''জুবিনে এবাৰ ক'ব পাৰিলে হেঁতেন, আপোনাৰ গান এনেদৰে গাব খুজিছোঁ'' - কিয় দুখ লাগিছে দ্বীপেন বৰুৱাৰ ?

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024
  • 🔴 ''জুবিনে এবাৰ ক'ব পাৰিলে হেঁতেন, আপোনাৰ গান এনেদৰে গাব খুজিছোঁ''
    🔴 গীতৰ কথা সলনি কৰা জুবিনৰ বাবে কিয় দুখ লাগিছে দ্বীপেন বৰুৱাৰ ?
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 723

  • @deepnath2513
    @deepnath2513 Год назад +429

    দ্বিপেন বৰুৱা অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, তেখেতে দুঃখ পোৱাতো বৰ দুৰ্ভাগ্য জনক।

    • @rupkantapathori9666
      @rupkantapathori9666 Год назад +21

      সঁচা কথা ।নতুনক আদৰিলে নহব পুৰনিকো লব লাগে।উৎসবৰ মতলীয়া অসমীয়া ।

    • @bijoysarma8673
      @bijoysarma8673 Год назад +7

      হয় 🥲

  • @ashimborah1712
    @ashimborah1712 Год назад +387

    মানুহ জন কিমান সহজ সৰল চাওক চোন ❤️ ৰমেন ছাৰক হে পাৰে যদি বেয়া নাপাব বুলি জুবিন দাক ক'ব কৈছে, দীপেন ছাৰক ক'ব কোৱা নাই ❤️ অন্তৰ চুই গৈছে ❤️ মই এই দশকৰ ল'ৰা কিন্তু সকলোতকৈ ভাল লগা গায়ক জন হয়টো দীপেন ছাৰ ❤️

    • @mrityunjaybordoloi5380
      @mrityunjaybordoloi5380 Год назад +8

      Dada fbt ki sabo . Moiu zubeen dak bohut bhal pao but dipen sir a zubeen dak bhultu khudhorai diyar babe zubeen Dar or kisuman anuragiye dipen siror birudhita korise। Kheitu beya kotha। Zubeen gargor gaan ata lora atai ata word bhulke gaisil tat lorajonok eman beyakoi koise zubeen or anuragi a. Kintu aji zubeen dai aji kiba ata bhul korar babe khudhorai diya manuh jonhe beya hl. Akou khekhot koisu moiu ajon zubeen anuragi.

    • @ashimborah1712
      @ashimborah1712 Год назад +8

      @@mrityunjaybordoloi5380 take amiu kaku beya npu dipen sire beya hoisu buliu kua nai , imn val mnuh hasa dei ❤️ কিন্তু নিজে গোৱা চিৰসেউজ গীতসমূহ ত ভুল হ'লে অলপ বেয়া লাগে তেওঁ ৰ , সেইটো সচা কথা ❤️ ৮০ দশকৰ মানুহৰ হৃদয়ত সোমাই আছে তেওঁ, এনেকুৱা চিৰসেউজ গীতসমূহ জীয়াই থাকক

    • @rajaborah2873
      @rajaborah2873 Год назад +4

      @@mrityunjaybordoloi5380 dada tumi thik kothai koisa 😑etiya asam novoba nisinta luke ahi ene kothar babe ji hokole yar birudhita kore tew luokok Bea ke kobo 😑asolote zubeen dar namt aeibur manuhe hai bor bor oityasar kore 😑 vua zubben premik ehot bur

    • @kritishnamusical
      @kritishnamusical Год назад +4

      Fb t eman beya beya comment korise khub beya lagise hosakoi🥲

    • @bhabendra919
      @bhabendra919 Год назад

      Zubeen r gaan val lage kin2 hai buli he dipen dar permission lobo lagisil.remake tene k surrar nisina k gabo nalagisil.

  • @Indian_tallent
    @Indian_tallent Год назад +135

    হে মহান শিল্পী আপোনাক ভগৱানে সদায় কুশলে ৰাখক 🙏

  • @helloassam6646
    @helloassam6646 Год назад +190

    শিল্পী সদায়েই মাৰ্জিত,ভদ্ৰতা,সৰলতা, তেওঁৰ ভাৱত ফূটি উঠিছে । দীপেন দা ❤️

  • @bedantagogoi5838
    @bedantagogoi5838 Год назад +54

    মোৰ বয়স ৬১ । মই জুবিনৰ অনুৰাগী । জুবিনক মই বৰ ভাল পাওঁ । কিন্তু নৱ প্ৰজন্মৰ সকলো জুবিন অনুৰাগীক কৈছোঁ যে দ্বিপেন বৰুৱা কোন অলপ জানিবলৈ চেষ্টা কৰিবা । দ্বিপেন বৰুৱাৰ গীতৰ লগত মোৰ শৈশৱ,যৌৱন সকলো জড়িত আছে ----

  • @jugalborah5012
    @jugalborah5012 Год назад +131

    হে মহান শিল্পী, আপোনাক ভগৱানে সদায় কুশলে ৰাখক।। 🙏🙏

  • @ashokhatibaruah7535
    @ashokhatibaruah7535 Год назад +118

    আপোনাৰ অবদানক কোনেও নুই কৰিব নোৱাৰে ৷আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ ৷

  • @babulali3856
    @babulali3856 Год назад +81

    সেই দীপেন বৰুৱা যাৰ গান সৰুৰে পৰা শুনি আজি 50 ৰছৰতো মোৰ আমনি নালাগে । তেওঁৰ গান এতিয়াও গুন গুনাও হালৰে বেছিমে চেনাই কজলা দমৰা আহ কিয যে মাদকতা **""""।

    • @purbadribanerjee3289
      @purbadribanerjee3289 Год назад +1

      Also me...I keep on listening to this legend...from akhon nedehka nodir...to moina kun bidhatai...

  • @ayangpayeng366
    @ayangpayeng366 Год назад +35

    হে মহান শিল্পী আজীৱন জিলিকি থাকক আপুনি এক উজ্জ্বল নক্ষত্ৰ হৈ💞❤️

  • @parthainspiration
    @parthainspiration Год назад +154

    সুন্দৰ সত্যক বাস্তৱিক প্ৰকাশ। 👌👌
    আপোনাক ঈশ্বৰে কুশলে ৰাখক তাৰেই কামনা 🙏🙏

  • @santanujaishreeram7582
    @santanujaishreeram7582 Год назад +65

    যিমান যি নহলেও দ্বিপেন বৰুৱা আৰু ৰমেন বৰুৱা অসমৰ সংগীত জগতৰ এক অভিভাৱক স্বৰূপ।।সংগীত জগতৰ ক্ষেত্ৰত ৰমেন বৰুৱা আৰু দ্বিপেন বৰুৱা দেৱৰ যথেষ্ট অৰিহণা আছে।। জুবিনে যদি গানটো গাবলৈ মন কৰিছে তেখেতক এবাৰ সুধি চাব লাগিছিল বা আলোচনা কৰিব লাগিছিল। এতিয়াও জুবিনে গোৱা গানটো যিমানে জনপ্ৰিয় হৈ পৰিব সমান্তৰালকৈ আপোনালোকে আৰু বেছি সমাদৰ লাভ কৰিব।।

  • @purbadribanerjee3289
    @purbadribanerjee3289 Год назад +46

    For me he is the greatest ❤and best singer...You are God's greatest gift....love you Sir.. No one can match you...

  • @haldhardeka9171
    @haldhardeka9171 Год назад +20

    হে মহান শিল্পী দ্বীপেন বৰুৱা দা দা আপোনাক সুৱৰিছো শ্ৰদ্ধা জনায়ছো, ভগৱানে আপোনাক কুশলে ৰাখক

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi Месяц назад +7

    জুবিন দাক আমি যথেষ্ট ভাল পাওঁ ,কিন্তু এই মহান শিল্পী সকলক পাহৰি সকলোতে জুবিন জুবিন ভাল নালাগে নহয়

  • @mahendramedak8896
    @mahendramedak8896 Год назад +79

    দ্বীপেন বৰুৱা মহোদয়ে শুদ্ধ কথা কৈছে! ধন্যবাদ।

  • @pranjitdeka1255
    @pranjitdeka1255 Год назад +40

    এটা কথা কিন্তু মানিছো তেওঁ জুবিন দাক বেয়াকৈ নকলে ইমান ধুনীয়াকৈ কৈছে কথাখিনি এয়াই হয়তো প্ৰকৃত শিল্পী🙏🏻

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 Год назад +7

    দ্বিপেন বৰুৱা দা , কথাখিনি এইদৰেই প্ৰকাশ কৰি দিয়া খুবেই উচিত । জুবিন গাৰ্গে নিশ্চয় ইয়াৰ গুৰুত্ব বুজিব ।

  • @pratapkalita8894
    @pratapkalita8894 Год назад +35

    সচাকৈ বৰ দুখৰ কথা। ভদ্ৰ মানুহ বাবে কথাবোৰ অতি সুন্দৰকৈ উপস্হাপন কৰিছে।

  • @bubulboruah2881
    @bubulboruah2881 Год назад +40

    আপোনাৰ কি বিহু কি চিনেমা সকলো গীতেই শুনি ভাল লাগে 🙏
    ৰমেন বৰুৱা দেৱৰ এটি গীতৰ মাজৰ লাইন .... ফগুনৰে বা লাগি লিহিৰী লিহিৰী বনতে,,,
    আৰু .. তুমি মোৰ হোৱা যদি ভৰ বাৰিষাৰ নদী , তুমি যে এপাহী ফুল অ কুমলীয়া..শুনিলে শুনি থাকিব মন যায়। ধন্যবাদ🙏🌹

  • @himadrisvlogs7722
    @himadrisvlogs7722 Год назад +39

    ঈশ্বৰে কুশলে ৰাখক,সু-স্বাহ্য কামনা কৰিলো,

  • @hindu8703
    @hindu8703 Год назад +13

    Zubeen can be the heartthrob but never can be the finest........much love from Australia 🙏

  • @bhadrakanta-bkdofficial6633
    @bhadrakanta-bkdofficial6633 Год назад +34

    The most simple and humble man in nature & the ONE and ONLY Assamese male playback singer of Assam till date.

    • @dwaipayan13
      @dwaipayan13 Год назад +1

      Wait. All good. But ONLY assamese Male Playback singer? 😂😂😂

    • @arpanbora8423
      @arpanbora8423 Год назад

      @@dwaipayan13 he just came back from coma

    • @nilakantadoley6342
      @nilakantadoley6342 Год назад +1

      @@arpanbora8423 What did you mean ?

    • @arpanbora8423
      @arpanbora8423 Год назад

      @@nilakantadoley6342 dwipen boruah is one of the best singer..but what the hell is ONE ND ONLY🤣🤣🤣

  • @simrajhussain9229
    @simrajhussain9229 Год назад +11

    বৰুৱা চাৰৰ দৰে মানুহে মনত দুখ পালে বৰ বেয়া লাগে

    • @simrajhussain9229
      @simrajhussain9229 Год назад +1

      , বৰুৱা চাৰৰ গীত সদায় দিপেন বৰুৱাৰ গীত হৈ ৰব ,চিৰযুগমীয়া 🙏🙏

  • @everythingassamessgblogs8446
    @everythingassamessgblogs8446 Год назад +40

    ইমান সুন্দৰ সংগীত বোৰ বেপেৰুৱা কৰিলে, আচলতে এইয়া বেলেগে কৰা গান চুৰ বুলি কলে হয়।

    • @mithenpegu9500
      @mithenpegu9500 Год назад +1

      oi borbok ganor g janane

    • @mithenpegu9500
      @mithenpegu9500 Год назад +4

      zubeen dai iman gan gai ase sob sor korise neki zubeen ganor jogotor raja joy

    • @koushikborah6608
      @koushikborah6608 Год назад +3

      Everything is right , but abar jonabo lagisil

    • @ankurzubeen1158
      @ankurzubeen1158 Год назад

      @@mithenpegu9500 oii garu Zubeen dai gaan sor koribo laj napali ne ai2 katha kowar agot Zubeen dak gan likhi dise Zubeen dai gai dise

    • @hrishikeshrajkhowa9112
      @hrishikeshrajkhowa9112 Год назад +2

      ৩৬হাজাৰ গান গোৱা মানুহটোৱে এতিয়া গান চূৰ কৰি গোৱাৰ প্ৰয়োজন নাই...JaiZG

  • @sankardas9050
    @sankardas9050 Год назад +19

    My favourite Assamese Singur....diwpen Baruah sir Bhupen Hazarika sir...and Papon da I love you ❤️❤️❤️

  • @gitagoswami3129
    @gitagoswami3129 Год назад +17

    আপোনাৰ এইবোৰ গীত চিৰসুন্দৰ, নমস্য দ্বীপেন দা

  • @dhonphukon5247
    @dhonphukon5247 Год назад +70

    Thikei koise apuni

  • @rijuborah7044
    @rijuborah7044 Год назад +27

    বহুত ভাল লাগিলে সুন্দৰ কথা ক'লে

  • @sisirkumarbaishya
    @sisirkumarbaishya Год назад +22

    আপুনি আপুনিয়েই।আনে আপুনি হ'ব খুজিলেই হ'ব নে বাৰু? কেতিয়াওঁ নহয়।

  • @9667-j4f
    @9667-j4f Год назад +42

    দীপেনদাৰ স্হান কোনেও ল’ব নোৱাৰে, সইজন যিয়েই কিয়

  • @theautisticlifeofdoriyoli
    @theautisticlifeofdoriyoli Год назад +33

    The Evergreen Singer of Assam! দ্বীপেন দা আপোনাক প্ৰণাম ৷

  • @vlogsofdeba4480
    @vlogsofdeba4480 Год назад +15

    "জিলিকি জিলিকা তৰা আকাশৰে" এই দ্বীপেন বৰুৱাৰ চিৰ সেউজ গীততো আমি সৰুৰ পৰাই শুনিছো!!ইয়াক বিকৃত কৰি জুবিনৰটো গাওক(তাকো নিৰ্লজ্জভাৱে স্বয়ং দ্বীপেন বৰুৱাৰ আগত) বোলা উছৃংখলকেইজন সংগীত জগতৰ,শ্ৰোতা জগতৰ কলংক!!!!

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 Год назад +18

    দ্বীপেন দা- আপুনি চিৰ সেউজ হৈ থাকক ।। আপুনি আমাৰ শৈশৱ, যৌৱনৰ মাধুৰিমা ।।জ্যোৎস্না বিধৌত পূৰ্ণিমাৰ জোন ।। আপোনাৰ গীতে আমাৰ মনলৈ দুৰন্ত গতিৰে শৈশৱৰ সোণালী দিনবোৰ কঢ়িয়াই আনে ।। আপুনি আমাৰ হৃদয়ভৰা প্ৰণিপাত গ্ৰহণ কৰিব--দাদা ।।

  • @Khagengogoi123
    @Khagengogoi123 Год назад +13

    দ্বীপেনদাৰ ব্যৱহাৰ ইমান মাৰ্জিত।শিল্পী শিল্পীয়েই।জুবিন হ'ল এটা সামান্য গায়ক।নতুন প্ৰজন্মই দ্বীপেনদাক জানিবলৈ চেষ্টা কৰাতো ভাল।

    • @yutfufty
      @yutfufty Год назад

      Alp besi hol niki

    • @yutfufty
      @yutfufty Год назад

      Zubeen Garg o leagend 👑

    • @bablusarmah841
      @bablusarmah841 Год назад

      সামান্য গায়ক নহয় দেই জুবিন । কিবা অধ্যয়ন নকৰাকৈ কথা নকব দেই

    • @yutfufty
      @yutfufty Год назад

      Bl kotha ko maksudai Zubeen Garg 👑❤️❤️❤️ king

    • @ojjostore
      @ojjostore Год назад

      @@yutfufty tur he besi hoisi

  • @anup_axom_info
    @anup_axom_info Год назад +7

    হে মহান শিল্পী আপোনাক প্ৰণাম

  • @leninmilileninmili8923
    @leninmilileninmili8923 Год назад +28

    Old is gold..We always respect you Sir bottom of our 💖💖💖💖💖💖💖...

  • @surajitbaruah9014
    @surajitbaruah9014 Год назад +22

    বৰ বেয়া পালো । অতিকৈ ।তেনেকৈ মুঠেই শুনি বলৈ মন নকৰোঁ। পুৰণি গান বোৰ ভাঙি চিঙি পেলালে বৰ দুখ লাগে ।

  • @ravinderkaurdas5574
    @ravinderkaurdas5574 Год назад +9

    Dwipen da your matter is absolutely right .

  • @chandramapathak8243
    @chandramapathak8243 Год назад +9

    ঠিকেই কৈছে,জুবিন অৰ ভূল হৈছে,আচল গায়ক জন সন্মান কৰি কব বা সুধিব লাগিছিল,all the songs were sung by Dipen Baruah,very true

  • @punyashreedas1617
    @punyashreedas1617 Год назад +14

    Bhal lagil..simple Depen da..thikai koise

  • @mrigensworld7436
    @mrigensworld7436 Год назад +5

    আপোনালোক আমাৰ সমাজৰ বাবে যিখিনি গীত উপহাৰ দিছে সেইবোৰ গীত আজিৰ লগত তুলনা নহয় ছাৰ। আপুনি মন বেয়া নকৰিব। আপোনালোক আমাৰ অতি মৰমৰ শিল্পী হৈয়ে থাকিব। জুবিন দাই এবাৰ কৈ গানটো গাব পাৰিলে হয়। আমাৰ এই মৰমৰ তথা শ্ৰদ্ধাৰ শিল্পীসকলৰ অমূল্য সৃষ্টি তথা অৱদানক সন্মান জনাই আগুৱাই যোৱাতো জুবিন দাৰ দৰে শিল্পীৰ পৰা আশা সকলোৱে কৰে।

  • @gagantalukdar3201
    @gagantalukdar3201 Год назад +13

    জুবিনৰ গান আমিও ভাল পাও, তথাপি old is gold.

  • @digantabarman3181
    @digantabarman3181 Год назад +3

    দ্বীপেন বৰুৱাক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই । ইমান গান গাইছে । যিয়ে চিনি নাপায় তেওঁৰ নিজৰ কাৰণে দুৰ্ভাগ্যৰ কথা । জুবিন গাৰ্গে সুধিব লাগিছিলনে নাই সেইটো একো নজনাকৈ ক’ব নোৱাৰি , কপিৰাইট কাৰ লগত আছে সেইটো জানিব লাগিব । কাৰণ নতুন চিনেমাখনো “সাৰেগামা”ৰ বেনাৰতে কৰিছে । বাকী দ্বীপেন বৰুৱা ভালে থাকক তাৰে কামনা কৰিলোঁ ।

  • @krishnadoley6095
    @krishnadoley6095 Год назад +4

    শিল্পীসদায় মহান ।সেই মহান গুণ দীপেন দাৰ লগত আছে।🌹

  • @DumDumDigaDiga66
    @DumDumDigaDiga66 Год назад +26

    চাৰেগামা আঞ্চলিক ই ২০১৮ চনত এটা চিডিত দ্বিপেন বৰুৱাৰ শীৰ্ষ ৭৫ টা গান মুকলি কৰিছে৷ প্ৰতিটো অসমবাসী ঘৰে এই ৭৫ টা গান শুনিব লাগে যাতে অসমী ৰেট্ৰো সংগীত জীয়াই ৰাখিব পাৰি আৰু ইয়াক বৰ্তমান প্ৰজন্মলৈ অসম সংস্কৃতিৰ অংশ হিচাপে আগবঢ়াব লাগে৷ দ্বিপেন বৰুৱাৰ ৭৫ টা গান ইউটিউব আৰু ইউ টিউব সংগীতত উপলব্ধ।

  • @ReenaDewri-lx6ql
    @ReenaDewri-lx6ql Месяц назад

    শ্ৰদ্ধাৰ দ্বিপেন বৰুৱাৰ স্হান বহু ওপৰত সেয়া আমি জানো ।আজিৰ প্ৰজন্ম ই ইয়াক উপলব্ধি নকৰে সেইবাবে তেনেকুৱা পৰিবেশ ৰ সৃষ্টি কৰিছিল । ধন্য দ্বিপেনদা ।🙏🙏🙏

  • @MrBoon09
    @MrBoon09 Год назад +8

    Dr. Bezbaruah movie was released back in 1969. It had 4 songs and all 4 are still superhit. That speaks for itself.

  • @monujkumar9505
    @monujkumar9505 Год назад +8

    জুবিন দা নৰ্বপ্ৰজন্মৰ হাৰ্টথৰ্ব।অসমৰ এটা সম্পদ।অসমৰ কোনেও বেয়া নেপাই জুবিন দাক।আৰু কোনোবাই বেয়া পাইও একো ডাল কৰিব নোৱাৰে।সেই বুলিয়েই আনৰ গান এটা নোসোধাকৈ কিবা ৰহণ সানিলে হব জানো।সেইটো কোনো শিল্পীয়ে তেনে কৰিব নিদিয়ে।গতিকে জুবিন দাই সোধাটো প্ৰয়োজন আছিল বুলি ভাবো আৰু এতিয়াও সময় আছে।

  • @arimorddonboruah1156
    @arimorddonboruah1156 Год назад +31

    সত্য কথা কৈছে। remake কৰাৰ আগত অনুমতি লোৱাৰ প্ৰয়োজন

  • @pritom21
    @pritom21 Год назад +46

    Old is always gold 🔥. Mon sui jai ❤️❤️

  • @harishroy2505
    @harishroy2505 Год назад +43

    News reporter trying to create controversy by himself when Dwipen Daa trying to say about it very simply and positively...

  • @hemantarajkonwar146
    @hemantarajkonwar146 Год назад +26

    তৰামাই বোলছবিৰ গীত বৰ প্রিয়..খুব সৰল আৰু মাৰ্জিত ..।

  • @padumgogoi5025
    @padumgogoi5025 Год назад +2

    মই নতুন প্ৰজন্মৰ ল'ৰা হয় আজিও দ্বিপেন বৰুৱাৰ গান শুনো শুনিলে এক বুজাব নোৱাৰা মনত অনুভৱ হয় সুৰ ফৰকাল জোনাক পোহৰ দৰে কি ৰসাল এক বুজাব নোৱাৰা অনুভৱ পাও দ্বিপেন বৰুৱাৰ গানত

  • @kalyankonwar9361
    @kalyankonwar9361 Год назад +4

    আপোনাৰ গীত শুনি বহুত ভাল পাও। আপুনি ভালে থাকক তাৰেই ভগবানৰ ওচৰত প্ৰাৰ্থনা

  • @Lstaroth
    @Lstaroth Год назад +5

    ঠিকেই কৈছে ‌দীপেন বৰুৱা ছাৰে । আমিও তাকেই ভাবো তেওঁক এবাৰ সুধিব লাগিছিল ।

  • @mamatakhanam5320
    @mamatakhanam5320 Год назад +19

    Val kotha koise....

  • @amalborah3169
    @amalborah3169 Год назад +10

    এখেতৰ পৰা শিকিব লাগে আচলতে শিল্পী কেনেকুৱা

  • @nilotpalsarma8659
    @nilotpalsarma8659 Год назад +1

    দ্বিপেন দা আমি এতিয়াৰ প্ৰজন্মৰ হয় , মই আপোনাৰ গান শুনি বহুত ভাল পাওঁ আপুনি গোৱা গীত শুনি দাঙৰ হৈছোঁ , শ্ৰদ্ধা অাৰু মৰম বহুত আছে আপোনালৈ ।❤️🙏

  • @labakumar72
    @labakumar72 Год назад +6

    Manuh anekeuwa sohoj sorol hobo lage... Seye aibor manuh aajio protijon Asomiyar hiyat ase. Nijor geetok bikrito koribo gole kiyo nokobo??? Salute Dwipen Daa.

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 Год назад +7

    How great you are ! we love you a lots. 🙏🙏🙏

  • @maikelnarahoffical
    @maikelnarahoffical Год назад +5

    Very nice song thank you Boruah sir🙏🙏🙏

  • @pr.villagefood7400
    @pr.villagefood7400 Год назад +12

    love you voice sir

  • @palaxhdhuliaaxom2323
    @palaxhdhuliaaxom2323 Год назад +2

    Dipen Daa Zubeen Daa...apunalukok bht honman koru❤️kukhole thakok duyujon🙏

  • @aneolop2861
    @aneolop2861 Год назад +1

    নিপু দা আপুনি বৰুৱা ছাৰৰ ঘৰত এনেকৈ যাব নালাগিছিল । যদি মোৰ দেউতা গায়ক হয় বা আছিল মই দেউতাক নোখোধাকৈ গানটো আৰু অলপ ভাললগা কৰি পেলালো হেতেন কিয়নো মোৰ দেউতাৰ স্মৃতিটো জীয়াই ৰাখিবৰ বাবে এতিয়া জুবিন দাই বৰুৱা ছাৰক সন্মান কৰে সেইবাবে তেও গানটো ইমান দিন তল পৰি থকাৰ বাবে অলপ উঠাবলে চেষ্টা কৰিছে মোৰ বোধেৰে এইটো কোনো ডাঙৰ issue নহয় আৰু আপোনালোকে news এটা বজোৱাৰ আগত অলপ চিন্তা কৰি চাব মোৰ নাম ৰন ৰঙিয়া বাৰাংহাটী গাৱত ঘৰ ধন্যবাদ

  • @saynoob6673
    @saynoob6673 Год назад +2

    Dipen da 💖💖💖💖💖💖........ His songs bring me back to my childhood...his voice is just 💖💖💖💖..not comparable to anyone 🥳

  • @maramiroy5390
    @maramiroy5390 Месяц назад

    সেয়া আপোনাৰ মহানতা দ্বীপেন দা

  • @ramashrikalandi3434
    @ramashrikalandi3434 Год назад +2

    Jai depan . Sir. Thanks the lord 🙏

  • @satyajitboruahvlogs5266
    @satyajitboruahvlogs5266 Год назад +1

    আপোনাক যেন ভগৱানে সদায় কুশলে ৰাখে ছাৰ 🙏🏻❤️ আপুনি আৰু জুবিন দা মোৰ সদায় প্ৰিয়।🙏🏻❤️

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Год назад +1

    দ্বীপেন দা, জুবিনে হেজাৰ বাৰ গালেওঁ আপোনাৰ স্থান পুৰাব নোৱাৰে, কোনেওঁ নোৱাৰিব।

  • @sanjibhazarika5339
    @sanjibhazarika5339 Год назад +1

    God bless you Dipen Boruah Sir

  • @nilimasaikia1685
    @nilimasaikia1685 Год назад +3

    You are so simple,Dipendra . Long live.

  • @hbde2731
    @hbde2731 Год назад +25

    আজিৰ প্ৰজন্ম‌ই নাজানে কোনে লিখিছে পূৰণি সোণৰ গীতবোৰ

  • @hengulbarua5256
    @hengulbarua5256 Год назад +2

    মহান শিল্পী গৰাকীলৈ প্ৰণাম।।। 🙏🏼

  • @kuldeeptamuli
    @kuldeeptamuli Год назад +1

    দ্বীপেন বৰুৱাৰ জুবিনলৈ অকৃত্ৰিম মৰম আছে । 💚

  • @17Dp15
    @17Dp15 Год назад +38

    ঠিকে কৈছে আপুনি

  • @mainaborah6035
    @mainaborah6035 Год назад +4

    Purona xur Aru aabegor logot aajir dhinchak music r kunu compare ni....old is gold..❤❤

  • @romeo-tech-timeconverttomo5817
    @romeo-tech-timeconverttomo5817 Год назад +1

    Uffff.. Jiliki jilika Tu mur bht fav song.. Act by my hero of assam Brajen bora.... Good luck dwipen da

  • @prabaldac5666
    @prabaldac5666 Год назад +6

    The most underrated artist of assam. God bless u sir

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Год назад

    আপুনি আমাৰ অতি প্ৰিয় শিল্পী দ্বিপেনদা । আপুনি সদায় আমাৰ মাজত জনপ্ৰিয় হৈ থাকিব । আপোনাৰ অৰিজিনেল গীতৰ মাধুৰ্যতা বেলেগ শিল্পীয়ে নতুনকৈ সজোৱা গীতত কেতিয়াও পোৱা নাযায় ।

  • @atikulislam6579
    @atikulislam6579 Год назад +4

    ভাল লাগিল প্ৰিয় কন্ঠ শিল্পী দ্বীপেন বৰুৱাদেৱৰ
    আবেগিক কথাখিনি । সত্য কথা । জুবিন দাৰ অনুৰাগী মইও কিন্ত তেখেতে এবাৰ ক'ব লাগিছিল ।

  • @padumgogoi5025
    @padumgogoi5025 Год назад +10

    দ্বিপেন বৰুৱাৰ গান শুনিলে মন সজীৱ হৈ উঠে

  • @darkofficial8464
    @darkofficial8464 Год назад

    এওঁলোকৰ গান হল প্ৰকৃত অৰ্থ ৰ গান । দ্বিপেন দা ৰ দৰে এজন মানুহে মনত দুখ পালে সঁচাই বেয়া লাগে। যিমান কি নতুন নাহক জেষ্ঠ জনে আঘাত পালে ভাল নালাগে।

  • @dipankrpathak3230
    @dipankrpathak3230 Год назад +1

    Dipen da....you are telling the truth.....

  • @santonooacharjyya3422
    @santonooacharjyya3422 Год назад +5

    Dada xundor Xundor Xundor...kotha Sikai se Bhal laagise...Zubeen Jodi Silpi Nichoi Buji Paabo.
    Gaayok jodi aamar kobologiya nai

  • @tulumonikonwar9724
    @tulumonikonwar9724 Год назад +2

    জুবিন ক বহুত ভাল পাওঁ কিন্তু এইবোৰ কৰিলে ভাল নালাগে ।
    দ্বিপেন বৰুৱা ছাৰ ইমানেই সহজ সৰল ।
    মোৰ আয়ুখ খিনিও আপোনাক দিছো ছাৰ ভালে থাকক

  • @mukulhazarika3890
    @mukulhazarika3890 Год назад +1

    দ্বীপেন দা মহান

  • @sauravp723
    @sauravp723 Месяц назад

    Hosa kotha
    He is a legend.....

  • @bijoysarma8673
    @bijoysarma8673 Год назад +2

    দ্বিপেন দা ৰ গীত খুব প্ৰিয় ❤️

  • @chandanmazumdar1924
    @chandanmazumdar1924 Год назад +1

    Always respect your seniors. Present is a big zero without our glorious history.

  • @eatlocalthinkglobal913
    @eatlocalthinkglobal913 Год назад +4

    জুবিনে জনপ্ৰিয়তাৰ বাবে মাজে মাজে এনেকূৱা কৰি থাকে। জুবিন কেতিয়াও দ্বীপেন বৰুৱা হ'ব নোৱাৰে।

  • @pabitrahazarika4557
    @pabitrahazarika4557 Год назад +1

    বহুত ভাল কথা কৈছে ভুল হব পাৰে সেইটো আঙুলিয়াই দিয়াটো ভুল হব নোৱাৰে জুবিন দাক মইও বহুত বেছি ভাল পাওঁ।

  • @ramdhanujrajbongshi9494
    @ramdhanujrajbongshi9494 Год назад +3

    Old is Gold 🏆🏆🏆🏆🏆

  • @rahil8680
    @rahil8680 Год назад

    এনেকুৱা সহজ সৰল মানুহে দুখ পোৱা তু বৰ দুৰভাগ্য জনক।

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 Месяц назад

    God may bless Dwepen Da 2 long live

  • @RINKUYOUTUBEVIDEO
    @RINKUYOUTUBEVIDEO Год назад +1

    মহান শিল্পীৰ গুন এনেকুৱাই

  • @kamalray4312
    @kamalray4312 Год назад +1

    জুবিন দা ক'ত গ'ল? কিবা ক'ব নে জুবিন দাই ?
    এইবাৰ হে সিংহই সিংহক পাইছে ।
    জয় জুবিন দা 💪

  • @NazmaBegum-qx4ne
    @NazmaBegum-qx4ne Год назад +4

    আপোনাৰ গীতৰ সুৰ আৰু মাত অতুলনীয়।🙏👍

  • @kalyaniborah6550
    @kalyaniborah6550 Месяц назад

    ভগৱানে সদায় কুশলে ৰাখক দ্বিপেন দাক ।

  • @user-ih3vh9zk5u
    @user-ih3vh9zk5u Год назад +1

    একবিংশ শতিকাৰ শ্ৰেষ্ঠ মানুহ বুলি কলেও অত্যুক্তি কৰা নহয় ।দীপেন বৰুৱা এজন অসমীয়া যাৰ গীতৰ কথা আমি আমাৰ উওৰ পুৰুষক ক'ব পাৰিম;যিদৰে আমাক আমাৰ পূৰ্বপুৰুষে ভূপেন হাজৰিকাৰ কথা কৈছিল।।

  • @user-by4je1ey6k
    @user-by4je1ey6k Месяц назад

    Jubine eman ajon dangor mohan xilpik xudhibo parile heten❤❤