যিদিনাই আপোনাৰ এই ভিডিঅ'টো আপোনাৰ হাতত পৰিব আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ'ব!
HTML-код
- Опубликовано: 7 фев 2025
- যিদিনাই আপোনাৰ এই ভিডিঅ'টো আপোনাৰ হাতত পৰিব আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ'ব! 11:11 Manifestation |
About this video:
Explained the secret of 11:11 manifestation.
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
Contact for: Content Writing, Motivational Speech, Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#motivatorniranjanvideo
#motivatorniranjanchannel
#manifestation
অশেষ ধন্যবাদ ছাৰ,, এই ইচ্ছা দ্বাৰা অশান্ত মনটো সফল হওঁক প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনাৰ কথাখিনিয়ে এক নতুন শক্তি দিলে মনত । জয় হনুমান জয় শ্ৰীৰাম🙏🏻🙏🏻
Thingyou❤Brbamando❤❤❤
Val❤Lagil❤Thingou❤Universr❤❤❤❤❤❤
ভাল লাগিল 🙏
Thingyou❤Brbamndo❤❤❤
বহুত বহুত ধন্যবাদ...মহাশয় । আপোনাৰ পৰা বহুত গুৰুত্বপূৰ্ণ কথাষাৰ লাভ কৰিলো ।
Joi hanuman❤❤❤❤
Joy. Shree Ram
নিবিচৰাকৈ পালো। জয় হনুমান 🙏🙏
বহুট বহুট ধন্যবাদ এই খিনি সময়ট মোক শুবে প্ৰয়োজন হৈছে ।🙏🙏🙏🙏🙏🙏🙏🙏
ধন্যবাদ আপোনাক লগতে বিশ্বব্ৰহ্মাণ্ডক আৰু হনুমানক ।
বহুত ভাল লাগিল আপোনাৰ কথাবোৰ শুনি ছাৰ সদাই জানু আপুনি সুন্দৰকৈ ভগবানে কৃপা কৰিব
জয় হনুমান জয় শ্ৰী ৰাম 🙏
Good morning ----------- এই audio টো ৰাইজৰ মাজলৈ আগবঢ়ায় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।
Thank you universe ♥️ Thankyou universe ♥️ Thankyou universe ♥️,,, Thankyou shiv baba❤ Thank you shiv baba❤ Thank you shiv baba❤
জয় হনুমান বাবা🙏🙏l আপোনাৰ পৰা কথা খিনি শুনি খুবেই ভাল লাগিল। মই ১১ দিন কৰিলোঁ।তাৰ পিছত পুনৰ ১১ দিন কৰিব পাৰিম নে ? জনা লে খুব ভাল লাগিল হেতেন ।
নিশ্চয় পাৰিব
বহুত বহুত ধন্যবাদ @@MotivatorNiranjan
Moi ajir pora korim.hodai ake homot koribo lagibo ne
ভাল লাগিল।আজিৰ পৰা আৰাম্ভ কৰিম।ধন্যবাদ।ৰীতা দত্ত।🙏❤️🙏
Bohut besi xanti palu monot video2 sai ohekh dhanyabad jonalu apunaloi vogobane vale rakhok apunak ☺️🙏🙏
প্ৰ ভু অশেক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক কথাবোৰ শুনিবলৈ পাই বহুতো আশা কৰিছো যাতে কামবোৰসদায জয়। ❤❤❤
বহুত বহুত ধন্যবাদ জয় হনুমান 🙏❤️
অশেষ ধন্যবাদ আপুনাক ৷ ইমান সুন্দৰকে কথাখিনি বুজাই দিয়া বাবে ৷ জয় শ্ৰীহনুমান 🙏🙏🙏
🙏🙏🙏
ধন্যবাদ বিশ্বব্ৰহ্মাণ্ড ।🙏🙏
ধন্যবাদ অন্তৰীক্ষ 🙏🙏
ডাডা আপোনাৰ ভিডিঅ টো সপুন কৈ খৰচি চালো বৰ ভাল লাগিল ।ধন্যবাদ থাকিল আপানালৈ ।
🙏🙏🙏
ধন্যবাদ ব্ৰহ্মাণ্ড বিচৰা বোৰ পালো
শুভৰাত্ৰি ।অশেষ ধন্যবাদ কৰিম।🙏
🙏🙏🙏
Thank you Universe, Thank you universe, Thank you universe, Jai shree Ram, Jai Hanuman,
জীৱন সুন্দৰ কৰাৰ টিপছ উপহাৰ দিয়াৰ বাবে ধন্যবাদ
Jai bajrangbali
🙏🙏🙏
@@MotivatorNiranjan apunar nbamtu dibo neki xudhibo bhot ase plz parile dibosun moy video tu aji palu ajir pora krile hlbne
@@MotivatorNiranjanaru xoday likhi jua kagos khon ki kribo lagibo aru xoday akekhini e likhibo lagibone
জয় শ্ৰীৰাম, জয় হনুমান।
আপোনালৈ বহু বহু ধন্যবাদ ।জয় হনুমান 🙏🙏🙏
মোৰো সফল হল❤ ধন্যৱাদ
kagos akhn lole hbe ne hodai blg blg lgibo kouk sn
Thuing❤univars❤❤
Ekhon holie hobo...
Thank you universe ajirpora aromvo krim
Apunak bohut bohut dhoinybad ❤❤❤❤
🙏💐জয় শ্ৰী ৰাম 💐💐 জয় হনুমান 💐💐 জয় বজ্ৰৰংবলী 🙏💐
জয় হনুমান❤🎉
🎉🎉🎉🎉🎉🎉🎉 জয় শ্ৰী হনুমান বস
জয় ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ 🙏🙏🙏
ধন্যবাদ ব্ৰহ্মাণ্ড ।জয় হনুমান সংকট মোচন বাবা
হৰ হৰ মহাদেৱ 🙏🙏🙏. মনৰ আশাতো কিমান সময়ৰ ভিতৰত আৰু মন্ত তো কৈ শেষ কৰিব লাগিব ।
মনৰ ইচ্ছাটো আৰু মন্ত্ৰ্টো কওতে যিমান সময় লাগে সিমান সময় কৰিলেই হ'ব। ইয়াত নিৰ্দিষ্ট কোনো সময় নাই। ধন্যবাদ। 🙏
Dhanbad 🙏 @@MotivatorNiranjan
Jai shree Ram. Jai bajrangbali 🌼🌼🙏🌼🌼🌼🙏🙏
@@MotivatorNiranjan 11 days hoi juwar pisot kagojkhon ki korim
ছাৰ বহুত ভাল লাগিছে
Jai sri ram 🙏🙏🙏
ধন্যবাদ,, কথাখিনি বুজাই দিয়াৰ বাবে,,
শেষত কাগজ টুকুৰা বোৰ বালিচৰ তলৰ পৰা কত ৰাখিম অনুগ্ৰহ কৰি জনাব ।
ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু হূনুমান লগতে আপোনালৈও ধন্যবাদ থাকিল এইদৰে বুজাই দিয়া বাবে ❤❤❤🎉🎉🎉🎉
😮জয় শ্ৰীকৃষ্ণ ।
ভাল লাগিল হৰ হৰ
মহাদেৱ 🙏 জয় শ্ৰী ৰাম 🙏জয় হনুমান
Moi proman paisu 😊..hokolu e nijr issa puron korok ai upai joriote.. Joy Shree Ram 🙏
ধন্যবাদ 🙏
Joi shree ram
🙏@@MotivatorNiranjan
Hodai notun paper ot likhibo lagibo ne. Aber likhi thole hoi
11 দিনৰ পাছত কাগজ খন কি কৰিব লাগিব জনাবচোন pls
জয় শ্ৰী হনুমান ।মনৰ ইচ্ছা টো ১১ দিন লিখিব লাগিব নে এদিন লিখিলেই হ'ব অনুগ্ৰহ কৰি জনালে নথৈ উপকৃত হয়
Prothom dina likhilei hobo
হয় এদিন লিখিলেই হ'ব।
Jay bajrang bali 🙏🙏🙏🙏🙏
Thank you Sir
বহুত বহুত ধন্যবাদ আপোনাক
Jai Shree Ram 🙏🙏🙏
Jai Bajarang Bali 🙏🙏🙏
আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। জয় হনুমান 🙏🙏🙏
ধন্যবাদ দেই 🙏
এদিন লিখিব লাগিব নে প্ৰত্যেক দিনাই আৰু পিছদিনাখন লিখা কাগজ খন ক'ত থ'ম ???
জয় শ্ৰীৰাম 🙏
Moi o janibo bisaru eitu r answer
Moi o janibo bisarisu. Edin likhim ne hadai likhibo lagibo. Aru kagoj khon ki korim, jonabosun
প্ৰথম দিনৰ দৰেই সদায় লিখিব লাগিব নেকি । আৰু ৰাতি গাৰুৰ তলত ৰাখি থোৱা কাগজখন ৰাতিপুৱা কত ৰাখিম জনাব নিস্বয় ।।।
Plz kok ki koribo lige bo dao. Moi o janibo bisaro
Thank you Universe. Thank you Universe. Thank you Universe. Thank you 11:11 11 :11 11:11
Joi shri krishna 11:45
নিজে নিজে আহিছে…হনুমান বাবা চম্ভালি ল'বা🙏❤️
Jai Shree Krishna
বহুত বহুত ভাল লাগিল।
Har har mahadev🙏
কৃপা কৰিব ।🙏
❤Jai Shree Ram Jai Bajrangbali❤
জয় শ্ৰী ৰাম জয় শ্ৰী বজ্ৰংবালি ❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏😘❣️💓🥰😍🕉️💕🛐🔱💖😚💯💐🌺🌍💞👑🪔❤️🌹💝
Jai Shree Ram Jai Hanuman 🙏🙏🙏🙏🙏🙏🙏🙏
Jai shree Ram ❤️ Jai hanuman 🙏
কাগজ খন ১১দিন কৰা পিছত কাগজ কি কৰিম জনাবচোন হৰ হৰ মহাদেৱ
জয় শ্ৰী ৰাম মনৰ আশা পূৰণ কৰা প্ৰভু
Thank you ❤❤
Jai baj rang balli
Jai shree ram 🙏❤ jai Bajarangbali 🙏🌸🛐❣️
Jai Bajrangbali🙏🙏🙏
আপোনাক বহুত বহুত ধন্যবাদ
Hosai bht prblmt pri thaku maje maje..
Sakalu thik hoi jabo....🙏
Thank you universe 🙏🙏🙏Thank you Hanuman 🙏🙏🙏 moi 11.11 video to paiso Thank you 🙏🙏🙏
এই ভিডিঅটো দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যৱাদ জয় হনুমান বাবা 🙏🙏🙏
জয় শ্ৰী ৰাম, জয় বজ্ৰংৱলী ❤❤
জয় শ্ৰী ৰাম
জয় হনুমান 🙏🙏♥️♥️🌺🌺
মই আপোনাৰ ভিডিঅ'টো। এইমাত্ৰ পালো আৰু পঢ়িলো। মই আজিয়েই কৰিম।মোৰ বিশ্বাস মই সৎকটৰ পৰা মুক্ত হ'ম ।🙏🙏
Thank you univars
Thank u Universe Mur wish tu palu thank u Universe Thank u Universe tank u Universe🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
বহুত বহুত ধন্যবাদ🙏
ধন্যবাদ আপোনাক লগতে বিশ্বক আৰু ভগৱান
বহুত বহুত ধন্যবাদ 🙏🙏🙏
Thank you Sarma dada
Nibisorake palu. Thank u univers
এই ভিডিঅ'টো দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। জয় হনুমান বাবা🙏🙏🙏
❤ জয় শ্ৰীৰাম ❤
বেমাৰ ভাল হব লাগে বুলি কোৱা হৈছে হনুমানৰ দ্বাদশ নাম সদায় গভীৰ বিশ্বাসৰ দ্বাৰা কৰা হৈআছো একো নোহোৱাৰ দৰে লাগিছে ধন্যবাদ বিশ্বকৰ্মা
জয় শ্ৰীৰাম🙏🙏🙏
জয় বজৰংগবলী । ঔম হনুমান নম ঃ
Thank you Universe 🎉🎉🎉 Thank you Universe ❤❤❤ Thank you Universe ❤❤❤ for your Angel number 11:11 11:11 11:11
জয় হনুমান ❤❤❤ বজ্ৰলং মেজিক বিঘিনি নাও ❤❤❤
জয় শ্ৰী ৰাম
❤🎉moi bohot val paisou jay jay bajarang Bali moi biswas korisu,mour jibon
জয় শ্ৰীৰাম❤
সদায় ৰাতি এঘাৰতাত লিখিব লাগিব নেকি 🙏🙏🙏🙏
জয় জয় ৰাম সীতা ৰাম জয় হনুমান জী জয়
জয় হনুমান ।🙏🙏
Apunak bahut dhoinabad samaisa ahile apunak log pau om namah bhormandroie nomoh🙏🙏🙏
আজিৰপৰা আৰম্ভ কৰিম মহাশয়, ধন্যবাদ
জয় শ্ৰীৰাম 🙏 জয় শ্ৰীহনুমান 🙏
Thank you sir
❤❤❤
Dhanyabad ajir pora arobo korilu
বহুত ধন্যবাদ গুৰুদেৱ আমাৰ মনৰ ইচ্ছা পূৰণ হ’ল জয় হনুমান জয় হনুমান ৷
Val lagil ajir pora aromv krim l
জয় হনুমান, জয় বজৰংবলী, জয় ৰাম ৰাম 🙏🙏🙏
Thank you universe 🎉❤ tqu you universe ❤t
Thank you univers
জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ
Thanks 🙏