জেষ্ঠ্য ভাওনা শিল্পী শ্ৰদ্ধাৰ লুলু নেওগ | এখন সংস্কৃতিবান ঘৰ চাওক | চিনাকী ২৮ | Sinaki | Lulu Neog

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024

Комментарии • 33

  • @sanjibhandique6021
    @sanjibhandique6021 Месяц назад +2

    গাৰ নোম শিয়ঁৰি উঠে এখেতৰ অভিনয় দেখিলে,আংগিক মুদ্ৰা , সংলাপ প্ৰক্ষেপন,,,,চকুৰ সঞ্চালন অদ্বিতীয় 🔥🔥,আপোনাৰ যোগেদি লুলু নেওগ দেৱৰ মনৰ কথাখিনি জানি ভাল লাগিল,,,,ভাওনা সংস্কৃতিৰ ধ্বজাবাহক প্ৰজন্মৰ উত্তৰণ ল'ৰা দুটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ❤❤ ,শিৱসাগৰৰে আন এজন দক্ষ অভিনেতা ভাওনা, থিয়েটাৰৰ মঞ্চ কপাঁই যোৱা অভিনয় তেখেতৰ,,, মহেশ বৰা দেৱকো এদিন আপোনাৰ মজিয়ালৈ আনিব বুলি আশা কৰিলোঁ,,

  • @Ancrassambaruah-w6c
    @Ancrassambaruah-w6c Месяц назад

    মই আজিলৈকে পৰিয়ালটোক লগ পোৱা নাই কিন্তু আজি আমাৰ মনত দেখা নোপোৱাকৈয়ে তেঁওলোকৰ বাবে যি ঠাই আছে সেইয়া কেতিয়াও বাহিৰ নহয় আৰু বিচাৰোঁ সেই ঠাই সদায় থাকক । এনে এজন ব্যক্তি আৰু এনে এটা সংস্কৃতিবান পৰিয়াল আমাক ভগৱানে আৰু লগতে এজন দাদা মনোৰঞ্জনদা ই উপহাৰ হিচাপে দিয়া বাবে আজি আমি সঁচাই সুখী ।
    বহুত কব আছিল কম সময়ত ইমান কোৱা অসম্ভৱ তথাপি খুব সুন্দৰ মনৰ অধিকাৰী বুলি ভাবি লৈছোঁ কাৰণ তেওঁলোকৰ কথাতে পৰিচয় পাইছোঁ ।

  • @latumonisaikia8401
    @latumonisaikia8401 Месяц назад

    মোৰ অতি শ্ৰদ্ধাৰ অতি আদৰৰ লুলু দা,,, ভগৱানে অপোনাক কুশলে ৰাখক

  • @pinkukalita5649
    @pinkukalita5649 2 месяца назад +1

    ভাল লাগিল লুলু দা ইমন আৰু মনকলি

  • @nirrdeepsaikiaokhom6800
    @nirrdeepsaikiaokhom6800 2 месяца назад

    সংস্কৃতিবান ❤ গোটেই ঘৰখন 🙏🏼🙏🏼 তেওঁলোকক ভগৱানে মঙ্গল কৰক

  • @bipulborah6543
    @bipulborah6543 2 месяца назад

    সুন্দৰ মনৰ অধিকাৰী ❤

  • @Rishe_516
    @Rishe_516 Месяц назад

    ভাল লাগিল ❤🎉

  • @arupjyotigogoi4651
    @arupjyotigogoi4651 2 месяца назад +1

    Nayan da aru satyam Dak lage joldi

  • @junumagohain6519
    @junumagohain6519 2 месяца назад

    Bohu dinor murot sinaki sai val lagil...ane Dore jate sinaki soli thake.......bohut val lagile ❤❤

    • @PMBMix
      @PMBMix  2 месяца назад

      Soli thakibo... Dhanyabad

  • @chetiavaii3417
    @chetiavaii3417 Месяц назад

    সকলোলৈ মৰম যাচিচু ।।।। সকলো ভালে থাকক❤

  • @Ancrassambaruah-w6c
    @Ancrassambaruah-w6c 2 месяца назад

    কি বুলি কম বা লিখিম ভাষা বিচাৰি নাপালো তথাপি মোৰ কপালখনো অলপ বেলেগ ❤❤❤❤❤❤❤

  • @joonnath1722
    @joonnath1722 2 месяца назад

    ভাওঁনা জগতখনত এজন অতি শ্ৰদ্ধাশীল ব্যক্তি লুলু নেওগ ডাঙৰীয়াৰ কথাখিনি অতি গুৰুত্বপূৰ্ণ। বিতৰ্কৰ পৰা সদায় আতঁৰত থকা নেওগদেৱৰ পৰা বহু শিকিবলগীয়া আছে। তেখেত সুস্বাস্থ্যৰ অধিকাৰী হওঁক। সদায় এনেদৰে জিলিকি থাকক।

  • @anantaborabora2801
    @anantaborabora2801 2 месяца назад +5

    nayan nibir aru satyamk lage hunkale

  • @bhargobgolaghat9517
    @bhargobgolaghat9517 Месяц назад +1

    Ankur saikia kokaideuk sinaki onusthanla anila val lgib

    • @PMBMix
      @PMBMix  Месяц назад +1

      নিশ্চয় আহিব

    • @bhargobgolaghat9517
      @bhargobgolaghat9517 Месяц назад

      @@PMBMix comment 2 uttor diya babe dhonyabd

    • @bhargobgolaghat9517
      @bhargobgolaghat9517 Месяц назад

      @@PMBMix hai2 khondor babe odhir agrohara opikhya kori asu

    • @PMBMix
      @PMBMix  Месяц назад +1

      তেখেতক লগ পাইছিলো দুদিন আগত...

    • @bhargobgolaghat9517
      @bhargobgolaghat9517 Месяц назад

      @@PMBMix hunkala sabla pam buli akha korilu

  • @chawduduahom5537
    @chawduduahom5537 2 месяца назад

    Khub hundor 🙏

  • @ranipriyaboruah6760
    @ranipriyaboruah6760 2 месяца назад +1

    🙏🏻🙏🏻

  • @priyankuborah6132
    @priyankuborah6132 2 месяца назад +3

    অহা খণ্ডত দিপাংক(গদ্‌) ককাইদেউক আনিব।

  • @ANIRBAN__CHUTIA
    @ANIRBAN__CHUTIA 2 месяца назад

    ❤❤❤❤❤❤

  • @lukuborgohain4554
    @lukuborgohain4554 Месяц назад

    Lulu Dak Val dharana cini paw ag bahi jak

  • @MahendranathMon
    @MahendranathMon 2 месяца назад

    Ritunjoy neog lage

  • @ManashiBorah-e1q
    @ManashiBorah-e1q 17 дней назад

    Ranga dak lage reply tu dibo buli akha Korilu .

    • @PMBMix
      @PMBMix  17 дней назад

      চেষ্টা কৰিম

  • @madhurjyaborah8814
    @madhurjyaborah8814 2 месяца назад +1

    Ankur Saika k ketia anibo?

    • @PMBMix
      @PMBMix  2 месяца назад

      Ahibo ahibo

  • @anshumansarmahsarmah5697
    @anshumansarmahsarmah5697 Месяц назад

    অহা খণ্ডত বিতুপন কাকতি আনিব চোন

    • @PMBMix
      @PMBMix  Месяц назад +1

      কথা পাতিছোঁ... আহিব শীঘ্ৰেই