কিৰেণ ৰিজিজু কি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নাজানে মুখ্যমন্ত্ৰীয়ে, এই সন্দৰ্ভত কি কয় অখিল গগৈয়ে?
HTML-код
- Опубликовано: 23 апр 2024
- ৰিজিজু নে শৰ্মা, ৰাজনৈতিক লাভৰ বাবে কোনে কৰিছে মিথ্যাচাৰ? কিৰেণ ৰিজিজু কি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নাজানে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত কি কয় বিধায়ক অখিল গগৈয়ে? চাওক সবিশেষ।
#PratidinTime #assam #AkhilGogoi #HimantaBiswaSarma
ৰাইজ সময় থাকোতেই সজাগ আৰু সচেতন হওক।
Right ktha koise...aponr lgt ak mot
Ek dom right.
😊
অখিল দাৰ কথাটো 100% right
অখিল গগৈৰ দৰে স্পষ্ট বাদী হ'ব লাগে।
জাতিদ্ৰোহী হিমন্ত বিশ্ব শৰ্মা।।
অখিল জাতীয চেতনাহীন ব্যক্তি। তাৰ কেৱল মূখতে ভাহিথকা যেনে --এক নং ,দুই নং, তিনি নং আৰু হয় নে নহয় সি নিজে কনফিউজ হৈ থাকে। হাত মূৰ তাল-আফাল লগাই বেপেৰুৱা আচৰনেৰে মূৰ-মগজু ভৰি থকাব্যক্তি ।
লাচিত বৰফুকনে কৈছিল দেশ তকৈ মোমাই ডাঙৰ নহয় । এতিয়াৰ অসমীিয়াই কব লাগে, জাতি মাটি তকৈ মামা ডাঙৰ নহয় ।
Pati luwa mama he 😅😅😅
@@mdas1213আৰু দেঞ্জাৰ।
Moi Arunachal or..Deshot koi mumai dangor nohoy.Aamar mama.
.Shakuni mama,Kongs mama.Asom aru Arunachal dustbin nohoy.Bangla deshik aami nalage.Moran bilak hole aamarei.
অসমৰ সামগ্ৰিক সমইছা বিলাক 3গগৈয়েজানে কিন্তু mama হতে নেজানে।।।। মামাৰ নো কি দিল্লী খন মামাৰ হাতৰ পুতলা
২০২৪,চনত, আৰু ২০২৬,চনত, অসমৰ ৰাইজে বিজেপিক হাতাও নহলে অসমৰ অসমীয়াই বিদেশী হব লাগিব।
অন্ধ ভক্ত সকলে আজিও বুজি নোপোৱাতো বৰ পৰিতাপৰ কথা
এশ শতাংশ সছা।
Axom bedekher Dustin nohoi .
855 Janak guliai Mora Congress atia ansalikata badar mukha pindhise,aru ei akhil gogoi dangoriai Congress dalak lagat loi axom bosabo,ji Congress Dale axom andulan birudhita korisil.last ot atai kotha baghe,sage xakolu ek hoi jai more kebol xadharan janata.ki bjp ki Congress all same.
Un be TV bu Dr thin @@itsmehyt5506😊
E D আৰু CBI ৰ পৰা বাচিবলৈ হিমাসুৰে সকলো কামেই কৰিব পাৰে
Mr.Deka 👍 real truth.
Right
Himasur vadh keyia hbo
শোণিত কুমাৰ ভূঞা ৰ জাতীয় তেজ অকণ থকাযেন উমান পোৱা যেন লাগে। জয় আই অসম।
Bohudin agate praman paisu.I am proud of him.
এনেই টি আৰ পিৰ বাবে নাটক কৰে
Right❤
অসমীয়া জাতি সজাগ হওঁক ॥
আকৌ এবাৰ BJP চৰকাৰ হ'বলৈ হ'লে অসম আৰু অসম হৈ নাথাকে ।
Right
কিৰেন ৰিজিজুৱে আজিলৈকে ফটুৱা মিছা কথা কোৱা নাই।
Amar Mama ha fotuwa...
অখিল দাই সুন্দৰ কথা কৈছে ৰাইজ সজাগ হৌক নহলে অসম ৰসাতলে যাব
কিৰেন ৰিৰিজু ডাঙৰীয়া কথাখিনি নিশ্চয় সত্য ! এজন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতে আজি লৈকে কোনো তৰল বক্তব্য আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিশ্চিতভাৱে এই বিষয়টো অসমৰ ৰাইজৰ পৰা লুকুৱাই ৰাখি অসমত বহিৰাগতক আশ্ৰয় দিয়া মন মেলিছে! (ভোটবেংক ৰ স্বাৰ্থত)
এইটো কিৰণ ৰিজোজুৰ ৰাজনৈতিক বক্তব্য।যেনেকৈ অখিলে ৰাতি 11 বজাত হিমন্তক ফোন কৰে বুলি হিমন্তই কৈছিল।🤣🤣
@@pranabbaruah7687oi johora tur matit thakiboloi dibi n .
@@pranabbaruah7687 Kiran Rijeju ru Amit Shah r lgt direct kotha pati rajohua koribo lge cm dangoriyai tetiya he biswash koribo pari kartu misa kartu hosa .........emn dangor kotha eta hongbad Mel pati knke kbo parile Rejiju e .....Jodi politics r krne koise thn Assam r cm dangoriyai man Hani gusor dibo lge ......eitu okl karuba ejon ba kunu eta political partyk kua kotha nhy gutei Assam r krne koise
@@pranabbaruah7687apunaluke kothatu tothapiu vbi nasai nh kartu hosa kartu misa direct politics .........eneu CAA r joriyote nagorikottor babe uka kagojot abedon koribo pariboisun so vbiboloi badhyo korai kothatut kiba eta Pak ase buli ..........
@@pegu6282are bhi kali cm a direct reject korise ai2 kotha anekoa kunu alusona hoa nai alusona koise arunachal r jibor axomiya mnh ase tar PRC r dia to... ai2 ata Rajnoitik kotha election's r time vot r bbe korise
জাতীয় সংগঠন সমূহ সজাগ হবৰ হ'ল
Kihor krone xojag hboo lge
Poisa paise sob bikkri hol
অখিল গগৈ জিন্দাবাদ,জয় আই অসম
ঠিক কথা অখিল গগৈ
বিজেপি হতাও দেশ বচাও
হিমন্ত বিস্ব শৰ্মাই মিছা কই আছে
Akhil Gogoi e 100%raght kotha koi❤❤❤
You're right sister! 👍
tumar no. diba na
@@99hotoi Hello mate! Please stop barking 😊
@@99hotoitur numbertu Diya sun kotha ase😊😽
অখিলে কোৱা কথাবোৰ হৃদয় স্পৰ্শী
মূখ্যমন্ত্ৰী জন মিছা কথা কোৱাত ১ নম্বৰ । ইমান নিম্ন খাপৰ কথা কোৱা এই জনাই প্ৰথম মূখ্যমন্ত্ৰী নেকি ! 😂
ধন্যবাদ জালুকবাৰী সমষ্টিৰ জনগন , আমাক আপোনালোকে এনেকুৱা এজন জনপতিনিধিক জয়ী কৰাই দিযাৰ বাবে৷
Apunar comment sai bahut bhal lagil Apunar aru apunar poriyalor shubo kamona Aru Dirgayu kamona korilu thank you
ই শকুনিয়ে এদিন অসম দুবাব সেই টো চিৰন্তন সত্য, এনেও ধাৰত পুত গৈছেই
Sukuni mama 😂😂😂
কুৰুক্ষেত্ৰ যেনে যুদ্ধ কৰিছিল আমিও কৰিম অৰুণাচল প্ৰদেশৰ মানুহ অসমত প্ৰৱেশ নিষেধ।
অৰুনোদইৰ পইচা পাই হিমো ভক্ত সকলে এইবোৰ নুবুজে ।
সেইসকল অৰুণোদয় টকা কেইটাৰ কাৰণে অসমক বিক্ৰী কৰি দিব। নিজৰ ভবিষ্যতৰ নাতি পুতি সকলৈকে বিক্ৰী কৰি দিব।
অসমীয়া সজাগ হ'বৰ হ'ল
Hobo de agote BJP k jikai lo pisot 1500/ Toka koi loi thakibi aru... Nilaj hot...c c c
Akhil gogoi gorob gogoi lurin gogoi jindabad
...current and future leaders of our home-state. Gogoi Jindabad! ❤️
Akhil gogoi zindabad ❤❤❤
Jindabad!
Nidio aeibar bjp k vote
Kio nidia 2021 ot disila dekhun
কিৰেনৰিজেজুই সঁচা কথা কৈছে
হিমন্ত বিশ্ব এ ভাবিছিল election ৰ পিছত অখিল, লুৰিন ক 1.50কোটি বাংলাদেশী ৰ নামত surgical strike marim,, dily মাজতে kiren rijiju এ out of syllabus 😅
একদম সঁচা
Good advice Akhil Gogoi Ami apunar logot asu. Himanta biswas go back
Biswas nohoy o Bandhu...
অসমৰ সাহসী মানুহ জন হ'ল অখিল গগৈ । অখিল গগৈ জিন্দাবাদ
Great speech akhil Gogoi jindabad
CAA amak nalage
B. J. P. hatao des basao.
অসমৰ ৰাইজ উলাই আহক ৰাজপথত
ৰাজপথত নহয় ভোটৰ জৰিয়তে
ৰাজহাৰ নাই সচা কথা
Assamese media salute ❤❤❤❤❤❤❤❤
অসমৰ ৰাইজ সজাগ আৰু সচেতন হবৰ হল নহলে অসমতে অসমীয়া ভগনীয়া হবলৈ বৰ বছি দিন নাই
অসমৰ জাতীয় সংগঠণৰ আজিৰ দিনৰ যি #নিৰ্লজ্বভাৱে নিমাত হৈ থকাৰ মনোভাৱ , সচাকে আচৰিতজনক !
কীৰেন ৰিজিজোক আপোনাৰ চেনেললৈ মাতি মুকলি বিতৰ্কৰ ব্যৱস্থা কৰিলেই জোলুঙাৰ মেকুৰী ওলাই পৰিব ?🤪🥴🥴🤪🤪
Akhil Gogoi is right choise for future Assam CM.
এজন মুখ্য মন্ত্ৰীয়ে কিৰেন ৰিজুজু কি বিভাগত আছে যদি নেজানে কি আচৰিত,
অখিল গগৈ ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো। অসমীয়া খিলঞ্জীয়া সকলো আপোনাৰ লগত আছো।
✋sinot vote di joi juktto korok congress zindabad
Joi aai axom
Akhil Gogoi Your argument is 💯 pc right, I fully support you.
এখেতে অসম বেছিথৈ বাহিৰত থাকিবগৈ। এতিয়া লাখপতি সকলৰ বাবে আমি নিজৰ দেশতে বিদেশী সব লাগিব।
অখিল গগৈৰ কথাবোৰ মই একমত
হীয়ালে দিনে নিশাই মিছা কথা কৈ থাকে আৰু 😅😅😅
কোনো নতুন শৰণাৰ্থীৰ বোজা অসম আৰু অসমীয়াই ল'বলৈ প্ৰস্তুত নহয়।
শেষ কৰিবলৈ আৰু বাকী নাই মামাই।। এনেই কয় নে ভাগিনৰ শত্ৰু। মামা হয় বুলি।
AASU&other organisations must stand against it
Kangkho mama
বুঢ়া আচু কেইটাই মনে মনে আছে কাৰণ পাচত Issue বনাই কেই সাজ মান ভাত খোৱা সুবিধা হব ঠিকা আদি পোৱাত সুবিধা হব |
নিজৰ জাতি বিকি দিয়ে,,, তথাপিও আমাৰ অসমীয়া গোবৰ ভক্ত বোৰে মনে মনে থাকে
It will be slowly implement of caa.one day assamese people will have to memorise of the song of Bharat ratna bhupenda.aajir okhomia sojag nohole okhom rokhatole jabo...........
ASOMIA RAIJ B J P ETAU VOT NIDIBO AMI JE CAA NAMANU BUJAI DIOK VOTOR JORIOTE
আৰু অলপ সময় ৰাইজ অসমত বিদেশী আহিব লৈ বেছি সময় নাই। সেই চৰকাৰক যদি ওপৰাই নিদিয়ে তেতিয়া আৰু অসমৰ পৰিস্থিতি আগলৈ অসমীয়া সমাজৰ পৰম্পৰাগত নথকা হৈ পৰিব।
হয় আপোনাৰ লগত আমিও একমত অখিল গগৈৰ দীঘা্ য়ো কামনা কৰিলো।
সত্য ৰ সদায় জয়🙏
সেৰৌ অসমীয়া সজাগ হোৱা। নহ'লে জাতি মাটি ভেতি ভাষা নাথাকিব।
Good good good akhil
অসমক লৈ হেতালি খেলিবলৈ কোনে অধিকাৰ দিছে!
EVM kil korba
ধন্যবাদ থাকিল অখিল গগৈলৈ।
ইনহাৰেণ্ট tex যে লগাব খুজিছে ভাৰতৰ জনতাৰ ওপৰত ,চেম পেট্ৰোদাই কৈছে,এই সম্পৰ্কত কি প্ৰশ্ন নকৰিব নিকি সাংবাদিক মহোদয়?কিৰণ ৰিজোজুৰ বক্তব্য,মুখ্যমন্ত্ৰীয়ে অখিল গগৈয়ে সদায় ৰাতি 11 বজাৰ পিছত ফোন কৰে বুলি দিয়া বক্তব্যৰ দৰেই।এক ৰাজনৈতিক বক্তব্য।
Good
অসমত কিয় ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰে? আৰুণাচলত বসবাস কৰি অহা মানুহবিলাক অৰুণাচলৰ নাগৰিক। আমাৰ সহজ আৰু কোমল মনৰ সকলোৱে সুবিধা লয়।
People wish Akhil gogoi cn unite a common political leadership in Assam
Akhil gogoi he jatiya nayok. Akhil da zindabad. ❤❤❤
একেবাৰে সত্য কথা কৈছে অখিল গগৈয়ে।
।।জাগিব উতলিব আকৌ অসম জ্বলিবই কাৰণ এতিয়া অসমৰ লোক সভাৰ নিৰ্বাচনত চলি আছে সেয়েহে বিৰতি।। অসমত যদি অন্য ৰাজ্যৰ নাগৰিকক স্হান দিব কংশ বধৰ ভাওনা হ'ব।।
Xosai dukh loga ...amomiya a jodi axmor kotha navabe...kune vhabibo😢😢😢
অখিল দেৱে যি মন্তব্য কৰিছে সকলো কথা সত্য ।
Asolote ame thanks kobo lage kiran rejejuk...karon teu...gutee kotha bur khula ke koi dele news media agot ...karon teu jane akol asomiya manuhe illegal Bangladesi migreant loi protibad korebo pare...beleg North East state eh heto kaam korebo nuware jeto Assam n asomiya ehh pare
Etya amr uporat ame ki koru ..
Bake nijay future t tar fol pabo nahole asomiya ehhh
Jai Hind
🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
You're right. Akhil Gogoi Daa Jindabad!
Joy sree ram
Ako abar Modi sarkar
@@johnbora5940 Gogois are much more ahead than Borah 😊, as always. Gogoi Jindabad! ❤️
অখিল গগৈ যিবোৰ কথা কৈ আহিছিল সেইবোৰ কথা সছা নে মিছা অসমৰ ৰাইজে ভাবক লগতে বিদেশীৰ বোজা ল'বলৈ সাজু হৈ থাকক।।
To the edge keep the 🤞
Andhaa bhakt n 1500 tokiya ketai comments nai kora sun ..🤔🤔🤔🤔🤔🤔
এই news বিলাক #newslive য়ে চলাব নোৱাৰে ! ৰাইজ এতিয়াও অকন সময় আছে । সজাগ হৱৰ হল !
অসমে শৰণাৰ্থী বোজা কিয় ল'ব । মুখ্য মন্ত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰিব লাগে 😂 ৰাইজে
Joi Aai Ashom ,.GOGOI ZINDABAD .
Thik ktha koise
Akhil daa jindabad 🖐️👍👍
You are right .
Hosa khota ahkel gogoi . Thanks .
Thank। You akhil
কোনো কাৰণত চাকমা হাজুং হৰ্ণাৰ্থিক অসমত লক্ষ্মণ ৰেখা পাৰ হব নিদিব অখিল দা।
Good news
Correct saying Mr. Akhil Gogoi.
অসমৰ ৰাজনৈতিক ভাল টু
অসমীয়া সজাগ হোৱাৰ সময় । বিজেপিক আঁতৰাব নোৱাৰিলে অসম অসম হৈ নাথাকিব ।
Right good news sir gogioi
Good brother ❤,,,, from arunachal pradesh
সময় থাকোতে সজাগ হওক অসমীয়া বন্ধুগন।আঁচনি পাই দেশ ৰসাতলে নেখেদাব।
আনকছোন ,এইবাৰ মাৰিম আৰু মৰিম।
Himontai paglami bokise
Right ❤❤