Assamese Devotional Song | Jomdutor Shasti Pai | Zubeen Garg | লোকগীত | Tukari Geet Bandhoi Vol - ll

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • Assamese Devotional Song | Jomdutor Shasti Pai | Zubeen Garg | লোকগীত | Tukari Geet Bandhoi Vol - ll
    LIKE | SHARE | COMMENT | SUBSCRIBE
    ♪ Song : Jomdutor Shasti Pai
    ♪ Album : Tukari Geet Bandhoi Vol - ll
    ♪ Singer : Zubeen Garg,
    ♪ Music : Zubeen Garg
    ♪ Label : N.K. Production
    ♪ Category : Album
    ♪ Sub Category : Devotional Song / Lokgeet
    ♪ Langauge : Assamese
    #n_k_production#zubeen#assamese
    DIGITAL PARTNER : RDC MEDIA PVT LTD
    ------------------------------------------------------------------------------------------------
    Hope You Enjoy This Song, If You Like This Assamese Love Song Please Share, Comments & Subscribe Our N.K. Production Channels For More Entertaining Songs.
    SUBSCRIBE NOW !!!
    / @n.k.production

Комментарии • 18

  • @tentacion787
    @tentacion787 Месяц назад +1

    Krishno krishno 🙏🙏🙏

  • @lakhyadeepkalita-8063
    @lakhyadeepkalita-8063 5 лет назад +11

    *সচাই এইবোৰ গীত 💞 শুনি থাকিলে শুনি থাকিবৰ মণ যায় ক্ষন্তেক সময়ৰ বাবে অতীতলৈ মণত পৰে আৰু মণৰ পৰা আঁতৰি যায় দুখবোৰ 💞 পাগলৰ দৰে বিচাৰি আছিলো এই গীতটো জুবিন গাৰ্গৰ পুৰণি অন্তৰ চুই যোৱা গীতবোৰত মই জীৱনৰ সুখ দুখ জীয়াই থকাৰ প্ৰেৰণা পাও এইবোৰ গীতৰ জনপ্ৰিয়তা এতিয়াও আছে চিৰদিনলৈ থাকি যাব*

  • @bijusaikia2586
    @bijusaikia2586 2 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏

  • @AssameseKnowledgeTV
    @AssameseKnowledgeTV 5 лет назад +3

    Herai jabo khuja geet'bur RUclips't upload kora ei mohan padakhyepar babe NK Production'k osesh dhanyabaad.ami NK Production'r notun Assamese movie ekhonor babe agrahere roisu.Debo Barkataki dai okonman sesta koroksun.aponar NK Production manei jonopriyotar sirsot.etiyau sobore bukut aponalukor geet'bur spandito hoi ase.

  • @বৰপথাৰৰলৰা
    @বৰপথাৰৰলৰা 5 лет назад +4

    ভাল লাগিল। জুবিন দা কৃষ্ণমণি চুতিয়াৰ মহাৰথী টোকাৰী গীতৰ গানবোৰ পাৰিলে দিব।

  • @bishaldas5435
    @bishaldas5435 11 месяцев назад

    কৃষ্ণ পৰ্ভো

  • @MIDUDEORI
    @MIDUDEORI 6 месяцев назад

    niec song

  • @anupdas418
    @anupdas418 5 лет назад +4

    Zubeen da hit 💥💥

  • @lakhyadeepkalita-8063
    @lakhyadeepkalita-8063 5 лет назад +6

    *সেয়ে আমি এই দুদিনীয়া জীৱনত কাকো কেতিয়াও মিছা কথা, মিছা আশা দিব নালাগে আৰু কাকো উপকাৰ কৰিব নোৱাৰিলে অপকাৰ ও কৰিব নালাগে মোৰ বিশ্বাস কৰো যদি জীৱনত ভাল কাম কৰি যাও ভগৱানেও চকু মেলি চাবই আৰু সদায় ভগৱান ৰ ওচৰত বিশ্বাস ৰাখি কাম কৰিব লাগে আৰু আমি জন্ম ৰ সময়ত সকলোৱে হাহিছিল ফূৰ্তি কৰিছিল কিন্তু এনে কিছুমান ভাল কাম কৰা উচিত এই দুদিনীয়া জীৱনত মই মৰাৰ পিছতো যাতে মোৰ কামৰ কথা কৈ সকলোৱে কান্দি উঠে আৰু মই ভাবো মানুহে মানুহক ভাল বুলি কোৱাতো আশীৰ্বাদ আৰু বেয়া,বদমাছ বুলি কোৱা টো অভিশাপ🙏🙏🙏*

  • @অসমপ্ৰতিভা
    @অসমপ্ৰতিভা 4 года назад +4

    Download korebo pora hubidha kori diyok plz...

  • @PapuDutta-mo6ht
    @PapuDutta-mo6ht 3 дня назад

    I Love You Zubeen Da ❤❤😂

  • @জেউতিশৰ্মা
    @জেউতিশৰ্মা 2 года назад +3

    অসমৰ অধিকাংশ মানুহেই যদি এইবোৰ গীত শুনিলেহেতেন আৰু অন্তৰ্নিহিত মৰ্ম অনুধাৱন কৰিব পাৰিলেহেেন, তেন্তে আজি অসমত নেদেখিবলগীয়া, নুশুনিবলগীয়া ঘটনাবোৰ নঘটিলহেতেন।।

  • @Jayanta-ft5xf
    @Jayanta-ft5xf 5 лет назад +2

    Love 👍

  • @madhuborah5779
    @madhuborah5779 4 года назад +2

    Dislike kora kaitak ki j kom aku bhasha nai

  • @tentacion787
    @tentacion787 16 дней назад

    Krishno krishno🙏🙏🙏