Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতুলনীয় সুন্দৰ পৰিৱেশন!🙏
মৰনিং ৱাক কৰিবলৈ যাওঁতে। সদায়েই শুনো এই বৰগীতটি। মোহনীয়
মোৰ অন্যতম প্ৰিয় বৰগীত। সুন্দৰকৈ বৰগীতটি পৰিৱেশন কৰা বাবে গায়িকালৈ ধন্যবাদ।
কৃষ্ণ 🙏বৰগীত ভাগ বহুত সুন্দৰ হৈছে ।হৃদয় জুৰ পৰি গৈছে ।
অতি সুন্দৰ পৰিবেশন।হৃদয় পৰশা।
জয় গুৰু শঙ্কৰ
ধন্যবাদ
This song is in our class 10 hindi text books...
Duerb
অতি সুমধুৰ কণ্ঠৰ, গুৰু জনাৰ অনুপম সৃষ্টি বৰগীত, শুনি আমনি নালাগে, কৃষ্ণ 🙏
Krishna.
বৰগীতটি শুনি থাকিও যেন আমনি নালাগে। গায়িকা ৰুমী অঞ্জনা চৌধুৰীক তেখেতৰ শুৱলা আৰু আত্ম-বিজৰিত গায়কীৰ বাবে ধন্যবাদ জনালো।
ৰুমী অঞ্জনা চৌধুৰী হয় তালুকদাৰ নহয়
@@rumianjanachoudhury86 শুধৰণি কৰা হ'ল।
Manashjyoti Sadhanidar ধন্যবাদ
মই গোৱা আৰু বৰগীত আছে পাৰিলে শুনিব , আপোনালোকৰ প্ৰশংসাই আমাক গোৱাত উদগনি দিয়ে
@@rumianjanachoudhury86 এই বৰগীতটো কি তালৰ ,,আৰু আপুনি গোৱা বৰগীত কত আছে লিংক দিবচোন ।
এনেকুৱা অৰ্থৱহ বৰগীতে মন আধ্যাত্মিক ভাৱাপন্ন কৰি তোলে । প্ৰণাম গুৰুজনাক আৰু ধন্যবাদ গায়িকালৈ ।
মন প্ৰাণ চুই যোৱা এই বৰগীত বোৰ...
Very sweet voice. Many thanks
very lovely....i love this borgeet very much.....love it.....❤❤❤❤❤👍👍👍👍
Guru bandana koribo lage
bor dhuniaa gaaise dei.. bor vaal laagile..
Nice ☺️👍
বৰগীত ভাগি সুন্দৰ হৈছে, কিন্তু আৰম্ভণিতে ৰাগ দিয়া হলে উত্তম হল হেতেন।( প্ৰশান্ত দত্ত/জীৱনজ্যোতি দাস, ডিব্ৰুগড়, ঘূৰণীয়া )
বহুত ভাল লগা গীত শুনি থাকিব মন যায়
Keshab Das hosa
Hindu music বুলি কিয় দিছে?
অতি সুন্দৰ৷🙏
Vldore hidoy ujari gaise
🙏🙏
সুন্দৰ হৈছে
Hundar
কৃষ্ণ, কৃষ্ণ
Mzaaa
krishna
যাদব ৰায়
Moja
Bargeet ati manohar.
Besi slow hoise jihetu ek tal ot gua hoi
🙏🏻🙏🏻
🙏🙏🙏
অতুলনীয় সুন্দৰ পৰিৱেশন!🙏
মৰনিং ৱাক কৰিবলৈ যাওঁতে। সদায়েই শুনো এই বৰগীতটি। মোহনীয়
মোৰ অন্যতম প্ৰিয় বৰগীত। সুন্দৰকৈ বৰগীতটি পৰিৱেশন কৰা বাবে গায়িকালৈ ধন্যবাদ।
কৃষ্ণ 🙏
বৰগীত ভাগ বহুত সুন্দৰ হৈছে ।
হৃদয় জুৰ পৰি গৈছে ।
অতি সুন্দৰ পৰিবেশন।হৃদয় পৰশা।
জয় গুৰু শঙ্কৰ
ধন্যবাদ
This song is in our class 10 hindi text books...
Duerb
অতি সুমধুৰ কণ্ঠৰ, গুৰু জনাৰ অনুপম সৃষ্টি বৰগীত, শুনি আমনি নালাগে, কৃষ্ণ 🙏
Krishna.
বৰগীতটি শুনি থাকিও যেন আমনি নালাগে। গায়িকা ৰুমী অঞ্জনা চৌধুৰীক তেখেতৰ শুৱলা আৰু আত্ম-বিজৰিত গায়কীৰ বাবে ধন্যবাদ জনালো।
ৰুমী অঞ্জনা চৌধুৰী হয় তালুকদাৰ নহয়
@@rumianjanachoudhury86 শুধৰণি কৰা হ'ল।
Manashjyoti Sadhanidar ধন্যবাদ
মই গোৱা আৰু বৰগীত আছে পাৰিলে শুনিব , আপোনালোকৰ প্ৰশংসাই আমাক গোৱাত উদগনি দিয়ে
@@rumianjanachoudhury86 এই বৰগীতটো কি তালৰ ,,আৰু আপুনি গোৱা বৰগীত কত আছে লিংক দিবচোন ।
এনেকুৱা অৰ্থৱহ বৰগীতে মন আধ্যাত্মিক ভাৱাপন্ন কৰি তোলে । প্ৰণাম গুৰুজনাক আৰু ধন্যবাদ গায়িকালৈ ।
মন প্ৰাণ চুই যোৱা এই বৰগীত বোৰ...
Very sweet voice. Many thanks
very lovely....i love this borgeet very much.....
love it.....
❤❤❤❤❤👍👍👍👍