দাদা এটা suggest কৰিম যে পকাৰ পোষ্ট নিদিব ভাঙি যোৱাৰ চান্স থাকে.. মানে টেংকিটো ভৰি গলে পোষ্ট কেইটা কোনোবাটো যদি ভাঙি থাকে তেন্তে টেংকি টো ও ভাঙি থাকিব। সেয়েহে পাৰিলে লোৰ মানে লোহাৰ ফ্ৰেম হলে ভাল হয় মজবুত হয়। ডাঙৰ কথা নকওঁ আমি মিডল ক্লাছ মানু্হ আপোনাৰ দৰে সহায় কাকো কৰিব পৰা নাই যদিও মন আছে যদি পাৰোঁ আগলে চেষ্টা কৰিম। ধন্যবাদ জনাইছো আপোনাক আৰু আপোনাৰ টিম টোক 😊
hundor dada Val kam kori aase aapuni. manob manuh axom tibal or logot connection koribo nalagisile motor to. extra ke dibo lagisile. aitu aapuni vul korile.
সঁচাকৈ আপোনি ইমান সহজ সৰল মানুহ কি বুলি কম ভাষা পোৱা নাই ভগৱানে আপোনাক শক্তি দিয়াক আৰু আগুৱাই যোৱা ❤ বাকী ইউিউবাৰ নিজৰ লাবৰ কাৰণে কৰি আছে আৰু ৰাইজে সেই বিলাক ইউিউবাৰক বেছি গুৰুত্ব দিয়ে এয়া আমাৰ সমাজ ।#Homoy দা লগত এক হয় ছবে সহায় কৰক
ইমান গৰমত সকলোৱে নিজৰ কথা ভাবিছে।মাত্ৰ আপুনি যিজনে এই গৰমত সকলো নেওচি আনৰ বাবে কাম কৰি গৈছে । ভগৱান শক্তি দিয়ক এই মহান ব্যক্তি জনক ।
বহুত বহুত ভাল লাগিল। চকুপানী ৰখাব নোৱাৰিলো।😢 মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাটো বহুত পূণ্যৰ কাম। তুমি মহান।❤❤❤❤❤❤
👍 god bless❤❤❤
তোমাৰ লগতে সকলো কেইজনলৈ অশেষ ধন্যবাদ ।আগবাঢ়ি যোৱা । ❤
এনেকৈ আগবাঢ়ি যোৱা তুমি,
মানৱতা জীয়াই ৰাখিছে একমাত্ৰ তুমি।❤❤❤
কোটি কোটি toka ooo patta napai aya axirbad r usorot... Apuni bohot lucky.. Hodai vl hok apunar❤
দাদা এটা suggest কৰিম যে পকাৰ পোষ্ট নিদিব ভাঙি যোৱাৰ চান্স থাকে.. মানে টেংকিটো ভৰি গলে পোষ্ট কেইটা কোনোবাটো যদি ভাঙি থাকে তেন্তে টেংকি টো ও ভাঙি থাকিব। সেয়েহে পাৰিলে লোৰ মানে লোহাৰ ফ্ৰেম হলে ভাল হয় মজবুত হয়। ডাঙৰ কথা নকওঁ আমি মিডল ক্লাছ মানু্হ আপোনাৰ দৰে সহায় কাকো কৰিব পৰা নাই যদিও মন আছে যদি পাৰোঁ আগলে চেষ্টা কৰিম। ধন্যবাদ জনাইছো আপোনাক আৰু আপোনাৰ টিম টোক 😊
সময় তুমি মানুহৰ ৰূপি ভগৱান ❤❤❤🎉🎉🎉
পৃথিৱীৰ সকলোতকৈ মহান কাম কৰি আছা আৰু কৰি যাওক ভগৱানৰ ওচৰত প্ৰাথনা কৰি দিছো
বহুত বহুত ভাল লাগিল আপোনাৰ কামবোৰ চাই, ভগৱানে আপোনাক সদায় ভালে ৰাখক ,সুস্থ ৰাখক ভগৱানৰ আচৰত এয়াই মোৰ প্ৰাথনা।
আইতা সকলৰ আৰ্শীবাদে আৰু আগুৱাই নিয়ক আপোনাক ❤❤❤❤
You are only youtuber who helps needy people. Salute you and God bless you.
New subscriber from monu family
আইতা দুগৰাকী দেখি বৰ বেয়া লাগিল । ভগৱানে তোমাক শক্তি দিছে আৰু আগবাঢ়ি যোৱা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।।
আনৰ বাবে ভাল কাম কৰাজনক ভগৱানে তেওৰো ভাল কৰে । কাম কৰিবলৈ কেৱল টকা হ'লেই নহ'ব ।লাগিব এটা সাহসী মন । তোমাক শতবাৰ 🙏🙏🙏❤
Apuni. Bohutt bhl kam kori sa bohut bhal lge aru agg bohai juokk
গুৰু আসনত সময় দাৰ নিচিনা মনুহকেই বহুৱাব লাগে 🙏
সুখৰ অনুভূতিক যদি দগা পাল্লাৰে জুখা হয়, সুখৰ পাল্লা খন তললৈ যাব। বহুত বহুত মৰম আৰু ধন্যবাদ সময় আৰু তেওঁৰ টিম তোলৈ ❤❤❤❤❤❤❤
Hut val lagil
Mujjang
Val lagila sai❤❤
সুন্দৰ সময় দা, প্ৰজেক্ট ❤
ঈশ্বৰ পিতাই মংগল কৰক আশীৰ্বাদ কৰিছো ।
Homoi Gogoik Assam Govta Homaj hewar babe award dibo Lage aru olp Finance kore jen aru Val Kam koriboloi.
দাদা আপোনাৰ পদক্ষেপ সচাই মানিছো আৰু । আজিৰ দিনত মানুহে মানুহক কিছুমান ব্যক্তিযে টকা পইচাৰ নথকাৰ বা অলপ মান পইচা নাথাকিলেও দৰিদ্ৰ বুলি হাঁহিব বিছাৰে ।কিন্তু আপোনালোকৰ নিচিনা মানুহে সকলোকে সমানে আগবাঢ়িব যোৱাৰ পথত সহায়ৰ হাত আগবঢ়াইছে সছাই ভাল কাম কৰিছে ।।জয় আই অসম।।
বহুত বহুত ভাল লাগিল। তোমাৰ লগতে সকলোকে বহুত ধন্যবাদ। আগুৱাই যোৱা তাকে কামনা কৰিলো। ❤❤❤❤❤❤
Bhagamane manobal dise.God bless you Samay.
সুন্দৰ পদক্ষেপ দাদা ❤❤❤❤❤
বহুত বহুত ভাল লাগিল
Bohut bohut val lagile❤🙏
সময় তোমাক বহুত আশীৰ্বাদ❤❤❤❤❤ ।আৰুতোমাৰ লগত থকা আটাইকে ধন্যবাদ জনালো ।সচাকৈ চকুৰ পানী ৰখাব নোৱাৰিলো ।
Dimpu daak support korot koi homoy daak support kora ❤❤
🙏 অতি সুন্দৰ কাম কৰিছে ককাইদেউ, মানৱীয়তাৰ .......🙏💎👑, আপোনাৰ লগত সহযোগ কৰা দুজন লৈও 🙏👑💎
bohut val lagil hokolu keijonaloi
ভগৱানে আৰু শক্তি দিয়ক ।
সুন্দৰ লাগিছে তোমাৰ কামবোৰ চাবলৈ যায়
মানৱ দৰদি। beta tumak sahaswa pranam।। God bless you
Bohut val lagil aru aguai juwa
ককাইদেউ বহুত সুন্দৰ❤❤❤❤❤
Love from dibrugarh khowang ❤❤
বহুত ভাল লাগিল।।।। সদায় এনেদৰে আগবাঢ়ি যোৱা🙏🙏🙏
সময় বৰ সুখী হলো। তোমাৰ নিচিনা আৰু কেইজনমান ওলোৱা হেতেনএনেকুৱা মানৱদৰদী লৰা।
ভাল লাগিছে ❤️🙏🏻
সঁচাই তোমাৰ অৱদান সদায় প্ৰসংসনীয়। তোমাৰ সহাৰিয়ে দুখীয়া মানুহৰ জীৱন জিলিকাই তোলে
Bhal lagil homoy God bless you
বহুত সুন্দৰ পদক্ষেপ
Bohut vl lagil Apunaluke ati hohai hin poriyalok hoahi korile. I appreciate you all and specially thanks to Homoi Da ❤❤
বহুত ভাল লাগিল ভগৱানে আপোনাক সদায় ভালে ৰাখক ❤🙏🏻🥰
Dada aguai jauk... God bless u🙏🙏
Bohut dhuniya Kam kori ase dada apuni ❤
Axmar 30%youtudare o jdi apunar nisina manuhk xohai koril hy bht manuhe xohai pale hy .
❤❤vall lagill
Homoy tumi mhan❤❤❤homoy puinar Kam korisa tumi mhan 🎉🎉🎉morigaon ❤❤❤
ভগৱানে তোমাক শক্তি দিয়ক।
Val lagil ❤ khodai enedore Kam Kori jua.
Hmoi da tumi bohut val kori goisa tumi aru aguwai juwa vl lgil video tu sai ❤🤗
সময় ভাইটি তোমাৰলৈ অষেশ ধন্যবাদ থাকিল।
বহুত ভাল লাগিল আজিৰ পজেক্টটো।আইতাকেইগৰাকীৰ খুবেই প্ৰয়োজন আছিল পানীৰ ব্যৱস্থাটোৰ। খুব ভাল কাম কৰিছে আপোনালোকে,এই কামৰ লগত জড়িত সকলোকে মৰম ও শ্ৰদ্ধা নিবেদন কৰিলোঁ।ভগৱানে সদায় কুশলে ৰাখক 🙏🏻 🙏🏻🙏🏻
Such a great work homoy da❤
Bht hnkle 1 million suscribe hbo lage
Nava projonmo ye tumak idol hisape louk eitu k akha korim.prithobi r hamasta hukh bhogoban ye tumak diyok aarshibad korisu.❤❤beta
সুন্দৰ ! আৰু আগবাঢ়ি যোৱা।
Bohut val lagise. 👍👍
Ru সময় দা আপুনি হৈছে নৱ প্ৰজন্মৰ বাবে inspiretion ❤❤❤❤❤❤
Good job ❤❤❤❤❤❤
Bohut val lagi video to si...
Bhut besi vl lage apunar video sai❤😊
Bohut val lagil homoy.
দৰিদ্ৰ নিসহায়জনক সহায় কৰিবলৈ ৰাজনিতিৰ প্ৰয়োজন নাই লাগে মাথো এটা মানৱীয় মূল্যৰে ভৰা মন ধন্যবাদ লক্ষ্য_লক্ষ্য লোকৰ অাশিৰ্বাদ অাছে অাপোনাৰ ওচৰত অাগোৱাই যাওক
God bless you .
Once again well done Homay. Bohut bohut akhirbaad tumak. God bless you, live long🙏🏻👍
ভাল বহুত ভাল কৰিছে আৰু আগবাঢ়ি যাওঁক আমাৰ সোনাৰ অসম খনযেন সোনৰ দৰে জিলিকি ৰয় 👍
Real Hero 😎✨❤️🔥
hundor dada Val kam kori aase aapuni. manob manuh axom
tibal or logot connection koribo nalagisile motor to. extra ke dibo lagisile. aitu aapuni vul korile.
Bohut val lagil Homoi
hundor oti hundor ❤❤❤❤❤❤
Hundor ❤
God bless you dada❤❤❤
Homoy dar Sani off kowatu bohut val lage 😊❤
God bless you ❤❤❤❤❤❤❤❤
Homoi da bohut val Kam korease
Mahune he mahuher babe ai kotha xharor asol artha homoy ai bojai dise dirgha jibi hua tumi❤❤
সঁচাকৈ আপোনি ইমান সহজ সৰল মানুহ কি বুলি কম ভাষা পোৱা নাই ভগৱানে আপোনাক শক্তি দিয়াক আৰু আগুৱাই যোৱা ❤ বাকী ইউিউবাৰ নিজৰ লাবৰ কাৰণে কৰি আছে আৰু ৰাইজে সেই বিলাক ইউিউবাৰক বেছি গুৰুত্ব দিয়ে এয়া আমাৰ সমাজ ।#Homoy দা লগত এক হয় ছবে সহায় কৰক
Bhout Val lagil dey tumak bohut dhonobad ,
বহুত ভাল লাগিল।
Bohut val kam korese apuni
ঈশ্বৰে আপোনাক আৰু আগোৱাই যোৱাত সহায় কৰক
Vl lgise god bless you
আজিৰ প্ৰজেক্ট চাই বহুত ভাল লাগিল আৰু আগুৱাই যোৱা
Love you Homoy Daa❣️
Bohut val Kam korisa
এই আশীৰ্বাদ তুমি পাবাই সময় ভাইটি
বহুত বহুত ভাল লাগিলে
❤❤❤
Tumar kambur hosai khub hundor monsui jai.. vogobane tumak bahut bahut kripa korok beta 🙏🙏
তুমি সদায় এনেকৈ আগুৱাই যোৱা আৰু কুশলে থাকা , আৰু তোমাক হায় কৰা কেইজনক ঈশ্বৰে কুশলে ৰাখক ।
বহুত ভাল লাগিল 😊😊
বহুত বহুত ধন্যবাদ দাদা আপোনাক 🙏 । আপোনাক ভগৱানে ভালে ৰাখক । আগলে আৰু ভাল ভাল কাম কৰি যাওক ❤❤❤❤
Dimpui ki ki Kori aase abar valdore sa agote video borot.....ene ji ti bolaki thakile ki hob
Amar vagoban jon❤❤🤗🤗💐
So sweet
Vogoban bonai lav nai...bohute koribo pare kintu nokore ...Tumi para jobi 100,200 karubak hohai kori diba
@@biswajyotiborah9080Tumi ki man jonok kori paisa o bopai😂 balakgok thaktha koribo napai o
@@biswajyotiborah9080 jatea mur jugota hbo moi nesoi xohai korim arow xomoy da LOgAt jug dan korim xunor axom ar 💖💖💖💖
বহুত বহুত ভাল লগিছে আৰু উন্নতি হক সময় ভাইটি।।
Salute you and your team
Very good dada
ভগৱানে আপোনাক দীৰ্গায়ু কামনা কৰ মানৱতা জীয়াই থাকিবলৈ
God bless you