ডিব্রুগড় সচিবালয়ত মুখ্যমন্ত্রীৰ প্রথমখন কেবিনেট বৈঠক

Поделиться
HTML-код
  • Опубликовано: 10 янв 2025
  • ডিব্রুগড় সচিবালয়ত মুখ্যমন্ত্রীৰ প্রথমখন কেবিনেট বৈঠক। গাঁওবুঢ়াসকলকলৈ ভাল খবৰ আজিৰ কেবিনেটত। ১৪৫০খন বনগাঁৱৰ গাঁওবুঢ়াসকলে প্রতিমাহে ৯ হাজাৰ টকাকৈ লাভ কৰিব পাৰিতোষিক। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি জানিব দিয়ে মুখ্যমন্ত্রীয়ে।
    #PratidinTime #AssamNews #CabinetMeet #HimantaBiswaSarma

Комментарии •