কৰিশ্মাক এঘৰীয়া, মই ক্ষমা নোখোজোঁ, যদি ভুল কৰিছো প্ৰথমেই মোক কিয় বুজাই নিদিলেঃ কৰিশ্মা নাথ

Поделиться
HTML-код
  • Опубликовано: 19 мар 2023
  • 📌 কৰিশ্মা নাথ Vs নাগাৰা নাম সংঘ। নাগাৰা নামৰ পৰা কৰিশ্মা নাথক এঘৰীয়া।
    📌 কৰিশ্মাৰ সৈতে আন শিল্পীয়ে নাম পৰিবেশন কৰিব নোৱাৰিব।
    📌 এসপ্তাহৰ ভিতৰত ক্ষমা খোজক কৰিশ্মাইঃ নাগাৰা নাম সংঘ
    📌 মই ক্ষমা নোখোজোঁ, যদি ভুল কৰিছো প্ৰথমেই মোক কিয় বুজাই নিদিলেঃ কৰিশ্মা নাথ
    📌 ভুল বহুতেই কৰিছে কিন্তু টাৰ্গেটত ময়েই কিয় ? : কৰিশ্মা নাথ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Комментарии • 337

  • @tinamuidevi3129
    @tinamuidevi3129 Год назад +1

    Tumar Distiri vongi ati khundor hoise.thik anedor tumi ag bahi juwa.tumar lagot assambakhi ase.pisolay ghuri nasaba.❤❤❤

  • @rosykonwar1058
    @rosykonwar1058 9 месяцев назад +1

    কৰিশ্মা শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱে হৰি নামৰ মাজত বিয়া নাম আৰু বিহু ভৰোৱা নাছিল হৰি নাম গাই তুমি আগুৱাই যোৱা কিন্তু মাজত এইবোৰ নভৰাবা🙏

  • @kartikofficial1170
    @kartikofficial1170 Год назад +50

    😂 আগত কত আছিল এই সংগঠনটো ?
    যি ‌ জনপ্ৰিয়তা লাভ কৰে তাৰ পাছত হে পৰে এনে সংগঠন বোৰ কাম নাই
    ৰাইজে ভাল পাইছে তোমাৰ নাগাৰানাম আগুৱাই যোৱাৰ 🎉❤👍

  • @bijuchetia23
    @bijuchetia23 9 месяцев назад

    Right

  • @karabichetia8769
    @karabichetia8769 10 месяцев назад

    You। are। right। brother

  • @anilbora5459
    @anilbora5459 Год назад +10

    Right korise korishmai.

  • @user-zq6vo9bl7x
    @user-zq6vo9bl7x Год назад

    Lagibo

  • @phunudas9452
    @phunudas9452 Год назад +40

    তুমি একো ভুল কৰা নাই। জনপ্ৰিয়তা তোমাৰ ব্যক্তিগত অধিকাৰ।তোমাক ৰাইজে বিছাৰে তুমি আগুৱাই যোৱা।

  • @Diganta496
    @Diganta496 Год назад +7

    Darkar nai khoma khujibo... You r right.

  • @jyotikadutta5187
    @jyotikadutta5187 10 месяцев назад

    Aguwai jua

  • @dibyajyotiborthakur8968
    @dibyajyotiborthakur8968 Год назад

    Karishma you are right

  • @rajubordoloi4296
    @rajubordoloi4296 Год назад

    ধুনীয়া

  • @mahendrahazarika1101
    @mahendrahazarika1101 9 месяцев назад

    আগুৱাই যোৱা

  • @jitumanikalita4637
    @jitumanikalita4637 Год назад +5

    Korishma tumi right

  • @mridulsharma6739
    @mridulsharma6739 Год назад +4

    কেকোঁ‌ৰা ঐ কেকোঁ‌ৰা ।। পাত্ৰ এটাত কেকোঁ‌ৰা ৰাখিলে এটাই আনটোক ওপৰলৈ উঠিবলৈ নিদিয়ে।এই তথাকথিত বিষয়ববীয়া সকল কেকোঁ‌---------

  • @parthamusicalworld464
    @parthamusicalworld464 Год назад

    Loge roho

  • @av4g489
    @av4g489 Год назад +7

    ভুলতো ক'ত 🤔কোনোবাই বুজাই দিবোনেকি?

  • @SJWALKEZOFFICIAL
    @SJWALKEZOFFICIAL Год назад +3

    আমি আছোঁ তোমাৰ লগত তুমি ক্ষমা খোজাৰ প্ৰয়োজন নাই।
    তুমি আগবাঢ়ি যোৱাৰ বাবে তোমাৰ উন্নতি দেখি জলিছে ইহঁতে।।

  • @user-ml9us1lu3h
    @user-ml9us1lu3h 11 месяцев назад

    Ba apuni agubi jok

  • @jayaborah2926
    @jayaborah2926 Год назад +5

    এই টোৱাটো সত্য যে , ৰাইজে ৰজা ।

  • @ranjudeka9656
    @ranjudeka9656 Год назад +36

    কাম নাই লোকৰ দোষ খোচৰী ফুৰে

  • @one5622
    @one5622 Год назад +26

    বাতৰ কাইত বিলাকক ভয় নকৰি ভনী তুমি আগুৱাই যোৱা ,এই বিলাক আহে আৰু যায়,

  • @surajsonowal9339
    @surajsonowal9339 Год назад +2

    কৰিশ্মা তুমি আগবাঢ়ি যোৱা আশীৰ্বাদ, শুভেচ্ছা আৰু সাহস দিছোঁ। আমি ৰাইজ বোৰ তোমাৰ লগত সদায় আছোঁ। ই নিপন দত্ত কলিতা কোনহে তই ? নিজে কাকো আগবঢ়াই নিব নোৱাৰ ! কোনোবা আগবাঢ়িলেওঁ তোৰ চকু পূৰে ? ধেইত চালা চকু চৰহা । আৰু তই জানি থোৱা ভাল যে আজিকালি যিয়েই নহওঁক কিয় সকলোবোৰত আধুনিকতা লাগিবই । নহলে তোমাৰ নিচিনা ফুচ 😶😶😶 ।আৰু কৰিশ্মাইতো ইমানো নিস্কিয় ভঙ্গীমা পৰিৱেশন কৰা নাছিল ! দত্ত কলিতা তোমাৰহে দৃষ্টিভংগী বহুত² বেয়া ।

  • @yyokkr5300
    @yyokkr5300 Год назад

    Tumi anekoi thaka nij vale jogot val 🤙

  • @rakhadas5841
    @rakhadas5841 Год назад +9

    যি হ'ল হ'ল ।আগলৈ শুদ্ধ কৰিব কাৰনে বুজাই দিব লাগে । ডাঙৰ মানুহ বোৰে এনেকুৱা কৰিব নালাগে।

  • @vaityahmed-wd4gr
    @vaityahmed-wd4gr Год назад +1

    Keet it up girl--- Manoh e tomak beya time t sabo nahe, only alosona kribo kribo ahibo beya bor,,
    সমালোচনা কৰিবলৈ যোগ্যতা নালাগে,
    কিন্তু সমালোচিত হবলৈ যোগ্যতা লাগে ------ Nelson Mandela

  • @Family-Green-Garden
    @Family-Green-Garden 10 месяцев назад

    Karishma Nath Zindabaad.

  • @bimanthengal8562
    @bimanthengal8562 Год назад

    korishmar Ohonkar nohoi hongor ha

  • @chandraa5971
    @chandraa5971 Год назад +17

    ভয় নকৰি আগুৱাই যোৱা ভনী। জ্বলাই জ্বলি থাকক।❤️❤️❤️

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Год назад +34

    অখিল দাক... সমুজ্জ্বল দাক... দেখিছো.... কিন্ত্ত এই নাগাৰা দাক এতিয়া হে দেখিলো চোন... তাকো কৰিশ্মাৰ কাৰণে হে.... তাইক হে ধন্যবাদ জনাব লাগে... নাগাৰা দা.. তাইৰ কাৰণে টিভিত উঠিব পালে...😂😂😂

  • @rajeshkalita5394
    @rajeshkalita5394 Год назад +3

    Ako ni baidau ...apuni right t ase ....

  • @gabindakalita79
    @gabindakalita79 Год назад +1

    Tumi 🔥🔥🔥🔥🔥🔥🔥

  • @parishmitaborah5356
    @parishmitaborah5356 Год назад +5

    নাগাৰা নাম নতুনত্ব সইছে আমি আছো।

  • @bot.R55
    @bot.R55 Год назад +24

    অসমত ইয়াতকৈ বেছি ভুল কৰা মানুহ আছে । গতিকে তাইৰ মানসিক বেয়া নকৰি সেই সকলে নিজৰ যদি কৰবাত কিবা ভুল হৈ আছে সেইটো সুধৰাই লোৱা হে ভাল ।

  • @gauranga9760
    @gauranga9760 Год назад +40

    আজিকালিৰ দিনত মানুহে আনৰ ভাল হোৱা দেখিব নোৱাৰে বাৰ অহংকাৰ হোৱা নাই বাৰ উন্নতি দেখি আপুনি জ্বলিছে বুলি কওক

  • @hemantatipomia211
    @hemantatipomia211 Год назад

    Nipon da, apunar khong uthisay karon karishma uthi ahisay and apunak ser pelai thoisay

  • @VMKMoniassam
    @VMKMoniassam Год назад

    Dhuniya khon je ki hobo

  • @jeqlin-xd5zv
    @jeqlin-xd5zv Год назад +6

    The mind of unscrupulous people is very dirty burn out et's go after watching well, it is not a problem, Karishma you keep moving forward the audience is with you......

  • @ronujpegu1087
    @ronujpegu1087 Год назад +5

    Korishma ❤

  • @BJLoying
    @BJLoying Год назад +1

    Jai Shree Ram

  • @d.a.channel7471
    @d.a.channel7471 Год назад +5

    Ami Karismak he lagibo beleg nalage

  • @hemantatipomia211
    @hemantatipomia211 Год назад

    Kiyo tai sorry kobo lagay, tai nijor talent t uthisay, ai sangho kor pora ahil. Karishma tumi tumar nijor talent tu aag borhai jua

  • @bishnuprasadnath9625
    @bishnuprasadnath9625 Год назад +1

    You have also right to make organiszation

  • @lilyqureshi1933
    @lilyqureshi1933 Год назад

    Kihor ohonkar korile tai... Taik aguai jabo diok... Raije bisarile tai aru aguai jbo

  • @bishalsarma5306
    @bishalsarma5306 Год назад +18

    সংগঠন কেইটাৰ jealous feel কৰিছে
    😂😂😂 ফেমাচ হোৱা বাবে কৰিশ্মা তুমি আগবাঢ়ি যোৱা,, কুকুৰ কথাত মন নিদিবা

  • @krishnokachari7913
    @krishnokachari7913 Год назад +1

    Ai Fotua jonir News bondho koribo Lage....kune hunibo fota spekar mat 🎉🎉

  • @jatingogoi9599
    @jatingogoi9599 Год назад

    Right you k

  • @rajatboruah347
    @rajatboruah347 Год назад

    Rait

  • @blackhawkljp
    @blackhawkljp Год назад +1

    মই এতিয়াহে বুজিলো জীৱনত পে পে পে পে গাইয়ো আগবাঢ়িব পাৰি৷

  • @dikshushorts287
    @dikshushorts287 Год назад

    Baa tumi sinta nokriba

  • @bishnudeka8061
    @bishnudeka8061 Год назад

    Tomak GE kai Jane Bhal nahai sehat hal Tomar sotto Tomar Nam sai Bhal lgar babe tomak matese sai kaijanak namtar wave sehatar Nam aru Niagara tal bahi sai aase sehatar manat dokh. Tomar wave Raje aase tome Bhal howa Amar aser bad 🙏🙏🙏🙏

  • @arjunphangchong4997
    @arjunphangchong4997 Год назад +2

    মজা,

  • @Manoranjan_deka_
    @Manoranjan_deka_ Год назад +15

    আজি live show (lakhimpur darrang ) karishma Nath 💞,,,সকলো আহক 🙏

  • @dlocalboy4892
    @dlocalboy4892 Год назад +2

    নাগাৰা নাম সংঘক ৰাইজে বহিস্কাৰ কৰিব লাগে।

  • @namitamazumdar3942
    @namitamazumdar3942 Год назад +36

    ক্ষমা নুখুজিলেও কেইটামান টকা দিলেই সংঘৰ মুৰব্বী সকল ঠাণ্ডা হৈ যাব । সংঘ, কমিটি মানেই হ'ল টকা খোৱা সংগঠন । কৰিম্মাৰ পৰা কিজানি তলতীয়াকৈ টকা পোৱা নাই ! সেই কাৰণে কাৰোবাৰ উচটনিত কৰিম্মাৰ ক্ষেত্ৰত এনেকুৱা কৰিছে । ভাবিছে চাগে ইমান সৰু ছোৱালীজনী ইমান সোনকালে ভাইৰেল হৈ গোটেই অসম ৰজন জনাই দিলে, আমি ইমান বছৰে নাম পৰিবেশন কৰিও তেওঁৰ দৰে ভাইৰেল হব‌ পৰা নাই । সংঘৰ মাননীয় হে মুৰব্বীসকল কৰিম্মাৰ যদি বেঙ্ক পাৰ্টিৰ সুৰটি দিওঁতে। অপৰাধ হ'ল ! তেন্তে হিন্দী গীতৰ সুৰত নাম পৰিবেশন কৰাটো কিয় অপৰাধ নহয় , বিতৰ্ক কৰা সকলে আৰু নাগাৰা নাম সংঘ ই তাৰ উত্তৰ বুজায় দিয়কচোন ।

  • @bhargabdeka4883
    @bhargabdeka4883 Год назад

    Kun dinar pora Sancho khulilk

  • @sangrambangthai2938
    @sangrambangthai2938 Год назад +1

    ৰাইজে বিচাৰিলে সংঘই কি কৰিব,ক্ষমা সুজিলেই সংঘই আস্কাৰ বঁটা দিব হবলা,সংঘক অলপ বহুল জনপ্রিয়তা লাগে যেন পাইছু......

  • @allone2175
    @allone2175 Год назад

    Hihotak tumi aghoriakora

  • @VMKMoniassam
    @VMKMoniassam Год назад

    E nagara name aji likhi lowa aru 20 bosar past name nissan nathaka hobo because of Muslim population growth 📈 in Assam

  • @biplovmudoi3127
    @biplovmudoi3127 Год назад

    Tumi aguai joua sister.

  • @lambudarchamua6685
    @lambudarchamua6685 Год назад +1

    আপোনাৰ দৰে মানুহে উঠি অহা ছোৱালীজনীক ইমান কিয় কষ্ট দিছে.. লাজ নালাগে

  • @CkNath369
    @CkNath369 Год назад +3

    Pe..pe ..pe....pe....TRP anthem of the year 😂

  • @shaishabbarman1202
    @shaishabbarman1202 Год назад +37

    সত্য সদায় ওপৰত আৰু ভাল গুণৰ অধিকাৰীক সকলোৱে আদৰে।

  • @RDeka-ws3iw
    @RDeka-ws3iw Год назад +3

    Ami matim ... Tumar nam saboloi bor mon ase

  • @ajoypegu4749
    @ajoypegu4749 Год назад +4

    ভাল কাম করিলে মানুহে বিতরকৈ করে

  • @bipulboro5061
    @bipulboro5061 10 месяцев назад

    Nambartu diye korisma Pani puri khuyam

  • @aniworldAS12
    @aniworldAS12 Год назад

    I saporting u karishma tumi har namaniba puspa rajj

  • @pjs1985
    @pjs1985 Год назад

    Karishma r babe gom palu j nagara namoru Sangha ase , protibha Karu odhin nohoi.

  • @abaniray8920
    @abaniray8920 Год назад

    Karishma nathe eko bhul kora nai gatike tai khoma nukhujileo hobo. Kone koiche karishma nathe bhul koriche

  • @sweetibaruah8725
    @sweetibaruah8725 Год назад +2

    Tar mukh sa na.....uthi aha swli jnik xeax karar dhanda eye..ngara da..😂😂😂 ...besi din ni ni ....toihe ptn hbi.....emn pasa hb nlgei...motanh mtar dre thakba lgei...ngara da😂😂😂

  • @munmeeroy4142
    @munmeeroy4142 Год назад

    Karishma tumi naam gaba😊

  • @dlocalboy4892
    @dlocalboy4892 Год назад +25

    কৰিশ্মা নাথৰ বাবেহে আগতে কোনোদিন নেদেখা, নাম নুশুনা মানুহ বা সংস্থা tv ত ওলাব পালে। যেই যি কলেও কৰিশ্মা নাথক ৰাইজে নাম গাবলৈ মাতিবই। ৰাইজে এওঁলোকক বহিস্কাৰ নকৰিলেই হৈছে। কৃষ্ণ।।

  • @DipakHaloi-mm8lw
    @DipakHaloi-mm8lw Год назад

    Raije tomar lagt

  • @saurasmitadas5733
    @saurasmitadas5733 Год назад +1

    Tai aku Bea kora nai

  • @upendrasaharia3578
    @upendrasaharia3578 Год назад

    অতি সুন্দৰ প্ৰদৰ্শন

  • @soldiernoba4377
    @soldiernoba4377 Год назад

    Good bonty tmi agbari jua kio khoma khujiba

  • @rfakashofficial8734
    @rfakashofficial8734 Год назад

    100% Right Korishma tumi tumar jegat thaka

  • @aparajitahazarika9687
    @aparajitahazarika9687 Год назад

    Wah wah wah.... Hatsapori... 🤣😆🤣😆
    Famous hoa dekha pale pisfale tata mnuh bhut thke... Keep continue ba...

  • @kamaleswardeka7664
    @kamaleswardeka7664 Год назад

    Well done karishma

  • @jeetakotoky876
    @jeetakotoky876 Год назад

    Ahongkar potion hoba korismai aru basis din nai das.

  • @digantahazarika9878
    @digantahazarika9878 Год назад +15

    এগৰাকী শিল্পীৰ প্ৰতিভাক নিঃশেষ কৰা অধিকাৰ এইজনে কত পালে৷মই ভাল পোৱা মহান নেগেৰা নামৰ শিল্পী সুভাষ নাথকো বেয়া মন্তব্য দিছিল এইজনাই৷

  • @GyandeepsonowaleGyandeep-fp6fy

    Muti thoi ahem gogoi namghot nukhugebe moi asung

  • @utpalkumarmedhi2617
    @utpalkumarmedhi2617 Год назад +5

    ইয়াক 1000 মান দিলে ঠিক হৈ যাব ।😂😂

  • @bonditadeka901
    @bonditadeka901 Год назад +1

    Xama xujile manuh xaru hoi najai o vanti ketiyaba anekuwa hoi jai aami tomar anuragi gatike tumi xaru sowali xama xoja mane raijar aashirbad paba

  • @anantarajofficial5622
    @anantarajofficial5622 Год назад

    Km ni aru aru bora keitar

  • @rakeshngatey4896
    @rakeshngatey4896 Год назад

    Aami asu

  • @madahida
    @madahida Год назад +1

    Nagra Namor Sangbidhan Akhn aaee,,, tai xeitu mani solile hol...Rules Change koribo nalage

  • @nikhildas5667
    @nikhildas5667 Год назад

    Jubeen da as

  • @pinkurai158
    @pinkurai158 Год назад

    Ami tumar logt asu sister tumi aguwa juwa lukore kotha sunibo nalage

  • @dipudas1526
    @dipudas1526 Год назад

    Preserve ethnic tradition &culture in original form.

  • @hiramanitalukdar314
    @hiramanitalukdar314 Год назад

    Baa apunie vl kotha a koisai

  • @rajubora3485
    @rajubora3485 Год назад +1

    এঘৰীয়া কৰিব ? সেই ভণ্ড সকলৰ কোৱালিটি কি আছে ? জনপ্ৰিয়তাত তেওঁলোক জ্বলিছে

  • @himangshugaming1092
    @himangshugaming1092 Год назад +1

    Hinkha lagsi baki mahan or...blg ako nai....raij axe Karishma tumar lgt blg bad dia...

  • @ajoypegu4749
    @ajoypegu4749 Год назад +1

    আরো অগোয়া যায়

  • @dipenbaro3023
    @dipenbaro3023 Год назад +2

    কোনো ভুল হুৱা নাই বাল কেইতাই বেছি কৰিছে

  • @DhirajHazarika-ue6bw
    @DhirajHazarika-ue6bw Год назад

    Agbhari juwa tmi

  • @dhrubabasumatary8816
    @dhrubabasumatary8816 Год назад

    Karishma nathor tat vul nai,...

  • @pikuborthakur8724
    @pikuborthakur8724 Год назад

    Tumi kor pora topkila baba

  • @gobinkonwar4694
    @gobinkonwar4694 Год назад

    Ki drkar,,,tai nijor kam kri ase,,,tohote tohotr bur kri ja,,,

  • @digantahazarika9878
    @digantahazarika9878 Год назад +9

    কৰিশমা তুমি আগুৱাই যোৱা৷