নাৰী চৰিত্ৰত অভিনয়েৰে জনপ্ৰিয় হোৱা দাদু বড়া | Sinaki #06 | Vauna | Bhauna | Vaona
HTML-код
- Опубликовано: 19 окт 2024
- নাৰী চৰিত্ৰত অভিনয়েৰে জনপ্ৰিয় হোৱা দাদু বড়া | Sinaki #06 | Vauna | Bhauna | Vaona
চিনাকীৰ আজিৰ খণ্ডটিৰ অতিথি নাৰী চৰিত্ৰত অভিনয়েৰে ভাওনা প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হোৱা যোৰহাটৰ দাদু বড়া। ভিডিঅ'টিত দুজন জনপ্ৰিয় ভাৱৰীয়াৰ কথোপকথন আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ।
আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
দাদুয়ে লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰা এটি ভিডিঅ':
• মৎস্য অৱতাৰ চাৰিবেদ উদ...
যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
Cover Topic:
Sinaki
Pmb mix
dadu bora
Dadu borah
Dadu bora vauna
Assamese interview
Assamese podcast
Assamese vauna
Vauna
Bhauna
Vaona
Vauna actor
Assamese actor
Vawna
Bhaona
Interview video
Assamese vauna
#pmbmix
#sinaki
মহিলা চৰিত্ৰ অভিনয় কৰা এজন খুব ভাল অভিনেতা আপোনাক মোৰ ফালৰ পৰা স্বদ্ধা ভক্তি জনাইছোঁ 🙏
মহিলা চৰিত্ৰ অভিনয় কৰা পিছতো পুৰুষৰ দৰেই কথা বতৰা বোৰ আপোনাৰ , যিটো সকলোৰে ক্ষেত্ৰত চাগে নেদেখোঁ 🤦 ভাল লাগে এনেকৈ 👍
সদায় সুখী হওঁক আৰু সুস্বাস্থ্য কামনা কৰিছো 🙏
দোয়োজনৰ অভিনয় বহুত ধুনীয়া ভগৱানে তোমালোকক কুশলে ৰাখক
দুয়োজনেই এজন এজন ভাল অভিনেতা ।মোৰ দুয়োজনেই প্ৰিয়।🙏🙏🙏🙏🙏
দোয়োজনৰেই ধুনীয়া হৈছে
Duijonoka bohut vl lagisa❤️🥰
কাজিয়া নকৰিবা দুই জনৰ অভিনয় সুন্দৰ, অতি সুন্দৰ।
হৃদয়স্পর্শী কথা দাদু ভাল লাগিল,, দুয়োজনেই প্ৰিয় অভিনেত্রী,,
From golaghat☺☺
দুয়োজন প্ৰিয়।।ভাল লাগিল তেখেতৰ কথাখিনি শুনি।।🙏
গোলাঘাটৰ সুশান্ত দা ❤❤ তেওঁ বাবে অপেক্ষা কৰি আছো
দুয়ো জন এই সুন্দৰ অভিনয় কৰে ❤❤ চন্দ্ৰমনি দা সব্যা আৰু দাদু দাক দিতী, লক্ষ্মী চৰিত্ৰত বহুত বেছি ভাল লাগে ❤❤❤❤
ভাল লাগিল দেই। ধন্যবাদ।
Dhuniya❤❤
সুব ভাল লাগিল অনুষ্ঠানটি❤❤
দুয়ো জনেই প্ৰিয় ❣️
সুন্দৰ,, আগুৱাই যোৱা ❤
ভাল লাগিল , দুয়োকে 🙏🙏
Dadu da xdai priyo..... Love from lakhimpur
সুন্দৰ অনুষ্ঠান।❤
দুয়োজন অভিনেতাৰ বচন ভালো লাগিল 😊❤
❤❤❤🎉😊
ভাল লাগিল দাদা ❣️🙏
ভাল লাগিল🙏
Mozzza mozzzza🎉🎉
Kisu dhunia acting kore.. narayanpur ot . Ki..dhunia..ovinoi🙏🙏duyujonor a ovinoi dhunia
Dujon priyo obhineta murr❤
Very. Nice
Mojja lagise 🙏 dada tutake
Dadu dar acting vl lge mur,love from ghilamara, dhakuwakhana
Khub priyoooooooo duyujon
Dadu dar kthakhini bht vl lgile❤
সূনদৰ কথা।অভিনয় সেই ঠাইতেই এৰিব লাগে।সকলো সময়ত অভিনয় মুডত থাকিব নালাগে
ভাল লাগিল দুয়োজনৰে কথা কেইষাৰ,সঠিক কথা কৈছে আপোনালোকে
দুয়োজনৰে কথোপকথনখিনি বৰ ভাল লাগিল ৷
Duijonoloi bht mrm ❤
Ranga ৰ সাক্ষাৎকাৰ এটা কৰিবচোন
Kotha patim aru tumalukor avinoi vl lage ❤️
Chandra daa mur oti priyo
Right ..dui jone dhuniya katha koise...kinto kisumn lora ase nijoke suwali buli vabe
Dhunia dei
দাদু দাৰ কথাখিনি ভাল লাগিল
দুয়োজন প্ৰিয় অভিনেতাৰ কথোপকথন খিনি সুন্দৰকৈ উপভোগ কৰিব পাৰিলো
Duire xonglap oti vl lgile .
❤❤❤
Dadu da🤘🤘♥️
Susanta Saikia dak lage sinakit 🙏
Um
I am from majuli.mozzza.❤❤
মহিলা চৰিত্ৰ ৰূপায়ণ কৰিলেও দুয়োজন বাস্তৱ জীৱনত পুৰুষসুলভ সেইবাবে ভাল লাগে।
❤❤❤
Digonta saikia (papaguti) interview dividing. Tumaluk 2janare avinoi bohut val lage
Nissoy dim
Satyam aru Nayan Moni lage
কিমান নি অহংকাৰ 😊 মৰমৰ দাদু দা
Prakash dar video ata banawk
Koliya daak abar parile anibo sun....plss..
Sure
অন্যতম শ্ৰেষ্ঠ নাৰদ উজ্বল দাৰ সাক্ষাৎকাৰ দিব
নিশ্চয়
Prahlad da ,Hari Hazarika da r interview ata lobo sun parile
Nissoy lom... lahe lahe ahi thakibo manuhbur...
🙏
মাইকী শব্দটো কোৱাতকৈ যদি নাৰী বা মহিলা এই শব্দকেইটা ব্যৱহাৰ কৰিলে বেছি ভাল লাগিব ।।
ফটোত দেখিলে মহিলা ভাৱত ধৰিব ই নোৱাৰি একেবাৰে ছোৱালী
Atulananda Dev Goswami Sir k lage SINAKI t
প্ৰায় সকলো মহিলা চৰিত্ৰ বোৰেই ৰাইজে ভাল পায় এক শতাংশ ই কিবা কলে সেই বোৰ গুৰুত্ব দিব নালাগে
Dadur phoon no lage
Muk whatsapp korok... dibo parim
Gayan satyam khani kar intvw eta lbocun
নিশ্চয়...
Rajib Saikia (koliak) loi ahok amgurir anusthanloi
Ahi ase oti sighre
শ্ৰী কৃষ্ণ অভিনয় কৰা শ্ৰী ৰোহন দত্ত দেৱৰ সাক্ষাৎকাৰ এটি বিচাৰিছোঁ 🙏🙏🙏
নিশ্চয়... তেখেতৰ ওচৰলে গৈ আছোঁ সোনকালেই
ধন্যবাদ দেই অতি আগ্ৰহী তেখেতৰ সাক্ষাৎকাৰ চাবৰ বাবে 🙏🙏
সচায় ময়ো আগ্ৰহী
আপোনালোকে অভিনয় কৰে,কিন্তু যোৰহাট ৰ এজন আছে তেও অভিনয় নকৰে,তেও সাইলাখ মহিলা ,তেও অভিনয় কৰা যেন নালাগে
Duijon number diya
Muk whatsapp ot msg ata korok
Dipankar Borah (Godo) dar interview pam nki ?
Sesta korim
Mojja❤❤❤❤❤❤ contact nmber tu pam nki
Ase
@@PMBMix dadu da nmber tu dibo nki plz
Aru chanadramoni dadar ru nmber tu dibi nki please
Muk whatsapp ot msg ata korok
Apuner nmber tu
Dadu da tumar number tu diya
❤❤❤
❤❤