Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আপোনাৰ আচাৰ বনোৱা পদ্ধতিৰে মই কেইবাবিধো আচাৰ বনাই খাইছোঁ, আনকো দিছোঁ। বহুত ভাল লাগে। আগলৈ আৰু দি থাকিব বাইদেউ।
Sundor hoise
Bohut dhunia lagise I will try it
Bahut bahut bhal lagil baideu.
❣️❣️❣️
Bahut dhuniya
ভাল লাগিল বাদেও
Bohut hundor aponar asar bor.
ধন্যবাদ 💟
Hundor........baideu.......
বহুত ভাল লাগিল
ধন্যবাদ ❣️❣️
Val lagil baideo
খুব ধুনীয়া হৈছে।
ধন্যবাদ দেই
Bht dhunia hoise mam. Dekhiye gm pisu so masor achar dbosn. Soru mas n dngr mas 2utre please mam wait krim apnr msor achar vdo loi
আপোনাৰ বগৰীৰ আচাৰ বনোৱা পদ্ধতিটো ভাল লাগিল।টেঙা মিঠা বগৰীৰ আচাৰ বনাইছোঁ যদিওঁ ; আপুনি বনোৱা গুৰৰ মিঠা আচাৰ মইওঁ বনাবলৈ চেষ্ঠা কৰিম।ধন্যবাদ।
ধূনীয়া হৈছে বাইদেউ
Very nice.
Wow aponar eman asar ase... Goi loi ahim Jen lagise
আহিবা লৈ যাবাহি দেই
ধুনীয়া হৈচে
ইমান সুন্দৰকৈ বনালে ময়ো বনাম আপোনাৰ ৰেছিপি চাই।
জিভাত পানী আহি গৈছে ।
ভাল লাগিল
Bah bor dhunia bohori achar bonai dekhusle jivar pani olaiy gol thankyou god bless you
ভাল লাগিল বাইদেউ
ধুনীয়া হৈছে....আপোনাৰ আগত দিয়া বগৰীৰ মিঠা আচাৰ মই বনাই থৈছো
Bhut vl lagil baido..apunr pora bhut hikisu lgty mur frndku bnabo hikai diu..
হয় নেকি …ভাল লাগিল…বহুত ধন্যবাদ 💟মোৰ চেনেলৰ লিংকটো share কৰি দিবা দেই
জ্বলাখিনি বৰ লোভ লাগিছে।
ভাল হৈছে
অতি সুন্দৰ হৈছে। বগৰী নিমখত দি ৰাখিব পাৰি নে নাই জনাবচোন। মোৰ ঘৰত বহুত বগৰী আছে।
পাৰিবা…
ধন্যবাদ ।
বহুত ভাল এইবাৰ এনেদৰে বনাই ছাম
বৰ ধুনীয়াকৈ বনাইছে গুৰৰ আচাৰখিনি মই বনাই চাম
বৰ ভাল হয় এইবিধো … আগৰ মিঠা আচাৰৰ ৰেচিপিটোও আচৰিত ভাল হয়…লিংক description box দিয়া আছে চালে ভাল পাব…
এইটো আচাৰ মইও বনালো👍👍👍
My pleasure ❤️
Apunar recpi bur iman dhunia..aru apuni iman dhhunia poribekhon kore bhut val lage..apuni bnua hokolu recpi moi bonaboloi sesta koru..bhut besi val lage baideu
বহুত বহুত মৰম ও ধন্যবাদ 💟
Very nice
❣️
সুন্দৰ বগৰী আচাৰ বনোৱা পদ্ধতি আপুনি খন্তেক সময়তে দেখাই দিলে। ভাল লাগিল । মোবাইল ভঙা কথা জনোৱাৰ বাবে হে গম পালো । ভিডিঅটোত অকনো প্ৰভাৱ পাৰ নাই ।
সুখী হ'লো…ধন্যবাদ 💟
আপোনাৰ প্ৰত্যেকটো ৰেচিপি চাও।বহুত ভাল লাগে।এটা অনুৰুধ! আপোনাৰ কথাবোৰ খুউৱ ভাল লাগে , কিন্তু আপোনাক দেখা নাপাও।আপোনাক চাব বৰ মন যায় গতিকে এদিন আপুনি দেখা দিব বাইদেউ। অনুৰুধ ৰাখিব।
বৰ ভাল লাগিল ,মোৰ বগৰী অলমান আছে বনাই চাম মিঠা বগৰী কাৰণ নিমখৰ পুৰণা আচাৰ আছে কিন্তু টেঙা টো বেছি বুলি ঘৰত খাব টান পাই যদিও আচাৰ ভালেই হৈছিল, উপায় এটা দিবচোন♥️
😋🤤👌 dhuniya hoise
Very nice mam
Baideu videoto bar vl lagil but mobileto vagai beya lagil
Testy
সঁচায়ে
😋😋
Hukoai thoisu vidio tu sai bonam thanx, apuni vidio diale roi asilo
হয়…নেকি…বনাবা ভালপাবা
Khub hundor
Baideu pasolir asarar recpe ata dibosun plece.
মোৰ আছেই,,,তথাপিও দিবলৈ চেষ্টা কৰিম বাৰু
👌👌👌👌👌👌👌
Nice
ভাল লাগিল বাইদেউ,মই আজি বগৰী আনিছোঁ,আপুনি কোৱাৰ দৰে বনাম
নিশ্চয়…ধন্যবাদ 💟
Thank you baideu... Oil less Tu try korim.... Moi u kesa oil use koru🙂🙂
ধন্যবাদ ❣️💟
Thanks ba
Dhuneia hose
ধন্যবাদ
Bohut val lagile dekhi khabo mon goixe👌Apunar chnl tu subs korilu mur chnl tu subs kori mur video xabo pls
নিশ্চয়…চাম… subscribeকৰিমোধন্যবাদ 💟
@@TaruPhukan ঠিক আছে বাৰু কৰি দিব
বা আপুনি ইটলি পিঠাটো কেনেকৈ বনাই দেখাবছোন
😋👌....mole thoise ne?
সঁচায়ে এড্ৰেচ দিবা বটল গৈ তোমাৰ দুৱাৰ মুখত
@@TaruPhukan apuni fb t sauk ..moi mor MB no di thoiso..
আচাৰৰ ব্যৱসায় কেনেকৈ কৰিব পাৰি ,উপায় দিবচোন বাইদেউ
বহুত উপায় দিছো আগতে…এনে videoদেখোন চাবই নিবিচাৰে…
Pani khini nuxukale o mosola khini dbo pari ne?
দুযোজন চৰকাৰ ৰ মানুহ এজনে ধৰে এজনে বছাই মাজত হিতাধিকাৰীৰ মৰণ ।
pani dile nasta hoi jaye dkhun mor xnkale
পানীখিনি শুকুৱাব লাগিব…মুৰি লাৰু ,তিলৰ লাৰু বনাওঁতে যেনেকৈ পাগাই লওঁ
ভিনেগাৰ নিদিএ নেকি?
নিদিও
বাইদেউ আপুনি কত গল ভিদিও দিয়া নাই ইমান দিন হল
আহিম …বৰ ব্যস্ততা ভৰা জীৱন…
Baideu asarot nimokh kom hole pisot add koribo pari nai nimokh
বেয়া ন'হলে নেলাগে…যদি খাবলৈ সেৰেকা হয়…দিব পাৰা বটলৰ পৰা উলিয়াই
Bohut val lagil
Mubail 2 vongar babe beya lagil
Vale palu
বৰ ভাল লাগিল।
আপোনাৰ আচাৰ বনোৱা পদ্ধতিৰে মই কেইবাবিধো আচাৰ বনাই খাইছোঁ, আনকো দিছোঁ। বহুত ভাল লাগে। আগলৈ আৰু দি থাকিব বাইদেউ।
Sundor hoise
Bohut dhunia lagise I will try it
Bahut bahut bhal lagil baideu.
❣️❣️❣️
Bahut dhuniya
ভাল লাগিল বাদেও
Bohut hundor aponar asar bor.
ধন্যবাদ 💟
Hundor........baideu.......
ধন্যবাদ 💟
বহুত ভাল লাগিল
ধন্যবাদ ❣️❣️
Val lagil baideo
খুব ধুনীয়া হৈছে।
ধন্যবাদ দেই
Bht dhunia hoise mam. Dekhiye gm pisu so masor achar dbosn. Soru mas n dngr mas 2utre please mam wait krim apnr msor achar vdo loi
আপোনাৰ বগৰীৰ আচাৰ বনোৱা পদ্ধতিটো ভাল লাগিল।টেঙা মিঠা বগৰীৰ আচাৰ বনাইছোঁ যদিওঁ ; আপুনি বনোৱা গুৰৰ মিঠা আচাৰ মইওঁ বনাবলৈ চেষ্ঠা কৰিম।ধন্যবাদ।
ধূনীয়া হৈছে বাইদেউ
Very nice.
Wow aponar eman asar ase... Goi loi ahim Jen lagise
আহিবা লৈ যাবাহি দেই
ধুনীয়া হৈচে
ইমান সুন্দৰকৈ বনালে ময়ো বনাম আপোনাৰ ৰেছিপি চাই।
জিভাত পানী আহি গৈছে ।
ভাল লাগিল
ধন্যবাদ 💟
Bah bor dhunia bohori achar bonai dekhusle jivar pani olaiy gol thankyou god bless you
ভাল লাগিল বাইদেউ
ধুনীয়া হৈছে....আপোনাৰ আগত দিয়া বগৰীৰ মিঠা আচাৰ মই বনাই থৈছো
Bhut vl lagil baido..apunr pora bhut hikisu lgty mur frndku bnabo hikai diu..
হয় নেকি …ভাল লাগিল…বহুত ধন্যবাদ 💟
মোৰ চেনেলৰ লিংকটো share কৰি দিবা দেই
জ্বলাখিনি বৰ লোভ লাগিছে।
ভাল হৈছে
অতি সুন্দৰ হৈছে। বগৰী নিমখত দি ৰাখিব পাৰি নে নাই জনাবচোন। মোৰ ঘৰত বহুত বগৰী আছে।
পাৰিবা…
ধন্যবাদ ।
বহুত ভাল এইবাৰ এনেদৰে বনাই ছাম
বৰ ধুনীয়াকৈ বনাইছে গুৰৰ আচাৰখিনি মই বনাই চাম
বৰ ভাল হয় এইবিধো … আগৰ মিঠা আচাৰৰ ৰেচিপিটোও আচৰিত ভাল হয়…লিংক description box দিয়া আছে চালে ভাল পাব…
এইটো আচাৰ মইও বনালো👍👍👍
My pleasure ❤️
Apunar recpi bur iman dhunia..aru apuni iman dhhunia poribekhon kore bhut val lage..apuni bnua hokolu recpi moi bonaboloi sesta koru..bhut besi val lage baideu
বহুত বহুত মৰম ও ধন্যবাদ 💟
Very nice
❣️
সুন্দৰ বগৰী আচাৰ বনোৱা পদ্ধতি আপুনি খন্তেক সময়তে দেখাই দিলে। ভাল লাগিল । মোবাইল ভঙা কথা জনোৱাৰ বাবে হে গম পালো । ভিডিঅটোত অকনো প্ৰভাৱ পাৰ নাই ।
সুখী হ'লো…ধন্যবাদ 💟
আপোনাৰ প্ৰত্যেকটো ৰেচিপি চাও।বহুত ভাল লাগে।এটা অনুৰুধ! আপোনাৰ কথাবোৰ খুউৱ ভাল লাগে , কিন্তু আপোনাক দেখা নাপাও।আপোনাক চাব বৰ মন যায় গতিকে এদিন আপুনি দেখা দিব বাইদেউ। অনুৰুধ ৰাখিব।
বৰ ভাল লাগিল ,মোৰ বগৰী অলমান আছে বনাই চাম মিঠা বগৰী কাৰণ নিমখৰ পুৰণা আচাৰ আছে কিন্তু টেঙা টো বেছি বুলি ঘৰত খাব টান পাই যদিও আচাৰ ভালেই হৈছিল, উপায় এটা দিবচোন♥️
😋🤤👌 dhuniya hoise
Very nice mam
Baideu videoto bar vl lagil but mobileto vagai beya lagil
Testy
সঁচায়ে
😋😋
ধন্যবাদ 💟
Hukoai thoisu vidio tu sai bonam thanx, apuni vidio diale roi asilo
হয়…নেকি…বনাবা ভালপাবা
Khub hundor
Baideu pasolir asarar recpe ata dibosun plece.
মোৰ আছেই,,,তথাপিও দিবলৈ চেষ্টা কৰিম বাৰু
👌👌👌👌👌👌👌
ধন্যবাদ দেই
Nice
ধন্যবাদ 💟
ভাল লাগিল বাইদেউ,মই আজি বগৰী আনিছোঁ,আপুনি কোৱাৰ দৰে বনাম
নিশ্চয়…ধন্যবাদ 💟
Thank you baideu... Oil less Tu try korim.... Moi u kesa oil use koru🙂🙂
ধন্যবাদ ❣️💟
Thanks ba
Dhuneia hose
ধন্যবাদ
Bohut val lagile dekhi khabo mon goixe👌
Apunar chnl tu subs korilu mur chnl tu subs kori mur video xabo pls
নিশ্চয়…চাম… subscribeকৰিমো