নিবনুৱা উপকৃত হ'ব// ধূপকাঠি AGARWATTI কেনেকৈ বনায় A to Z// Informative vlog// esic mts mains
HTML-код
- Опубликовано: 5 июн 2022
- নিবনুৱা সকল অনুপ্ৰাণিত হ'ব পাৰিব DHUPKATHI, AGARWATTI কেনেকৈ বনায় A to Z video
অসমীয়াগিৰি
self employment vlog
ধূপকাঠি
#dailyvlog #agarwatti
দাদা জনৰ ফোন নং 80117 64826
ধূপকাঠি বনোৱা দাদাজনৰ ফোন নম্বৰটো ভিডিঅ'টোৰ স্কীনত মাজে মাজে ওলাই আছে । বেনাৰখনত থকা নম্বৰটো এতিয়া বন্ধ । গতিকে স্কীনত দিয়া নম্বৰটোত যোগাযোগ কৰিলে হে পাব ।
তোমালোক অহাৰ বাবে বহুত বহুত ধন্যবাদ দেই……
নাজানো বৰ্তমান এই মাধ্যমত দিবলৈ যোগ্য হৈছো নে নাই তথাপিও তোমাৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই কিছু কথা ব্যক্ত কৰিলোঁ।
আগুৱাই যোৱাৰ শুভকামনাৰে……
ধন্যবাদ……
ভগি দা আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ 🙏🥰 । সময় দিয়াৰ বাবে । আগুৱাই যাওক ।
Vl lgil mama..aguai jua
ভাল লাগিল video 2
ধন্যবাদ জনালোঁ 🙏🥰
Video tu val lagil dei Sai.👌
ধন্যবাদ 🥰❤️
Val lgil sai
ধন্যবাদ জনালোঁ ❤️
ধুনীয়া
ধন্যবাদ 🥰🙏
জানিবলৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ
ধন্যবাদ 🥰🙏
Val lgile saii👌
ধন্যবাদ 🥰
ভাল লাগিল। ভগীলৈ শুভেচ্ছা থাকিল।
ধন্যবাদ দাদা ❤️🥰🙏
val lagil sai
ধন্যবাদ 🥰
Hit mariso dei binsdu
বহুত বহুত ধন্যবাদ দেই ❤️🙏 ।
Very nice video
Thank you ❤️🥰
👍👍
❤️❤️❤️
❤️❤️❤️❤️👌👌👌
❤️❤️❤️❤️
❤️❤️👌👌
❤️❤️❤️
এই টো ভাল পাইছো
😀😀😀😀
Ram ram
Val lagie sai video tu mur video bur sabo bulie ahke korisu
Thank you 🙏. Same diok.
কোথায় এটা
90 toka rate bohot besi koise, 1ta new brand and local brand market ot establish koribo hle aito rate ot bikile nhobo, yatke komat to wholesale ot pai.
Luceal breand যি কাম কৰিব বাহিৰ পৰা অহাটো একেই কাম কৰিব গতিকে কিয় দামটো কমাব লাগে বুজাই দিব মোক
10000 tokar row matel Aani package korile kiman lav hobo,
Apuni 10000 tokar mal Ani bikile eku luv napabo, first market to kenekuwa Jani lauk, market ot rate kimun sali ase Jani lauk, raw material kinar pora packing huwa loike apunar costing kimun haibre jnar pasot gm pabo.
Kor pora koi ase nalbari dist ot pam neki
মৰিগাঁও। স্ক্ৰীনত ওলাই থকা নম্বৰটোত যোগাযোগ কৰিব
কথাবোৰহে মেইন। মিউজিক নহয়।
চৰকাৰক text , লাইচেঞ্চ দিব লাগিব নি?
নালাগে
Location tu kot bidew
মৰিগাঁও জিলাৰ কুমৈ হয় ।
সদায় ভিডিঅ চাও দেই আইজনী
থেংকু কলিজা😘😘
অ………
এইজেনী আমাৰ হিয়া নহয় নে……???
আমাক পাহৰি গ'লা চাগৈ ন……???
@@bbentertainment4458 নামটো জনাব নে
@@bbentertainment4458 হয় হয় , কাকো নাই পাহৰা কিন্তু দেই
@@HiyasAkhol
দে আৰ' তেতিয়া হ'ল্লে……
দাদা জনৰ নম্বৰ পাম নেকি
তেখেতৰ নম্বৰটো ভিডিঅ'টোৰ স্কীনতে দিয়া আছে । চাই লওক চোন বেয়া নাপায় যদি ।
Mesinetor dam kiman kobone
Video tut dadajone koisil sabo sun. Moi pahorisu 70/80 hajar man buli kua jen lage
মেচিনৰ দাম কিমান ল'ব বাইদেউ
80 hajar man lobo
মেছিন টো কত পাম জনাব ছোন । ভাল লাগিছে দাদা জনলৈ ধন্যবাদ জনালোঁ কথাবোৰ ধুনীয়াকৈ বুজাই দিছে দাদাই ।
মই দাদাজনক সুধি জনাম দেই । ধন্যবাদ 🥰
Mechine r. dam to. Janab. Sun
Dada jone kiose video t sai lobo sun. Moi pahorisu.
ভাল লাগিল কিমান টকাৰ ভিতৰত কৰিব পৰা যাব জনাবচোন নম্বৰ টো দিবছোন
Dada jonor no tu screen te dia ase sabo sun.
নাম্বাৰ টো ভুল ।
ফোন নাই লগা নেকি বাৰু?
Phone number aaponar
Bhul aase ,,,
Screen t ulai thoka no tut koribo
contact number to diba neki
ভিডিঅ স্ক্ৰীনতে দিয়া আছে তেওঁৰ নম্বৰ