Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
পুলক দাৰ কণ্ঠই আজিও মোক আমনি কৰে । বাঃ কি সুন্দৰ গীত কি সুন্দৰ কণ্ঠ।।দূৰত যদি কৰবাত তেওঁৰ কণ্ঠৰ গীত বাজি উঠে মই টোপনিৰ পৰা সাৰ পাই উঠোঁ।খুব ভাল লাগে।
চিৰসেউজ আপোনাৰ গীতবোৰে অন্তৰ চুই যায়।❤❤❤❤
সৰুৰে পৰা কিয় জানো এই গীতবোৰে বৰ আকৰ্ষণ কৰিছিল। ক'বলৈ গ'লে পুলক দাৰ দৰদী কন্ঠ আৰু সুৰৰ অপূর্ব সংমিশ্রণ যি সকলোৰে অন্তৰ চুই যায়!তাতে ৰোমান্টিক আবেগ আৰু বিষাদেৰে ভৰা মন হৰি নিয়া গীতৰ কথা ....
মন মগজুৰ স্থিৰতা অনা অক্লান্ত শ্ৰমক লঘুত পৰিণত কৰি বিশ্ৰাম দিয়া সুন্দৰ কণ্ঠৰ অধিকাৰী পুলক দালৈ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
Hosakoi khub hundar muru val lage
পুলকদাদাৰ দৰদি কণ্ঠৰ তুলনা নাই,,,,, বৰ আপোন
সোনালি দিনৰ গিত ইমান ধুনিয়া আছিল ন
শুনিবলৈ পাই ধন্য হ'লোঁ
Apunak pranam apunar geet aru maatere ontor jurai jai
❤❤❤❤❤
Bohu din bisari asilu, aji pai khub hukhi onubhob korisu, pulok dar feet oti apun 🥰🥰
❤
ইমান সুন্দৰ ৰোমাণ্টিক গীত,হৃদয় চুই গ'ল। অৱশ্যে তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি প্ৰিয়, অতি আদৰৰ। কন্ঠৰ মাজেদি তেখেতে সুৰৰ মূৰ্চনা তুলিব পাৰে।লঘু শাস্ত্ৰীয় সংগীতৰ আধাৰত গোৱা গীতবোৰে শ্ৰোতাৰ হৃদয় আলোড়িত কৰে।
Eman dhunia eman sundar pulakda tumar ganbor..
💐👌
👏👏👏👏💗💗💗💗
😌
Old singer is gold singrer, Pulakda.