SEBA Class 10 Assamese Chapter 15 Question Answer | Lesson 15 | বিষাদযোগ HSLC 2025
HTML-код
- Опубликовано: 9 фев 2025
- 📚 SEBA Class 10 Assamese Chapter 15 Question Answer | বিষাদযোগ | HSLC 2025 Preparation
Welcome to Alusona Academy Education! Here You can find your Class 10 Assamese Chapter 15 Question Answer with Assamese Explanation in this video. we provide a detailed explanation and answers for Class 10 Assamese Chapter 15 - বিষাদযোগ to help you prepare for the HSLC 2025 examination.
📚Class 10 Assamese Complete Course : +91 98640 77266
📕DOWNLOAD PDF: cosmofeed.com/...
🎯 What you'll learn in this video:
Comprehensive question-answer solutions for Chapter 15
Key points and important topics explained in simple language
Tips for scoring higher marks in SEBA Class 10 Assamese
📕DOWNLOAD PDF: cosmofeed.com/...
💬Whatsapp Channel: whatsapp.com/c...
📞Whatsapp No: 9864077266
🌐alusona.com/
📌 Keywords:
Class 10 Assamese Chapter 15 question answer, SEBA Class 10 Assamese Lesson 15 question answer, বিষাদযোগ, Class 10 Assamese HSLC 2025 preparation, SEBA Assamese question answers
Class 10 All PDF (All New)
Science: superprofile.b...
English: superprofile.b...
Hindi: superprofile.b...
Assamese Essay: superprofile.b...
Social Science & MCQ: superprofile.b...
Assamese: superprofile.b...
Geohraphy (E): superprofile.b...
Boicitramoi Axom: superprofile.b...
Q&A: বিষাদ যোগ শ্ৰী ভট্টদেৱ HSLC 2025
প্রশ্ন: অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰঃ = অর্জুনে দুয়োপক্ষৰ সেনানীক চাবলৈ শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল। অর্জুনে অন্তিমবাৰৰ বাবে তেওঁৰ পক্ষ লৈ কোন কোন মহাৰথী আহিছে আৰু দুৰ্মতি দুর্যোধনৰ পক্ষত কোন কোন আহিছে তাক চাব বিচাৰিছিল।
প্রশ্ন: '-এই ছয় দোষত আততায়ী'- কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল?
উত্তৰঃ = যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সর্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুঁজ দিয়ে, এই ছয় দোষৰ দোষীকে আততায়ী বোলে। এই ছয় দোষতে কৌৰৱসকল আততায়ী হৈছিল।
প্রশ্ন: আততায়ী কাক বোলে?
উত্তৰঃ = যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে- এই ছয় দোষৰ দোষীকে আততায়ী বোলা হয়।
প্রশ্ন: “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.........."
এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰঃ = "জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.......।" এইদৰে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত কৈছিল। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ সকলো আত্মীয় স্বজনক দেখি হতাশাত ভাঙি পৰিছিল। সেয়েহে অর্জুনে কৃষ্ণৰ আগত ব্যক্ত কৰিলে যে আত্মীয় স্বজনক বধ কৰি তেওঁক ৰাজ্য নালাগে। অর্জুনে এই কথাষাৰ কৈ ৰথৰ ওপৰতে বহি পৰিল।
প্রশ্ন: ভট্টদেৱৰ সম্পূর্ণ নামটো কি?
উত্তৰঃ = ভট্টদেৱৰ সম্পূৰ্ণ নামটো বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
প্রশ্ন: কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম, যুধিষ্ঠিৰ, নকুল আৰু সহদেবে বজোৱা শংখকেইটাৰ নাম লিখা।
উত্তৰঃ = কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণই পাঞ্চজন্য শঙ্খ, অর্জুনে দেৱদত্ত শঙ্খ, ভীমে পৌণ্ড্রক নামৰ শঙ্খ, যুধিষ্ঠিৰে অনন্ত নামৰ শঙ্খ, নকুলে সুঘোষ নামৰ শঙ্খ আৰু সহদেৱে মণিপুষ্পক নামৰ শঙ্খ বজাইছিল।'
প্রশ্ন: 'বিষাদ যোগ' পাঠটি ক'ৰপৰা অনা হৈছে?
উত্তৰঃ = 'বিষাদ যোগ' পাঠটি "কথাগীতা'ৰ পৰা তুলি অনা হৈছে।
প্রশ্ন: ভট্টদেৱৰ গুৰু কোন?
উত্তৰঃ = ভট্টদেৱৰ গুৰু হ'ল- দামোদৰদেৱ।
প্রশ্ন: অর্জুনৰ ধনুখনৰ নাম কি?
উত্তৰঃ = অর্জুনৰ ধনুখনৰ নাম হ'ল গাণ্ডীৱ ধনু।
প্রশ্ন: ধৃতৰাষ্ট্ৰই কাক প্রশ্নবোৰ কৰিছিল?
উত্তৰঃ = ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্রশ্নবোৰ কৰিছিল।
প্রশ্ন: ধর্মভূমি বুলি কোন ঠাইৰ কথা কৈছে?
উত্তৰঃ = ধৰ্মভূমি বুলি কুৰুক্ষেত্ৰৰ কথা কৈছে।
প্রশ্ন: জনার্দন কোন?
উত্তৰঃ = জনার্দন হৈছে কৃষ্ণ বা বিষ্ণু। দুষ্টজনক অর্দন বা পীড়ন কৰে কাৰণে কৃষ্ণক জনার্দন বোলে।
প্রশ্ন: মহাৰথী কাক বোলে?
উত্তৰঃ = যিজনে অকলে দই হাজাৰ ধনুধাৰীৰ সতে যুঁজ কৰে তেওঁকে মহাৰথী বোলে। অর্থাৎ পৰাক্ৰমী যুঁজাৰুজনেই হ'ল মহাৰথী।
প্রশ্ন: অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰঃ = কৌৰৱ আৰু পাণ্ডৱ সকলে ধর্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ কৰাৰ মানসেৰে উপস্থিত হয়। দুয়োেপক্ষৰ সুনিপুণ যোদ্ধা, বিশাল সেনাবাহিনী আৰু ৰথী-মহাৰথীয়ে একত্রিত হয়। অর্জনে কৌৰৱ সেনানী দেখি তেওঁৰ ৰথৰ সাৰথি কৃষ্ণক ৰথখন দুয়োপক্ষৰ মাজত ৰখাবলৈ নিৰ্দেশ দিছিল। কিয়নো অর্জুনে কাৰ লগত যুদ্ধ কৰিব লাগিব জানিব বিচাৰিছিল।
দুবুদ্ধিত দুর্যোধনক ভাল লগাবলৈ যিসকল সেনানী যুদ্ধ কৰিবলৈ আহিছে তেওঁলোকক এবাৰ ভালকৈ চাই ল'বৰ বাবে উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল।
প্রশ্ন: আততায়ী কাক বোলে?
উত্তৰঃ = যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে- এই ছয় দোষৰ দোষীকে আততায়ী বোলা হয়।
📚Class 10 Assamese Complete Course superprofile.bio/course/117760b0-d0e0-46ac-8183-eaa23662b23e (HSLC 2025)
📕DOWNLOAD PDF: cosmofeed.com/vp/65a7f54f5cc7aa001d8b7ff8
💬Whatsapp Channel: whatsapp.com/channel/0029VaDKp0EADTO5oMHFpB09
📞Whatsapp No: 9864077266
🌐alusona.com/
Thank you dada 😊😊😊
Thank you sir
Dada geography question answer dibo.sun
❤😮😊
Tq sir
Apuni khali assamese pare baki to nuware
Thanks sir 🙏 ❤
Thanks sir 🎉