Ye bidur Bhai moja hoi je Arun da bou karne jiman like comment dim kom hob bow hosai bhut hanmaniyo val lagil ajir din t bhut kom manuh he ase anekua val lagil
Arun da Aru Bow joni Jate Sara jibon happy thake Mur falor Porai Xey tu Kamona Xosa Koi bhut dhuniya jori Apunalokor Aru bissakh o Bhut Ase Vl lagil video tu Sai bhut bhut
অৰুন দা মানুহ গৰাকী মানসিকতা বহুত ভাল আৰু চিন্তা শক্তি বহুত উচ্চ ,গিৰিয়েকৰ প্ৰতি থকা বিশ্বাস তো বৰ সন্মান জনক।
Aibor bhul prank call hoi
Arun dar wife ...joni amar gaor hoi ...beauty baideu.
❤
Kunubai aibilak prank r karone suicide korile risk kune lobo?
অৰুন দা বৌক দুখ নিদিব কেতিয়াওঁ। এইটো যুগত তেওঁৰ দৰে মানুহ পাবলৈ ভাগ্য লাগিব। ভগৱানে ভালে ৰাখক বৌক।❤
কথাখিনিত অৰুণ দালৈ থকা বৌৰ ভালপোৱা, বিশ্বাস আৰু সন্মান ফুটি উঠিছে, ভাল লাগিল সঁচাকৈ। দুয়োৰে সম্পৰ্কটোৰ মাজত মৰম, ভালপোৱা আৰু বিশ্বাস সদায় এনেকৈয়ে অটুট থাকক।
ভাল লাগিল আপোনালোক দুয়োজনৰ মৰম, বিশ্বাস আৰু সন্মান দেখি ❤❤
সৰলতাই হল নাৰীৰ অন্যতম সৌন্দৰ্য্য !বহুত ভাল ও লাগিল আৰু
বহুত দুখ ও লাগিল!শেষত সকলো
সংশাৰে আপোনা লোকৰ সংসাৰ দ্বৰে
গভীৰ বিশ্বাস আৰু আস্থাত বৰ্তি থাকিবলৈ ভগৱানে কৃপা বাৰ্ষন কৰক তাৰে কামনা কৰিলোঁ!
অৰুণদাৰ বৌৰ কাৰণে মোৰো চকুপানী ওলালে দেই। অৰুণদাৰ প্ৰেংক কল কিন্তু বেষ্ট 👍👍👍
বৌ কথা বোৰে কন্দুৱাই দিলে,অৰুণ দাৰ বৌ আপোনাক চেলুত দিছোঁ,, বহুত ভাল আপুনি আপোনাৰ মন মানসিকতা বহুত বেছি ধুনীয়া,, আপোনাৰ দৰে সকলো বিচাহিত নাৰীৰ মন যদি এনেকুৱা ধুনীয়া হল হৈ বেয়া সম্পৰ্ক বজায় এটা ভাল হৈ গল হেঁতেন, ❤
ইমান যে বিশ্বাস ,, কান্দি কান্দি চালো ভিডিঅটো বুকু খন মোৰেই বিষাই গ'ল বৌৰ কথা খিনি শুনি , অৰুণ দা বৌক কেতিয়াওঁ বিশ্বাস ঘাটক নকৰিব বহুত ভাল পায় আপোনাক ❤️
এনে প্রেংক কল জৰিয়তে বিশেষকৈ স্বামীৰ প্রতি বিশ্বাস, ভক্তি, আৰু মৰমৰ ভাৱটো অতি স্পষ্টকৈ ফুটি উঠিছে। ভাল লাগিল। সচাঁকৈ স্বামীক এনে এটা ঘটনা আমাৰ দৰে পত্নীয়ে সহিব নোৱাৰো। তাতকৈ মৰি যোৱাই ভাল বুলি ভাৱিব পাৰি। ভাল লাগিল ভিডিও টো চাই।
অবিশ্বাসেই সন্দেহৰ মূল কাৰণ। গতিকে অন্তৰত বিশ্বাস থাকিলে সকলোতে
জয়যুক্ত হ ব ই❤।
হাহিঁ ৰখাৱ নোৱাৰিলোঁ 😂😅 দুখ লাগিল বৌ জনীক ..😢😊 সহজ - সৰল মনৰ মানুহ।।
বহুত বিশ্বাস,, স্বামী স্ত্রীৰ। আদৰ্শ সমাজৰ বাবে 🙏🏽
মোৰ জীৱনত দেখা আটাইতকৈ বেষ্ট prank এইটো!❤
অৰুণ দা ❤ অৰুণ দাৰ লগত ক্থা পাতি ও বহুত ভাল লাগে , দুবাৰ লগ পাইছো ,মানুহ জনক ভাল লাগে। বৌ জনি সছাই ধুনিয়া অৰুন দা।
আচৰিত হৈছোঁ , অৰুণদা বৌৰ মাজৰ অগাধ বিশ্বাস আৰু প্ৰেম দেখি,,,
হেই মানুহ মৰী যাব দেই 😀😀😀ভাল লাগিলে 👌👌👌👌
সঁচাকৈ অৰুণ দাৰ বৌ জনি প্ৰকৃত পত্নী, বহুত ভাল বো জনি , বহুত বুজি পাই তেওঁ,,,,,,,
ভাল লাগিল,পতি পত্নী মৰম এনে ধৰণৰ হ'ব লাগে।বিশ্বাসৰ মাজেৰে এখন সংসাৰ চলি থাকে।
বহুত ধুনীয়া হৈছে , অৰুণ দা আৰু বৌৰ ভালেই থাকে ।
অৰুণ দাৰ বৌলৈ এটা like দিছোঁ। বহুত বহুত ধন্যবাদ দুয়োজনলৈ। এনেকৈ সদায় মিলি জুলি থাকিব।
বিশ্বাস মৰম সন্মান এইখিনিয়েই যথেষ্ট সংসাৰ এখনৰ বাবে ❤❤
এনেকৈ prank কিয় কৰে, বৌ জনীয়ে দুখ পায়ছে।। দাদাৰ প্ৰতি তেওঁৰ বিশ্বাস যথেষ্ট।। ভাল লাগিল সেইটো।।
দাদাৰো কিন্তু দুখ অকন লাগিল দেই বৌয়ে কন্দা দেখি সেইটো ফুটি উঠিছে😊😊
এই মৰম, বিশ্বাস, শ্ৰদ্ধা, ভাল পোৱা দুয়োৰে মাজত আজীৱন থাকক আৰু জীৱন সুখৰ হওক❤❤❤❤
উফফ বৌ..., সঁচাই ভাল মনৰ মানুহ❤
পুৰুষ স্ত্রীৰ মন হৈবা এক মতি। তেবেসে মিলিব মন হৰিত ভকতি।। হৰ গৌৰীৰ মিলন!! বহুত ধয়্নবাদ!!
এটা সঁচা কাহিনী দৰে লাগিল ।বৰ মন দি চালো।
অৰুন দা বৌ সঁচাই বহুত সাহসী আৰু দয়ালো। এনেকুৱা prank call প্ৰথম পাইছো বহুত ভাল লাগিল ।
One' of the best prank call
Love' Arun daa&mayur daa❤
অৰুন দা বৌ জনী বৰসহজ সৰল
অৰুণ,, দা,,, আপুনি,, ৰাইজক আমোদ দিবলৈ গৈ,,, সেই সহজ সৰল মানুহ গৰাকীৰ হাৰ্ট,, খনত,,, অলপ সময়ৰ বাবেও,, হলেও,, কিমান কষ্ট দিলে,, এবাৰ আপুনি তেখেতৰ ঠাইত,, থিয় হৈ ভাবি চাওকচোন,,,, এনেকুৱা ধেমালি য়ে,,, বহুত ডাঙৰ ঘটনা কৰি দিব পাৰে,,, মানুহৰ হাৰ্ট খন বহুত,,, কোমল অংশ হয়,,,, বাৰু হব দিয়ক,,, বহুত ভাল,,, এটা বাৰ্তা দিলে ঘৰৰ পৰা দূৰত থকা ৰাইজলৈ,,,,,,, পুলিচৰ,,, নাচ,, টো,,, কিন্তু,, বহুত বহুত বহুত বহুত বহুত বহুত বহুত বহুত বহুত বহুত বহুত বহুত,,, ভাল লাগিল দেই,,, এনেকুৱা নাচ আকৌ,,, দেখাব,, দেই,,,, প্ৰভু ভগৱন্তই আপোনাৰ লগতে,,,, ঘৰৰ সকলোকে কৃপা দান কৰক,,,, কৃষ্ণ,,,
সছাকৈ ভাল লাগিল। বহুত হাহিলো দেই।
নিজৰ মানুহজনৰ প্ৰতি বৌৰ মৰম , বিশ্বাস আৰু সন্মান দেখি সঁচাই আপ্লুত হ'লো❤
এজনী নাৰী নিজৰ মানুহ জনৰ কাৰণে কিমান চিন্তা কৰে আজি বুজিলো 😢😢
Bow k kintu manisu dei. Bhut mrm bow apunarlai.. eman biswas j ase dada uprt val lagil.. sb manuh jate anekua hoy .
Best prank ever😂❤❤বৌৰ সৰলতাখিনি বহুত ভাল লাগিল। ❣️❣️
Ye bidur Bhai moja hoi je Arun da bou karne jiman like comment dim kom hob bow hosai bhut hanmaniyo val lagil ajir din t bhut kom manuh he ase anekua val lagil
Arun Da bowk manibo lagibo apuni aru bow hodai vale thakok enkoi morom thakok mayur da best prank call aitu
Arun দাৰ অভিনয় চাই বহুত বেছি ভাল লাগে -ৰাজধানী থিয়েটাৰ খন চালোঁ বহুত বেছি ভাল লাগিল --আগলৈ আকৌ আশাৰে ---
Super Arun daa ...comedy king
হাঁহি ৰখাবো নোৱাৰিলোঁ mojaa lagise kintu video tu😂
অৰুণ দা বৌক নমস্কাৰ ❤
ঘৰ পোৱাৰ পাছত যে পিঠি বহল হ'ব সেইটো খাতাং😂
😅😅😂😂
Arun da Aru Bow joni Jate Sara jibon happy thake Mur falor Porai Xey tu Kamona Xosa Koi bhut dhuniya jori Apunalokor Aru bissakh o Bhut Ase Vl lagil video tu Sai bhut bhut
Bahut bhal lagil ....potni anokuya hoba lage ❤❤.
অন্তৰ চুই গল ❤❤❤
Best of the best prank call 👍👍 Arun da and Mayur da😊
অৰুণ বৰা আপোনাৰ অভিনয় বহুত ভালপাও, এটা অনুৰুধ এনেকুৱা অভিনয় আঁতৰত থাকিলে নকৰিব, বিপদত পৰিব।
Mayur daa r চেনেলৰ BEST PRANK aitu 😂❤
সঁচাকৈ।কান্দি গ'লোঁ বৌৱে কন্দা শুনি
এনেকুৱা কলে কেতিয়াবা অসুবিধা কৰিব পাৰে।ভাবি চাব।
Dhemali jodio olop time r karone bhut heart hoisil boujoni..anekuwa nokoriba dey manash...beya lage o..Bou joni xosay bhut val dey.. Duyore morom valpowa xoday jugomiya hoi rouk...
অতি সুন্দৰ 👌👌
Mosty tu val lagil.
অৰুণদাৰ নবৌৰ বাবে শতকৌটি নমস্কাৰ।
কি হব যে ময়ুৰ টামাম হাহিছো , বৌ সচাকৈ বুলি ভাবিছিল , অৰুণ দা আপোনৰ অভিনয় চাই বহুত ভাল লাগে ,
Bohut bhal family...good job Arun da
বহুত ভাল পাওঁ অৰুণ দা আপোনাক ❤❤
বহুত বেছি ভাল লগা এটি prank call ❤❤❤ যিবিলাকৰ গিৰীয়েক দুৰত থাকে সকলোৰে মনত এইবোৰ ভয় থাকে ।দুনিয়া খনত যিবোৰ হে ঘটি থকা হৈছে ।আপোনালোকৰ সংসাৰখন আৰু মজবুত হওক তাকেই কামানা কৰিলোঁ ❤❤❤
Wife goraki hosai bht vl dei..tekhetor kothaburot moi emotional hoi golu. Emn biswas ase husband r uport..Enekua biswas lagei husband wife r majot.. ❤
Vogowane jate arun da potni dore buwari ajoni die
বহুত মৰম আৰু বিশ্বাস ❤
Arun Da Bow r Babe ata like
বহুত ভাল লাগিল হাহি হাহি পেট বিষায় গল, লগতে অৰুন দাই বৌজনিক সাধি সাধি পাইছে দেই
Kiman val pai dekhisa ❤ mrm sodai anekuwa hoi thakok ❤
অৰুণ মই অমূল্য মামা এনেকুৱা ধেমালি নকৰিবা ,মোৰ বহুত দুখ লাগিল । ভাল লাগিল সুখত থাকা, নলবাৰীৰ খবৰে মোক বৰ আনন্দ দিছে । 😅
Bou jnik bhut vl lgile
God bless u Arun daa and your happy family
Bau bht val dhaije ...আমি হোৱা hoi ভাল বেয়া কথা koi ঠিক গালি দিলোঁ hoi
ভাল পোৱা মাজত মৰম বিশ্বাস আৰু সন্মান দেখি ভাল লাগিল
সুন্দৰ অতি সুন্দৰ।
Arun da bou karone ata like.😢
Right ❤❤❤❤
Ultimate prank 😂❤❤❤ বৌ karone চেলোত
তুমালুকৰ ভীদুভাল লাগে
বৌয়ে বহুত বিশ্বাস কৰে।
মুখৰ ভাষা ভাল সেইটো ভাল লাগিছে।
Best prenk cl
অৰুন দা জুই।
বহুত ভাল লাগিল চাই, চকু পানী ওলায় গল।
True love true heart.👍
Sokur Pani uliai disa de, outstanding
Thanks for both Arun and his wife.
Arun da bou Jani hosai bahut val ..
Bohut val lagile sai 😢 dadar poti bohut morom day bour
প্ৰেংকল টো ভাল লাগিল, কিন্তু অধিক নহয়,আপোলোকৰ মৰম ভাল পোৱা গভীৰ ভাল লাগিল
Sokupani olai gol... Morombor sodai anekoi thakok bou ru dadar majot❤️
দুয়ো জনৰ যুগ্ম জীৱন সুখী হোৱাৰ কামনা কৰিছোঁ।
বহুত ভাল লাগিল❤
মানুহ জনী ভাল হয় দে 😊😊😢😢❤❤😂😂😅😅😅
Love you Arun da।।। বৌ লৈ o মৰম থাকিল
অৰুণ দা আৰু বৌ কাৰনে এটা like
আইঔ মানুহ মাৰিবা দেই। ভাল লাগিল।মোৰো বেয়া লাগি গৈছিল।
Mojja lagil
বহুত বহুত ভাল লাগিল
Hosakoi bht bhal lgil.
Bor mojjah vl lagise sai
নাপাই দেই এনেকুৱা কৰিব,বৌ জনীৰ অৱস্থা বেয়া হৈ গৈছে।😂😂
It is the best prank call in my life
অতি সুন্দৰ অৰুন দাদা।
Aiiiuu amr baa joni♥️😘
Dhunià prank call
Hosake bohut vall lagill aponalukor morom.❤❤❤
Bou jnik bhut vl lagil
ভাল লাগিল ।