Dada fake news share korile jail jabo lagibo. But jibur godi media dine nixai fake news spread kori ase teulokr ki hobo? Ako nai law kebol amar dore dukhiyar karone.
এইবোৰো আইনত আনিব লাগে নে,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,তাতকৈ এনেকুৱা আইন আনক যে দালি,আলু, পিয়াজ, আদি সামগ্ৰী চৰকাৰে এক Fix rate নিৰ্ধাৰন কৰিব আৰু সেই নিৰ্ধাৰিত মূল্যৰ ওপৰত কোনো বিক্ৰেতাই কিনতাৰ পৰা বেছি ল'ব নোৱাৰিব; আৰু কোনোবে যদি এই আইন নামানে তেতিয়া কিনতাই বিক্ৰেতাৰ ওপৰত কেচ দিব পাৰিব আৰু জেল আৰু শাস্তি, আৰু ফাইন দিব লাগিব। এই আইন কৰিলে মূল্য বৃদ্ধি হ্ৰাস হ'ব ।
Soor dokait murder rapper hunter manee jibor manuhe eibor vaal kaam kori jailot thakee aru bosor dhori sarkaar ee khuai thake eee ter babe kiman loksan hoi so Ekhetlokor bebostha eta koribo lagee😮😮😮 Val lagil❤❤
Thank you so much ☺️ Dhuniya ke bujai dise dada apuni. Bht vl lgil.. mor upcoming APSC mains r babe help hbo aikhini ktha
Welcome bro and all the best for your APSC exam.
ধন্যবাদ।এনেকুৱা কথাবোৰ আপোনাৰ পৰা সদায় পাম বুলি আশা কৰিলো।
ধন্যবাদ আপোনাক ভালকে বুজাইদিয়ার ভাবে❤❤❤
সুন্দৰ কৈ বুজাই দিলে, ধন্যবাদ জনাইছো
আটাইত কৈ ডাঙৰ অপৰাধী যি বোৰ... যি বোৰে চৰকাৰী চাকৰি কৰি কোটি কোটি টকাৰ কৰাপচন কৰি আছে সিহঁতৰ বাবে কি শাস্তি আনিছে...?? কি প্ৰমাণ সাক্ষী বিচৰা হব..?? 😮😮😮 নে সিহঁতৰ বাবে একো নাই...???🤔🤔🤔 Tax payer ৰ পইছা মাৰি মাৰি ধন সম্পত্তিৰ পাহাৰ গঢ়িলে..😮😮😮😮
Maksuda
sudir bhai toi eta dangor sarkari chur.. tur baperu chur sage...
বহুত সুন্দৰ উপস্থাপন কৰাৰ বাবেই আশীৰ্বাদ ভাই ঈশ্বৰে মংগল কৰক আপোনাক। ❤❤❤ 🙏
Thanks bro.
Many thanks you giving us very valuable information. Which are we general people not taking seriously. But every body must remember.
সকলোবোৰ সৎলোকৰ বাবেহে,দুষ্টৰ বাবে একো নাই।
Bohut bohut vl lagil Bohut dhuniak bujai dile aponi honey da jeneke bujale aru kaku hudhibo dorkar nai..ekdum clearly Buji palu... dhonyobad iman informative knowledge amaak diar babe..honey da aguwai jaok...👍👍👍👍🙏🙏🙏
Thanks bro. Dekhor Law r bikhoye jonatu sobore dorkar. Kholue video tu end loike saok aru buji louk pisot jate Police, ukile burbok bonabo nuare.
Law r kitap kini ani porhilei hol Kio ukil dhoribo lage
Thank you sir dhuniak bujai diary babe
বহুত বহুত ধন্যবাদ আপোনাক,,,, আপোনাৰ বৰ্ণনাৰ পৰা ৰাইজ নিশ্চয় উপকৃত হব,,,,।
Bhalei hoise.
দুখীয়া মানুহে চাকৰি পাবই লাগিব, বা চাকৰি কৰিবই লাগিব, তেনেকুৱা আইন আহিছেনি জনাবচোন মৰমৰ ছাৰ,
Dada fake news share korile jail jabo lagibo. But jibur godi media dine nixai fake news spread kori ase teulokr ki hobo? Ako nai law kebol amar dore dukhiyar karone.
ধন্যবাদ আপোনাৰ ভিডিঅ'তো
Sir, নতুন আইন আনিলে বহুত ভাল লাগিছে। কাৰণ আইন বোৰ সঁচাই প্ৰয়োজনীয় আইন।
সঁচাই ছাৰ,, এনেকুৱা একপক্ষ আইন বোৰ সঁচাই প্ৰয়োজনীয় আইন।। BJP 💪
Val lagil
Thank you Dada, love from sonitpur district
Kotha.khini.jani.bhal.lagil.
এনেকুৱা একপক্ষ আইন আহি আছে আৰু পুৰুষ সকলে হাততালি মাৰি আছে,, পুৰুষ সকলোক মহাপুৰুষ কম নে মহাকাপুৰুষ কম সেইটোৱে চিন্তাৰ বিষয়।।😢😢
Yo yo Da please Victor sir uporat video lage🙏🙏 love from guwahati ❣️
THANK YOU FOR YOUR VALUED INFORMATION.
You are welcome sir.
Good information
Best video❤❤❤❤❤❤❤❤
Congratulations victor da..
1st candidate of new law.. Such a memorable day...
ধন্যবাদ জনাইছোঁ। সুন্দৰ ইউটিউবাৰ
বওত ধন্যবাদ দাদা
বহুত ভাল লাগিল ভিডিঅ'টো দেখি ধন্যবাদ জনাইছোঁ ছাৰ
Sarkarar sangrahar dhan Aru khamatar apabybaharar babe kiba ainar bybahar bishoye janale bhal Pam. Thanks.
Victor sir uporot video laga..
Yo Yo Explanation Well Expalained Brother ❤
Jai shree krishna❤Hari Om🌷
এজন অপৰাধীয়ে জেলত থাকিও কিদৰে নিৰ্বাচন খেলিব পাৰে,সেয়াও আইনৰ আওতালৈ আনিব লাগিছিল।
ভাল লাগিল ।নজনা কথা জানিলো ।
Thank you dada❤❤
Right Right
Very nice
Thanks for your information
Very good advice.
Bhut dhanyawad dada😊
Thanks Yoyo da bhut kotha hikilu ❤️💕Video tu Hokule share koriba lage!👍
Very nice information.
Thank you so much dada🙏
Welcome bro
বহুতো ভাল লাগিল দাদা
thank you dada eman val koi bujai diyar babe
থানা বিলাকত এজাহাৰ দিয়াৰ পৰা আৰম্ভ কৰি প্ৰতিটো step অত পইছা লয়! পুলিচে দৰমহা নাপাই নিকি ......plz এটা video বনাব 🙏🙏🙏🙏🙏🙏
Nice question..........bro.........rakhyok ke bhokyok kio......??
Sir.. apunak bohut dhaynobad
Good step, Hemanta Mama 👍👍👍 Thanks for information
জি কথা কৈছা সেই কথা মতে কাম কৰিবনা চৰকাৰে
Good content Thank you for Explaining
Bohut informative video
Thank you so much
Thanks
Very good
আপুনি বহুত দৰকাৰী video বনায় । আল্লাই আপোনাৰ আয়ু বৃদ্ধি কৰিবলৈ কামনা কৰিলোঁ ।
ধন্যবাদ দাদা, video টো চাই কিবা এটা শিকাৰ বাবে।
Good information 👍👍👍
👍👍👍👍 Good work
Thanks dada
Moja dada good
A to Z xunilu val lagil bhai
Val lagil ,etiya premor bichar hobo 😒
Very Very Good Information Dada. So Love From Dhubri ❤❤
পুলিচ বা ন্যায়ব্যৱস্হাৰ স'তে জড়িত ব্যক্তিৰ ভুল সিদ্ধান্তৰ বাবে এজন নিৰপৰাধী লোকে বছৰ বছৰ ধৰি শাস্তি ভুগিব লগা হয়,সেইটোও অপৰাধত ধৰিব লাগিছিল।
Nice dada
Excellent
Good advice
Sir Trading r uprot aru ata video Bonai dbo su notun koi plzzz ❤❤❤
Good idea
Dhuniya
Bohut val korile
Nice
❤❤❤
Good 👍
Thankyou
চৰকাৰে এই ক্ষেত্ৰত বহুত ভাল কৰিছে
এইবোৰো আইনত আনিব লাগে নে,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,তাতকৈ এনেকুৱা আইন আনক যে দালি,আলু, পিয়াজ, আদি সামগ্ৰী চৰকাৰে এক Fix rate নিৰ্ধাৰন কৰিব আৰু সেই নিৰ্ধাৰিত মূল্যৰ ওপৰত কোনো বিক্ৰেতাই কিনতাৰ পৰা বেছি ল'ব নোৱাৰিব; আৰু কোনোবে যদি এই আইন নামানে তেতিয়া কিনতাই বিক্ৰেতাৰ ওপৰত কেচ দিব পাৰিব আৰু জেল আৰু শাস্তি, আৰু ফাইন দিব লাগিব। এই আইন কৰিলে মূল্য বৃদ্ধি হ্ৰাস হ'ব ।
Soor dokait murder rapper hunter
manee jibor manuhe eibor vaal kaam kori jailot thakee aru bosor dhori sarkaar ee khuai thake eee ter babe kiman loksan hoi so
Ekhetlokor bebostha eta koribo lagee😮😮😮
Val lagil❤❤
Victor sirok video lage
আইন পিছত পথমে ইয়াক গু বাহিৰ নোহোৱালৈকে পিটিব লাগে
চৰকাৰে অকল আইন বনাব জানে কিন্তু তাক কাৰ্যকৰী কৰিব নাজানে । অপৰাধিক শাস্তি দিব ক্ষমতা এইখন চৰকাৰৰ নাই
বাল্য বিবাহ এতিয়াও হৈ আছে কিভাবে জানে আডাৰ কাৰ্ডত আৰু পেন কাৰ্ডত জন্ম তাৰিখ সলনি কৰি আমাৰ গাঁৱত হৈছে 😢😢
আমাৰ দেশত অকল আইন বনাবহে পাৰিব ইয়াৰ কোনো ন্যায় নাথাকে ।
Swali joni ai cheat kora tar case register hobo nai ai law to gender equality asa nai
নাই 😢😢,, HS ত ছোৱালী সকলোৰ 60%ত স্কুটি ল'ৰাৰ 75% পুৰুষৰ অধিকাৰ ক'ত গৈ আছে নিজেও গম নাপায়।। এনেকুৱা একপক্ষ আইন আৰু আহি থাকিব।।
Thik koisa bhaiti
নমস্কাৰ দাদা আপোনাৰ ভিদিঅ আৰম্ভণিৰ পৰা শেষলৈ চালো বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ ।
মই আইনৰ বিষয়ে আৰু কিছু জানিব বিচাৰো ।
মই যোৱা বছৰ স্থানীয় থানাত এক গোচৰ লৈ গৈছিলো গুৰুত্ব নাপালোঁ শেষত মুখ্য কাৰ্যালয়ৰ গৈ আবেদন দাখিল কৰিছিলো ।
শীৰ্ষ আৰক্ষী বিষয়া ৰ নিৰ্দেশত স্থানীয় আৰক্ষী তৰফৰ পৰা কিছু গুৰুত্ব পালোঁ গোচৰ ৰেজিষ্টাৰ হোৱা বুলি FIR REGISTER কাগজ কপি দিলে যদিও আজি এবছৰ পাৰ হল একো কাম নহল - খবৰ লব গলে কৰ্ট লৈ গৈছে কৰ্টে মাতিব তাৰ সেই বুলি কৈ থৈ দিয়ে - এতিয়া এই ক্ষেত্ৰত কি কৰিব পৰা যায় কি কৰিব পাৰোঁ নতুন আইনৰ অধীনত।
Court t goi khobor korok kimandur khosa.
@@YoYoAdviser কৰ্ট লৈ গৈছিলো ওলাবলৈ নোৱাৰিলোঁ । মোৰ সন্দেহ হয় আৰক্ষীৰ ওপৰত তেওঁলোকে আমাক ভুৱা কাগজ দি বিপথে পৰিচালিত কৰি থৈছে আৰু বিষয় কৰ্টলৈ পঠোৱাই নাই তেওঁলোকেও সম্ভবত ধনৰ বিনিময়ত আইনৰ সুৰুঙা ৰে অভিযুক্ত জনক আইন আদালতৰ পৰা সাৰি যোৱাৰ পথ মুকলি কৰি দিছে ।
আৰক্ষীৰ অনিয়ম মুখ্য কাৰ্যালয়ৰ অতি শীৰ্ষ আৰক্ষী বিষয়া লিখিত ভাৱে অৱগত কৰিছিলোঁ সম্ভৱ সেইবাবে তেওঁলোকে এনে কৰিছে/ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
@@YoYoAdviser আমাক যি কাগজ দিছিল তাত দেখাত একাধিক জামিনবিহীন ধাৰ সন্নিবিষ্ট আছিল কিন্তু তেওঁ মুকলি আকাশৰ তলত মুক্ত ভাৱে ঘূৰি থাকা আমাৰ পৰিলক্ষিত হৈছে ।
নতুন আইনৰ অধীনত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পৰা সম্ভৱ নে বাৰু ?
🙏🙏❤❤❤
Sudur vai
👍👍👍
Aine xone beya nohoi..kin2 doctor karone valke gurutro lobo lage..
Victor dar uproot video kiy nbonay dada plz ata video bonabo
dada victor sir or uport vedio lge
Dada poisa loi juny nidiya tarkhi hoba.
নলবাৰিৰ ভাষাত Video dibosun please
😂😂😂😂😂😂😂😂
বিক্টৰ দাসক লৈ ভিডিঅ'বনাবলৈ অনুৰোধ কৰিলোঁ দাদা
চোৰক্ষা নহয় সুৰক্ষা
সচাকথা কোৱাবোৰক যে হত্যাকৰিছে তেতিয়া ?ৰ্ধষণকাৰীবোৰৰ বাবে কি আইন??বিনা কাৰণত পুলিচে আমাৰ লৰাবোৰক ধৰি নি থানাত মৰিয়াই মৰিয়াই মাৰি পেলাই তাৰ বাবে কি আইন?ঘোচখোৱাবোৰ বাচি যায় ধৰাই দিয়াজনক হত্যা কৰে তাৰ বাবে কি আইন?আৰু হাজাৰ প্ৰশ্ন আছে ।অভিনীলে কেতিয়া ন্যয় পাব?জোনমনিৰ মাকে ন্যয় পাবনে? এইবোৰ আইনৰ কথা জনাবচোন ।আজিকালি টকাই সকলো বুলি জানো ।আৰু লগতে ক্ষমতা ।আপোনাৰ পৰা ভাল কথাই শিকিব পাৰিলো ।কিন্তু মোৰ প্ৰশ্নকেইটাৰ উত্তৰ ?
Dada সঁচা কথা আমি আইন জনিলো, আহক আমি সকলোৱে জনি লও।😊
Indian law bht ulai ba asw poisa di manage kra system tu bndho hbo lgee nhole kunu law kam nkoribo
Vashkar'r oprt bonak dada vidro
Ki korile khi aru. Trading promote kori fosi gol neki.
আমি বৰ অসমৰ জনগণৰ কেচাঁতেজ খোৱা পৰিচয়ত নিজকে ভাৰতীয় বুলি পৰিচয় দিয়া বিলাকৰ কোনো ন্যায়, অন্যায় সংহিতাক গুৰুত্ব নিদিওঁ।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Yby ...bohut mesa kotha koisel...hehotor ki hobo