Pl. Instruct to the builders to make a water suction cabinet/center in every appertment to avoid such types of problem and requested not to make any building in low land. Make sufficient and technically sweetable system drainage system as early as possible. All districts will face such types of problem...so pl. Immediate action....
These Mayor's and councillor are not serious. They are always giving promises and have a big bag of excuses. Just hear his unreasonable excuses. Because he is speaking as a Mayor. Not as a concerned Assamese citizen.
Mayor is also talking about the practical issues. The bitter truth is that Guwahati will always be having artificial flood every year provided the rainfall is normal.
Mayor sahabe ki kotha koba ahe je guwahatit borakhun dile banpani hoye buli kot aa tinsukiya tu hbb lagisile dibrugarh tu hbb lagisile iyatu Jan ,Nadi ase kot aa iyt barakhun homane di ase jiman guwahati t di ase ...sala unayanor Toka di bilakhita koribi aru দুয্যোগ buli কৈ এৰি দিবি আগৰ পৰা tenekowai হৈ আছে বাবে গুৱাহাটীত আজিও বানপানী ৰোধ কৰিব পৰা নাই যদি চকু দিয়ে এতিয়াও সময় আছে ।
Please Don't Give Excuses,,,, First Time Election Aagot Sarkar Gothon Korar Aagot ji bor Promise Korishil Sai Bor Puron Korok ,,, Aaji loi Bharalu, Brahmaputra,,Khonon Nohol,,,,Proper Drainage System Kora Nohol,,,6 Bosor Par Hol,,,,... Do Something to Avoid This Flood in GUWAHATI
ঠিক কৈছে...অনুপম চক্ৰবৰ্ত্তী ...সুবিধা নিজৰ বাবে তেওঁলোকে ঠিকেই লৈছে...
ধন্যবাদ অনুপম চত্ৰুৱৰ্তী।
সুন্দৰ সাংবাদিকতা। অন্যৰ দৰে কেৱল চৰকাৰৰ গুণ গোৱাতেই ব্যস্ত নাথাকি অলপ ৰাইজৰ হৈ ও মাত মাতিব লাগে , তেতিয়াহে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিব পাৰি।
M.T very nice
@Clipsverse I said my heart, I don't like Mia Muslim.
চৰকাৰে অকল গুৱাহাটীৰ কথা চিন্তা নকৰে আন জিলাৰ কথা চিন্তা কৰিব লাগিবই।
ভয়ংকৰ কৃতিম বানপানী গুৱাহাটীত , তাতে অসমৰ ৰাজধানী আচৰিত । 😳😳😳🤓🤓🤓
অনুপম দাদাৰ প্ৰশ্ন কেইটা ভাল লাগিল, আৰু সিমানেই সুন্দৰ উত্তৰ দিলে গুৱাহটীৰ মেওৰ দাদাই। মাত্ৰা কথা হল এইটোৱে যে প্ৰশ্ন কৰোতা জনৰ মতটো বৰ তেটো ফলি মতা যেন লাগিল। কোৱাৰ বাবে বেয়া নাপায় যেন।
Anupam sir🔥
কেনে মজা গুৱাহাটীবাসী ৰাইজ!! আপোনালোকে সঁচাকৈয়ে এনে যমৰ যান্ত্ৰনা পোৱাৰ যোগ্য। কাৰণ, এনে নিকাম্মা চৰকাৰক আপোনালোকেই নিৰ্বাচিত কৰি ইয়াৰ পৰিণতি ভূগিবলৈ বাধ্য হৈছে।।
অনুপম ়ডাঙৰীয়া আপোনাক ধন্যবাদ। আপুনি শৰণীয়াক ধৰাশয়ী কৰিলে। শৰণীয়া নাও বুৰিলেও টিঙৰ পৰা ননমা মানুহ।
Sir....super........shot
আপুনি পাৰে যদি বাতৰি বিলাক পঢ়োতে অনুগ্ৰহ কৰি উশাহ-নিশাহ বিলাক লৈ ল'ব🙃🙃🙃 আৰু আনৰ কথাও শুনিব বা ক'বলৈ দিবছোন 😇😇😇
অসমৰ মানু্হ সকলক ৰাজস্থান আদি ঠাইলৈ ষ্হান্নাত্তৰ কৰিব লাগে 😋🤪😜🤪🥳🥰 অতি সোনকালে ।
গুৱাহাটীৰ বানপানীৰ সমাস্যাৰ বাবে বৈজ্ঞানিক ভাৱে সমাধান ব্যৱস্থা লওক , ৰাজনৈতিক ভাৱে নহয় 😋🤪😜 @ নিৰ্বাচনত জিকা আৰু প্ৰাকৃতিৰ লগত জিকা বেলেগ কথা। আগৰ চৰকাৰবোৰক নুদোষীব কাৰণ তাহানিৰ বুজন সংখ্যকে বৰ্ত্তমানৰ চৰকাৰৰে বৰমূৰীয়া 🥰
সাংবাদিক মহোদয় পানী নোহোৱা উপাই এটা আপুনিয়েই উলিয়াই গুৱাহাটী ৰাইজৰ আশীৰ্বাদৰ পাত্ৰ হওঁক।
Good news👌👍
সুন্দৰ অনুপম দা ।
ই গমেই পোৱা নাই গুৱাহাটীত যে পানী হৈছে। কাৰ্বি আংলংতৰ খানা খাবলৈ গৈছে।
Anupam da 🔥♥️
মৰণত শৰণ ডিয়া মৃগেন শৰণীয়া
কিয় অকল নিউজ গুৱাহাটী ক লৈ কৰি থাকে বাকি গাও বিলাক কি মৰিব লাগে
😂😂😂😁😁
মেয়ৰ ডাঙৰীয়া আপোনালোকে নিজৰ বাহিৰে সৰ্বসাধাৰণৰ কথা ভাবক কাম কৰক সকলো অফিচাৰক গাদীত বহাৰ সলনি ফিল্দত নমাওক মুখ্য মন্ত্ৰী মহোদয় শিক্ষিত অফিচাৰ নিয়োগ কৰাতকৈ কৰ্মী লোকক চৰকাৰৰ কামত নিয়োগ কৰক
Chakrabarti dada selute to you
Jot kotha besi hoi tat kam hodai polom koiye hoi
অন্য জিলাত বৰষুণ হোৱা নেকি গুৱাহাটী ৰাইজে আপোনাক ভোট দি ভুল কৰিলে আপুনি কেতিয়াও সমাধান কৰিব নোৱাৰে
চৰকাৰতকে গুবাহাটী বাসি ৰাইজৰ বেছি ভুল আছে।
Vere vere Good news
Anupom da Sr TQ...
Dada Thanks
অপদাৰ্থ মেয়ৰ
কৃত্রিম বানপানীয়ে গুবা্হাটী বুরাই পেলালেও কি হব।মানুহে আকৌ Bjp কেই vote দিব।
Defunct drainage system is mainly responsible for unprecedented flood and waterlogging in the city roads.
Val lagil anupam da
Ready made answer,but no lasting solution to the artificial flood in the city.
Anupom daa moja lage apnar news bor.🔥🔥
Pl. Instruct to the builders to make a water suction cabinet/center in every appertment to avoid such types of problem and requested not to make any building in low land. Make sufficient and technically sweetable system drainage system as early as possible. All districts will face such types of problem...so pl. Immediate action....
সুন্দৰ
Good anupam sir. This is real journalism
একে ধৰনেই যদি আজি ইমান বছৰৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী (মূৰ্খমন্ত্ৰী) জনকো প্ৰশ্ন কৰিবলৈ সৎ সাহসকণ থাকিলহেতেন...
Unfit mayor.thanks Anupam da
Guwahati buli imn jur dise midia... Gaon alekat hole aku nokore midiai. 😂😂😂😂
Anupam da good 👍
এটা প্ৰশ্নৰ উত্তৰো সঠিক কে নিদিলে এইটোৱে.. চাল্লা পকি গল...!!!
Chakravarti sahab, Mayor is addedsing you dada, and you should know how to address a Mayor,
অতি মাত্ৰা বৰষুণ আগতেই ও হয়,গুৱাটীত ভৰলো ফাঁচি বজাৰ একো কাম নাই হোৱা ।
Ake ake dui anupom da Apuni Jui
These Mayor's and councillor are not serious. They are always giving promises and have a big bag of excuses. Just hear his unreasonable excuses. Because he is speaking as a Mayor. Not as a concerned Assamese citizen.
মানুহে নিজে যধে মধে ঘৰ বনাব হ'ব এ চৰকাৰক দোষ দি লাভ নাই
বিজ্ঞানসন্মত পৰিকল্পনাঃ নোহোৱাকৈ যধে মধে পানী নিষ্কাশন হোৱা পথৰ লগতে, পাহাৰ কাটি ঘৰ দুৱাৰ নিৰ্মাণৰ লগতে, চৰকাৰী প্ৰশাসনিক লোকৰ দায়িত্বহীতা কৃত্ৰিম বানৰ এক বিশেষ কাৰণ। প্ৰাকৃতিক দুৰ্যোগক দোষাৰোপ কৰাতকৈ আমি প্ৰকৃতিৰ সৈতে একাত্ম হৈ পৰিকল্পনা কৰাৰ কথা চিন্তাৰ প্ৰয়োজন। কোটি টকা গুৱাহাটী উন্নয়ন বাবে যিদৰে দিয়া হয়, সেইদৰে কাম নহয়। পৰিকল্পনাৰ অভাৱ। তদুপৰি জতে তাতে জাবৰ-জোথৰ পেলোৱা বন্ধ কৰিব লাগিব। ভূমিস্খলন একাংশই নিজে কৰি লোৱা। চৰকাৰে চকু দিয়ক অবৈধ পাহাৰ কিয় খনন হৈছে?
পদ্মশ্ৰী যাদৱ পায়েঙৰ দৰে ব্যক্তিক পৰামৰ্শদাতা হিচাপে চৰকাৰে পৰামৰ্শ লওঁক, 👍 ৰাইজৰ স্বাৰ্থত এখন চৰকাৰ জনমুখী হওঁক
প্ৰথমে প্লাচটিক বাৰ্জন কৰক... দ্বিতীয়তে অবৈজ্ঞানিক ভাৱে পাহৰত মাটি কাটি বিল্ডিং বনোৱাটো বন্ধ কৰক... তৃতীয়তে গুৱাহাটীৰ মূখ্য পথবোৰৰ তলেৰে ডাঙৰ ডাঙৰ কালৰ্ভাট নিৰ্মাণ কৰি পাহাৰৰ পৰা বাগৰি অহা পানী ব্ৰহ্মপুত্ৰ বা তাৰ উপনৈ সমূহত বোৱাই যোৱাৰ ব্যৱস্থা কৰক.. আৰু জলাসয় সমূহ পূতি তাত ফ্লেট বনোৱা বন্ধ কৰক...
Good question Anupam sir
সাংবাদিক জনে কথা কোৱাৰ সুৰ শিকি লোৱা উচিৎ,
শৰণীয়া ডাঙৰীয়াই মেয়ৰহৈ কত কত মাটি কিনিলে সেইটো চাওক ।
Guwahati khonei Ahom nohoi.
জধে - মধে ঘৰ বনাই চকু দিবলৈ প্ৰশাসনৰ কোনো সময় নহয়, পাহাৰ কাটিছে প্ৰকৃতিৰ ভাৰসাম্যতা নোহোৱা হৈছে...! এটা উপযুক্ত কাৰুকাৰ্য্যৰে সমস্যা সমাধান কৰিব লাগিব...!!
Mayor is also talking about the practical issues.
The bitter truth is that Guwahati will always be having artificial flood every year provided the rainfall is normal.
চৰকাৰৰ কোনো আগতীয়া একো বানপানীৰ ৰোধৰ পৰিকল্পনা নাই
প্ৰাকৃতিক দুৰ্যোগ পতিবাৰে হয় কিয়কিয় গুৱাহাটীত ??শৰধীয়া ডাঙৰীয়া ? এইবোৰ কথা এনেই কিয় কয়
Mayor sahabe ki kotha koba ahe je guwahatit borakhun dile banpani hoye buli kot aa tinsukiya tu hbb lagisile dibrugarh tu hbb lagisile iyatu Jan ,Nadi ase kot aa iyt barakhun homane di ase jiman guwahati t di ase ...sala unayanor Toka di bilakhita koribi aru দুয্যোগ buli কৈ এৰি দিবি আগৰ পৰা tenekowai হৈ আছে বাবে গুৱাহাটীত আজিও বানপানী ৰোধ কৰিব পৰা নাই যদি চকু দিয়ে এতিয়াও সময় আছে ।
তথাপিটো স্বীকাৰ নকৰে যে ভাল পৰিকল্পনা নাই চৰকাৰৰ হাতত কৃতিম বানপানী ৰোধ কৰিবলৈ।
নিজে ফোন লগাই লাইভ ত আহিছে দুখ সাৰিবলৈ , সুন্দৰ অতি সুন্দৰ 🙏🙏🙏
এওঁলোকৰ কথা আৰু কামৰ সম্পৰ্ক নাই
আমাৰ নিতুমনি দাৰ প্ৰায় নিউজ দেখাই নোপোৱা হৈছে
শৰণীয়া দা এতিয়াও সুন্দৰকৈ পানী গৈ আছে বুলি কোৱা কথাষাৰ হাঁহি উঠিছে পাই
শৰণীয়া mohidoi কাম কৰা।।নিজৰ ubiddar বাবে
👍👍👍👍👍👍
Thanks to mayor because of his immediate reaction to the importance topics.
Anupam da always 👌👌
কেৱল গুৱাহাটী ত বানপানী হয় নেকি ? বাকী অসম ত পানী হোৱা নাই নেকি।
Anupam dada val koise
Mayor said "Guwahati is an unplanned city" That's true... The ACT Easte policy may come handy in these scenarios afterall Japanese technology
Please Don't Give Excuses,,,, First Time Election Aagot Sarkar Gothon Korar Aagot ji bor Promise Korishil Sai Bor Puron Korok ,,, Aaji loi Bharalu, Brahmaputra,,Khonon Nohol,,,,Proper Drainage System Kora Nohol,,,6 Bosor Par Hol,,,,...
Do Something to Avoid This Flood in GUWAHATI
সুন্দৰ 👍
Where is storm water drainage system in Guwahati
Good Anupam da
Aru bijepi sarkarak vote dile durabsta hobo
Trp
Haahi tu ekdam SRK nisina (at the beginning of conversation).
Sberei problem hoi ase ...
Atiya prokritiye olp durjug dise not a problem
Mrigen শৰণীয়া যি কথা কেছৈ গ্ৰহণয্যগ নহয় । তেওঁ মেয়ৰ হোৱাৰ যোগ্য নহয় ।
Mja disa Anupam da
ভৰলুৰ খনন হলে পানী নোহোৱা হব নে?বাহিনীয়ে পানী উলিয়াই নিব সক্ষম নহয়।পলিথিন,খালবিলত ঘৰ বনোৱাৰ ,পাহাৰত ঘৰৰ বাবেই পানীৰ পৰিমাণ বাঢ়িছে।
Anupam da all the best.
Anupam da always 🔥🔥🔥
ধুনীয়া ধুইছে
Dadanhe dadda
Unplanned Guwahati is the main cause of artificial flood.
গুৱাহাটীত পানী,দিনে ৰাতিয়ে তাকে দেখুওৱা আছে ।
আমাৰ গাওঁৰ ৰাস্তাঘাত ঘাট ছয়মাহ ধৰি দুবযায় থাকে কেলা।
এই জন মেয়ৰে একো কৰিব নোৱাৰে। যোৱা পাঁচ বছৰত কি কৰিলে? কথাৰ ফুল জাৰি মাথো।
ইলেকচনৰ সময়ত চৰকাৰ আৰু মেয়ৰ একেটা কিন্তু বানৰ সময়ত চৰকাৰে নিদিলে মেয়ৰে কি কৰিব ।মেয়ৰে নকৰিলে চৰকাৰে কি কৰিব।এনেকুৱা নেকি?
Sobote banpani .... Amar eyat o banpani.. not only guwahati t e je hoise.
Koli Yuga r Bhagwan media ne, amar political leader, kiba ata holei ji bor Sona pao.
আজি এইটো কৈছে কাইলৈ এনেকুৱা হলে কি কব
ত্ৰিপুল ইঞ্জিন😀
Anupom sir always 🔥
Sab ka sath sab ka Bikash 😁😁😁😁😁😁
Education Qualification Ki Asey Mayor r. Devolpment Kora r Capable Asey Ne Aijon r.
অকল গুৱাহাটীৰ নিউজদেখুৱাই থাকে। গাঁৱৰো দেখুৱাব চোন
অকল চৰকাৰক দুখ দিয় ও লাভ নাই
aamar axomor mayr fehor sab toka khuwa dhud
Excellent media, Anupam sir
যোৱা দুবছৰ বৰষুণৰ মাত্রা কমি আছিল সেই কাৰনে গুৱাহাটীত বানপানী ও হোৱা নাছিল আৰু সেইটোতে তেওলোকৰ মন্ত্রী - বিধায়ক বোৰে কিমান লেকচাৰ মাৰিছিল আমাৰ চৰকাৰৰ দিনত গুৱাহাটীত বানপানী ৰোধ কৰিলো আৰু এতিয়া এইবোৰ! প্রয়াত তৰুণ গগৈ ডাঙৰীয়া দেৱৰ দিনত গুৱাহাটীৰ অৱস্থা যি আছিল এতিয়া ও সেই একেই অৱস্থা , জুবিন গাৰ্গে কোৱাৰ দৰে "পৰিবৰ্তন শব্দটো শুনিবলৈহে ভাল" পিছে হৈছে কি?
🤣🤣
Anupam da. Mojja.
কি অসুবিধা হৈছে ভোট দিয়াৰ আগতে অলপ চিন্তাও কৰিব লাগিছিল মেয়ৰ ৰাইজে পাতিছে ইমান বছৰে কি কৰিছে ৰাইজে দেখা নাছিল নেকি এজনে মানুহ কেন্দ্ৰত বোলে হিচাপে দিব পৰা নাই কেন্দ্ৰ কি টকা দিব এইবোৰ টো নিউজ চেনেল প্ৰচাৰ কৰি আছে সৰু মানুহ হলে হয়তো কি যে দশা হল হৈ
kebl mok apuni nije phon korise val lagil kiman bar kole . tat ke koi diok je moio b.j.p koru ane mukht phon korisu aru alp natk korilo .
Good