শ্বিলঙৰ কোনোবা লিংডোৰ সৈতে হৈছিল প্ৰথম প্ৰেম | JP Das | Kamal Kataki | Headline8

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • শ্বিলঙৰ কোনোবা লিংডোৰ সৈতে হৈছিল প্ৰথম প্ৰেম | JP Das | Kamal Kataki | Headline8
    .
    Anchor:- Kamal Kataki
    Guest:- JP Das
    Camera:- Indrajit Das
    Editing:- Parag Nath
    .
    Facebook: Headline 8 / ​
    Twitter: @headline8assam / headline8assam​
    Instagram: / con

Комментарии • 18

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +1

    অতিশয় আনন্দিত হলোঁ জে.পি.দাৰ সাক্ষাৎকাৰ টি চাই। অসমৰ এজন চিৰসেউজ গীতিকাৰ,দৰদী কন্ঠ শিল্পী,যাৰ গীত আৰু সুৰে শ্ৰোতাক সদায়ে মনোৰঞ্জন তথা বিমল আনন্দ দি আহিছে,যিজন চিৰ নমস্য ব্যক্তি, তেখেতেই আমাৰ অতিশয় মৰমৰ, শ্ৰদ্ধাৰ দে.পি.দা। তেখেতৰ এই অনুষ্ঠানটো আমাৰ বাবে এটি আপুৰুগীয়া সম্পদ।কাৰণ তেনে এটি সাক্ষাৎকাৰ অনুষ্ঠানৰ হেঁপাহ মনতে পুহি ৰাখিছিলোঁ।কমল কটকী ডাঙৰীয়াই আজি সেই আশা পূৰণ কৰিলে। দুয়োজন মহান পুৰোধা ব্যক্তি লৈ মোৰ শ্ৰদ্ধা ও শত সহস্ৰ প্ৰণাম যাচিলোঁ।

  • @bhishmadevrabha4886
    @bhishmadevrabha4886 8 месяцев назад

    সংগীত জগতলৈ আগবঢ়োৱা বৰ্ণাধ্য অভিজ্ঞতা খিনি জানি মুগ্ধ হ'লোঁ শ্ৰদ্ধাৰ সংগীত শিল্পী জে , পি , দাৰ পৰা ,,,,,, । স্বনামধন্য দুয়ো গৰাকী শিল্পী লৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ 🙏

  • @purnanathborah2729
    @purnanathborah2729 2 месяца назад

    বৰ ভাল লাগিল সাক্ষাৎকাৰটি কমল দা ৷ ভালে থাকক দুয়ো ৷

  • @MrinmoyBoruah
    @MrinmoyBoruah 2 года назад

    বৰ ভাল লাগিল চিৰ সেউজ শিল্পী গৰাকীৰ মনৰ কথাবোৰ শুনি । সাক্ষাৎকাৰটি বৰ সুন্দৰ । সাক্ষৎগ্ৰহণকাৰী গৰাকীলৈ অশেষ ধন্যবাদ।

  • @jyotirmoykataki2131
    @jyotirmoykataki2131 Год назад

    অতি সুন্দৰ program. মন প্ৰাণ জুৰ পৰি গ'ল, শুনিয়েই যেন থাকিম। খুব natural হৈছে।
    J.P. da as usual,is unique.
    কমল কটকীয়ে সুন্দৰকৈ আগুৱাই নিছে program টো।
    আন্তৰিক অভিনন্দন জনালো।

  • @nipongogoi8178
    @nipongogoi8178 2 года назад +1

    🙏 আপোনাৰ প্ৰতিটো গীতেই মোৰ অতি প্ৰিয় আৰু প্ৰিতিটো গীতেই বহুত ভাল লাগে আপোনাৰ গীতত মই বিলন হৈ যাওঁ। আপোনালৈ সন্মান জনাই সুস্বাস্থ্য কামনা কৰিলোঁ

  • @umaroy4090
    @umaroy4090 2 года назад

    Oti sundor

  • @dhirendeka04
    @dhirendeka04 5 месяцев назад +1

    "সন্ধিয়াৰ আকাশত এহালি তৰাই" ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ পৰা সংৰক্ষণ হৈ আছে মোৰ তাত ।

  • @bibhutibhusanhazarika3189
    @bibhutibhusanhazarika3189 11 месяцев назад

    ❤❤❤

  • @ujjaldeka115
    @ujjaldeka115 Год назад

    75 years young boy , no ego, super simple super energetic my ideal J.P..Das long live 🎉🎉🎉❤❤❤❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 месяца назад

    Long live. J P Das. Da.

  • @shisanka4549
    @shisanka4549 Год назад

    যদি এদিন লগ পাব পৰা হলে জীৱনৰ বিশেষ সপোন এটা পুৰন হ'ল হেতেন মোৰ

  • @moniramdas4569
    @moniramdas4569 Год назад

    Assamar janapriya prabin silpi shradhar JP Dasr geetbor suni baho bhal lage .

  • @lakhijan2366
    @lakhijan2366 Год назад

    Wcome
    Pronam

  • @panchamborah6298
    @panchamborah6298 Год назад

    কিঁয় বাৰু তুমি মোৰ মন মোহিলা❤

  • @stifenbasumatari3751
    @stifenbasumatari3751 2 года назад

    আপোনাৰ কথাবোৰ বৰ ভাল লাগে জে পি দাস🎉

  • @kusumsharma4537
    @kusumsharma4537 Год назад

    😂🎉😢😮