Akhanda Mandalakaram Vyaptam Yena Characharam || Guru Stotram || Guru Vandana

Поделиться
HTML-код
  • Опубликовано: 16 янв 2025

Комментарии • 1,2 тыс.

  • @gitanjali2043
    @gitanjali2043 2 года назад +265

    WhatsApp status t video ata dekhie RUclips t bisari ahilu💞🥰ki kom...emn val lgise bujabo nuwaru vakhare🥺🥺❤️❤️eman hundor... emn Dhunia... vakha nay hosae ...apun pahora hoi jau huni thakile....mon fresh hoi jaii🥺❤️🌸 love too much...🌼🌼🌼 হাজাৰ বাৰ শুনিলেও আমনি নালাগে... হে প্ৰভু নাৰায়ণ:❤️

  • @anudeka3719
    @anudeka3719 3 года назад +68

    সুন্দৰ❤ আমাৰ সংস্কৃতিৰ এনেদৰে বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ সুন্দৰ প্ৰচেষ্টা অব্যাহত ৰাখক

  • @hdfactsinhindi5448
    @hdfactsinhindi5448 3 года назад +85

    আমাৰ অসমীয়াৰ সংস্কৃতিক লৈ মই সদায় গৌৰাম্বিত।।।

  • @gaurangaborah8820
    @gaurangaborah8820 3 года назад +12

    সুন্দৰ কণ্ঠ আপোনাৰ🔥❤️🙏

  • @nityanandakakati5859
    @nityanandakakati5859 3 года назад +8

    Bahute val lagise, enekowa sadai jaate pai thako, bahute aasa aaponr oprt. 💐👌🙏🙏🙏🙏🙏🙏aaponk vagabane mangal karak,desire song, heart touching,

  • @pypypnpn4077
    @pypypnpn4077 3 года назад +293

    এইধৰণৰ ইশ্বৰ বন্দনা বহুখিনি আছে যাক মন্ত্ৰ বা স্তোত্ৰম বুলি কওঁ ;সেইসমূহ মহামন্ত্ৰক সুৰ সংগীতৰ আকাৰ দি গাবলৈ অনুৰোধ জনালো ।বৰ সুললিত অতুলনীয়া গায়কি বন্ধুবৰ ।আন্তৰিক ধন্যবাদ ।কুশলে ৰাখক প্ৰভুভগৱন্তই ।কৃষ্ণ ৰাম ॥

    • @hemantagogoi8685
      @hemantagogoi8685 2 года назад +4

      ❤️❤️

    • @bhargovsharma1766
      @bhargovsharma1766 Год назад +9

      Brother mantra and strutam is different ,,mantra is the use for specific work ,, but strutam is kind of bhakti geet jot ishwar bikhoye kuwa hoi aru Ishwar or bhakti kora hoi ,, hokolu bhogobanor a specific strutam ase ,,mantra t bhokti kora nhoi mantra Dara ami bhogobanor lgt honjug sthapon koru yar upori amar bibhonno kamkaj r babe hohai u mantra Dara bisaru

    • @jitendranathjohari8582
      @jitendranathjohari8582 Год назад +2

      See comments for translation

    • @santonuroy8072
      @santonuroy8072 Год назад

      Ata apnago Kon vasa provu 🤦

    • @jitendranathjohari8582
      @jitendranathjohari8582 Год назад

      @@santonuroy8072 could not understand what u wrote.may write in spoken English

  • @shivanicovers1286
    @shivanicovers1286 2 года назад +10

    সুন্দৰ কণ্ঠৰ লগতে সুন্দৰ মনোমোহা পৰিবেশন 👌 দিনটোত কিমান বাৰ শুনো হিচাপ দিব নোৱাৰো..আশাকৰো এনেকৈ সুন্দৰ সুন্দৰ গীত পৰিবেশন কৰি আমাক সকলোকে উপহাৰ দি যায় 🙏 ভগৱানে মঙ্গল কৰক জয় কৃষ্ণ🙏

  • @Udeshnadutta9395
    @Udeshnadutta9395 3 года назад +27

    সঁচাকৈ এক মধুৰ গীত যিটো গীত শুনিলে মনৰ সকলো দুখ যন্ত্ৰণা দুৰ হৈ যায় এই গীত গোৱাজনক মই শতকোতী প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏

  • @rasmisaikia2825
    @rasmisaikia2825 3 года назад +8

    Hunilai huni thakibor Mon jai..... Nice..

  • @goldenkrsna8685
    @goldenkrsna8685 3 года назад +15

    ৰাতিপুৱা শুনি মনটো ভাল লাগি গল ।বহুত ধন্যবাদ ।

  • @twilightgirl5535
    @twilightgirl5535 2 года назад +17

    মোৰ মনলৈ negative চিন্তা আহিলে মই এই গীতটি শুনো এই গীতটিয়ে মোৰ মনলৈ positivity চিন্তাৰ ধাৰা বোৱাই আনে ।
    সচাঁকৈ য়ে গীতটি অতুলনীয় ।
    🙏🙏🙏

    • @whatshappstatusvideo5592
      @whatshappstatusvideo5592 2 года назад +1

      Hosakoi hunile kiba gar num thio hoi jai moi nijei najanu ki hoi mur eman val lage

  • @pragyan__official5164
    @pragyan__official5164 3 года назад +19

    বৰ ধুনীয়া লাগে পাই শুনি এনেকুৱা লাগে যে ভগৱানে নিজেই গৈছে অতি সুন্দৰ দাদা😊🙏শুনিলেই সকলো বেয়া ভাব দূৰ হৈ যায় ।

  • @gautomhazarika3583
    @gautomhazarika3583 2 года назад +6

    সঁচাই বৰ সুন্দৰ মনোমোহা ।।।💖 ভাষা নাই ।। মন টো মুকলি হৈ গল ।। ভগবান🙏🙏

  • @debajanikalita1461
    @debajanikalita1461 Год назад +6

    কৃষ্ণ কৃষ্ণ,বহুত ভাল লাগিছে।এনেকৈ আগ বাঢ়ি যাওক।

  • @GAURANGA-x6c
    @GAURANGA-x6c 2 года назад +6

    হৃদয় চুই যোৱা কন্ঠ ৷নিৰ্মল আনন্দই প্ৰাণ ভৰি গ’ল ৷

  • @PriyankaDas-to6gf
    @PriyankaDas-to6gf 3 года назад +11

    Mur lorai khuni eman val pai khunie thake , khosakei bohut val lage , krishna

  • @officialbindasssmriti3344
    @officialbindasssmriti3344 3 года назад +9

    Bohut val lage abar hune le mon novore hune thake boi mon jai bohut mane bohut val lage

  • @manojsamant4677
    @manojsamant4677 3 года назад +8

    ইমান সুন্দৰ ভক্তিমূলক গীত
    জয় গুৰু শংকৰ

  • @janmonikonwar4817
    @janmonikonwar4817 3 года назад +9

    পুৱাই দেহ মন শাঁত পৰি গ’ল ৷অপূৰ্ব

  • @porinitaborah9504
    @porinitaborah9504 3 года назад +7

    আপোনাৰ সুন্দৰ কণ্ঠত গীত টি য়ে আৰু বেছি প্ৰাণ পাই উঠিছে। বহুত বহুত ধুনীয়া লাগিল।।

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  3 года назад

      আপোনাক ধন্যবাদ জনাইছোঁ🙏🙏

  • @kuwalientertainment8832
    @kuwalientertainment8832 3 года назад +11

    মন মগছ সকলো হাটপেলাই যায় এই গান টোৱে।আপোনাৰ মাত টো বিৰাট ভাল লাগে।।।

  • @ranjitlachan7332
    @ranjitlachan7332 3 года назад +5

    Sumodhur konthor logote hundor voktimulok geet, bohut val lagil

  • @pabitriboruah2422
    @pabitriboruah2422 3 года назад +14

    🙏 সুন্দৰ গীত উপহাৰ দিয়া কাৰণে তোমাক বহুত ধন্যবাদ।

  • @rashmigogoi7121
    @rashmigogoi7121 2 года назад +5

    ইমান ধুনীয়া হৈছে 😍 হাজাৰ বাৰ সুনিলেও আমনি নালাগে 🙏🙏 আপোনাৰ মাতটো সচায়ে বহুত ধুনীয়া 😘🙏

  • @bhaskarsvlogsmotivation8962
    @bhaskarsvlogsmotivation8962 3 года назад +4

    অতি সুন্দৰ
    জয় গুৰু শঙ্কৰ🙏🙏

  • @sanatanentertainmentandcre6409
    @sanatanentertainmentandcre6409 2 года назад +8

    বৰ সুন্দৰ দাদা ❤💙💙💙 সোনাৰু সালধীয়া হাঁহি এতিয়াও সমানে প্ৰিয়💙💙💙 আপোনাৰ পৰা ভাল ভাল গীত আশা কৰো।

  • @swapandas4590
    @swapandas4590 3 года назад +7

    Aponar git to hare hare khire khire khomai goise 🙏🙏🙏

  • @abinashbordoloi3478
    @abinashbordoloi3478 3 года назад +6

    Puaew xunibo pai Montu bohut vl lagil ...bohut dinor pora akha kori asil.....jai Shri Krishna

  • @nilutpolaborah7631
    @nilutpolaborah7631 3 года назад +5

    Bohut bhal lagile dei huni..montu tu bhal lagi jai hunile huni a thakibo mon jai..aru lage enekua❤️❤️

  • @ranjumonibhagawati3692
    @ranjumonibhagawati3692 3 года назад +8

    🕉🙏🙏🙏🕉
    হিয়া মন জুৰ পৰা অতি মধুৰ কণ্ঠ । শুনি থাকিলেও হেঁপাহ নপলায় ।

  • @padmajitboruah778
    @padmajitboruah778 3 года назад +9

    বঢ়িয়া হৈছে ... Tasmoi Sri Guruve Namaha

  • @rajatgogoi6441
    @rajatgogoi6441 2 года назад +8

    সঁচা কৈ মনটো বহুত মুকলি হৈ গল ভগবানৰ মহিমা সঁচাকৈ অপাৰ

  • @borasaborah9387
    @borasaborah9387 3 года назад +20

    একান্ত মনে শুনিলে আপোন পাহৰা হৈ যাও চোন😊। বহুত বহুত ধন্যবাদ 🙏ইমান সুন্দৰ গীতটি উপহাৰ দিয়া বাবে 🙏🙏

  • @srbtv5799
    @srbtv5799 3 года назад +9

    কৃষ্ণ কৃষ্ণ

  • @BinaBoruah-eb6hu
    @BinaBoruah-eb6hu 4 месяца назад +6

    মানুহৰ যদি মন টো বেয়া চভাবৰ হৈ এই ধৰ্ম গীত টো শুনিলে মনৰ পৰা সকলো বেয়া চভৱ আঁতৰি যাব জয় শ্ৰী কৃষ্ণ

  • @assamunlimited348
    @assamunlimited348 3 года назад +4

    শীতল হৈ যায় মন। best Guru বন্দনা

  • @anudeka3719
    @anudeka3719 2 года назад +7

    ইমান সু মধুৰ কন্ঠ, শুনি থাকিও আমনি নেলাগে, পুৱা বিচনাতে তিনিবাৰ আৰু ৰাতি শোৱাৰ সময়ত তিনিবাৰ মান ৰি কৰি কৰি শুনো ❤❤❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  2 года назад

      🙏🙏🙏

    • @ajitneog7659
      @ajitneog7659 2 года назад

      @@CSSHIVAAOFFICIAL সঁচাকৈ অপূৰ্ব্ব শ্ৰুতিমধুৰ কণ্ঠ👌👌 মোক অডিঅ কৰি পঠাব নেকি দাদা ?

    • @yourlee8850
      @yourlee8850 2 года назад

      🦚

  • @bishalbora123
    @bishalbora123 Год назад +9

    বিচাৰি বিচাৰি আজি পাইছোঁ,,,সদায় ভাওনা বা নামঘৰত গানটো শুনি গা নোম থিয় হৈ যায়।আজিহে বিচাৰি পাইছোঁ গানটো।💕💚

  • @romonideka5158
    @romonideka5158 3 года назад +9

    আঃ কি সুন্দৰ কণ্ঠ
    শুভেচ্ছা থাকিল দাদা

  • @Amit360Media
    @Amit360Media 3 года назад +10

    As always, heart touching songs.
    Top above the world. ❤❤❤
    And Happy birthday many happy returns of the day. 🎂

  • @sewalidutta8499
    @sewalidutta8499 3 года назад +4

    My god....অপূৰ্ব,,,,, অপূৰ্ব,,,, মনৰ সকলো চিন্তা দূৰ হৈ যায়

  • @ankitabordoloi6943
    @ankitabordoloi6943 10 месяцев назад +5

    গাঁৱৰ ভাওনা অনুষ্ঠানৰ আগত এইটো শুনা পাইছিলো।ইমান ভাল লাগিল যে বিচাৰি বিচাৰি উলিয়াইছো

  • @axomiyahaj7273
    @axomiyahaj7273 3 года назад +6

    আঃ... কমেণ্টবোৰ পঢ়িয়েই ভাল লাগি গৈছে মনটো❤️ সুললিত কণ্ঠ❤️

  • @Debangonaa
    @Debangonaa 2 года назад +3

    Bohut val lagil huni bhogowane apunaku hukhot rakhok jate he krishna

  • @santanukaushikofficial7639
    @santanukaushikofficial7639 3 года назад +5

    অস্থিৰ মনটোক স্থিৰ কৰিবলৈ.....এইয়াই যথেষ্ট 🙏😊💓

  • @paramanandaboruah1315
    @paramanandaboruah1315 3 года назад +7

    My favorite vakti song!❤️
    সদায় শুনি থকা, সদায় গাই থকা৷❤️

  • @ashwinlophong3344
    @ashwinlophong3344 3 года назад +9

    কৃষ্ণ
    বহুত সুন্দৰ

  • @reel540
    @reel540 2 года назад +8

    Mur jibonot jodi kiba oghoton hoi tatiya moi ai geet2 hunile olp time r babe holau sinta bur dur hoi so ...anekuwa geet pam buli bht bht akha rakhilu.krishno

  • @aditsharmaauditsharmapapu9813
    @aditsharmaauditsharmapapu9813 Год назад +7

    মই ভাওনা কৰো আৰু মোৰ জিৱনৰ একেবাৰে প্ৰিয়তম গিত। গুৰুজনাৰ ধ্বনিৰে এই গিতটো মোৰ জিৱন বোলি অনুভৱ কৰো। জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ভাওনা জগত। (কৃষ্ণ)

  • @Krishnaaaaa23
    @Krishnaaaaa23 3 года назад +6

    ইমান ধুনীয়া কন্ঠ 🙏🙏

  • @Rinixaikia
    @Rinixaikia 2 года назад +4

    ইমান ধুনীয়া সুৰ মনতো ভৰি গ'ল ।

  • @prostutiborah3958
    @prostutiborah3958 2 года назад +3

    Hundor hoise ru agg bahi jwk god bless you🙏🙏🙏🙏

  • @rakeshphukan4759
    @rakeshphukan4759 3 года назад +17

    শিৱা দা,দাদাৰ গান,কণ্ঠ-সুৰ ভাল পোৱা সকলে like আৰু share এটা এটা কৰি যাব লাগে।

  • @shirumoniborah5059
    @shirumoniborah5059 2 года назад +11

    বহুত বেছি ভাল পাওঁ এইভাগ । মহাপুৰুষীয়া নাটত এইভাগ গাই যে মই প্ৰথম এইবাৰ শুনিবলৈ ৰৈ থাকো

  • @himadrisaikia2371
    @himadrisaikia2371 3 года назад +10

    অন্তৰ চুই গৈছে মনটো অতি দুখ লাগি আছিল এই গীতটো শুনাৰ পৰা সকলো দুখ পাহৰি গৈছো অশেষ ধন্যবাদ ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ বাবে।

  • @thewhitesnowlabrador
    @thewhitesnowlabrador 3 года назад +5

    খুউব সুন্দৰ হৈছে ।

  • @dulumonibora502
    @dulumonibora502 2 года назад +4

    Hiya mon sui gol ..bohut val lagil

  • @SEBAKCHANGMAI
    @SEBAKCHANGMAI 3 года назад +9

    ভক্তিৰে গদগদ কণ্ঠ ❤️ দাদা চি.এছ শিৱালৈ ধন্যবাদ থাকিল গীতটোৰ উপহাৰৰ হেতু ..💐

  • @rofikulahmed1579
    @rofikulahmed1579 3 года назад +5

    অতি সুন্দৰ

  • @preronasaikia4511
    @preronasaikia4511 3 года назад +13

    জয় গুৰু শঙ্কৰ 🙏🙏

  • @bashantiborah2411
    @bashantiborah2411 Год назад +4

    Iman Sundar kantha huni Amani nalage👌👌👌

  • @shikhaborgohain264
    @shikhaborgohain264 3 года назад +11

    হৃদয়স্পৰ্শী
    সুন্দৰ গীত

  • @biswajyotidasmusic2882
    @biswajyotidasmusic2882 9 месяцев назад +4

    সৰুৰে পৰা আপোনাৰ গীত শুনি আহিছো ॥ প্ৰথম সোনাৰুৰে হালধীয়া হাঁহি গীত টি শুনাৰ পাচৰ পৰাই আপোনাৰ প্ৰতিটো গীত বৰ বেছি ভালে ॥ হয়টো বেছিভাগ গানেই শুনিছো আপোনাৰ ॥ ভবিষ্যতে আৰু সুন্দৰ গীতৰ শৰাই আগবঢ়াই যাব বুলি আশা কৰিলো ॥ এই গীত টিৰ বিষয়ে কিনো ক'ম ॥ অপূৰ্ব ❤❤❤

  • @dibonbarua5233
    @dibonbarua5233 3 года назад +7

    হিয়া শাঁত পৰি গ’ল ৷
    কৃষ্ণ

  • @deepjyotihazarikavlog5810
    @deepjyotihazarikavlog5810 3 года назад +4

    আপোনাৰ সুৰ অবধাৰিত হৈ যাওঁক ৷

  • @sewalidutta8499
    @sewalidutta8499 3 года назад +4

    শুনিয়ে থাকিব মন যায়, ইমান ধুনীয়া সুৰ🥰🥰

  • @-thecreatoroftheuniverse8242
    @-thecreatoroftheuniverse8242 3 года назад +9

    💓❤🙏হরে কৃষ্ণা হরে রাম হর হর মহাদেব💓❤🙏

  • @jyotshnasaikia7873
    @jyotshnasaikia7873 3 года назад +3

    Hundar deha mon hat pari gol🙏🙏🙏

  • @dibonbarua5233
    @dibonbarua5233 3 года назад +9

    সুন্দৰ 😊😊😊

  • @ভাওনা-৩৭
    @ভাওনা-৩৭ 13 дней назад +3

    এই বন্দনা টো শুনি গাৰ নোম শিহৰী উঠিছে বৰ ভাল লাগিল শুনি কৃষ্ণ কৃপা কৰিব কৃষ্ণ🙏🙏

  • @Sushilkr_23
    @Sushilkr_23 Год назад +6

    Bohut vhal lage bujabo nuaru.xunile xuni thakibo mon Jai

  • @rakeshphukan4759
    @rakeshphukan4759 3 года назад +4

    কণ্ঠ আৰু সুৰৰ মহা মিলন,
    এইয়াই শিৱা দাৰ মনোৰম জীৱন।

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  3 года назад

      ধন্যবাদ জ্ঞাপন কৰিছো🙏

  • @debanandamili9846
    @debanandamili9846 3 года назад +9

    বৰৰ্তমান বিশ্বৰ মহাপ্ৰলয়ৰ সময়ত পৃথিবীৰ মানৱ জাতিৰ বাবে সেইয়া এক শ্ৰেস্ততম উপহাৰ আপোনালৈ বহুত বহুত ধন্যবাদ।🙏🙏

  • @jintuumusic1698
    @jintuumusic1698 3 года назад +7

    Fabulous
    Very soothing devotional song
    Awesome tune and voice

  • @pankhisarmah2072
    @pankhisarmah2072 3 года назад +7

    নতুন সুৰ ,বৰ ভাল লাগিল

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  3 года назад

      ধন্যবাদ জ্ঞাপন কৰিছো🙏

  • @MrGuruBhaiofficial
    @MrGuruBhaiofficial 10 месяцев назад +1

    এক বুজাব নোৱাৰা অনুভূতি । কৃষ্ণ বহুত সুন্দৰ হৈছে । আগলৈ যাতে এনে ধৰণৰ গীত সমূহ পাই থাকোঁ। কৃষ্ণ কৃষ্ণ।❤

  • @circuitchalanger1798
    @circuitchalanger1798 3 года назад +5

    Hundor kokai❤️❤️❤️❤️

  • @swarajbaruah2213
    @swarajbaruah2213 3 года назад +4

    বহুত ধুনীয়া লাগিলে শুনি।।।

  • @ppmusical4151
    @ppmusical4151 3 года назад +31

    যেতিয়া মনটো বহুতো দুখে ভাগৰে আজুৰি ধৰে তেতিয়া এই গুৰুস্ত্ৰুতম টো শুনাটো অত্যন্তই আবশ্যক হৈ পৰে।।শুনিলেই সকলো দুখ আতৰি যোৱা যেন অনুভৱ হয়।।অসমীয়া সমাজলৈ আপোনাৰ কণ্ঠত ই এক অনবদ্য অৱদান।ধন্যবাদ দাদা।জীৱনৰ শেষ মুহুৰ্তলৈকে মই এইটো শুনি থাকিব বিচাৰিম। 🙏

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  3 года назад +6

      ইমান মৰম আৰু উৎসাহজনক মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনালো 🙏🙏🙏

    • @ppmusical4151
      @ppmusical4151 3 года назад +2

      @@CSSHIVAAOFFICIAL স্বাগতম 🙏

    • @Uttamsaikia77
      @Uttamsaikia77 3 года назад +3

      🙏কৃষ্ণ 🙏

  • @pahisaikia8438
    @pahisaikia8438 3 года назад +5

    ধুনীয়া❣️❣️

  • @paragsofficial3640
    @paragsofficial3640 3 года назад +7

    গুৰু মাধৱদেৱৰ আবিৰ্ভাৱৰ পবিত্ৰ তিথিত হিয়া শাঁত পেলোৱা এক অনন্য উপহাৰ৷

  • @jitendradigal283
    @jitendradigal283 27 дней назад +2

    Omm namaha bhagabate basudebaya..... 🌹🌹🌹❤️❤️❤️🌼🌼🌼💐💐💐Radhe radhe krishnà krishnà 🚩🚩🚩🙏🙏🙏

  • @jilibora3625
    @jilibora3625 3 года назад +6

    🙏🙏🙏
    ।। কৃষ্ণ।।

  • @robinborah2920
    @robinborah2920 3 года назад +3

    বহুত ধুনীয়া হৈছে ছাৰ।

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  3 года назад

      ধন্যবাদ থাকিল আপোনালৈ🙏🙏

  • @dipsikhabaruah3145
    @dipsikhabaruah3145 3 года назад +9

    Nice...Jai Shree Krishna 🙏

  • @anupammoon8519
    @anupammoon8519 3 года назад +2

    Bht din bisari aaslu dhonyobad dada 🙏💕 bht besi Vaal lge guru stotram💕💕💞😍😍

  • @Uttamsaikia77
    @Uttamsaikia77 3 года назад +6

    🙏জয় গুৰু শঙ্কৰ 🙏
    🙏কৃষ্ণ 🙏

  • @purabisSaikia6054
    @purabisSaikia6054 3 года назад +3

    Bohut bhal hoise,bohut bhal lagil...🙏 Namah Shivay

  • @rinkuborarinkubora1143
    @rinkuborarinkubora1143 2 года назад +9

    সুন্দৰ কন্ঠ আপোনাৰ 🙏🙏🙏🙏🙏🥰👌👌👌🔥🔥🔥🔥

  • @jayantasaikiaentertainment8043
    @jayantasaikiaentertainment8043 Год назад +4

    ককাইদেউ কি বুলি নো লিখিম একো ভাবি পোৱা নাই মাথোঁ এশাৰ কথা এই কম মন প্ৰাণ সকলো বিশুদ্ধ হৈ যোৱাৰ দৰে অনুভৱ হৈছে ভালে থাকক সদায়❤❤

  • @joytikasaikia4007
    @joytikasaikia4007 3 года назад +4

    বৰ সুন্দৰ

  • @minakhithengal1108
    @minakhithengal1108 2 года назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DilipBorah-tv4cb
    @DilipBorah-tv4cb Год назад +4

    Bohut Val lagise...... Mon Val lagi goise oo

  • @rakeshbora6096
    @rakeshbora6096 3 года назад +9

    🕉️কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰানৰ বন্ধু🕉️🙏

  • @_Life_goes_on_
    @_Life_goes_on_ 11 месяцев назад +5

    যেতিয়া মই এইবাৰ ৰাসমহোৎসৱত তেওঁৰ ভাও কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ এই প্ৰথম শ্লোকভাগেৰে প্ৰৱেশ কৰাইছিল। শুনি গাৰ নোম শিয়ৰি গৈছে। 🥺জয় শ্ৰী কৃষ্ণ 🙏❤🥺

  • @shivamshivam9734
    @shivamshivam9734 3 года назад +4

    Bohut bhal lagil😍😍😍🙏🙏🙏🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😍😍😍🥰🥰😍😍😍😍🙏🙏🙏🙏

  • @digantagogoi6364
    @digantagogoi6364 2 года назад +5

    Krishna Krishna bhagwan🙏🙏🙏,hasakoi buhut hundor mantra🙏 Krishna 🙏🙏🙏

  • @bhagyaboruah1464
    @bhagyaboruah1464 3 года назад +3

    🙏🙏🙏 ধুনীয়া লাগিছে ..

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  3 года назад

      ধন্যবাদ জ্ঞাপন কৰিছো🙏

  • @bituponborah505
    @bituponborah505 3 года назад +5

    আপোনাৰ কন্থত গীততো বহুত বেচি ভাল লাগিল।হুভেচ্ছা থাকিল

  • @ChipraRoy
    @ChipraRoy 3 месяца назад +3

    সুন্দৰ অনেধৰণ আমাৰ সংগীত অনেধৰন অনাৰ বাবে সুন্দৰ হৈছে আপুনি এনে ধৰন গান তি দিয়া বাবে ❤❤❤ thankyou