Police was right to snap photo of a badly parking car. Nowadays some people have the habit of charging the police on duty with angry mood instantaneously
Eyai assom eyai asomor assomiya laj lagibo lage 1star jone karon . Assomiya lora hoi assomiya lorak guhati aru bukakhat ba gulaghat buli kiba kotha ase nki . Asimoya manuh hoi assomiya manuhok ene kotha kua je guhati giri nedekhabi buli . Bor lajor kotha aru bor durvagyojonk . Hai hai asimoya 👏👏
@assampolice ৰ challan কটাৰ daily target থাকে বুলি মুকলিকৈ জনাই দিব লাগে । আৰু শুনিবলৈ অপ্ৰিয় যদিও সঁচা, পুলিচত কাম কৰা আধাতকৈ বেছি মানুহেই আইন নাজানে । জধামূৰ্খ ।
Kosu dibo lagibo ehotok. Moi lawyer hoi prblm hole jonaba.police r porai compensation diam
@@Fanarijit-il8wgparile mok o help krbo mor ghr howli😢
@@Fanarijit-il8wg নিশ্চয় জনাম বাৰু !
পুলিচৰ দ্ৰেছ টো লৈ বৰ গৌৰৱ,গৰু- গোখাঁই নেমানে ,
আজিকালি মাইকী পুলিচ বিলাক বেছি দেখুৱায়।
😂😂😂😂
Hoi mur lgotu hoisil huwa rati
Val lagisi dada
খুব ভাল কথা, পুলিচ হ'ল বুলি জনতাৰ উৰ্ধত নহয়
আজিকালি মোৰ খোজকাঢ়ি যাওঁতেও ভয় লাগে কিজানি পুলিচে ফাইন কাটে ৷
Xosa kotha
কৃষ্ণ।
পৰিবৰ্তন
হয় হয় সচা কথা হৈছে 😂😂
😅
মাইকী পুলিছ জনী মহা বদমাছ
Hundor dada
মামাৰ নিৰ্দেশ অবিহনে পুলিচৰ কৰিব পৰা ক্ষমতা একো নাই।
😮0এই ফটো মাৰা নিয়ম আনি বহুত টকা লুতিলে হিমন্তই... গুৱাহাটীতটো মন গলেই মাৰে.. সাধাৰণ জনতাক মূৰৰ পৰাই খাইছে এই চৰকাৰ খনে... পুলিচ বিলাকে ফটো মাৰি পথালে 200 কমিছন পায় সেইবাবেই আলে বালে ফটো মাৰি ফুৰে...
Nije thik thakile police a aku kribo nware..aru photo mrile kunu police a commission npai...
O ane mare jaa ta photo mari emn fine kati ase
Police a photo marile 200 commission pai apuni diye nki
Huddho 😊
পুলিচ আৰু ট্ৰেফিক বোৰৰ দম বেচি বাহি গৈছে মন্ত্ৰী গাডী গ'লে জনতাক আৰু এম্বুলেনচক ৰখাই থয় এতিয়া গৈ থকা গাডীৰৰ ওপৰত কিহৰ দম
মন্ত্ৰী,MLA গ'লে দেখোন ১-ঘণ্টা পৰ্যন্ত এম্বুলেন্স ৰখাই থয়😅
খাবলে নোপোৱা ঘৰৰ পৰা গৈ চাকৰি পালেই মানুহৰ তাও টো বাঢ়ি যায়।
Sakori kostor folot pai junei npai hehtr enei pukor pure
Guwahati giri buli kaak koise..ami Guwahatian hoi... Guwahati axom r bahirot neki..iman Guwahati r proti hinxa kiyo
দৰং পুলিচে মোৰ বাইকত কেলা 10000 ফাইন কাটিছে polution certificate নথকা কাৰণে । মোৰ কাষতে চিনাকি মানুহ বোৰক যাব দি আছিল । ইমান জহৰা ইহঁত । মই পুলিচক এতিয়া ঘিন কৰোঁ ।
Certificate nothokato bhal kotha na ki
Amar darrang t aiai hoi 😅😅😅😅😅
পুলিচ বোৰ হিমন্তৰ ভৰি চৃলেকা। আইনৰ বিষয়ে একো নাজানে
Kintu any problemst policer usrloi ahibo
@@uniquevideos2369bapere jabo pothme hihotoke dim
পুলিচৰ মেজাজ বেছিকৈ হৈছে।যি দিনা সময় সুবিধা মতে পাল্লাত পৰিব সিদিনাই সাত জনম মনত পৰিব।
Montri aru mla r gari ahile dekhun ambulance rokhai thoi murot kiba ase ne nai Assam police
Montri MLA ahile karone rokhai thole buli ki apuniu rokhai thbo nki ambulance khon heikon maal ni ne j ambulance only emergency caset use kore j
আমাৰ ফালে আক' চৰকাৰী Ambulance বোৰ লাও হেদালী হোৱা দেখিছিলো । ফটো মাৰি ৰখা নহ'ল আক' । ওপৰৰ মালক ফোন নকৰিলে কিয় ? বিজেপিৰ পতাকা এখন লগাই লোৱহলে বাছিগ'ল হেতেন
আইন সকলোৰে সমান
Sorry বুলি কোৱাৰ বাবেই মহিলাৰ গাত ভুল হল নেকি,,,
দাদা জনৰ গাত ভুল আছে,,,আৰু এটা কথা মানুহবোৰ নিৰপেক্ষ হৈ মন্তব্য কৰিব লাগে, আমাৰ সুৰক্ষাৰ বাবেই পুলিছবোৰ ইমান ভিৰৰ মাজতো নিজৰ কৰ্তব্য পালন কৰে ।
Police r gat bhul lorta thike ase
But some stupid does not understand it
মাইকী পুলিচ বিলাক বেছি কৰে অলপ
Power পাইছে আজি কালি ফটো মাৰা
ৰাজকোষ উদং
এই অসমৰ পুলিচ বাবেই চৰকাখন পতন যাব...পটন যোৱাৰ আগজাননী গম পায়েই এনেকুৱা বোৰ কৰিছে.. তেওঁলোকে ও জানে আমি আৰু জিকিব নোৱাৰো গতিকে যিকোনো উপায়ে পুলিচক লগত উঠিপৰি যধে মধে Colection লাগিছে.. ধন্যবাদ কিমান খাবি জনসাধাৰণৰ পৰা খাই থাকা শেষ কৰিব নোৱাৰিব.. এদিন নিজেই পেট ফুলি অকলীয়াব লাগিব.. বেছি খালে পেট বেয়া হয়..মনত ৰাখা দৰকাৰ।
Right anekuai polick kribo lage bhut utpat hoise
Ki koribo lagey ru ki korile Policer.Baal singibi tohoti Policer,imanei dom ase jodi gharar pora bahirole ulai jautey helmet nipindhakoi ulai dekha.
কাৰণ এইটোহে bjp sorkare লগোৱা কাম।।মাহত কোটি কোটি টকা দিব লাগে চৰকাৰক।।এই কাৰণে আজি কালি police nkoribolagiya Kam kore
Mohilai hok ba puruk kei hok police bilak kintu bohut utpat aru nijoke all in all buli bhabi loi
এতিয়া কি হৈ আছে জানেনে অসমত, পুলিচ বোৰৰ দৰমহা দিব পৰা নাই চৰকাৰে এই বিহুৰ বতৰত, চাকৰি ত দি ললে এগাল মানক পুলিচ ৰ, আৰু colection কৰিবলৈ লগাই দিছে ফটো মাৰি মাৰি BJP চৰকাৰে। পুলিচ বোৰে কি কৰিব উপাই নোহোৱা হৈ পৰিছে।
চাৰিচকীয়া বাহন বিলাক কিন্তু যাৰ যত ইচ্ছা, তাতেই ৰাখি থয় ।
Xosa kisuman manuh a jote tote gari rokhai aru side o dibo nukhuje
এগ্লা কুলিচে এনায়ে ফতো মাৰি ফাইন কাতে। চছপেন কৰ্বা লাগব😢😢😢😢😢😢
Baperor murtu bhakha koiso kela
Kulic nhoi 😂😂vi pulic
Kune nu krbo a suspen ? Norbo diya Roja ghoira manhu😂....
এইজন আকৌ কোনটো চোকৰ অসমীয়া অ'😂😂😂😂😂
@@IamTimungakhomt CAA huwar pisot aha hoi😂😂😂 Bangladeshi tu
Mohila police joni guskhur. Moi ai police joni sini paisu. Baideo alop sai siti manuhor logot. Thankyou.
সি কি মিনিষ্টাৰ নেকি? কোন সি? আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিবই।
নেতা গিৰি নে জনপ্ৰিয়তা গিৰি ?
সাধাৰণ মানুহৰ বাবে এম্বুলেন্স আৰু মন্ত্ৰী ৰ কনভয় হ'লে বলক পিছ বাঁহ কি অসম পুলিচ
Right Da Da.👍
Bht hundor kotha koise apuni mur mote
টকা লাগে বিহু খৰচ দৰমহা টকাৰে চলিব নোৱাৰে।
সময়সাপেক্ষে পুলিছেও বহুত দেখাই। তাকে অলপ কষ্ঠ পাওঁ
Don't trust foolish
Good
Moza
এহহহহ বিহু বুলি কিবা এটা বিচাৰিছিল চাগে ???
অ,কেচটো এইটোহে। মই ও গুৱাহাটীৰ পৰা শিৱসাগৰ আহি আছিলোঁ।
উৰুকা কেতিয়া আহিল হে ভাই। অসমতে আছে নে বাৰু আপুনি😂
😂😂
*95% Khaki dress pindha (police) ghatiya hoy* *okol extra income r kotha vabe*
যদি কাৰোবাক বেয়া পাওঁ সেয়াই হৈছে পুলিচ ।
Haikrone any problemst porile policer usrloi nhibo ako
Video টো আছে !
Police was right to snap photo of a badly parking car. Nowadays some people have the habit of charging the police on duty with angry mood instantaneously
পুলিচৰ ড্ৰেছবোৰ দেখি ভালে লাগে কিন্তু আপোনালোকৰ ব্যৱহাৰ দেখি মানুহে চাবৈ নোখোজে।
Medam very good👍
পুলিচৰ অলপ বেছিয়েই হৈছে
এতিয়া অকল অসমীয়াৰ ওপৰত এনে হৈছে আৰু হব। ভালেই হৈছে আৰু হব লাগে।
Eyai assom eyai asomor assomiya laj lagibo lage 1star jone karon . Assomiya lora hoi assomiya lorak guhati aru bukakhat ba gulaghat buli kiba kotha ase nki . Asimoya manuh hoi assomiya manuhok ene kotha kua je guhati giri nedekhabi buli . Bor lajor kotha aru bor durvagyojonk . Hai hai asimoya 👏👏
ক'ম নহ'য় তহঁত,, তহঁতে এম্বুলেন্সক ৰাস্তা এৰি নিদিয়া!!
Johora police meksai😂
Ambulance k side ndia garir engine sis kori dbo lge
বিজেপি চৰকাৰৰ দিনত কৰ সংগ্রহ কৰাৰ নামত গাড়ী মালিক ডাইভাৰ ই ৰিষ্কা টেম্পু চালক সকলক সৰিয়হ ফুল দেখুৱাই আছে, সেই হেতুকে সকলো গাড়ী মালিক ডাইভাৰ সকলোৱে সজাগ হওক বিজেপি চৰকাৰৰ কৰ সংগ্রহ কৰাৰ নামত চলোৱা অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ
Police madam r voi lagise sakori jai buli 😅
ভেতি খোৱা পুলিচ,,কাম নাই ইহঁতৰ টকা খোৱাৰ বাহিৰে আনক ঠগি ঠগি ধনী দুখিয়া নাচায় কেবলমাত্ৰ টকা লাগে😂
Sir aji uruka neki? Hello jarnalist sir please asked me that today is uruka?
পুলিচ কৰ্মী ভুল আছে
সম্পূৰ্ণ,
এনেই ধপাত বুলি গণ্য কৰা মানুহ বুলি ভাবিছিল,
পিছতে গম পালে বাঘৰ নেগোৰে কাণ খজুৱতি মাৰিব বিছাৰিছিল,
Sorry কৈ দিয়া মা,জনি আৰু ধুনীয়া দৌ পিতাই টো মোৰ ,
কৰ্মচাৰী দুজনে ,
মাইকী পুলিচজনী বদমাছ বুলি তাইৰ কথাতে গম পাই .
Ehh moza,, maje samaye soli thakibo lage aibur 😝😝😝
Police right 👉
দাদাগীৰি কি চাবা মাইকী পুলিচ বোৰৰৰ এ যেনিবা হিহঁতি হে যেনিবা চাকৰি কৰে ,,আইন নাজানে কাক কি ব্যৱহাৰ কৰিব লাগে নাজানে মূৰ্খ কিছুমান আছে পুলিচত
এনেকৈয়ে লুটি আছে আমাক চৰকাৰে
হেলমেটৰ ফাইন
যতে ততে ন’ পাৰ্কিং লগাই ফাইন
আৰু যে কত কি
i strongly support Assam police
He is right
বৰ্তমান অসমত অসম পুলিচত কোনে কিমান ফটো উঠাব পাৰে প্ৰতিযোগিতা চলিছে
Jodi rasta pura jam asil tenehole ambulance 🚑 khon kenekoi speed ahile
Photo mari challan kata to misuse hoise
অভিনেতা জনৰ ভাষ্য সম্পূৰ্ণ মিছা
পুলিচক গৰু গৰু লাগে কথাবোৰ শুনিলে
বৰ অতপালি চালকৰ।
ব্যাৱহাৰেই নিজৰ পৰিচয় |
Aro pam
Laj nalage ai Assam police r..
😢😢😢😢😢😢😢😢😢❤❤
Baidow fine kota Target asey bulee public najaney bulee bhabisay.....
মাইকী পুলিচ বুলি নহৈ মতা পুলিচ অ একেই
Police ৰ উৎপাতে সকলোকে বিহু দেখুৱাইছে ..
Val kotha kisumann police Mane seeh.
কালেকচন টাৰগেট পূৰ কৰিব লাগে পুলিচে৷ গতিকে বাইকৰ চিটবেল্ট নলগালেও ফটো মাৰিব৷ পৰিবৰ্তন😂
Go back police 🚨🚓
Assam police is correct
গাড়ীখন ধুনীয়া চাগে। সেই বাবেই হয়তো ফটো তুলিলে। 😂😂😂
Poisa xowa police
Thik ase manilu ambulance khnk lora jone side nidile buliai photo marile but kunuba minister r gari a ambulance k side die nai hytu lge
যোৰহাটত তো বেছি হৈছে পিছফালৰ পৰা ফটো mora। নাকি লগাবৰ হল। দম আছে যদি আগফলৰ পৰা মাৰ
Police jinda bad
নিৰপেক্ষ
Rights dada apuni
মহিলা জী আপ মিছা কৈছে😂
Cc tv dukanor pora salay dhora poribo ki hoisil...muk ku running garit photo clip kori fine bhoralay adin
আজি কালি পুলিচ বিলাকৰ বেছি দম
অকল পুলিছক দুখদি লাভ ।
Amar police 😅
😊
Tai misa koi aase
Kisuman police besi level dekha jen lage
ল’ৰাজনৰ শুদ্ধ হৈছে
Maiki police or chehera tu beya gotike, beboharu beya, chintadhara beya
Police or Beboyhar Anekuwa Neki...