Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বাঁহীৰ সুৰে মানুহৰ মন প্ৰাণ হৃদয় জুৰাই জিয়ে এইয়া ভাল নাপায় কি কম ...আপুনি ত বুজিলেই ।
বহু দিনৰ বিচাৰ খোচাৰৰ অন্তত আজি এই বাঁহীৰ সুৰটো শুনা পালো।ভাল লাগিল।
Sam😔😔
Sam
সত্য কথা
Sdg
❤
Guys vabok sun manuhe jodi Iman dhuniya ke bahi bojai tenehole sri krishna bhogobane kiman dhuniya bojaisile ❤️❤️🙏🙏kune kune agree kore muk say👍👍👍
Bohovalagicaaibilikkhdiba
এই সুৰটো শুনিলে মনতো ৰাস ৰাস লাগি যায়
নৱ দা আৰু আগুয়াই যোৱা বহুত ভাল লাগে সুৰটো শুনিলে❤❤❤❤
বাৰে বাৰে শুনি ও হেপাহ এ নপলাই ☺️😍
বহুত ভাল লাগিল দাদা 👌👌👌 বাৰে বাৰে শুনি থাকিলেও হেপাহ নপলায় ।
Dhunia
Hi
Assamis hoßàri
মজা লাগিছে দেই❤❤❤
অতি সুন্দৰ মোৰ এই সুৰটো বৰ প্ৰিয়
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা এটি মনোমোহা সুৰ। ❤️
Bapre.. ki kom.. 🙏🙏🙏🙏🙏 iman dhunia xur... Rash ekhn t xuna paislu.. ai2 xur.. aji bisari palu.. thanku RUclips, thnku Nabajit Bora dada
এই বাহীঁ সুৰটোৰ মোৰ প্ৰিয় ❤❤
বাৰে বাৰে শুনি থাকিলেও যে আমনি নালাগে ইমান ধুনীয়া সুৰ
অতি মধুৰ আৰু মনোমোহা সুৰ।শুনিলে শুনি থাকিবৰ মন যায়।
এটা মনোমোহা সুৰ যিটো বাৰে বাৰে শুনি থাকিব মন যায় । ভবিষ্যতলৈ ইয়াতকৈও ভাল শুৰ শুনিব পাম বুলি আশা থাকিল।
দিনটোত এবাৰ হ'লেও শুনো এই সুৰটো......মন প্ৰাণ হৰি নিয়া সুৰ
অশান্ত মন শান্ত হৈ ৰাসৰ মুহূত্ববোৰলৈ উৰা মাৰে। বহুতো সুন্দৰ।
বাঁহী আৰু খোলৰ চেঁৱে মন যোৰ কৰি পেলাইছে ধন্য খোল বাদ্যক ধণ্য বাঁহী বাজক ❤❤❤❤
নিউজ ওর পড়া শুনি পাগল হইছু তার পিছত বহুত খুঁজার পিছত হে পালু 🥰 ওয়াল্ড বেস্ট মিউজিক 🥰
Eman moja bojaise hosa eman val lagile huni 👌
অতি সুন্দৰ ৷ শুনিলে শুনি থাকিবৰ মন যায় ৷
Wow superhit, most beautiful, amazing,my favourite.
প্ৰতিবাৰে শুনি এনে লাগে যেন বাঁহীৰ সুৰটোতে কলিজাটো ফালি উলিয়াই দিম ৷
A moja
কি ধুনীয়া সুৰটো বৰ মজা লাগিছে
কি সুন্দৰ ,মন ভালো লাগি যায়
আগলৈও এনে ধৰনৰ video পাই থাকিম বোলি আশা থাকিল❤️🙏🔥🔥🔥🔥🔥👍👍👍👍👍
এই বাঁহী ৰ সুৰটো শুনিলে মোৰ মন টো মোহিত হৈ যায়।🙏❤️ যেনে ৰাৱণে সীতাৰ ৰূপত মোহিত হৈ ছিল।❤️🙏
বহুত ভাল লাগিল নৱ দা .....এটি সুন্দৰ উপহাৰ আমাৰ বাবে.....💐💐
বাঁহীৰ সুৰত গকুল বৃন্দাবনৰ দৰ্শন কৰালে। অতি মধুৰ ।.......
Mojja
@@devapawe3682 bnbeinglstopzixidipsaDr
ভাল লাগিল ।নৱ দা👌❤
এই সুৰটো ইমান শুনো ইমান শুনো তথাপিও কেতিয়াও আমনি নালাগে🙏🙏💖💖💖💖
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা সুৰটো , মোৰ প্ৰিয় 😍
মোৰ অতি প্ৰিয়।
বহোত ভাল লাগিল
W are wwaww2w\as
Sem
hi
এই সুৰটো ইনান শুৱলা i like this song🥰🥰🥰
Bor khundor khur Tu khulile montu Val lagi jai bohut dhuniya bahi bojai se nobajit Bora😍😍😍😘🤗☺️😊😊
বহুত ভাল লাগিল নব দা
দাদা আপোনাৰ বাঁহীত সঁচাই বলীয়া 🖤💕🖤 আপুনি আৰু আগুৱাই যায় তাৰে কামনা কৰিছো ভগৱানৰ উচৰত 🙏🙏🙏
Bohot.adsa
o o
ধুনিয়া বাৰে বাৰে শুনি থাকিব মন যায়❤️❤️❤️❤️
একেৰাহে শুনি থাকিলেও আমনি নালাগে অ'...😘😘😘😘👌👌👌👌👌💖💖💖💕💕💕💕💕💕💖💗💗💗💙💙💚💛💛💓💓❤❤❤💘💘💙💙💙💚💛💛💜💛💟💟💞💞💝💝💝💝💞💝💝💕💖💗💙💚💛💛💜💓💓❤💘💙💗💖💕💕💖💗💗💗💗💗💙💙💚💚💚❤❤❤❤
🙏🙏🙏bohut .....xundur ......husakoi Krihsnaa
Wow amazing 😍😍❤️....and I have no word... touching my heart.
সুন্দৰ বৰ মৰম লাগা সুৰ
শুনিলে শুনি থাকিবৰ মন যায়।।কি সুন্দৰ।।
❤️
ধুনীয়া লাগিছে দেই শুনি থাকিবই মন গৈ থাকে বাৰে বাৰে
সচাকৈ ইম্মান ধুনীয়া বাহীৰ সুৰ । শুনিলে শুনিয়ে থাকিব মন যায় । মোৰ ফালৰ পৰা আপোনাক অলেষ শুভেচ্ছা জ্ঞাপন কৰিছো । 🙏🙏❤️❤️
World no 1 best performance of the world.
অতি সুন্দৰ দাদা
Bohut vall lagisa bara bara khuni thakilao amoni nalage 😘😘❤❤
বাৰে বাৰে শুনি থাকিবলৈ মন যায় অ😘😘 একদম মিঠাসুৰ ,আগবাঢ়ি যাওক
বাহীঁৰ সূৰটো মজা লাগিছে ।
মজা
Guiness world record book World no 1 best performance of the world.
Moja bro♥️♥️🔥🔥🔥
সুন্দৰ ....মনমুগ্ধ 🙏🏼🙏🏼👌🏼👌🏼
উফ যিমান শুনি থাকিলেও আমনি নালাগে❤️😌*অনুপম* ❤️
Umm
অসমৰ সকলোৱে ভালপোৱা এতি মধুৰ বাঁহীৰ সুৰ
বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।।। সুৰটো শুনি বহুত ভাল লাগে 🙏
শুনি আমনি নলগা সুৰটো ...........বাৰে² যেন শুনিয়েই থাকিম ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Khundor hoisa.bhal lagil.aru ana video Pam buli akha rakhilu!
It's mind fresh and heart touching.. lyrics.. great our Assamese culture and tradition..joi aai Assam ❤️❤️ india ..also.universe also❤️❤️❤️
Best performance, my favourite performance of the world.
বহুত ভাল লাগে সুৰ টো শুনি 👌👌👍👍
Koble aku bhakha nai hridoy hat pri jua ati hur....very nice...🌝🌝🌝💗💗💗💗
বৰ ভাল লাগে সুৰটো।।সচাই মন চুই যায়❤❤❤❤
nice নৱ da ❤️😍
সুন্দৰ হৈছে নৱ দা ।যিমান পাৰোঁ সুনি থাকিম
Mur bohut bohut val loga bahir xurtu
Bohut dhuniya lagise dada 🙏🙏🙏
One of the most beautiful song❤❤❤😢😢😢
ধন্যবাদ আপোনাক প্ৰতিটো ৰাতিপুৱাই মোৰ বাবে সুন্দৰ কৰি তুলা বাবে😊❤️
Moja bhut vl lage dei aitu... keep it up
কৃষ্ণ, বহুত প্ৰিয় ❤️
মজা নৱজ্যোতি দা
Naba daa... just wow!!😍😍😍
Bahia hur bohut Val payou😊😊
Beautiful mixing of tune and other instruments.
অ নৱজিত, তোমাৰ বাঁহিৰ সুৰ।মোৰ ভাষা নাই।
Outstanding performance... love it
Bohut.vl hoisa .naba da......2me aru aguai jua
বহুত ভাল লাগে❤❤🕺🕺
Mur suwalie ei sur2 xunilehe Khai,xue ru konda bondha kre..proti din minimum 10 tyms xunu..bht val lge
l0
সচাই শুনি থাকিবৰ মন যায়😇
So so so so so so so so so so so so so so so so so so so so so so so so So nice 🎊😘😘😘😘😍😍😍😍
Bohut Val lagise dada aru aguya jab jauk🔥🔥🔥💓💓💗😍😍😘😘🥰🥰🥰
নৱজিত ভাইটি সুন্দৰ হৈছে।
Bht bht bht vl lage ooo... Xuni🤗🤗
Uum bht vl lgesa😍
অতি সুন্দৰ।আৰু dislike দিয়া কেইজনক বৰ এটা বুজি নাপালোঁ।আমি সৰু মানুহ বাৰু।
Moja bey.
শুনিলে শুনি থাকিব মন যায়
Bohut dhuniya lagise dada❤❤❤❤❤❤
সদায় প্রিয়❤️
Bohut Val lagil bare bare honi thakib Mon Jai iman dhuniya bojaise
অতি সুন্দৰ 👌❤️
কি কমকবলৈ ভাষা নাইসচাঁ কৈ বহুত ভাল লাগিছেহাজাৰ বাৰ গুনিলেও হেপাহ নপলায়
যিমান বাৰ শুনি থাকিলেও আমনি নালাগে...😍😍👍👍
মজা সোন দা
Moi raja
অতি সুন্দৰ
Eman Val Lage eman Val Lage eman Val Lage hepahe napolai
সুন্দৰ দাদা
Dhuniya lagise abar xunile xuni thakibole Mon Jai ❤️❤️❤️
Love this music. Its touch my heart❣️
আপোনাৰ বাঁহী মাত নুসুনিলে মোৰ ৰাতি টোপনি নাহে 😭😭😭😭❤️
Eman Val Lage
Mou bajobo janu
Amoni nalage . Oo . I really love this music.
বহুত ধুনীয়া হৈছে দাদা
বাঁহীৰ সুৰে মানুহৰ মন প্ৰাণ হৃদয় জুৰাই জিয়ে এইয়া ভাল নাপায় কি কম ...আপুনি ত বুজিলেই ।
বহু দিনৰ বিচাৰ খোচাৰৰ অন্তত আজি এই বাঁহীৰ সুৰটো শুনা পালো।ভাল লাগিল।
Sam😔😔
Sam
সত্য কথা
Sdg
❤
Guys vabok sun manuhe jodi Iman dhuniya ke bahi bojai tenehole sri krishna bhogobane kiman dhuniya bojaisile ❤️❤️🙏🙏kune kune agree kore muk say👍👍👍
Bohovalagicaaibilikkhdiba
এই সুৰটো শুনিলে মনতো ৰাস ৰাস লাগি যায়
নৱ দা আৰু আগুয়াই যোৱা বহুত ভাল লাগে সুৰটো শুনিলে❤❤❤❤
বাৰে বাৰে শুনি ও হেপাহ এ নপলাই ☺️😍
বহুত ভাল লাগিল দাদা 👌👌👌 বাৰে বাৰে শুনি থাকিলেও হেপাহ নপলায় ।
Dhunia
Hi
Assamis hoßàri
মজা লাগিছে দেই❤❤❤
অতি সুন্দৰ মোৰ এই সুৰটো বৰ প্ৰিয়
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা এটি মনোমোহা সুৰ। ❤️
Bapre.. ki kom.. 🙏🙏🙏🙏🙏 iman dhunia xur... Rash ekhn t xuna paislu.. ai2 xur.. aji bisari palu.. thanku RUclips, thnku Nabajit Bora dada
এই বাহীঁ সুৰটোৰ মোৰ প্ৰিয় ❤❤
বাৰে বাৰে শুনি থাকিলেও যে আমনি নালাগে ইমান ধুনীয়া সুৰ
অতি মধুৰ আৰু মনোমোহা সুৰ।শুনিলে শুনি থাকিবৰ মন যায়।
এটা মনোমোহা সুৰ যিটো বাৰে বাৰে শুনি থাকিব মন যায় । ভবিষ্যতলৈ ইয়াতকৈও ভাল শুৰ শুনিব পাম বুলি আশা থাকিল।
দিনটোত এবাৰ হ'লেও শুনো এই সুৰটো......মন প্ৰাণ হৰি নিয়া সুৰ
অশান্ত মন শান্ত হৈ ৰাসৰ মুহূত্ববোৰলৈ উৰা মাৰে। বহুতো সুন্দৰ।
বাঁহী আৰু খোলৰ চেঁৱে মন যোৰ কৰি পেলাইছে ধন্য খোল বাদ্যক ধণ্য বাঁহী বাজক ❤❤❤❤
নিউজ ওর পড়া শুনি পাগল হইছু তার পিছত বহুত খুঁজার পিছত হে পালু 🥰 ওয়াল্ড বেস্ট মিউজিক 🥰
Eman moja bojaise hosa eman val lagile huni 👌
অতি সুন্দৰ ৷ শুনিলে শুনি থাকিবৰ মন যায় ৷
Wow superhit, most beautiful, amazing,my favourite.
প্ৰতিবাৰে শুনি এনে লাগে যেন বাঁহীৰ সুৰটোতে কলিজাটো ফালি উলিয়াই দিম ৷
A moja
কি ধুনীয়া সুৰটো বৰ মজা লাগিছে
কি সুন্দৰ ,মন ভালো লাগি যায়
আগলৈও এনে ধৰনৰ video পাই থাকিম বোলি আশা থাকিল❤️🙏🔥🔥🔥🔥🔥👍👍👍👍👍
এই বাঁহী ৰ সুৰটো শুনিলে মোৰ মন টো মোহিত হৈ যায়।🙏❤️ যেনে ৰাৱণে সীতাৰ ৰূপত মোহিত হৈ ছিল।❤️🙏
বহুত ভাল লাগিল নৱ দা .....এটি সুন্দৰ উপহাৰ আমাৰ বাবে.....💐💐
বাঁহীৰ সুৰত গকুল বৃন্দাবনৰ দৰ্শন কৰালে। অতি মধুৰ ।.......
Mojja
@@devapawe3682 bnbeinglstopzixidipsaDr
ভাল লাগিল ।
নৱ দা👌❤
এই সুৰটো ইমান শুনো ইমান শুনো তথাপিও কেতিয়াও আমনি নালাগে🙏🙏💖💖💖💖
বাৰে বাৰে শুনি থাকিলেও আমনি নলগা সুৰটো , মোৰ প্ৰিয় 😍
মোৰ অতি প্ৰিয়।
বহোত ভাল লাগিল
W are wwaww2w\as
Sem
hi
এই সুৰটো ইনান শুৱলা i like this song🥰🥰🥰
Bor khundor khur Tu khulile montu Val lagi jai bohut dhuniya bahi bojai se nobajit Bora😍😍😍😘🤗☺️😊😊
বহুত ভাল লাগিল নব দা
দাদা আপোনাৰ বাঁহীত সঁচাই বলীয়া 🖤💕🖤 আপুনি আৰু আগুৱাই যায় তাৰে কামনা কৰিছো ভগৱানৰ উচৰত 🙏🙏🙏
Bohot.adsa
o o
ধুনিয়া বাৰে বাৰে শুনি থাকিব মন যায়❤️❤️❤️❤️
একেৰাহে শুনি থাকিলেও আমনি নালাগে অ'...
😘😘😘😘👌👌👌👌👌💖💖💖💕💕💕💕💕💕💖💗💗💗💙💙💚💛💛💓💓❤❤❤💘💘💙💙💙💚💛💛💜💛💟💟💞💞💝💝💝💝💞💝💝💕💖💗💙💚💛💛💜💓💓❤💘💙💗💖💕💕💖💗💗💗💗💗💙💙💚💚💚❤❤❤❤
🙏🙏🙏bohut .....xundur ......husakoi
Krihsnaa
Wow amazing 😍😍❤️....and I have no word... touching my heart.
সুন্দৰ বৰ মৰম লাগা সুৰ
শুনিলে শুনি থাকিবৰ মন যায়।।কি সুন্দৰ।।
❤️
ধুনীয়া লাগিছে দেই শুনি থাকিবই মন গৈ থাকে বাৰে বাৰে
সচাকৈ ইম্মান ধুনীয়া বাহীৰ সুৰ । শুনিলে শুনিয়ে থাকিব মন যায় । মোৰ ফালৰ পৰা আপোনাক অলেষ শুভেচ্ছা জ্ঞাপন কৰিছো । 🙏🙏❤️❤️
World no 1 best performance of the world.
অতি সুন্দৰ দাদা
Bohut vall lagisa bara bara khuni thakilao amoni nalage 😘😘❤❤
বাৰে বাৰে শুনি থাকিবলৈ মন যায় অ😘😘 একদম মিঠাসুৰ ,আগবাঢ়ি যাওক
Mojja
বাহীঁৰ সূৰটো মজা লাগিছে ।
মজা
Guiness world record book World no 1 best performance of the world.
Moja bro♥️♥️🔥🔥🔥
সুন্দৰ ....মনমুগ্ধ 🙏🏼🙏🏼👌🏼👌🏼
উফ যিমান শুনি থাকিলেও আমনি নালাগে❤️😌
*অনুপম* ❤️
Umm
অসমৰ সকলোৱে ভালপোৱা এতি মধুৰ বাঁহীৰ সুৰ
বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে।।। সুৰটো শুনি বহুত ভাল লাগে 🙏
শুনি আমনি নলগা সুৰটো ...........বাৰে² যেন শুনিয়েই থাকিম ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Khundor hoisa.bhal lagil.aru ana video Pam buli akha rakhilu!
It's mind fresh and heart touching.. lyrics.. great our Assamese culture and tradition..joi aai Assam ❤️❤️ india ..also.universe also❤️❤️❤️
Best performance, my favourite performance of the world.
বহুত ভাল লাগে সুৰ টো শুনি 👌👌👍👍
Koble aku bhakha nai hridoy hat pri jua ati hur....very nice...🌝🌝🌝💗💗💗💗
বৰ ভাল লাগে সুৰটো।।সচাই মন চুই যায়❤❤❤❤
nice নৱ da ❤️😍
সুন্দৰ হৈছে নৱ দা ।
যিমান পাৰোঁ সুনি থাকিম
Mur bohut bohut val loga bahir xurtu
Bohut dhuniya lagise dada 🙏🙏🙏
One of the most beautiful song❤❤❤😢😢😢
ধন্যবাদ আপোনাক প্ৰতিটো ৰাতিপুৱাই মোৰ বাবে সুন্দৰ কৰি তুলা বাবে😊❤️
Moja bhut vl lage dei aitu... keep it up
কৃষ্ণ, বহুত প্ৰিয় ❤️
মজা নৱজ্যোতি দা
Naba daa... just wow!!😍😍😍
Bahia hur bohut Val payou😊😊
Beautiful mixing of tune and other instruments.
অ নৱজিত, তোমাৰ বাঁহিৰ সুৰ।মোৰ ভাষা নাই।
Outstanding performance... love it
Bohut.vl hoisa .naba da......2me aru aguai jua
বহুত ভাল লাগে❤❤🕺🕺
Mur suwalie ei sur2 xunilehe Khai,xue ru konda bondha kre..proti din minimum 10 tyms xunu..bht val lge
l
0
সচাই শুনি থাকিবৰ মন যায়😇
So so so so so so so so so so so so so so so so so so so so so so so so So nice 🎊😘😘😘😘😍😍😍😍
Bohut Val lagise dada aru aguya jab jauk🔥🔥🔥💓💓💗😍😍😘😘🥰🥰🥰
নৱজিত ভাইটি সুন্দৰ হৈছে।
Bht bht bht vl lage ooo... Xuni🤗🤗
Uum bht vl lgesa😍
অতি সুন্দৰ।আৰু dislike দিয়া কেইজনক বৰ এটা বুজি নাপালোঁ।আমি সৰু মানুহ বাৰু।
Moja bey.
শুনিলে শুনি থাকিব মন যায়
Bohut dhuniya lagise dada❤❤❤❤❤❤
সদায় প্রিয়❤️
Bohut Val lagil bare bare honi thakib Mon Jai iman dhuniya bojaise
অতি সুন্দৰ 👌❤️
কি কম
কবলৈ ভাষা নাই
সচাঁ কৈ বহুত ভাল লাগিছে
হাজাৰ বাৰ গুনিলেও হেপাহ নপলায়