Nagara Naam : Hanumanar Janma
HTML-код
- Опубликовано: 13 окт 2018
- Published on oct.15,2018. Assamese traditional song Nagara Naam.Hope you like this Nagara Naam(Hanumanar Janma) Singer : Ramcharan Bharali ph.9957763187 Recorded by Rakesh Boro, studio sound zone on Aug 06,2018.Please Subscribe,Like & Comments about this Audio.
Respected bharali da. Your performance isexcellent ,may you long live,
অতি সুন্দৰ যোৱাকালি আপোনাৰ নামতো উপভোগ কৰিলোঁ ৰামদিয়াত হুনুমানৰ জন্ম বৰ ধুনীয়া লাগিছে 🙏🙏🙏🙏🙏🙏🙏
কোটি কোটি প্ৰণাম। আপুনি অসমীয়াৰ সম্পদ।
Bht bhal lagil sir aponar nam xuni, xuni thakile xunibr a mn jai thake
বৰ ভাল লাগিল আপোনাৰ দীৰ্ঘাও কামনা কৰিলো
বৰ ভাল লাগিল শুনি। ৰামচৰণ ভৰালী ডাঙৰীয়ালৈ প্ৰণাম জনালোঁ
নাগৰ৷ নামৰ সন্মানীয় শিল্পী ভৰ৷লীদেৱলৈ সেৱ৷ জনালো , লগতে দীর্ঘায়ু কামনা করিলো ।
জয় হনুমান । শ্ৰদ্ধাৰ নাগৰা নামৰ পাঠক ৰামচৰণ ভৰালী ডাঙৰীয়াৰ দ্বাৰা পৰিবেশিত এই নাগৰা নামটো বাৰে বাৰে শুনি থাকিবৰ মন যায় ।এই নামটোৰ জৰিয়তে ভক্ত আৰু ভগৱানৰ অপূৰ্ব মিলন ঘটিছে ।
Nice bro nice
নাগাৰা নামৰ পাঠক সন্মানিত ৰামচৰণ ভঁৰালী দেবলৈ আৰু দলৰ সকলো সদস্যলৈ প্ৰনাম জনালোঁ । ভগবানৰ নামৰসত দেশখনক আপ্লুত কৰি ৰখাবাবে অলেখ ধন্যবাদ জ্ঞাপন কৰিলো ।
Bohut vall lagil ...vagabane aponak sira din jiyai thakok..
নাম to বৰ ভাল লগিছে 👍👍👍👍
Nr@@
নাম টো সুনি বৰ ভাল লাগিল 👌👌
I love nagara naam. Aru Ramcharan sir apunak bohut Val pau
নাম শুনি ভাল লাগে । বিষেক কৈ শ্ৰদ্ধাৰ ৰামচৰন ভড়ালী দেৱ ৰ নাম মোৰ অতি ভা
অতিকে ভাল পাও
@@maheshkalita8190 "
apunr nam xuni bht bht vl lage
Bor bhal lagil .
Nagara naam tu suni val lagil
ঔম জয় শিৱ বাবাই নমঃ,ঔম নমঃশিৱায়।হৰ হৰ মহাদেৱ।
আপোনাৰ নাম শুনি বহুত আপ্লুত হলো। আপোনাৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ।
শ্রদ্ধাৰ ৰামচৰণ ভৰালীদেৱৰ নাম শুনি থাকিলে শুনি থাকিবৰ মন ৷ বহুত বহুত ভাল লাগিল ৷
T66huuù
Z zz**z*z
Bahut bhal naam dhuniya kantha
Moi nagara naam bhut vl paw n mojaa hoise 👌👌👌🙏🙏
Ram Saran bhorali apunar kontha aty khokti khaline
আপোনাৰ নাম শুনিলে শুনিয়েই থাকিব মন যায়
অতি সুন্দৰ নাম পৰিবেশন কৰিছে গুৰু দেৱ🙏🙏
Sundar hoise. Aponak pranam janalo.
অশেষ ধন্যবাদ লগতে দীৰ্ঘায়ু কামনা কৰিলো বৰ ভাল পাইছো আপোনাৰ নাম শুনি ,
নাগাৰা নামৰ চুপাৰ হিৰ' জন এ হ'ল আপুনি।
কৃষ্ণ বাপ❤️❤️❤️
পাঠক ভড়ালী আপোনাৰ কণ্ঠ অতি শক্তিশালী।
👏👏👏💯😈💢👿😍
Mooja lagise ❤❤❤
❤❤❤❤
জয় শ্ৰী হনুমান।🙏🙏🙏🙏। ইমান ধুনীয়া কন্ঠ নাম। ঈশ্বৰে সদায় আপোনাক শক্তি প্ৰদান কৰক।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
A
.
Pzucuvvv
bahut val lagil nam to suni
বঢ়িয়া. নাম
অসমৰ নাগৰা নাম আৰু পাঠক শ্ৰদ্ধাৰ ভৰালী দাদা অতি সুন্দৰ মনোমোহা আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু আগলৈকে অসমত অসমীয়াৰ প্ৰাণ স্বৰূপ তেখেতে নিজৰ স্থিতি সৱল, শক্তিশালী ৰূপত দেখি থকাৰ প্ৰেৰণা প্ৰদান কৰিলো। শেষত পুনৰ আশীৰ্বাদ বা কৃপাত ভালে ৰাখক।
H we'd
l Love Naam
Jai.shreehanuman.🙏🌹Jai shree ram 🏗️🙏🚩🔱🌹♨️👣
Bhut vl lagil 🥰
আপোনাৰ নাম সৰুতে চাইছিলো।পিছতো বহুত বাৰ চাইছো। মজাই বেলেগ। মাত টো শুনি থাকিলে শুনি থাকিবৰ মন।ভগৱানে আপোনাক বহু দিনলৈ নাম পৰিবেশন কৰিব পৰাকৈ আমাৰ মাজত জীয়াই ৰাখক।🙏🙏🙏
বহুত ভাল লাগিল
Bahut bhal lagil nagara nam bahut bhal pao tatai aponar more ghar saru narddit
Bahut bhal namto suni bhal lagil
Nagara namr super hero...🙏🙏🙏♥️♥️
নাগাৰা নামৰ সম্ৰাট আপুনি। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
আপোনাৰ নাম শুনি বা চাই বহু ভাল লাগিল। মই বহু সৰু পৰা নাম চাবলৈ গৈছিলো।
N̊ån̊g̊ m̊i̊h̊ån̊g̊ d̊åk̊l̊o̊t̊
Oti sundar namm..........apunak borbhaghor basonti pujat log pam buli asha thakil
হনুমানৰ জন্মৰ নাগাৰা নামটো শুনি বহুত ভাল লাগিল।
Nice🚩🚩🚩
সত্ৰীয়া সংস্কৃতিৰ প্ৰতিভূ নাগাৰা নামলৈ শতকৌটি প্ৰণাম🙏🙏❤❤🌸🌸🌸
Beautiful
namto suni bar ananda Palo... bharali devar jai hok... jai prabhu Hanuman .....
মাননীয় নাগাৰা নামৰ পাঠক ৰামচৰণ ভৰালী দেব সুন্দৰভাৱে জীয়াই থাকক।
Hi Hu no hi there Pu po
Really NAGARA SURJYA Ramcharan Bharali.
জয় শ্ৰীৰাম।
হনুমানৰ জন্মৰ কথা জনা নাছিলো আপোনাৰ নামৰ জৰিয়তে জানিলো ভাল লাগিল।।।।
কৃষ্ণ নামটো শুনি বৰ আনন্দ লাগিল কৃষ্ণ
@@harihardeka884 hi
আপোনাৰ নাম শুনি বহুত ভাল লাগে 🙏🙏😌😌😍😍
, .!.....
L
Bhut bhl lagile
aponar nam Amar ghrt xuni thako bhut val lage ❤❤❤
Nice naam
Bahut bahut val lagil.
Very nice
Jay Gobinda.
আজৰি সময়ত আপোনাৰ নাগৰা নাম প্ৰায় শুনো ৷বৰ ভাল পাও নাগৰা নাম৷
আপোনলোক বৰঅসমৰ লোকসংগীতৰ সাধক৷আপোনালোকৰ অশেষ শ্ৰম অৰ্থ কষ্টৰ ফলশ্ৰুতিত লোকসংগীত সমুহ সংৰক্ষিত হৈ আহিছে৷তাৰ বাবে আপোনাৰ লগতে সকলো কলাকৌশলীক শ্ৰদ্ধা ও আন্তৰিক অভিনন্দন জনালো৷
Kk
বৰ ধুনীয়া লাগিল।।নাম তো ।।ভৰালী ককা ৰ আৰু যিমান নাম আছে দিব।।।চোন
Nagara nam mor bhut bhal lage. Dhanyabad BHARALIda nagara sanskriti jai rokhababe
জয় বৰজংগৱলী।
Joi bajrang bali
Mojaa lagise 👌🙏👌
নাগাৰা নাম সুনি বৰ ভাল লাগে মোৰ
Sundar akhan you are great sir
Krishna.
অতি সুন্দৰ নাগাৰা নাম ।
বহুত বহুত ভাল লাগিল সুনি
aponar nam bor sunile suni thakibor mn jai o
Vari Nice Ramchandra Da😍😍😍😍😜😜😜😜👌👌👌👌👍👍👍🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️
He Nagara namor pitamaha aapunak pranamo
বহুত ধুনীয়া ।
ধুনিয়া লাগিল নামটো শুনি ধন্যবাদ ভৰালীদেৱ আগলৈ আৰু শুনিব পাম বুলি আশা কৰিলো( বিজয় কলিতা গুৱা)
namtosuni bhal lagil.aponak dhanyabad.(D.Nayak)
নাম সুনী মজা পালো
নাম তো শুনি ভাল লাগিল 🥰🥰
Xarute aponar saisilo.
আপোনাৰ নাম শুনি ইমান ৰসাল লাগে,মন প্ৰান জুৰ পৰি যায়।
809
নামটো ভাল লাগিছে
Krishna krishna
Sh abwsimgnftn
Very very nice nagara naam bharali daa congratulations 👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏🎉👏👏👏
Sundor 🙏
Bor dhuniya lagil.....
নাগাৰা নামৰ শিল্পী ভৰালীদেৱ আপোনাক কৌটি কৌটি প্রণাম |আপোনাৰ যিমান নাম আছে সকলো নাম ইউটিউবত দিবলৈ অনুৰোধ জনালোঁ|আপুনি আমাৰ সম্পদ|আপোনাৰ কণ্ঠত হৰিয়ে বাস কৰিছে আপোনাৰ সু-স্বাস্থ্য লগতে দীৰ্ঘায়ু কামনা কৰিলো|আপেনাৰ নাম সমূহ অমৃত বৰষা নাম|
অশেষ ধন্যবাদ জনালো লগতে ভগৱানে মংগল কৰক l
@@ramcharanbharalipathak4638 llllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll
Nam to suni bohut val lagil bharali da
mojaaa lagil nam2 xuni
Bahut val lagese .......KRISHNA
Joy shree Ram 🙏
হে মহাগুৰু মোই শিকিব লাগিছিল শিকাবো নেকি
God
Oti sundor nam
Jai hanuman❤🙏🐚⛳🕉🕉🕉🙏🙏🙏
Excelent
সচাকৈ খুব সুন্দৰ হৈছে নামটো পাৰিলে অন্য নামো দিবচোন
অপূৰ্ব কণ্ঠ.....