ধিং আৰু শিৱসাগৰ কাণ্ডক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য..

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ সদনত প্রতিক্রিয়া মুখ্যমন্ত্ৰীৰ। ধিং আৰু শিৱসাগৰ কাণ্ডক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য...
    ‘শিৱসাগৰৰ পৰিৱেশ পৰ্যবেক্ষণৰ বাবে ৰণোজ পেগুক প্রেৰণ কৰা হৈছিল’
    ‘মাৰোৱাৰী সমাজক আঠু কঢ়োৱা হোৱা নাছিল’
    ‘মাৰোৱাৰী সমাজে আহি নিজেই এই পদক্ষেপ লৈছিল’
    ‘মাৰোৱাৰী সমাজৰ বিৰুদ্ধে ফেচবুক-টুইটাৰ ভৰি পৰিছে’
    ‘ধৰ্ষণ, হত্যা আদি সমাজিক অপৰাধ’
    ‘ইয়াৰ বাবে আমি সকলোৱে মাত মাতিব লাগিব’।
    #PratidinTime #HimantaBiswaSarma #Dhing #Sivsagar #assembly

Комментарии • 12

  • @papul914
    @papul914 17 дней назад +2

    মামা love you

  • @MINE_Craze_81
    @MINE_Craze_81 17 дней назад

    Miya kothat Congreesor leader kaijonor upper assamot nijor vote komi 26 t haribo..

  • @manoranjanduckandpoultryfa2121
    @manoranjanduckandpoultryfa2121 17 дней назад +1

    Aibilak rajniti..gaurab gogoir agat 26 t harib buli upper assamer manuhak alp tail marise..

    • @spiritualiq-n8g
      @spiritualiq-n8g 17 дней назад

      Tar pasot garavuddin ah upper Assam t miya bohuabo

  • @manoranjanduckandpoultryfa2121
    @manoranjanduckandpoultryfa2121 17 дней назад

    Korile Vaal 26 r pisat aku akei hb

  • @dhritirajkashyap1827
    @dhritirajkashyap1827 17 дней назад

    Bjp long livs

  • @user-ru4rx5mk4x
    @user-ru4rx5mk4x 17 дней назад

    অসমৰ সকলো কোণৰ পৰা খিলনজীআৰ ৰাইত আছে যে অসমিয়াৰ হ কে মতাৰ,, মুছলিম ,হিন্দু, হওঁক,,,, কিন্তু অনা অসমিয়াৰ নাই,,,,

  • @radaliassame3397
    @radaliassame3397 17 дней назад

    অসমত বিধায়ক হৱলৈ হলে অসমীয়া ভাষাটো জনা স্পষ্ট হৱ লাগে