সচাকৈয়ে আৰক্ষীয়ে কোৱাৰ দৰে বেংকৰ পৰা ৮০ হাজাৰ টকা উলিয়াই আত্মগোপন কৰি আছে নেকি সুনীল গগৈ
HTML-код
- Опубликовано: 29 сен 2024
- সচাকৈয়ে আৰক্ষীয়ে কোৱাৰ দৰে বেংকৰ পৰা ৮০ হাজাৰ টকা উলিয়াই আত্মগোপন কৰি আছে নেকি সুনীল গগৈ , আমাৰ এক প্ৰতিবেদন
#PratidinTime #assaamnews #sunilgogoi #lakhimpur
এইবোৰ কথা আজি প্ৰায় এমাহ শুনি ধৰি শুনি আহিছো।যদি জীয়াই কত আছে সেইটো কওক।নোৱাৰে যদি মনেমনে থাকক ।একেখিনি কথা কৈ থাকিবলৈ লাজ যে কৰা নাই।
80,000 টকা ঠিকাদাৰৰ হাতৰ মলি | কেইমিনিট লাগে খৰচ কৰোতে ?
CID a case solved kora hunainai. Sob bheku bhawna.
আপোনালোকে টকা অনাটো বেংকত অনুসন্ধান কৰক ।(২)চোমনিৰ পৰা ফোন কলৈ গৈছে পুলিচ ৰ পৰা বিচাৰক । পুলিছে উলিয়াব পাৰে ।(৩)DNA ৰিপ'ৰ্ট টোৰ ফটোকপি বিচাৰক । এইবোৰ
লৈ তথ্য সহকাৰে বাতৰি দিয়ক ।
Miak biswas koribo nuari.
80000 tokat helicopter kini loi baleg dekh ot gusi goise 😂😂😂
Police r drama....
Mur analysis alop beleg. Mur mote duijon jiyai ase. Jolai jua dead body tu morgor pora black t kini ani duitai jolai thoi goise. But eitu theory proof koribole mur usorot eku evidence nai
কথাতো সুনি ভালে লাগিছে।
Apuna lokey bekar update di aase
Eku nohoi, case hekh hoisege aru
Junmoni Rabhak jidore Hotya kari abokhekhat gumar faak Babajika thullu karile, Sunil Gogoi case tut u Jayanta Goswamir lagat aru bahoot Dangor dangor Rowu/Borali kuti kuti tokar kelengkarit Dhora paril heten. Kintu main Culprit Jayanta Goswamik jera nakori herai jua Sunil Gogoik loi khamay atbahit kari asey. Muthate atia Axom t Uttar Pradesh Biharar dore Hotyakanda haboloi loise. Sukan Baah(Bamboo) sepi rokh uliua manuhr hatot sason thakile kune u nyai nepai, karan khihatr Deh t nyai nai.
চমুকৈ হলেও দৰকাৰি কথাবোৰ কৱাৰ বাবে বা নিউজ দিয়াৰ বাবে ধন্যবাদ।সুনিল গগৈ হয়তো জাহাংগিৰৰ আধাৰ কাৰ্দৰ কপি ব্যবহাৰ কৰিও বাহিৰত থাকিব পাৰে যিহেতুকে দুয়ো জনৰ মুখৰ আকৃতিৰ মিল আছে।
Right
সুনীলে হত্যাকাৰী !!পৰিয়ালৰ সদস্যক আৰাম দি জেৰা চলাইছে !!গ্ৰেপ্তাৰ কৰিলে সকলো ওলাব !!পৰিয়ালে সকলো জানে !!গাওঁবাসী য়ে পৰিয়ালটোক বচাব খুজিছে
Kam nai tumar
Apuna lokor aru new news nai neki oh dada hat
CID mane Police aru Police mane CID 😏😏😏
কিহৰ ব্যৰ্থতা ? অনুসন্ধান কৰি থকা হৈয়ে আছে দেখোন ।
Gereptar nakore kiwo porial tok ami ako Buji napaw kiw
Bondho korok ro amani lagise
😢87k 0:29
😀🤫
This is false