দৰং কাণ্ডই সৃষ্টি কৰিছে বহু প্ৰশ্নবোধকৰ, উচিত শাস্তি পাবনে দোষীয়ে?

Поделиться
HTML-код
  • Опубликовано: 11 ноя 2024

Комментарии • 144

  • @jimandeka705
    @jimandeka705 Месяц назад +96

    , ইমান সুন্দৰকৈ কব পৰা অসমীয়া মানুহ অন্ততঃ TV ত দেখা নাযায় দেই। তেখেতলৈ অভিন্দন।।।।

  • @rajlaxmisaikia8071
    @rajlaxmisaikia8071 Месяц назад +87

    বৰ সুন্দৰ কথা কৈছে আপুনি..... নিশ্চয় মুখ্যমন্ত্ৰী জনে সহায় কৰিব

  • @ranuDevi-i2n
    @ranuDevi-i2n Месяц назад +47

    দাদা বক্তব্য মই বহুত বহুত ধন্যবাদ দিলো।

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b Месяц назад +36

    সুন্দৰ পদক্ষেপ হৈছে ধন্যবাদ দাদা আপোনালৈ ।

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys Месяц назад +42

    উচ্চ - বাচ্য কৰি নহয় , সম্পূৰ্ণ বিনম্ৰতাৰে ৰাইজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ ।

  • @DhanGogoi-nr1rd
    @DhanGogoi-nr1rd Месяц назад +31

    এনেকুৱা ব্যক্তি আমাৰ সমাজত বহুতেই প্ৰয়োজন আপোনাৰ দিৰ্ঘায়ো কামনা কৰিছো good bless you

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg Месяц назад +31

    মোৰ ধাৰণা,আপোনাৰ কথাত গোটেই অসম বাসী একমত।ধন্যবাদ আপোনালৈ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Месяц назад +52

    সঠিক কথা কৈছে।শিক্ষক‌ সকলক তদন্তৰ আওতালৈ আনি উচিত বিচাৰ কৰে যেন।

  • @AyushRaj-u3i
    @AyushRaj-u3i Месяц назад +51

    খুৰাজনে উচিত কথা কৈছে।

  • @rittikkashyap8612
    @rittikkashyap8612 Месяц назад +15

    This man is highly knowledgeable. Well said Sir .

  • @kulenkalita5854
    @kulenkalita5854 Месяц назад +12

    সুন্দৰ মন্তব্য আগবঢ়ায়ছে

  • @BharatiDekaBharatiDeka-bl1ku
    @BharatiDekaBharatiDeka-bl1ku Месяц назад +24

    সুন্দৰ কথা কৈছে আপুনি

  • @phanidharrabha8057
    @phanidharrabha8057 Месяц назад +29

    এইখন আচলতে বিদ্যাৰ আলয় নহয় এইখন এখন অলগদ্ধ আৰু অভদ্ৰ টোপনি মাষ্টাৰেৰে ভৰি থকা আদ্দা।
    এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আৰু আটাইবোৰ শিক্ষককে চাকৰিৰপৰা পৰা বৰ্খাস্ত কৰিব লাগে । এই মাষ্টৰ কেইটাৰ দৰমহাৰ সকলো খিনি সেই দুৰ্ভগীয়া পিতৃ মাতৃ হালক দিব লাগে । আৰু ছাত্ৰ ৰুপী গুণ্ডা কেইটাই কোনো জুভেলাইন আইনৰ সুৰুঙাৰে যাতে সাৰি নাযায় তাৰ ব্যৱস্থা কৰিব লাগে।

  • @pranjal1393
    @pranjal1393 Месяц назад +11

    কথাখিনি বহুত সুন্দৰকৈ কলে ব্যক্তিগৰাকীয়ে। কিন্তু যিমান ধুনীয়াকৈ কলেও মিছা সঁচা নহয়, সঁচা মিছা নহয়, সত্যটো সত্য।
    বিদ্যালয়খন সৰু হলেও সকলো সময়তে তেওঁলোকক চাই থকাটো সম্ভৱ নেকি? এজন অভিভাৱকে সকলো সময়ত লৰা ছোৱালীক চাই থাকিব পাৰে জানো? তথাপিও কব লাগিব বহু ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে এইবোৰ দিশত গা এৰাই চলা দেখা যায়। আজিৰ যি দিন চলি আছে শিক্ষকসকলে এইবোৰত কি কৰিব পাৰে, গুণ্ডা, উদ্ভণ্ডালি কৰা ছাত্ৰ, ছাত্ৰীক ধৰি এটা শাস্তি দিব নোৱাৰে, এটা চৰ সুধাব নোৱাৰে, মিডিয়াত ওলায়, চাকৰি যায়, নিজৰ জীৱন বেয়া হয়। আৰু এনে ছাত্ৰই শিক্ষকলৈ কেৰেপ কৰে বুলি ভাবে নেকি? কিন্তু বিদ্যালয়খন দায়ী যদি ছাত্ৰ জনৰ চিকিৎসাৰ বাবে উচিত ব্যৱস্থা লোৱা নাছিল। শিক্ষকসকল যিদৰে দায়ী একেদৰে অভিভাৱক দায়ী, কিন্তু এটা শব্দও কিয় উচ্চাৰণ নহল? এখন ঘৰত যদি হত্যা হয় দোষী জনক শাস্তি দিয়ে নে ঘৰখনত সেই দিনা উপস্থিত থকা, আত্মীয় স্বজন সকলোকে শাস্তি দিয়ে?
    কথাবোৰ সকলো দিশ চালি জাৰি চাই কব লাগিব, আৱেগত বহুত কথা কোৱা যায় কিন্তু সকলো সত্য আৰু স্বীকাৰ যোগ্য নহয়।
    যি হওঁক, আশা কৰোঁ আইনে উচিত বিচাৰ লব। দোষীয়ে উচিত শাস্তি লাভ কৰক।

  • @surenboruah3241
    @surenboruah3241 Месяц назад +9

    দাদাজনৰ ভাষ্য খিনি বহুমূলীয়া ভাষ্য, গতিকে দাদাজনলৈ মোৰ🙏🙏🙏

  • @ushadas1841
    @ushadas1841 Месяц назад +11

    হয় এনেকুৱা লৰা আমাক নালাগে ,ফাঁচি দিয়ক

  • @DibyakumarGogoi
    @DibyakumarGogoi Месяц назад +12

    বহুত ভাল কৈছে আপুনি হুৰুঙালৈ পাৰ হব নিদিব নহ'লে ফাচি। দিযক

  • @maaagrogoatandpoultryfarm7857
    @maaagrogoatandpoultryfarm7857 Месяц назад +23

    এদিন এই চাৰিওটা লৰাই কুখ্যাত অপৰাধী হব ।

  • @chinmaybaruah390
    @chinmaybaruah390 Месяц назад +7

    চৰকাৰৰ ফালৰ পৰা এতিয়াও কোনো পদক্ষেপ গ্রহণ নকৰাতো সমগ্র দৰং জিলা খনৰ কাৰণে চৰম অপমান।

  • @TarunPayeng
    @TarunPayeng Месяц назад +15

    Apunr কথাটো মই একমত,,তথাপি অভিভাৱক আৰু অভিবাবিকা বিলাক লৰা ছোৱালীৰ উপৰত চকু দিব লাগে

  • @anonymous_assamese4838
    @anonymous_assamese4838 Месяц назад +11

    অসমত বেছিভাগ চৰকাৰী বিদ্যালয়তে অনুশাসনৰ "অ" টোৱে নাই। বেছিখিনি শিক্ষক শিক্ষয়ত্ৰী কেৱল শিক্ষাসেতুত হাজিৰাটো দিব আৰু দৰমহাটো ল'বহে বিদ্যালয়ত যায় কিন্তু নিজৰ লৰা ছোৱালীক ভালৰো ভাল প্ৰাইভেট স্কুলখনত পঢ়ায়। দৰঙত এনেকুৱা বিদ্যালয় আৰু শিক্ষক সৰ্বাধিক আৰু তাৰেই পৰিণতি আজিৰ এই ঘটনাটো।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад +1

      আচল কথা সেইটোৱে

    • @জানোআঁহক-দ১ম
      @জানোআঁহক-দ১ম Месяц назад +2

      শিক্ষকে শাসন কৰিব গলে অভিভাৱকে উভতি ধৰে । একোব মাৰিলে পুলিচ লৈ অনা দেখিছো বহু বিদ্যালয়ত। অৱশ্যে মই শিক্ষক নহয়।

  • @DayaramSonowal
    @DayaramSonowal Месяц назад +11

    খুৰাৰ উচিত কথাত ময়ো একমত ।

  • @rjvlogs7189
    @rjvlogs7189 Месяц назад +15

    Right kotha koisa

  • @RashmitaBora-up7yq
    @RashmitaBora-up7yq Месяц назад +15

    Bhut val ktha koise ....

  • @inglishvlogs1015
    @inglishvlogs1015 Месяц назад +3

    সোনকালে ফাচি হব লাগে নহলে যুব উশৃংখলতা বাঢ়ি যাব,

  • @BharatiDekaBharatiDeka-bl1ku
    @BharatiDekaBharatiDeka-bl1ku Месяц назад +13

    বৰ দুখৰ কথা স্কুল খনৰ একো নাই নেকি

  • @NILABARO-t8z
    @NILABARO-t8z Месяц назад +7

    Right kotha koise

  • @oneinallgamers9305
    @oneinallgamers9305 Месяц назад

    বহুত ধুনীয়া কথা কৈছে আপুনি। সঁচা কথা । ন্যায় পাওঁক পৰিয়ালটো । শোকত ভোগা পৰিয়ালটো কত শান্তি পাব সদায় মনত পৰিব ।তঠাপি শিক্ষক সকল আৰু সেই চাৰিজন পাষণ্ডয় কঠোৰ শাস্তি পাওঁক। শাস্তি পাওঁক। আপুনি কোনো ভুল কোৱা নাই।

  • @KushalKushal-p1p
    @KushalKushal-p1p Месяц назад +7

    শিক্ষক সকলক অনতিবিলম্বে আতৰাই দিয়া উচিত।

  • @MonalishaSahariah
    @MonalishaSahariah Месяц назад +7

    Thik koise apuni xoni vl lagil

  • @dipudas1526
    @dipudas1526 Месяц назад +11

    Thike koise

  • @kabitadutta8
    @kabitadutta8 Месяц назад +10

    Apunar kothakhini bohut val lagil

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d Месяц назад +10

    Right.

  • @DhanadaBaruahkonger
    @DhanadaBaruahkonger Месяц назад +4

    অপৰাধিক উচিত শাস্তি প্ৰদান কৰিব লাগে

  • @aminabegum7y
    @aminabegum7y Месяц назад +4

    ভাল কথা কয়ছে আপুনি

  • @MoonNath-zo7hv
    @MoonNath-zo7hv Месяц назад +12

    আপুনি সচাঁৰ কথাৰ কৈছে

  • @purandarhazarika7669
    @purandarhazarika7669 Месяц назад +8

    Sundar Katha koise

  • @monsingmaslai
    @monsingmaslai Месяц назад +4

    Boht val kotha koise dada

  • @hnath7970
    @hnath7970 Месяц назад +9

    Good sir

  • @KunjaDeka-yd4ed
    @KunjaDeka-yd4ed Месяц назад +4

    Good Comment.
    Dada

  • @PankjHazarika
    @PankjHazarika Месяц назад +3

    Dada bhut Val katha koie

  • @AdmiringFlowerBouquet-et5ij
    @AdmiringFlowerBouquet-et5ij Месяц назад +3

    Bahut val lagil khurar kotha khini xuni mur monor kotha kole

  • @jitukalita4553
    @jitukalita4553 Месяц назад

    Bahot dhuniya kotha koise apuni dada

  • @upenbaruah9591
    @upenbaruah9591 Месяц назад +8

    অভিভাকৰ দায়িত্বৰ কথা নকলে দেখোন!

  • @DimbuNath-r2t
    @DimbuNath-r2t Месяц назад +3

    Dada bhal kotha koise

  • @lxjitu3726
    @lxjitu3726 Месяц назад +3

    Xub xundor kotha koise xura

  • @PremaNandaMali-n1g
    @PremaNandaMali-n1g Месяц назад +4

    Nice speech 👏🎉

  • @azizulhoque3872
    @azizulhoque3872 Месяц назад +3

    দাদা পথভ্ৰষ্ট লৰা চাৰিজন আমাৰ সমাজৰ সম্পদ হব বুলি ভাবি লৈ লাভ নাই

  • @JugenNath-fp7sh
    @JugenNath-fp7sh Месяц назад

    Thank you 🙏

  • @sarmamintu469
    @sarmamintu469 Месяц назад

    Thik kotha koise apuni..

  • @sanjivbhangra5519
    @sanjivbhangra5519 Месяц назад

    Very good step,,,

  • @krishnadas8189
    @krishnadas8189 Месяц назад +6

    এজন ছাত্ৰ বা ছাত্ৰীয়ে আদি শিক্ষা ঘৰত লাভ কৰে বিদ্যালয়ত নহয়। আপুনি নিজে এদিন শিক্ষক হৈ ক্লাচ কৰি চাব গম পাব। যেতিয়া ছাত্ৰ বা ছাত্ৰী এজনে স্কুলৰ বাহিৰত কিবা বেয়া কাম কৰে আৰু শিক্ষক এজনে কিবা কয় তেতিয়া কিন্তু অভিভাৱকে মোৰ ল'ৰাজনক কিয় এনেকৈ কৈছে বুলি খেদি আহিব পাৰিলে শিক্ষকজনক এসেকা দিবও। সদায় কি দোষ কেৱল শিক্ষকৰে নেকি?? তাৰ সলনি আমি আমাৰ ভৱিষৎ প্ৰজন্মক এই বিষয়ে ভাল শিক্ষা দিব নোৱাৰো নে? এই বয়সটোৱে তেনেকুৱা য'ত মানুহে নিজৰ বিবেক বুদ্ধিৰ ওপৰত সংযম ৰাখিব নোৱাৰা হয় । তাৰ বাবেও শিক্ষকেই জগৰীয়া নেকি। নিজ চকুৰে প্ৰত্যক্ষ নকৰাকৈ কেনেকৈ আপোনাকে বেলেগৰ ওপৰত দোষ জাপি দিব পাৰে আৰু এই ঘটনাটো ৰাস্তাত হোৱা হ'লে কাক দোষ দিলেহেঁতেন? যদি সকলোৱে নিজৰ সন্তানক উচিত শিক্ষা দিলেহেঁতেন আজি ভৱেশ জীয়াই থাকিলহৈ।

    • @PradipBaro-p7o
      @PradipBaro-p7o Месяц назад +1

      একেবাৰে সঁচা কথা তুমি । মাষ্টাৰ বিলাকক দোষ দি আছে কিন্তু সেই 4 জন লৰাৰ মাক দেউতাকক কোনেও একো কোৱা নাই ।প্ৰথমতে মাক দেউতাক দোষী তাৰ পিছত লৰা কেইটাৰ তাৰ পিছত হে স্কুলৰ মাষ্টাৰ।কিয়নো মাক দেউতাকে যি শিক্ষা প্ৰথমতে সন্তানক দিব সেই শিক্ষা লৰা ছোৱালীয়ে লব।তাৰ পিছত হে শিক্ষা দিয়ে মাষ্টাৰ ।আমাক আগতে মাষ্টাৰ এ বেত চিঙি দিছিল তথাপিও আমাৰ ঘৰৰ মানুহে complain লৈ স্কুলত যোৱা নাছিল ।আজি অনুশাসন নাই বুলি কৈ আছে বহুত জনে ।নিজৰ ঘৰতে অনুশাসন নাই স্কুলত গৈ কি অনুশাসন মনিব।অনুশাসনৰ বাবে এটা চৰ মাৰিলে মাকে খেদি যায় ও মা ও অমুক মাষ্টাৰ a মোৰ লৰাজনক কেনেকৈ মাৰিছে চাসুন আৰু 4 জনক দেখাব। জানে নিজৰ লৰাৰ দোষ আছে দুষ্ট কিন্তু নিজৰ লৰাৰ দোষ লুকুৱাই ৰাখিব খোজে ।

    • @user-x8e8u
      @user-x8e8u Месяц назад

      Hbo diya besi koi eku lavv nai...anekuwa dhoronor Kam bur dhoni praivet school t porha perents bilake he kore...amr dore hadharon gaont vakh kora ovibhabok bilk koi he kei kub man diba sunn boli...kin2 teacher bilke kunu guruto nidie a ji hoi houk amr nu ki jai...Ami dormha 2 palei holl boli... school t ahi ane kitap khon mati dibo kunu dhoronr niti hikha boli nidie...aru student bilake jodi ane dhorone kajiya pesal kore mar pit kore tetiya kunu dhor kothor bebostha noloi...jar folot baki vall teacher bilakoru name nuhuwa hoii...kisumn ane kuwa techer ase student bilakor logot kisuman napatibo logiya kotha pate...jar folot students bilak bikhek koi lora bilak hubidha pai jiti kotha koboloi..

  • @jantikakati2014
    @jantikakati2014 Месяц назад +2

    Right koise

  • @DhanGogoi-nr1rd
    @DhanGogoi-nr1rd Месяц назад +5

    Good space

  • @KakaliBardoloi
    @KakaliBardoloi Месяц назад

    এওঁ একেবাৰে উচিত কথা কৈছে।

  • @pareshkalita9722
    @pareshkalita9722 Месяц назад +1

    খুৰাৰ কথাখিনি ভাল হৈছে কিন্তু দুখীকেইজনৰ ফটো এটিয়া লৈকে সা্্ববাদিক কেইটা পুৱা নাই

  • @rabindradas8161
    @rabindradas8161 Месяц назад +3

    উচিত কখা কৈছে

  • @সোৱাদ-দ২ঙ
    @সোৱাদ-দ২ঙ Месяц назад

    Ekdom thik kotha koise... Dukhie Ketiau khari jabo nalage boiokhor babe... Oporadhi oporadhie....

  • @AratiDevi-jk3bl
    @AratiDevi-jk3bl Месяц назад

    সুন্দৰ কথা কৈছে

  • @statusn.p
    @statusn.p Месяц назад

    Val lagil khura kotha khini xuni

  • @gautamdihingia1248
    @gautamdihingia1248 Месяц назад +6

    Right

  • @Kakoti.N
    @Kakoti.N Месяц назад

    Right 👍

  • @JituDeka-v8w
    @JituDeka-v8w Месяц назад

    Thanks dada

  • @haritj3915
    @haritj3915 Месяц назад

    Val kotha koisa

  • @RamenSarmah-f7p
    @RamenSarmah-f7p Месяц назад

    100% right dada

  • @HimaniKalita-hv5us
    @HimaniKalita-hv5us Месяц назад +11

    Head master jonik suspend karibo lage emited

  • @bandanagayan1929
    @bandanagayan1929 Месяц назад

    সচাই বৰ দুখ লগা সহিবলে তান হয়

  • @HorenKalita-n7b
    @HorenKalita-n7b Месяц назад

    Tekhete bor xundor kotha koise, moi akmot tekhetor lgt

  • @sanjaydeka1174
    @sanjaydeka1174 Месяц назад +4

    ফাৰ্চী লাগে লৰাজনৰ

  • @Ur_____CR7___67
    @Ur_____CR7___67 Месяц назад

    Thik ktha koise

  • @bonditakashyap6418
    @bonditakashyap6418 Месяц назад +1

    মজা

  • @mithunbora5618
    @mithunbora5618 Месяц назад +1

    এই গোটেই কিতাক terminet কৰি দিব লাগে ঠিকেই কৈছে

  • @ratulpachung5747
    @ratulpachung5747 Месяц назад +2

    Hosakee apuni bohut xundor kta kysa

  • @Sanatonboro123
    @Sanatonboro123 Месяц назад +2

    Thik koise apuni usit bisar hobo lage

  • @dhirenbaro6850
    @dhirenbaro6850 Месяц назад

    কেনেকৈ শাস্তি পাব৷ আমাৰ সংবিধানত Minor অৰ্থাৎ ১৮ বছৰৰ তলৰ কোনো অপৰাধীক শাস্তি দিয়াৰ নিয়ম নাই৷

  • @mridusmitabaishya1498
    @mridusmitabaishya1498 Месяц назад

    একেবাৰে কম সময়ত বহু কথা বুজালে আপুনি।

  • @NayanmaniDevi-i3p
    @NayanmaniDevi-i3p Месяц назад

    Thik ktha koise apuni

  • @gayitrinath6466
    @gayitrinath6466 Месяц назад +2

    Bor Sundar katha kaise

  • @kishordeka5710
    @kishordeka5710 Месяц назад +4

    Emn dhuniwa kotha koise

  • @tekrabha6056
    @tekrabha6056 Месяц назад

    ভাল কথা কৈছা 😂😂😂

  • @debashishchakraborty2401
    @debashishchakraborty2401 Месяц назад

    Apunar kotha keitai muk apluta korise dada.bohut xabolil mantaibya.

  • @debobrataborthakur6092
    @debobrataborthakur6092 Месяц назад

    Sundar kotha koisa khura apunak pranam janaisu kintu ai school khanar teachers burak valka dibo lage sarkari toka loi adda mari school t ghura ghass katibola ahe

  • @UshaDevi-x6o
    @UshaDevi-x6o Месяц назад +2

    Yes. Teacher. Khinik panisment. Diba. Ioga.

  • @bikrambarman5090
    @bikrambarman5090 Месяц назад +5

    Head master jonik suspend koribo lage

    • @pranjalkumarborah5491
      @pranjalkumarborah5491 Месяц назад +3

      দৰমহা খাই আছে যে.... সেইবাবে ন..... সেই অপৰাধী লৰা কেইটাৰ সৃষ্টিত আপোনালোকৰ সমাজৰ, অভিভাৱকৰ ভূমিকা ভাবি চাব

    • @JLI321
      @JLI321 Месяц назад +1

      Ane lorak jiyai rakhibo nalage kutta keitak ,Mohan byokti gorakir mohan kotha khini khubei gurutopurno ,pronam from Sivsagar

    • @user75677
      @user75677 Месяц назад

      ​@@pranjalkumarborah5491, আপুনি শিক্ষক নেকি শিক্ষকৰ পক্ষে উকালতি কৰিব আহিল যে

  • @UtpalDeka-h1y
    @UtpalDeka-h1y Месяц назад +2

    Uncle,apuani thekei koise.

  • @saratdeuri9606
    @saratdeuri9606 Месяц назад

    Suspense Kara Tishar ...

  • @dipakdeka7092
    @dipakdeka7092 Месяц назад +1

    Head teacher enemi

  • @dipakdeka7092
    @dipakdeka7092 Месяц назад +1

    Head teacher is inbhob

  • @BhobenBora-ym3my
    @BhobenBora-ym3my Месяц назад +5

    Ei sikhok khini dis mis korok

  • @dekavideos6404
    @dekavideos6404 Месяц назад

    Schoolr teacher khini vl nhy. Khei khon school permanent bondho krok

  • @chiranjibdutta565
    @chiranjibdutta565 Месяц назад +1

    Bahut xahohiyal manuh..eman strength fully kotha bilk koise jate school student bilakeo support korak agontuk din bilk jate aru beyaloi nejai..enekuwa dhornr bahut ghotona ghotibo loise Axomot..eitu xubha lakhyan nohoi..bhal xomaj ekhon gohiboloi jenekoi teachers aru student duipokhyore aorihona thake thik tenedore duxiye jate upojukto xasti aru xikkha pai tar karone axomor protijon xikkha guru aru student e xopot louk bhogoban r usrat jate ene ghotona aru kunu kalei hobo nuware🙏🙏

  • @ChiranjibRajbongshi
    @ChiranjibRajbongshi Месяц назад +3

    Lora keita fasi diok

  • @LohitBaro-f7t
    @LohitBaro-f7t Месяц назад +2

    Bhot bhal katha kaise khora.kako Ari dib nalage dikhi hai to teacher.

  • @Deborkhi_4.6
    @Deborkhi_4.6 Месяц назад +4

    Beya napabo.. Think before ink..

  • @RohanKashyapBaruah-e7h
    @RohanKashyapBaruah-e7h Месяц назад

    Sonowal r dinat e ase e

  • @kidstoyshorts9144
    @kidstoyshorts9144 Месяц назад +1

    okhomiya😂😂😂

  • @rjvlogs7189
    @rjvlogs7189 Месяц назад +3

    Sokari sakori poisa khabo pai ehota kamsur mastor

  • @prativadas4274
    @prativadas4274 Месяц назад +1

    ,, ইমান বিলাক শিক্ষক কি কৰি আছিলে

    • @rajeshhazarika1663
      @rajeshhazarika1663 Месяц назад

      মোবাইল টিপিকি আছিল চাগৈ কেলা😡

    • @user75677
      @user75677 Месяц назад

      মোবাইল, আড্ডা আৰু চাহৰ যুটি লৈ আছিল ৷ কিছুমানৰ কাম সিমানহে স্কুলত

  • @JoyDev-h2p
    @JoyDev-h2p Месяц назад

    Apunak nomoskar jasisu

  • @dipakdeka7092
    @dipakdeka7092 Месяц назад +1

    Faltu cm