তুমি সহায় নকৰা নকৰিবা। তুমি এজনহে। আমি লাখে লাখে কি ঘোৰাৰ ঘাহ কাতিবলৈ আছো? কংগ্রেসৰ নিছিনা দেশদ্রোহী, হিন্দু বৈৰী দল এটাক কোটি কোটি হিন্দু ৱে নাকচ কৰিছে। কংগ্রেস এটা সাম্প্রদায়িক দল। এই দলটোৱে মুছলমানক দুখন ৰাষ্ট্ৰ উপহাৰ দিলে কিন্তু হিন্দু ক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে। কংগ্রেস দেশৰ শত্ৰু, জাতীৰ শত্রু।
Ji kotha koise Val kotha koise Val lagise.bjp sorkar sendel r mala pindhabole hl .maiki manuh bur mekhela khan pindhai dibole hol .jaru loi bjp sorkar khedi bole hl .joi hin grove Gogoi jindabad .
Tarun gogoi e ki satdal korile? Ami Congress r dinot u nijei uparjon kori khaisilu atiau uparjon kori khaisu, Assam khon tar bapeke bonale bule, tar bapekor he axom khon 😂😂😂😂😂
Congress r dinot banpani hua nasil ne mothauri voga nasil? Congress r dinot tax lua nasil neki? Congress r 5ta guarantee r keita puron korile apuni jorhat t?
গৈৰৱ গৈগৈ ডাঙৰীয়া আপুনি আকৌ ঘৰখন নতুনকৈ সজাব লাগিব আমি আপোনাৰ লগত আছো। অসমীয়াত এষাৰ কথা আছে। সিংহৰ এটাই হক শিয়ালৰ জাক জাক।,,,,,,,।
@@dulalsarma4875 kon gourab kor manuh
ঠিকেই কৈছে,এই খন প্রকৃত তে টকা উপাৰ্জন কৰা চৰকাৰ। কেৱলমাত্ৰ কমিচনৰ লক্ষ্য। কেৱল টকাৰ ওপৰতে চকু এই খন চৰকাৰৰ তথা নেতা পালি নেতাৰ।
Right . Thank you sir..
সঁচা কথা কবলৈ গলে বিজেপি চৰকাৰৰ গা পুৰে ।।।। কংগ্ৰেছ চৰকাৰে বনাই যোৱা সকলো খতম কৰি আহিছে।।।। প্ৰথম অৱস্থাত গণতন্ত্ৰ সকলো ব্যৱস্থা কৰি থলে কংগ্ৰেছ চৰকাৰে ।।।। বিজেপি।শাসন কালত বৰ্তমান সকলো শেষ হোৱাৰ।।। দিশে।।।। Right.....
100%right
100% সঁচা কথা কৈছে
একেবাৰে সত্য কথা।
Hoi
My first vote Rahul Gandhi 2029
100 % Right
গৌৰৱ গগৈয়ে সচা কথা কৈছে।
Absolutely Correct
হয়, হিমন্ত মামাঁই আমাক দুখীয়া কৰি দিছে । যি উপাৰ্জন কৰোঁ সেয়াও বস্তুৰ দাম বৃদ্ধিৰ বাবে নিজৰ ভাল ঘৰ বনাব নোৱাৰোঁ । মামাৰ গ্ৰহটো - ৰাহু গ্ৰহ হয় । আমি বিজেপি দলক সহায় কৰিছিলোঁ, কিন্তু এইবাৰ ২০২৬ ত সহায় নকৰোঁ । বিৰোধী দলক সমালোচনা কৰি সময় পাৰ কৰে ।
তুমি সহায় নকৰা নকৰিবা। তুমি এজনহে। আমি লাখে লাখে কি ঘোৰাৰ ঘাহ কাতিবলৈ আছো? কংগ্রেসৰ নিছিনা দেশদ্রোহী, হিন্দু বৈৰী দল এটাক কোটি কোটি হিন্দু ৱে নাকচ কৰিছে। কংগ্রেস এটা সাম্প্রদায়িক দল। এই দলটোৱে মুছলমানক দুখন ৰাষ্ট্ৰ উপহাৰ দিলে কিন্তু হিন্দু ক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে। কংগ্রেস দেশৰ শত্ৰু, জাতীৰ শত্রু।
Good Gogoi
Kon gourab kor manuh
100% parsen
100 % Right .
ঠিকাদাৰ ধনী হৈ আছে।
It is the real truth..
Ur 2000% right 👍
Gourav Gogoi Zindabad❤
@@SadikaSwargiary kon gourab kor manuh
@@HirakDeka-t9y apuni kor manu
Right
Good speach thnq gourav sir.
মই বিলাক চাব আহিলো আৰু কমেন্ট বিলাক পঢ়িলো চাইলো যিমান বিলাক কমেন্ট চালো বিজেপি চৰকাৰৰ বিৰোধী কিন্ত কিয় , ভাল কাম কৰিলে জানো এখন চৰকাৰ বিষয়ে এনেকুৱা কৈ কলে হৈনে ,
ঘৰৰ সমস্ত বস্তু লগাৰ কাৰনে বাপেকৰ লগত ১৩ বছৰ মনে মনে যুদ্ধ কৰিলে হিমন্ত মামাই
তাৰ আগত কাৰ লগত আছিলে?
আলফাৰ লগত।@@mainudavi9510
Akdom right 👍
💯 right
100%rigtt😮
একদম সচা কথা কৈছে গৌৰৱ গগৈয়ে।
Kon gourab kor manuh 😂😂
@@HirakDeka-t9y চিনিয়ে নোপোৱা যদি শুই থাক ,,,
@@HirakDeka-t9yMama ki papa hai
@@PulokitNeon ow female fish 🐠
Right 🎉🎉
Right ,,
Moja news
Right sir
Gaurav Gogoi zindabad zindabad
Luti thoe gol moy jonat
কংগ্ৰেছ চৰকাৰৰ দিনত দালালৰ কাম চলিছিল।
Gaurav Gogoi zindabaad
Kon gourab kor manuh
@@HirakDeka-t9y Tur baaper hoi... Sudurbhai
কাউৰী বাহঁত কুলিয়ে কণী পাৰে.
Hosa kotha
কাৰ ঘৰৰ কথা কৈছে ? Vote bank বনাবলৈ যেনি তেনি সঙ্স্থাপিত কৰা সেই সকলৰ ঘৰ ? নে তেওঁলোকৰ শাসন কালত nepotism ৰ বাবে বেকাৰ হৈ অষ্টম দৰিদ্ৰ ৰ তালিকাত থকা আমাৰ বোৰৰ ঘৰৰ কথা কৈছে ?😢
Hosa kotha e
হ'ল আৰু হ'ল তোমাকো দেখিলে হে লেখিম ।
পূৰণি চৰকাৰৰ ঘৰ বনোৱা বিলাক কিহৰ কাৰণে লাগে।বি জে পি চৰকাৰে এনেই নতুন ঘৰ বনাব।
দেউতাকে সোণৰ গুটিৰে অসমৰ আলি বনাই থৈ গৈছে । আৰু কি লাগে অসমৰ ।
100%hosa kotha
সুন্দৰ।
Xasa khta
Gourab goigoi good gogoi❤
Right Gaurav Gogoi Sir
110% sure
100%
Gaurab gogoi is speaking the truth, Tarun gogoi was an amiable person,
Kon gourab kor manuh
True
Hoi dei
হয়। আমাৰ মানকাচৰৰ অৱস্হা একে
এফালৰ পৰা সব বিকি আছে বিজেপি য়ে
Kon gourab kor manuh
good,news❤
১০০%😢😢😢😢😢😢😢😢😢😢
100% truth..
সছা কথা কৈছে গগৈ চাব
Kon gourab kor manuh
Hosa sir Gogoi 🙏
Garub gogoi zindabad
Ji kotha koise Val kotha koise Val lagise.bjp sorkar sendel r mala pindhabole hl .maiki manuh bur mekhela khan pindhai dibole hol .jaru loi bjp sorkar khedi bole hl .joi hin grove Gogoi jindabad .
Sorry Mama
Tarun gogoi e ki satdal korile? Ami Congress r dinot u nijei uparjon kori khaisilu atiau uparjon kori khaisu, Assam khon tar bapeke bonale bule, tar bapekor he axom khon 😂😂😂😂😂
দেখিছোঁ বাপেৰে বনোৱা অসম
😂😂😂😂😂😂😂😂😂😂😂😂🎉
100%❤ right
Yes.u.ar.rit❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
100%good news
Noce
Gourav gogoi zindabad
Kon gourab kor manuh
@@HirakDeka-t9ytor deutak hoi be
Amar susur hoi
26 t congress not bjp😅
Gourav gogoi zindabad.....
ভোট আমাৰ দালাল তহত
right
আৰু এই বাতৰিটোকে অতনু বোলা জনে নিগেটিভ ধৰনে পৰিবেশন কৰিছে। পলিটিকছত জইন কৰিলেই হল, ইমানেই যদি নিৰপেক্ষভাৱে বাতৰি পৰিবেশন কৰিব নোৱাৰে। নিজৰ Channel ত পৰিবেশন কৰা বাতৰি ওপৰত ৰাইজৰ মতামত শুনিব পৰা সাহস নাই এই অতনু বোলাজনৰ। ধুই পেলাব যে।
সকলোৱে নেহাহেঁ নেকি ? গৌৰৱ দাঙৰীয়া ।
Gaurav Gogoi zindabad 💯🙏💪💪
😮কথা শুনি অবাক হলো...
সচা কথা
Chief Minister Hoi Property Gotale putekor Namot Maikir
Unlike video 😂😂😂
সচা 100%
Moja dise.
Yes yes you are right .
Atiya tar bapek a he axom xon bnale neki😅
Congressor bajar nosole
Gourab gogoi jindabad
Kon gourab kor manuh
Congress r dinot banpani hua nasil ne mothauri voga nasil? Congress r dinot tax lua nasil neki? Congress r 5ta guarantee r keita puron korile apuni jorhat t?
মিছা কথা
Gourav da aji kali monti p a bilakor bohut property dakhile saku kopalot uthib.
👍👍👍👍👍👍👍👍
তৰুণ গগৈয়ে অসম খন ধংশ কৰিথৈহে গল। জনতাৰ আশা আকাংখা তেওঁ পূর্ণ কৰিব নোৱাৰিলে। পৰিয়াল বাদ গঢ় দিলে। তৰুণ গগৈ+ দীপ গগৈ + গৌৰৱ গগৈ=গগৈ পৰিয়াল বাদ। গৌৰৱ গগৈয়ে যোৰহাটত জিকি বাকী এঘাৰটা সমষ্টিত যে কংগ্রেস হাৰিলে তাৰ্ লাজ ঢাকিবলৈ নানা তৰহৰ শিশু সুলভ মন্তব্য কৰিছে। তৰুণ গগৈয়ে পোন্ধৰ বছৰ অসম শাসন কৰিছিল কাৰণ সেই সময়ত কংগ্রেসৰ প্রতিদন্ধি নাছিল। এতিয়া বিজেপিক হৰুৱাই শাসনলৈ অহাতো সুদুৰ পৰাহত।
1500
Maireksuda ki hoi ase toi najana nki axamr lagat
Gourav gogoi r kam nai
100right
Gagoi hatar din gol atya sarmar sarker buji pai se ne cong ar laj nai BJ P jindabad
Hosa kotha.bamune tilinga ari political korile Assam hekh habo
Eyar bapeke r karane Amar majuli r adha hongho Gorai kohale hi jimane dangar kotha koleu ami paltu lecture buli babung, Maiki massh tuk
Hindu Birodhi Rahul Gandhir samsa hoy GG
😂😂😂 1500 tokiya andhara bhaktaa
এয়া উতৰ অতনু ভূয়াইহে কাবাৰ লগত মিলি বাতরি বনাব পারিব ।কাৰন কঙগেছৰ দিনত কিবা এটা কেলেঙকারিত ফচিচিলে