কেন্দুগুৰি ভাগৱত ব্যাখ্যা অনুষ্ঠান

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • #pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah #bhagawatpath

Комментарии • 119

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +1

    Jai shree krishna 🎉🎉🎉🙏🙏🙏

  • @jibonchetia4157
    @jibonchetia4157 5 месяцев назад

    হে গুৰুদেউ কৃষ্ণ ৰাম

  • @rajeswardas4984
    @rajeswardas4984 Год назад +1

    Krishna 🙏bap kritartha holu 🙏🙏

  • @ketengajhoracluster4620
    @ketengajhoracluster4620 Год назад +1

    Hari Krishna

  • @AditPatar-d8j
    @AditPatar-d8j 10 месяцев назад

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @SwarnapravaBaishya
    @SwarnapravaBaishya 5 месяцев назад +1

    Krishna Krishna baap sewa janowa hol

  • @PromilaRoy-b7d
    @PromilaRoy-b7d Год назад +1

    Krishna Krishna🙏🙏🙏

  • @r_k-kq9yy
    @r_k-kq9yy Год назад

    He pravu 🙏🙏 vagwan sree Krishna u apunar rupot jonom loi ahise ...amak ai vagowat r amreet moy kotha hunaboloi bujaboloi ...🙏🙏 hosakoi moi vagyawan karon apunar rupot vagwan k dekha paisu 🙏🙏ai amreet moy vagwat r kotha janib parisu 🙏🙏 Krishna Krishna Krishna 🙏🙏🙏🙏 pravu 🙏🙏

  • @pratibhakalita9703
    @pratibhakalita9703 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 👃🏻👃🏻👃🏻👃🏻

  • @ArindamDeka-s4k
    @ArindamDeka-s4k Год назад +1

    ❤😊😊😊😊😊😊

  • @asomiaasom6008
    @asomiaasom6008 Год назад +4

    ভাগৱত পঢ়ি পঢ়ি কৃষ্ণ নাম শংকৰ মাধৱৰ নাম লওতে লওতে মতিভ্ৰম হৈ নিন্দাবাদত লিপ্ত নিন্দুক মন্দমতি দুৰাচাৰী পাপীৰ মুখেৰে ভাটৌৰ দৰে আওৰাই থকা বিকৃত অপব্যাখ্যাৰে ভাগৱত ব্যাখ্যা ৰাম কৃষ্ণ নাম শুনাও মহাপাপ । এই নিন্দুক ভণ্ড মতিভ্ৰম বিকৃত অপব্যাখ্যাকাৰী স্বয়ম্ভু বৈষ্ণৱ জনাই অসমত যি অকণমান শুদ্ধ ভক্তি ধৰ্ম পুণ্য আছিল গোটেইখিনি শেষ কৰিব ।ও হৰি ও ৰাম ।ঔঁ।ঔঁ ততসত ।

    • @arunabhuyan3283
      @arunabhuyan3283 Год назад +2

      Jimanei gogoi bap jonar pisat lagi thakok . Lav nai .hoytor hodai joi .

    • @asomiaasom6008
      @asomiaasom6008 Год назад

      ​@@arunabhuyan3283কিবা বুজি পাইছা ? নিন্দুকৰ মুখত নিন্দাবাদ শুনি শুনি অভ্যস্ত হৈছা যেতিয়া নিন্দা পাপতে মত্ত শান্তি ।

  • @deepakrajkhowa7975
    @deepakrajkhowa7975 Год назад +1

    Krishna

  • @satyensarma1962
    @satyensarma1962 4 месяца назад

    Joy maa kamakshya joy maa kali

  • @nripenburagohain
    @nripenburagohain Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, সেৱা জনালো!

  • @kishanking6330
    @kishanking6330 Год назад +2

    Krishna Krishna provu 🙏🙏🙏🙏🙏🙏

  • @rajmanoranjan1234
    @rajmanoranjan1234 Год назад +3

    অতী সুন্দৰ বাপ.
    কৃষ্ণ জয় গুৰু শংকৰ.....

  • @kumudinisaikia1979
    @kumudinisaikia1979 Год назад +1

    কৃষ্ণ🙏🙏🙏 সেৱা জনাইছো🙏🙏🙏 কৃষ্ণ

  • @jadabnath6830
    @jadabnath6830 Год назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏

  • @monujhazarika8163
    @monujhazarika8163 Год назад +1

    কৃষ্ণ কৃষ্ণ আমাৰ আত্মা স্পৰ্শ হৈছে প্ৰভু

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @rewatideka7020
    @rewatideka7020 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏 🙏

  • @ChampakBarman-dg4pn
    @ChampakBarman-dg4pn Год назад +1

    Krishna Krishna bap parnam 🙏🙏

  • @barshagogoi6854
    @barshagogoi6854 Год назад +1

    সুন্দৰ বাখ্যা কৰি ছে❤❤❤

  • @upenbora450
    @upenbora450 Год назад +1

    Krishna Krishna Krishna 👃👃👃 Bap

  • @SurenSaikia-mm6nn
    @SurenSaikia-mm6nn Год назад +1

    Krishna Krishna Krishna bap

  • @asomiaasom6008
    @asomiaasom6008 Год назад +1

    শ্ৰাদ্ধ পিণ্ড মুণ্ডন কৰা সকল মুৰ্তি পূজা যজ্ঞ কৰা যদি অজ্ঞ মন্দমতি দুৰাচাৰী হয় গুৰু শংকৰদেৱ ও মন্দমতি অজ্ঞ দুৰাচাৰী কাৰণ শংকৰদেৱেও বিষ্ণু মুৰ্তি স্থাপন কৰি মেষাদ যজ্ঞ পূজা অৰ্চনা কৰিছিল বামুণীয়া পদ্ধতিৰে ব্ৰাহ্মণ কুলগুৰু ৰামৰাম গুৰুৰ হতুৱাই আৰু তীৰ্থস্থান ভ্ৰমন কালত গয়া তীৰ্থত পিতৃ মাতৃ চৌধ পুৰুষৰ শ্ৰাদ্ধ পিণ্ড দান মুণ্ডণ কৰিছিল শংকৰদেৱে শংকৰ চৰিত পুথিত সুন্দৰকৈ আছে ।পিণ্ডনো কি শাস্ত্ৰত পিণ্ডৰ দ্ৰব্যৰ বিষয়ে সুন্দৰকৈ আছে চাই লব প্ৰাণজিত বাপ ।অকল কৃষ্ণ হৰি নাম ললেই যদি সৰ্বকাৰ্য সিদ্ধি হয় তেনেহলে সকলো কৰ্ম ,যজ্ঞ ত্যাগ কৰি পৰিহাৰ কৰি কৃষ্ণ কৃষ্ণ হৰি হৰি বুলি দিনে ৰাতি মাহ বছৰ বহি শ্ৰৱণ কীৰ্তন কৰি থাককচোন আপোনাৰ কি কাৰ্য সিদ্ধ হয় চাও ?
    মায়াক আশ্যয় কৰি ৰহস্য মায়াময় মায়াবী উপদেশ সিদ্ধান্ত যুক্ত ভক্তি তত্ব ধৰ্ম যুক্ত ভাগৱতৰ মায়া ৰহস্য চিনি আতৰাই ভক্তি তত্ব ধৰ্ম নকৰিলে কেতিয়াও নিন্দা ঘৃণা হেয়জ্ঞান উপহাস কৰা ধৰ্ম কৰ্মৰ পৰা পৰিত্ৰান নাপায় ।ভাগৱতৰ ৰহস্যময় মায়াময় উপদেশ বাণী চিনি আতৰাই ত্যাগ কৰি ভক্তি ধৰ্ম কৰ্ম কৰিহে মুক্তি পাব পাৰে তাৰ ব্যতিৰেকে নৰকেই গতি প্ৰাণজিত বাপ ? কৃষ্ণ ।ঔঁ ।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sabitrigogoi9800
    @sabitrigogoi9800 Год назад +5

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু উপকৃত হৈছোঁ দিয়কচোন সঁচাকৈয়ে 🙏🙏🙏

  • @bishwajitborah2284
    @bishwajitborah2284 Год назад +1

    Krishna bap

  • @medakkashmiri9838
    @medakkashmiri9838 Год назад +1

    Apunar aidhyatmik Tatta gour Kota huni khub val lagil.,from H,Kuli.Karichuk,Dekapam,Jonaj

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 Год назад +1

    Krishna Krishna bap hewa janalu

  • @pijush1213
    @pijush1213 Год назад +1

    Krishna Krishna Krishna 🙏🙏🙏

  • @ashokkumardutta7850
    @ashokkumardutta7850 Год назад +3

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +1

    🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Год назад +6

    কৃষ্ণ কৃষ্ণ প্ৰানজিৎবাপ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @kilipsong
    @kilipsong Год назад +5

    Krishn krishn krishn 🙏🙏🙏

  • @nathjitumoni4377
    @nathjitumoni4377 Год назад +1

    Krishna Krishna

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 Год назад +4

    কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ🙏

  • @RatnaBorgohain-hb2td
    @RatnaBorgohain-hb2td Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @junumech7558
    @junumech7558 Год назад +3

    🙏🙏 কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +1

    Krishna krishna krishna

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 9 месяцев назад

    Krishna Krishna bap from rangia

  • @nssodiya713
    @nssodiya713 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @manjurajkonwar2807
    @manjurajkonwar2807 Год назад +6

    হে পৰম মহন্ত গুৰুদেৱ আপোনাৰ চৰণ কমলত আমাৰ ভক্তি ভৰা সেৱা আগবঢ়ায়ছো কৃষ্ণ কৃষ্ণ 🙏 কৃষ্ণ । আপোনাৰ ভাগৱত শ্ৰৱণ কৰিব বাবে সদায় লৈ থাকো ।পৰম আনন্দ লাগে কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম ।

  • @dipakkumarray3864
    @dipakkumarray3864 Год назад +9

    কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ 🙏🙏🙏🙏

  • @sarujandas121
    @sarujandas121 Год назад +5

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @mohendrabora7165
    @mohendrabora7165 Год назад +1

    কৃষ্ণ 🙏 সেৱা জনালো।

  • @khirodbhuyan5967
    @khirodbhuyan5967 Год назад +3

    Krishna 🙏

  • @ranjanborah8190
    @ranjanborah8190 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @nabajitsaikia5040
    @nabajitsaikia5040 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @binabora5025
    @binabora5025 Год назад +2

    Krishna 🙏🙏🙏🙏🙏🙏🙏👍

  • @karneswarborgohain5327
    @karneswarborgohain5327 Год назад +2

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম, অমৃতময় ভাগৱত ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কৰি পৰম ধন্য হলো , বৈকুণ্ঠপুৰীত উপবিষ্ট সমস্তজন ভকত বৈষ্ণৱৰ শ্ৰীচৰণত এই অভাজনে সেৱা আগবঢ়োৱা হল, কৃষ্ণ. ।

  • @baruahtv1984
    @baruahtv1984 Год назад +3

    😊😊😊😊

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Год назад +1

    কৃষ্ণ

  • @ajoynagbonshi6795
    @ajoynagbonshi6795 Год назад +1

    কৃষ্ণ কৃষ্ণ

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ।

  • @jurisaikia8501
    @jurisaikia8501 Год назад +1

    কৃষ্ণ কৃষ্ণ।

  • @redcherrysproduction5426
    @redcherrysproduction5426 Год назад +3

    যি যেনেকৈ ভক্তি কৰে তাৰ হে আলোচনা কৰা উচিত । পিণ্ড দিয়া অম্বুবাচী পালন কৰা ভকতৰ পাছ ফালে সেৱা কৰা আগ ফালে সেৱা কৰা, চুলি খুৰুৱা আদি বিলাক ধৰ্মী য় কাম যি যেনেকৈ কৰে কৰি থাকক ,তাক আন পন্থৰ ব্যক্তি য়ে সমালোচনা কৰিবলৈ কি প্ৰয়োজন আছে ? সেই বিলাক সমাজা আহল বহল সুবিশাল , সেই বাবে প্ৰসাসন ক্ষেত্ৰত তেওঁ লোকৰহে মানুহে আছে। আমাৰ মানুহ চৰকাৰী ক্ষেত্ৰৰ কতো বিচৰি নাপায় । মন্ত্ৰী নাই , বিধানসভা ত বিধায়ক নাই, দিচি নাই এদিচি নাই এচপি নাই দিএচপি নাই এচ দিচি নাই আনকি পন্সায়ত সভাপতি এজনো নাই । আমাৰ সমাজ তেনেই সৰু তাকৰিয়া ,আমি আমাৰ ধৰ্ম ৰ আৰু আমাৰ শাস্ত্ৰ ৰ অৰ্থ তত্ত্ব আদি বেচি ভাগেই বুজি নাপাও বা বুজি বলৈ যত্ন নকৰো বা কেনেবাকৈ বুজি লেও পালন কৰা ৰ ক্ষেত্ৰত অসমৰ্থ । কাৰন আমি ৰজগুণ হে ভাল পাওঁ আৰু আদৰিও লৈছোঁ । নিগম শাস্ত্ৰ আমি পঢ়িব লাগে পঢ়ো সত্ব গুণৰ আমি ওচৰেই নাচাপো , গতিকে আমি ছয় ৰিপূ দমন কৰিম কেনেকৈ ? । ঢেৰ কিছুমান বৈষয়ীক আশ অভিলাস বুকুত বান্ধি সেৱা লৈ গাও কৰা অনুগ্ৰ্হ মায়াৰ নিগ্ৰ্হ তেবেসে প্ৰভূ এৰাও । এয়া আমি ভগৱান ক আভূৱা ভাৰিবলৈ অপচেষ্ঠা কৰা নাইনে? এই বোৰ অপৰাধ ৰ বাবেই আজি Administration ত কোনো এজন সঙঘীয় নিগমীয়া ব্যক্তি বিষয়া হিচাপে নাই ।পুলিচ ত বা চিভিল তেই চাওক কতো দেখা পোৱা নাযায় ।দুজন মান চিপাহী দুজন মান এল পি পণ্ডিত পিয়ন চকিদাৰ আৰু দুজন মান প্ৰবক্তা আছে আৰু , কিন্তু সঙবিধান নামৰ টেকেলি টোত সোমাই নাথাকে দেই ।কাৰন আমাৰ সঙবিধানত জাতীয় চেতনা বোধ মুঠেই নাই যে, শঙকৰী সঙস্কিতি যে জাতীয় সঙস্কিতি ৰ এটা অংশ হে তাক আমি নাজানো বা মানি নল ও প্ৰথমে জাতি অসমীয়া ‌ভাষা কৃষ্টি সঙস্কিতি ঐতিহ্য পৰম্পৰা আৰু বিভিন্ন জাতি জনজাতিৰ সামাজিক সঙস্কিতি খাদ্য সঙস্কিতি এই বিলাক ক উলাই কৰি ধৰ্ম কৰিলে হব জানো? ৰাম শ্ৰীকৃষ্ণ । ধণ্যবাদ ।

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 Год назад +3

    কৃষ্ণ, কৃষ্ণ 👏👏

  • @ritakalita6066
    @ritakalita6066 Год назад +1

    কৃষ্ণ 🙏

  • @taralanath3876
    @taralanath3876 Год назад

    কৃষ্ণ কৃষ্ণ,🙏🙏

  • @mitalidutta1382
    @mitalidutta1382 Год назад +2

    🙏🙏🙏

  • @gooddaygoodday2188
    @gooddaygoodday2188 Год назад +1

    Radha Krishna

  • @rikugogoi3759
    @rikugogoi3759 Год назад +1

    Sumitra Gogoi
    Krishna Krishna Krishna He param Kripalu Bap Aaisakal Kali yugto Bar Uju aru bar Tan yug karanto hol ai manuh namar Jeewtowe Bhagawanar nam valeai Sanchar tari yaba pare kinto yugto imaneai tan ye aami malamati manuhe aamar monto bandirakhiba aajiloike pari nai monto bar Chanchal sei babe aami Chtoke Bagh dekhi pow Krishna bhul hole maph kariba Krishna

  • @sunilrajkhowa579
    @sunilrajkhowa579 Год назад +1

    Krishna 🙏🏻

  • @gitimonibordoloi5108
    @gitimonibordoloi5108 Год назад

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @jpborah4155
    @jpborah4155 Год назад +4

    কৃষ্ণ 🙏🏼

  • @tankeswardeka6070
    @tankeswardeka6070 Год назад +1

    Ram Ram pravo sipajhar

  • @amordutta4659
    @amordutta4659 Год назад +1

    Kissn🙏🙏🙏🙏

  • @redcherrysproduction5426
    @redcherrysproduction5426 Год назад +1

    নিজে উপাসনা কৰা বা ভক্তি কৰা শাস্ত্ৰ ৰ মৰ্মাৰ্থ বা অৰ্থ তত্ত্ব ই বুজি নোপোৱা সকলে পিণ্ড ৰ অৰ্থ কি দৰে বুজি পাব ? ১৯৭৩ চনতেই আমাৰ পিতৃ মাতৃ য়ে প্ৰাথমিক গোট খুলিছিল পাছ বছৰৰ পাছতেই কোনোবা শয়কীয়া বাপে টকা খোৱাক কেন্দ্ৰ কৰি লাগিল দোলপাল কাজিয়া ,ফলত প্ৰাথমিক দুফাল , তিনি ঘৰিয়া প্ৰাথমিকেই ১৫ বছৰ মান চলিল, পাছত আমি দুয়োখন এখন কৰি আমাৰ কৃষ্ণৰাম ক খন ভাঙি দিয়ালো। সেই তেতিয়াই যি মানুহ সঙঘত সোমাইছিল আৰু , তাৰ পাছত মানুহ সোমোৱাৰ নাম নাই দেই ।সিভাগ সমাজৰ পৰা বদিয়া পৰিলেহে দুই এঘৰ সোমাই হি আৰু কিন্তু বুজি পোৱা মানুহ নোসোমায়। মানুহ এতিয়া শিক্ষিত হোৱাৰ বাবে শাস্ত্ৰ ৰ অৰ্থ তত্ব বুজি পোৱা হৈছে , সকলোৱে মিলা মিচা কৰি থাকিব বিচাৰে অলৈ নাজাবি আমোক নাখাবি এইবোৰ পুৰনি কলিয়া কথা নমানে । আৰু সকলো ৱে ভোগ বাদি জিৱন এটা হে বিচাৰে । সেইবোৰ কাৰনতেই আমাৰ সমাজ খন সৰু হৈ থাকিল । ধৰ্মীয় সঙঘ বা সঙগঠন শাস্ত্ৰ সৰবচ্চ হে হব লাগে , সঙবিধান সৰবচ্চ হব নালাগে । বাৰু ৰাম শ্ৰীকৃষ্ণ । ধণ্যবাদ ।

  • @parthasaikia5686
    @parthasaikia5686 2 месяца назад

    Hi p

  • @asomiaasom6008
    @asomiaasom6008 Год назад +5

    একশৰণীয়া শংকৰী শিষ্য প্ৰাণজিত গগৈ বাপ ৰ ব্যাখ্যা মতে বিষ্ণু নাৰায়ণ হৰি শিৱ কৃষ্ণও মহা মুৰ্খ অজ্ঞ আছিল কাৰণ সত্য ত্ৰেতা দ্বাপৰ আৰু কলিৰ যোৱা পাঁচ হাজাৰ বছৰত শ্ৰীহৰিয়ে শুদ্ধ সত্য নিষ্কাম নিৰ্গুণ মুক্তিদাতা নাম ধৰ্ম ভক্তি ধৰ্ম গুপুত কৰি আছিল মহামুৰ্খ মহা স্বাৰ্থপৰ আছিল ।সত্য ত্ৰেতা দ্বাপৰ আৰু কলি যুগৰ পাঁচ হাজাৰ বছৰ যোৱাৰ পিছত আজিৰ পৰা পাঁচশ বছৰ আগতেহে আপোনালোকৰ ভাষাত কৃষ্ণই শংকৰদেৱ হৈ গুৰু ৰূপে শুদ্ধ সত্য নিৰ্গুণ নিষ্কাম নিৰাকাৰ মুক্তিদাতা ভাগৱত কৃষ্ণ নাম ভক্তি ধৰ্ম দিলে তাৰ পিছতহে জীৱই কৃষ্ণ নাম লৈ অসমৰ কেইহাজাৰ মান শংকৰী মহাপুৰুষীয়া একশৰণীয়া ভকত বৈষ্ণৱে মুক্তি পাই বৈকুণ্ঠলৈ গল আৰু যাব বাকী গুৰু শিষ্য ভকত বৈষ্ণৱ সকল নৰকতহে গৈছিল আৰু নৰকলৈ যাব নহনে নিন্দুক প্ৰাণজিত গগৈ বাপ ?
    পুৰাণ আৰু চৰিত পুথিত বৰ্ণিত মতে গুৰু শংকৰদেৱ শিৱ শংকৰ ত্ৰিপুৰাৰী মহেশে শ্ৰীবিষ্ণু হৰিৰ আজ্ঞাত কেৱল সনাতন কৃষ্ণ নাম গুণ ভক্তি ধৰ্ম প্ৰচাৰাৰ্থে আবিৰ্ভাৱ হৈছে ।শংকৰৰ লগত ব্ৰহ্মাদেৱকো পঠিয়াই শ্ৰীবিষ্ণুও দামোদৰদেৱ নাম লৈ গুৰুৰূপে আহিব বুলি শ্ৰীহৰিয়ে কৈছে পুৰাণত নিৰপেক্ষ শাস্ত্ৰ অধ্যয়ণ ব্যাখ্যা কৰাটো শাস্ত্ৰ সন্মত ।
    পুত্ৰই পিতৃৰ পিণ্ড অবশ্যেই দিব লাগে বুলি বেদ গীতা ভাগৱত পুৰাণৰ সিদ্ধান্ত শ্যীহৰি বিষ্ণুৰ সিদ্ধান্ত ।মোৰ পিণ্ড দিব লাগে হৰিৰ নাম গুণ কৰিলে মই মোৰ পিণ্ড পাম বুলি কোৱা সিদ্ধান্তটো ঋষভ ঋষিৰহে সিদ্ধান্ত ভাগৱতত আছে ।শ্ৰীহৰি বিষ্ণু নাৰায়ণ ৰাম কৃষ্ণক স্মৰণ কৰি তপ জপ যাগ যজ্ঞ পূজা অৰ্চনা আৰাধনা কৰাতো কি পাপমতি দুৰাচাৰী আচৰণ নেকি প্ৰাণজিত বাপ ? শংকৰ মাধৱে লিখা গীত ঘোষা পদ কীৰ্তনঘোষা নামঘোষা গুণমালা ভাগৱত শ্ৰৱণ কীৰ্তন কৰা কৃষ্ণ নামহে মুক্তিদাতা নাম ?অন্য গুৰু বুদ্ধদেৱ নানক শংকৰাচাৰ্য ৰামানন্দ কবিৰ বিষ্ণুপুৰী সন্যাসী হৰিদেৱ দেৱ দামোদৰদেৱ চৈতন্যদেৱ আদি গুৰুসবে দিয়া ৰাম কৃষ্ণ হৰি নাৰায়ণ বিষ্ণু নাম পাপমতি দুৰাচাৰ নাম আছিলনেকি প্ৰাণজিত বাপ ?পাণজিত বাপ আপুনি পঢ়া ভাগৱত শাস্ত্ৰখন মায়াক আশ্ৰয় কৰি ভক্তিতত্ব নামধৰ্ম যুক্ত শাস্ত্ৰ ।ভাগৱতৰ মায়াসমুহক আপুনি সাৰ কৰি ভাটৌৰ দৰে ব্যাখ্যা কৰি আছে স্ববিৰোধী মন্তব্যৰে ।কিন্তু আপুনি ভাগৱতৰ মায়া সমুহক ভাটৌৰ দৰে আওৰাই নিন্দা উপলুঙা তুচ্চ তাচ্চিল্য পৰনিন্দা পৰচৰ্চা পৰভকতনিন্দা কৰা শংকৰী মহাপুৰুষীয়া একশৰণীয়া একপক্ষীয় ধৰ্ম পালন কৰিব লাগে বুলি কোনোখন শাস্ত্ৰত আজিলৈ নাপালো বৰং আপোনালোকৰ পৰগুৰু নিন্দা পৰভকত নিন্দা পৰচৰ্চা উপলুঙা তুচ্চ তাচ্চিল্য কৰা দুৰাচাৰ পাপমতি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে ।শাস্ত্ৰ মতে আপুনি মহা অধম দুৰাচাৰী পাপমতি লোক ।ভাটৌৰ দৰে ।
    ভাগৱত শাস্ত্ৰ মায়া শাস্ত্ৰ ।এই মায়াময় ভাগৱত শাস্ত্ৰত থকা মায়া চিনি ভক্তি ধৰ্ম লব পাৰিলেহে বৈকুণ্ঠ মুক্তি পাব ।মায়াক আশ্ৰয় কৰি মায়াময় ভক্তি ধৰ্ম নকৰি মায়াক ভাটৌৰ দৰে আওৰাই নিন্দা ঘৃণা উপলুঙা অৱজ্ঞা হ্যেয়জ্ঞান তুচ্চ তাচ্চিল্য কৰি ভাগৱত পঢ়ি কৃষ্ণ কৃষ্ণ কৰি থাকিলে বৈকুণ্ঠ মুক্তি দুৰৰে কথা স্বৰ্গতো স্থান নাপাই ৬৪হাজাৰ পশুযনিত নৰকত লীলা কৰি থাকিব লাগিব শাস্ত্ৰ সিদ্ধান্ত মতে ।
    ভাগৱত যদি বৈকুণ্ঠৰ হয় তেন্তে ভাগৱতৰ কাহিনি সমুহ দেখোন এই ভূ ভাগৰ ভাৰতৰে কত বৈকুণ্ঠৰ হল ?একপক্ষীয় স্বাৰ্থপৰ নহৈ নিৰপেক্ষ হলে সমাজৰ বাবে মঙ্গল নহলে সমাজত বিষবাস্প বিয়োপোৱাৰ বাহিৰে একো নাই ।
    বামুণীয়া পদ্ধতিৰ পূজা হোম শ্ৰাদ্ধ পিণ্ড দানৰ মন্ত্ৰ স্তুতি সমুহ প্ৰাণজিত বাপ সকলে শুনিব পঢ়িব তেতিয়া বুজিব সেই মন্ত্ৰ সমুহ পাপযুক্ত নে হৰি বিষ্ণু কৃষ্ণ নাম যুক্ত এনেই নজনাকৈ ভাটৌৰ দৰে নিন্দা কৰি নাথাকিব আপোনাক কোনেও ঠিকা দিয়া নাই যে অসমৰ ৬০ % বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মীয় বিষ্ণু শ্ৰীহৰিৰ অৱতাৰ গুৰু দেৱ দামোদৰদেৱৰ শিষ্য ভকত বৈষ্ণৱ সকলোক বৈকুণ্ঠৰ মুক্তিৰ লোভ দেখুৱাই নৰকগতি কৰিবলৈ ।কি নাম লৈ কি আচৰণ কৰি বৈকুণ্ঠত কেনেকৈ যায় কেনেকৈ মুক্তি পায় বিষ্ণু শ্ৰীহৰি অৱতাৰ গুৰু দেৱ দামোদৰদেৱ আৰু ব্ৰহ্মাৰ অৱতাৰ গুৰু হৰিদেৱ আৰু বিষ্ণু অৱতাৰ চৈতন্যদেৱে সুন্দৰকৈ নাম মন্ত্ৰ দি গৈছে ।গুৰু হৰিদেৱ ,গুৰু দেৱ দামোদৰদেৱ ,গুৰু চৈতন্যদেৱৰ নীতি আদৰ্শ দৰ্শন ঈশ্বৰ নাাম তত্ব ভক্তিতধৰ্ম আচাৰ আচৰণ আৰাধনা উপাসনা আদি তেৰা সবৰ পুথি সমুহত সুন্দৰকৈ লিখি থোৱা আছে পক্ষপাত আতৰাই সময় উলিয়াই নিৰপেক্ষ হৈ অধ্যয়ণ কৰি চাবচোন প্ৰাণজিত বাপ ? যাক আপুনি বামুণীয়া দুৰাচাৰী বুলি কৈছে সেই অসমৰ ৬০% বামুণীয়া সকল মহাপুৰুষ দেৱ দামোদৰদেৱ গুৰুৰ শিষ্য বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মীয় পন্থীৰ

    • @kamalsharma2034
      @kamalsharma2034 Год назад

      কথা খিনিৰ যুক্তি সহকাৰে বিবেচনাৰ বিষয় ৷ সদাশয় জ্ঞান পুষ্ট ব্যক্তিৰ বিচার্য্য বিষয় ' ৷

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад +1

      Homi nasta 17puran liki badabiya manhahik korast bugi asil apuni bhagwat 1skanda pohi loba

    • @mohendrabora6804
      @mohendrabora6804 Год назад

      কলিত হৰি ৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কৃষ্ণ
      নখ
      নাহিকে

    • @asomiaasom6008
      @asomiaasom6008 Год назад +2

      @@AnilTantibhagawat গোটেই ভাগৱত পঢ়িছো ।ভাগৱত খন মায়াময় আৰু ভক্তি ধৰ্ম তত্ব যুক্ত শাস্ত্ৰ।দৈত্য দানৱ সকলে শিৱ বিষ্ণু ব্ৰহ্মাক তপ জপ যাগ যজ্ঞ পূজা কৰি তুষ্ট কৰি বৰ লাভ কৰি মহা ক্ষমতাশালী হৈ যাতে দেৱতা ঋষি মুণি সাধু সন্যাসী সকলোক অত্যাচাৰ কৰিব নোৱাৰে দেৱলোক স্বৰ্গ যাতে আক্ৰমন কৰিব নোৱাৰে তাৰ বাবে শ্ৰীহৰি বিষ্ণুৱে মায়াবী গুৰুৰ ৰূপ ধৰি নাৰদক মায়াৰে প্ৰভাবিত কৰি নাৰদৰ দ্বাৰা বেদব্যাসক মায়াবী মন্ত্ৰনাৰে প্ৰভাবিত কৰিছিল যে চাৰিবেদ চৈধ শাস্ত্ৰ সোতৰ পুৰাণত নিৰ্গুণ নিষ্কাম কৃষ্ণ নাম নাই সেইবোৰৰ দ্বাৰা মনুষ্য মুক্তি নাই ।এনেকুৱা মায়াৱী মন্ত্ৰনাত ব্যাস প্ৰভাবিত হৈ বিভ্ৰান্ত হৈ চিন্তিত হৈছিল আৰু নাৰদৰ উপদেশত মায়াক আশ্ৰয় কৰি ভক্তি ধৰ্ম তত্ব যুক্ত ভাগৱত পূৰাণ খন ৰচনা কৰিছিল ।আপুনি ভাগৱতৰ জন্ম ৰহস্য জানি লব তেতিয়া ভাগৱতৰ মায়াবোৰ বুজিব ।নিৰপেক্ষ ভাবে প্ৰতিটো যুগৰ বিষয়ে ভালকৈ নিৰীক্ষণ কৰিলে বুজিব অকল কলিতে নহয় সত্য ত্ৰেতা দ্বাপৰ যুগটো হৰি নাম সাৰ আছিল অগণন উদাহৰণ আছে ।কৃষ্ণ ।

    • @asomiaasom6008
      @asomiaasom6008 Год назад +1

      @@mohendrabora6804 বাপ , অকল শংকৰ মাধৱদেৱ ৰচিত গীত পদ ঘোষা কীৰ্তন ভাগৱত পঢ়িলে গালে শ্ৰৱণ কীৰ্তন কৰিলেহে কলিত হৰিৰ কীৰ্তন নহয় তপ জপ যাগ যজ্ঞ পূজা হোম শ্যাদ্ধ পিণ্ড আদি সকলোতে হৰি বিষ্ণু কৃষ্ণ নাৰায়ণ শিৱ হৰিৰ নাম উচ্চাৰণ কৰা মন্ত্ৰ গোৱাও শ্ৰৱণ কীৰ্তনেই হয় ।

  • @jitengogoi981
    @jitengogoi981 Год назад +1

    Krishna nam luwa atmar g oti paba.

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад +1

    Aijona sayambhu moha guru a kebol nij swartha babe Axom t andha biswakh biopaisey.

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад +1

    Eswar a ajiloike ata u prani janma dia nai aru mora u nai. Atma/Swarg/Narok, Ahajanma/Parojanma, Jibatma/Paromatna khakal u missa.

  • @mandakinigohain
    @mandakinigohain Год назад +1

    ক্ 2:51

  • @poragboruah4156
    @poragboruah4156 Год назад +5

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад

    Jiba sristir 4 ta tatta hol Mati,Pani,Bayu aru Taap(Hit). Ai 4 tar ata u abbihoney kunu prani/Udbhidr janma nahoy.

  • @duttaindraneel9623
    @duttaindraneel9623 Год назад +1

    বাপ মনত শংকা এটা হৈছে সাত মনিব লাগে নে? নালাগে ?

    • @aparajitatamuli7273
      @aparajitatamuli7273 Год назад

      ❤ krishna vogobonto provur চৰণত যি হবে ভক্তি কৰে তেনে লোক অন্য কুনুদেৱ দেৱতাক পূজা অৰ্চনা নকৰে ,গতিকে অহাৰ হাত বুলি কোনো কাজ কাম নামানে❤ কৃষ্ণ❤

    • @duttaindraneel9623
      @duttaindraneel9623 Год назад

      @@aparajitatamuli7273 Moi kintu Gusai ghart dhup saki jolai asu... Puwa godhuli.... Moi namanu sath

  • @abmonty7274
    @abmonty7274 Год назад +4

    কৃষ্ণ সমস্ত জনাৰ চৰণত প্ৰণাম জনালো🙏🙏🙏

  • @liladas1146
    @liladas1146 Год назад +2

    মই মাছ মাংস ডিম্ব নহৰু পিয়াঁজ মদ ভাং কানি চুৰট চাদা তামোল চাহ নেখাও ৷ পকপকাই থকা শৰনীয়া কেইজনে খায়নে নেখায় ৷বেছি গাইবাই থাকি লাভ নাই৷

  • @binabora-st9qr
    @binabora-st9qr Год назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 🙏🙏

  • @mukulbaruah1833
    @mukulbaruah1833 Год назад +1

    Eswar/Devi/Devata anekua khelna jiye Obc,St,Sc k voy khuai aru Brahmor babey jibika/Uparjonr path.

  • @sewalibora7160
    @sewalibora7160 Год назад +14

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @dineshchandrakalita7589
    @dineshchandrakalita7589 Год назад +1

    Krishna

  • @sonpahibassakalita3579
    @sonpahibassakalita3579 Год назад

    Krishna krishna krishna

  • @keshabbora7742
    @keshabbora7742 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @prahladchetia4233
    @prahladchetia4233 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ankitagogoi9376
    @ankitagogoi9376 Год назад +1

    Krishna
    🙏🙏🙏🙏

  • @paramananda5403
    @paramananda5403 Год назад +2

    কৃষ্ণ 🙏🙏🙏

  • @MantuChutia-vl2df
    @MantuChutia-vl2df Год назад +3

    🙏🙏🙏

  • @kantheswarnath6996
    @kantheswarnath6996 Год назад +1

    কৃষ্ণ ‌ কৃষ্ণ কৃষ্ণ

  • @karabigogoi9021
    @karabigogoi9021 Год назад +1

    🙏🙏🙏

  • @Assamfrnd
    @Assamfrnd Год назад +1

    🙏🙏🙏🙏

  • @jeetasaikia7279
    @jeetasaikia7279 Год назад +2

    কৃষ্ণ🙏

  • @binasaikia1061
    @binasaikia1061 Год назад +1

    🙏🙏🙏

  • @tarulatahazarika6418
    @tarulatahazarika6418 Год назад +1

    🙏🙏🙏

  • @abhijit7219
    @abhijit7219 Год назад +1

    🙏🙏🙏🙏

  • @minakshigogoi2907
    @minakshigogoi2907 Год назад +1

    🙏🙏

  • @kalpanabaruah8377
    @kalpanabaruah8377 Год назад +1

    🙏🙏🙏🙏