ইমানদিনে ৰাইজৰ দলৰ প্ৰতি নৈতিক সমৰ্থন থকা বুলি দাবী কৰি আহিছে বীৰ লাচিত সেনাই

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024
  • ইমানদিনে ৰাইজৰ দলৰ প্ৰতি নৈতিক সমৰ্থন থকা বুলি দাবী কৰি আহিছে বীৰ লাচিত সেনাই। এতিয়াৰে পৰা হেনো সেই সমৰ্থন নাই। আনকি শনিবাৰে নিশা ৰাইজৰ দলৰ নেতা-কৰ্মীৰ সৈতে সমুখ সমৰতো লিপ্ত হ’ল লাচিত সেনাৰ নেতা-কৰ্মীসকল।
    #politicalnews
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Комментарии • 218

  • @Dulal_Mili
    @Dulal_Mili 2 месяца назад +10

    আজি কথা টো প্ৰমাণিত হল অসমীয়াই অসমীয়াৰ শত্ৰু

  • @pranjalanubhav8133
    @pranjalanubhav8133 2 месяца назад +18

    নিজৰ মাজত নিজেই লাগি থাকোঁতে গেলে অসমীয়া, মুগল আহি ঘৰ পালেহি

    • @PrabhaBhuyan
      @PrabhaBhuyan 2 месяца назад +2

      Um kela

    • @Dammcare001
      @Dammcare001 2 месяца назад +1

      Aami ratir aandhaarot he lukai lukai siyor eta maribo paru...aah oiiii aah...ulaai aah.
      Pise kune matise,koloi matise,ai rati khon koloi jabi,ki koribi taar kunu plan nai

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 2 месяца назад +19

    কোনো বহি থাকিব নালাগে, সকলো ঠিয় হৈ থাকক ....কি ঠিক ,কুৰি বছৰৰ পিছত কিজানি আঠুকাঢ়ি থাকিবলৈকো ঠাই নোহোৱা হয় !

  • @Ranjit2024-o7o
    @Ranjit2024-o7o 2 месяца назад +22

    BJP a kinile lachit senak.Lachit. Sena 😂😂 Lachite aneke kajiya korisile neki ? Name to change koribo, Gundagiri Sena buli rakhibo name to

  • @Danirojasfc6
    @Danirojasfc6 2 месяца назад +6

    #বাহ!!!!!
    #বঢ়িয়া!!!!!!!
    ইয়াতকৈ আৰু বেছি কি লাগে???।
    অসমৰ উন্নতি হৈছে।👏👏👏
    বীৰ লাচিত সেনাৰ দলে আৰু ৰাইজৰ দলে ভাই ভাই মৰম ভালদৰেই বুজি পাইছে। অনা অসমীয়া আৰু বঙালীয়ে তোমালোকৰ মৰম বুজিবলৈ বাকী নাই 😅😅😅
    অসম আজি উন্নতিৰ পথত
    জয় আই অসম বোল।
    জয় আই অসম। 😭😭😭😡😡😡

    • @Danirojasfc6
      @Danirojasfc6 2 месяца назад

      নিৰ্লজ্জৰ এটা সীমা থাকে।
      তহঁতে সীমা চেৰাই গৈছ অ' বোপাই
      অলপতো লাজ কৰ।🙄
      তহঁতৰ প্ৰতি থকা ভাল ভাববোৰ নাইকিয়াই হৈছে অ' মোৰ।
      😎😎 তহঁতক চাব নাপাই

  • @KulenGogoi
    @KulenGogoi 2 месяца назад +4

    যুদ্ধ কৰি মৰ নিজৰ ভিতৰতেই খাৰখোৱা সকল। ইয়াৰ ফায়দা আন কোনোবাই উঠাব।

  • @njyotinjyoti7541
    @njyotinjyoti7541 2 месяца назад +44

    এইখন কাজিয়া পৰিকল্পিত ভাবে হৈছে কাৰবাৰ ইমেজ বেয়া হ'বলৈ মোতা অঙ্কৰ ধন লৈছে।কাৰ পৰা লৈছে,কোনে দিছে, বুজি পোৱালোকে পাইছে।

    • @PRASANTACHUTIA-ij2gq
      @PRASANTACHUTIA-ij2gq 2 месяца назад +1

      BJP khel😊

    • @manashaxomia4202
      @manashaxomia4202 2 месяца назад +1

      ​@@PRASANTACHUTIA-ij2gqummm...gaor sukat youtube school t pohi anakuai cmnt kriba..gaor buari polai goleo bjp dukh diba..are ehotar mind anakua jot hubidha pabo tate jabo ..ehotar babe public aku nhy..

    • @dipankarkhargharia9952
      @dipankarkhargharia9952 2 месяца назад

      EITU AKHIL GOGOI BEA KORIBOR BABE MAL LOI KAM TU KORISE RAIJE BUJE BUJI PAISE VITORI KARBAR HOI KAM KORI THOKA JEN LAGISE

    • @VlogA2Z
      @VlogA2Z 2 месяца назад

      target 2026...

  • @WhatsthehellXyz
    @WhatsthehellXyz 2 месяца назад +10

    লাচিত সেনাৰ লাহবিলাহত ব্যস্ত থকা নেতা কিছুমানৰ উপাৰ্জনৰ উৎস কি জানিব পাৰিব নে অসমৰ জাতীয়তাবাদী জন সাধাৰনে ?
    এইটো এই সকলৰ কিছুমানৰ ধন ঘটাৰ নতুন কৌশল……অখিল গগৈ কাৰ শত্ৰু ? এওঁলোক অখিল গগৈৰ শত্ৰুৰ মিত্ৰ হবলৈ হেতা ওপৰা কৰা নাই নে ? অসমীয়া জাতিৰ বাবে বীৰ লাচিত বৰফুকনৰ নাম লৈ এচামে বিলাসী বাহন আৰু লাহ বিলাহৰ জীৱন নিজা উপাৰ্জন নথকা কৈ কেনেকৈ কটাব পাৰে ? ভণ্ডামি কৰি ধন ঘটাৰ নতুন কৌশল।

    • @Danirojasfc6
      @Danirojasfc6 2 месяца назад +2

      চিন্তাৰ কাৰণ!!🤔

    • @babusaikia7886
      @babusaikia7886 2 месяца назад +1

      👍👍👍

    • @pankajdutta9131
      @pankajdutta9131 2 месяца назад +1

      চাকৰি নাই, ব্যৱসায়িক দক্ষতা নাই সেয়েহে উপাৰ্জনৰ আহিলা হিচাপে সংগঠন! তাৰ পাছত নিজে নিজেই নীতি আদৰ্শ বিহীন একো একোটা গুণ্ডা বাহিনীলৈ স্খলন ঘটে। প্ৰথমে নিজকে প্ৰতিষ্ঠিত কৰক, তাৰ পাছতহে সংগঠিত হৈ নিজৰ জাতিৰ কাৰণে কাম কৰাৰ কথা চিন্তা কৰক।

  • @RanjitLahon-b2g
    @RanjitLahon-b2g 2 месяца назад +3

    মই এজন অসমীয়া মই অসমীয়া বুলি কবলৈ লাজ লাগে কাৰন সৰো কথা বোৰে মিমাংশা লগত বহি নকৰে। এইবোৰে আকৌ অসমীয়া জাতিক বচাবলৈ যায়। ইয়াত যে বিৰোধিৰ কলি সোমাই আছে মাঠাত মাল নাইকিয়া কিতাৰ খবৰে নাই সেই কাৰনে বহিৰাজ মানুহে খাৰখোৱা বুলি কয়।

  • @Grbora94953
    @Grbora94953 2 месяца назад +8

    শৃংখল চলিহাক গৰুপিটন দিব লাগে ই বেটা বিশৃংখল চলিহাহে।ই পৰেশ বৰুৱাৰ লগত ফোনত বাৰ্তালাপ কৰাৰ কথা কওঁতেও কিয় গ্ৰেপ্তাৰ নকৰিলে??

    • @hrittikrajpnkonwar6705
      @hrittikrajpnkonwar6705 2 месяца назад

      Himanta Biswa Sharma ku call kore. Teuk u humai dibo Lage. Bohut reporter r logot kotha pate. Bohut reporter camp t goi ahise. Hihotok u dhoribo lage. Aal baal kotha kua agot bhabi sabi.

  • @jaanmoinavlogs
    @jaanmoinavlogs 2 месяца назад +5

    শৃংখল চলিহা matha nai কিয়া

  • @bantidas2403
    @bantidas2403 2 месяца назад

    ভাৰতীয় জনতা পাৰ্টীৰ অসম হৈছে লাচিতৰ বৎস হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @parthagogoi8219
    @parthagogoi8219 2 месяца назад +18

    Sivsagar,khan borbaad Kori dili tohote

  • @devils2765
    @devils2765 2 месяца назад +6

    চলিহা যে বিজেপি এজেণ্ট হয় এই কথা সকলোৰে জানে

  • @ujjalkonwar2859
    @ujjalkonwar2859 2 месяца назад +5

    লাজ নাইকীয়া বুলি এই সকলক কয় ।

  • @asomiaasom6008
    @asomiaasom6008 2 месяца назад +20

    লাচিত সেনা যে বিজেপিৰ এজেণ্ট বহতীয়া সুন্দৰকৈ অলাই পৰিছে ।

    • @VlogA2Z
      @VlogA2Z 2 месяца назад +2

      moiu takei bhabi asilu....korbt kiba jugr logua jen lagise 2026.r bave

    • @Rubulgogoi209
      @Rubulgogoi209 2 месяца назад

      অখিল গগৈৰ ওপৰতো সন্দেহ হয় ।

    • @Nipendly199
      @Nipendly199 2 месяца назад

      Det miya napai teneke kobo

  • @Nanu-ow5mc
    @Nanu-ow5mc 2 месяца назад +18

    Soboke goru piton de. 😂😂😂😂😂😂😂😂😂😂😂😂

  • @wenomsangma6195
    @wenomsangma6195 2 месяца назад +1

    জই আই অসম
    অসমীয়া ভাই সকল আমাৰ নিজৰ ভুল বুজা বুজি কাৰনেই আমৰ অসমীয়া জাতি বিপদত পৰিব লগা হৈচে।নিজৰ মাজত কাজিয়া বিদেশিয়ে ৰং মনে হাহি আছে অসমিয়া ভাইহত এনেকৈ বিদেশক নিদিব ছ্ল

  • @purbakantabarman431
    @purbakantabarman431 2 месяца назад +21

    লাচিত সেনা নামটোহে, এতিয়া স্বজাতীৰ বিৰুদ্ধে যুজি কাক সহায় কৰিব?আচলতে বিজেপিৰ পৰা বৃহৎ অংকৰ সহায় পাই বিজেপিৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিলে নেকি! উগ্ৰ জাতীয়তাবাদী সকলেই শেষত সৰ্বভাৰতীয় দলৰ সৈতে যুঁজিবলৈ পাহৰি লেউ -সেউ হৈ পৰা দেখা যায়। শেষলৈ ওভোত গোৰে নাচি নাচি স্বজাতীৰে অমঙ্গল সাধে যেনে অগপ।

    • @unmanphukan
      @unmanphukan 2 месяца назад +2

      কংগ্ৰেছ সৰ্বভাৰতীয় দল নহয় নেকি? ৰাইজৰ দলে কংগ্ৰেছৰ বিৰুদ্ধে ভালকৈ যুঁ‌জিছে কিন্তু😂

    • @tultulbora8932
      @tultulbora8932 2 месяца назад +1

      Right

    • @Danirojasfc6
      @Danirojasfc6 2 месяца назад

      Absolutely 👏

    • @Nipendly199
      @Nipendly199 2 месяца назад

      Toi ejon dhurandar miya
      Lachit shena Vs RD a khajia korise tate tur ki hol

  • @Bhumiputramoi
    @Bhumiputramoi 2 месяца назад +1

    There is a long way to go for us to be civilized in a to be civilized country like ours...

  • @dibyaranjangogoi6238
    @dibyaranjangogoi6238 2 месяца назад

    Best of Luck 🤞🤞

  • @Masteredupoint786M
    @Masteredupoint786M 2 месяца назад +3

    শৃংখল সেনা BJP ৰ হল চাগে

  • @junuchamua1648
    @junuchamua1648 2 месяца назад +1

    শৃংখল বোলাটোৰ উৎপাত বহুত বেছি হৈছে সাধাৰণ কথাতে কিয় ইমান গৰম হয় খং নামেই চনদাল অলপতে খংকৰিলে কোনো কাম সিদ্ধি নহয় বৰং অশান্তি বেছি বাঢ়িব সদায় বুজাবুজিৰ মাজেৰে কাম কৰিব লাগে সৰু লৰা ছোৱালীৰ নিচিনা সাধাৰণ কথাতেই কাজিয়াৰ সৄষটি কৰে তেওঁ ভাবিছে মই য়েই অসমৰ বীৰ

  • @kapil912
    @kapil912 2 месяца назад +13

    3 rd Perty involve ase 😂😂

  • @kaushikdas2376
    @kaushikdas2376 2 месяца назад +3

    Mamai kiman poisa dise lasit xanak mara mari lagibaloi

  • @gogoihemanta7521
    @gogoihemanta7521 2 месяца назад +2

    Sivsagar khn bor bad dele ru

  • @noresultfound5524
    @noresultfound5524 2 месяца назад

    Mojjaa

  • @aswiniswargiary745
    @aswiniswargiary745 2 месяца назад +7

    Bohut neta dekhilu bortoman kintu Gaurav Gogoir dore neta hobo noware

  • @budhinsaikia6300
    @budhinsaikia6300 2 месяца назад +10

    😂😂 এইয়া জাতীয়তাবাদ/আঞ্চলিকতাবাদ !!
    হায় হায় !
    এই স্বৰূপ অসমৰ ৰাইজৰ সকলো জ্ঞাত ,
    আঞ্চলিকতাবাদ/জাতীয়তাবাদক ৰাইজে ধোৱা চাঙত বহু দিনৰ আগতেই তুলি ধোঁৱা দি আছে ৷
    অসমৰ ৰাইজৰ হাতত বিজেপি আৰু কংগ্ৰেছৰ বিকল্প আৰু নোলায় কহানিও বোধকৰোঁ ৷ আৰু কিছু দিন , কংগ্ৰেছ আৰু বিজেপি নিদিষ্টকৈ দুটা দলেই হ’ব ৷
    সাংগোপাংগো সকলোকে এৰিব ; ব্যক্তিগত ধ্যানধাৰণাৰে অনুমানহে কৰিছোঁ ৷
    অৱশ্যে ব্যক্তিগতভাবে আমিও আশা শূন্যতাত উপঙা জাতীয়তাবাদী সংগ্ৰামৰ আংশীদাৰ৷
    🙏জয় আই অসম🙏

  • @prasantaprasanta4503
    @prasantaprasanta4503 2 месяца назад +2

    নিন্দনীয় ।

  • @Rubulgogoi209
    @Rubulgogoi209 2 месяца назад +2

    ঘেণ্টা আৰু কাম নাই । ফটুৱা জাতীয়তাবাদী ( সকলো নহয় ) আৰু ভুৱা আঞ্চলিকতাবাদীৰ মাজৰ যুদ্ধ ।😂😢😮😅😊

  • @noyanmonibora6866
    @noyanmonibora6866 2 месяца назад +2

    Sobke goru piton dib lage

  • @DwijenPhukan
    @DwijenPhukan 2 месяца назад +2

    তহতৰ চৰম লগা নাই হা ???
    বেলেগ কাম নাই আৰু. ..???
    মোৰ লগত আহ - অৰুণাচলত বেলচা মাৰিম আহ.....

  • @RahulDeka-l8i
    @RahulDeka-l8i 2 месяца назад

    Good ❤❤❤

  • @bhoveshpathak9782
    @bhoveshpathak9782 2 месяца назад +23

    অসমীয়া জাতিৰ ঠিকাদাৰ এই দুটা দল

    • @mukulbaruah1833
      @mukulbaruah1833 2 месяца назад

      Bhabesh Pathak Sringkhal Saliha tahat monubadi, brahmonbadi, jatibadi jehadi bilakr agent sliper cell, Ahom birudhi.

    • @GautamkumarDas-h1i
      @GautamkumarDas-h1i 2 месяца назад

      ❤right

  • @shivamdas3959
    @shivamdas3959 2 месяца назад +5

    Hey mojaa 😂😂😂

  • @Dimple-t6l
    @Dimple-t6l 2 месяца назад +7

    Sudur vaii hupak goru pitin diba laga maksudai hupak

  • @birajkumardas4230
    @birajkumardas4230 2 месяца назад +9

    তেইত....কি বোৰ যে দেখিছো

  • @techassam3121
    @techassam3121 2 месяца назад +7

    Ihotorr unnoti nai....baki district bur salei gom pai sivsagar kot thaki gol.
    Atea tiok koonor homan u nohoy sivsagar 😂😂😂

  • @Rajivaxom
    @Rajivaxom 2 месяца назад +22

    Lachit Sena k goru pitan de

  • @BiswajitKhatriyaofficial
    @BiswajitKhatriyaofficial 2 месяца назад +1

    Jai shree Ram

  • @khunsengaxom3797
    @khunsengaxom3797 2 месяца назад +2

    Mjaaaa

  • @janapriyasatula
    @janapriyasatula 2 месяца назад +12

    akhil gogoi jindabad

  • @KulenGogoi
    @KulenGogoi 2 месяца назад +1

    বদন বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত বিবাদ হোৱাত কোনে লাভ উঠালে ? মান আৰু বৃটিছ সকলে । তাৰ ফল স্বৰূপে অসমীয়াৰ যি বিস্তৰ ক্ষতি হʼল আজিও গʼমিব পৰা নাই। বৃটিছে অসমৰ ৫০% মাটি চাহ বাগিচা পাতিলে ( গোটেই উজনি অসম )
    । সেই বাগিচা আজি কাৰ কবলত ( শ্ৰমিকৰ পৰা স্বত্বাধিকাৰীলৈ )

  • @DebashisPhukon
    @DebashisPhukon 2 месяца назад +1

    সমস্যা সমাধান কৰিব লাগে নে যুদ্ধ কৰিব লাগে..?? নেতৃত্ব ইয়াকে কয় নেকি...!!! আৰে ককাই ভাইহঁত, চাকৰি কৰি থকা ককাই ভাইহঁতৰ তাত গৈ সুধিছা অসমীয়া বুলি কলে বহুতে কি ভাবে...!!! সৰহ সংখ্যকেই নিজক অসমীয়া নকয়। অসমীয়া কাক কয় নাজানে। এতিয়া নিজৰ মাজতে খোৱা কামোৰা কৰি কিবা লাভ আছে নে...!!

  • @bhaskarjyotidehingia9250
    @bhaskarjyotidehingia9250 2 месяца назад

    Lachit sena

  • @ashimsakia2527
    @ashimsakia2527 2 месяца назад +1

    Very Good news moi agor porai koi ahisu Akhil gogoi ata adha pagol mukhot koi ahum kintu akhil ata muzlim hoi aya atia ulai porise

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp 2 месяца назад

    We always standing with lachit sena💪

  • @chittaranjansaikia2636
    @chittaranjansaikia2636 2 месяца назад +1

    Jikunu Jatyo Nayak xokl alop jona xuna hole val.nijor majote khua kamura lagi Nijoke Jatyo Nayak buli koi xadharon Raijor usorot domvali mari aku luv ni.

  • @eusufahmed9564
    @eusufahmed9564 2 месяца назад +2

    Tohot sivsagorote thak, alop olai ah guwahatir fale ,sa dispur khonot ki soli ase

  • @bantidas2403
    @bantidas2403 2 месяца назад

    হয় হয় কথাটোও কিন্তু সচা কথা হয় এই আৰু অণুৰোধ থাকিল এই আৰু কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল আমি ও ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰ হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @bantidas2403
    @bantidas2403 2 месяца назад

    বিৰ লাচিতৰ বৎসৰ হয় কিন্তু হাতৰ আঙুলি সমান নহয় কিছুমান চোৰ বদমাচ আৰু কিছুমান দকাইট থাকে এই দিন দকাইত কিছুমান আকৌ দিনতে পলাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ত সাৱধান আকৌ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কিন্তু বিজেপি ই ক্ষেত্ৰত কৰ্ম কৰ্তা সকল আকৌ অসম্ভৱ হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল এই ক্ষেত্ৰত এই কৰ্ম কৰ্তা সকললৈই এই শুযোগতে কৰ্ম কৰ্তা সকললৈই ধন্যবাদ জ্ঞাপন কৰিলোও এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল আমি লাচিতৰ বৎস হয় ভয় নকৰোও এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কাৰণ আমি চোৰ নহয় দকাইট নহয় আমাৰ ভয়ো নাই আমি নপলাও আমি ৰাইজৰ মাজত সমাজৰ মাজত থাকো ও শুষত আৰু দূখত কাৰণ ঘৰ নিজৰ গুৱাহাটী মহানগৰৰে হয় লোকেল এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @mukulbaruah1833
    @mukulbaruah1833 2 месяца назад +4

    Axomr raije mon t rakhiba Lachit khenar khenapatijon Ahom birudhi. Ahom khenar khenapati kunu din Anaa Ahom nasil.

  • @pankajdutta9131
    @pankajdutta9131 2 месяца назад

    চাকৰি নাই, ব্যৱসায়িক দক্ষতা নাই সেয়েহে উপাৰ্জনৰ আহিলা হিচাপে সংগঠন! তাৰ পাছত নিজে নিজেই নীতি আদৰ্শ বিহীন একো একোটা গুণ্ডা বাহিনীলৈ স্খলন ঘটে। প্ৰথমে নিজকে প্ৰতিষ্ঠিত কৰক, তাৰ পাছতহে সংগঠিত হৈ নিজৰ জাতিৰ কাৰণে কাম কৰাৰ কথা চিন্তা কৰক।

  • @KempraiArijit
    @KempraiArijit 2 месяца назад

    Dimahasao n karbi anglong saport

  • @JintoGogoi-tv4ux
    @JintoGogoi-tv4ux 2 месяца назад +1

    কাম নাই আৰু মোৰ লগত পথাৰলে আহিবি কুৰ মাৰিবলে

  • @Bhumiputro
    @Bhumiputro 2 месяца назад

    এটা হৈছে ধূৰ্ত আৰু আন এটা হৈছে নিজেই নিজক স্বীকৃতি দিয়া অসমৰ।নামত আদৰ্শ আৰক্ষী । নিজৰ মাজত লাগি লাগি মৰ তহঁত 😂😂😂

  • @jyotishpanging1371
    @jyotishpanging1371 2 месяца назад +4

    Actualy ai etu lachit sena bhul.karon lachitsena akonman gomondi asae.

  • @GourisankargogoiGouri
    @GourisankargogoiGouri 2 месяца назад

    টোত চালা মূৰ্খ সৱ,, নিজৰ ভাই ভাই ৰ মাজতেই লাগিবৰ লাজ জে নালগিল।

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 месяца назад

    লাচিত সেনাই ব্যক্তিগত সুবিধাৰ বাবেও কাৰোবাৰ পক্ষত কাম কৰেনেকি ?

  • @akashkashyap6589
    @akashkashyap6589 2 месяца назад

    Bir lachit sena zindabad

  • @mixxup8075
    @mixxup8075 2 месяца назад +1

    Ai a amar jatiyta bad powerr khuwa kamora..

  • @BikramDas-m3v
    @BikramDas-m3v 2 месяца назад +1

    Mojja mura nijor nijor major kela hot

  • @digantaborah9330
    @digantaborah9330 2 месяца назад +1

    নিজৰ মাজতে কাজিয়া লাগি থাকোতে আনে দুৰ্বলতাৰ সুযোগ লব ।

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko 2 месяца назад

    লাচীত সেনাই টকা ললে নকি বিজেপিপৰা ..ছলিহাই টকা ললে

  • @BharaliBharali4090
    @BharaliBharali4090 2 месяца назад +9

    Support Lachit sena🤘

  • @fakaruddinahmed3785
    @fakaruddinahmed3785 2 месяца назад +3

    কাৰ মুখ কত পেটো কত ধৰিবই নোৱাৰি ।

  • @NRJ19888
    @NRJ19888 2 месяца назад +3

    Nijor nijor majot mori thak kela....

  • @amritgogoi3991
    @amritgogoi3991 2 месяца назад

    দুটা মান মৰি নগলে বিশ্বাস কৰিবলৈ টান হয় । 😅😅😅

  • @birajsaikia8671
    @birajsaikia8671 2 месяца назад +1

    Raijor dal ba Lachit Hena Sivasagar r Gurdian nohoi.

    • @rajadutta8635
      @rajadutta8635 2 месяца назад

      Correct ...Axomia people should not support these Goonda Parties and Tyrants ...we have seen ASSU ,AGP ,ETC ,ETC ...they are actually parasites living LUXURIOUS LIFE on the labour and toil of our innocent Assamese youths by attracting them with the call to SAVE ASSAM .THESE SENA ,ASSU ,AGP ,are not actually interested to SAVE ASSAM BUT TO SAVE MONEY & POWER FOR THEMSELVES .THESE ORGANISATION ARE actually spoiling our young generation by bringing the youth in their fold ...when young generation should study and work hard to make their career and make a better life for themselves .

  • @rimirabha7181
    @rimirabha7181 2 месяца назад

    মৰা মৰি হ তহত

  • @rideepgogoi1720
    @rideepgogoi1720 2 месяца назад +1

    Hongothonor kormi ami sini pabo nai gunda hupa humuwai. Loi aru akhomiyake dom diye ehot.asolote ehot sob nij nij area burot eta eta local Gunda nijor sarthot hongothon nam loi ehoti nijor sartho puron kore .jodi eman jatir dol asili kio hokoluway kotha pati mimangkha nokorili eybur natok rajpothot kori kio akhomiyake Ane hahibo logiya kam korili.

  • @RitopanRajbongshi4
    @RitopanRajbongshi4 2 месяца назад +6

    বিজেপি চৰকাৰ জিন্দাবাদ।।

  • @biswajyoti9982
    @biswajyoti9982 2 месяца назад

    nijor lgt lgi thakute bahiror bur khubdha pb....😢😢😢

  • @jiliengti883
    @jiliengti883 2 месяца назад +1

    Xoni lagise

  • @chinmoyb11
    @chinmoyb11 2 месяца назад

    Nijor majot nalagibo o kokai xokol..bahira manuhe sol pabo🙏

  • @hridoyxeujia4414
    @hridoyxeujia4414 2 месяца назад

    এনেকৈয়ে অসম বচাব😅

  • @kabitabhuyan545
    @kabitabhuyan545 2 месяца назад

    BJP ৰ ভক্ত

  • @ratulbaruah4598
    @ratulbaruah4598 2 месяца назад

    Letera Rajniti porihar korok.

  • @w22w2wwwwww
    @w22w2wwwwww 2 месяца назад +4

    Akhil gagoi jindabaad 🙏🙏

  • @babusaikia7886
    @babusaikia7886 2 месяца назад

    এবোৰ চাবলৈ বাকি আছিল🙏

  • @gogoiready6853
    @gogoiready6853 2 месяца назад +1

    Akhil Tu ata hopeless

  • @VlogA2Z
    @VlogA2Z 2 месяца назад

    TARGET 2026

  • @puukulu7103
    @puukulu7103 2 месяца назад

    Keep them 24 hour in police station

  • @Xrong355
    @Xrong355 2 месяца назад

    Akhil gogoi k horuabo lga aibr sivsagar t kotha himna

  • @indrajitgogoi5448
    @indrajitgogoi5448 2 месяца назад

    Aiyai axomiya...

  • @mukulbaruah1833
    @mukulbaruah1833 2 месяца назад +3

    Axomr raije Fetikhap(King Cobrak biswakh karile u ) Monubadi,Brahmonbadi,Jatibadi jehadik tilman u biswakh nakoriba. Lachit khenar khenapatijon Ahom niki? Ahom r 600 Basoria khatraj mari ekraj kora Bor Axomt Ahom k matra 5/6 ta Monubadi, Brahmonbadi,jatibadi jehadi virus a Gaddari kari Britsh k Borpira pari bohuaisil. Ai 5/6 ta monubadi, brahmonbadi, jatibadi jehadir gaddarir babe Axom t Ahomr sason r beli maar goisil.

  • @KAUSTOV94
    @KAUSTOV94 2 месяца назад

    Spot the difference between GANG war and this..

  • @bipulboruah3353
    @bipulboruah3353 2 месяца назад

    Sanda party laj loga nai

  • @PureReview5
    @PureReview5 2 месяца назад

    Khudra sartho r babe jatiyota badi hokti homuha nijor majote vivajon naniba, hoklu jatyotia badi hokti axom aru axomia r bihotor sarthot ektrito hoi thakib lageb, ektrito vabe juj diba lageb kandhot kandh milai, karon amar honmukhot bhut honkot ahi ase, ami axomia hodai akha kru, aru anurdh kru hoklu jatiyota bade ektrito hoi thakok, ekedal enajori bandh khai,

  • @rupamnath3961
    @rupamnath3961 2 месяца назад +1

    Akhil Ali Borbhuya 🟩🟥

    • @rajadutta8635
      @rajadutta8635 2 месяца назад

      Hoi ! Yier Muslim supporter Basi ...Ie kabol Muslimor loghot thake .

  • @jugal69006
    @jugal69006 2 месяца назад +1

    HaHaHa

  • @dipjyotidas2039
    @dipjyotidas2039 2 месяца назад +1

    Raijor dalr kaam nai

  • @PritamBoro-s1c
    @PritamBoro-s1c 2 месяца назад

    এয়া য়েন দল নহয় গুন্দা গিৰী হে

  • @KempraiArijit
    @KempraiArijit 2 месяца назад

    Dimasa aru karbi saport ase ani time

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 2 месяца назад +1

    Kune kar pora poisa loisa hei2 kua

  • @aliciadawns8535
    @aliciadawns8535 2 месяца назад +1

    Badonor ako arbibhab hol eibar axom dhongho huatu nissit .

    • @rajadutta8635
      @rajadutta8635 2 месяца назад

      Nisschit Axom dhongho hobo ..bro ..take my.word .

  • @bidyutgogoi2538
    @bidyutgogoi2538 2 месяца назад +1

    Amar assamar kishoa manuh murkha karane aji Ane bilai

    • @rajadutta8635
      @rajadutta8635 2 месяца назад

      Ami ja hodai Murkhok support koru ..etu amar nature

  • @karanrajkhowa5084
    @karanrajkhowa5084 2 месяца назад

    Raizor dolor gaat dukh ase eyat..

  • @Bipuldaz
    @Bipuldaz 2 месяца назад

    Jay ho😂😂😂😂