 года назад

    At least ছোৱালীজনীৰ জীৱন ধ্বংস কৰিব নালাগিছিল, তাইক সা-সুবিধা দিলে নিশ্চয় কিবা এটা কৰিব পাৰিলেহেঁতেন। এনেকুৱা লাগিছে এতিয়া তাই যেন চিৰিয়াখানাৰ পিঞ্জৰাবদ্ধ এটা জীৱ।

  • @sibusingha3988
    @sibusingha3988 2 года назад

    Dy365 Atiya khar pale

  • @ImranHussain-in1zp
    @ImranHussain-in1zp 2 года назад

    ছোৱালী জনীৰ জীবনটো ধ্বংস কৰিলে...কিহৰ দেউতাক সি !!!

  • @meenakshitumungpi4504
    @meenakshitumungpi4504 2 года назад

    Hmmmm

  • @dibakarslifecreations2685
    @dibakarslifecreations2685 2 года назад

    এওঁলোকৰ ঘৰ ক'ত জনাবচোন কোনোবাই।

  • @hemalatachetia3765
    @hemalatachetia3765 2 года назад +70

    আই ঐ দেহি !!!ইমান মৰম লগা ছোৱালী জনী দেউতাকৰ স্বাভিমানৰ বাবে বঞ্চিত হৈছে ।।
    কেনেকুৱা পিতৃ হয় এইজন ????

  • @jyotirb8576
    @jyotirb8576 2 года назад

    এয়া এক মূৰ্খামিৰ কাম। চাকৰি এটা পোৱা নাই মানেই নিজৰ জীয়েকক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখাটো অশিক্ষিতৰ কাম। হয়তোবা এনেকুৱা মানসিকতাৰ বাবেই জীৱনত তেখেতে চাকৰি এটা নাপালে।।।।
    নিজেই নোৱাৰিলোঁ যদিও মোৰ ছোৱালীজনীক আগবঢ়াই নিম,এয়াহে মানসিকতা হ'ব লাগিছিল।

  • @madhurjyakamalhazarika5631
    @madhurjyakamalhazarika5631 2 года назад

    দেউতাকৰ জীৱনৰ সিদ্ধান্ত ত ভুল আছে....

  • @surajitkumai5810
    @surajitkumai5810 2 года назад +22

    ভণ্টিজনীক শিক্ষাৰ পৰা আতৰাই ৰখাটো মানুহজনে বহুত ডাঙৰ পাপ কৰিছে।ইমানকৈ মানুহে স্বাভিমান হোৱাটোও ভাল নহয়।অকল শিক্ষকতা হে জানো চাকৰি?

  • @ritusmitanath1307
    @ritusmitanath1307 Год назад

    সকলোৱে ছোৱালী জনীক সহায় কৰিব লাগে।

  • @dipankarbarman4576
    @dipankarbarman4576 2 года назад

    Suwali jonik siksha nidila o gian thika disa..salut..🙏🙏🙏

  • @kripamaydasdas2140
    @kripamaydasdas2140 2 года назад

    আজি হে গম পালে ।।। দিম্পু বৰুৱাৰ ক তিউচন লবা সাংবাদিক বাইদেউ 😀

  • @zganupnarayandev
    @zganupnarayandev 2 года назад +1

    এই বাল চৰকাৰ খন কি ঘেন্টা চাই আছে.....?
    ইমান এটা দুখ লগা জীৱন কটাইছে......?
    আপুনি ঠিকেই কৈছে এতিয়াহে আৰু কোনো চৰকাৰী আঁচনি ল'ৱ নালাগে...?
    এই খবৰটো পাই বহুত দুখ লাগিল....😢
    আপুনি এৱাৰ আমাৰ জনপ্ৰিয় কন্ঠশিল্পী,হাৰ্টথ্ৰৱ জুবিন দাৰ সহায় ল'ৱ পাৰে,আপোনাক জুবিন দা নিশ্চয় সহায় কৰিৱ......💞💞💞
    মই জুবিন দাৰ অনুৰাগী কাৰণে এই টো Comment কৰিলো...?
    💞💞 জয় জুবিন দা 💞💞

  • @nampodeep7008
    @nampodeep7008 2 года назад

    God bless 🙏🙏🙏🙏🙏🙏🙏 don't listening people's of Earth.
    .

  • @manashprotimhazarika1217
    @manashprotimhazarika1217 2 года назад

    দিম্পুৰ videos চালোঁ আগতে।

  • @rajenbora562
    @rajenbora562 2 года назад +255

    মানুহ জনে জনা উচিত আছিল যে কেবল চাকৰি এটাৰ কাৰণেই পঢ়া শুনা নকৰে ।তেখেতে নিজৰ জীয়েকক শিক্ষাৰ পৰা বঞ্চিত কৰি ঘোৰ অপৰাধ কৰিলে ।

    • @arupbora9869
      @arupbora9869 2 года назад +2

      Thikei koisa

    • @babumintunewvideosandvlogs3695
      @babumintunewvideosandvlogs3695 2 года назад +7

      AIBUR TEUR MONOT THOKA KHUUV R BABE HOISE..KARON TEU HOTAXAGROSTHO...AMAR MOROMOR XOMAZ ARU SORKAROR BABE

    • @renubegum3639
      @renubegum3639 2 года назад

      Thikei koisa . Bohut besi natok krise manuh jone soalijonir Jibon to khekh kri pelale. aru

    • @gitashritarapdar3338
      @gitashritarapdar3338 2 года назад

      Okol chakurir karonei manuh porasuna nokore,,,,bidyar poridhi bohut,,,, nijor hotaxa xualir jibonot o biyopai diche,,,,dhukh loga,,,

    • @jiitbhuyan5489
      @jiitbhuyan5489 2 года назад

      Kisuman ktha ajon manuhe anei nokoi..apuni kun mi najanu ki2 apunar jd olp holeo xohai koribo mn thakile hoi aibilak ktha nokole hoi..

  • @DalimiDas-u4j
    @DalimiDas-u4j 8 месяцев назад

    দেউতাকৰ অহঙকাৰে সেখ কৰিছে ছোৱালীৰ জীৱন

  • @user-wi4lq1yb9x
    @user-wi4lq1yb9x 2 года назад +18

    মহা মূৰ্খ বাপেকৰ অহংকাৰৰেই হওক বা হতাশয়েই হওঁক ছোৱালী জনী বহুত লোকচান হৈছে... তাইক মামায়েক/জেঠায়েক কোনোবাই লৈ আনি জীবনৰ ৰাস্তা শিকাব লাগিছিল...
    বাপেকৰ অহংকাৰ মাৰ গুলী dekhia জুলি...

    • @sonusinghghatowar6678
      @sonusinghghatowar6678 2 года назад

      Hekh hole aru hek hobole baki nai tai jibontu bapeke borbad Kori dile hokolu dishor pora pise ehotor ghor kot kor nivashi

  • @phukongamingblogs7654
    @phukongamingblogs7654 2 года назад

    মোৰ ছোৱালীজনী লৈ বেয়া লাগিছে।।।।
    এনেকুৱা সহজ সৰল ছোৱালী এ সঁচাকৈ বহুত ভালকামেই কৰে,,আমাৰ বোৰ নিচিনা নহৈ,, ছোৱালীজনীৰ ভবিছত চিন্তাত যেন লাগিছে,, চৰকাৰে অলপ চকুমেলি চাব বুলি আখ্যা থাকিল।। শৱ পইছাখুৱা লুভিয়া হল,, কিবা এটা কৰিবলৈও ,চাকৰি কৰিবলৈও টকা হে লাগে।। আজিৰ দিনত সকলো লক্ষ্মী lagiboee

  • @debenborah2905
    @debenborah2905 2 года назад +38

    এনেকৈয়ে শেষ হ'ব নেকি পৰিয়ালটোৰ আশা-আকাঙ্খা তথা শৰ্মাদেৱৰ স্বাভীমান। তথাপিও কওঁ চৰকাৰে কিবা এটা কৰিব পাৰিলে ভাল আৰু আহ্বান জনাইছোঁ

  • @basisthaacharya6590
    @basisthaacharya6590 2 года назад +57

    সচাকৈয়ে আমাৰ দেশত আৰু ৰাজ্যত এসময়ত বহুত অন্যায় অবিচাৰৰ ভুক্তভোগী এই পৰিয়ালটোৱেই নহয় বহুতো প্ৰতিভাশালী ব্যক্তিৰ সপোন ধ্বংস হৈ গ'ল।

  • @nilutpal1509
    @nilutpal1509 2 года назад

    Dimpu daai all ready ⚡

  • @HemantaDeka-uv2dj
    @HemantaDeka-uv2dj 8 месяцев назад

    আপোনাৰ দিন বেয়া ছোৱালী জেনীৰ ভাল দিন আহিব এদিন

  • @onlyforentertainment9507
    @onlyforentertainment9507 2 года назад

    এতিয়াও অসমৰ বহুত মানুহে খৰিৰে ভাত বনাই

  • @bitulneog2118
    @bitulneog2118 2 года назад

    দেউতাকে কাপোৰ যোৰ ঘৰতে বনাই লৈছেনে।

  • @sandhyadas7651
    @sandhyadas7651 2 года назад +23

    তেওঁ ইচ্ছা কৰা হলে আন কাম ও কৰিব পাৰিলে হয়, জেদ কৰি কি লাভ হল ছোৱালী জনিৰ ও জীৱন নষ্ট নহল নে

  • @anirudhakalita4041
    @anirudhakalita4041 2 года назад

    ছোৱালী জনীৰ লগত অন্যায় কৰিছে দেউতাকে।

  • @jaishreekrisna01
    @jaishreekrisna01 2 года назад

    মানুহজনৰ ইমান video ওলালে তাতকৈ তেওঁক চাকৰি এটা দি দিব লাগিছিল।

  • @pranabkakati5453
    @pranabkakati5453 2 года назад +9

    বজাৰৰ পৰা কিনা কাপোৰ নিপিন্ধে ৰেডিঅ'টো কৰপৰা কিনিছে, আৰু খোৱা বোৱা বস্তু বোৰ বজাৰৰ পৰাই টো কিনে,

  • @polashchetia9099
    @polashchetia9099 2 года назад

    দেউতাকে ছোৱালী জনী জীৱন শেষ কৰিলে ।

  • @himangshubora9210
    @himangshubora9210 2 года назад

    Krishna Prabhu e kripa korok

  • @dhruvthevloggerr
    @dhruvthevloggerr 2 года назад

    Background music kaita hunile heh soku Pani ulai jai ☹️🤧🤧🤧

  • @_AS_07_VLOGGER
    @_AS_07_VLOGGER 2 года назад

    আপোনালোকে দিম্পু দাঁতকৈ আগত যাব লাগিছিল । ...... এতিয়া যায় একো লাভ নাই

  • @royalkonarah5708
    @royalkonarah5708 2 года назад

    😥😥😥😥

  • @hasinamusicstudio4686
    @hasinamusicstudio4686 2 года назад

    🙏🙉

  • @tirthamonisarma6270
    @tirthamonisarma6270 2 года назад +118

    Great family.
    পাৰে যদি সহায় কৰক, নোৱাৰে যদি এই দুখিয়া পৰিয়ালটোক লৈ, নিউজ বনাই টকা ঘটা বাদ দে।

  • @AbdusSalam-uk5qk
    @AbdusSalam-uk5qk 2 года назад

    এই পৰিয়ালটো কত আছে এবাৰ জনাব চোন

  • @pkochstudio3489
    @pkochstudio3489 2 года назад

    Mur dukh lagise O 😢😢😢😢😢

  • @nipulsaikia8671
    @nipulsaikia8671 2 года назад

    বাতৰি টো ভাল পাইছো পৰিয়ালটোৰ বাবে সাংবাদিক জনে চৰকাৰক জনাব লাগে।

  • @mirzahasan72
    @mirzahasan72 2 года назад

    Help please 🙏😢😥

  • @jagadishnath2656
    @jagadishnath2656 2 года назад

    নিজৰ জীৱনৰলগতে ছোৱালীজনীৰো ভৱিষ্যত বেয়া কৰিলে

  • @lizaborah8915
    @lizaborah8915 2 года назад +120

    শিক্ষীত আৰু জ্ঞানী মাজত পাৰ্থক্য আছে ।তেখেত এজন শিক্ষীত হে কিন্তুু জ্ঞানী নহয় ।জ্ঞানী মানুহ যদি হ'ল হয় ছোৱীলী জনীক শিক্ষাৰ ফালে আগ বহায় দিলে হয় ।

    • @pranjitpori6109
      @pranjitpori6109 2 года назад +3

      একমত

    • @ashimkumardas1542
      @ashimkumardas1542 2 года назад +1

      Umm thike koisa

    • @lizaborah8915
      @lizaborah8915 2 года назад +2

      @@ashimkumardas1542 তেখেতৰ মনোবৃতি চাওঁক

    • @Januahok1
      @Januahok1 2 года назад +1

      Right

    • @amritrabha718
      @amritrabha718 2 года назад +4

      Apuni gyani kintu hikhito nhy .hikhito hle anekuwa comment nidile hoi

  • @ashimgogoi6205
    @ashimgogoi6205 2 года назад

    Hosa Manu hosa axomiya 🙏🪔

  • @sbrkkapahera6448
    @sbrkkapahera6448 2 года назад

    যিমানেই যি নহওক ছোৱালী জনীৰ কথা এবাৰ ভাবি চাব লাগিছিল।

  • @LipikaGogoi
    @LipikaGogoi 2 года назад

    Suwalijoniloi bor dukh lagil

  • @hiranyabaruah1223
    @hiranyabaruah1223 2 года назад

    কোনেও ঘৰত গৈ চাকৰি নিদিয়ে। পঢ়া শুনা কৰি চাকৰি নাপালেও ভাল কাম কৰিব পাৰি। জীয়েকক মূৰ্খ সজায় ৰাখি নিজৰ মূৰ্খতা পুনৰ প্ৰতিপন্ন কৰিছে । জীয়েকক পঢ়াশালিলৈ পুনৰ নিব লাগে

  • @nitulduarah3023
    @nitulduarah3023 2 года назад

    নিজৰ জীৱনটোত চাকৰি নাপালে বুলি ছোৱালীজনীক কিয় শিক্ষাৰপৰা বঞ্চিত কৰি ৰাখিছে। চাকৰিয়ে জীৱনটোৰ বাবে সৰ্বোচ্চ নহয়। ছোৱালীজনীক নিজৰ অধিকাৰৰপৰা বঞ্চিত কৰাৰ অপৰাধত পৰিব তেওঁ। ওচৰৰ বা চৰকাৰে মানুহজনক বুজাই বঢ়াই ছোৱালীজনীক পঢ়া শুনা কৰিবলৈ সুবিধা কৰি দেউতাকৰ দুখৰ সমভাগী হোৱাত সহায় কৰিব লাগে।

  • @RabiRamSwargiary-i6i
    @RabiRamSwargiary-i6i 4 месяца назад

    কৃষ্ণ!হে প্ৰভু;এই ব্যক্তি আৰু পৰিয়ালৰ পৰা ভাগৱতৰ কৃষ্ণ -সুদামাৰ কাহিনী মনত পেলাব পাৰিনে? আৰু ইয়াত মহাত্মা গান্ধীৰ বিদেশী বয়-বস্তু বৰ্জনৰ কথা কোমল হৃদয়ত খুন্দা লগা নাই নে? আহঁক আমি হৰ্ষিতাৰ চৰিত্ৰক অনুসৰণ কৰি সংস্কাৰমুখী অসমীয়া সমাজ গঢ়ো।

  • @SATYAJITLASKAR
    @SATYAJITLASKAR 2 года назад

    এয়া মানসিক ৰোগী হয়।

  • @injamulhaque4095
    @injamulhaque4095 2 года назад

    নিউজ যে বনাই আছে মই কিন্তু ধৰিব পৰা নাই
    কাৰণ যিজন মানুহে নিজৰ ছোৱালী জনীৰ কথা ও এবাৰ নাভাবিলে। আৰু এটা কথা তেওঁ ছোৱালী জনীক চৰকাৰ তথা কোনো দোকানৰ পৰা অনা কাপোৰ পিন্ধিব নিদিয়ে কিন্তু তেওঁ পিন্ধি থকা কাপোৰযোৰ কৰপৰা আনিছে

  • @ms_bora
    @ms_bora 2 года назад

    আমি সকলোএ জদি চৰকাৰি চাকাৰি বিচাৰি থাকো তেনেহলে বাকি কাম কোনে কোৰিব

  • @ritunath8950
    @ritunath8950 2 года назад

    The purpose of education is to revive the brain, not a government job.

  • @tamrajkilwish3740
    @tamrajkilwish3740 2 года назад

    Eitu swabhiman nohoi, kebol matro jed

  • @rajaniray3336
    @rajaniray3336 2 года назад

    ছোৱালী জনীক স্কুললৈ যাব দিব লাগিছিল 🙄

  • @pobitargogoi8395
    @pobitargogoi8395 2 года назад +3

    ভগৱানে এদিন চাবই আপোনালোকক🙏🙏🙏

  • @themrd22vlogs73
    @themrd22vlogs73 2 года назад +27

    কবলৈ বেয়া লাগে কবলৈ নাপায় to দেউতাকৰ যথেষ্ট বয়স হৈছে দুদিন পিছত হয়তো তাৰ দেউতাক নাথাকিব তেতিয়া ছৱালিজনিৰ কি হব সেই কথাটো কিও ভোবনাই যদি ইমানে শিক্ষিত ব্যক্তি ,,,,,

  • @rajaniray3336
    @rajaniray3336 2 года назад

    ঘৰখন কত আছে কোনোৱাই জানে নেকি

  • @গোলাঘাট
    @গোলাঘাট 2 года назад

    বাৰু ডিম্পু দাৰ video চাই নিউজ টো বনালে যে

  • @bulendeka1005
    @bulendeka1005 2 года назад

    😓😓😓😓🥺❤️

  • @dipjyoti8602
    @dipjyoti8602 2 года назад

    Api Tur jibon Xkh korlak Xi/Bapka😭😭😭😭🥵🥵🥵🤬🤬🤬🤬🤬

  • @VMKMoniassam
    @VMKMoniassam 2 года назад

    Government ki dibo Naple nai hat kam nijir talent LOI pvt bhoot uparjan Koribu pari

  • @basantagogoi6325
    @basantagogoi6325 2 года назад

    লাভ কি হ'ল নিজৰ ছোৱালী জনীৰ জীৱন টো অন্ধকাৰহে কৰিলে

  • @sumandekavlogs5398
    @sumandekavlogs5398 2 года назад

    চাকৰি নহল বুলি যে কাৰোবাক শিক্ষা পৰা আঁতৰাই ৰসিবো খইটো উচিত নহৈ চাকৰি বাহিৰেও বহু কাম আছে মানুহৰ জীৱনত

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 2 года назад +45

    ছোৱালী জনী বৰ মৰম লগা দেই

    • @bkp9774
      @bkp9774 2 года назад

      Maina jonik val koi porhar hubidha dibo lagisil.

  • @barmandeep8814
    @barmandeep8814 2 года назад

    বেমাৰ আজাৰ হব নালাগে কিন্তু হলে কি কৰিব তেখেতে ।

  • @ABmusicland
    @ABmusicland 2 года назад

    Blg aku nai suali jni life tu ses dle🙂💔