কলেজীয়া বান্ধৱীৰ পৰা জীৱন সংগীলৈ জীৱন যাত্ৰাত আমাৰ পৰা গুচি গʼল তাই😭Rupam Bhuyan singer interview

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 181

  • @mridultalukdar7913
    @mridultalukdar7913 7 месяцев назад +1

    ইমান স্পষ্ট কথা সুন্দৰ ❤

  • @kailashchsarma619
    @kailashchsarma619 9 месяцев назад +1

    অনুস্থানটি চাই আপ্লুত হ'লো । তেখেতৰ ব্যক্তিত্ব আৰু জীৱন দৰ্শন অনুকৰণীয় । ভাল লাগিল যে তেখেতৰ অতিকে প্ৰিয় প্ৰথমা পত্নীৰ আকস্মিক বিয়োগৰ পাচত পুনৰ একে মানসিকতাৰ জীৱন সঙ্গীনী(যেন প্ৰথম গৰাকীৰে পুনৰ জনম,যিগৰাকীয়ে শূন্যতা পূৰাব পাৰিছে) এগৰাকী বিচাৰি পালে । প্ৰতিভাৱান আৰু বাস্তৱবাদী শিল্পীগৰাকীৰ মনৰ কথাখিনি জনাৰ সুবিধা দিয়া বাবে চেমিন আহমেদ চিদ্দিকীক ধন্যবাদ জনালোঁ ॥

    • @sangeetamayur7375
      @sangeetamayur7375 2 месяца назад

      আপোনাৰ comment টো ভাল লাগিল ❤

  • @dipankardutta4368
    @dipankardutta4368 8 месяцев назад +1

    He is a very humble person.

  • @rambhawatidoley7663
    @rambhawatidoley7663 11 месяцев назад

    Rupam bhuya selut you

  • @pulakeshhazarika2353
    @pulakeshhazarika2353 11 месяцев назад

    Rupam da ❤

  • @NitumoniBorah123
    @NitumoniBorah123 11 месяцев назад +1

    Mur bohut priyo aapuni Rupam Da

  • @triptisarkar5856
    @triptisarkar5856 3 месяца назад

    Nice interview

  • @bhumikadeka3102
    @bhumikadeka3102 7 месяцев назад

    Sanghatik personality Rupam da..great❤

  • @HappyBurrito-ij4hs
    @HappyBurrito-ij4hs 7 месяцев назад +1

    Maina joni vale asay ne?

  • @sangeetamayur7375
    @sangeetamayur7375 2 месяца назад

    চকুৰ পানী ওলাই গল 😢😢 চাৰক দুবাৰ লগ পালো। ভালে থাকক চাৰ 😢 সু স্বাস্থ্যৰ অধিকাৰী হওঁক।

  • @gitanjalisarma4034
    @gitanjalisarma4034 11 месяцев назад

    প্ৰকৃত অৰ্থত এজন ভদ্ৰলোক ৰূপম ভূঞা সঁচাকৈয়ে অনন্য ব্যক্তিত্বৰ অধিকাৰী ।

  • @alakadevi5347
    @alakadevi5347 5 месяцев назад +1

    Rupam Bhiya is my favorite singer.

  • @jitenbora1369
    @jitenbora1369 Год назад +1

    Rupam Bhuyan...unique & exceptional 👌👌👌🙏

  • @BibhaDas-jn3ki
    @BibhaDas-jn3ki 2 месяца назад

    Aditi amar gaon r buwari. Teo r 2nd marriage amar bahut val lagise.

  • @sandhyadevi9094
    @sandhyadevi9094 9 месяцев назад

    ৰূপম ভূঞাৰ কথাবোৰ জানিব পাৰি ভাল লাগিল ৷

  • @ganeshmedhi3512
    @ganeshmedhi3512 11 месяцев назад

    ❤❤

  • @kalpanaboruah3516
    @kalpanaboruah3516 11 месяцев назад

    বহুত ভাল লাগিল।

  • @JIRI138
    @JIRI138 Год назад

    সুন্দৰ অনুস্থান...

  • @meerabegum1333
    @meerabegum1333 Год назад

    ৰূপম ভূঞা ৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ বৰ সুন্দৰ আৰু সঁচা দনীয়াত চলি থকা। বৰ সহজ মনৰ গৰাকী, বৰ ভাল কন্ঠৰ অধিকাৰী, তেওঁ ৰ গীত বোৰ বৰ ভাল লাগে।

  • @LUKUMONISARMA
    @LUKUMONISARMA 3 месяца назад

    Rupam bhuyar kothakhini bhal lage

  • @swapnaligogoi2235
    @swapnaligogoi2235 Год назад

    বহুত ভাল লাগিল কথাখিনি জানি। ৰূপমৰ গীত মোৰ বহুত প্ৰিয়। আজিও শুনিছোঁ। ভগৱানে কুশলে ৰাখক সদায় আৰু আমাক সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়ক।

  • @------7624
    @------7624 Год назад +1

    Vl lgil dada apunar kthakhni huni 😊

  • @dkgirlassam1080
    @dkgirlassam1080 Год назад +1

    ভিনদেউ আপোনালৈ পৰিধি লৈ আৰু ভাগিন টো লৈ বহুত মৰম যাচিলো❤🥺

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Год назад +18

    এজন ব্যক্তিত্ব সম্পন্ন মানুহ ৰুপম ভূঞা 👌👌।

  • @LilaPhukan-v8c
    @LilaPhukan-v8c Год назад +1

    বহুত ভাল লাগিল ৰুপমৰ কথাখিনি

    • @LilaPhukan-v8c
      @LilaPhukan-v8c Год назад

      বহুত ভাল লাগে ৰুপমক 24:03

  • @NortheastExplorerRH
    @NortheastExplorerRH Год назад

    ৰূপম দাৰ গান শুনি আমাৰ খুবেই ভাল লাগে । তেখেত আৰু আগুৱাই যাওঁক .....🙏

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 Год назад +2

    মনশ্ৰী মেমলৈ মনত পৰিলে বৰ দুখ লাগে। মানুহ গৰাকী ইমান সোনকালে যাবগৈ বুলি কল্পনাই কৰিব পৰা নাছিলো। ক্লাছ কৰা দিন কেইটা মনত পৰি থাকে এতিয়াও। য'তেই আছে কুশলে থাকক তেওঁ। বাকী অদিতি মেমক লগ পোৱা নাই মই কেতিয়াও। কিন্তু লগৰ কিছুমানৰ মুখত শুনিছো তেখেতৰ কথা। সংসাৰখন সুখৰ হওঁক তেওঁলোকৰ সেয়াই কামনা কৰিছো।

  • @udeshnaray4817
    @udeshnaray4817 Год назад +18

    তেখেতৰ গানৰ লগতে তেওঁৰ ব্যক্তিত্বক বহুত সন্মান কৰো।কনমানিজনী ভালে আছে নিশ্চয়।

  • @jyotismitakashyap6325
    @jyotismitakashyap6325 Год назад +2

    Adity ma'am Nalbari college r 90% r crush...moro ❤

  • @MrAnupamsaikia
    @MrAnupamsaikia Год назад

    Rupam dar kothabur huni bor val lagil

  • @pallavisharma40574
    @pallavisharma40574 Год назад +1

    ইমান সহজ,,, ইমান সাধাৰণ এই মানুহজন,,, যেতিয়াৰ পৰাই গীত শুনিছো তেওঁৰ গায়কীতো তেওঁৰ সততা প্ৰকাশ পোৱাতো দেখিছো শুনিছো।।। সন্মুখত কেতিয়াওঁ লগ পোৱা নাই,,, কিন্তু বহুত আশা ৰাখিছো এবাৰ লগ পোৱাৰ।। ভগৱানে কুশলে ৰাখক❤

  • @tulikapuzari1685
    @tulikapuzari1685 Год назад +12

    আধৰুৱা সংসাৰ দুখন সম্পূর্ণ হোৱা বুলি জানিব পাৰি বৰ সুখ পালো।

  • @khodezanazneen1768
    @khodezanazneen1768 Год назад

    May Allah bless you

  • @musicworld676
    @musicworld676 Год назад +2

    My favorite person

  • @rijumonirijumoni-mj6px
    @rijumonirijumoni-mj6px Год назад +2

    Manshre mam m.n.c. collegr mam asil amak English prhowaisil.mis u mam.

  • @minakshibhagabati9530
    @minakshibhagabati9530 Год назад

    ভূঞা, আপোনাৰ গান আৰু ব্যক্তি ত্বইমন মোহে। আপোনাক ছেমিমে সোধা এটা প্ৰশ্ন ৰ উত্তৰত মোৰেই কবলৈ মন গৈছে যে জীৱনে আমাৰ পৰা যেনেকৈ নিয়ে তেনেকৈ দিয়েও। মাথো ধৈর্য ৰ প্ৰয়োজন, সময়ৰ অপেক্ষা। সেয়েহে আপুনি আপোনাক বুজিব পৰাকৈ পুনৰ এজনী সংগী পাইছে। আপোনাৰ কথাবোৰ শুনি আশা কৰিছো যে ভোগ বাদ ত মজি নগৈআপোনালোকৰ সন্তান ৩জনো মানুহেই হ'ব। ভালেথাকক সকলো টি। মোৰ ল'ৰাটোৱে গান নাগায়।কিন্তু আপোনাৰ গান বোৰ নিজে শুনাই নহয়মোকো শুনালে হে তাৰ তৃপ্তি হয়। ছেমিম তোমালৈকো ধন্যবাদ।

  • @dipabhuyan3684
    @dipabhuyan3684 Год назад +1

    ৰূপম ভাল লাগিলে তুমি পুনৰ বিয়া পাতিলা বহুত বেয়া লাগিছিলে তুমি লৰা ছোৱালী কেনেকৈ ৰাখিবা আজি ভাল লাগিলে ধন্যবাদ

  • @LUKUMONISARMA
    @LUKUMONISARMA 3 месяца назад

    Rupam bhuyr kothakhini bhal la ge

  • @BishnuKharghoria-m5j
    @BishnuKharghoria-m5j Год назад +1

    Okopot bor bhal BHAGAVANE
    ANEMON Hokoloke diyok BE BLESSED

  • @KaSiYali
    @KaSiYali Год назад +10

    ৰূপম দাৰ ব্যক্তিত্ব অনন্য।এনে ব্যক্তিত্ব সমাজত প্ৰয়োজন আছে।

  • @jaminidas2584
    @jaminidas2584 Год назад

    Good ❤❤❤

  • @khitishsarmamusical3371
    @khitishsarmamusical3371 Год назад

    খুব ভাল লাগিল ❤❤

  • @pekillergaming5294
    @pekillergaming5294 Год назад +1

    চেমিম, তুমি বহুতকে সাক্ষাৎকাৰ লৈছা, মই চাইছো কিন্তু আজি ৰূপম ভূঞৰ সাক্ষাৎকাৰটো চাই বহুত ভাল লাগিল৷ তেওঁ কথাবোৰত বহুত বেছি গহীনতা আছে৷ তেওঁৰ ব্যক্তিত্ব যেন আন সকলোতকৈ পৃথক৷ বহুত সাধাৰণ জীৱন-যাপন কিন্তু প্ৰতিটো কথাই অন্তৰ চুই গ'ল৷ তেখেতৰ নিচিনা মানুহ আৰু প্ৰয়োজন আমাৰ সমাজত বৰ্তমান৷

    • @sangeetamayur7375
      @sangeetamayur7375 2 месяца назад

      সঁচাকৈ এনেকুৱা মানুহ পাবলৈ আজিকালি বৰ জটিল।

  • @ranjuadhikary6511
    @ranjuadhikary6511 Год назад +8

    আজি কালি মানুহৰ ফুৰাৰ সময় নাই কিন্তু বেলেগৰ সমালোচনা ঠিকে,নিজৰ হলে হে গম পাই কেনেকুৱা লাগে, আপুনি সদায় আগুৱাই যাওক

  • @minotisaikia1804
    @minotisaikia1804 Год назад

    প্ৰিয় ব্যক্তি ।

  • @miminathnaskar
    @miminathnaskar Год назад

    Great personality....😊❤#kolkata

  • @nabanitasarma4260
    @nabanitasarma4260 Год назад +12

    আজিৰ ইন্টাৰভিউটো মোৰ বহুত ভাল লাগিছে

  • @sjrajbonshi3110
    @sjrajbonshi3110 Год назад +1

    Interview'tu Val lagil❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад +3

    Honest and popular singer of Assam

  • @kakumoniphukan4837
    @kakumoniphukan4837 Год назад +1

    Bohut honest man .

  • @renuteli3818
    @renuteli3818 Год назад +6

    এখেতক দেখিলে বৰ দুখ লাগে অ ।ভাল মানুহৰ লগত এনে হয় ।ভগবানে তেখেতৰ পৰিয়ালতো ভালে ৰাখক ।

  • @nafisabegum7923
    @nafisabegum7923 Год назад +1

    Straight forward manuh

  • @popibora2324
    @popibora2324 Год назад +1

    Just an honest person 🙏

  • @ManjulaGoswami-bu8qt
    @ManjulaGoswami-bu8qt Год назад +1

    Iman honest man bhagabane bless Kari ahi thaka din borat sakali asa Purna haok. Aunty

  • @bitumachari7022
    @bitumachari7022 Год назад +3

    ৰূপম দাৰ গানবিলাক আচলতে খুবেই প্রিয়, আৰু ভাল ভাল গীত যাতে তেওঁ আমাক উপহাৰ দিয়ে, তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।।।।।।।

  • @jinaramdas3166
    @jinaramdas3166 Год назад +1

    ৰূপম ভূঞা ৰ সমাজৰ প্ৰতি থকা দায়িত্ববধোক শ্ৰদ্ধা সহকাৰে শলাগ লৈছোঁ। শিল্পী এগৰাকীৰ সমাজ সচেতন হোৱা বিচাৰো। তেখেত সংগীত শিখৰত আৰোহণ কৰক।

  • @_abhi._phkn
    @_abhi._phkn Год назад +2

    Bohu bohut val lagil

  • @AshaBontiBorah
    @AshaBontiBorah Год назад

    God bless you

  • @mousumibora8613
    @mousumibora8613 Год назад +1

    My favourite singer Rupamda

  • @ritamonikonch944
    @ritamonikonch944 Год назад +6

    Thank you Shemim for inviting Rupam Bhuyan, my favorite singer. He is very honest and good human being...

  • @garimakhanikar580
    @garimakhanikar580 Год назад +1

    Teor bikhye jnibloi bor mn goi asil ,val lagil

  • @basistharabha5018
    @basistharabha5018 Год назад

    God bless him

  • @jagganathdas9551
    @jagganathdas9551 Год назад +1

    Honest man and prio silpi

  • @bhanitadeka7543
    @bhanitadeka7543 Год назад +2

    Nalabri college t lg powa bhut bosor hol Aditi maam k ..Rupam Bhuyan sir r gan agor pora xunu ..khub vl lgise kothabor xuni..vl manuh r katiao beya nhy..Khub dukh lgisil maam r husband dhukuwar pisot uka kopal khn dakhi..tatiai prey krisilu vl mamuh ajon paok buli..🙏

  • @dharitriphukan2507
    @dharitriphukan2507 Год назад +2

    Tekhetor gan xuni bor valpao... Thank you so much for this interview🙏❤️

  • @saminaakhtar4531
    @saminaakhtar4531 Год назад +2

    মনশ্ৰী মেম মানে ৰূপম ভূঞাৰ ঘৈনিয়েক মই পঢ়া কলেজৰ মেম আছিল...মেমৰ ছাত্ৰী আছিলো মই... ইংৰাজী বিভাগৰ... বহুত বেছি ভাল আৰু জানা‌ আছিল মেম

  • @rinjugogoi5969
    @rinjugogoi5969 Год назад +3

    আজিৰ অনুষ্ঠানটো খুব ভাল লাগিল। শ্ৰদ্ধাৰ শিল্পী জনৰ সু স্বাস্থ্য কামনা কৰিলো।

  • @priyapriyadas2582
    @priyapriyadas2582 Год назад

    VdO tu saute kunu amej npalu only addvtdmn he ahi thkile.

  • @sumisaloi1725
    @sumisaloi1725 Год назад

    Aimtra amingaon prgrm sai ahilo ako apunk dekhi video to salo..bhut val pao apunk apunar gaan..🙏❤️

  • @putulkalita7782
    @putulkalita7782 Год назад +18

    বহুত গহীন গাম্ভীৰ্য্য ব্যাক্তি হয় ❤

    • @jugamayadutta7272
      @jugamayadutta7272 Год назад

      কথা বিলাক শুনি ভাল লাগিল

  • @kamalkumaribaruah9869
    @kamalkumaribaruah9869 Год назад

    অনুষ্ঠানটি ভাল লাগিল, সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী তেখেত

  • @nomitadutta9340
    @nomitadutta9340 Год назад +2

    পুৰনা দিনৰ চিনেমা নায়িকা বিদ্যা ৰাও বা ইদু

  • @tuluhazarikadevi1587
    @tuluhazarikadevi1587 Год назад +1

    Val lagil Katha bur

  • @dharitridas9187
    @dharitridas9187 Год назад +6

    আপোনাৰ নিচিনা গহীন, গম্ভীৰ স্বভাৱৰ মানুহৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত কোনো বাধা আহিব নোৱাৰে বুলিয়ে অনুভৱ হয়। ভগৱানে আপোনাক সদায়ে এনেদৰে ৰাখে যেন। স্বভিমান আত্মগৌৰৱ সদায় থাকক এই আশাৰে।

  • @chayanikakalita6593
    @chayanikakalita6593 Год назад +4

    ৰূপম ভূঞা দাদা ৰ গান বোৰ শুনি সৰুৰ পৰা বৰ ভাল পাওঁ ,,,,,তাতকৈ বেছি ভাল লাগে মানুহ জনৰ সহজ সৰল কথা বোৰ , যিদিনা তেওঁৰ পত্নীৰ মৃত্যু হোৱা বুলি গম পাইছিলো সঁচাকৈ প্ৰিয় শিল্পী জনৰ আধৰুৱা সংসাৰ খনলৈ বহুত বেছি বেয়া লাগিছিল কিন্তু এতিয়া তেখেতৰ আধৰুৱা সংসাৰ খন পুনৰ জীপাল হোৱা বুলি জানিব পাই বৰ সুখ পালোঁ ,,,,, সুখত ৰাখক ঈশ্বৰে দাদা আৰু তেখেতৰ সুখৰ সংসাৰ খন

  • @mondakinigogoi9661
    @mondakinigogoi9661 Год назад +1

    Khub bhal lagil interview tu...

  • @nizoraduttaphukan506
    @nizoraduttaphukan506 Год назад +5

    Rupam tumak bohut bohut val lage tumar gitbur mur bar priya

  • @runukonwar8328
    @runukonwar8328 Год назад +3

    Rupam da punar xankhar kara katha gam palu bohut val lagil❤❤aguya jayak dada❤❤

  • @bankaiashura4941
    @bankaiashura4941 Год назад +1

    Very honest person ❤ .God bless you

  • @nirmalichowdhry855
    @nirmalichowdhry855 Год назад +1

    Honest person 👍Nice interview 👌

  • @rupamrang6249
    @rupamrang6249 Год назад

    Rupam da....❤❤❤

  • @bikashtalukdar9521
    @bikashtalukdar9521 Год назад

  • @lakhimibeautytips2882
    @lakhimibeautytips2882 Год назад +4

    Log paisu dada k bohut val hoii❤

  • @pujashreepradipkalita5571
    @pujashreepradipkalita5571 Год назад +3

    Honest man God bless you

  • @lipikakalita7634
    @lipikakalita7634 Год назад

    ৰূপম বৰ ভাল । ভগৱানে মনটো এনেকৈ ৰাখক।❤

  • @dipashrikalita1086
    @dipashrikalita1086 Год назад

    Manashri ma'am miss you😢😢😢

  • @dibyabaruah8877
    @dibyabaruah8877 Год назад +1

    Honest man.mur priya hilpi.vale thakok.

  • @AchiniBoruah
    @AchiniBoruah Год назад +4

    দাদাৰ মনটো বেয়া যেন পাওঁ ।

  • @husnabegum132
    @husnabegum132 Год назад +3

    অসম বাসিয়ে আপোনাৰ পৰা বহুত আশা কৰোঁ।

  • @nivakakati1645
    @nivakakati1645 Год назад +2

    Bohut marjito kothabur vl lagily 😊

  • @binudutta3767
    @binudutta3767 Год назад

    One of my favourite singer thank you very much because we know him & his personality

  • @supreetisarma510
    @supreetisarma510 6 месяцев назад

    Bor bhal lagil teor kathakhini.

  • @chayasaikia
    @chayasaikia Год назад +2

    অপেক্ষা কৰি থকা episode টো❤❤❤

  • @tanumoran2484
    @tanumoran2484 Год назад +1

    Rupam was my BRM Govt Law collage friend

  • @hemalatasarma291
    @hemalatasarma291 Год назад +5

    Rupam da love you❤❤

  • @BikashDas-ex8xr
    @BikashDas-ex8xr Год назад +25

    Honest man God bless you dada.

  • @gitishdas6435
    @gitishdas6435 Год назад +2

    Perfect Man সুন্দৰ অনুষ্ঠান

  • @Rinku-gp3kt
    @Rinku-gp3kt Год назад +3

    চেমিমক তামাম লাগিছে ।

  • @bijusonowal133
    @bijusonowal133 Год назад

    💐Aagoloiyu enedorei gaai jauk

  • @rupabarmanborgohain1143
    @rupabarmanborgohain1143 Год назад +1

    Such a well grounded person besides being a renowned singer.