Simple Assamese thali| ক'ম তেলত ৰন্ধা মাছৰ টেঙা জোল|কাঁহী কোণত Chutney |নিজৰ বাৰীতে vitamin সমূহ পাব
HTML-код
- Опубликовано: 24 июн 2024
- #Assamese Machor tenga jhul #taruphukan
#cooking #Bamboo shoot chutney
and Bamboo shoot chutney |#easyrecipe #food
#assam #simplecooking Животные
বহুত সোৱাদ লগা হৈছে দেখি লুভ লাগি গৈছে 😋😋😋
My pleasure.. thank u
Bohut bhal lagil recipe to baidew
মৰম সহ ধন্যবাদ ❤️
ভাল লাগিল
মৰম সহ ধন্যবাদ ❤️
সু
সুন্দৰ লাগিলে। ধন্যবাদ।🙏
মৰম যাঁচিলো…
বহুত সুন্দৰ কৈ আপোনাৰ ৰেচিপি তো পালোঁ বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ।
My pleasure.. thanks a lot ❤️
❤❤❤❤❤
🌹❤️
Bor bhal lage apunar pratitu recipe❤
মৰম সহ ধন্যবাদ 💖
Bhal lagil Baidew
মৰম সহ ধন্যবাদ ❤️
Bhal Lagil Baideu!
মৰম সহ ধন্যবাদ 💖
Bor vl lagil
মৰম সহ ধন্যবাদ 💖
❤❤❤
মৰম সহ ধন্যবাদ 💖
Bohut bhal lagil baa🎉
মৰম সহ ধন্যবাদ ❤️
বাইদেউ আপুনি ইমান ধুনীয়াকৈ ৰান্ধিব পাৰে বহুত ভাল লাগিল ❤❤
প্ৰতিগৰাকী নাৰীয়ে জানে …মইও তাৰে মাজৰ…মৰম সহ ধন্যবাদ…
বাইদেউ আপুনি ইমান ধুনীয়াকৈ বুজায় দিয়ে । ভাল লাগিল vedio টো চাই ।
মৰম সহ ধন্যবাদ 💖
Love from dhemaji.
মৰম সহ ধন্যবাদ ❤️
বহুত ধুনীয়া ❤
🙏❤️❤️❤️
মৰম সহ ধন্যবাদ ❤️
আপোনাৰ ভিডিঅ'চায় ভাল লাগিছে
মৰম সহ ধন্যবাদ ❤️
xundor Hoise...kothabur xundor.....From nagaon #Hepah ....new Fnd holu baido
Thanks a lot..
Bor dhunia recipe video 👌♥️ mam👌🙏🙏🙏
মৰম সহ ধন্যবাদ ❤️
বহুত দিনৰ পিছত দেখি ভাল লাগিল
মৰম সহ ধন্যবাদ 💖
Bohut Val lagil vedio to sai ❤❤
মৰম সহ ধন্যবাদ ❤️
khub valo laglo thali recpie ta
মৰম সহ ধন্যবাদ 💖
Bahut dhunia hoise
মৰম সহ ধন্যবাদ ❤️
Delicious,simple
একেবাৰে সাধাৰণ …
Boiled recipe tu dib baidau.. video sai khub val lage apunar😊
নিশ্চয়…মৰম সহ ধন্যবাদ ❤️
খুব ধুনীয়া হৈছে 👌💕
মৰম সহ ধন্যবাদ ❤️
বৰ ধুনীয়া হৈছে।
🌹 Thanks
❤❤
🌹🥰
❤❤❤❤
🥰🌹
Apunar recepi bilak sai val lage
ধন্যবাদ …হোষ্টেল বা বাহিৰত খাই খাই ল'ৰা ঘৰত একেবাৰে চিম্পল ৰন্ধনহে খাব বিচাৰে…তাকে আজি আগবঢ়ালো…
Baidew bohut tasty ❤😋❤❤
ধন্যবাদ …হোষ্টেল বা বাহিৰত খাই খাই ল'ৰা ঘৰত একেবাৰে চিম্পল ৰন্ধনহে খাব বিচাৰে…তাকে আজি আগবঢ়ালো…
❤❤❤🎉🎉🎉🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉🎉🎉🎉❤❤❤
Welcome 🌹
Very nice video ❤❤❤🎉
ধন্যবাদ …হোষ্টেল বা বাহিৰত খাই খাই ল'ৰা ঘৰত একেবাৰে চিম্পল ৰন্ধনহে খাব বিচাৰে…তাকে আজি আগবঢ়ালো…
Vl lagil Baideuw . Moiu Masor recipe teneke bonau khai vl lage
মৰম সহ ধন্যবাদ 💖
খুব ভাল লাগিল বাইদেউ 🙏 খৰিচা বনালো
হয় নেকি ? মই আনি থৈছো বাঁহগাজ ৪টা কালিলৈ খৰিচা থম
Masala t ki ki dise dekhabo sun.. apunar video bur sai val lage ❤❤
নিশ্চয়…মৰম সহ ধন্যবাদ 💖
Gas chutney khne bor val lagil kintu khub norow bemare dhay
অ' হয় নেকু…কুশলে থাকক
Baidew apunr ghart vat khabo bor mon ase
আহিবা…একেলগে খাম…
@@TaruPhukan jam jam dei baideo
Baideo bah gaj kenekoi botolot rakhibo pari kola nporakoi jonabosun
মোৰ বহু কেইটা এনে ভিদিও আছে…বাঁহ গাঁজৰ পৰা খৰিচা তৈয়াৰ কৰি বটলত ভৰাই থোৱা লৈকে…
Baa khorisa di maas r tenga recipe diba son please please diba .....ru masur dail di khorisa recipe diba ne baa please dibo
নিশ্চয় দিম…
বহুত দিনৰ পিছত আপোনাৰ ৰেচিপি দেখিলোঁ, ভাল নে আপোনাৰ। কিয়নো ইমান দিনে ভিডিঅ' দিয়া নাচিলে বাইদেউ ?
বহুত কাম আছে…মৰম সহ ধন্যবাদ 💖
ভাল লাগিল
মৰম সহ ধন্যবাদ ❤️