Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সিহঁতে লাজ পাই মৰা নাই নেকি | আদলতৰ ৰায়ক Salute জনাইছো |
বিজেপিৰ সচা স্বৰূপ ওলাই পৰিল
ইমান সোনকালেই মিঠাই খাব নালাগে ৰ , খেল এতিয়া আৰম্ভ হৈছেহে 😆
খেলখন সোনকালে শেষ হ'ব লাগে।
@@nandeswarbaruah6041 ধয্য ,, ৰিজাল্ট ওলাব দিয়া । সকলো অসমৰ ডেকা , গাভৰু , পৰিক্ষাৰ্থি প্ৰাৰ্থী ৰাইজৰ মন্তব্যই বিবেচনা কৰিব ।
ভাল লাগিল ভাল খবৰ শুনি
বাতৰি টো পাই বহুত সুখী হলো |
Nitumoni namor ai2 manuh akhomor hangbadik itihakhot ajon bodnami manuh buli hodai sinaki hoi thakibo....bahut nataonki,like whores...
জয়া কলিতাৰ স্পষ্ট কথা।
কেচু খান্দিলে সাপ ওলোৱাৰ ভয়।
ভিক্টৰ মানেই জয় আৰু জয় মানেই ভিক্টৰ । দুযোটাই মিলি সত্য আৰু ন্যায়ৰ জয়।। আদালতলৈ অশেষ ধন্যবাদ জনালোঁ ।।
লললফঌল
Right 🙂
Socakoi 🙏
সত্যৰ সদায় জয়
Bapere rr murtu
@@jintuborah8399 তোৰ মূৰটো পাগল ।
কথাতে কয় সত্যৰ সদায় জয় । এতিয়া আমাৰ আৰু বুজিবলৈ কিটো থাকিল ।
এই পৃথিৱীত আজিও জীৱিত প্ৰভু ঈশ্বৰ আছে ।সত্ত্য সদায় জয় হ'ব।।কিন্তু ধৈয্য আৰু সাহস লাগিব ।।আইন সকলোৱে বাবে সমান বুলি উচ্চ ন্যায়্যালয়ে প্ৰমাণ কৰি দেখু্ৱালে 🙏🙏🙏
🙄ohjoiiu onoon
সত্য সদায় জয়
খুবেই ভাল খবৰ। লাজ পোৱা নাই জানো সেই সকলৰ??
লাজ বোলা বস্তুটো সিহঁতৰ আছেন?
জোকৰ মুখত চূণ পৰিল।👍 🤣 সুন্দৰ সাহসী ছোৱালী জয়া কলিতা। ধন্যবাদ
Many Many Thanks.
হেৰা ভবেশ তোমাৰ দাম্ভিকতাক ওফৰাই দিলে ন্যায়ালয়য়ে,তোমোলোক চৰকাৰত আছা বুলিয়েই যি ইচ্ছা তাকে কৰিবা জনসাধাৰণৰ ওপৰত,মনত ৰাখিবা ৰাইজৰ ভোটেৰে তোমালোক ৰজা হৈছা
ভৱেশ কলিতাৰ গোচৰটো যদি ৰঙিয়া থানাই পঞ্জীয়নেই নকৰিলে তেন্তে আদালত কেনেকৈ পালেগৈ আৰু ৰায় কেনেকৈ দিলে বুজি নাপালো । ভিক্তৰৰ ৰায়টো শুনি ভাল পালো
সেই জনী মানে কি মন্ত্ৰীৰ মুখত এনে বাক্য শুভা নাপায়।
বহুত সুখী হ'লো । সত্যৰ সদায় জয় ।
উচ্চ ন্যায়ালয়ক শত কৌটিবাৰ প্ৰণাম ।
চুৰৰ চকুৰ ফালে চালেই গম পোৱা যায় তাৰ আচল চৰিত্ৰ।
আদালতৰ ৰায়ক আমি সন্মান জনাইছো,সত্যৰ সদায় জয় ।
We have faith and trust with honorable High court and judiciary of India all aways stand with truth
সত্যৰ সদায় জয় ।কি হ'ল দাম্ভিকতা মৰা ।
ওফৰালে
Good
Thank you for justice
আৰু যি অভিযোগ বিলাক কি হৱ...?
Low is not a political party.....low is low thanks high court 🙏
Law...law
Victor/Jaya ❣️❣️❣️🔥🔥🔥
এজনি সৰু ছোৱালীৰ লগত ৰাজ্যিক বিজেপিৰ সভাপতি পৰাস্ত। এতিয়া জয়া কলিতাই ভবেশ কলিতাৰ ওপৰত মানহানি গোচৰ তৰিলে ভবেশ কলিতাৰ কি অৱস্থা হ'ব।
Bhabesh da zindabad
Thank u high court for yr judgment
Majja lagil honi.
হাই চৰকাৰৰ কি মহিমা বুজিকে নাপাওঁ পাই।।মেঘে যিমান গজে সিমান বৰষূণ যে নিদিয়ে প্ৰমাণ এইয়া।।দিনত হলে সাত হাল বায় দিনত হলে এহালো নাই এইখন চৰকাৰৰ ।।
দাগী থাকিলেহে ভাল লাগে কিছুমান দলৰ নেতাক 😊
এইবোৰত মামা একো নুশুনা একো নোকোৱা আৰু একো নোচোৱা সেই বান্দৰ কে ই তা হৈ পৰে
😂😂😁
Mama nije ek no vrastasari... khyomota luvi. Congress r pora BJP r washing machine t humale j😂
Bahut vl paiso
নিৰ্বাচনৰ পাছত গম পাব।
দেখাতেই চিন শাল নে শিঙি
Good justice Jai adalot
যদি ৰঙিয়া আৰক্ষীয়ে গোচৰেই ৰুজু কৰা নাই তেন্তে গোচৰটো নায়েই আকৌ আদালতৰ মজিয়া পালেগৈ কেনেকৈ বুজি নাপালো । তথাপিও জয়া কলিতা ডাঙৰীয়ানীআৰু ভিক্টৰ দাস ডাঙৰীয়াই প্ৰসংসনীয় তথা সাহসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁলোকৰ সপক্ষে সদায় আছো ।
As per law procedure .. she has applied anticipatory bail for her secure... Say police arrest, incounter etc... so she has got anticipatory bail by the court proceedings.... So her hearing is mention on the court.... That's all...
@@sansumaboro5593Thanks for having me to understand the situation.
Bhal kotha
Irrigation t paisa Lai sakari dise
bohut bhal hol .hai karone aineok uport bohut besak koru.👍👍👍👍👍
একো কাম নাই। এনেবোৰ মানুহ কেতিয়াও নেতৃত্ব প্ৰদান কৰিব নোৱাৰা।
Truth is evergreen .
Very good
দেখিলেই ধান্দাবাজ যেন লাগে😜
ভৱেশ কলিতাৰ জৰিয়তে অসম ৰাজ্যিক বিজেপিৰ নগ্ন স্বৰূপ উদং হ'ল । এতিয়া ভৱেশ কলিতাই যদিহে সামান্যতমো আত্ম সন্মানবোধ আছে তেতিয়াহ'লে পদত্যাগ কৰা উচিত । আনহাতে ভিক্টৰৰ কেচটোৰ জৰিয়তে অসম আৰক্ষীৰ নগ্ন স্বৰূপ উদং হ'ল ।অসম আৰক্ষীৰ জধে-মধে ধাৰা আৰোপ কৰাটো যিহেতু আইন সংগত নহয় বুলি খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাই প্ৰমাণিত হ'ল সেয়ে ভিক্টৰে সংশ্লিষ্ট আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে এক উচ্চ পৰিমাণৰ ক্ষতিপূৰণ বিচাৰি মানহানীৰ গোচৰ ৰুজু কৰিলে ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক অভিসন্ধি ওলাই পৰাৰ সম্ভাৱনা আছে । আনহাতে যিসকল অন্ধ ভক্ত আৰু চুৱা চেলেকাই জয়া আৰু ভিক্টৰৰ বিৰুদ্ধে সমাজ মাধ্যমৰ জৰিয়তে অশোভনীয় মন্তব্য কৰিছিল সিহঁতৰ বিৰুদ্ধেও দুয়োজনে Cyber Crime Branch গোচৰ ৰুজু কৰা উচিত বুলি ভাৱো । শেষত এটা কথাই ক'ব লাগিব যে " সত্যমেৱ জয়তে " কথাষাৰ যে সম্পুৰ্ণ সচা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তাকেই পুনৰবাৰ প্ৰতিস্থা কৰিলে । ধন্যবাদ ।
right
Wright sister.
When the issue will investigate against the culprits and curruption
Hocha kotha voi koreba
High court zindabad 🙏balor bhavesh johora
Borhia
BJP go back Assam govt.
Ci ci cocooooo
Good❤️❤️❤️
ভবেশ কলিতাক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে।
Honestly is power
বেছেৰা হঁতে এমেলে মন্ত্ৰীক সন্তুষ্ট আৰ তৈলমৰ্দন কৰোতেহে এই অৱস্থা।
Ain ankua he hbolge sobor karne homn..🙏🙏🙏
এইয়া কাগজৰহে" গদা " আছিল নেকি ?
Good news
পুলিচৰ পাৱাৰ আমাৰ সাধাৰণ মানুহৰ ওপৰতহে । অবশ্যে তেওঁলকো স্বাধীন নহয় ।
God bless you viktor
বুজিলো!
বিজেপি , অসম আৰক্ষী দুৰ্নীতি কেলেংকাৰী অপৰাধত যে জৰিত দুৰ্নীতি কেলেংকাৰী কৰা সকলোক ৰক্ষণাবেক্ষণ দিবলৈ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দিয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰি ডজন ধাৰা লগাই আক্ৰোশমুলক ভাবে নিৰ্যাতন কৰা প্ৰমাণিত কৰিলে ন্যায়পালিকাই ।
Go Back BJP 🖕হিমন্ত মুৰ্দাবাদ 🐷 👞 👢
Dadagiri thanda hol. Positiont thakote dadagiri koribo nelaga. Kiya no mlak jikai raije. Aru raijor logot ketiao jujibo nalage.
Ha...ha...ha
aadalotok mur falor pora salam. aadalot khodai niropekhyo hobo lage aaru khoittor pokhyot thakibo lage.
Bjp go back
Viktor bhai zindabaad
ভৱেশ কলিতা দেৱ, এতিয়া আপোনাৰ মন্তব্য কি হ'ব ক'বনে ?
Victor & Jaya winer b j p sorkar failor.
এই দালালি যুগত জয়া কলিতাক এগৰাকী বীৰাংগণা হিচাবে গণ্য কৰিছো।তেওক ধন্যবাদ কৰাৰ লগতে মহামান্য উচ্চ ন্যায়ালয়কো অশেষ ধন্যবাদ।
Mojja kela
জয়াৰ কথা সত্য
Voi korela
Bobesh kolita is nounchance
নেতা বোৰ খালি ধৱা তুলশিৰ পাত সাজে।
Ekdom saca kaise
Police knows better l
Bjp zindabad.
Bhabesh kalitar biruddhae Ona ovijug bur Satya buli proman hoisae . Teu jiman jukti nedekhuak kio , teur kotha ami biswas nokoru.
courte Panbazar police sokolok law class keitaman extra lole bhal hoi. Besera police keijone ki dhara kot projojya hoi najane hobola.
Ei utpal medhi bulajon kot o aji?
Satta r khadai joi. Bhabes. Ki jna aase
Xosa katha aibor
Next Nomination dibo MLA election t Jai Ho finally success hoi gol
Aji xokolo olai poril
কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত
Thanks judges 🙏 Kolitak arrest nokore neki????
🥰🥰🥰🥰🥰
Laj nai
Laj pabo lage
Honmanio news chanels prasar korok.dayito aase aaponalokor ......
সুবোধ, হেৰা
Vobesh kalita dangaria,apunar voy asil Karone regd. Kora nasil,apuni ajoni sualir Kotha misha buli proof koribo nuarile bor lajor kotha
Low montri netar babe nohoi, low sokolur babe saman.
সিহঁতে লাজ পাই মৰা নাই নেকি | আদলতৰ ৰায়ক Salute জনাইছো |
বিজেপিৰ সচা স্বৰূপ ওলাই পৰিল
ইমান সোনকালেই মিঠাই খাব নালাগে ৰ , খেল এতিয়া আৰম্ভ হৈছেহে 😆
খেলখন সোনকালে শেষ হ'ব লাগে।
@@nandeswarbaruah6041
ধয্য ,, ৰিজাল্ট ওলাব দিয়া । সকলো অসমৰ ডেকা , গাভৰু , পৰিক্ষাৰ্থি প্ৰাৰ্থী ৰাইজৰ মন্তব্যই বিবেচনা কৰিব ।
ভাল লাগিল ভাল খবৰ শুনি
বাতৰি টো পাই বহুত সুখী হলো |
Nitumoni namor ai2 manuh akhomor hangbadik itihakhot ajon bodnami manuh buli hodai sinaki hoi thakibo....bahut nataonki,like whores...
জয়া কলিতাৰ স্পষ্ট কথা।
কেচু খান্দিলে সাপ ওলোৱাৰ ভয়।
ভিক্টৰ মানেই জয় আৰু জয় মানেই ভিক্টৰ । দুযোটাই মিলি সত্য আৰু ন্যায়ৰ জয়।। আদালতলৈ অশেষ ধন্যবাদ জনালোঁ ।।
লললফঌল
Right 🙂
Socakoi 🙏
সত্যৰ সদায় জয়
Bapere rr murtu
@@jintuborah8399 তোৰ মূৰটো পাগল ।
কথাতে কয় সত্যৰ সদায় জয় । এতিয়া আমাৰ আৰু বুজিবলৈ কিটো থাকিল ।
এই পৃথিৱীত আজিও জীৱিত প্ৰভু ঈশ্বৰ আছে ।সত্ত্য সদায় জয় হ'ব।।কিন্তু ধৈয্য আৰু সাহস লাগিব ।।
আইন সকলোৱে বাবে সমান বুলি উচ্চ ন্যায়্যালয়ে প্ৰমাণ কৰি দেখু্ৱালে 🙏🙏🙏
🙄ohjoiiu onoon
সত্য সদায় জয়
খুবেই ভাল খবৰ। লাজ পোৱা নাই জানো সেই সকলৰ??
লাজ বোলা বস্তুটো সিহঁতৰ আছেন?
জোকৰ মুখত চূণ পৰিল।👍 🤣 সুন্দৰ সাহসী ছোৱালী জয়া কলিতা। ধন্যবাদ
Many Many Thanks.
হেৰা ভবেশ তোমাৰ দাম্ভিকতাক ওফৰাই দিলে ন্যায়ালয়য়ে,তোমোলোক চৰকাৰত আছা বুলিয়েই যি ইচ্ছা তাকে কৰিবা জনসাধাৰণৰ ওপৰত,মনত ৰাখিবা ৰাইজৰ ভোটেৰে তোমালোক ৰজা হৈছা
ভৱেশ কলিতাৰ গোচৰটো যদি ৰঙিয়া থানাই পঞ্জীয়নেই নকৰিলে তেন্তে আদালত কেনেকৈ পালেগৈ আৰু ৰায় কেনেকৈ দিলে বুজি নাপালো । ভিক্তৰৰ ৰায়টো শুনি ভাল পালো
সেই জনী মানে কি মন্ত্ৰীৰ মুখত এনে বাক্য শুভা নাপায়।
বহুত সুখী হ'লো । সত্যৰ সদায় জয় ।
উচ্চ ন্যায়ালয়ক শত কৌটিবাৰ প্ৰণাম ।
চুৰৰ চকুৰ ফালে চালেই গম পোৱা যায় তাৰ আচল চৰিত্ৰ।
আদালতৰ ৰায়ক আমি সন্মান জনাইছো,সত্যৰ সদায় জয় ।
We have faith and trust with honorable High court and judiciary of India all aways stand with truth
সত্যৰ সদায় জয় ।কি হ'ল দাম্ভিকতা মৰা ।
ওফৰালে
Good
Thank you for justice
আৰু যি অভিযোগ বিলাক কি হৱ...?
Low is not a political party.....low is low thanks high court 🙏
Law...law
Victor/Jaya ❣️❣️❣️🔥🔥🔥
এজনি সৰু ছোৱালীৰ লগত ৰাজ্যিক বিজেপিৰ সভাপতি পৰাস্ত। এতিয়া জয়া কলিতাই ভবেশ কলিতাৰ ওপৰত মানহানি গোচৰ তৰিলে ভবেশ কলিতাৰ কি অৱস্থা হ'ব।
Bhabesh da zindabad
Thank u high court for yr judgment
Majja lagil honi.
হাই চৰকাৰৰ কি মহিমা বুজিকে নাপাওঁ পাই।।মেঘে যিমান গজে সিমান বৰষূণ যে নিদিয়ে প্ৰমাণ এইয়া।।দিনত হলে সাত হাল বায় দিনত হলে এহালো নাই এইখন চৰকাৰৰ ।।
দাগী থাকিলেহে ভাল লাগে কিছুমান দলৰ নেতাক 😊
এইবোৰত মামা একো নুশুনা একো নোকোৱা আৰু একো নোচোৱা সেই বান্দৰ কে ই তা হৈ পৰে
😂😂😁
Mama nije ek no vrastasari... khyomota luvi. Congress r pora BJP r washing machine t humale j😂
Bahut vl paiso
নিৰ্বাচনৰ পাছত গম পাব।
দেখাতেই চিন শাল নে শিঙি
Good justice Jai adalot
যদি ৰঙিয়া আৰক্ষীয়ে গোচৰেই ৰুজু কৰা নাই তেন্তে গোচৰটো নায়েই আকৌ আদালতৰ মজিয়া পালেগৈ কেনেকৈ বুজি নাপালো । তথাপিও জয়া কলিতা ডাঙৰীয়ানীআৰু ভিক্টৰ দাস ডাঙৰীয়াই প্ৰসংসনীয় তথা সাহসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁলোকৰ সপক্ষে সদায় আছো ।
As per law procedure .. she has applied anticipatory bail for her secure... Say police arrest, incounter etc... so she has got anticipatory bail by the court proceedings.... So her hearing is mention on the court.... That's all...
@@sansumaboro5593Thanks for having me to understand the situation.
Bhal kotha
Irrigation t paisa Lai sakari dise
bohut bhal hol .hai karone aineok uport bohut besak koru.👍👍👍👍👍
একো কাম নাই। এনেবোৰ মানুহ কেতিয়াও নেতৃত্ব প্ৰদান কৰিব নোৱাৰা।
Truth is evergreen .
Very good
দেখিলেই ধান্দাবাজ যেন লাগে😜
ভৱেশ কলিতাৰ জৰিয়তে অসম ৰাজ্যিক বিজেপিৰ নগ্ন স্বৰূপ উদং হ'ল । এতিয়া ভৱেশ কলিতাই যদিহে সামান্যতমো আত্ম সন্মানবোধ আছে তেতিয়াহ'লে পদত্যাগ কৰা উচিত । আনহাতে ভিক্টৰৰ কেচটোৰ জৰিয়তে অসম আৰক্ষীৰ নগ্ন স্বৰূপ উদং হ'ল ।অসম আৰক্ষীৰ জধে-মধে ধাৰা আৰোপ কৰাটো যিহেতু আইন সংগত নহয় বুলি খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাই প্ৰমাণিত হ'ল সেয়ে ভিক্টৰে সংশ্লিষ্ট আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে এক উচ্চ পৰিমাণৰ ক্ষতিপূৰণ বিচাৰি মানহানীৰ গোচৰ ৰুজু কৰিলে ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক অভিসন্ধি ওলাই পৰাৰ সম্ভাৱনা আছে । আনহাতে যিসকল অন্ধ ভক্ত আৰু চুৱা চেলেকাই জয়া আৰু ভিক্টৰৰ বিৰুদ্ধে সমাজ মাধ্যমৰ জৰিয়তে অশোভনীয় মন্তব্য কৰিছিল সিহঁতৰ বিৰুদ্ধেও দুয়োজনে Cyber Crime Branch গোচৰ ৰুজু কৰা উচিত বুলি ভাৱো ।
শেষত এটা কথাই ক'ব লাগিব যে " সত্যমেৱ জয়তে " কথাষাৰ যে সম্পুৰ্ণ সচা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তাকেই পুনৰবাৰ প্ৰতিস্থা কৰিলে । ধন্যবাদ ।
right
Wright sister.
When the issue will investigate against the culprits and curruption
Hocha kotha voi koreba
High court zindabad 🙏balor bhavesh johora
Borhia
BJP go back Assam govt.
Ci ci cocooooo
Good❤️❤️❤️
ভবেশ কলিতাক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে।
Honestly is power
বেছেৰা হঁতে এমেলে মন্ত্ৰীক সন্তুষ্ট আৰ তৈলমৰ্দন কৰোতেহে এই অৱস্থা।
Ain ankua he hbolge sobor karne homn..🙏🙏🙏
এইয়া কাগজৰহে" গদা " আছিল নেকি ?
Good news
পুলিচৰ পাৱাৰ আমাৰ সাধাৰণ মানুহৰ ওপৰতহে । অবশ্যে তেওঁলকো স্বাধীন নহয় ।
God bless you viktor
বুজিলো!
বিজেপি , অসম আৰক্ষী দুৰ্নীতি কেলেংকাৰী অপৰাধত যে জৰিত দুৰ্নীতি কেলেংকাৰী কৰা সকলোক ৰক্ষণাবেক্ষণ দিবলৈ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দিয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰি ডজন ধাৰা লগাই আক্ৰোশমুলক ভাবে নিৰ্যাতন কৰা প্ৰমাণিত কৰিলে ন্যায়পালিকাই ।
Go Back BJP 🖕
হিমন্ত মুৰ্দাবাদ 🐷 👞 👢