জুম্মাৰ নামাজক লৈ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ স্থিতি

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024
  • #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
    Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

Комментарии • 736

  • @afazulhoque4032
    @afazulhoque4032 15 дней назад +123

    গৰুৱে ঘাঁহ পাগলুৱাৰ দৰে এটা কথাকে অকাই-পকাই কিয় বলকি আছা।

  • @whatgamer3820
    @whatgamer3820 14 дней назад +76

    ইমান জোৰকৈ নিচিয়ঁৰিব পকৰ ফালে মাল ওলাই আহিব।

    • @rajeshhazarika1663
      @rajeshhazarika1663 14 дней назад +1

      😂

    • @sjhazarika5437
      @sjhazarika5437 14 дней назад

      ই ঘৰতেই বল দি দি মাল উলিয়াই আহে 😂 নহ'লে উপায় নাই, চাকৰিৰ কথা আছে।

    • @chandanboruah7448
      @chandanboruah7448 14 дней назад

      Moi u takai bhai asilu 😅

    • @taigerking01ga
      @taigerking01ga 14 дней назад

      😂😂😂🤦😹😹

    • @adamsguy2704
      @adamsguy2704 12 дней назад +1

      Arnab goswami effect

  • @nilutpaldas8659
    @nilutpaldas8659 15 дней назад +34

    লাহে লাহে কোৱা হে ইমান চিঞৰা কিয় ? একেটা কথাকে পাগুলি থাকে কিয় ?

    • @zozocreation
      @zozocreation 14 дней назад

      গৰু হয়😂😂😂 পাগুৰী থাকিব😂😂😂

  • @palashnirmalia4811
    @palashnirmalia4811 15 дней назад +39

    শুনিবলৈ অসুবিধা হয় এনেকৈ বাতৰি পৰিবেশন কৰিলে

  • @srimanhazarika2838
    @srimanhazarika2838 15 дней назад +55

    ঠিকেই কৈছে,এখেতে মূল কথাটো নকৈ টেটো ফালি থাকে।

    • @-AnkurAM
      @-AnkurAM 14 дней назад +1

      Aru tetu fal. Hostiya level sutai viewers lage

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 15 дней назад +94

    তাই মেট্টিকত কেইবাৰৰ মূৰত পাচ কৰিছিলি একেটা কথাকে কৈছে থাক যে।

  • @KamrulIslam-x2i
    @KamrulIslam-x2i 15 дней назад +47

    টোক কোনে reporter ৰ certificate দিছে? গাধৰ ধৰে একেটা কথাই কৈ থাক,,,

  • @user-wi5lg5yi5q
    @user-wi5lg5yi5q 14 дней назад +32

    প্ৰথমৰ পৰা শেষলৈকে অকল তৰ এ চিঞৰ বাখৰ শুনা পালোঁ।😂

    • @deepjyotisaharia2059
      @deepjyotisaharia2059 14 дней назад +1

      Usrr room t lora dujn ase ajone phn t vdo sai asile hthat emn halla mi misate hihte kajiya lga buli vbislu pise goi gm plu murkho tu a news prhi ase 😂

    • @ratulrajbongshi9994
      @ratulrajbongshi9994 14 дней назад

      😂😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 14 дней назад +1

      ​@@deepjyotisaharia2059😂

    • @taigerking01ga
      @taigerking01ga 14 дней назад

      😂😂🤦

  • @prabitachutia448
    @prabitachutia448 15 дней назад +18

    ইমান চিঞৰিবলৈ কিহে পাইছে ? মগজুৰ বিকৃত হোৱা নাইটো , একেসোপাকে পাগুলি আছা যে

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 14 дней назад

      ব্ৰেক লুজ হৈ আছে। সম্ভব নতুন লাগিব । এবাৰ এৰিলে ৰবই নোৱাৰে । ওলাই থাকে ।

  • @bitulchutia35
    @bitulchutia35 15 дней назад +70

    আপুনাৰ বাতৰি ছালে মানুহ পগলাহে%হৱ একেটা কথাকে পাগুলি থাকে কিয়

    • @labakumar72
      @labakumar72 15 дней назад +2

      Socha kotha.... E pogola korihe aribo

    • @user-ji4kq7wp5t
      @user-ji4kq7wp5t 15 дней назад +4

      মাইকটো মুখৰ আগত লৈ আৰু চিঞৰ

    • @lnl6069
      @lnl6069 15 дней назад

      😂😂

    • @nayankalita12
      @nayankalita12 15 дней назад +1

      আমাকো শিৱ পূজাৰ বাবে সোম বাৰে 2 ঘ্ণ্টা দিয়ক

    • @santanumoran3236
      @santanumoran3236 14 дней назад

      ইমান যোৰকৈ উচ্চাৰণ কৰি টিকা লগত মুখ ফাতিব অলপ ভালকৈ পঢ়িবলৈ শিকি লোৱা

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 15 дней назад +27

    ত‌ই এটা ফাল্টু সাংবাদিক।ইমান টেটু‌ ফালি চিঞৰি‌চ‌ যে দশক সকল কলা নে‌ ত‌‌ই পাগল

  • @Twostars-0
    @Twostars-0 15 дней назад +24

    পৃথিবীত ধৰ্ম থাকিব যেতিয়া লৈ তেতিয়া লৈ মানুহৰ মাজত মৰম থাকিব।

  • @nilamonihaloi1410
    @nilamonihaloi1410 14 дней назад +5

    মুল কথা নুশুনিলো দিয়া সাংবাদিক মহোদয়। মোৰ ইমান ধৈৰ্য নাই। আপোনাৰ বাতৰি নাচাও

  • @ushakonwar8389
    @ushakonwar8389 14 дней назад +11

    ইমান উন্মাদ হৈ কি গাইছে? মূৰত অলপ পানী ঢালি ল

  • @user-se5yz7zc6o
    @user-se5yz7zc6o 14 дней назад +6

    আপুনি বাতৰি কেনেকৈ দিব লাগে তাক আগত শিকি লওক।অসমৰ মানুহ বোৰ কলা নহয় । তেটো ফালি থাকে কিয়।

  • @jatindutta2244
    @jatindutta2244 14 дней назад +3

    দেশৰ বাহিৰত থকা মানুহে কি বুজিব ঘৰ খনৰ কথা। হাজাৰ হাজাৰ অসমীয়া ডেকাৰ জীৱন নিঃশেষ কৰা আলফা এতিয়া অসমৰ জনমানসত অপ্ৰাসংগিক। পৰেশ বৰুৱা, মিঞাৰ অভিভাৱক হ'ব পাৰে,অসমীয়াৰ মানুহৰ অভিভাৱক নহয়।

  • @ahmedhussain9011
    @ahmedhussain9011 14 дней назад +5

    আপোনালোক সংবাদ কৰ্মী সকলে এটা কথা বাৰে বাৰে চিঞৰি চিঞৰি গাই নাথাকিলে , চাকৰি যাব নে ভাল নালাগে? আমি শ্ৰোতা সকল খুবেই আমনি পাওঁ।

  • @nuruddinahmed5315
    @nuruddinahmed5315 12 дней назад +2

    জুম্মাৰ নামাজ ইছলামৰ বাবে ফৰজ বা অতি জৰুৰী ।ইয়াক লৈ
    ৰাজনীতি নচলে।

  • @SaifulIslam-cp8vy
    @SaifulIslam-cp8vy 14 дней назад +19

    সময় নিদিলেও আমি নামাজ পঢ়িম।কাম বাদদি হ'লেও

    • @mriduldas-zj6eq
      @mriduldas-zj6eq 14 дней назад

      😂😂😂😂😂. Pakistan bonabi ne Bangladesh .

    • @maintugaribhoon4704
      @maintugaribhoon4704 14 дней назад

      ​@@mriduldas-zj6eq eman dinea je porhi ase pakistan hol.neki

    • @mriduldas-zj6eq
      @mriduldas-zj6eq 14 дней назад

      @@maintugaribhoon4704 chup jai Palestine tohote ko 🐍 biswas korileou tohotok nohoi.ji chiya r nohoi .si manuh nohoi.

  • @mirjulaskar-jf3em
    @mirjulaskar-jf3em 13 дней назад +1

    নামাজ গোটেই পৃথৱীতে হৈ আৰু হৈয়ে থাকিব পৃথিৱী থকা লৈকে কোনেও বন্ধ কৰিব নোৱাৰে চাই থাকক সকলোৱে

  • @AtulSaikia-yr6ze
    @AtulSaikia-yr6ze 14 дней назад +3

    মই কব খুজিম জে অসমীয়াৰ পুজা কৰা গৰু মাতাক মাৰি খাই জি পাপ কৰিছে ভাৰতত থাকি সিহঁতে দিনে এশবাৰ নামাজ পঢ়িলেও কাম নাই ইয়াৰ প্ৰমাণ মুছলিমৰ কনা কুজা হাত ভৰিৰ নথকা এই বিলাকেই এখিনি লিখাৰ বাবে মুৰত ধৰিব নালাগে আৰু হিন্দুধৰ্মৰ অসমীয়াৰ মানুহ সহজ সৰল বাবে মিয়াৰ ইয়াত থাকিবলে পালে

  • @surendrasurendra6163
    @surendrasurendra6163 14 дней назад +3

    পৰেশ বৰুৱাই অতি সোনকালেই ইতি বাচক মন্তব্য আগবঢ়ালে ভাল। পৰেশ বৰুৱা জিন্দা বাদ জয় আই অসম

  • @yakubali42
    @yakubali42 14 дней назад +2

    আপুনি ৰাস্তাই ৰাস্তাই মাইকত ঘোষনা কৰি আছে নেকি? আমি কলা নহয়। চিঞৰি আছে কিয়? এটা সৰু বাতৰিক মহাভাৰত সজাবলৈ গৈ চিঞৰি নাথাকিব।

  • @hafijursikder9104
    @hafijursikder9104 15 дней назад +9

    তই পঢ়া নিউজ বিলাক জোতিৎদীপ বৈশ্যক পঢ়িবলৈ দিবি ।

  • @tamannamuskan3552
    @tamannamuskan3552 12 дней назад +3

    ইয়াক বাতৰি পঢিব দিব নালাগে ।ই চিঞৰিবলৈ জানে ।আচল কথাটো কবলৈ আধা ঘণ্টা লাগে । শুনিব মন নাযায় ।

  • @sarataxom1651
    @sarataxom1651 15 дней назад +28

    ঐ লৰা ইমান টেটুফালি চিঞৰ বাখৰ কিয় কৰা তোমাৰ চিঞৰৰ কাৰণে তোমাৰ চেনেল নাচাও

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 14 дней назад +3

    এইতো কেনেকৈ চাংবাদিক হল ??? পকৰৰৰ গু ওলাই যোৱাকৈ চিঞৰ কিয় তই অলগদ্ধ

  • @bhismadoley12345
    @bhismadoley12345 14 дней назад

    Ekdom Mozaaa decision..... Himanta Biswa Sarma Sir zindabad ❤❤❤ Jorhat gyzzz

  • @ShaharAliAhmed-xz8rb
    @ShaharAliAhmed-xz8rb 14 дней назад +14

    কোনো মামায় নামাজ ৰোজা জাকাত আদিসহ ইছলামীয় ৰীতি-নীতি বন্ধ কৰাৰ দম নাই যদি আল্লাৰ হুকুম নহয় এনেকুৱা বহুতো মামা আহিব আৰু যাব কিন্তু নামাজ পুজা চলিয়েই থাকিব

  • @Sumit-pz2kt
    @Sumit-pz2kt 11 дней назад +2

    😢ও ছুত মানি ছোদূৰ ভাই ছেত দাল চিঞৰিআছা পগলা ছোদা এক থাপৰ দিম পৰেছ বৰুৱা কথা কোনে হোনে তোৰ নিছিনা পগলা কিতাই হোনে পৰেছ কোন হয ত তাৰ নিছিনা ফালতু মানু নাই তাৰ নাম হোনিলে খং ওথে

  • @SahabUddin-n6h
    @SahabUddin-n6h 11 дней назад

    ধন্যবাদ ❤ পরেশ বরুয়াক

  • @satyajitkhound350
    @satyajitkhound350 14 дней назад +2

    একো ডাঙৰ খবৰ নহয়।সকলোৰে সন্মতি সহকাৰে লোৱা সিদ্ধান্ত।আপোনাৰ মাত তোহে ডাঙৰ হৈছে।

  • @azharuddin9248
    @azharuddin9248 14 дней назад +2

    এই সিদ্ধান্ত গৃহীত হলে কিন্তু....
    পৰিস্থিতি ভয়ানক হব...
    হিন্দু মানুহক আকৰ্ষিত কৰিবলৈ হিমন্তৰ ঘৃণনীয় সিদ্ধান্ত
    কোনো হিন্দুয়ে (প্ৰকৃত) কেতিয়াও লোকৰ ধৰ্মত হস্তক্ষেপ নকৰে..
    হিমন্তই ঐশ্বৰিক শক্তিক অস্বীকাৰ কৰিলেও কিন্তু গৰিষ্ঠ সংখ্যক হিন্দুই
    ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰে
    ভূমিকম্প, বানপানী, বিজুলী, কেঞ্চাৰ, হাৰ্ট attack, প্ৰেছাৰ ষ্ট্ৰোক বা প্ৰাকৃতিক মৃত্যু যদি আহে তেনেহলে যি কেইটাই হিমন্তৰ কথাত সঁচাই মিছায় হা হুমুনিয়া কাঢ়ি থাকে সেইকেইটাতাকো হিমন্তই বচাব নোৱাৰিব ...
    অকণমান বিবেকৰ ব্যৱহাৰ কৰক..
    নিজৰ মাজত যোগ্যতা পয়দা কৰক...
    এনেয়ে জোনে যি কই সেইফালেই গুচি নাযাব...
    বিশেষকৈ ধৰ্মীয় বিষয়ত...
    ধৰ্মীয় অনুভূতিটো নিজা হব লাগে

  • @rameshbaglari8876
    @rameshbaglari8876 11 дней назад

    কি বিধৰ নো বাতৰি পৰিবেশন কৰাৰ শৈলী শিকিলে আপুনি ? কেনেকৈ আহৰণ কৰিব পাৰিলে এনে শৈলী বৰ আঁচৰিত। দৰ্শক- শ্ৰোতা এতিয়া নপলালাহে ৰক্ষা আৰু দেই। মানুহে এনেকুৱা বাতৰি চাই আমনি পায় আৰু বিৰক্তিত ভোগে বুজিলে নে ? আগলৈ এনে শৈলী পৰিবৰ্তন কৰিবলৈ অনুৰোধ থাকিল।

  • @paramanandabhuyan3702
    @paramanandabhuyan3702 15 дней назад +19

    আপুনি নিউজ বোৰ অলপ লাহে লাহে পহিব চুন বৰ টেটো ফালে

  • @ddas4452
    @ddas4452 14 дней назад +1

    আপুনি বাতৰি পঢ়া বাদ দিয়ক ভাওনা কৰিব। লওক

  • @saidulislamborbhuyan5080
    @saidulislamborbhuyan5080 15 дней назад +14

    ইছলামে কাৰবাৰ কথা মতে নামাজ বন্ধনকৰে

    • @kahimabramha
      @kahimabramha 14 дней назад

      Murkha,Gadha, Kukur, Sagol aru ki Kom.tahotok namaj bondho koribo Kowa nai.videot a bar valke sailog

  • @bijongogoi7772
    @bijongogoi7772 15 дней назад +6

    তোৰ ডিঙি নিবিষায নেকি?

  • @snehadas6309
    @snehadas6309 14 дней назад +1

    হে‌ ৰাম কাণেৰে তেজ ওলাই আহিব ইমান চিঞৰিছে । আমি লাহেকৈ ক'লেও শুনা পাওঁ।

  • @promudgogoi2333
    @promudgogoi2333 14 дней назад +1

    আৰু অকণমান জোৰ কৈ চিঞৰি পঢ়া হ'লে হাতত স্পিকাৰ টো নোলোৱাকৈ হ'ল হয়.

  • @sakedalisk8837
    @sakedalisk8837 14 дней назад

    ধৰ্মত হাত দিয়া ব্যক্তিৰ ধ্বংস অনিবাৰ্য৷

  • @Jahirkhan-nk3xm
    @Jahirkhan-nk3xm 12 дней назад

    আশা কৰোঁ সেনাধ্যক্ষ জনে ইতিবাচক মন্ত্যব প্ৰেৰণ কৰিব

  • @DilRahman-zu8ed
    @DilRahman-zu8ed 10 дней назад

    এইজনে ভাবিছে মোৰ দৰে কোনেও বাতৰি দিৱ নাজানে ।পাগল কৰবাৰ , এটা কথা মনত ৰাখিব এইদৰে বাতৰি দিলে চাবলৈ মনে নাযায়।

  • @mahabulkhanofficial8638
    @mahabulkhanofficial8638 9 дней назад

    এটা কথা বাৰে বাৰে কৈ থাকে কিয় মূল উদ্দেশ্য কি সেই বিষয়ে আলোচনা কৰা ।😢😢😢

  • @azizurrahman8426
    @azizurrahman8426 14 дней назад

    পগলা হোৱাৰ সপোন আছে congratulations 🎊

  • @anuragsaikia4913
    @anuragsaikia4913 15 дней назад +9

    আলফাৰ ৰাজনৈতিক দিশত মাত মাতি লাফ নাই। নিজৰ জীৱন তুৱেই পৰাধিন।

  • @rebalien5207
    @rebalien5207 14 дней назад

    এইটোৱে মুল কথাটোৰ বাহিৰে বাকীবোৰ কথাক ঘূৰাই পকাই কৈ থাকে।

  • @tradingwithahiya
    @tradingwithahiya 14 дней назад

    This channel like a Indian tv series whole time just time pass

  • @KarunaKataki
    @KarunaKataki 14 дней назад

    GOOD CM SIR

  • @safaruldewan9062
    @safaruldewan9062 10 дней назад

    Good speak

  • @KhaamtiN
    @KhaamtiN 14 дней назад +1

    আমি অসমীয়া ভাষা এবাৰতে বুজি পাওঁ, গতিকে এবাৰ কলেই হ'ল। টেটুফালি ক'লে দৰমহা বেছি দিয়ে নেকি !

  • @JakirHussain-nt2xg
    @JakirHussain-nt2xg 7 дней назад

    আমিনুল ইছলামে জুৰ্মাৰ নামাজ বাধ্যতামুলক বুলি কলে বাকী ৱক্তৰ নামাজ বাধ্যতামুলক নহয় নেকি ?
    জামাতৰ হৈতে নামাজ পঢ়িলে কি হয় নপঢ়িলে কি হয় বিতং ভাৱে নকলে কিয় । এওঁ লোকৰ দৰে জনপ্ৰতিনিধিৰ বাবে মুছলমানৰ এনেদশা বিধান সভাৰ অধিবেশনত জোৰ্মা নামাজৰ বাবে ২ ঘণ্টা সময় লাগু কৰি ৰাখিব নোৱাৰিলে এতিয়া নিজকে শুদ্ধ প্ৰমানিত কৰিবলৈ আহিছে নিলাজ -----------?

  • @HasenAli-p4j
    @HasenAli-p4j 14 дней назад +1

    💖💖👍

  • @Rauzahmed
    @Rauzahmed 14 дней назад

    Pl,Paresh Baruah sir actual Advice.

  • @user-zw3tm8og2c
    @user-zw3tm8og2c 7 дней назад

    Tank you porash boruya sir

  • @user-tx9jx3hg5i
    @user-tx9jx3hg5i 10 дней назад

    সেই মুল বিষয়লৈ আহক ৷একেখিনি কথাকে পেঙেনিয়াই আছে ৷?

  • @KarunaKataki
    @KarunaKataki 14 дней назад

    Assam Good CM Sir sir

  • @Bigbossjhvfuik
    @Bigbossjhvfuik 14 дней назад +7

    সৰ্ব প্ৰথমে মামা আপুনি এই কিছুমান নিউজ চেনেল বোৰ বন্ধ কৰক..... ইহঁতৰ এডুকেশ্বন কোৱালিফিকেচন চাওক.... ইহঁত আচল কালপ্ৰীত ইহঁতে হে সংঘাত আনে😢😢😢

  • @Prince-bf3kl
    @Prince-bf3kl 10 дней назад

    Why journalists like you want to take TRP in the name of U. L. F. A??

  • @pankaj12360
    @pankaj12360 14 дней назад

    বিকৃতি ঘটা যেন লাগে

  • @rinkukalita2720
    @rinkukalita2720 14 дней назад +1

    পৰেশ বৰুৱা হৈছে বাঙলাদেশী মিয়া্ , তাৰ কথাৰ কি বাল ভেলু আছে, পৰেশৰ দম আছে যদি মিঞাৰ বিৰুদ্ধে এক আষাৰ কথা কৈ দেখাক পিছৰ দিনাই বাংলা দেশৰ পৰা পহূ খেদা দিব্্্্৪২০ বাতৰি

  • @inndian255
    @inndian255 14 дней назад

    Bitter truth, one one likes the media person

  • @simantaboruah6371
    @simantaboruah6371 14 дней назад

    Val decision

  • @JaiSrimandirB23
    @JaiSrimandirB23 14 дней назад

    Tumar karone Da news plus sab nibisaru

  • @shantanathbrahma2230
    @shantanathbrahma2230 8 дней назад

    হিন্দৃ ধৰ্ম নাই নেকি হিন্দুৰ পূজা নাই নেকি, হিন্দুসকল চিতি লোক

  • @DilbarMyTv
    @DilbarMyTv 14 дней назад

    good

  • @user-vi5um7ll6c
    @user-vi5um7ll6c 14 дней назад

    Axomt thake he axomor kotha kale val lage.

  • @annadanath3323
    @annadanath3323 12 дней назад

    আলফাৰ কথাত কোনোৱে গুৰুত্ব নিদিয়ে। আলফাই কি কৰিছে অসম আৰু অসমীয়াৰ হৈ ?

  • @SirajulKthan
    @SirajulKthan 4 дня назад +1

    moi namanu de o sar ko sun moi ulfat jugdan korim de o

  • @jyotsnabegum8810
    @jyotsnabegum8810 12 дней назад

    ইস্তি সলনি কৰক পুৰ্বৰ সময় বাহাল ৰাখক

  • @user-mj7cd7nh7d
    @user-mj7cd7nh7d 14 дней назад

    সাংবাদিক জনে কিমান বাকী থাকে শূনী আমনী লাগে।

  • @pranabgogoi290
    @pranabgogoi290 14 дней назад

    শেষৰ খিনি আগে কলে কিবা অসুবিধা আছেনেকি ??#্ৰ

  • @krishanthakuryathakurya2412
    @krishanthakuryathakurya2412 14 дней назад

    গল ফালিৱ। কি কৱ বিচাৰিছা গম আগতে পাইছে অসমৰ ৰাইজে।

  • @pareshdas2570
    @pareshdas2570 14 дней назад +1

    গাধ একেটা কথাকে বাৰে বাৰে কৈ আছা যে৷ইমান চিঞৰিছা কিয়৷মুৰৰ বিকৃতি ঘটিছে নেকি এই জনৰ৷

  • @janmarampegu5212
    @janmarampegu5212 14 дней назад +1

    এই DA news plus টো ভৃলত চালো | পৰেশ বৰুৱাৰ নামতহে মিছাকৈ চিঞৰিলে | আজিৰপৰা নাচাও |

  • @zimmiiiiii6000
    @zimmiiiiii6000 14 дней назад

    12 tar pora 1 ta loi 1 ghonta xomoi he....ai2 naikia korar kunu jukti nai...non muslim MLA keitai u xei time khinit lunch 2 kri alp aram kribo paribo......aibur kribo napai...

  • @mukleshahmed8984
    @mukleshahmed8984 14 дней назад

    Foresh boruah jindabad

  • @BILLALHUSSAIN-q7e
    @BILLALHUSSAIN-q7e 14 дней назад

    মুল কথা কবলৈ অনুৰোধ জনালোঁ

  • @AbedinJoinal
    @AbedinJoinal 14 дней назад

    nice

  • @MohendraDutta-w4r
    @MohendraDutta-w4r 14 дней назад +1

    Lahe lahe Poha

  • @aswinithakuria1990
    @aswinithakuria1990 11 дней назад

    কি ইমান বিৰাট খবৰ কোটি ফালি গু ওলাই গেল নেকি নেকি বাতৰি পঢ়োতে

  • @sukuraliahmed1107
    @sukuraliahmed1107 14 дней назад

    সাংবাদিক জনে কমেন্ট বোৰ না চায় নেকি?

  • @MrSecondTripleR
    @MrSecondTripleR 14 дней назад

    একেটা কথাই বাৰে বাৰে,,মেইন নিউজ টো নাপালোয়ে

  • @shahinurkhatun3939
    @shahinurkhatun3939 14 дней назад

    Pura Assam Alfa swadhin hbo lage paresh Barua sir aponak dhanno bat

  • @alimuddin-gw2vy
    @alimuddin-gw2vy 12 дней назад

    Good-Newj

  • @MitaliPathak-wr3uh
    @MitaliPathak-wr3uh 14 дней назад

    জয় আই অসম

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 14 дней назад

    আঠ মিনিটৰ বেছি সময়ৰ বাতৰি টোত এনেয়ে শেষলৈ চিঞৰি থাকিল । পৰেশ বৰুৱাৰ কথা শেষত হে কলে যে তেওঁৰ মন্তব্য কি হব লাগে শ্ৰোতাই হে জনাব লাগে। চেনেল টোত সোনকালে তলা ওলমিব সি নিশ্চিত ।

  • @nirenmali7367
    @nirenmali7367 12 дней назад

    কথা খিনি আগতে নোকোৱাকৈ কিয় চিঙৰি থকা।

  • @hassangulaf9597
    @hassangulaf9597 11 дней назад +1

    Mol kotha 2kio noko

  • @user-nb3qf4on5l
    @user-nb3qf4on5l 14 дней назад

    এনেকৈ চিঞৰি চিঞৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ news channel এটাৰ সাংবাদিক এজনলৈ মনত পৰে।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 12 дней назад

    বাতৰিও এনেকৈ চিঞৰি নকয় ।শুনাৰ ৰ্ধয্য নোহোৱা হ'য় ।আচল কথাখিনিলৈ নাহে ।

  • @RaiLNunctioNIR7636
    @RaiLNunctioNIR7636 13 дней назад

    একেটা কথাকে পাগুলি থাকিলে মানুহে da news nasabo nohoi বাবা

  • @nabajitsupervlogs2351
    @nabajitsupervlogs2351 14 дней назад

    Good news

  • @Samarjyoti440
    @Samarjyoti440 12 дней назад

    ই পৰিৱেশন কৰা nerws চোৱা বাদ দিম আৰু বহুত চিঞৰে।

  • @user-eo2zl1ql8x
    @user-eo2zl1ql8x 14 дней назад

    এটা কথাকে বাৰে বাৰে ভেভেয়াই নথাকিব মুল কথাতোকে কওক বেয়া লাগে

  • @santibhushansarkar5723
    @santibhushansarkar5723 14 дней назад

    আমার অসমত বাতরি কওতে এটা বাক্য দহবারকৈ কৈ সময়র কিয় অপচয় করা হয় । সেইটো করার বাবে অধিকাংশ শ্রোতাই শুনি থাকিবলৈ আমনি পায় নেকি।মোর মতে এবারর থলত দূবার কলেই যথেষ্ঠ ভাবো। ধন্যবাদ।

  • @BhaskarJyotiBaro-l7w
    @BhaskarJyotiBaro-l7w 15 дней назад +1

    Ahro joray kowa

  • @jayantahazarika1343
    @jayantahazarika1343 14 дней назад

    Please don't shout. It causes sound pollution.

  • @nirumonichutia8169
    @nirumonichutia8169 14 дней назад

    2mr news bur sai val nlge ,,bor siyora kaite tumi,,,

  • @sjhazarika5437
    @sjhazarika5437 14 дней назад

    আনে দেখি আহক আৰু ই শুনি আহক,আচল কথা কৰবাত থাকিল।