Hoxake bht dhunia gan ata uliala daii bndhU aguwai jua Tumi akha korisu in future anekua hundor hundor gan upohar Pao Jen...what a sweet voice keep it up and one day you will be become one of the famous singer of Assam
নতুন বছৰৰ নতুন পৰিকল্পনা লৈ এটি নতুন গীতৰ নতুন সোৱাদ পাম বুলি আশা ৰাখিলোঁ ককাই ।আৰু আগবাঢ়ি যোৱা তুমি ।সদাই আছো তোমাৰ লগত আমি সংগীত জগতৰ সাৰথি হৈ।Love from Sivasagar ❤️😇🤝
যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে ।।আপোনালোকৰ মৰম আৰু আৰ্শীবাদ বিচাৰিছোঁ ।ভাইটি যাতে আগবাঢ়ি যাই আপোনালোকে আৰ্শীবাদ কৰিব❤❤❤❤
আপোনাৰ সুৰ আৰু কথা মানেই হিট
Apune hadai agbahe jok Tara kamona karesu vagabanor usarot
মজা হৈছে।তোমাৰ গানবোৰ বহুত ভাল লাগে
অতি সুন্দৰ ✨
Hvyy moja lage apuner Hur tu
এইবাৰ বিহুৰ শেষ্ঠ গীত এইটো আৰু লক্ষ্যজীত দাৰ ইমান ধুনীয়া🤗👌 গানটোৰ বাবে এটা 👍like কৰি দিয়া বন্ধুহত 🙏
Hoxake bht dhunia gan ata uliala daii bndhU aguwai jua Tumi akha korisu in future anekua hundor hundor gan upohar Pao Jen...what a sweet voice keep it up and one day you will be become one of the famous singer of Assam
কি সুন্দৰ ক'বলৈ ভাষা নাই লক্ষ্যজিৎ দা🥰👉🏻❤👈🏻। মৰম পঠিয়াইছো টিংখাংৰ পৰা❤ । মাঘৰ বিহুৰ ওৰে ৰাতি বাজিব ভেলাঘৰত🔥🤘🏻
Donena
ধুনীয়া দাদা ❤️❤️ শিৱসাগৰ পৰা মৰম যাচিছো
খুূবেই সুন্দৰ হৈছে | উফঃ......❤❤❤ এইবাৰ নতুন বছৰ, মাঘৰ বিহু হিলিব |
ধুনীয়া হৈছে গীত ভিডিঅ'দা💝💝💝💝
লুইত দা আপোনাৰ গানৰ কথা সুৰত কিবা যাদু আছে সেয়ে মোৰ সকলোতকে প্ৰিয় উফ।ভাল লাগিল বৰুৱা।
Mr বৰুৱা সঁচাকৈ সুন্দৰ গীত 💖
আগবাঢ়ি যোৱা,,,
Nice song বহুত ভাল লাগিল 😊
ধুনীয়া গীত বন্ধু সকলোৱে আদৰি লয় যেন🔥🔥
সুন্দৰ বন্ধু ♥️ ।। এইবাৰ ভেলাঘৰত বাজিব..... 📢🎶
Bhogali Dhamaka💝 Lyrics,voice,tune,Music ki kom aru Next level 👍
ককাই অতি সুন্দৰ ❤️❤️
বহুত বেছি ধুনীয়া হৈছে lakhyajit Da
Hittttt
বহুত ধুনীয়া হৈছে মৰাণৰ মৰম যাচিলো
নতুন বছৰৰ নতুন পৰিকল্পনা লৈ এটি নতুন গীতৰ নতুন সোৱাদ পাম বুলি আশা ৰাখিলোঁ ককাই ।আৰু আগবাঢ়ি যোৱা তুমি ।সদাই আছো তোমাৰ লগত আমি সংগীত জগতৰ সাৰথি হৈ।Love from Sivasagar ❤️😇🤝
বৰ ধুনীয়া 😍 অতি সোনকালেই ১ মিলিয়ন পাবগৈ 💜
খুব সুন্দৰ দেই মিঠা মিঠা....অ হ হ মইনা 🥰🥰🥰🤘
gantu xuni bor val lagil 🥰🥰🥰
ধুনিয়া লাগিছে গাণ তো দাদা আগৰ লৈকে আৰু এনেকৈয়ে গাই যাব ❣️❣️
বহু অপেক্ষা অন্তত।।😊🔥😊🥰
ভাল লাগিল শুনি আৰু আগুৱাই জুৱা ❤❤
বহুত বহুত ভাল লাগিল ককায়দেউ আপোনাৰ গান বোৰ শুনি বহুত ভাল লাগে 🥰 লক্ষীমপুৰ পৰা এগাল মান মৰম জাচিলো ❣️ আৰু লগতে সকলোকে আগতিয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ
Bhut val lagise dada gan tu akha korisu agoloiu jen anekuwa gan pao 😍❤️❤️❤️
সুন্দৰ হৈছে দাদা 💓🔥
সুন্দৰ হৈছে আগবাঢ়ি যোৱা
খুব ভাল লাগিল গানটো শুনি 👌 আগুৱাই যোৱা আৰু শুভেচ্ছা জনালোঁ 👍❤️💐💐
সুন্দৰ বহুত বহুত ভাল লাগিল ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
আজ্জৈ নেৰিবা ...এইবাৰ বিহু তামাম হিট্ ...খুউব সুন্দৰ লক্ষ্যজিত দা ❤❤
এই বাৰ বিহু গৰম হ'ব ❤️
বহুত ভাল লাগিছে তোমাৰ গীত টো Dada 🥰🥰
বহুত বেছি ভাল লাগিছে ।🤩❤️শুভ কামনা জনালোঁ।❣️
বহুত ভাল লাগিছে। লুইত নীল দা কথা সুৰ মানে সদাই মনোৰম ।অসমত আপুনি এনে এজন গীতিকাৰ যাৰ লেখনী কোনো সংগীত অনুৰাগী এ ভাল নহয় বুলি কব নোৱাৰে। লক্ষ্য তোমাৰ কণ্ঠ অতি সুন্দৰ❤️❤️❤️❤️
Khali ase baa nai উফ ইমান ধুনীয়া লাগিছে
গোটেই বিলাক গানেই প্ৰিয় আৰু মৰমৰ আগলৈ আৰু ধুনীয়া গান পাই যাম বুলি আশা থাকিল💕
বহুত বহুত ভাল লাগিছে ❣️
মজা লাগিচে দেই বন্ধু
ধুনীয়া গীত 🔥🔥🔥❤️❤️❤️❤️
বিহু গৰম এইবাৰ 💥
অতি সুন্দৰ ৰুপত গীতটো সূনদর কনঠরে প্ রিবেশন কৰিছা, বহুত বহুত ধন্যবাদ তোমালৈ।
Bohut bohut dhuniya hoise dada.dhuniya lagilse huni🥰❤️❤️❤️💞💞💞💞💞
ভাল লাগিল দা গান টো শুনি গানৰ তাইতেলটো ভাল লাগিল মাঘ বিহুৰ শুভেচ্ছা থাকিল দা
Falii disa broh ❣️
Eman dhuniya lagile huni 👌👌💖💖
Vall lagil bro song2
সুন্দৰ ❤️❤️
গানটো শুনি নীল দাৰ বিহুৱানলৈ মনত পৰি গল🥰🥰
hsa koi
Hosa dai❣️❣️❣️
Dhuniya ❤️🔥 aibar magh Bihu hili thakibo ❤️🥀🤗
Super hit ...👍 Aibar mahg Bihu ....
Bor dhuniya hoise baiti butefull🥰🥰🥰🥰
Bahut vl lagise dada aru aguwai jawk apani
dhuniya dhuniya gan gai jaba...hokolure morom pai jaba.
Dhunia lagil huni ,aagontak natun ru bhugali bihur huvesha jasilu
বহু অপেক্ষাৰ অন্তত । বহুত বেছি সুন্দৰ হৈছে .. 💞💞
তোমাৰ প্রতিটো গীতেই মোৰ বহত ভাল লাগে ৷ আৰু বহুত আগুরাই যোৱা ৷ মৰম থাকিল ৷
মজা হৈছে দেই বৰুৱা ।
এইবাৰ এই গীতটো হিট হব কিন্তু চাই লবা
Superhit Song ❤️❤️❤️
Mojja lagise👍
Bohut hundor kontho,, lyrics luit Neel koboloi kunu vakha nai love u luit nee nd all team 🌹🌹🌹🌹🌹🌹
Hit ....hakolu khini khub val hoisea👍
A bro 🔥dekhun
বহুত ভাল লাগিল
Bhal hoise
Tumi Hitt🥰🥰🥰🥰👌👌vall lagil bhtt🖤🖤🖤
Mojja dada bohut val lagise
Bondhu fali disa day val lagise aguwai juwai 👍👍👍
Hundor 👍
সুন্দৰ কন্ঠ। ভাল লাগিল।
Hundor bro👌👌👌
সোনি আমণিৰ নেলাগে, সুন্দৰ সুৰৰ কলি ❤❤❤
ভাল লাগিল
Uff 🥺voice tu bhut bhal lge oo ❤️❤️🥀🥀
Evergreen beautiful song with lyrics I love this song
Hundor Bro 😍😍😍😍☺💖💖❤❤
Hundor 💚
Jui hoise
Hundor
সুন্দৰ 🔥🔥
অতি সুন্দৰ ❣️
Bondhu dhoniya lagise gan to
Hundor hoise bondhu🔥🔥🔥
অৱশেষত হুনিব পালো গানটো 🔥💗
Dhuniya hoisa dada agbarhe jowaa hodi. Lakshyajit dada baba like ataa di jowa
Bor dhunia lagise
Bht dhuniya hoise😍😍😍
Hvyy dada fali disa
Hundor voice hundor song nice music love you lyrics tune ❣️🔥🔥mal hit ❣️ 🔥 bondhu
Bohut dhuniya song love❤❤ aru aguwai juya
বহুত ধুনীয়া
Dhunia 🥰🥰 bondhu
Luit dar lyrics tune je neel dar jen lagise ❤ very sweet tune luit da dhuniya voice laikhyajit
Very nice song congratulations 🎉🎉💐
Guli hoise aiber hit hbo💯🤗💞
ভাল লাগিল দাদা।
Dhuniya lagisa hosakoi
Nice song ♥️♥️
Nice 👍 song bondhu
বহুত ধুনীয়া হৈছে ❤️