পিঠি ফালি দিব! নিবনুৱাক "অপৰাধী"ৰ দৰে ব্যৱহাৰ DGP ৰ; সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া

Поделиться
HTML-код
  • Опубликовано: 10 фев 2025
  • নিবনুৱাক "অপৰাধী"ৰ দৰে ব্যৱহাৰ DGP ভাস্কৰজ্যোতি মহন্তৰ। চৌদিশে ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। DGP ৰ পদত থকা এজন শীৰ্ষ বিষয়ৰ মুখত এনে মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য? তদুপৰি DGPৰ এনে ভাষ্যৰ পাছতো দেখা পোৱা নগল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
    #dgpassampolice #bhaskarjyotimahanta #latestnews #assam #himantabiswasarma
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

Комментарии • 314

  • @rjvlogs7189
    @rjvlogs7189 2 года назад +15

    আমাৰ অসমৰ ডিজিপ জন হৈছে এটা আবেগিক লৰা । আৰু মই কৈছো তেসেতৰ এতিয়াও শিক্ষ্যাৰ বহুত প্ৰয়োজন আছে।

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 2 года назад +2

    চৈধ্য লাখ নিবনুৱা সকলে প্ৰতিজনে ডি‌ জি‌ পি ঘেৰাও কৰি ধৰিলে তেওঁ ৰ লগত থকা বাহিনীয়ে প্ৰান লৈ পলাবলৈ বাধ্য হ'ব।সেইদিনা আহি আছে।ডি জি পি ডাঙৰীয়া কথা কওঁতে সাবধান হোৱা ভাল হ'ব। নহ'লে শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ অসমৰ পুলিচ বাহিনী মুখামুখি হ'ব লাগিব

  • @dasmanash627
    @dasmanash627 2 года назад +2

    হে প্ৰভু ভগৱান আপোনাৰ কি লিলা কোন ক'ত থাকে কোনে কি কয় হে প্ৰভু ভগৱন্ত ঈশ্বৰ এয়া জানো আপোনাৰে লিলা নহয়, হে প্ৰভু ভগৱান পৰম পিতা পৰমেশ্বৰ আতা কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @niranjannath9669
    @niranjannath9669 2 года назад +3

    পুলিচৰ সন্মান থকাখিনিও শেষ হৈছে ..... মূখ্যমন্ত্ৰীয়ে কেনেকৈ নিৰ্দেশ দিছে তেওঁৰ নিজা কথা | দি জি পিয়ে নিজৰ বিবেক বিবেচনাৰে মন্তব্য দিব লাগে |

  • @minotisonowal604
    @minotisonowal604 2 года назад +2

    তেখেত ৰ মুৰত মছলা নাই

  • @amtolavlogs7844
    @amtolavlogs7844 2 года назад +2

    ক্ষমতাই মুৰত ধৰিছে
    ইমান হীন মানসিকতা নে? ডাঙৰীয়া নাপাই দে ,

  • @rajdeepgogoi7043
    @rajdeepgogoi7043 2 года назад +1

    দুখ লগা বিষয়

  • @tulandoley3921
    @tulandoley3921 2 года назад +2

    জ্ঞানৰ অভাৱ আৰু অহংকাৰ প্ৰতীক।

  • @harenkrbhuyan7593
    @harenkrbhuyan7593 2 года назад +1

    মহন্তৰ চিন মাহনিত বুঢ়াগ. .........

  • @uttambarman3211
    @uttambarman3211 2 года назад +27

    ১৫০ৰ প্ৰশ্ন যে ১৭৫ৰ হল এতিয়া Dgp কাৰ পিঠী ফালিব ।

  • @papunath2309
    @papunath2309 2 года назад +2

    এইবোৰ কাৰণতে আমাৰ অসম অন্য ৰাজ্যতকৈ সম্পূৰ্ণ পৃথক।

  • @krishna-kh1jb
    @krishna-kh1jb 2 года назад +1

    এই মহাশযে নিজকে কি বুলি ভাবে ...!

  • @rinkushivam8759
    @rinkushivam8759 2 года назад +1

    ভাল কথা কোৱা নাই।

  • @pobitraboruah9266
    @pobitraboruah9266 2 года назад +2

    কিমান নিবনুৱা আছে চৰকাৰে নিশ্চয় দেখিছে । তাকেই ভাবি কি কৰে চৰকাৰে । ভদ্ৰলোকৰ ব্যৱহাৰ তেনেকুৱা ই

  • @Ketreena320
    @Ketreena320 2 года назад +59

    সেইজনে বেছি হৈছে।মূৰত একো নাই ছাগে।

    • @paranbora9131
      @paranbora9131 2 года назад

      kia mama sir a police ak full pawar disey dekhun.

  • @chaofu_konsurajit5482
    @chaofu_konsurajit5482 2 года назад +55

    পুলিচ পুলিচেই কুকুৰৰ নেজ চিধা নহয় কেতিয়াও👎👎, চাকৰি শেষ কৰা পাছত বাটৰ কুকুৰেও চিনি নাপাৱ কোন DGP👎👎

  • @binoddeka2947
    @binoddeka2947 2 года назад +2

    এনেকুৱা ননচেঞ্চ পুলিচক দৌৰাই দৌৰাই পিতি পিঠি ফালি দিব লাগে।

  • @nikudas4406
    @nikudas4406 2 года назад +1

    এনেকুৱা DGP অসমত থাকিলে ক'ত অসম পুলিচৰ ভাল কাম হ'ব।

  • @serialtv3038
    @serialtv3038 2 года назад +1

    আমি আৰু নামঘৰৰ ডবা কেইটা হে. পিঠি ফালি দিব।DGP চাৰৰ মুখত এনেকুৱা কথা সুভ নাপায়।

  • @madhabdeka5876
    @madhabdeka5876 2 года назад

    Ayai amar assam

  • @dulalsarma4875
    @dulalsarma4875 2 года назад +52

    কথাত বঁটা পায় কথাত কটা যায় ,কথা সাৰ‌ মনত পৰেনে‌ ডাঙৰীয়া ।

  • @gagantalukdar3201
    @gagantalukdar3201 2 года назад +1

    কথাত বটা পায়, কথাত কটা যায় ।

  • @dharmeswardutta6620
    @dharmeswardutta6620 2 года назад +1

    অসংবিধানিক মন্তব্য শুনি দোষ লাগিল।

  • @MBKnowledge-w8f
    @MBKnowledge-w8f 2 года назад +10

    আৰক্ষী ৰ শীৰ্ষ পদবী অধিস্থিত ব্যক্তি গৰাকীৰ উক্ত মন্তব্য ক আমি গৰিহণা দিচো

  • @HarichandraPegu-oo9st
    @HarichandraPegu-oo9st 6 дней назад

    ৰজা গৰীয়াৰ বাবে হে চাকৰি দুখিয়া প্ৰজাৰ বাবে নহয়
    |

  • @santanurajkonwar4093
    @santanurajkonwar4093 2 года назад

    পাৰে, এইলোকসকলে আজিৰ দিনত যিকোনো কথা কব পাৰে। এই সকলৰ মুখৰ কথা, পূর্বৰ ৰাতি চিন্তা কৰা কথাই পিচদিনা আইনত পৰিণত হয়।

  • @ShantanuDas2100
    @ShantanuDas2100 2 года назад +57

    এজন ভাল গুনিমানি ব্যক্তিয়ে এনেকে কেতিয়াও নকয় অসম তললৈ যাৱ

  • @taradihingia2545
    @taradihingia2545 2 года назад +1

    নীচ লোকে এনে কথা কয়।
    জ্ঞানী লোকে এনে কথা নকয়।

  • @mainaprank2727
    @mainaprank2727 2 года назад +7

    অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুৰব্বীৰ মুখত এনে কথাত শোভা নাপাই

  • @harenborah4086
    @harenborah4086 2 года назад +1

    এনধৰণৰ তথাকথিত বৰ বৰ মানুহৰ কথা নুশুনিলেই হ'ল।কাৰণ এওঁলোক কেইদিনমানৰ ডাঙৰ মানুহ। এওঁলোকৰ নিচিনা মানুহ অৱসৰপ্ৰাপ্ত মানুহে ধন ধান থাকিও এক একাকীত্ব জীৱন কটাবলগীয়া হৈছে। তেওঁলোক এতিয়া মহাৰাণী দিনৰ অচল টকা।অসমত এতিয়া চুলিকফাৰ শাসন চলিছে।

  • @rangsina4763
    @rangsina4763 2 года назад +1

    Dina Nath.
    এনেবোৰ কাৰনতেই A P S দৰে পদবীত
    যাকে তাকে নিযুক্তি দিব পাৰিছে।A P S
    সকলে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰাৰ
    মুল কাৰন এইতোৱেই।

  • @masterofroasters6218
    @masterofroasters6218 2 года назад +2

    গণতান্ত্ৰিক দেশত এইবোৰ কেনেধৰণৰ অগণতান্ত্ৰিক কথা, অসমত বোধহয় ল'ৰা ৰজা, লালুসোলাৰ শাসন চলি আছে

  • @nurulquraanofficial.channe5344
    @nurulquraanofficial.channe5344 2 года назад +2

    DGP হোৱাৰ কাৰণে অহ‌ংকাৰ বাঢ়িছে নেকি? এই কথা কব নে লাগিছিল ,নিজৰ সন্মান নিজেই ৰখাব লাগে, 🙏🙏🙏🙏

  • @nawabnasrin4304
    @nawabnasrin4304 2 года назад +53

    তেঁও মুখত এইবোৰ শোভা নাপায় ।কথা কবলৈ সৰু ল'ৰা ছোৱালীৰ পৰা শিকিব লাগিব ।

  • @jayantdeka9306
    @jayantdeka9306 2 года назад +2

    এজন জনাশুনা ব্যক্তিয়ে ভাল মন্তব দিব লাগে

  • @hargobindasarma100
    @hargobindasarma100 2 года назад

    D G P এজনৰ মুখত এনে ভাষা আশা কৰা নাছিলো ‌

  • @ratuldas6959
    @ratuldas6959 2 года назад +1

    আপুনি কি জানিব আমি নিবনুৱাবিলাকেহে জানিছো কেনেকৈ দিন পাৰ কৰিছো

  • @beautykonwar427
    @beautykonwar427 2 года назад +3

    ভাস্কৰ জ্যোতি মাক গৰাকী আমি বহুত সম্মান কৰো মাকৰ কথা মতে ভাস্কৰ জ্যোতি ভাল ল'ৰা জম্ম দিছে বুলি এতিয়া দেখিলোঁ এই জনৰ একেবাৰে অৰ্থ নাই । তেনেকুৱা d g p বহুত ল'ৰা ছোৱালী পঢ়ি আছে ।মহাশয় আদিও ল'ৰা জম্ম দি ডাঙৰ কৰিলোঁ। পৰীক্ষা দিবলৈ গৈছে কোনোবাই পিঠি ফালি পঠিয়াই দিলে হ'ব নেকি ইমান সহযে কথা ক'লে আমাৰ দুখ লাগে কাৰণ দহোতা আঙুলি সকলোৱে সমান নহয়। আমাৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ নিচিনা খাবলৈ পোৱা নাই।

  • @pankajhazarika7650
    @pankajhazarika7650 2 года назад +1

    অধিক ক্ষমতা পালে মূৰ গৰম হয়

  • @arunmissong432
    @arunmissong432 2 года назад

    সেই dgp জনক মুখ বন্ধ কৰিব লাগে আৰু তেওঁক dgp ৰ পদৰ পৰা আতৰাব লাগে ।

  • @tulyajitsaikia7515
    @tulyajitsaikia7515 2 года назад +2

    DGP পাগল হৈছে ।

  • @COD-xj-gaming
    @COD-xj-gaming 2 года назад +1

    এনেই পিঠি নাফালে নহয় বদমাছি কৰিলেহে ফালিৱ বুলি কৈছে।

  • @sashibhatta5198
    @sashibhatta5198 2 года назад +2

    আৰক্ষীৰ পিঠি ফালি দিয়াৰ হুংকাৰটো সংস্থাপন বিচাৰি বিচাৰি হায়ৰাণ হোৱাৰ পিছত শেহতীয়াকৈ চাকৰিৰ বাবে অতি কটকটীয়া আৰু অভূতপূৰ্ব নিয়মৰ মাজেৰে হৈ যোৱা লিখিত পৰীক্ষাটো দিবলৈ যি সকল শিক্ষিত নিবনুৱাই পৰম আগ্ৰহেৰে সাজু হৈ পৰিছিল সেই সকললৈ নগৈ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক আৰু মুখা পিন্ধা ঠিকাদাৰ-সংবাদগোষ্ঠী-ব্যৱসায়ীলৈহে যোৱাটো অধিক প্ৰয়োজনীয় আছিল যেন লাগে ৷ পৰীক্ষাৰ্থী সকলে যথেষ্ট উদ্বিগ্নতাৰ মাজেৰেই পৰীক্ষাৰ দিনটোলৈকে অপেক্ষা কৰি আছিলতো !

  • @pradipbordoloi5779
    @pradipbordoloi5779 2 года назад +8

    তই মাৰৰ গাখীৰ খাইচ যদি আহ, মোৰ পিঠি ফালি দেখা। ঠিকনা লাগে যদি কবি দিম।

  • @ultra8142
    @ultra8142 2 года назад +1

    অসম খন কি তাৰ বাপেকৰ জাগীৰ নেকি ????
    সি DGP হে মালিক নহয় নহয় 👎

  • @digantagogoi7517
    @digantagogoi7517 2 года назад

    মহাশয় অংকোৰ মুকুল শেণী লৰা ছোৱালী পৰা শিকক

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 2 года назад

    He is an proudy man

  • @axomakashgaming3384
    @axomakashgaming3384 2 года назад +9

    কথাষাৰ শুনি মনত দুখো পালো আৰু খং ও ওঠিছে. কাৰন আমি নিবনুৱা হে. কোনো অপৰাধী নহয়.
    আৰু এটা কথা... পৰীক্ষা কেন্দত সাধাৰন কালি পুৰহি মেট্ৰিক পাছ কৰি পুলিচৰ চাকৰি পোৱা কিছুমান ১৯-২০ বছৰীয়া কনিস্টবল কেইজনমানে আমাৰ দৰে বহুত উচ্চ শিক্ষাধাৰী পৰীক্ষাৰ্থীক তালচীৰ নামত মানসিক ভাবে অপমান কৰিছে.

    • @abhijitbarman5730
      @abhijitbarman5730 2 года назад +1

      Xai dina ata police ot beya koi koiso maksodai buli 😎exam dibo jawtyy tar dom too.olop.besi hoi asil

  • @abhijeetbhuyan722
    @abhijeetbhuyan722 2 года назад +1

    ফাল্টু মানুহ এজন, মঠাত মাল নথকা এইটো।

  • @nipandas5010
    @nipandas5010 2 года назад

    এনেকুৱা ভাষ্য DGP এজনৰ মুখৰ পৰা শোভা নাপায়। এনেকুৱা ভাষ্য চোৰ ডকাইৰ মুখত হে ভাল লাগে। তেওঁ কোনতো category ৰ মানুহ ৰাইজে বুজিব বাকী নাই।

  • @Relax-ln3pc
    @Relax-ln3pc 2 года назад

    Moja koisey sir . I like You

  • @dulusaikia5793
    @dulusaikia5793 2 года назад +1

    হিমন্তৰ পুলিচ সাৱধান

  • @prarinitasaikia4380
    @prarinitasaikia4380 2 года назад +1

    টকাৰে মুৰট ধৰিছে।

  • @ashutdutta2698
    @ashutdutta2698 2 года назад +1

    ভাল কথা কৈছে । আপোনালোকৰ নিচিনা মানুহবোৰে t v ত উলটা পুলটা কৈ থাকে

  • @AK_special25
    @AK_special25 2 года назад +1

    তেওঁ ওপৰৰ মাল যি মন যায় তাকে কব পাৰিব কাৰণ এতিয়া তেওঁৰ তলতে সকলো পিঠি ফালি দিলেও তেওঁৰ হৈ কোনো মাত নামাতিব ।

  • @MrDebDas
    @MrDebDas 2 года назад +1

    Administration law nohoi but law bhongo korile police nijor dayittra palon krbo

  • @bhabeshsarmah1897
    @bhabeshsarmah1897 2 года назад

    Super News

  • @amu536
    @amu536 2 года назад +23

    এনে মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়।দুৰ্ভাগ্যজনক

  • @arupkumarchakrabartty4106
    @arupkumarchakrabartty4106 2 года назад +1

    সচা কথা ক'লে কিয় গাত লাগে???

  • @tapandutta7449
    @tapandutta7449 2 года назад +11

    ক্ষমতাই মূৰত ধৰিলে,,,কিছুমান মানুহে আবোল তাবোল বকাটো স্বাভাৱিক,,,তাতে সন্মানীয় পদত থাকি ইমান টুলুঙা কথা কোৱাটো কিমান গ্ৰহণ যোগ্য,,,,,,,হয়তো তেখেতেও এদিন উপলব্ধি কৰিব।

  • @mrinalnath9678
    @mrinalnath9678 2 года назад +1

    এওঁ চোন বহুত ওপৰৰ মাল আৰু

  • @basantapegu9852
    @basantapegu9852 2 года назад

    একো বেয়া নহয়

  • @bipulchutia6866
    @bipulchutia6866 2 года назад

    পাৱাৰ থাকিলে মুখত যি আহে তাকে কব পাৰে. কাৰণ D G P যে ভদ্ৰ লোকৰ মুখত এনে আচৰন হোভাষ নাপাই

  • @mantu5760
    @mantu5760 2 года назад +18

    DGP হৈছে যেতিয়া ব্যবহাৰ জনা ভাল। আমিবো ৰৰ কি হব।

  • @basantanath2647
    @basantanath2647 2 года назад +6

    "অসমত এতিয়া মহমদ বিন টোগলকৰ শাসন চলি আছে" -মন্তব্যটো সাম্প্ৰতিক অসমৰ শাসন ব্যৱস্থাৰ লগত বিন্দু মাত্ৰ মিল নাই বুলি ভাবিছো । গৰিষ্ঠ সংখ্যক লোকে পতিয়ন যোৱা কথা কোৱা হ'লে ভাল লাগিল হেতেন। ধন্যবাদ 🙏🙏

  • @ranudevi6930
    @ranudevi6930 2 года назад +1

    মহন্ত ডাঙৰীয়া আপুনি। উচ্চ শিখিত এগৰাকী ছোৱালীয়ে এটা কবিতা লিখার বাবেই কোনো বিছাৰ নকৰাকৈ জেলত দিয়া মানুহ হয়। এটা কথা ভাল কৈ জানি থোৱা ভাল আনলৈ হুল পুতিলে কেতিয়াবা সেই নিজকো ফুতে

  • @dilipkalita2906
    @dilipkalita2906 2 года назад +3

    পুলিচৰ ভাষা।

  • @nabanath4887
    @nabanath4887 2 года назад +2

    ভাল নালাগে ৰাজ্যৰ আইন ক'ত গ'ল। শব্দ,,,,,

  • @Pgamers8698
    @Pgamers8698 2 года назад

    কোনে কোনে 1912 APDCL customer care ত সদায় ফোন কৰা জনাবাচোন

  • @krhazarika5280
    @krhazarika5280 2 года назад

    Real Kotha POWER. Backot kangsha mama

  • @mridultalukdar8981
    @mridultalukdar8981 2 года назад +2

    DGP sir, আপোনাৰ কথা খিনি দুৰ্ভাগ্য জনক

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 года назад

    দেউতাকে ও নিজৰ সন্তানক তেনেকৈ য়ে কয় । সন্তানৰ ভাল চিন্তা কৰিয়েই । ঋণাত্মক ভাবে ৰে ল'ব নালাগে ।

  • @bishalbordoloi4074
    @bishalbordoloi4074 2 года назад

    তেওঁDGP নহয়PGD হে

  • @chandmahammadsobhamnallah6326
    @chandmahammadsobhamnallah6326 2 года назад +2

    DGP barkhasta hok

  • @pradipphukon7544
    @pradipphukon7544 2 года назад +7

    ডাঙৰ মানুহৰ ডাঙৰ কথা ৷

    • @rupkantapathori665
      @rupkantapathori665 2 года назад

      কাৰণ পিঠি ফলাৰ কথা কৈছে। When an officer is in power then he is treated as an officer but after retirement heis treated as like ...............

  • @utpaldeka6306
    @utpaldeka6306 2 года назад +1

    এজনে খেলি মেলি কৰিলে কিমানজন বিপদত পৰিব সেইটোৱেহে দাঙৰ কথা।

  • @eusufali1886
    @eusufali1886 2 года назад

    DGP চুৰৰ দলালহে আছিল চাগে

  • @semson1887
    @semson1887 2 года назад +31

    Apsc poisa di sakori luwa ketaru pithi falile neki? Ne only selected dukhiya manuhor pithi he falibo?

  • @asishdas4593
    @asishdas4593 2 года назад +1

    Nijoke vogoban buli vabise sage...🤣🤣

  • @deepaliphukan9022
    @deepaliphukan9022 2 года назад

    Policr language aitu...

  • @dinarampayeng8936
    @dinarampayeng8936 2 года назад +1

    আপোনালোকে কি পৰীক্ষাত বেয়া বৃত্ত্বি ললে ভাল পাব নেকি?

  • @BadshahMominur
    @BadshahMominur 2 года назад +9

    তেওঁৰ ইমান দম দেখায় কিয় তেওঁ নিজকে ৰজা ভাবে নেকি?

  • @makibarrahman8868
    @makibarrahman8868 2 года назад

    Nibonuak encourage koribohe lagisil. Bhal loga nai ajon DGP r ane kotha . Teoloke kono strike koribo joa nai nohoi .Eman kosto kori akha loi goise.

  • @sanjeevdeori2684
    @sanjeevdeori2684 2 года назад +1

    The present DGP is not a good officer nor a good gentleman.

  • @manakhchutia5563
    @manakhchutia5563 2 года назад

    "এটা সৰু কথা লৈ বিতৰ্কিত কৰি সমাজ ব্যৱস্থা টৈ ভূল পথেৰে লৈ নোযোৱা টো ভাল। "কৰণ" ৪০ তথা ৫০বছৰৰ পুৰণি এটা শব্দ। বিদ্যালয় বা কলেজত ব্যৱহাৰ হয় কম পৰিমাণে।

  • @pdeka8959
    @pdeka8959 2 года назад

    Sabdar bybaher jana uchit

  • @khirodborah1862
    @khirodborah1862 2 года назад

    Dgp sir a thikai koise apuna like he bhul bijise

  • @rahulteron4846
    @rahulteron4846 2 года назад

    Nije nokol kore paas koresel niki dgp sir

  • @bhumidhardas8196
    @bhumidhardas8196 2 года назад

    Keidin man pisot sun lara bari hobo .

  • @AnarulIslam-mx2zn
    @AnarulIslam-mx2zn 2 года назад

    Sir commando results ketiya dibo olp jonabo chun please

  • @pb3337
    @pb3337 2 года назад

    Direct piti palim kotu olob bul hoise niki.

  • @ashrafuzzamansk4448
    @ashrafuzzamansk4448 2 года назад +5

    Only shows power
    No law no rules

  • @assamesefunni7522
    @assamesefunni7522 2 года назад

    Jaharahoi

  • @susankarborah6309
    @susankarborah6309 2 года назад

    Emn dangor exam patise roll no r last r digit tu nije box bonai vorabo loga hoise..atia pithi kar falibo

  • @monuranjankalita810
    @monuranjankalita810 2 года назад

    D G P mohudoi ahpunar ai pithi falidim buli kuwa kothahare monot bohut dukh dile ahjiloike mur dewotai kuwa nasile

  • @tarunpayeng260
    @tarunpayeng260 2 года назад

    Memory lost hyse।।

  • @nirbandeka4017
    @nirbandeka4017 2 года назад

    Khomotai murot dhorici... miholi hoi jbo matir manuh.... Napani ji ti kobo.....

  • @girishbania8260
    @girishbania8260 2 года назад

    অভব্য অসভ্যইহে এনে কথা ক'ব পাৰে ।

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 2 года назад

    ব্যৱস্থা লোৱা হ'ব বুলি ক'লে হেঁতেন কিন্তু নিবনুৱা অতিমাত্ৰা হোৱাত ওলাই গ'ল! হ'ব পাৰে এই ভুল।

    • @gauridas4954
      @gauridas4954 2 года назад

      Vul korise jodi maf xujilei hol kinu aru iman dangor kothatu hol

  • @muslehahmed4773
    @muslehahmed4773 2 года назад

    Bor Dukh Palu