Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
মুহোৰহু ৰসিকাঃ অৰ্থাৎ বাৰে বাৰে অমৃত ৰস পান কৰক! ভূৱিঃ ভাবুকাঃ -এই পৃথিৱীত চতুৰ ঈশ্বৰ ভক্তি সেৱা চিন্তা কৰি থকা হে ভাবুক সকল!(ভাগৱত শ্লোক) কৃষ্ণ কৃষ্ণ... সৌন্দৰ্যম...
অশেষ ধন্যবাদ 🙏
ইমান শুৱলা কন্ঠ, বৰগীত ভাগি শুনি মনতো গদগদ হৈ গল । কৃষ্ণ 🙏
অশেষ ধন্যবাদ জনালো 🙏
হৃদয়স্পৰ্শী পৰিবেশন । গুৰুজনালৈ শতকুতি প্ৰণাম । 🙏🙏🙏
অতি সুন্দৰ শুৱলা সুৰেৰে গোৱা বৰগীত ভাগি শুনি আল্পুত হলো, কৃষ্ণ কৃষ্ণ প্ৰণাম
অশেষ ধন্যবাদ ,, প্ৰণাম 🙏🙏
অনন্য সুন্দৰ। "ৰূপে অনঙ্গ সঙ্গ " বুলি পাইছিলো বৰগীতৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ সংস্কৰণত। আপুনি "ৰূপ অনঙ্গ সঙ্গ " গালে। আছলতে শুদ্ধ কি সেয়া ঠাৱৰ কৰাত অসুবিধা হৈছে। আকৌ সিদিনা অন্য এগৰাকীক "পৰভাতে শ্যামকানু" বৰগীতটোত "বংশীৰ" শব্দটো বাশীৰ গোৱা শুনিলো। নতুন সংস্কৰণবোৰত বিসংগতিৰ সৃষ্টি নোহোৱা বুলি নুই কৰিব নোৱাৰি। অলপ জুকিয়াই চাবচোন। আপুনি সত্ৰীয়া কৃষ্টিৰ সৈতে জড়িত থকা বাবে কথাখিনি উল্লেখ কৰিলো।🙏
সৰ্ব প্ৰথমে আপোনাক অশেষ ধন্যবাদ জনালো , ইমান মন দি গীতটি শুনি সুন্দৰ মন্তব্য প্ৰদান কৰা বাবে , আমি গীতটি বাপচন্দ্ৰ মহন্তই সম্পাদনা কৰা "বৰগীত" , নামৰ সংস্কৰণটি পৰা চাই পৰিবেশন কৰিছো , তাত "ৰূপ অনংগ সংগে " বুলি আছে , এই কিতাপ খনত পাঠান্তৰ , শব্দাৰ্থ , ভাবানুবাদ আৰু টিপ্পনী সুন্দৰকৈ দিয়া আছে বাবে গীত সমূহ বুজি পৰিবেশন কৰাত অলপ সহায় হয় , অবশ্যে গীত বোৰ গোৱাৰ আগত আমাৰ হাতত থকা কেইবাখনো কিতাপ চাই লোৱা হয় , আপুনি কোৱাৰ দৰে অইন কিতাপত" ৰূপে " বুলি থকাটো হয় , "ৰূপ অনংগ সংগে " অৰ্থাত মুৰাৰু ৰ ৰূপ অংগৰহিত কামদেৱৰ লগতহে তুলনা কৰিব পাৰি ,,, গতিকে আমি ধাৰণা কৰিলো ৰূপে আৰু ৰূপ ৰ মাজত বিশেষ পাৰ্থক্য নাথাকিব , পুণৰবাৰ আপোনাক ধন্যবাদ জনালো 🙏
@@rijumonigoswami691 অশেষ ধন্যবাদ। আমাৰ বোধগম্য হ'ল। 🙏
@@RJHMvideoblogs 🙏
আই বৰগীত আমাৰ শক্তি গুৰু দুজনাই শক্তি প্ৰদান কৰক এইযেঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।❤ কৃঞ ❤
অনন্য সৃষ্টি , খুব সুন্দৰ পৰিবেশন । কৃষ্ণ
সুন্দৰ সাধনা আইগৰাকী, আপোনাৰ কন্ঠদান বহু গভীৰ...
কৃষ্ণ কৃষ্ণ আই সুন্দৰ শুনি বহুতো ভাল লাগিল ঈশ্বৰে আশীৰ্বাদ কৰিব্।
অশেষ ধন্যবাদ জনালো , আপোনাকো ঈশ্বৰে আশীৰ্বাদ কৰক 🙏🙏
বহুত বহুত ধুনীয়া । মধুৰ-------------------------
Jay Shree Krishna❤️🙏❤️
🙏🙏
কৃষ্ণ আই ' সেৱা ধৰিছো ৷ঈশ্বৰে আপোনাক আৰু কৃপা কৰক ৷
অশেষ ধন্যবাদ জনালো , ঈশ্বৰে আপোনাৰো মংগল কৰক 🙏🙏
বৰ ভাল লাগিল ৰিজুইমান খোলা বলিষ্ঠ কণ্ঠ !!!👌👌👌👌👌👌❤️❤️❤️
অশেষ ধন্যবাদ দাদা 🙏
Excellent word throwing and very sweet voice, great gifts of our extreme Guru. Thanks a lot Madam...
Thank you so much 🙏🙏
সুমধুৰ। মন ভৰি পৰিল বৌ।
কৃষ্ণ 🙏 পুৱাই বৰগীতভাগি শুনিলো মনটো ভাল লাগিল ..বৰ ভাল লাগিল বাইদেউ🙏
বৰ ভাল লাগিল বাইদেউ ❤
ধন্যবাদ দেই 😊❤️
কণ্ঠ, composition সকলো ধুনীয়া।আগৰ কেইটামান গীতত অলপ চাবলগীয়া আছে। পাৰিলে সেইকেইটাও আকৌ এবাৰ কৰিবচোন।
অশেষ ধন্যবাদ , জনাবচোন কোন কেইটা গীত🙏
সাংগীতিক আসোঁৱাহ নাই বাইদেউ। প্ৰাণ পাই উঠা/নুঠা, মন চুই যোৱা/নোযোৱা এনেকুৱা জাতীয় কথাবোৰ।উদাহৰণস্বৰূপে "হৰি হেৰৰে বাপ"ৰ কথা উল্লেখ কৰিব পাৰি। আপোনাৰ কণ্ঠৰ যি যাদু সেয়া যেন প্ৰকাশ পোৱা নাই।উদ্ধৱ বন্ধুৰ কথাও কব পাৰি। আৰু দুই এটা আছিল। বৰ্তমান মনলে অহা নাই।বাকী বীৰেন্দ্ৰনাথ দত্তদেৱৰ গীতসমূহে আপোনাৰ কণ্ঠত এক অন্য মাত্ৰা লাভ কৰিছে।
সুখী হ'লো আপোনাৰ মন্তব্য পাই ,আৰু ইমান মন দি আমাৰ গীতবোৰ শুনা বাবে , 'হৰি হেৰোৰ বাপ'ৰ ক্ষেত্ৰত মোৰো আপোনাৰ দৰেই মত , কেইটামান গীতত মই নিজেও সন্তুষ্ট নহয় , চেষ্টা কৰিম আগলৈ , অশেষ ধন্যবাদ আপোনাক 🙏
🙏
Singing the Borgeet nicely. God bless you mem. Go ahead.
বৰ ভাল লাগিল ❤
বহুত ভাল লাগিল ,বৰগীত টি শুনি ,কৃষ্ণ ❤
Bohut dhunia lage ai borgeet tu
অতি সুন্দৰ বাইদেউ
সুন্দৰ ❤
Khishna khishna khishna 🙏🙏🙏
🙏🙏🙏
Ati xundar baideu 🙏❤️
কৃত কৃত কৃত হল মন প্ৰাণ।✳️ 🎉 ❤ কৃঞ কৃঞ ❤
সুন্দৰ।
অতি সুন্দৰ
Xundor hoise
Ki xundor gaise 🙏
সুন্দৰ
ধন্যবাদ 😊
Iman melodies
Thank you 😊❤️
Xundar
Excellent
Thank you 🙏
❤❤❤❤❤❤❤
ধন্যবাদ 😊❤️
কৃষ্ণ
🔥🔥🔥🔥🔥🔥
Sundar
কৃষ্ণ কৃষ্ণ।
মন দাপোনত নেদেখা জনক কেতিয়াবা দেখিবলৈ চেষ্টা কৰিছেনে?
কিয় সুধিলে ?
@@rijumonigoswami691 ঈশ্বৰক নেদেখা জন বুলি কলো। অন্তৰ আত্মাক দাপোন বুলি কলো। বেছি হ'ল নেকি?
নাই নাই , বেছি হোৱা বুলি কোৱা নাই , গীত বোৰৰ অৰ্থ বুজি লৈ যিমান পাৰি হৃদয়ংগম কৰি গাবলৈ চেষ্টা কৰো , তেনে কৰোতে মন দাপোনত ইশ্বৰৰ প্ৰতিচ্ছবি আকিবলৈ আপ্ৰাণ চেষ্টা কৰো , সফল হব পাৰিছো নে নাই নাজানো , শ্ৰোতাই তেওলোকৰ অনুভৱ স্পষ্ট ভাবে জনালে আশ্বস্ত হও , উৎসাহিত হও 😊🙏
অকৃতিম ভক্তি ও হৃদয়নমম ভক্তৰ আচৰণতে বিদয়মান। সুৰ ললিত কন্ঠ তেওঁৰেই নিলয়। কোনো কন্ঠই শ্ৰোতাৰ অন্তৰ চুই যাব পৰা মাহাত্ম্য তেওঁৰেই অৱদান।
মুহোৰহু ৰসিকাঃ অৰ্থাৎ বাৰে বাৰে অমৃত ৰস পান কৰক! ভূৱিঃ ভাবুকাঃ -এই পৃথিৱীত চতুৰ ঈশ্বৰ ভক্তি সেৱা চিন্তা কৰি থকা হে ভাবুক সকল!(ভাগৱত শ্লোক) কৃষ্ণ কৃষ্ণ... সৌন্দৰ্যম...
অশেষ ধন্যবাদ 🙏
ইমান শুৱলা কন্ঠ, বৰগীত ভাগি শুনি মনতো গদগদ হৈ গল । কৃষ্ণ 🙏
অশেষ ধন্যবাদ জনালো 🙏
হৃদয়স্পৰ্শী পৰিবেশন । গুৰুজনালৈ শতকুতি প্ৰণাম । 🙏🙏🙏
অশেষ ধন্যবাদ 🙏
অতি সুন্দৰ শুৱলা সুৰেৰে গোৱা বৰগীত ভাগি শুনি আল্পুত হলো, কৃষ্ণ কৃষ্ণ প্ৰণাম
অশেষ ধন্যবাদ ,, প্ৰণাম 🙏🙏
অনন্য সুন্দৰ। "ৰূপে অনঙ্গ সঙ্গ " বুলি পাইছিলো বৰগীতৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ সংস্কৰণত। আপুনি "ৰূপ অনঙ্গ সঙ্গ " গালে। আছলতে শুদ্ধ কি সেয়া ঠাৱৰ কৰাত অসুবিধা হৈছে। আকৌ সিদিনা অন্য এগৰাকীক "পৰভাতে শ্যামকানু" বৰগীতটোত "বংশীৰ" শব্দটো বাশীৰ গোৱা শুনিলো। নতুন সংস্কৰণবোৰত বিসংগতিৰ সৃষ্টি নোহোৱা বুলি নুই কৰিব নোৱাৰি। অলপ জুকিয়াই চাবচোন। আপুনি সত্ৰীয়া কৃষ্টিৰ সৈতে জড়িত থকা বাবে কথাখিনি উল্লেখ কৰিলো।🙏
সৰ্ব প্ৰথমে আপোনাক অশেষ ধন্যবাদ জনালো , ইমান মন দি গীতটি শুনি সুন্দৰ মন্তব্য প্ৰদান কৰা বাবে , আমি গীতটি বাপচন্দ্ৰ মহন্তই সম্পাদনা কৰা "বৰগীত" , নামৰ সংস্কৰণটি পৰা চাই পৰিবেশন কৰিছো , তাত "ৰূপ অনংগ সংগে " বুলি আছে , এই কিতাপ খনত পাঠান্তৰ , শব্দাৰ্থ , ভাবানুবাদ আৰু টিপ্পনী সুন্দৰকৈ দিয়া আছে বাবে গীত সমূহ বুজি পৰিবেশন কৰাত অলপ সহায় হয় , অবশ্যে গীত বোৰ গোৱাৰ আগত আমাৰ হাতত থকা কেইবাখনো কিতাপ চাই লোৱা হয় , আপুনি কোৱাৰ দৰে অইন কিতাপত" ৰূপে " বুলি থকাটো হয় , "ৰূপ অনংগ সংগে " অৰ্থাত মুৰাৰু ৰ ৰূপ অংগৰহিত কামদেৱৰ লগতহে তুলনা কৰিব পাৰি ,,, গতিকে আমি ধাৰণা কৰিলো ৰূপে আৰু ৰূপ ৰ মাজত বিশেষ পাৰ্থক্য নাথাকিব , পুণৰবাৰ আপোনাক ধন্যবাদ জনালো 🙏
@@rijumonigoswami691 অশেষ ধন্যবাদ। আমাৰ বোধগম্য হ'ল। 🙏
@@RJHMvideoblogs 🙏
আই বৰগীত আমাৰ শক্তি গুৰু দুজনাই শক্তি প্ৰদান কৰক এইযেঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।❤ কৃঞ ❤
অশেষ ধন্যবাদ 🙏
অনন্য সৃষ্টি , খুব সুন্দৰ পৰিবেশন । কৃষ্ণ
অশেষ ধন্যবাদ 🙏
সুন্দৰ সাধনা আইগৰাকী, আপোনাৰ কন্ঠদান বহু গভীৰ...
অশেষ ধন্যবাদ 🙏
কৃষ্ণ কৃষ্ণ আই সুন্দৰ শুনি বহুতো ভাল লাগিল ঈশ্বৰে আশীৰ্বাদ কৰিব্।
অশেষ ধন্যবাদ জনালো , আপোনাকো ঈশ্বৰে আশীৰ্বাদ কৰক 🙏🙏
বহুত বহুত ধুনীয়া ।
মধুৰ
-------------------------
অশেষ ধন্যবাদ 🙏
Jay Shree Krishna❤️🙏❤️
🙏🙏
কৃষ্ণ আই ' সেৱা ধৰিছো ৷ঈশ্বৰে আপোনাক আৰু কৃপা কৰক ৷
অশেষ ধন্যবাদ জনালো , ঈশ্বৰে আপোনাৰো মংগল কৰক 🙏🙏
বৰ ভাল লাগিল ৰিজু
ইমান খোলা বলিষ্ঠ কণ্ঠ !!!
👌👌👌👌👌👌❤️❤️❤️
অশেষ ধন্যবাদ দাদা 🙏
Excellent word throwing and very sweet voice, great gifts of our extreme Guru. Thanks a lot Madam...
Thank you so much 🙏🙏
সুমধুৰ। মন ভৰি পৰিল বৌ।
অশেষ ধন্যবাদ 🙏
কৃষ্ণ 🙏 পুৱাই বৰগীতভাগি শুনিলো মনটো ভাল লাগিল ..বৰ ভাল লাগিল বাইদেউ🙏
অশেষ ধন্যবাদ 🙏
বৰ ভাল লাগিল বাইদেউ ❤
ধন্যবাদ দেই 😊❤️
কণ্ঠ, composition সকলো ধুনীয়া।
আগৰ কেইটামান গীতত অলপ চাবলগীয়া আছে। পাৰিলে সেইকেইটাও আকৌ এবাৰ কৰিবচোন।
অশেষ ধন্যবাদ , জনাবচোন কোন কেইটা গীত🙏
সাংগীতিক আসোঁৱাহ নাই বাইদেউ। প্ৰাণ পাই উঠা/নুঠা, মন চুই যোৱা/নোযোৱা এনেকুৱা জাতীয় কথাবোৰ।
উদাহৰণস্বৰূপে "হৰি হেৰৰে বাপ"ৰ কথা উল্লেখ কৰিব পাৰি। আপোনাৰ কণ্ঠৰ যি যাদু সেয়া যেন প্ৰকাশ পোৱা নাই।
উদ্ধৱ বন্ধুৰ কথাও কব পাৰি।
আৰু দুই এটা আছিল। বৰ্তমান মনলে অহা নাই।
বাকী বীৰেন্দ্ৰনাথ দত্তদেৱৰ গীতসমূহে আপোনাৰ কণ্ঠত এক অন্য মাত্ৰা লাভ কৰিছে।