কৃষ্ণ, বহুত আনন্দিত হলো । অসমত এনে কিছুমান ঠাই আছে , য'ত কৃষ্ণ , শঙ্কৰগুৰু, ভাগৱত , গীতা আদিৰ নামেই শুণা নাই। আপোনাসৱ বিজ্ঞ জনে যদি তেনে ঠাইত প্ৰচাৰ কৰাৰ চেষ্টা কৰে কিমান লোক যে উপকৃত হব । আমি বিভিন্ন জনৰ কমেন্টৰ ওপৰত ভিত্তি কৰিহে এই কথা লিখিলো । ক্ষমা কৰিব । কৃষ্ণ সেৱা জনালো।
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ গীতৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤❤❤
বৰ সুন্দৰ হৈছে প্ৰভু । সেৱা জনালো ।
কৃষ্ণ প্ৰভু সদায় আপোনাৰ পদ্ম মুখে ঈশ্বৰ কথা শুনি থাকিব পাৰো যেন 🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ
সুন্দৰ প্রয়োজন প্রয়াস প্রভূ। চৰণত শত শত প্রণাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ৰাম।
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ । আপোনাৰ শ্ৰীমুখে ভাগৱত শুনি ধন্য হলো 🙏🙏🙏
প্ৰভু সেৱা জনাইছোঁ।আপোনাৰ চৰণত প্ৰণাম।সদায় যাতে আপোনাৰ শ্ৰীমুখে কৃ্ষ্ণকথা শুনি থাকিব পাৰোঁ।🙏
Krishna, krishna,krishna,krishna,krishna,krishna,krishna🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤
🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ঈশ্বৰ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু,আপোনাৰ চৰণত সেৱা জনালো🙏🙏🙏
Krishna krishna
জয় শ্ৰী ৰাম জয় জয় ৰাম শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম
Krishna krishna pravujan srisaranat sewa nibedisu....... Krishna
Krishna Krishna Krishna probhu pronam. 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
হে প্ৰভু। কৃষ্ণ ইমান সুন্দৰ কথা কৈছে বহুত। বহুত। সেৱা
Krishna. Hori. Ram. Oum. santi. santi. santi. 🙏🙏🙏🙏
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 প্ৰভু ঈশ্বৰ সেৱা গ্ৰহণ কৰিব যেন।
কৃষ্ণ প্রভু জনা সেৱা নিবেদিছোঁ ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু আপোনাৰ শ্ৰী চৰণত পুৱাৰ ভক্তি ভৰা কৌটি কৌটি সেৱা আগবঢ়ালো।প্ৰভু ভগৱন্তই সৰ্বদা আপোনাক আমাক অমৃত কথা পান কৰা বলৈ ভালে ৰাখক।
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ❤,,🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 সেৱা জনাইছো
❤Krishna apuni bhogaban amr eyat kono loke bhagoboto namare najane apuni amak kripa koribisun pronam probhu❤❤❤❤❤
😊😊 46:23 46:24 46:26 46:28 46:29 46:30 46:36
Krishna krishna❤❤❤
Pranam Prabhu, Bhagaban Shree Krishna r jate Kripa Patra haba paro tare ashirbad bicharilo prabhu.
Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 ।
কৃষ্ণ বাপ জোনাৰ চৰণত ভক্তিভৰা প্ৰণাম জনালোঁ
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম,
Krishna provu pronam ❤❤
গুৰুদেৱ শত কোটি প্ৰণাম
❤❤❤ কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ কোটি কোটি প্ৰণাম সেৱা জনালোঁ 🙏🙏 কৃষ্ণ কৃষ্ণ
Krishna Krishna Madhava Ram Hari.
Krishna Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻
কৃষ্ণ কৃষ্ণ প্ৰ ভু প্ৰ ণাম।
Krishna Prabhu apunar srisaranat pronam janaisu Krishna.
Krishna krishna arpunar bhawagt saban huni bhaallagl Dil se dhanyvad deta hu❤❤❤❤
কৃষ্ণ বাপ কোটি কোটি প্ৰনাম
🪔🙏🙏💕🌺🌺
প্ৰভূ.আপোনাৰ.শ্ৰীমুখে.সুমধুৰ.ঈশৰৰ..গুণ নামে.বেছিকৈ.মোহিত
.কৰে.প্ৰভু.সেৱা
গ্ৰহন.কৰিব
পাঠ পৰ্যালোচনা ধুনীয়া হৈছে, সেৱা জনালোঁ। অপ্ৰিয় হ'লেও সত্য কথা কৃষ্ণ শব্দ টো ৰোমান লিপি ৰে লিখা টো অশোভনীয়। মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো যিহেতু আমাৰ মাতৃভাষা অসমীয়া। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,, কৃষ্ণ কৃষ্ণ।
হে প্রভূ ঈশ্বৰ স্বৰূপ বাপ জনা আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাথা শুনি বহুতু জ্জান লাভ কৰিলো আপোনাৰ চৰণত শত কৌটি প্ৰণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna 🙏 Prabhu sotkowti pranam janalu Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
কৃষ্ণ, গুণময় বেদসমূহে নিৰ্গুণ পৰমব্ৰহ্মক ভগৱন্তৰ গুণময় লীলাসমূহৰ যোগেদি কেনেদৰে সুন্দৰ ৰূপত নিৰূপণ কৰে সেয়া জানি অতিশয় আনন্দিত হ'লোঁ। প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।
পৰম প্ৰেমময় কৃষ্ণ কথা শুনিব পাই ধন্য মানিছো । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 👃👃👃
কৃষ্ণ কৃষ্ণ হে প্ৰভু সেৱা গ্ৰহণ কৰিব
🙏🙏🙏🙏🙏
Krishna Krishna Ram Ram ❤❤❤❤
Krishna ❤Goy guru sangkar 🎉🎉🎉🎉..
কৃষ্ণ বাপ ,ৰাতিপুৱাই ৰাতিপুৱাই আপোনাৰ শ্ৰীমুখৰ পৰা কৃষ্ণ কথা শুনি সঁচাকৈ বহুত সুখ পালোঁ🙏🙏🙏🙏।প্ৰভু ভগৱন্তই আপোনাক সদায় ভালে ভালে ৰাখক ।
Ram pronam.apuni je iman sundor udahoronere iman sohoj koi amak bujab pare sosakoi apuni solagor patro.may god bless you.
Krishna krishna krishna 🙏🙏🙏
কৃষ্ণ প্ৰভূঈশ্বৰৰ শ্ৰীচৰণত আন্তৰিক সেৱাভাগ নিৱেদন কৰিলোঁ মাধৱ ৰাম 🙏🙏🙏🙏
কৃষ্ণ, বহুত আনন্দিত হলো । অসমত এনে কিছুমান ঠাই আছে , য'ত কৃষ্ণ , শঙ্কৰগুৰু, ভাগৱত , গীতা আদিৰ নামেই শুণা নাই। আপোনাসৱ বিজ্ঞ জনে যদি তেনে ঠাইত প্ৰচাৰ কৰাৰ চেষ্টা কৰে কিমান লোক যে উপকৃত হব । আমি বিভিন্ন জনৰ কমেন্টৰ ওপৰত ভিত্তি কৰিহে এই কথা লিখিলো । ক্ষমা কৰিব । কৃষ্ণ সেৱা জনালো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ, সহস্ৰ প্ৰণাম জনাইছোঁ 🙏🙏🙏🙏🙏
Pranam prabhu.
Krishna Krishna 🙏🙏🙏💐❤❤❤
Krishna Krishna Prabhu
Krishna krishna krishna
কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম ।
Krishno Prabhu Gurujona chorone khewa
হৰি ৰাম ৰাম শতকোতি সেৱা ধৰিছো
Bap aponar bhagabat path sunimoi dhanya ho. Bisayot thakio praye suniboli sesta koro.
কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
Krishna krishna 🙏🙏🙏🙏🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏
krishna krishna bap provu
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🙏🙏🙏🙏
সহস্ৰ প্ৰণাম গুৰুদেৱ। কৃষ্ণ
Rahila Bala Das
Krishno Bap Pronam
Krishna krishna xondar pravu 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে সকলোকে সেৱা জনাইছো।
কৃষ্ণ কৃষ্ণ ।
Swarup Rani Doley. কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ প্ৰণাম 🙏🙏🙏
Krishna Krishna bap
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ সত্ৰাধিকাৰ প্ৰভু জনা আপোনাৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ
প্ৰভু জনা আমাক এটা উত্তৰ দিবছোন দাৰুক কোন আছিল কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ 🙏
দেখিলা সাৰথি গৈয়া প্ৰত্যেকে প্ৰভুক। ৰঝাইল লোতক ভৈল আকুল দাৰুক।।
কৃষ্ণ 🙏
ডেকা বাপ সেৱা নিবেদন কৰিলোঁ কৃষ্ণ 👏🏻🪔🪔🕉️🪔🪔👏🏻🌲❤
প্ৰভু বাপ কৌটি কৌটি প্ৰণাম নিবেদিছোঁ
Krishnakrishna
কৃষ্ণ শঙ্কৰগুৰু মাধৱ শতকুতি প্ৰণিপাত নিবেদন কৰিলোঁ আপোনাৰ অভয় শ্ৰীচৰণত কৃষ্ণ 🙏🙏🙏
কৃষ্ণ । ধন্য হলো । বহুত দিনৰ পৰা জানিব বিচৰা কথা এটা আপুনি ইমান ধুনীয়াকৈ বুজালে ।
ঈশ্বৰে আপোনাক সুস্বাস্থৰে দীৰ্ঘায়ু কৰক ।
হৰি হৰি ৰাম ।
Krishna Krishna
কৃষ্ণ প্ৰভূ ❤❤❤❤🙏🙏🙏🙏
Krishna 🙏
Ram Krishna.pranam.
Krishna Prabhuishar apunar path khuni param kritatha halu
Krishna Bap aponar xoronot xeuwa jonalo
Krishna ❤❤🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰীচৰণত সেৱা জনাইছো।
ভাল লাগিল দাদা
প্ৰভু, পোন প্ৰথমে এই অধমে আপোনাৰ শ্ৰীচৰণত ভক্তিভৰা প্ৰণিপাত জনালো। আপোনাৰ ভাগৱত পাঠ ও ব্যাখ্যা শুনি থাকো। আপুনি মোৰ জন্মস্থান শ্ৰীশ্ৰী সিদ্ধযোগী ভণ্ডাবাবা সেৱাশ্ৰম প্ৰাঙ্গণ,চেঙা বৰপেটা ত আহি যি মধুৰ ভাগৱত পাঠ ও ব্যাখ্যা কৰি সাফল্য মণ্ডিত কৰিলে তাৰ বাবে আপোনাৰ শ্ৰীচৰণত সহস্ৰ প্ৰণাম।আপোনাক দেখা পাই নিজকে সৌভাগ্যবান বুলি ভাবিছো। এয়াই তেৰাৰ কৃপা 🙏জয় শ্ৰীকৃষ্ণ🙏
🤚🤚🤚
🙏🙏🙏