O Maya | Zubeen Garg | Rakesh Reeyan | Chayanika Bhuyan | Rajtilok Theatre 2018-19

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • AC MULTIMEDIA Label Released "O Maya Ki Je Maya" "Rajtilok Theatre 2018-19" Presents
    Drama - Mayabi Santan (Abhijit Bhattacharjya)
    Watch Also | Joya Nai By Zubeen Garg (Abahan Theatre 2021-22) - • JOYA NAI (Joymoti) - Z...
    ⬇️Download/Play - bit.ly/2v7XvlH
    Singer - Zubeen Garg, Rakesh Reeyan, Chayanika Bhuyan
    Backing Vocal - Papori Gogoi
    Lyrics- Ajoy Phukan, Abhijit Bhattacharjya
    Music Director - Ajoy Phukan
    Music Producer - Palash Gogoi
    Choreographer - Diganta Das
    Make-up - Bishwa Kalita
    Edited & Directed By Manjit Sharma
    Warning : Copyright Reserved Don't Upload Illegally That Will Be Punishable To All
    ==========================================
    Contact Us On Fb▶️ / acmultimedia.official
    Contact Us On Instagram ▶️ / ac.multimedia
    Thanks

Комментарии • 2,1 тыс.

  • @digantabailung8860
    @digantabailung8860 3 года назад +20

    কেতিয়াবা ভাৱ হয় জুবিন দা নোহোৱা হলে আমাৰ কি হল হয়?কাৰ গান শুনিলো হেতেন।আমি আজীৱন তোমাৰ ঋনি জুবিন দা।

  • @prantapchetia9218
    @prantapchetia9218 2 года назад +50

    জুবিন দাৰ সুৰৰ মায়াত প্ৰতিটো ক্ষণ মায়াছন্ন,
    Heart touching

  • @pronabdas227
    @pronabdas227 2 года назад +136

    জুবিন দাৰ সমান এই পৃথিৱীত সূৰ দি গান গোৱা মানুহ আৰু চাগে কেতিয়াও নোলাব
    7 তা জনম ললেও জুবিন ডাৰ লগত কোনো সমান হব নোৱাৰে । জুবিন দাৰ জেগাঁ কোনো লব নোৱাৰে । তেওঁ j
    যেনেকুৱা গাণ গালেও তেওঁৰ মাত খাৰে মূহি পেলাই । I Love you Zubin Da 😍😍😍

    • @zodxgaming1696
      @zodxgaming1696 10 месяцев назад +5

    • @anandarituborah1811
      @anandarituborah1811 8 месяцев назад +1

      ❤❤

    • @shikshaaxom7987
      @shikshaaxom7987 8 месяцев назад +2

      Arijit Singh ka naam suna hai???

    • @kishurdeka8579
      @kishurdeka8579 7 месяцев назад +1

      ​@shkshaaxom7987 kon boskhawa pok hoi he😂

    • @AbhinandanHazarika
      @AbhinandanHazarika 7 месяцев назад +1

      ​​@@shikshaaxom7987বহুত ডাঙৰ ডাঙৰ শিল্পী য়েও এটা কথা কয় যে গান এটা সুৰ দি গোৱাত জুবিন গাৰ্গৰ কোনো তুলনা নাই।আপুনি আকৌ ক'ৰ পৰা অৰিজিত সিং ক আনিছে😂।জুবিন গাৰ্গৰ নিচিনা সুৰত কোনেও গাব নোৱাৰে।কিছুমান গান কিছুমান গায়কৰ কণ্ঠ ত বেছি ভাল লাগে।মই ক'ব খুজিছোঁ যে সুৰ দিয়াত জুবিন দা সদায় এক নম্বৰ

  • @rameshchandradas2972
    @rameshchandradas2972 3 месяца назад +2

    এই গীতটো মই প্রায়েই শুনো যেতিয়া অন্তৰত দুখ অনুভৱ হয় বা নিৰাশাত বা ভুগো। এই বিশ্বজনীন আবেদনময়ী গীতটোৰ সৃষ্টিৰ লগত জড়িত সকলো কলা কুশলী বৃন্দক অভিনন্দন জনাইছো। গীতৰ লগত পৰিবেশিত visuals বোৰো বহুত সৃষ্টিশীল আৰু উন্নত মানদণ্ডৰ। Salute to all concerned.

  • @bikashsarma534
    @bikashsarma534 2 года назад +112

    যিমানেই মন বেয়া নহওঁক দাদা ,, আপোনাৰ কণ্ঠৰ সুৰ কাণত পৰিলে দেখোন কিবা সকলো দুখ নাইকীয়া হৈ যায় দাদা ।।। ভগৱানে আপোনাক সদাই সুস্থ ৰাখক 🙏🙏🙏❤️❤️

  • @bikashnath.9090
    @bikashnath.9090 6 лет назад +41

    জীবন এখনি মায়াময় জীবনী৷৷৷ সচাকৈ জীৱনটো এখন মায়াময় জীৱনীয়েই হয়৷৷ কি কম জুবিন দা৷৷ ধন্যবাদ তোমাক৷ তোমাৰ গানৰ বাবেই জীয়াই আছো৷৷৷৷৷

  • @rupamkalita3798
    @rupamkalita3798 Год назад +19

    জুবিন দা জয়, ভগৱানে সদায় ভালে ৰাখক,,,এই পৃথিৱীত আৰু জুবিন দাৰ দৰে সুৰ কেতিয়াও কোনো দিনেও আগলৈ নাপাও,, জুবিন দাৰ গান শুনি প্ৰতিটো দিন পাৰ কৰো,

  • @ChanditaBordoloi-CB
    @ChanditaBordoloi-CB 6 лет назад +98

    তোমাৰ গানত মই বাৰুকৈয়ে মুগ্ধ জুবিন দা,, মন যেতিয়া বেয়া লাগে , যেতিয়া নিজকে অকলশৰীয়া অনুভৱ কৰোঁ তোমাৰ গান শুনিলেই মনটোৱে বহুত শান্তি অনুভৱ কৰোঁ,, আমি সকলোৱেই তোমাৰ পাগল প্ৰেমিক❤️❤️

    • @bhadrakonch4501
      @bhadrakonch4501 2 года назад

      Aqqaaaaaaaaààaààaaa

    • @bhaboranidas6196
      @bhaboranidas6196 2 года назад

      Oufh

    • @nayanbaishya1293
      @nayanbaishya1293 2 года назад +1

      @@bhaboranidas6196 p

    • @chiring4248
      @chiring4248 2 года назад +1

      @@nayanbaishya1293 K-pop

    • @pet154
      @pet154 Год назад +1

      Ene kisuman gaan aashe, xunile sakulu enei boi aahe, bahirat thaku ene lage Jen etiyai gharale gusi jaam. Akou bhabu gane tu pet nabhorai....

  • @brjonardan3481
    @brjonardan3481 4 месяца назад +2

    সুন্দৰ প্ৰয়াস ❤ "ইমন"ৰ এই জয়যাত্ৰা সদা অব্যাহত থাকক! তাৰেই কামনাৰে আটাইলৈকে শুভেচ্ছা প্ৰেৰণ কৰিলোঁ💐🙏

  • @জুবিনদাৰঅনুৰাগী-স৯ড

    জয় জুবিন দা।আমি জুবিন দা অনুৰাগী।কিয় জানে নে কাৰণ জুবিন দা দৰে মন, মানুহৰ বাবে মৰম, সহায়, আদি গোতেই বোৰ গুন আছে। কিন্তু বহুত মানুহৰ গাত নাই। এটা কথা হয় মানুহক সহায় কৰিবলৈ হলে ধন লাগে। কিন্তু মোৰ মতে মন লাগে জুবিন দা কি সকলো সহায় টকাৰে কৰে নেকি। কৰে টকাৰে ও সহায় কৰে। কিন্তু তেওঁ বহুত সহায় টকা নোহোৱাকৈ কৰে।যেনে সৌ সিদিনাই এজন মানুহৰ পথ দূৰ্ঘটনাত জুবিন দা নিজেই গাড়ীৰ পৰা নামি আহি তেওঁক সহায় কৰিছিল। দাদাৰ সহায়ৰ হিচাপ নাই। জয় জুবিন দা। ❣️❣️

  • @dipankarrabha4637
    @dipankarrabha4637 2 года назад +20

    মোৰ কবলৈ ভাষা নাই জুবিন দা দা আপোনাৰ প্ৰতেকটো গানেই মনোযোগ দি শুনো জীৱন বাটত আগোৱাই যোৱাৰ বাবে শক্তি পাওঁ ,I love you Zubeen দা দা ।

  • @hiranyadas3255
    @hiranyadas3255 2 месяца назад +10

    জীৱন ময়াৰে খেলা অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰ চং বৰ ভাল লাগিল জয় শ্ৰীকৃষ্ণ ❤😊👌👍

  • @gautamzgrabha4054
    @gautamzgrabha4054 4 года назад +164

    জুবিন দাক এই পৃথিবীত অনাৰ বাবে ধন্যবাদ ভগবান।

  • @MahidulIslam-kh7nf
    @MahidulIslam-kh7nf 4 месяца назад +2

    জীবন খন সচাঁ কৈয়ে মায়াময়। যেতিয়া মানুহৰ মায়াত জীবন খন পৰে। তেতিয়া সেই মায়াৰ পৰা আঁতৰাবলৈ টান হৈ যায়। এই মায়াৰ মেলাত কেতিয়াও নপৰিব।😢😢❤❤

  • @Tapash_____________.
    @Tapash_____________. 3 года назад +2

    Ki osadharon gaan sotti....gan ta jodi o buji na..❤️

  • @vigyuraaz615
    @vigyuraaz615 6 лет назад +18

    zubeen dar lgt khur milai milai Rakesh riyaneo dhunia k gaise geet2....bahut val lagil.Lyrics also awesome

  • @MINTGAMER69
    @MINTGAMER69 Год назад +4

    Mai Assamese nahi samjhti bt mujhe a song bahaut khushi deti hai please es song ko Hindi me translate kijiye

  • @retro9028
    @retro9028 2 года назад +7

    Rakesh dar voice't ata classic touch ase , bor hundor lge hunibo....and zubeen da as always goosebumps voice🔥

  • @gemarff9396
    @gemarff9396 7 месяцев назад

    জুবিন দাৰ গান‌ শুনি বহুতে ভাল পাও,আৰু লগতে গানটোও বহুত ভাল লগা, জুবিন দাৰ সুৰত এনেকা গান শুনিলে দুখে আঁতৰি যায়❤

  • @EklavyaTanti
    @EklavyaTanti 4 года назад +123

    জীৱন বাটত হতাশ হোৱা ক্ষণত অনুপ্ৰেৰণা যোগোৱা সুন্দৰ গীত।
    জীৱন জিন্দাবাদ❤❤❤।।।

  • @sagarikakataki2376
    @sagarikakataki2376 6 лет назад +118

    বহুত ধুনীয়া লাগিলে যুবিন দা আপোনাৰ কন্ঠত সচাকৈ যাদু আছে

  • @deizypathak2982
    @deizypathak2982 2 года назад +8

    I'm not an assamese, didn't get any word of the song, but something fascinating is there in this song that forcing me to listen to the masterpiece again and again

  • @mirajbubul3198
    @mirajbubul3198 6 лет назад +20

    জুবিন দাৰ কন্ঠ সদায় এনেকৈয়েই থাকক ,

  • @NukhilMoran
    @NukhilMoran 5 месяцев назад +1

    Yes অসম খন অমাৰ হয় | মিঞাৰ অসমত কোনো স্থান নাই নিজৰ ঠাইলৈ গুচি যা | যদি নোযোৱা অসমত ভোলুকা বাঁহ চিনি পাওঁ নহয় |জয় আই অসম✊️✊️

  • @dhanmonjitray2408
    @dhanmonjitray2408 6 месяцев назад

    জুবিন দা তুমি জুই তোমাৰ দৰে আৰু কোনেও এনেকুৱা গান উপহাৰ দিবলৈ নাই ❤❤❤❤

  • @rahulbora7995
    @rahulbora7995 6 лет назад +12

    Zubeen dar kontho jot nigore tat amrit boi jai... Amrit ase Zubeen dr konthot. Lv u dada

  • @bhudevmedhi3090
    @bhudevmedhi3090 6 лет назад +499

    ধন্যবাদ ভগৱান, যে তুমি মোৰ জীৱনত জুবিন গাৰ্গ ৰূপে দেখা দিছা !! এক বিশাল শক্তি পাঁও জুবিন দাৰ গান শুনিলে !! শান্তি, শক্তি, প্ৰেম, সাহসৰ সমাহাৰ জুবিন গাৰ্গ !!😊

  • @jaanrj2726
    @jaanrj2726 6 лет назад +164

    কালিৰ পৰা বাৰে বাৰে শুনি এই আছোঁ 😍 100 বাৰ মান হল মোক লগৰ লৰা এটাই শুনাইছিল Best song Forever love you Zubeen Da❤️

  • @devidkonwar7736
    @devidkonwar7736 6 лет назад +11

    জুবিন দাৰ কণ্ঠত কি ধৰণৰ যাদু আছে বাৰু??😍😍😍😘...সকলো মোহ যায় তেঁওৰ যাদুত...😍😍😘😘...lv u zubeen da..😘😘😘

    • @nituhajarika3442
      @nituhajarika3442 6 лет назад

      Devid Ko
      nwar

    • @pranjalray2974
      @pranjalray2974 5 лет назад

      জুবিন দাৰ গান শুনি বহুত ভাল লাগে। ধন্যবাদ জুবিন দা

  • @kangkan.Choudhury
    @kangkan.Choudhury 2 года назад +15

    Zubeen daa 🥺💓 ,, tumar gaan ot a moi jiai thokar prerona pau😌💓

  • @arindamchakravartty6308
    @arindamchakravartty6308 11 месяцев назад +13

    এইটোও গান,কি বনাইছে,music,lyrics,voice।।। perfect song

  • @sanjaybarnali143
    @sanjaybarnali143 4 года назад +24

    No language to write comments. Wow! Love you Zubaan da❤💝💓💞

  • @lisandeka4627
    @lisandeka4627 Год назад +3

    Zubeen daa r nsna kunu nai.. ishware pothiyase apunak amr majoloi.. vaale thakok ❤❤❤❤❤

  • @tapandas-kt9tu
    @tapandas-kt9tu 4 месяца назад +1

    অৰ্থ বহুল কথাৰে এটি সুন্দৰ গীত । শুনি ভাল লাগিল ।

  • @giteshdebbarma4671
    @giteshdebbarma4671 7 месяцев назад +2

    Im from Tripura i dont understand this language but I love this song and listining this unlimited times

  • @sudarshanbiswas3624
    @sudarshanbiswas3624 2 года назад +15

    Words are not enough to express the voice of this man...no one can replace him...If you are once addicted with the voice,you can't leave...Love you Zubeen Da 😍❣️

  • @chintukalita7200
    @chintukalita7200 6 лет назад +326

    অসমত যিমান কি গায়ক নাথাকক জুবিন দাৰ নিচিনা কোনো হব নোৱাৰে য়াৰ😘😘😘😘লাভ ইউ জুবিন দা❤️❤️❤️❤️❤️

  • @PutulPutuldas
    @PutulPutuldas 9 месяцев назад +3

    Zubin da aro rakesh riyan oh kintu ধুনীয়া হৈছে গোটে গান টো জুবিন দা গোৱা হেন লাগে music jay সঁচাই ভাল চিয়ে ধৰিব পাৰিব দুইজন গাইছে জুবিন দা আৰু ৰাকেশ ৰীয়ান দা

  • @jitumonibaishya
    @jitumonibaishya Год назад +1

    এই গান টো শুনিলে গাৰ নোম শিয়ৰি উঠে ।।।।ভাষা নাই দাদা love from hajo

  • @sjdeka8497
    @sjdeka8497 5 лет назад +1

    My fvrt song...... 😘😘😘dint 10br uport hunu aitu gaan.... 😊😊😊

  • @deepj6870
    @deepj6870 6 лет назад +193

    আকৌ এবাৰ মন মুহিলে জুবিন দাই♥♥
    তোমাৰ কণ্ঠত যাদু আছে ♥♥

  • @bhuyanbudhin6487
    @bhuyanbudhin6487 6 лет назад +289

    জুবিন গাৰ্গৰ লগতে ৰাকেশ ৰিয়ানেও সুন্দৰকৈ গাইছে। অতি হৃদয়স্পৰ্শী গীত ❤️

  • @khaiborali8231
    @khaiborali8231 3 года назад +31

    জুবিন দাৰ গীতৰ অবিহনে-মোৰ জিৱন আধোৰুৱা/
    কি বিশাল অৰ্থৰে ভৰা মধুমই কন্ঠত দাদাৰ গীত/
    সুনি দেহ মন শাত পৰি গল- আৰু- বহুবাৰ সুনিলু

  • @amirulkhan3291
    @amirulkhan3291 6 месяцев назад +1

    এই গানটো ১০ বাৰ কৈ প্ৰতিদিন শুনো ❤❤❤

  • @rajibbora8159
    @rajibbora8159 22 дня назад

    সুন্দৰ দাদা৷ আপোনাৰ স্বৰ্গদেউ গানটোৱে মোৰ মনত সাঁচ বহুৱাইছিল৷ আৰু আশা কৰো আপোনাৰ পৰা৷ আকৌ হেৰাই নাযাব

  • @durnakantasonowal8970
    @durnakantasonowal8970 6 лет назад +12

    এই সুন্দৰ গানটো আমাক উপহাৰ দিয়া বাবে জুবিন দা আৰু ৰাকেশ দা লগতে চয়নিকা বা লৈ অশেষ ধন্যবাদ জনালোঁ

  • @Flow_editz676
    @Flow_editz676 6 лет назад +153

    জুবিন দাৰ কথাটো নক‌ওৱে বাৰু,জুবিন জুবিনে।ৰাকেছে ৰিয়ানেও বহুত সুন্দৰ গাইছে।

  • @1down4upKapil
    @1down4upKapil 6 лет назад +8

    Supeb! Zubeen mama ! The persons that u selected for this video are really amazing, specially thr smile are genuine

  • @sargamstudio3922
    @sargamstudio3922 6 месяцев назад

    Gaan to hunilei jibn tur hokolo sobi sukut vahi pore.
    best lyrics n zubin da r jadu.
    wow...

  • @pilingadeka
    @pilingadeka Год назад

    উফ জেগাত লাগি গৈছে মোৰ ❤mon pran sui goise ane dhoror geet bur hunile deha xat pori jai love this song

  • @educational154
    @educational154 5 лет назад +170

    জুবিন দাৰ গান মানেই শান্তি ❤ love you zubeen da ---- ৰাকেশ ৰিয়ানেও বঢ়িয়া গাইছে 👌👌👌👌

  • @mridupabanzg3660
    @mridupabanzg3660 3 года назад +9

    Zubeen dar dore singer aro npam..... Axom ot Love you dada ❤️❤️❤️

  • @assampanther4008
    @assampanther4008 6 лет назад +20

    Bidexot thakiu protitu Zubeen daar gaan ajiloike xuni asu...tmk pronam Zubeen daa...mn muhi juwa voice...xundor contribute with xundor lyrics

  • @DeepjyotiRajbongshi-u1d
    @DeepjyotiRajbongshi-u1d 10 месяцев назад

    কি ধুনীয়া হৈছে❤

  • @luitkalita8146
    @luitkalita8146 6 лет назад

    Gantu aber huni mr hepahei poluwa ni .... bare bare hunibo mn jai . Xosake bohut dhunia gaan. .. love you zubeen dada

  • @NDNPainting
    @NDNPainting 6 лет назад +95

    Ajoy Phukan/ Palash Gogoi+Abhijit Bhattacharya=Zubeen Garg...
    Joy Zubeen Daa💖💖💖

  • @SaidulIslam-yg3ho
    @SaidulIslam-yg3ho 5 лет назад +112

    জুবিন দাৰ গান মানেই ধুনীয়া।❤

    • @jagadishdas3948
      @jagadishdas3948 5 лет назад +1

      To

    • @bijoydas3450
      @bijoydas3450 3 года назад

      Adha boyokh jua bura atak actor bonaise

    • @khojagamer9618
      @khojagamer9618 3 года назад

      @@bijoydas3450 hoi tu deka burot telentr komi ase neki 😑 iman dekhibo beya hoise gantir logot mila nai

  • @mukuldewraja6588
    @mukuldewraja6588 4 года назад +43

    জীৱন এখনি 🌹🌹🌹মায়াময় জীৱনী💕💕💕💕💕
    হ্ৰীদয় খন চুই যায় কথাখিনি😓😓😓

  • @lalitagogoi-vt4wx
    @lalitagogoi-vt4wx 5 месяцев назад

    দুয়োটাই বেলেগ গাইছা আৰু দেই ।ভাল লাগিছে ।❤❤❤

  • @sibabhuyan4049
    @sibabhuyan4049 3 месяца назад +1

    Gaan huni bor mojaaa lagise aru Zubeen daar hole tu Kobo nalage ❤❤❤ Zubeen DaakJune June vall pai like ata kori juwa ❤❤

  • @jayantaborah7835
    @jayantaborah7835 6 лет назад +21

    Just awesome,,, awesome lyrics, awesome tune, awesome music..

  • @pubalisonowal19
    @pubalisonowal19 6 лет назад +10

    Oh god such a beautiful one 😍😍

  • @avinash3286
    @avinash3286 6 лет назад +5

    video and choreography.........fantastic something new.........at d end...its zubeen.

  • @nabinr7361
    @nabinr7361 2 года назад

    I MISS MY ASSAM. Guess My ata abo are dead. Loved the song.. was different from the bihu etc I connect with.
    Thank You.

  • @sriganesh8526
    @sriganesh8526 4 года назад +2

    Moi jiman dukhot nathaku mathu zubeen dar geet xuni sob dukh atori jai aru moi agbarhi juwa prerona paoo so i love you too zubeen da! 🙏🙏🙏

  • @dhrubapatgiri3986
    @dhrubapatgiri3986 5 лет назад +37

    Have no words for this beautiful composition and choreography ❤️❤️❤️

  • @tutuali113
    @tutuali113 6 лет назад +8

    Really, zubeen is king of singer in assam

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 4 года назад +8

    Zubeen Garg and Chayanika Bhuyan, this song is the excellent.....

  • @AldenSangma
    @AldenSangma 4 месяца назад

    Zubeen Da ki je xhur aponar..Aponar songs xhonile mor Antorkhon kope aro num bor tiyo hoi jai...kio najanu...❤❤❤❤😢😢😢

  • @tasmitabora4636
    @tasmitabora4636 6 лет назад

    Zubin daa r logote rakesh riyan daa r proxonkha nkorile nhobo, new generation r one of best rakesh riyan. Teur voice tuu khub dhunia.

  • @dkalitha
    @dkalitha 5 лет назад +15

    Jibon ekhoni mayamoi jiboni
    Morom mayare eti kahini
    Jibon ekhoni mayamoi jiboni
    Morom mayare eti kahini
    Jibone koi kahaniba
    Hahibur lukuwai thuwa
    Morome koi ketiyaba
    Sokulu titise hiya
    Hukh dukhor sobi aaki jaai
    Jibonor asolot lukai
    O maya kije maya
    Jibon mayare khela
    O maya kije maya
    Morom mayare mela
    🎼Music🎼
    Oo mayabi xagorot uti fure xopunor nao
    Oo mayare xarothi loi
    axare botha bai jaao..
    Oo mayabi xagorot uti fure xopunor nao
    mayare xarothi loi axare botha bai jaao
    Jibone koi kahaniba
    Hahibur lukuwai thuwa
    Morome koi ketiyaba
    Sokulu titise hiya
    Hukh dukhor sobi aaki jaai
    Jibonor asolot lukai
    O maya kije maya
    Jibon mayare khela
    O maya kije maya
    Morom mayare mela
    🎼Music🎼
    Ho mon pokhi jaai uri
    Mayare deoka meli
    Hepahok xaboti
    Nijore saya bisari
    Ho mon pokhi jaai uri
    Mayare deoka meli
    Hepahok xaboti
    Nijore saya bisari
    Jibone koi kahaniba
    Hahibur lukuwai thuwa
    Morome koi ketiyaba
    Sokulu titise hiya
    Hukh dukhor sobi aaki jaai
    Jibonor asolot lukai
    O maya kije maya
    Jibon mayare khela
    O maya kije maya
    Morom mayare mela...

  • @অংশুনাভপাচনীয়া

    ভাল লাগিল ভিদিও টো ।।বহুত ভাল হৈছে অভিনয় ।।

  • @Tapash601
    @Tapash601 8 месяцев назад +21

    2024 ত কোন কোন শুনি আছে ?

  • @mousumiboro3084
    @mousumiboro3084 3 года назад

    Aji aru abar xunilu gaan2 logte salu... Parag da apunaloi bohut Mnt prise... Apuni amar major pora Bohut Xunkale gusi gol. 😭😭

  • @sumangalballav2443
    @sumangalballav2443 5 лет назад

    Sotti dada apurbo. No coment. From wb dalkhola. Your ♥ tuch friend.

  • @tropical_land_survey
    @tropical_land_survey 5 лет назад +3

    চমৎকার গান, এতো সুন্দর একটি গান উপহার দেওয়ার জন্য জুবিন দা কে অনেক
    ধন্যবাদ, যদিও কিছু ভাষা বুঝতে সমস্যা হয় । ...... Love from Dhaka,
    Bangladesh.

  • @lakhyanathtaye9914
    @lakhyanathtaye9914 Год назад +444

    2024 t Kune Kune hunisa like please

  • @yusubali5482
    @yusubali5482 6 лет назад +367

    I think Zubeen is the top singer of India

  • @hiranyadas3255
    @hiranyadas3255 Месяц назад

    অতি সুন্দৰ উপস্থাপন গান বৰ ভাল লাগে আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে কৃষ্ণ ৰাম হৰি শুভ ৰাতি ❤🥰😊👌👍

  • @DeepDas-zl4kd
    @DeepDas-zl4kd Месяц назад +1

    Zubeen da ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @amitmallick9571
    @amitmallick9571 2 года назад +5

    Love u zubin sir...love from tripura❤️

  • @arindomsaikia7194
    @arindomsaikia7194 5 лет назад +14

    ZUBEEN DA ROCK ...😘😘😘❤️❤️❤️

    • @jetukideka2206
      @jetukideka2206 3 года назад

      Hfdszs for her birthday but

    • @jetukideka2206
      @jetukideka2206 3 года назад

      Bgfehf ghthhhhh forcbgkjjhkkghkkdjg grhfghtrhhtggf.

  • @bijoydas5841
    @bijoydas5841 9 месяцев назад +5

    Jai Zubeen da i love you Zubeen da 👌👌👌🥰🥰❤️

  • @arabindagogoi
    @arabindagogoi 5 лет назад

    hundor gaan... ru video choreography bohut val hoisa

  • @kamaldeka8208
    @kamaldeka8208 5 лет назад +1

    Jubeen da nhle amar ki hb, amar jibon tu adhoruwa hb, amar prem valpwa aku nathakibo aru bihuti bihu bihu nalagibo lgte akomiya jatituk kune akota kri rakhibo love you zubeen da teu babe ata Like korok jen dada khodai amar majot thake,

  • @bhabeshdas1075
    @bhabeshdas1075 3 года назад +3

    Outstanding vice of Rakesh Riyan and nothing to say about Jubin ; Jubin is always Jubin no any comparison with him.

  • @pritamdeka4013
    @pritamdeka4013 6 лет назад +6

    really its so amazing so melody ....

  • @unitedgamer8588
    @unitedgamer8588 4 года назад +17

    Dislike kora keita pagol nki be zubeen Dar nisina gaan dislike kore nki be kintu moi zubeen dak bohot bhal Pau I love you zubeen da😌😌😌😌👌👌👌👌👌👌👌🤘🤘🤘❤❤❤❤❤❤❣❣❣❣❣💗💗💗💗

    • @jetukideka2206
      @jetukideka2206 3 года назад

      👩‍🚒👽💢💢💢💢💢📲📱☎️📞

  • @ProstutibordoloiProstutibordol
    @ProstutibordoloiProstutibordol 3 месяца назад +1

    Dr zubeen da love from morigaon ❤

  • @UnsucessGirl
    @UnsucessGirl 6 месяцев назад

    সঁচাই জীৱন মায়া😢😢😢 য'ত সকলো মানুহে এটা সময়ত ডুবি য়ায়🥲🥺😭😭♥️ এই সময়ত

  • @md.ak_shohag
    @md.ak_shohag 6 лет назад +4

    excellent, love form Dhaka, Bangladesh.

  • @dibyajyotimisra1653
    @dibyajyotimisra1653 6 лет назад +12

    zubeen da mko ata sujog dibo nki? arthik absthar karne aguwabo pora nai. plz zubeen da . may god bless you. mai apunak ganr vagawan hisape ggyan karu.

  • @selimliyana5519
    @selimliyana5519 Год назад +1

    Assam’s heartthrob Zubin da means lots of emotions ❤

  • @Nand12345bi
    @Nand12345bi 6 лет назад +13

    Only for zubeen da 😍😍😘😘..his voice 😘😘😘

  • @techsd7558
    @techsd7558 Год назад +3

    Live Long Zubeen Daa🙌💗

  • @princerajbongshi2286
    @princerajbongshi2286 6 лет назад +15

    Zubeen Da is a Legend of Assamese Song..

  • @dipkumbang5632
    @dipkumbang5632 3 года назад

    গীতটিৰ লগতে ছবিৰ ধাৰনা অতি সুন্দৰ ৰুপত আৰু মনপৰশা, সঁচাই মন চুই গল

  • @shibaroy4034
    @shibaroy4034 2 года назад +1

    Axom t arijit singh aru belek celebrity nosole, aiyat kebol Zubeen Daaa! ❤

  • @AndroidPlays7226
    @AndroidPlays7226 6 лет назад +6

    u r great zubeen da n ur voice....

  • @bisbainscreation2132
    @bisbainscreation2132 4 года назад +41

    *All time Hits Singer Zubeen Garg 🔥❤️*