১টা আমলখি ৮টা বেমাৰৰ দৰব| amla benefits| home remedies| skin tips| health tips| DrRaineesHealthyWay

Поделиться
HTML-код
  • Опубликовано: 2 фев 2025

Комментарии • 28

  • @janmonideori6829
    @janmonideori6829 28 дней назад +1

    সূ প্ৰভাত বাইদেউ। আমলখী ঔষধী গুণৰ বিষয়ে বহুত মূল্যবান কথা জনাত সহায় হ'ল। বাইদেউ লৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছো। নতুন বছৰৰ শুভেচ্ছা থাকিল।❤

  • @damayantisaikia2177
    @damayantisaikia2177 Месяц назад

    Val Lagil Dhanybad Baidew

  • @dipalideka2497
    @dipalideka2497 Месяц назад

    Nice video 👍 thank you madam

  • @rekhagogoi9098
    @rekhagogoi9098 Месяц назад +1

    Good morning 🌞🙏 mam bohut hundor kotha kole

  • @bornaligogoi3408
    @bornaligogoi3408 Месяц назад

    Khub hundor diha..agbohuwar babei bahut bahut dhonyobaad Rainee 🙏tumr diha bure muk bahut upokrito korise❤

  • @gloriaahmed7453
    @gloriaahmed7453 Месяц назад

    Bohut xundor video 👌👌 thanks for sharing dear ❤️🎉
    Notun bosoror xuvesha ru morom dilu🥰🥰🌹🌹

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Месяц назад

      বা ধন্যবাদ জনালো আৰু মৰম দিলোঁ

  • @GunamaniGogoi
    @GunamaniGogoi 27 дней назад

    Apunar video bure xosakoi,bohut upokaro ahise,ma'am,xundor diha tur babe dhanyawad jonaisu.

  • @jitupator9652
    @jitupator9652 Месяц назад +1

    Good morning baideu

  • @padumkakati2938
    @padumkakati2938 Месяц назад

    তেওঁৰ ভাল হল।

  • @KarunaRajbongshi-vj2db
    @KarunaRajbongshi-vj2db Месяц назад

    বহুত সুন্দৰ কথা জনালে ।ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো । আমলখিৰ ৰস 5/6 চামুচ আধাগিলাচ গৰুৰ গাখীৰ লগত খালে হৃদৰোগৰ কাৰণে ভাল হয় বুলি শুনিছো । ধন্যবাদ থাকিল ।।।🙏🙏🙏

  • @kalitakhagen8377
    @kalitakhagen8377 Месяц назад

    Baideu Klonik Dichentry Babe Ki Khale Bhal Hoy Kobo Son

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Месяц назад +2

      কাছকল ভাল, ডালিম, অমৰা, ভেদাইলতা, মানিমুনি ভাল

  • @adityagondhiaokpp.6320
    @adityagondhiaokpp.6320 Месяц назад

    বাইদেউ দেৰিকৈ হলেও ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনালো ৷ইমান ধুনীয়া কথা জনালে ভাল লাগিল আৰু নতুন বছৰত এনেকুৱা ভিডিঅ পায় থাকিম বুলি আশা কৰিলো৷

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Месяц назад +1

      আন্তৰিক ধন্যবাদ জনালো দেই 🙏

  • @Srikaushikdas
    @Srikaushikdas 29 дней назад

    Mam Salix nigra dilution 200ch medicine tu ki bemarat use kora hoi please reply me ...

  • @bharatibarkataki7592
    @bharatibarkataki7592 Месяц назад

    হয় - আমলখিৰ বহুত উপকাৰ আছে ৷ আমাৰ ঘৰত আছে , খাওঁ ৷

  • @PradipGogoi-i7b
    @PradipGogoi-i7b Месяц назад +1

    Sister মোৰ বৰ্তমান 70 বছৰ বয়সত ভৰি দিছোঁ। আপুনি কিন্তু মোক দেখিলে 45বছৰৰ বয়স বুলি কব। মানুহ বিলাকে ডেকা হৈ আছে বুলি কয়। কাৰণ টো হ'ল আজি বাৰ বছৰৰ আগতেই মোৰ constipation তামাম আছিল। Ibsৰ দৰে হৈছিল।পিছত বহুতো treatment কৰিও ভাল নহ'ল। শেষত এজন ব্যক্তিৰ কথা মতে ডাবৰৰ তিফলা দুই চামূছকৈ গৰম পানীৰ লগত মিলাই পুৱা খাবলৈ ধৰিলো। বৰ্তমান বহুতো বেমাৰ ক'ত গ'ল গম নেপালো। পেচাৰ চুগাৰ‌ কলেষ্টল ফেটি লিভাৰ IBS একো ৰোগ বৰ্তমান নাই। দেহত বয়সৰ আচুৰ নপৰা হ'ল। মোৰ নাতিনী বিলাক ‌গাভৰু হ'ল। মানুহ বিলাকে মোক ডেকা হৈ আছে বুলি কয়। তিফলা যে ইমান গুণ ময় বিচুতি খালো। ধন্যবাদ।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  Месяц назад +1

      আপোনাৰ কথা শুনি উৎসাহিত হৈছোঁ। ৰাইজে এনেকুৱা কথা বা অভিজ্ঞতাৰ কথা শুনি নিশ্চয় উপকৃত হ'ব 🙏। সাধাৰণ বুলি ভবা বস্তুবোৰ অসাধাৰণ হৈ পৰে