ভোলানাথৰ বিয়া II অসমীয়া চুটি ছবি II BHULANATHOR BIYA II
HTML-код
- Опубликовано: 7 фев 2025
- ভোলানাথৰ বিয়া II অসমীয়া চুটি ছবি II BHULANATHOR BIYA II Assamese Short Movie
সপোন কুমাৰ শইকীয়াৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি ভোলানাথৰ বিয়া আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
#assameseshort
#assameseshortfilm
#assameseshortmovie
#newstrackassam
#ntacinema
#cinema
Our other channel link
/ @iidrishtiarudarshan
ধুনীয়া চুটি ছবি। অভিনয়ো সকলোৰে সুন্দৰ হৈছে।
Dhunia hoise, 👏👏👌👌🙏🙏
কাহিনি উপস্থাপন সকলো সুন্দৰ হৈচে।ভাল লাগিল
Really heart touching 🙏
Moja
বৰ সুন্দৰ হৈছে । ভাল লাগিল ❤️
Xundor hoise
Beautiful pictures.keep it up.excelent
Very nice story. Happy to be a part of the channel.
Keep it up
Val lagil
Xundor
সুন্দৰ 👏
Dhuniya
সুন্দৰ ছবিৰে, সুন্দৰ কাহিনী।
সুন্দৰ উপস্থাপন কৰিছে
Very nice play
মজা হৈছে ।
সকলোৰে অভিনয় সুন্দৰ হৈছে ভাল লাগিল
সকলোৰে অভিনয় অতি সুন্দৰ হৈছে
ভাল লাগিল
উপস্থাপন আৰু অভিনয় সুন্দৰ হৈছে👌
Dhunia hoise
Bhal hoise.
Proud to be a part of this family 🙏❤️❤️......
Beautiful
Dada ata tips diso jdi apuner RUclips channel nam change kre tetiyai subscriber aru views dutai bahib pare
অশেষ ধন্যবাদ ! নামটোত কব নোৱাৰা আবেগ জড়িত হৈ আছে৷ যিটো মইহে অনুভৱ কৰিব পাৰো!
অশেষ ধন্যবাদ ! নামটোত কব নোৱাৰা আবেগ জড়িত হৈ আছে৷ যিটো মইহে অনুভৱ কৰিব পাৰো!
Hey tumr video tu hsai bhut val lgil sai🤗😍 video di jua ☺ aguai jua tumi
Muru ata RUclips channel ase ai tu nam : #villagerride
Pls abar goi saba sun pls ata subscribe kori diba
Kene kua pla comment ata kriba 🥰
Nice film. All the characters are playing their part very nicely. Outstanding performance.
সুন্দৰ
Dhunia hoise
Sakolore abhinoy xundar hoise.happy to be a part of this channel.