Aaaiiooo dehi Suwali joni r kotha kitai Hosakoi Bor morom loga...... Tai Jate Vale thake provu......... God Bless you Maina.........Vogoban ase maina🌹🌹👍
Unprecedented, shocking and disturbing news in the beginning of the New year.police must listen to her statement and take action against the accused.she is so cute and expresses her pains before the media.pls take up the issue for public interest.
😭I remember my child hood domestic violences from my mother.This Angel reminded me of my abused childhood bad rememberence of my character loose mother
মা কচম আইতা জনীৰ কথা শুনি চকুপানী ৰখাব নোৱাৰিলোঁ,,,,ভগৱান কণমানি জনক আশীৰ্বাদ কৰিবা🙏🙏
এনে বহু চৰিত্ৰহীন মহিলাই নিজৰ সোণৰ সংসাৰ ধ্বংস কৰি দিছে কেৱল মাত্ৰ অকণমান বন্য সুখৰ কাৰণে, এই কনমানি জনীৰ মনৰ মৰ্মান্তিক বেদনা অনুভৱ কৰিব পাৰিছো, কি দুৰ্ভাগ্য!! 😭😭 ৰাজহুৱা স্থানত দুয়োটাকে পেট্ৰ'ল ঢালি জ্বলাই দিব লাগে।
prem nikhiddho hobo lage aaru burkha prosolon koribo lage.
@@abbaskhanassam7398 নিশ্চিত ভাৱে পৰকীয়া প্ৰেম নিষিদ্ধ হ'ব লাগে। বুৰ্খা ইয়াৰ সমাধান নহয়, কিয়নো ইছলামী সমাজতো এনে ঘটনা ঘটি আছে। মই ভাবো এনেকুৱা পশুতুল্য বোৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগে নহ'লে ফাঁচী দিয়াৰ ব্যৱস্থা কৰিব লাগে।
@@dipankarchamuah7727 burkha pindhile mukh dekha napabo tetiya porisoi nohobo aaru line maribo nuwaribo. islam purukh prodhan hoi.
@@dipankarchamuah7727 porokiyo prem houk houk suwali prem houk sob nikhiddho hobo lagibo tetiya prem jonito ghotona nohoi. val lagile biyar prostab dibo pare.
@@abbaskhanassam7398 মই আচলতে ইছলাম পুৰুষ প্ৰধান নে মহিলা প্ৰধান সেইটো কোৱা নাই। তাক ভুল নুবুজিব। কিন্তু বুৰ্খা পিন্ধাৰ পাছতো যে এনে ঘটনা ঘটি আছে সেইবাবেহে বুৰ্খা ইয়াৰ সমাধান নহয় বুলি কৈছো। বিৰ্তক কৰাৰ মানসিকতা নাই দাদা। আপোনাৰ দৰে মইও নিজৰ মতটোহে প্ৰকাশ কৰিছো। আমাৰ এই comment বোৰ কোনেও গুৰুত্ব নিদিয়ে।যি হওক বুৰ্খাই হওক বা অন্য কিবাই হওক এই ব্যাধিবিধ নিৰ্মূল কৰক তাকে কামনা কৰো।
এইয়াহে ছোৱালী....মাক জনিক ফাচিয়ে দিব লাগে 🙏🙏🙏
Right 👉
Right
Right
Right👏
@@goutamboro117❤❤❤ 14:24
কণমানি জনীৰ কথাবোৰ বৰ মৰম লগা❤️
Nice voice
Bor morom loga suwali o. Suwali joni aru aaita kotha suni soku pani ulai gol
@@bobitasaikia2914 um
Vonti joni eman val love u vonti💕
@@uddhabdeka2491 f
right right..very good কিশুৰি জনী কথা
, ভালেই কৰিছে কণমানি জনীয়ে।
মাতৃর নামর কলংক এনেকুবা বুরক ফাছী দিব লাগে
ছোৱালীজনীৰ সাহসক মই নমস্কাৰ জনাইছোঁ
P
মৰম লগা ছোৱালীজনী
সচাই বৰ ধুনীয়া কৈ উত্থাপন কৰিছে কথাখিনি ছোৱালীজনীয়ে
কনমানিজনীয়ে যি বিচাৰিছে আইনে তাকেই কৰিব লাগে।
কণমানি জনিক. অযই
দুই জনক ফাঁচী দিয়ক
ভূট জলকীয়া সানি দিয়ক 2টাকে।
বন্ধ হয় boruah bas vuluka bah vorai dibo lahe
Papa ki Real Paari💓
A lovely child having a pure heart and clear mind.God bless you...
Lovely child god will bless you.
A lovely child having a pure heart and clear mind. God bless you
Aaaiiooo dehi Suwali joni r kotha kitai Hosakoi Bor morom loga...... Tai Jate Vale thake provu......... God Bless you Maina.........Vogoban ase maina🌹🌹👍
সুন্দৰ মনোভাৱ প্ৰকাশ কৰিছে😘😘💪💪👍👍
সেই জনিৰ ফটোখন সম্পূৰ্ণ দেখোৱাব লাগে
ইমান সৰু ছোৱালী আৰু এনেকুৱা কথা,সন্দেহ আছে কথাবোৰত।
আপোনাৰ কিবা এটা লুকাই থকা যেন হে লাগিছে
God bless you baby... You are so beautiful✨✨ you are definitely right...
বৰ দুখৰ কথা অতি দুখতহে সন্তানে মাকক মাৰি পেলাবলৈ কয় ।
Proud of you ♥️♥️ iman smart suwali 👍 ... 🥺🥺 God bless her.. wish her a bright future ..god always bless her ♥️
অপৰাধি মসীলাৰ মূখ দেখা নীদীয়ে কীয়
Next chance r babe sage
Val koresy.
আচৰিত। ঘটনা খৰ্বনাশ পাপি মহা পাপী
কণমানি জনীক salute ....🙏🙏🙏
Bahut gyani sowali 2mak salute maina...2mr ujjal vabishiyot kamona krlo....
Maina jonile bohut beya lagil, banari jonik bhalkoi aheka diba lage
Smart girl🙏🙏🙏
Good news
Maina jonik bohut Val lagil 🙏🏻
Maajoni tumar loi amar bahut morom, tumi Deuta logot thakiba dei hodia......
Ki moromloga o suwali joni...aru ki matured thinking...legend...
I pray for the lovely child God will lead her to the future and keep her safe.
বনৰীজনী তাত গৰম লোহ সুমুৱাই এৰি দিয়ক আনবিলাকেও শিক্ষা পাব
@@anandodas3220 Otoeqyoiqoepyiequyoeqi
Talented girl .....
Eman cute mrm lga kanmani sowali janiloi alapo mrm nai ne
Tammam maram lagil sowali jonik
Thankx for this type of incident which can create lots of knowledge for all the parents.
Suwali janik sahas aru agbahi jabaloi saku diba lagae 👍👍👍 মাক বুলি কবৈ নাপাই তাইক আৰু ছোৱালী বিচাৰি নোপোৱা এই পাশসন্দ্ৰটোক উৎসিত শাস্ত্ৰী দিব লাগে 🙏🙏🙏
Brave little girl, God bless you
মৰম লগা ছোৱালী, ইহঁতক ফাচি দিব লাগে
Very talented innocent girl
Small child has such good and mature thought but being a mother has no sense being mother shameful.
Tair j hahokh hoisae kuwar 🙏🙏
Tumar kothabur bohut bhal lagil.iman moromlogo suwalijonik kenokoi marib pare.
কণমানি জনীৰ কথাবোৰ বৰ মৰম লাগিছে
Unprecedented, shocking and disturbing news in the beginning of the New year.police must listen to her statement and take action against the accused.she is so cute and expresses her pains before the media.pls take up the issue for public interest.
বৰ দুখৰ কথা।বেদৰ এটা খণ্ড আৰু বিষ্ণু পুৰাণৰ ১ম খণ্ডত নাৰীৰ অন্তৰ সময়ত হিংস্ৰ জন্তু হায়েনাতকৈ বজ্ৰ কঠোৰ বুলি উল্লেখ কৰিছে।তাত উল্লেখ কৰিছে যিসকল পুৰুষে নাৰীক কোনোদিনে বিশ্বাস নকৰে আৰু নাৰীৰ তলতীয়া অৰ্থাৎ পত্নী গৰাকীৰ মতে উঠা -বহা নকৰে সেইজনেই উত্তম পুৰুষ। মূৰ্খ পুৰুষেহে নাৰীক বিশ্বাস কৰে।এই কথা উৰ্বশীয়ে ৰজা পুৰুৰূবাক কৈছে। সেই দিশৰ পৰা মই উত্তম পুৰুষত পৰিছো।
Very talented Girl 🙏🏻🙏🏻🙏🏻
ইমান মৰমলগা ছোৱালী এৰি গুচি গৈছে পাপী জনী
এইটো মাতৃ নহয়,,,, এইটো আমাৰ বাহৰ তলৰ জখনী,,,,,,
Konmani joniye right kotha koise, actually konmani joniye kua motei police bilake kam koribo lage, fasi noholeu komsekom hei bonora aru bonorituk kothuror pora kothurotom hasti dibo prodan koribo lage, Thanks to konmani..
Fasi dibo lage...sister you are so talented tumi maa r logot jabo nalage telam r pora morom bohut behena ❣️
Suwali joni bohut morom loga kotha dai God bless you
Allah bless u child thik kotha koise
বৰ দুখ পালোঁ । এই সহজ সৰল চৌধুৰী পৰিয়ালটো সুসাহিত্যিক মেদিনী চৌধুৰীৰ খুৰাকৰ বংশধৰ । লগতে আমাৰো জেঠী মাৰ পৰিয়াল । অবৈধ প্ৰেমিক যুটীক কোনো আইনে সহায় কৰিব নালাগে । পৰিয়াল আদালতে প্ৰকৃত ঘটনা পুংখানুপুংখ ৰূপে তদন্ত নকৰাকৈ এককক্ষীয় ভাৱে ৰায়দান কৰি ফাল্তু পক্ষৰ দ্বাৰা সন্মানীয় পৰিয়ালটোৰ ওপৰত লুণ্ঠণৰাজ চলাবলৈ সুবিধা কৰি দিয়া কাৰ্যই আইনৰ ভেকোভাওনাকে উদঙুৱা নাইনে ? ই এক পুৰুষ নিৰ্যাতন । পৰিয়াল দূষিতকৰণ ।। সমাজৰ আবৰ্জনা ।।।
আইনৰ গতিবিধিৰ সংস্কাৰ লাগে । ইয়াৰ জৰিমণা বিহিব লাগে।
ধন্যবাদ আৰক্ষী বিষয়া । নমস্তে ।।
পৰিয়াললৈ অনুৰোধ সাহসেৰে জীৱন সুন্দৰ কৰা , চকুৰ পানীৰে নহয় ।
কণমানি পাহীৰ জীৱন উজ্বল হওক । পাহী এগৰাকী আচৰ্য বালিকা । পাহী শক্তিশালী হৈ সাহসেৰে আগবাঢ়ি যোৱা । God help you and your family .
বনৰী জনীৰ মুখখন দেখুৱাব লাগে
ইমান ধুনীয়াকৈ কৈছে ছোৱালী জনী
😭I remember my child hood domestic violences from my mother.This Angel reminded me of my abused childhood bad rememberence of my character loose mother
Luka luki prem kora mjjjjaaaaa paixo atiya😃😃🤣👏
moina tumi bhut val sowli 👍👍👍👍
মাইনা জনীক লৈ বহুত বেয়া লাগিল। 😌
God bless u ..smart girl
Talented giral....right kotha koisa
xosake bor morom loga suali jonir kothabur
Very smart
Very brave child
Lovly girl smartness nd net nd clean baby... God bless u
Goooood
Smart girl 👍👍👍👍👍👍👍
Suwalijonir kothabur eman morom loga ....
Thanks assam police
& news time8
Very good Girl . Masa Aallh Suwali Joni Agloi. Bohut Val Suwali Howk . Amin .
মাতৃৰ নামত কলঙ্ক 👍👍👍👍
Proud of cute beti
ইমান ভাল লাগে ছোৱালি জনিৰ কথা
Smart girl
Suwali Joni 🙏🙏🙏
good thik koise
God bless you beta
এইক ঘূৰাই আনি কি হব। তাই যি কৰিছে ঘূৰাই আনিলে আকৌ একে কৰিব।
ভূতজলকীয়া লগাব লাগে বনৰপক্ষী ক ।।।
Vnty Joni Katha bur hosai bohut dhunia,. Buji paisu vnty Joni r dukh, aita jonir Katha huni hosai soku Pani ulai goisa😢😢😔😭
পৰিস্থিতিত পৰি ছোৱালী জনি কম বয়সতে মন বৰ ডাঙৰ হৈ গল ।
Suwali joni voice 2 bhut dhuniya
💯 Right kotha koise.
Very prity child.......her talking is very nice...
GOOD ছোৱালী
Bht VL kotha koise konmani jonea
আমিও বিচাৰো মাকৰ ফাঁচী হোৱাটো..
Aji kali maa Dewta buli aru aku naii sobb western culture burrr adori luwa holll ... Ami bur lora suwali hoi laj paww .. plzz manu hoboloi khikok
Very good children
Assam police very thank You
এখন সুখৰ সংসাৰ থাকাৰ পিছতো কি তিৰি এইটো।ভূতুনিতো
Bohot dhunia suali joni
Korean drama " mother." khon salu aje.. Same ghotona... De
Hey raam 🙏🙏🙏🙏🙏
God blessed you maina
Good
Aio.. emn moromloga.... Bisar lage konmani jonik nyai bisar kori dibo lge
Kanmani janiloi bar dukh lagil. God bless her.
Very good