উজনিত আন এক নতুন যুদ্ধ ঘোষণা! ভাইৰেল এটা ফেচবুক পোষ্টে আকৌ তোলপাৰ ৰাজ্য।
HTML-код
- Опубликовано: 17 сен 2024
- উজনিত আন এক নতুন যুদ্ধ ঘোষণা! ভাইৰেল এটা ফেচবুক পোষ্টে আকৌ তোলপাৰ ৰাজ্য। উজনি অসমত খাৰুপেটিয়াৰ শাক পাচলিৰ প্ৰৱেশ নিষিদ্ধ। প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ ফেচবুক পোষ্ট।
Content Declaration:
=================
This Video Made for News and Information purpose only. There may be some disturbing scene and may be harmful or traumatizing to some audiences. Which we use for the story demand...
Mail us if you have any Questions : onlinerelated@gmail.com
Our Social Media- News Trend Assam
Facebook Page:- / newstrendassam
facebook:- / dorbesh.ali.50
Instagram:- / dorbesh.ali
Disclaimer:-
This video is for educational purpose only.Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.All Credit For Copyright Material Use In The Video Goes To Respected Owner.
THANKS FOR WATCHING...
#NewsTrendAssam
সুন্দৰ জয় আই অসম
চাৰৰ কথাত এক মত
এই ধৰণৰ যোগাত্মক কাম কৰিলে সকলোৱে সহযোগ কৰিব আৰু স্থানীয় লোক আৰ্থিক ভাবেও সবল হব। সাৰ-বীজ আদিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা শ শ কৌটি টকা স্থানীয় ৰাইজে পালে কৃষি কৰ্মত এনেয়ে লাভবান হব। কিন্তু এবাৰ কৰি এৰি দিলে নহব। উজনি অসমত বাগান শস্য কৰিও লাভবান হব পাৰি ।
😂
Absolutely 👏
Good idia
আলফা খেতি নকৰি জঙ্ঘলত সোমাই মানুহৰ পৰা ধন দাবী কৰি, মানুহ মাৰি এতিয়া অসমীয়াক নীতি বচন শিকাব আহিছে।৫০ বছৰ জঙ্ঘলত থাকি অসমীয়াৰ কি উন্নতি কৰিলে?
@@prabinmallabaruah8845 jongal t Toka manuhor kotha anei hobo .
সুন্দৰ মন্তব্য 🙏
সুন্দৰ। এইখিনি কাম কৰিলে হাজাৰজন অসমীয়া ল'ৰা সংস্হাপিত হব আৰু আৰ্থিক ভাৱে স্বচ্ছল হব। তেতিয়া মিঞাৰ দপদপনি অসমত কমিব। জয় আই অসম।
সুন্দৰ পদক্ষেপ। জয় আই অসম।
ঠিক কথা কৈছে অলপ দিন সমস্যা হলেও হওক এই কথাবোৰ মানি লওক এনেই পথত আন্দোলন কৰিলে নহব।
যি খেতি কৰাৰ কথা ভাবিছে সি জৈৱিক সাৰ আৰু নিৰ্দিষ্ট পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কৰিলে দামো বেছি পাব আৰু মানুহে খায় ভাল পাব। তেতিয়া চাহিদা বাঢ়িব । জিলাৰ কৃষি বিষয়াক লগ ধৰিলে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব নিশ্চয় ।
Bohut val khobor jitan da jindabad
অসমীয়া ল'ৰাই খেতি-বাতি নকৰে----কষ্ট কৰ একো কাম নকৰে---চৰকাৰৰ বিভিন্ন আচনীৰ কাৰণে অসমীয়া মানুহ আৰু ধোদ হৈছে ।
অসমতে টকা পৰি আছে কিন্তু এটাই কথা বিদেশত গৈ কাম কৰি থকা সকলক মই ভাবো কি তোমাক ইমান দিনে কিয় বাহিৰত কাম কৰি আছা অসমত টকা টকা পৰি আছে ভালদৰে কিবা এটা কাম কৰি চোৱা কিমান দিন বাহিৰত কাম কৰি থাকিবা, পিছত কি কৰি খাবা বুঢ়া হলে বিদেশর পৰা আহি ইয়াত দম দেখাই কাম কৰিব, তোমাৰ লোকে বাহিৰত যাবা, এইবোৰ আমাৰ ভুল বাবেই অসমত সুবিধা পাইছে,
তাত কাম কৰি বেছি কষ্ট কৰে।কিন্ত অথনৈতিক ভাবে সাৱলমী হোৱা দেখা নাই। নিজৰ লৰাই নিজৰ ঠাইত কষ্ট কৰক
আমাৰ যুৱ সমাজে যেতিয়ালৈ কৃষি কৰ্মত মন নিদিব তেতিয়ালৈ অসমৰ অৰ্থ নীতি ঠন ধৰি নুঠে । মাতিৰ পৰিমাণ যিমানেই কম নহওঁক কৃষি কৰ্ম অলপ হলেও কৰিব পাৰি। জিতেন দত্ত আগতে কি আছিল তাক আমাৰ চোৱাৰ প্ৰয়োজন নাই, তেওঁ এতিয়া কি কৰিব খুজিছে সেইটোহে আমি চাব লাগে ।
একদম সঁচা কথা
100% support
Good decision
অতি সুন্দৰ মন্তব্য ভাল লাগিল দে ,
অতি সুন্দৰ পদক্ষেপ প্ৰকাশৰ বাবে যিতেন দও ডাঙৰীয়াক অশেষ ধন্যবাদ।
আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটোক জীয়াই ৰাখিছে!।
জয় আই অসম। 💚
Very good decision
অতি সুন্দৰ পদক্ষেপ। শুনি বহুত ভাল লাগিল।আপোনালৈ বহুত বহুত ধন্যবাদ জনালো।
জিতেন দত্ত ডাঙৰীয়াৰ সিদ্ধান্তক আন্তৰিক ধন্যবাদ জনালো,,,মই ২২ চনৰে পৰা নিজৰে ঘৰতে শাকপাচলি কৰি নিজেও খাইছো গাৱঁৰ দুই এজনকও খোৱাইছো,চালানি মাছ কমেই খাওঁ,সৰু সৰু দুটা পুখুৰীত ৰৌ বাহুৰ লগতে লোকেল মাছও পুহিছো,,,
এইটো ভাল মানুহৰ কথা পাৰিলে দাদা আপুনি সোনকালেই কৰক
আনলৈ আহ্বান জনোৱাৰ আগতে জিতেন দত্তই পথাৰত নামি খেতি কৰি, ফাৰ্ম খুলি আদৰ্শ দেখুৱাই দি অসমীয়া যুবকক উৎসাহিত কৰক। উপদেশ দিয়া বহুতকে দেখিলো কিন্তু সেইসকলৰ মাজত হাতে কামে লাগি আদৰ্শ- বান হোৱা কাকো নেদেখিলো।
@@GauriBaruah-gx7ck Tuhotor nisina mentality r manuburor babei aji amar axomiya lukxokolor logote dekh khonoro unnoti nai, aji lakh lakh khilonjiya lora suwali nibonuwa hoi bohi ase.. Sowa, manuhe issa korile nuwara eku kam ai prithibit
Thank you so much
वक्त सब कुछ सिखा देता है आज शुरुआत करे कल रिजल्ट जरूर मिलेगा जितेन दा नही कर सकते शायद लेकिन रास्ता तो दिखाया अब अमल में लाना है
Right
জয় আই অসম 💪💪
Jai iaY asam
Hundor....💪🏻
Very very very very very very very good
Joi Aai Axom
অতি সুন্দৰ post অসমীয়া মানুহ কৰ্মমুখি হলে বাকীবোৰ নিজেই আঁতৰি যাব
Darkar hole miak prahikhan dibo
Vai right kotha korisah ❤❤❤❤
ঠিকেই সিদ্ধান্ত লোৱা হৈছে
Positive thinking made by jiten dutta, we wish him great success in this regard.
Very good decision jiten da
JITEN DADA IS FLAG BEARER OF STRONG AXOM ....SUPPORT HEMANTA DADA
জয় আই অসম
Jiten duttar kokair kothat ৰাইজ akmot hbo lga👍✊🗿
খেতি কৰাতকৈ দল-সংগঠন কৰাই লাভ , কিহৰ আকৌ ৰদ-বৰষুণত কষ্ট কৰি মৰিব ৷ বুর্বক পাইছে নেকি ?
খেতি কৰা এৰি আলফাই ৫০ বছৰে জঙ্ঘলত কিয় আছে? অসমখন শেষ কৰি এতিয়া নীতি বচন।
Very Nice step
Hundor
Right jai ai asam
good news joy ai axom✊
সুন্দৰ কথা
ভাল কথা।
মূৰত থ'লে ওকনিয়ে খাই আৰু মাটিত থলে পৰুৱাই খোৱা খিলঞ্জীয়া সন্তানে খেতি কৰি খোৱাবনে!😂
@@mamonibora2837 Tohotor nisina mentality r manuhor babei aji nij jati jonogosthir logote dekh khonor unnoti nai... Manuhe issa korile kiba nuwara kam ase ne ?
😂
😂
😂😂
जब कोई रास्ता नहीं बचता तो करना ही होगा
ভাল কথা হব, জয় জিতেন দত্ত
জয় আই অসম
Bohut.val.kathakoise jiten.da.jindabad
Vl lgil... Axomiya lorai Bojar dokhol korok ✊
বহুত ভাল লাগিল। সুন্দৰ পদক্ষেপ। নমস্কাৰ আপোনালোকক।
Good Jai aai axom
সুন্দৰ পদক্ষেপ 💯
Right 👍
এটা দিন আহিব পৰেশ বাহিনীক মিঞাই খেদিব। অসমীয়া জাতিৰ একতা নাই।
সুন্দৰ পদক্ষেপ।বহুত ভাল লাগিল।
সুন্দৰ পদক্ষেপ জয় আই অসম
সব ব্যৱসায় বাণিজ্য আমি অসমীয়াৰহাতলৈ আনিব লাগে। জীতেন দত্ত ঠিকেই কৈছে।
আমাৰ ইয়াত বান্দৰ ৰ সমস্যা। সব ধংস কৰি যায়
Dhori loi biya pati lua
একেবাৰে সঁচা কথা কৈছে। জই আই অসম 🙏🏻🇮🇳🇮🇳🇮🇳
আগৰ পৰা কি দাল কৰি আছিলি । বৰষুণ গলে জাপি চোৰ গলে বুদ্ধী । নিজে কেৱল নেতাগিৰী কৰি থাক ।💪💪
জয় আই অসম।সকলো হাতে কামে লাগিব লাগে।
Oti sundor podokhep.aami ekmot.
Jai aai axom
Very good Step Dutta Sir. 100% Right.
সুন্দৰ পদক্ষেপ
সুন্দৰ সোনকালে আৰম্ভ কৰিব লাগে ❤
একমত ১০০% সছা ভাল কথা কৈছে
Right disition thank you
100%সচাঁ কথা কৈছে ককাইদেউৱে 👍
একেবাৰে সঁচা কথা জয় আই অসম
একমত ১০০% সচাঁ 👍👍👍
ইয়াতকৈ সুন্দৰ মতামত আমাক কি লাগে ধন্যবাদ দত্ত দালৈ জয় আই অসম 💪❤
Very useful and positive message . We whole heartedly welcome it.
১০০% জয় আই অসম
Veri veri good
Moi korisu kheti. Akha korisu vl hobo. From tinsukia.
janu pai
Very good
Bhut Val hb.bhut manuh bemaror pora rakha pabo..
Good bro❤❤❤❤
জিতেন দত্ত জিন্দাবাদ
Hocha kole jiten da
Good
Apunar kothaat ekmot.🙏🙏👍👍👍
Good decision
Right koise
জিতেন দত্ত ডাঙৰীয়া আপোনাক বিষেশ ধন্যবাদ । পৰা বৰপেটা ।
Jay ai assom.
100% Right
জয় আই অসম
Yes আমি সকলো আগবহিম
ভাল লাগিছে ককাইদেউ অসম আমাৰ বেচিম আমি কৰিম খেতি জয় আই জননী ।
হয় চাৰ থীক কথা জয় আই অসম
Sunder bani
এইটো অসমবাণী ৰ কাৰাটে ভাল পদক্ষেপ
দত্তদাই শুদ্ধ সিদ্ধান্ত দিছে।
সুন্দৰ পদক্ষেপ 🙏🙏
Good news
Thanks
Borhia...moi fully support korim
Dear Duttada.. khub sundor and khub valo khata... United all Hindus in Assam... Jai Ai Asom.
Bht vl khbr Joy Aai Axom ❤️
Jai Aai Axom.
জয় আই অসম🙏
Very good action 🎉
Hundor ..
এইটো কৰিব পাৰিলে খুবেই ভাল,জীতেন দত্ত লৈ পুৰা সমৰ্থন আছে আৰু থাকিব
সুন্দৰ পদক্ষেপ, অতি ইতিবাছক আহ্বান।